ভাগৱত পাঠ | Assam | Dhowa Pukhuri | Jorhat | Barsha Rani Bishaya | Bhaskar Boruah

  Рет қаралды 550,284

Barsha Rani Bishaya

Barsha Rani Bishaya

Күн бұрын

Пікірлер: 581
@barshabishaya
@barshabishaya 2 жыл бұрын
Click here to earn up to Rs 40000 per month l.apna.co/BarshaRaniBishaya Apply to at least 10 jobs on a daily basis to get the job 40000 रूपए प्रति माह वाला जॉब पाने के लिए यहां क्लिक करें नौकरी पाने के लिए दैनिक आधार पर कम से कम 10 नौकरियां पर आवेदन करे
@pritirekhaborahrollno8048
@pritirekhaborahrollno8048 2 жыл бұрын
'
@manojdas4646
@manojdas4646 2 жыл бұрын
Ilke
@Dudullahon07
@Dudullahon07 2 жыл бұрын
Apuni original hoi gol kaile goi asu...jivan ki apuni buji pua holl..aibr moi apunak hosai barsa ba buli vabisu..aru hukhi hok..
@moinaborah1501
@moinaborah1501 2 жыл бұрын
@BidyaDas-i5f
@BidyaDas-i5f 6 ай бұрын
Bahut Vhal Laghise
@anjudutta4109
@anjudutta4109 2 жыл бұрын
ভাগৱতলৈ কৌটি কৌটি প্ৰণাম জনালোঁ । ইমান সুন্দৰ লাগিছে ভিদিঅ তু দেখোৱাৰ বাবে। বেছি ভাল লাগিছে তোমাক , ইমান ধুনীয়া লাগিছে । গোপিনীৰ বেশত ভাস্কৰকো চুৰিয়া পিন্ধা দেখি বৰ ধুনীয়া লাগিল❤️
@bhanitabarman3699
@bhanitabarman3699 2 жыл бұрын
ভাগৱত শুনিলে শুনি থাকিবৰ মন যায় । ধন্যবাদ বা এনেকুৱা পৰিবেশ এতি আমাক উপহাৰ দিয়া বাবে। সদায় এনেকে সুখী হৈ থাকিব।
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 жыл бұрын
ভাগৱতৰ সুৰ শুনিলে শুনি থাকিব মন যায় আৰু পঢ়িও বহুত শান্তি লাগে, ভাগৱত পাঠ অনুষ্ঠানত মোৰো পঢ়াৰ ভাগ্য হৈছিল❤❤
@mriduldutta8000
@mriduldutta8000 2 жыл бұрын
কৃষ্ণ প্ৰভু...🙏🙏 ভাগৱত পাঠ বুলি কলেই মনটো পবিত্ৰ হৈ পৰে.. শ্ৰৱণ কীৰ্তন বুলি এখাৰ কথা আছে যি ভাগৱত পাঠ কৰে আৰু যি ভাগৱত শুনে তেওঁ পাপৰ পৰা মুক্ত হয়। ইউটিউবত শুনি এ দুৰৰ পৰা তিতাবৰৰ পৰা একাজলী সেৱা জনাইছোঁ।😍🙏
@AllTypesWithLorence354
@AllTypesWithLorence354 2 жыл бұрын
আপোনি এগৰাকী অভিনেত্ৰী হৈও এনেকৈ যেন এজনী বোৱাৰীৰ ৰূপত ইমান ধুনীয়াকৈ মিলিছা😊পিছে আমাৰ গাওঁলীয়া সমাজত ৭ দিনীয়া ভাগৱতত বোৱাৰীবোৰে এনেকৈ থাকে তোমাকো দেখি ভাল লাগিল 🙂
@anuragdutta8042
@anuragdutta8042 2 жыл бұрын
