ভাগৱত পাঠ||আমগুৰিঘাট নামঘৰ||শিৱসাগৰ নগৰ

  Рет қаралды 28,216

অমৃতকথন(Lohit Handique)

অমৃতকথন(Lohit Handique)

Күн бұрын

Пікірлер: 33
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ। প্ৰথম প্ৰভো সমস্ত প্ৰণাম জনালো। বহুত সমধুৰ। প্ৰভো।
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ প্ৰভূ সেৱা জনাইছো অতি সুন্দৰ ভাগবত কঁথা শুনি বৰ আনন্দ পাছে কৃষ্ণ প্ৰভূ ঈশ্বৰ কৌটি কোটি প্ৰণাম জনাইছো কৃষ্ণ 🙏🙏জয়গুৰুজনা সেৱা জনাইছো কৃষ্ণ
@kumudinisaikia1979
@kumudinisaikia1979 2 жыл бұрын
কৃষ্ণ শংকৰ হৰি ৰাম ৰাম ৰাম🙏🙏🙏
@ranjudeka5852
@ranjudeka5852 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব 🙏🙏🙏
@lakhigogoi4618
@lakhigogoi4618 8 ай бұрын
ইমান সুন্দৰ হৈছে বটা
@PradipGogoi-i7b
@PradipGogoi-i7b 8 ай бұрын
সাম্প্ৰতিক কালত জগতত বিশেষকৈ ধৰ্ম আৰু ৰাজনৈতিক সামাজিক সাংস্কৃতিক বৌদ্ধিক শৈক্ষিক কলা সাহিত্য শিল্প বাণিজ্য জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আদি বিভিন্ন ধৰণৰ দিশ সমূহত ইমান জোৱাৰ ভ্ৰাট্টা উঠিছে যেন জগত খন এখন বৈকুণ্ঠ পুৰী হৈ পৰিব ধৰিছে। ৰাজনীতি ধৰ্ম নীতি সমাজ সংস্কাৰ সংস্কৃতিৰ নৱ দিশ বিজ্ঞান কাৰিকৰী শিল্পকলা ক্ৰীড়া আদি সকলোতে জয়জয় ময় ময়। জগত খন সকলো দিশতে সৰ্বশ্ৰেষ্ঠ সবসদ্ধ হৈ গৈছে। বাকী আৰু একো নাই। মিছা কথা একো হোৱা নাই। বাহিৰে ৰঙচঙ ভিতৰে কুৱা হাতুৰী। বৰ্তমান সময়ত ধৰ্ম নীতি সমাজ নীতি ৰাজনীতি বিজ্ঞানৰ পৰিসৰ আত্ম বোধ আত্ম উপলব্ধি আৰু আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আৰু আধ্যাত্মিক ‌ধ্যান ধাৰণা কিমান শ্ৰেষ্ঠতম। জীৱ শ্ৰেষ্ঠ মানৱৰ হ্নদয়ত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস ৰ বিপৰীতে শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অহ্ঙকাৰ কামনা বাসনা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক ৰিপু আৰু গুণ সমুহ ভৰি আছে। জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্যতাৰে হাজাৰ হাজাৰ বিভেদৰ উৎপত্তি। প্ৰাচীন কালৰ ভাৰতৰ ঐতিহাসিক পটভূমিত বুজি পায় যুগ্য ভোগ্য বসুন্ধৰা। সাম্প্ৰতিক কালৰ দৰে সকলো বিষয়তে ইমান ইমান হাজাৰ হাজাৰ একো নাই। মাএ অনন্ত কোটি ব্ৰহ্মাণ্ডত এটা অন্তহ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ বস্তু আছিল পৰম ব্ৰহ্ম। তাৰ পৰাই উৎপত্তি হৈছে পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ। পৰা হ'ল চেতনা আৰু প্ৰেম আৰু অপৰা হ'ল মায়া আৰু বিনাশ শীল। ব্ৰহ্মৰ পৰা উৎপত্তি হোৱা পৰা আৰু অপৰা প্ৰকৃতিৰ দেহ আৰু দেহী এক প্ৰাণী আৰু ব্ৰহ্ম অজনমা অমৰন অভগন অলিপ্ত অচিন্ত অব্যক্ত সবাও উদ্ধত কালৰ অতীত। ব্ৰহ্ম সত্য জগৎ মিথ্যা।জগত মানে অনন্ত কোটি ব্ৰহ্মাণ্ড। উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি প্ৰাণীৰ উৎস ব্ৰহ্ম গতিকে ব্ৰহ্ম সত্য। ব্ৰহ্ম ঈশ্বৰৰ ওপৰত। ব্ৰহ্ম পৰম ধৰ্ম। ব্ৰহ্ম অনন্ত কোটি ব্ৰহ্মাণ্ড। তেওঁ এক। বাকী সকলো জীৱ প্ৰকৃতি তেওঁৰেই প্ৰতিবিম্ব। ইমান দীঘলীয়া ৰাজনীতি ধৰ্ম নীতি সমাজ সংস্কাৰ সংবিধান সংশোধনী কৰি লাভ নাই। ৮০/মানুহে কি বুজি পাইছে জানা না জানি। প্ৰদীপ গগৈ।
