Garden at our Jorhat Home | ভাওনাৰ আখৰা | Barsha Rani Bishaya

  Рет қаралды 1,631,401

Barsha Rani Bishaya

Barsha Rani Bishaya

2 жыл бұрын

#barsharanibishaya #bhaskarboruah #jorhat #vlog

Пікірлер: 1 400
@debasishkhanikar3591
@debasishkhanikar3591 2 жыл бұрын
আপোনাৰ যোৰহাটৰ ঘৰখনৰ পৰিবেশটো বৰ ধুনীয়া লাগিছে। আৰু আপুনি এগৰাকী অসমীয়া বোৱাৰী হিচাপে মানুহজনৰ গাঁৱত আহি যে মেখেলা চাদৰ পৰিধান কৰিছে সেয়া দেখি সচাকৈ বহুত বহুত ভাল লাগিছে। কাৰণ আজিকালি কিছুমান সাধাৰণ মহিলাই দুদিনমান টাউনত থাকি গাঁৱত গ'লে মেখেলা চাদৰ পৰিধান কৰিবলৈ বেয়া পায়। সেই সকলৰ বাবে আপুনি এগৰাকী আদৰ্শ বোৱাৰী
@madhusmitagogoi5270
@madhusmitagogoi5270 2 жыл бұрын
Right 👍
@LifestyleAbhi2M
@LifestyleAbhi2M 2 жыл бұрын
বহুত সুন্দৰ এটা কথা কলে 👍👍👍👍🤗
@debangansakia6702
@debangansakia6702 2 жыл бұрын
mekhela pindhilei adrokho buwari koi nekk ajj gom palu
@krishnaborah6160
@krishnaborah6160 2 жыл бұрын
Ww
@alpanagogoi5429
@alpanagogoi5429 2 жыл бұрын
বহত সুন্দৰ পৰিবেশ তোমাৰ লোকৰ ঘৰ খন সুন্দৰ সেউজীয়া পৰিবেশে
@purobidas6752
@purobidas6752 2 жыл бұрын
Eman bhal kio..emn স্পষ্ট কথাবোৰ।।। ইমান মৰম t koi কথাবোৰ।। শুনি থাকিলে শুনি থাকিব মন যাই।।।সদায় প্ৰিয় হয় থাকিব।।ভালে থাকক সদায়।।❤️❤️❤️
@MinakshiKalita-cn3ug
@MinakshiKalita-cn3ug 22 күн бұрын
kzbin.info/www/bejne/pZLHg4Snfst1bZYsi=7Lzq0sE0ZkH6zGHt
@monalishahazarika2503
@monalishahazarika2503 4 ай бұрын
ইমান যে সহজ সৰল মানুহজনী অলপো কৃত্ৰিমতা নাই....সুন্দৰ চেহেৰা থাকিব পাৰে কিন্তু এটা সুন্দৰ মন সকলোৰে নাথাকে...বাজনি ভালে থাকক আপুনি❣️
@Utpalborah631
@Utpalborah631 2 жыл бұрын
বৰষা বা'ই ঘৰখন বৰ সুন্দৰকৈ আৱৰি ৰাখিছে। ভাল লাগিল। মহানগৰীতে ডাঙৰ হৈ, এগৰাকী চেলিব্ৰেটি হৈয়ো নাই অলপো কৃত্ৰিমতা। ব্যস্ততাৰ মাজতো গাঁৱৰ অনুষ্ঠানক প্ৰাধান্য দি গাঁৱৰ সমাজৰ সৈতে গঢ়ি তোলা একাত্মতাই আকৌ এবাৰ প্ৰমাণ কৰিলে বৰষা বা' অনন্যা...ভালে থাকক বা'...।
@upasanakataki5738
@upasanakataki5738 2 жыл бұрын
Bor bhal lagil Barasha....