দ্বিতীয় দিনা ভাগৱতলৈ গলো🙏🏻❤ আপোনাৰ হাতেৰেই চাহ খালো 🤗আপুনি ইমানখিনি কাম কৰিছে নহয় ...সচাঁকৈ আপুনি সকলোৰে লগত ইমান সহজতেই মিলি যাব পাৰিছে🥰নৱপ্রজন্মৰ বাবে আপুনি সচাঁকৈ আদর্শ ❤❤
@mousumimousumi6114
@mousumimousumi6114 2 жыл бұрын
বা তুমি সহজে সকলোৰে লগত মিলি যায় মোৰ দেখি বৰ ভাল লাগে ,তুমি এনেদৰে থাকিবা সদায়৷ বহুত বহুত মৰম যাছিলো শুৱালকুছিৰ পৰা মোৰ মৰমৰ বা আৰু তোমাৰ পৰিয়ালৰ সমূহ সদস্যলৈ ৷
@mainudowarah287
@mainudowarah287 2 жыл бұрын
কৃষ্ণ প্ৰভু। ডিগবৈৰ পৰাই সেৱা ধৰিছো দেই। ভগৱানে সকলোকে কৃপা কৰক।
@Sushil_Kashyap
@Sushil_Kashyap 2 жыл бұрын
চহৰৰ ছোৱালী হৈ এনেকৈ আমাৰ গাঁৱৰ বোৱাৰীৰ দৰে ইমান সহজ ভাৱে ভাগৱতৰ আপ্যায়নৰ কাম কৰিছে। আপোনালোকৰ নিচিনা মানুহবোৰৰ সহজ সৰল প্ৰকাশ দেখিলে ভাল লাগে। কিছুমান চহৰীয়া মানুহে আমাক হাঁহে যে গাঁৱলীয়া বুলি, আপোনাৰ কথা ক'ব পাৰিম। বাহনাৰ ওচৰৰে এখন গাওঁ নাওঁবৈছাৰ পৰা বহুত মৰম যাচিছো। ভাস্কৰ দাক সুধিব নাওঁবৈছা কোন ফালে। ওঁম নমো ভগৱতে বাসুদেৱায়
@surabhiphukan996
@surabhiphukan996 2 жыл бұрын
দূৰৰ পৰাই সেৱা জনাইছোঁ বা 🙏আৰু তোমাক মেখেলা-চাদৰ যোৰৰ সৈতে বৰ ধুনীয়া লাগিছে বৰষা বা,,❤❤❤lv u baa..❣️
@mitaligoswami6821
@mitaligoswami6821 2 жыл бұрын
বৰ সুন্দৰকৈ নামঘৰ সজাইছে 🙏 বৰ ভাল লগিছে দেখি।তুমি সকলোকে আপোন কৰি পেলালা😍।
@chitrineeborah2241
@chitrineeborah2241 2 жыл бұрын
Video টো চাই বহুত ভাল লাগিল ।তোমাক এনেকৈ দেখি খুউৱ ভাল লাগিছে ।ভাগৱত পাঠ শুনিলে মনটো খুউৱ ভাল লাগে ,পৱিত্ৰ পৱিত্ৰ লাগে 🙏🙏🙏
@krishnasaikia2739
@krishnasaikia2739 2 жыл бұрын
বৰষা ভগবানে তোমাক মংগল কৰক। এগৰাকী অসমীয়া বোৱাৰী। গাঁৱৰ পৰিবেশত নামঘৰত ধুনিয়া সাজ যোৰ পিন্ধি, ভকত সকলক সেৱা কৰা দেখি ভাল লাগিলে। তুমি এগৰাকী আদৰ্শ বোৱাৰী হৈ থাকা।
@moniborah4017
@moniborah4017 2 жыл бұрын
সঁচাকৈ কি এক সুন্দৰ পৰিৱেশ.প্ৰভু অনাদি অনন্তই আপোনাৰ মনো কামনা পূৰ কৰক
@supriyagogoi3253
@supriyagogoi3253 2 жыл бұрын
ভাগৱত শুনিলে মনতো শান্তি ☺আৰু পবিত্র যেন অনুভৱ কৰা হয়🌺🌺🌺
@kusumidevi8063
@kusumidevi8063 2 жыл бұрын
ইমান ধুনীয়াকৈ সজাইছে মন্দিৰতো । পৰিবেশতোও বহুত ধুনীয়া লাগিছে । সচাই ভক্তি আহে ইয়াৰ পৰাই প্ৰনাম যনাইছো
@chitrahazarika1835
