KAKOPOTHAR MORAN SUWALI - Krishnamoni Chutia | Kamalika Kashyap | Rangdhali 2024 | Latest Bihu Song

  Рет қаралды 1,294,897

KRISHNAMONI CHUTIA OFFICIAL

KRISHNAMONI CHUTIA OFFICIAL

Күн бұрын

Пікірлер: 431
@anantamoranvloge7255
@anantamoranvloge7255 Жыл бұрын
কাকপথাৰ মৰাণ ডেকাই কৈছোঁ, বহুত বহুত ভাল লাগিল। কৃষ্ণ দা আকৌ এবাৰ মৰাণ গাঁওলৈ আহিব বুলি আশা ৰাখিলোঁ 🙏🙏🙏
@munugogoi1414
@munugogoi1414 10 ай бұрын
Lll😊
@DeepGogoi-zh5pn
@DeepGogoi-zh5pn Ай бұрын
Moiu jam, kakopotha Moran suali ajoni sibasagar buari kori aaniboloi.❤
@youtubetv9392
@youtubetv9392 Жыл бұрын
বহুত ভাল হৈছে কৃষ্ণৰ দা আকৌ আগৰ মধুৰ দিন ঘোৰি অহা যেন অনুভৱ হৈছে 🔥🥰🥰
@shimantaKalita
@shimantaKalita 21 күн бұрын
00
@jatindutta2244
@jatindutta2244 Жыл бұрын
মোৰ সবাতোকৈ প্ৰিয় বিহু গায়িকা ভিতালী দাসক যেন আকৌ পালোঁ। শুভেচ্ছা জনালোঁ কমলিকালৈ, বৰ সুন্দৰ মা'কৰ দৰেই হুবহু কন্ঠৰ অধিকাৰী।
@BasantiGogoibora
@BasantiGogoibora 11 ай бұрын
À😊à
@debeswargogoi8006
@debeswargogoi8006 9 ай бұрын
😊
@mridulbarman6845
@mridulbarman6845 11 ай бұрын
কৃষ্ণমনি দা আপোনাক বহু বহু ধন্যবাদ। এতিয়া হয়টো কমলিকাক বহুতেই গান গোৱাটো বিচাৰিব। কিন্তু আপুনি প্ৰথম তাইক উলিয়াই আনিলে। আপোৱাৰ কৰ্মৰাজিৰ প্ৰসংশা কৰিলো।
@SanjibBorah-by4ec
@SanjibBorah-by4ec Жыл бұрын
ভিতালি দাস বাইদেউ পুণৰ আবিৰ্ভাৱ,,,অতি সুন্দৰ । দুয়োজনলৈ হিয়া উজাৰী আশীৰ্বাদ জ্ঞাপন কৰিলো।
@mampybhuyan
@mampybhuyan Жыл бұрын
আকৌ ৰাংঢালী জনী উভতি আহিল,, বহুত ভাল লাগিছে
@gayatrihazarika4432
@gayatrihazarika4432 11 ай бұрын
আগৰ ৰাংধালীৰ দিনবোৰলৈ আকৌ ওভতি গৈছো। আগলৈও এনেকোৱা গীত অসমৰ ৰাইজে আপোনাৰ পৰা আশা কৰে।লগতে কমলিকা আৰু আগবাঢ়ি যোৱা। শুভেচ্ছা যাঁচিলো দুয়োজনলৈ।
@Lalit_dutta_
@Lalit_dutta_ 14 күн бұрын
Bor val lagel
@PH-wh1qv
@PH-wh1qv Жыл бұрын
ৰাংঢালী সদায়ে ৰাংঢালী। evergreen ৰাংঢালী 🙏 pintu,Titabor
@bimanchetia1266
@bimanchetia1266 Жыл бұрын
কাকপথাৰ মোৰ অতিকে আপোন ঠাই, গীতটি শুনি বহুতো ভাল লাগিল।
@debeswargogoi8006
@debeswargogoi8006 9 ай бұрын
🇾🇪😮😅❤❤
@debeswargogoi8006
@debeswargogoi8006 9 ай бұрын
Sfksuxxxx a good time for
@DDhar-l5j
@DDhar-l5j 9 ай бұрын
ভিতালী দাসৰ বিহু গীতত কন্ঠটো যেন বাঁহী হে ! তেখেতৰ কন্যাৰ কন্ঠও সুন্দৰ। শলাগ লৈছোঁ