@sherryburagohain1472
@sherryburagohain1472 2 жыл бұрын
আপুনি মানুহ চিনি পায় আৰু সহজ সৰল জীৱন ভাল পায়৷অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি থকা আন্তৰিকতাক সঁচাই শলাগ ল’ব লগীয়া৷প্ৰকৃততে আপুনি আচল অসমীয়া অভিনেত্ৰী৷Love you. ৷
@barshabishaya
@barshabishaya 2 жыл бұрын
এদিন সকলো মৰিম দেখোন , সেই কথা মনত ৰাখিলে আচলতে বাকি সকলোখিনি মিছা যেনেই লাগে। সেয়ে জীৱনটো উদযাপন কৰি ভাল পাওঁ। তোমালৈ অশেষ ধন্যবাদ 🤗💕
@rupacookingdanceandvlog3385
@rupacookingdanceandvlog3385 2 жыл бұрын
বহুত ধুনীয়া কৈ সজাইছে বাগিচা খনী আপুনি। আপুনি সকলো মানুহৰ লগতে যি কোনো ঠাইত খূব সহজে মিলি যাব পাৰে। আপোনালৈ মৰম সদাইয়ে আপোনাক এদিন লগ পাইছো। কথাবোৰ ভাল লাগিছে। মনত অহংকাৰ নাই সহজ মনৰ মানুহ আপুনি 🥰🙏🙏🙏🙏🙏🙏বা
@anwarahmed6477
@anwarahmed6477 Жыл бұрын
Thanks brother
@nabanitasaikia8749
@nabanitasaikia8749 2 жыл бұрын
Video to চাই বহুত ভাল লাগিলে❤️❤️ ভাওনাৰ আখৰা চাইও ভাল লাগিল আৰু লগতে তোমাক❤️❤️❤️
@subudhkumardas6003
@subudhkumardas6003 2 жыл бұрын
Sublime beauty of nature. Be happy forever. God bless you.
@tutumonidaimary3719
@tutumonidaimary3719 2 жыл бұрын
Beautiful baa..😍😍❤️❤️❤️❤️❤️❤️
@Channdrimaa
@Channdrimaa 2 жыл бұрын
❤অ...... বা , ইমান ধুনীয়া সকলো ফালে ❤ ঘৰখনো ইমান ধুনীয়া ।
@nabanitasaikia207
@nabanitasaikia207 2 жыл бұрын
বৰ ধুনীয়া।কথাবোৰ খুব ভাল লাগে ।ইমান স্পষ্ট আৰু সাৱলীল।
@junphukan2773
@junphukan2773 4 ай бұрын
বৰষা বা এগৰাকী বহুত ভাল আৰু ধুনীয়া অভিনেত্রী, আৰু তোমাৰ সহজ সৰল কথা বোৰ শুনি মোৰ মন চুই গল, সদায় ভালে থাকা বা❤❤
@deepabora1865
@deepabora1865 2 жыл бұрын
বৰ ভাল লাগিল ❤️ অবিৰত ভাগৱতলৈ শতকোটি প্ৰনাম জনাইছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻
@poriboraphukan7817
@poriboraphukan7817 2 жыл бұрын
যোৰহাটৰ এগৰাকী লক্ষ্মী বোৱাৰী তুমি বৰষা । আজি মোৰ প্ৰথম কমেণ্ট তোমাক । মইও কিন্তু যোৰহাটৰ দেই । বৰ্তমান নগাঁওত আছো । তোমাৰ কণ্ঠ আৰু অভিনয়ক মই বহুত ভাল পাওঁ । তোমাৰ আৰু ভাস্কৰৰ উজ্বল ভবিষ্যত কামনা কৰিছোঁ , ভগৱানৰ ওচৰত ।
@nibeditamahanta4983
@nibeditamahanta4983 2 жыл бұрын
Bohut val lagil sai.
@bharatisaikia1388
@bharatisaikia1388 Ай бұрын
এতিয়া ঘৰত এজনী ধুনীয়া গাঁৱলীয়া বুৱাৰী যেন লাগিছে । তোমাৰ মৰমিয়াল কথাবোৰে ইমান ভাল লাগে।ভগৱানে তোমাক কউশলএ ৰাখক
@gitaboro3833
@gitaboro3833 27 күн бұрын
drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view
@haripriyary6410
@haripriyary6410 2 жыл бұрын
Dhuniya baa joni ❤❤❤
@Lakhimi6
@Lakhimi6 2 жыл бұрын
God bless you both. Stay happy and healthy. 🧿🧿🙌🙌🙌🙌🙌🙌🧡🧡🧡🧡
@tanishqhazarika4588
@tanishqhazarika4588 2 жыл бұрын
ইমান ধুনীয়া কৈ সকলোৰে লগত মিলি যোৱা। বহুত ভাল লাগে তোমাক
@susumnabrahma8915
@susumnabrahma8915 2 жыл бұрын
Congratulations dear. Beautiful place. My favourite couple.