@chitrahazarika1835 2 жыл бұрын
মন্দিৰ নহয় নামঘৰ
@bhumitabora2496
@bhumitabora2496 2 жыл бұрын
বহুত ভাল লাগিল বৰষা ভগৱানে তোমাক সুমতি দিয়ক মাজে সময়ে ভাগৱত ত যাব নহ'লে আধৰুৱা হলা হয় কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@hemashriskitchen
@hemashriskitchen 2 жыл бұрын
It is very unique quality to respect our culture and adopt that colour according to that place 👍👍that's why people loves you lot... God bless you Barsha Maam 🙏🙏🙏
@rijumoninathneog7065
@rijumoninathneog7065 2 жыл бұрын
ভাগৱতৰ সুন্দৰ পৰিবেশ,সচাকৈ বহুত ভাল লাগিল ।🙏🙏🙏
@chandanadas3122
@chandanadas3122 2 жыл бұрын
বহুত ভাল লাগিল,,,,কিন্ত বৰষা আপোনাক অলপ খিনোৱা যেন লাগিছে,,,,, এইবাৰ উজান বজাৰ আহিলে এবাৰ লগ কৰিব যাম । যদি আপুনি বেয়া নাপাই । বহুত মৰম গুৱাহাটীৰ (চান্দমাৰি) পৰা ।
@snehatmikavlog.253
@snehatmikavlog.253 2 жыл бұрын
সচাঁ‌কৈ খুব ভাল লাগিল ভিডিওতো চাই।সকলোৰে লগত সহজতে মিলিব পৰা আপোনাৰ গুণটো,যি আন্তৰিকতা সেয়া আপ্লুত হলো।ভগৱানে আপোনাৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক এয়াই কামনা কৰিছো।
@JYOTIKAMIXYT
@JYOTIKAMIXYT 2 жыл бұрын
অতি সুন্দৰ।বহুত ভাল লাগিল।দিপাংকৰৰ কাম সুন্দৰ।আপনা এপৰ কথা জানি।ভাল লাগিল।বতৰে অকণ ক্ষতি কৰিছে।ছাতি লৈ গৈছা।সুন্দৰ নামঘৰৰ পৰাবেশ ভাগৱৎ পাঠ।টিকলিহতক মৰম লাগিছে।ভোজৰ আয়োজন।ফুৰ্তি সকলোৰে।বহুত ভাল লাগিল।সকলোৰে মঙ্গল কামনা কৰিছো।
@bornalisaikiaborah8052
@bornalisaikiaborah8052 2 жыл бұрын
ৰাতিপুৱাৰ পৰা বিচাৰি।আছিলো ভাগৱত পাঠৰ ভিডিঅ,,,,এতিয়া পাইগলো,, ভাল লাগিল চাই,,আতাইকেইদিন দেখাবা দেই,,মইও যোৰহাটৰে❤️❤️
@sondhyaranigogoi1781
@sondhyaranigogoi1781 2 жыл бұрын
অতি সুন্দৰ হৈছে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল, আপোনালোকৰ ঠাইলৈ যাবলৈ মন গৈছে বাকী সকলো ভালকৈ থাকক।
@air33-ias53
@air33-ias53 2 жыл бұрын
জয় জয় ৰাম জয় শ্ৰী ৰাম 🚩🚩🚩 মহা ভাগৱত পাঠ ভাগলৈ সেৱা জনালোঁ🙏
@barasharanidas7265
@barasharanidas7265 2 жыл бұрын