@BikashEngti-qo5ui
@BikashEngti-qo5ui 14 күн бұрын
Wow vl lagil dada🎉
@RidipHazarika-r4z
@RidipHazarika-r4z 10 ай бұрын
Khub Dhuniya Bihu❤️❤️❤️
@phatikgogoi5483
@phatikgogoi5483 Ай бұрын
এনেধৰণৰ বিহু গীত শুনিলেহে বিহু বিহু লাগে। বঢ়ীয়া হৈছে।
@PulinGogoi-n5r
@PulinGogoi-n5r Ай бұрын
মন চুই যোৱা গান এটা উপহাৰ দিলে বৰ্তমান এনেকুৱা এ হৈ আছে কিন্তু হব নালাগে ।বাকী কৃষ্ণমণি দাক বহুত শুভেচ্ছা জনালোঁ লগতে আহিব লগীয়া নতুন বছৰতিৰ নতুন গান দি থাকিবলৈ।🎉🎉🎉🎉🎉
@SudipnamaDas
@SudipnamaDas 9 ай бұрын
❤ song to val lagiche
@HuntuSonowal-oq8lx
@HuntuSonowal-oq8lx 11 ай бұрын
🎉🎉🎉❤❤❤ love this song 💞💞
@villagerpk98
@villagerpk98 Жыл бұрын
সচাকৈয়ে ভিতালী বাইদেউৰ সুবহু কণ্ঠ ৷ ধেমাজিৰ পৰা শুভকামনা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@Megharanjan.346
@Megharanjan.346 Жыл бұрын
সুন্দৰ লাগিছে কৃষ্ণ দাদা আৰু কমলিকা❤❤
@sujitfitness5293
@sujitfitness5293 11 ай бұрын
কাকপথাৰৰ পৰা বহুত বহুত শুভকামনা জনালোঁ ❤
@DDhar-l5j
@DDhar-l5j 9 ай бұрын
কৃষ্ণমণি চুতীয়াদেৱৰ বিহু অনন্য, যেন সকলো পৰিষ্ফুট হৈ প্ৰকাশ পায়। মোৰ বৰ প্ৰিয়
@techtipssupported8958
@techtipssupported8958 Жыл бұрын
mojjah❤️❤️❤️❤️
@JaymolRabha
@JaymolRabha 20 күн бұрын
2025 years 💯% hit hobo.nangdhali no 1 ot jabo.
@DinanathTanti-j5c
@DinanathTanti-j5c 2 күн бұрын
এইটো হে আচল বিহু গান❤❤
@mohannath6515
@mohannath6515 9 ай бұрын
সুন্দৰ , ৰঙালীৰ মন মোহিনী নাচ- গান
@anujkrbishaya2194
@anujkrbishaya2194 10 ай бұрын
অতি সুন্দৰ হৈছে 👍
@gitahazarika6430
@gitahazarika6430 10 ай бұрын
Bohut bohut Val lagil ❤❤🎉🎉
@lakhidas9742
@lakhidas9742 26 күн бұрын
Bohut val lagil
@JayaDas-o3n
@JayaDas-o3n 10 ай бұрын
Bahut dhuniya hoisa.aaru bhalkoi aguwai jowa.mor ashirwad thakil kamalika.
@Surajtsk4851
@Surajtsk4851 Жыл бұрын
ককাই ভনী ঐ কাকপথাৰ মৰাণ ডেকাই কৈছোঁ দেই আমাৰ আপোন কাকপথাৰলৈ আহিব,কেৱল গান গালে নহব দেই,এইবাৰ কাকপথাৰ ৰাতি বিহুত আহিব মৰাণ ৰাতি বিহু চাবলৈ।।
@krishnamonichutia5056
@krishnamonichutia5056 Жыл бұрын
Sure jam
@Surajtsk4851
@Surajtsk4851 Жыл бұрын
@@krishnamonichutia5056 always welcome Brother
@prasantabordoloi8913
@prasantabordoloi8913 10 ай бұрын
Tarikh tu kobo dai amiu ahim nagaon r pora.