@munmibora7280
@munmibora7280 2 жыл бұрын
বহুত ভাল লাগিল । পৰিৱেশ টো ইমান শান্ত । আমাৰ গাঁৱৰ দৰে ।
@asomibharali6371
@asomibharali6371 2 жыл бұрын
খুউব সুন্দৰ বৰষা। ভাল লাগিল ঘৰৰ পৰিবেশ আৰু ভাওনাৰ আখৰা চাই । 👌👌💐💐
@paporigogoihandique4802
@paporigogoihandique4802 2 жыл бұрын
ঘৰখনৰ পৰিবেশটো ইমান ধুনীয়া❤️
@purabiborah5604
@purabiborah5604 2 жыл бұрын
ভাল লাগিল দেই বা,মৰম তোমালৈ 😘😘
@luhitkoch9279
@luhitkoch9279 2 жыл бұрын
অতি সুন্দৰ 🥰💕😘
@loyashreebora3039
@loyashreebora3039 2 жыл бұрын
Love from bahona❣️dhuapukhuri gaon khn bhut dhunia hoi💞pukhuri tu hoite bhut besi dhunia❣️
@bitumahanta6701
@bitumahanta6701 2 жыл бұрын
সুন্দৰ মনৰ গৰাকী তুমি সেইবাবে পৰিবেশৰ লগত নিজকে সুন্দৰ কৈ খাপ খুৱাই লৈছা। বহুত মৰম আৰু শুভেচ্ছা থাকিল তোমালৈ
@user-yb1jl3pd4l
@user-yb1jl3pd4l 2 жыл бұрын
সদায় এনেদৰে কুশলে থাকা বা😘😘ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো.অনাগত দিনবোৰ সুখৰ হওক তুমাৰ
@rubiboruah6329
@rubiboruah6329 2 жыл бұрын
Hosakoi borokha kotha bur mon sui jai.bor val lage
@Lucky22425
@Lucky22425 2 жыл бұрын
Eman dhunia video ba💕😘♥️
@munmunhazarika1526
@munmunhazarika1526 2 жыл бұрын
বৰষা বা এগৰাকী খুব ভাল অভিনেত্ৰী হৈ ইমান সহজ সৰল ভাবে গাওঁ খনৰ লগত মিলি গৈছে। দেখি য়ে ভাল লাগিছে। খুব সুন্দৰ বা। আপোনাৰ এই গুণটো বৰ ভাল লাগে।
@momikrichankalita3409
@momikrichankalita3409 2 жыл бұрын
Advance congratulations for 400k baa gd bless u always lv u
@bijumanibaishya7472
@bijumanibaishya7472 2 жыл бұрын
আপোনাৰ এই সহজ সৰল কথাবোৰৰ কাৰণে বহুত বেছি ভাল লাগে আপোনাক । ইমান বহল মনৰ মানুহগৰাকীক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছোঁ মনত কেতিয়া যে পূৰণ হ'ব ❤️ বৰষা বা সদায় ভালে থাকক ❤️
@MinakshiKalita-cn3ug
@MinakshiKalita-cn3ug 22 күн бұрын
kzbin.info/www/bejne/pZLHg4Snfst1bZYsi=7Lzq0sE0ZkH6zGHt
@sumilahan2
@sumilahan2 2 жыл бұрын
সকলো পৰিৱেশৰ লগত খাপ খাই পৰিব পৰা মানুহ গৰাকী ❤ বহুত মৰম আপোনালৈ আৰু আপোনাৰ সৰু সুখী পৰিয়ালটোলৈ 💐 ভালে থাকক ❤❤
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
😈😉😄😄😬😉😃😄😉😯😄
@indiastalentassam7854
@indiastalentassam7854 2 жыл бұрын
Hosai...bor xundor poribekh❤️
@Jugaldas-sn3do
@Jugaldas-sn3do Ай бұрын
Dhunia baa ❤❤❤
@pujachangmaivlog2383
@pujachangmaivlog2383 2 жыл бұрын
Advance congratulations for 400k barsha baa..🎂🎂❤️🥰🥰আৰু তুমি ভালে থাকা তাৰে কামনা কৰিলোঁ ।teokr pora morom dilu..