আপুনি ধৰ্মৰ সাধক 🌸 আপুনি কলা সংস্কৃতিৰ সাধক 🌸 দৈনন্দিন কৰ্মৰে উৎসাহিত, প্ৰত্যেক মানুহৰে মনৰ সাধক 🌸 নামৰ লগত আপোনাৰ কৰ্মৰ মিল স্বাৱলম্বী নাৰী ৰূপে আমাৰ অগ্ৰজ তথা অনন্যা !! বহুত বহুত মৰম বৰষা বা জনা হোৱাৰ পৰা দেখিছোঁ আপোনাৰ অভিনয়ৰ শ্ৰেষ্ঠতা ।। অসমৰ এনাজৰী ডাল বান্ধি ৰাখিব তাত সহযোগিতা আমাৰ নিশ্চয় থাকিব ।। আপোনাৰ প্ৰতিটো video চাওঁ ভাল লাগে ❣️ আগবাঢ়ি যাওঁক সদায়।।🌸
@barshabishaya
@barshabishaya 2 жыл бұрын
অশেষ ধন্যবাদ । Thankyou Barsharani 😍😃💕
@barasharanidas7265
@barasharanidas7265 2 жыл бұрын
@@barshabishaya স্বাগতম বা❣️
@ranjanahandique2171
@ranjanahandique2171 2 жыл бұрын
ভাগৱতৰ দশম অধ্যায়ৰ মহত্ব বহুত , দশম অধ্যায়ৰ সময়ত সেৱা কৰিব লাগে ৷তোমালৈ বহুত মৰম গুৱাহাটীৰ শিলপুখুৰী পৰা,
@preronagogoipreronagogoi4079
@preronagogoipreronagogoi4079 2 жыл бұрын
আপোনাক সেয়ে বহুত ভালপাওঁ বৰষাৰাণী বা,,,, আপুনি সদায় আদৰ্শ হৈ ৰওক,,,,মানুহৰ মাজত থাকিব পৰাজন সচাঁয় শ্ৰেষ্ঠ
@sumimaninath4257
@sumimaninath4257 2 жыл бұрын
কৃষ্ণ ঔ‌ হৰি ঔ ৰাম 🙏 যাব নুৱাৰিলু ইয়াৰ পৰাই 🙏 জনালোঁ বা । 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@pinkidutta1524
@pinkidutta1524 2 жыл бұрын
আপোনাক যেতিয়া পৰা চিনি পালো তেতিয়া পৰাই কিমান ভাল লাগে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো ।তাতে আপোনি আমাৰ যোৰহাটৰ বোৱাৰি হল।আপোনি ইমান সহজে সকলোৱে লগত মিলিব পাৰে তাক দেখি বহুত ভাল লাগিছে ।আপোনাক লোক দোয়ো সদাই এইদৰে হাঁহি থাকক ।ভাগৱত পাঠক ইয়াৰ পৰাই সেৱা যাচিলো কৃষ্ণ কৃষ্ণ ।
@pallabitadashazarika5026
@pallabitadashazarika5026 2 жыл бұрын
ভাগৱত পাঠ শুনিলে মনটো বৰ ভাল লাগে..বা আপোনাৰ কথা কবলৈ ভাষা হেৰাই গৈছে.. আপুনি সঁচাকৈ মহান ❤️❤️
@ankitabordoloivlogs2840
@ankitabordoloivlogs2840 2 жыл бұрын
গাঁৱৰ পৰিৱেশ ❤️ নামঘৰত ভাগৱত তাতে আকৌ অসমীয়া ধুনীয়া বোৱাৰী বৰ্ষা বা☺️ উফ্ ❤️
@uditasdiary5052
@uditasdiary5052 2 жыл бұрын
Iman eti xundor video amaloi agborhuar babe apunak dhoinyobad jonaisu ba. Hukhi hoi thakok xodai. Vogobane jen amar monor asha homuh puron kore 🙏🙏🙏
@nonichutia3034
@nonichutia3034 2 жыл бұрын
সুন্দৰ বৰষা।তোমালৈ বহুত২ শুভেচ্ছা থাকিল।
@ritahazarika6108
@ritahazarika6108 2 жыл бұрын