@PH-wh1qv
@PH-wh1qv Жыл бұрын
Hundor lagil dai. Pintu
@poreshhazarika1217
@poreshhazarika1217 Ай бұрын
সুন্দৰ ককাই ❤
@PulakDeha
@PulakDeha 21 күн бұрын
খুব সুন্দৰ হৈছে 😊❤❤❤🎉
@rashmiborah1103
@rashmiborah1103 9 ай бұрын
অশেষ ধন্যবাদ জনালোঁ। আমাৰ শ্ৰোতা ৰাইজৰ শ্ৰদ্ধাৰ আৰু মৰমৰ কৃষ্ণমনি শিল্পীৰ জনালৈ এনে দৰে ভিটালী বাইদেউ কন্যাক আগুৱাই অনাৰ বাবে সুন্দৰ পদক্ষেপ অভিনন্দন মই ঢকুৱাখনা পৰা ৰশ্মি বৰা ওৰফে মামণি দত্ত বৰাই 🙏
@bkgamer12noob31
@bkgamer12noob31 Жыл бұрын
Moja lagil bihu giti huni....❤
@jyotihazarika1340
@jyotihazarika1340 Ай бұрын
Bohut sundor
@puspanjaligohain5574
@puspanjaligohain5574 Жыл бұрын
Bohut bhal lagil ❤
@Lalit_dutta_
@Lalit_dutta_ 20 күн бұрын
Mur bor val lage moran bihu ❤
@jyotishray8506
@jyotishray8506 10 ай бұрын
হুবহু মাকৰ দৰে মিঠা কন্ঠস্বৰ ♥️ ♥️ ♥️
@puranibihugita
@puranibihugita 10 ай бұрын
সৰু ভিটালী দাসক অভিনন্দন জনালোঁ। আকৌ যেন অসমীয়াৰ মন মতলীয়া কৰি যোৱা...
@Rukmo9887
@Rukmo9887 11 ай бұрын
কৃষ্ণ দা বহুত ভাল লাগিল।বেছিকৈ ভাল লাগিছে ভিতালী বাৰ জীয়ৰীক লগত লৈ ভিডিঅ টো বনোৱাৰ বাবে। ভিতালী বাৰ শূন্যতা কোনেও পূৰাব নোৱাৰে যদিও কমলিকাক দেখি থাকিলে ভিতালী বা আমাৰ হৃদয়ত বেছিকৈ সজীৱ হৈ থাকিব।
@UmaDas-lh4ig
@UmaDas-lh4ig 22 күн бұрын
কমলিকা কাশ্যপৰ কণ্ঠ ধুনীয়া, লগতে আপোনাৰো ❤❤❤
@pranjithira1522
@pranjithira1522 Ай бұрын
অতি সুন্দৰ 🔥
@mgondhia5740
@mgondhia5740 Ай бұрын
কৃষ্ণমনি ককাইদেউ আৰু ভিতালি বাৰ যুটীয়া বিহু শুনি সৰুৰ পৰা ডাঙৰ হৈছো , ভিতালি বাক আকৌ ঘূৰাই পোৱাৰ দৰে লাগিছে ,
@pranjallahan1930
@pranjallahan1930 21 күн бұрын
KC DAA JUI HOISE...
@khagenbordoloi8585
@khagenbordoloi8585 11 ай бұрын
Very good Bihu ❤❤❤
@bijuassameseblogger7374
@bijuassameseblogger7374 10 ай бұрын
বহুত বহুত ভাল লাগিছে ❤
@Lalit_dutta_
@Lalit_dutta_ 20 күн бұрын
Bor dhunia lagese moran bihu
@GourangaDewri
@GourangaDewri 24 күн бұрын
Moja lagil❤❤
@PranjalChutia-g6m
@PranjalChutia-g6m Жыл бұрын
Dhuniya ,nasu nasu lgi goixae
@moonmoranmoonmoran7914
@moonmoranmoonmoran7914 Жыл бұрын
Oti hundor 🌼🌼
@bhubonborah3128
@bhubonborah3128 23 күн бұрын
Very nice Bihu Song Good Bless you Brother
@Munofficel
@Munofficel Жыл бұрын
❤❤ কাকপথাৰ ❤❤ নিজকে গৌৰৱ কৰিছোঁ 🫡🫡
@jyotibahrg5554
@jyotibahrg5554 Ай бұрын
বঢ়িয়া ককাইদেউ❤ধুনীয়া হৈছে গীত কেইটি
@leenadutta4051
@leenadutta4051 Жыл бұрын
Waw kakopathar r pora bhtt morom pothalu😍
@Lalit_dutta_
@Lalit_dutta_ 20 күн бұрын
Bor morom lagese moran bihu ❤❤
@RanjitDowarah-s3z
@RanjitDowarah-s3z Ай бұрын
Hundar ❤❤❤....