@BoishnobPranBorah
@BoishnobPranBorah 2 жыл бұрын
✨Mur video u sabo✨ sun jodi bhal lage tente ✨support koribo❤️🙏✨ .
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@nonvegfun.2.039
@nonvegfun.2.039 Жыл бұрын
Hii
@gitaboro3833
@gitaboro3833 27 күн бұрын
drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view
@lunadehingia8796
@lunadehingia8796 2 жыл бұрын
বা ৰ কথাবিলাগ শুনিলে, চালে চাই থাকিব মন যায় 😊🤗❤️😍
@pujagogoi2021
@pujagogoi2021 2 жыл бұрын
Hosake kintu de .moi vabi asilu heitu kothake
@bulbuldutta9043
@bulbuldutta9043 2 жыл бұрын
@Jonmani daily vlogs nasao o
@gitaboro3833
@gitaboro3833 27 күн бұрын
drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view
@lifeslives7125
@lifeslives7125 2 жыл бұрын
lovely..down to earth.
@souravchangmai2155
@souravchangmai2155 2 жыл бұрын
Borsha baa... ❤️❤️❤️Dhuniya vlog.
@krishnamonivlogs5611
@krishnamonivlogs5611 2 жыл бұрын
Beautiful vlog ❤️❤️❤️
@dipanjalisharma1929
@dipanjalisharma1929 2 жыл бұрын
Aponar ghoror poribasto so val lagil ba
@ushagogoi5613
@ushagogoi5613 2 жыл бұрын
My favorite barasha ba, Love from Moran lengeri💖💖💖💖💕💕💕💕😍😍😍
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@mridulrajbongshi2855
@mridulrajbongshi2855 Жыл бұрын
Bhut vl lagile baido apunr vedio to sai🙏🙏🙏🥰
@rakhipaulmalakar5442
@rakhipaulmalakar5442 2 жыл бұрын
Khub sundor khub bhalo laglo didibhai ❤️😘
@anjumonidutta396
@anjumonidutta396 2 жыл бұрын
মই সদায় এটা কথা মন কৰো,বৰ্ষা বৰ ভগবান ভক্ত,ঈশ্বৰেই মনৰ আশা পূৰণ কৰিব
@dipadutta1602
@dipadutta1602 2 жыл бұрын
Val lagise
@sumiboruah1410
@sumiboruah1410 2 жыл бұрын
Watching your videos is by d way detoxification for us...So humble u r..Be it always dear..