বৰষা তুমি অন্যান্য৷তুমি গুৱাহাটী মহানগৰীত জন্ম হৈ তাতে দাঙৰ দীঘল হৈও গাৱঁৰ পৰিবেশৰ লগত ইমান সুন্দৰকৈ মিলি গৈছা সচাকৈ বৰ ভাল লাগিছে দেখি আৰু লগতে তোমাৰ কথন শৈলী ইমান সুন্দৰ বিশুদ্ধ অসমীয়া কিছুমানৰ নিচিনাকৈ খিচিৰি নহয় আৰু কি জানা মোক মানুহজনে লাজ দিয়ে মই অসমীয়া প্ৰধান বিষয় হিচাপে লৈ পঢ়িছিলোঁ যদিও তোমাৰ দৰে শুদ্ধ অসমীয়া নোৱাৰো বুলি কয়😭
@brindadas4911
@brindadas4911 2 жыл бұрын
তোমাৰ আজিৰ VIDEO তোৱে বহুত কথা মনত পেলাই দিলে । ধন্যবাদ বৰষা ।
@ndevi1491
@ndevi1491 2 жыл бұрын
বহুত মৰম লাগিছে বৰষা।সদায় হাঁহি থাকিবা।
@purabidasassam2971
@purabidasassam2971 2 жыл бұрын
আপোনাৰ প্ৰতিটো ভিডিওৰ পৰা এটা বাৰ্তা লাভ কৰো, লগতে ধনাত্মক শক্তি এটা পাওঁ, অসমৰ প্ৰতিজন নৱপ্ৰজন্মই আপোনাৰ ভিডিও চোৱাটো অতিকৈ জৰুৰী। আপুনি ব্লগৰ জৰিয়তে দিয়া বাৰ্তা সমুহৰ বাবে অশেষ ধন্যবাদ 🙏❤❤❤❤
@barshabishaya
@barshabishaya 2 жыл бұрын
❤️ অশেষ ধন্যবাদ থাকিল
@analata6540
@analata6540 2 жыл бұрын
বাইদেউ বহুতে ভাল লাগিল নগৰৰ সমাজৰ পৰা গাঁৱৰ সমাজত মিলি যোৱা কাৰণে আৰু ভাস্কৰ দা হাহি থকা বাবে বহুত ভাল লাগে দুয়োৰ সুখৰ হক । কৃষ্ণ
@gitanjali2043
@gitanjali2043 2 жыл бұрын
এগৰাকী সঁচা আৰু প্ৰকৃত অসমীয়া বোৱাৰী। ইমান সহজ সৰল সকলোঁৰে লগতে মিলি যাব পৰা তুমি ♥️ এনেও প্ৰিয় তুমি এতিয়া আৰু বেছিকৈ প্ৰিয় হৈ পৰিলা 🤗💞 ইমান বিখ্যাত এগৰাকী অভিনেত্ৰী হৈও সকলো পৰিৱেশৰ লগত খাপ খাই যোৱা 💞_ মানুহ হলে তোমাৰ দৰেই হব লাগে ♥️♥️♥️ love you😘😘😘
@dhunu4766
@dhunu4766 Жыл бұрын
মৰমৰ বা বৰষা। বিশ্বাস আছে এদিনটো নিশ্চয় লগ পাম সন্মুখৰ পৰা। ❤
@sabitridas2967
@sabitridas2967 2 жыл бұрын
বহুতে ভাল লাগিছে। নজনা আৰু নেদেখা ভাগৱত পাঠ দেখিলোঁ। পাঠক এনেকৈ সলনি হোৱা কথাটো গম পালো। বহুত ধন্যবাদ। নিজে উপস্থিত থাকি আমাক চোৱাৰ সুবিধা দিয়া বাবে
@অলকাহালৈ
@অলকাহালৈ 2 жыл бұрын
বহুত বহুত ভাল পাওঁ সকলোৰে লগত মিলি যাব পাৰে আপুনি ❤️❤️ আপোনাৰ আচল ভৰি পৰক সুখেৰে তাকেই ভাগৱতৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🙏🏻🙏🏻... এদিন হ'লেও লগ কৰিম দেই যিহেতু মই জালুকবাৰীত থাকো(ইঞ্জিনিয়াৰিং কলেজ)
@pubalisaikia154
@pubalisaikia154 2 жыл бұрын
Bor dhuniya video upload korile dei. Bhut bhut dhanyavaad apunar lgte apunar poriyalborgo loi. Love from jorhat Charigaon.