@dpmech4376
@dpmech4376 Ай бұрын
Bhonti bohut bhal lagise. Tumar Maar Aakhirbaad tumar logot hodai thakibo aaguwai jua... Amar Morom hodaye logot thakibo tumar....
@PragyanGogoi-cd7ys
@PragyanGogoi-cd7ys 26 күн бұрын
Bohut xundor hoise dei ❤❤
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 9 ай бұрын
সুন্দৰ কণ্ঠদান কৰিছা কালিকা কৃষ্ণ মনিৰলগত।।
@parimalDas-f7q
@parimalDas-f7q Жыл бұрын
Aiijoy Kolija...Bohut vl lagel de
@JungohainAssam
@JungohainAssam Жыл бұрын
বেংগালুৰুৰ পৰা কৃষ্ণদা এমুঠি নিভাজ মৰম পথালো প্ৰতিটো শব্দৰ বুকুতে বান্ধি।
@simajyotiboruah6604
@simajyotiboruah6604 Жыл бұрын
Moi kakopother suwali hoi ❤nijoke gorov korisu🎉❤
@debanandraborah9605
@debanandraborah9605 11 ай бұрын
Kako swali bilak bht lebel besi
@PoliGogoi-xp5wh
@PoliGogoi-xp5wh Ай бұрын
Mojahhhhh❤❤
@Parthahazarika1999
@Parthahazarika1999 Жыл бұрын
সৰু কালৰ এজন জনপ্ৰিয় কণ্ঠিল্পী, krinsha মনি দা, what a voice , finally bihu ledgen come, hodai jen, Ami new song hunibole paw❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@karabisaikia460
@karabisaikia460 Ай бұрын
Nice🎉
@pankajapayeng4219
@pankajapayeng4219 10 ай бұрын
Bhitalee baak ami akou ghurai palu .xundar hoise aru aagbarhi jua.. ❤❤❤
@Cornelisha
@Cornelisha Жыл бұрын
Mojjaa..aami Axomiya Bihu Boliya...
@BabulSonowal-xz8xi
@BabulSonowal-xz8xi Ай бұрын
কৃষ্ণদাৰ কণ্ঠত যাদু আছে সকলোকে নচুৱাবলে।
@abhijitsaikia4091
@abhijitsaikia4091 Ай бұрын
Dhul pepa বাঁহী মেইন ❤❤❤
@pjphukan1372
@pjphukan1372 11 ай бұрын
Khub val lagil Krishna da
@PrakhannaGogoi
@PrakhannaGogoi 9 ай бұрын
Bohut bohut val lagile very nice song ❤️😍❤️😍
@moitrygogoi4231
@moitrygogoi4231 9 ай бұрын
Titabar r pora Moitry Gogoi a koisu.val lagil bihu gaan huni.Outstanding❤❤❤❤
@jintuboruah4392
@jintuboruah4392 10 ай бұрын
Moojaa ❤❤
@moran6664
@moran6664 Жыл бұрын
বাও লাগিলে 😊
@jimiboruah822
@jimiboruah822 Ай бұрын
অতি সুন্দৰ হৈছে
@ramentamuli5308
@ramentamuli5308 11 ай бұрын
Bohut val hoise❤❤
@dipankarkalita4791
@dipankarkalita4791 11 ай бұрын
অকৌ আগৰ দিন বোৰ ঘূৰাই পোৱা যেন লাগিল, বহুত মজ্জা দাদা ❤
@BHASKARGOGOI-yu6sz
@BHASKARGOGOI-yu6sz Жыл бұрын
Val lagile dei Krishna daaa
@utpaltamuli1099
@utpaltamuli1099 11 ай бұрын
Dhuniya keep it up ❤❤
@santanukonwar696
@santanukonwar696 Ай бұрын
Most lovely song
@papuhandique8957
@papuhandique8957 Жыл бұрын
Oti hundur hoise
@rajupawe5009
@rajupawe5009 Жыл бұрын
Hundor ❤❤
@MiraDas-zy2no
@MiraDas-zy2no 2 ай бұрын
Bohut val hose❤❤❤
@jyotirmaykalita304