@barshabishaya
@barshabishaya 2 жыл бұрын
❤️ Thankyou so much for the beautiful compliment. You truly made my day
@sumiboruah1410
@sumiboruah1410 2 жыл бұрын
@@barshabishaya most wlcm....There r many like me who r always willing to make ur day....coz u r someone so special and u deserve to be celebrated.. 🎉🎉
@gitaboro3833
@gitaboro3833 27 күн бұрын
drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view
@sangitadeka2249
@sangitadeka2249 2 жыл бұрын
Dhuniya baaa 😘 love from mangaldai 🤗❤️😘
@bharatchdeka9785
@bharatchdeka9785 2 жыл бұрын
Dhuniya baa vl lgil si ❤️😌❤️
@borshaduarah1094
@borshaduarah1094 2 жыл бұрын
টীয়কৰ পৰা মৰম যাঁচিলো বা❤
@diksha8756
@diksha8756 2 жыл бұрын
Congratulations to u ba 400k subscribers completed 🥳🥳🥳🥳❤❤
@nabanitadutta1062
@nabanitadutta1062 2 жыл бұрын
Ghrto aru porebakh to khub dhuniya,agoraki adorkhoban buwari baa apuni😘😍😍😍
@honeypaji2423
@honeypaji2423 2 жыл бұрын
Bhut bhut morm apunaloi borsha ba..... 5 may t apuni oha biyaloi apunak lg pai vl lgil borsha ba nd bhasker da..... 😍🥰🥰🥰🥰apuni hosakoi bor morm lga... Lg pai vl lgil
@raktimsaikia8312
@raktimsaikia8312 2 жыл бұрын
সুন্দৰ পৰিবেশ, সুন্দৰ মনৰ মানুহ।সদায় ভালে থাকক।
@user-hn4wm5br7s
@user-hn4wm5br7s 2 жыл бұрын
মৰমৰ বা জনী😘😘❤️❤️😊🤗🤗
@786rj__riyan8
@786rj__riyan8 Жыл бұрын
Khub dhuniya😍you r so soo cute😍
@pilingadeka
@pilingadeka Жыл бұрын
অতি সুন্দৰ খুব বৰ ধুনীয়া বহুত ভাল লাগিলে বাইদেউ tmm boria moja পৰিবেশ আপোনাক god bless you and keep it up best of luck
@borshaborah5237
@borshaborah5237 2 жыл бұрын
Congratulations baa for 400k😍
@gitashritarapdar3338
@gitashritarapdar3338 2 жыл бұрын
তোমাকে আমি অনেক ভালোবাসি,,,always salute your balanced life,,,,though Bhaskar is pays এ whole time role with you but you are মধ্য মণি,,,,,তোমার তুলনা নাই,,,,asset of assam,,,,
@basudevborah3313
@basudevborah3313 2 жыл бұрын
পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা থাকিল য়োৰহাতব ভাওনা আখৰা চায় বহুতো ভাল লাগিল
@dipduttasaikia2038
@dipduttasaikia2038 2 жыл бұрын
Borhia lagil video tu saai...thanx...🙏👌👍
@nilakshisharmavlogs1457
@nilakshisharmavlogs1457 2 жыл бұрын
তোমালোকৰ ঘৰখন বহু ভাল লাগে
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@mousumimousumi6114
@mousumimousumi6114 2 жыл бұрын
বা তোমালোকৰ যোৰহাটৰ ঘৰটো ভালকৈ দেখাবাচোন ৷ তোমাক বহুত মৰম যাছিলো ❤️❤️❤️
@kalpanaborah3219
@kalpanaborah3219 2 жыл бұрын
Eemman j xundor Natural beauty, Wah... jabohe mn goise . Sorair kirili suna baah. Tumakuekkebare Laximi buwari jn lagise dei.
@pritomsaikia.3497
@pritomsaikia.3497 2 жыл бұрын
Bor dhunia apuner lukr ghrr pribekh borokha ba. 🌺🌺🌺
@bloodlinegaming331
@bloodlinegaming331 2 жыл бұрын
আপোনী যিমান ধুনীয়া তাতোতকৈ ধুনীয়া আপোনাৰ মন,,,,,, ভাষা নাই বুজাবলৈ 🥰🥰🥰
@pklife2094
@pklife2094 2 жыл бұрын
So down to earth and humble person..