@bulbulboruahbora2555
@bulbulboruahbora2555 2 жыл бұрын
সদায় এনেকৈ মনটো ফৰকাল কৰি হাঁহি থাকিব✌️
@purabidas2186
@purabidas2186 2 жыл бұрын
দুৰৰ পৰাই ভাগৱত পাঠলৈ প্ৰণাম জনালো...প্ৰভু কৃপা কৰিবা আমাক..🙏🙏🙏...
@anamikaborah5852
@anamikaborah5852 2 жыл бұрын
পোন প্ৰথমে সেৱা জনাইছো ।।। বা তোমাৰ সহজ সৰল মনতো দেখি তোমাৰ প্ৰতি মৰম আৰু বাহিল ।। ইমান ধুনীয়াকৈ তুমি মিলিব পাৰিছা সকলোৰে লগত ।। তোমাৰ মুখৰ হাহিতি সদাই এনেদৰেই জিলিকি ৰওক ।। বহ্নত ভাল পাও তোমাক বা
@kusumrabha6493
@kusumrabha6493 2 жыл бұрын
ভাগৱতলৈ কৌটি কৌটি প্ৰনাম জনালোঁ। শুনি ভাল পাওঁ। মোৰ এতিয়ালৈ এনেকুৱা ভাগ্য হোৱা নাই। অবিৰত ভাগৱত পাঠ আপোনাৰ দ্বাৰাই দেখিবলৈ পালো। আপোনাক বহুত বহুত ধন্যবাদ।
@mondirabezborah9457
@mondirabezborah9457 2 жыл бұрын
Borosha bahut bahut bhal lagile. Aapunio gaonr manuhr homane mili jabo parise. 💕💕
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog 2 жыл бұрын
মই সেই অঞ্চলৰে জীয়ৰী। সছাই খুব ভাল লাগিল ভিডিঅটো। মই ইয়াৰ পৰাই সেৱা জনাইছো🙏 সকলো চিনাকি মানুহবোৰ দেখি বহুত ভাল লাগিল।
@kakumoniphukan2742
@kakumoniphukan2742 2 жыл бұрын
Bohut val lagil sai. Eman dhuniya koi dekhiboloi palu.🙏
@trinavvlog7384
@trinavvlog7384 2 жыл бұрын
বহুত ভাল লাগিছে ।
@mamonisaikia39
@mamonisaikia39 6 ай бұрын
বৰষা তুমি ইান ধুনিয়াকৈ সমাজ খনৰ লগত মিলি পৰিছা বহু ত সুন্দৰ 🙏🙏🙏🙏🙏🙏🙏🙏
@Minivlogwithmaina
@Minivlogwithmaina 2 жыл бұрын
Val lagil ভাগৱত লৈ গৈ আৰু লগতে আপোনাক লগ পাই আৰু বেছি ভাল লাগিল ।। ইমান সহজ সৰল বোৱাৰী হিচাপে দায়িত্ব বোৰ পালন কৰি গৈছে দেখি সঁচাই বহুত বেছি ভাল লাগিল🥰
@montu9839
@montu9839 2 жыл бұрын
Val anusthan ata dekha palu vagawat xunile montu bohut val lage aru tumale bohut Ashirwad jaselu
@minakshsarma1036
@minakshsarma1036 2 жыл бұрын
Bor dhunia lagise.apuni gaonr manuhor logot eman dhuniake mili jai dekhi Bor val lage.aaitae val paisene
@diju.nixanixa2202
@diju.nixanixa2202 2 жыл бұрын
আপোনাক বহুত বহুত মৰম লাগিছে বা
@buligogoidutta4714
@buligogoidutta4714 2 жыл бұрын
Krisna prabhu hokoluke kusole rakhok pravu bhogobantai
@monikhaborah2356
@monikhaborah2356 2 жыл бұрын
ভাগৱত শুনি বহুত ভাল লাগে । লগতে আপোনাক দিয়া উপহাৰটো মোৰ ভাল লাগিল ।
@anupambini3930
@anupambini3930 2 жыл бұрын
বৰষা বা।।আজিহে চালোঁ। বৰ ধুনীয়া পৰিবেশ
@bornaliborah1237
@bornaliborah1237 2 жыл бұрын
বহুত ভাল লাগিল চাই😍😇 ওম নমো ভাগৱতে বাসুদেৱাই নমহ🙏♥
@bantikashyap1102