@jyotirmaykalita304 11 ай бұрын
আকৌ পুৰণি কলিয়া বিহু ঘুৰাই দিলা । ধন্যবাদ জনাইছো নমস্কাৰ জনাইছো।🙏
@KamolgogoiBhayti
@KamolgogoiBhayti Ай бұрын
বাকিৰ ছোৱালীৰ বোৰ বেয়া নেকি 🤔🤔🤔 জয় জুবিন দা I love zubeen garg 🎉🎉🎉
@1Yuvrajpegu
@1Yuvrajpegu 6 ай бұрын
Super expectation perfect vocal music ✨🔥🌟💮❤️🙏
@ParthaGogoi-p1g
@ParthaGogoi-p1g 11 ай бұрын
Nice song krishna da aru Bhitaly baa suwali jonie hundar gaise
@AmiyaHazarika-pr7qo
@AmiyaHazarika-pr7qo 9 ай бұрын
Ati sundar.🎉
@phatiksaikia9340
@phatiksaikia9340 Жыл бұрын
Love from Golaghat Merapani ❤❤❤❤❤❤❤❤
@Subhroff980
@Subhroff980 Жыл бұрын
Love from bongaigaon Krishna da ebr bihut Jodi amr bugat milla aponak matim dada❤❤❤❤
@putalidas3130
@putalidas3130 10 ай бұрын
Love from bongaigaon krishna de ebr bihut Jodi amr bugat Milla apo
@bibekpathak3155
@bibekpathak3155 Жыл бұрын
bohut besi a vl lagil krishna daa❤
@northeastnewsky-919
@northeastnewsky-919 Жыл бұрын
অতি সুন্দৰ দদায়দেওঁ.... আজি বহু দিনৰ মূৰত আকৌ এনেকুৱা ধৰণৰ বিহু গীত শুনিবলৈ পাই বহুত বহুত সুখী অনুভৱ কৰিছোঁ। ❤❤❤❤❤❤❤❤❤❤❤
@monalishadhekialphukan620
@monalishadhekialphukan620 Ай бұрын
ভিতালী দাসক আকৌ পোৱা যেন লাগিছে। আগুৱাই যোৱা
@MahasingKholar
@MahasingKholar 9 ай бұрын
Nice song ❤❤❤❤
@rupjyotidas2618
@rupjyotidas2618 11 ай бұрын
A mojaaa
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox Жыл бұрын
কমলিকা বহুত ভাল লাগিল, দুয়োলৈ বহুত বহুত শুভেচ্ছা থাকিল।
@TSonowal
@TSonowal 29 күн бұрын
Super hit
@ইটোসিটোবহুটো-ষ৯ম
@ইটোসিটোবহুটো-ষ৯ম Жыл бұрын
অতি সুন্দৰ ককাইদেউ।❤
@purabibarman4124
@purabibarman4124 Жыл бұрын
Bohut val lagil...Duore voice ki dhunia ❤
@ajadmoran725
@ajadmoran725 8 ай бұрын
বহুত ভাললাগিল গানতো দাদা । বহুত শুভেচ্ছা থাকিল
@npradhan6283
@npradhan6283 Жыл бұрын
Komolika voice tu hunibole ♥️♥️♥️♥️
@Sanjib327
@Sanjib327 11 ай бұрын
Mojja❤
@simantahazarika4969
@simantahazarika4969 11 ай бұрын
Dhuniya
@daduchamuah4756
@daduchamuah4756 Жыл бұрын
Hundor bihu Kokaidew 💕❤️
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Bihu song
21:51
Kalpajyoti Deka
Рет қаралды 1,7 МЛН
zubeen garg bihu song|assamese bihu song| zubeen garg|Majedar Gaana|
26:02
Jaan Dipankar
Рет қаралды 1,5 МЛН
Magh Bihu Special Collection | Bihu Playlist 2025
28:59
Classic BG
Рет қаралды 193 М.
umoni kukura // Krishnamoni chutiya // new Assames song 2024
5:15
Nikemon music
Рет қаралды 192 М.
Jaanmoni Superhit Bihu Song//Jaanmoni Bihu Old Songs
20:06
Khona YouTuber
Рет қаралды 748 М.