@moniruddin2506
@moniruddin2506 2 жыл бұрын
Moromoraajoni
@lobitaboroboro8635
@lobitaboroboro8635 2 жыл бұрын
Bohut bohut val lagile ba...video tu Sai
@moromoramarassamofficial
@moromoramarassamofficial 2 жыл бұрын
Khundor hoise val lagile video2 sai aru aguwai juwa proud to be assam
@aksdam2690
@aksdam2690 2 жыл бұрын
Wow I literally enjoyed this video so much.i remember I used to watch " BHAUNA" with my grandma when I used to visit her during summer vacation.All my memories comes back like flashbacks as I have left Assam long back. Appreciate your style of talking so full of grace.👌👌
@mitumedhi9464
@mitumedhi9464 2 жыл бұрын
Vaghs ru ze ze🤗👍🇳🇪🐒🐀🤩h msmgheh
@dipshikhadeka6410
@dipshikhadeka6410 2 жыл бұрын
আপোনাৰ সুমধুৰ কন্ঠই মুগ্ধ কৰি পেলালে বা ❤️❤️❤️
@madhabtamuli9771
@madhabtamuli9771 2 жыл бұрын
ভাল লাগিল। কিন্তু হোটেল গলমহৰ বাইপাছ ত নহয় choladhorat
@babatugogoi1443
@babatugogoi1443 2 жыл бұрын
Ke khobor Baydo vallny apwnar
@rajuboruah6384
@rajuboruah6384 2 жыл бұрын
বৰ সুন্দৰ পৰিবেশ ভাল লাগিছে বৰযা ভালে থাকা হাহি থাকা আশীৰ্বাদ কৰিছো।
@sumimedhi3943
@sumimedhi3943 2 жыл бұрын
mojjah lagil dei ei vlg tu sai...❤
@JasmineAsomiya
@JasmineAsomiya 2 жыл бұрын
Congratulations barsha ba for 400k subscribers❤🎂
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@babli6935
@babli6935 2 жыл бұрын
Congratulations..barsha ba for 400k subscriber❤️
@kalpanabordoloi6180
@kalpanabordoloi6180 2 жыл бұрын
Eiman bhal lagisea poribesh tu 🥰😍😍
@manalishadas2421
@manalishadas2421 2 жыл бұрын
Advance congratulations for 400k barsha baa 🎂❤😘
@wragogaming851
@wragogaming851 2 жыл бұрын
Hiip
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
😄😄😄😄😄😄😄😄😄😄
@gitaboro3833
@gitaboro3833 27 күн бұрын
drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view
@sangitasdiary
@sangitasdiary 2 жыл бұрын
Beautiful
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@anadiborahlifestyle5584
@anadiborahlifestyle5584 2 жыл бұрын
বৰ সুন্দৰ লাগিল।💕 আগুৱাই যাওক।
@nabanitadeka2286
@nabanitadeka2286 2 жыл бұрын
Barsha ba aaponar jorhatar gharkhon sai khub bhal lagil 🌁🌁
@sangitarajguru8701
@sangitarajguru8701 2 жыл бұрын
আপুনি ইমান ধুনীয়াকৈ নিজৰ সকলোখিনি দায়িত্ব পালন কৰে,সেয়ে আপুনি বেছি প্ৰিয় বৰষা বা 🥰
@gunjaganguly8837
@gunjaganguly8837 2 жыл бұрын
ইমান সহজ সৰল নিভাজ তুমি বা☺️♥️ সঁচাকৈ তুমি অতুলনীয় 🙏🏼🙏🏼
@himashridevi4301
@himashridevi4301 2 жыл бұрын
Apunak Bohut bhal lge baa ..❤️❤️ Apunar xaralota xosai xolag lbo logiya...
@creativecornerbykripanjit9406
@creativecornerbykripanjit9406 2 жыл бұрын
Apuni kintu dhuniya koi balance korise baa❤️❤️professional life or real life😍🌺💞bohuttt morom…..agoraki upojukti buwari,anei apunar behaviour aruu Gaon r poribesh t byobohar duita prithok apunar,val lagise dekhi deiii🦋
@YuvanjeetChangmai
@YuvanjeetChangmai 2 жыл бұрын
তোমাক আজি বহুত ধুনীয়া লাগিছে❤❤❤ যোৰহাটৰ fresh hawar কাৰনে হয়তু😂😂
@purabidasassam2971
@purabidasassam2971 2 жыл бұрын
৪লাখ পৰিয়ালৰ ফালৰ পৰা আপোনালৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো, আগলৈ আপোনাৰ ইউটিউব পৰিয়ালৰ সদস্য বৃদ্ধি হৈ থাকক, আৰু আপোনাৰ সকৰাত্মক নতুন নতুন কিছুমান কথা আমিও শিকিবলৈ পাই থাকিম তাৰে আশাৰে...........
@barshabishaya
@barshabishaya 2 жыл бұрын
Thankyou So much dear
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@Minivlogwithmaina
@Minivlogwithmaina 2 жыл бұрын
🥰🥰🥰🥰ভাগৱতত লগ পোৱাৰ আশাৰে❤️❤️❤️❤️
@akshaykrvlogs5684
@akshaykrvlogs5684 Жыл бұрын
Barasha ba keep it up....apuni aguwai juwa.... never give up...