@bantikashyap1102 2 жыл бұрын
পৰিবেশটো সঁচাই বহুত ভাল লাগিছে।🙏
@ushabora2721
@ushabora2721 2 жыл бұрын
সম্পূৰ্ণ গাঁৱলীয়া পৰিবেশত তোমাক বৰ ধুনীয়া লাগিছে
@himashrichetia635
@himashrichetia635 2 жыл бұрын
Tumi sobor lgot emn dhuniake Mili jabo para so bahut Val lage..vokotok sah dia mithoi dia aibur Dekhi bahut Val lgise..enekoi hodai thaka..may God bless you 🙏
@gnathvlogs3853
@gnathvlogs3853 2 жыл бұрын
ইমান সুন্দৰ কৈ ভাগৱতৰ ধ্বনি শুনি ভাল লাগি গল।
@geetubaruah
@geetubaruah 2 жыл бұрын
O baa... Ki buli bujam... Apunak ru vindeok dekhi bht vl lagil....apuni mean hohoje mili goise gaonkhnr logot dekhi bht vl lgise.... Emn dhuniyak manuhkhnir mjt ase bht bht vl lgse... Ru vgbne apunk ru vindeok hukhere rakhok hustho rakhok.. Take prathona korisu....
@kuhi53
@kuhi53 2 жыл бұрын
অতি সুন্দৰ ভিদিও বা
@namitaslifestyle-vlog-rece1090
@namitaslifestyle-vlog-rece1090 2 жыл бұрын
Gaor hadharon buwari r rupot hohoj horol Kotha botora pran khula hanhiture tumak khub huai ba..montu hodai hundor Hoi thakok.. vindew loi bohut morom khub dhunia lagise..vagowotr Hur huni khub Val paw🙏🙏
@tumimurmathumur3599
@tumimurmathumur3599 2 жыл бұрын
বহুত ধুনিয়া লাগিছে বৰষা বা..🙏🙏👍
@dipikagohain9525
@dipikagohain9525 2 жыл бұрын
অসমীয়া চলচিত্ৰ জগতলৈ পুৰনি দিনৰ পৰা যি বৰঙনি আগবঢ়াইছে আপুনি তাৰ ঠিকনা নাই । ভগৱানে আপোনাৰ আয়ুস দীঘল কৰক ॥
@mamonigogoi9232
@mamonigogoi9232 2 жыл бұрын
আজিকালি বোৱাৰী বিলাকে এইবিলাক কৰিবলৈ একেবাৰে বেয়া পাই।চহৰৰ ছোৱালী হৈও তুমি ইমান ধুনীয়াকৈ মিলি গৈছা দেখি খুব ভাল লাগিল ।
@sunugogoi5438
@sunugogoi5438 2 жыл бұрын
bahut bahut Val lagil sai naharkatia para moram jasilu vagabataloi pronam janisu
@AllTypesWithLorence354
@AllTypesWithLorence354 2 жыл бұрын
বহুত ভাল লাগিছে বা❤❤য'ত যেনেকৈ খাপ খাব লাগে ধুনীয়াকৈ মিলিছা😊
@kalpanabora9122
@kalpanabora9122 2 жыл бұрын
তুমি মোৰ প্ৰিয় তাতে আমাৰ যোৰহাটৰ বোৱাৰী ❤🙏তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগে মোৰ ❤ এবাৰ লগ পাইছিলো শিৱসাগৰত বিহু মাৰবিলে যাওঁতে ... ফটো মাৰিছিলো এতিয়াও মোৰ লগত সজতনে ৰাখি থৈছোঁ ❤মোৰ মৰমৰ বা
@dhanpravamahanta1506
@dhanpravamahanta1506 2 жыл бұрын
বৰ ধুনীয়া লাগিছে তোমাক বৰষা ।
@bonitakalita8811
@bonitakalita8811 2 жыл бұрын
বৰ ধুনীয়া হৈছে 🙏🙏🙏
@disapple5796
@disapple5796 2 жыл бұрын
Apunar sob videos r vitort val laga video bhagavat path .....
@sbvlogs3775
@sbvlogs3775 2 жыл бұрын
সচাকৈয়ে তুমি বহুত ভাল বোৱাৰী।
@hillsnplains
@hillsnplains 2 жыл бұрын
বৰ ভাল লাগিল৷ ভাগৱত পাঠ শুনি মনটো পৱিত্ৰ লাগি গ’ল৷
@dipulbharali2121
@dipulbharali2121 2 жыл бұрын
Moi video sua olp let hl bohut bohut val lagil mur favorite actres ba tumi hosai bhut vl tumi hukhi hua vogobanar osort parthona korisu🙏🙏
@munmichetia1331
@munmichetia1331 2 жыл бұрын
Khub bhal lagise tumak ai rup t dekhi.iyarporai bhagawat loi hewa jonaisu..
@satyahazarika
@satyahazarika 2 жыл бұрын
বহুত ভাল লাগিল বৰষা বা' ❤
@jyotidutta4788
@jyotidutta4788 2 жыл бұрын
Oti hundar baa apuni Jen hokolurei logot mili jabo parei hasai bahut vl lage
@dipsikhanath8662
@dipsikhanath8662 2 жыл бұрын
বা তোমি এজনী অভিনেত্ৰী হৈ ইমান ধুনীয়াকৈ মিলিব পাৰা ভাল লাগিল গাঁৱত বোৱাৰী বোৰৰ লগত
@ritombora687
@ritombora687 2 жыл бұрын
ইয়াৰে পৰা সেৱা জনাইছোঁ 🙏🙏
@himashreeboruah1215
@himashreeboruah1215 2 жыл бұрын
ভাগৱত শুনিলে মনতো পবিএ হয়
@neetineog6403
@neetineog6403 2 жыл бұрын
বহুত।ভাল লাগিল।ভাগৱত শুনি
@parielovescooking
@parielovescooking 2 жыл бұрын
Khub vaal lagile baa. Apunak bor val lage. Log pabo bor mon jai.
@mamugogoi5193
@mamugogoi5193 2 жыл бұрын
Huni val lage vagobot usor huwa hole golu hoi apunak logo paboloi bohut akha ase ba hodai sau vedio apunar
@krishnasaikia2739
@krishnasaikia2739 2 жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিলো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@niharikakalita2003
@niharikakalita2003 2 жыл бұрын
You are always exceptional my most favorite barasha ba❤. Always stay like this💖
@bishojitbora239
@bishojitbora239 2 жыл бұрын
Manisu borosha eman hunkala mile goisa val lagesa tumar vobisot utjol houk dai🙏🙏🙏
@simajyotisaikia398
@simajyotisaikia398 2 жыл бұрын
মৰম লগা বোৱাৰীজনী এসোপামান মৰম পঠাইছো
@dipalibaruah7119
@dipalibaruah7119 3 ай бұрын
Bohut.val.laga.aeyi.porebakh
@pridejorhat4261
@pridejorhat4261 2 жыл бұрын
কৌটি কৌটি প্ৰণাম জনালোঁ প্ৰভূ তোমাৰ চৰণ তলত
@Himashree17_nath
@Himashree17_nath 2 жыл бұрын
এই ভাগৱত পাথ চাই সঁচাকৈ মনটো বহুত ভাল লাগিল
@rumidas7057
@rumidas7057 2 жыл бұрын
কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম
@jyotshnabora7383
@jyotshnabora7383 2 жыл бұрын
মোৰো ভাগৱতৰ প্ৰতি বহুত হেপাহ অাছে, ভাগৱত পাঠ অাৰু ইয়াৰ ভাবৰ্থ বিলাক ভাঙি দিলে বুজিবলৈ সহজ হয়।
@kalpanasarmah4641
@kalpanasarmah4641 2 жыл бұрын
Bohut val lagil bhagowt path
Garden at our Jorhat Home | ভাওনাৰ আখৰা | Barsha Rani Bishaya
18:23
the balloon deflated while it was flying #tiktok
00:19
Анастасия Тарасова
Рет қаралды 10 МЛН
Synyptas 4 | Арамызда бір сатқын бар ! | 4 Bolim
17:24