@Biswajitboruah90
@Biswajitboruah90 2 жыл бұрын
Hi ....tumar val ne baa???
@shygirl27
@shygirl27 Жыл бұрын
ইমান মৰম লগা ....🤗 স্পষ্ট কথাবোৰ ..শিকিছো মই ও দেখি শুনি স্পষ্ট কৈ কবলৈ তোমাৰ দৰে 😁....শুনি বহুত ভাল লাগে ....ইমান সহজ সৰল ভালে থাকা সদায়...♥️🥰
@Nikusvlog
@Nikusvlog 2 жыл бұрын
Love you barasha baa😍tumi bohut simple ke thka gaon t goi xokolore lgt imn dhuniya ke adjust hoisa imn vl lagise ☺️
@kakalikalita6430
@kakalikalita6430 2 жыл бұрын
Apunar kotha bilak bht morom logal baa..love you❤️😘😘..vale thaka ❤️
@swapnamedhi4592
@swapnamedhi4592 4 ай бұрын
Video Tu sai bohut bhal lagil ❤❤❤❤❤❤❤
@jayashreebaruah2877
@jayashreebaruah2877 2 жыл бұрын
ভাল লাগিল বা 😍 অবিৰত ভাগৱতলৈ সেৱা জনালোঁ 🙏
@jaan__kumar5013
@jaan__kumar5013 Жыл бұрын
Bohut dunia lagise borha rani baa, vary vary nice video ☺☺☺☺☺☺☺☺☺☺❤❤❤❤❤❤
@indumonikonwar5346
@indumonikonwar5346 2 жыл бұрын
Jorhat r dhunia Buwari jni.... Vale asa ne ba🥰🥰🥰 Nd Sivsgr nariza r pora bht bht Morom tumaloi😘😘
@sultanarejia332
@sultanarejia332 2 жыл бұрын
Congratulations for 400k barsha baa❤️❤️❤️❤️
@sadhanasaud4043
@sadhanasaud4043 Жыл бұрын
Beautiful. God bless you❤
@ravinabaruah7971
@ravinabaruah7971 4 ай бұрын
Her simplicity is very inspiring.❤
@jayashreemedhi978
@jayashreemedhi978 2 жыл бұрын
ঘৰখনৰ পৰিৱেশটো বহুত ধুনীয়া বা❤️
@rubita.B
@rubita.B 2 жыл бұрын
Ajoni guwahatir swali hoiu apuni eman dhunia k gaon.r xohoj xorol jibon japonot milise,, xeibbei apunak val lage baa....xokolute milibo pare apuni...lots of love ❤️❤️
@nabanitaborah2463
@nabanitaborah2463 2 жыл бұрын
ভাল লাগিল বা..ভাগৱতৰ তও্বকথা সঁচাই বৰ সুমধুৰ
@urbipriyaborahofficial6008
@urbipriyaborahofficial6008 2 жыл бұрын
Baa 2mr video bur sai bht vl lge....love from jorhat....❤
@ProbitraBaruah-cb8cw
@ProbitraBaruah-cb8cw 4 ай бұрын
Val lagil Love from Rajasthan❤❤
@breakheart-vn7rx
@breakheart-vn7rx Жыл бұрын
bor dhuniya lagil sai baa apunar ghor khon aru apunak ❤☺
Каха заблудился в горах
00:57
К-Media
Рет қаралды 10 МЛН
A house in England - এটা ঘৰৰ ভিতৰত
15:01
Dimpu's Vlogs
Рет қаралды 2,2 МЛН
Папа гений
0:23
Вельзевул
Рет қаралды 3,4 МЛН
Невероятный челлендж
0:51
TanobobaShorts
Рет қаралды 2,6 МЛН
GIANT umbrella by Tsuriki Show
0:15
Tsuriki Show
Рет қаралды 6 МЛН
Девушка великан ходит по городу #фильм #кино
0:48
ТЫ С ДРУГОМ В ДЕТСТВЕ😂#shorts
1:00
BATEK_OFFICIAL
Рет қаралды 6 МЛН