@shyamantaneog7937
@shyamantaneog7937 2 жыл бұрын
Bor hundor hoise provu 🙏🙏🙏
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna bap bhal bhal Krishna Krishna.
@DipenSaikia-dz3cp
@DipenSaikia-dz3cp 20 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ramcharandeka9143
@ramcharandeka9143 2 жыл бұрын
Krishna Sankara Guru Hari Ram.
@debajyotigogoi2878
@debajyotigogoi2878 2 жыл бұрын
Krishno 👏👏👏
@nripenburagohain
@nripenburagohain 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো
@nripenburagohain
@nripenburagohain 5 ай бұрын
বাপবৃন্দৰ সুন্দৰ কন্ঠ
@kaberigogoi38
@kaberigogoi38 2 жыл бұрын
Val lagesa hunee 🙏🌼
@sukhamtamuli5759
@sukhamtamuli5759 2 жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏
@jitamonimech9670
@jitamonimech9670 2 жыл бұрын
Krishna 🙏🙏🙏
@phanindrachelleng2170
@phanindrachelleng2170 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@munindrasaikia7443
@munindrasaikia7443 Жыл бұрын
সুমধুৰ কণ্ঠত ভগৱন্তৰ পাঠ শুনিবলৈ পালো। ধন্যবাদ পাঠক বাপ সমস্ত।
@PRONOB12
@PRONOB12 Жыл бұрын
bhut dhunia lage huni...
@PRONOB12
@PRONOB12 Жыл бұрын
Nijor ghr sutale patibo bhut mn ase... krishna... olp hokti dia
@rajibbora516
@rajibbora516 6 ай бұрын
Krishna....krisha
@nityakakoti2918
@nityakakoti2918 2 жыл бұрын
🙏🙏🙏
@sabitriboruah4411
@sabitriboruah4411 Жыл бұрын
🙏
@sadanandaburagohain4169
@sadanandaburagohain4169 2 жыл бұрын
কৃষ্ণ 🙏
@kabitadas61
@kabitadas61 2 жыл бұрын
Krishna
@minatimech4993
@minatimech4993 Жыл бұрын
Krishna baap.
@sangitaborahrangpur
@sangitaborahrangpur 2 жыл бұрын
কৃষ্ণ।
@kharkhuaokhomia5949
@kharkhuaokhomia5949 Жыл бұрын
কৃষ্ণ কৃষ্ণ ব্যাখ্যা হলে নুশুনিলো।কেৱল পাঠহে শুনিলো।
@ManashPratim-l4e
@ManashPratim-l4e Ай бұрын
R
@gyandeepofficial-jd8rq
@gyandeepofficial-jd8rq 4 ай бұрын
Kisu ussaron bhul hoise.krishna.
@debendas6892
@debendas6892 Жыл бұрын
Krishna 🙏
@jurisaikia7456
@jurisaikia7456 Жыл бұрын
🙏🙏🙏🙏
@lakhiborah4982
@lakhiborah4982 2 жыл бұрын
কৃষ্ণ 🙏🙏🙏
গীতা পাঠ,মূল পাঠক পদ্ম কাকতি
47:41
শ্ৰৱণ কীৰ্তন DEBOJIT NEOG
Рет қаралды 246 М.
路飞做的坏事被拆穿了 #路飞#海贼王
00:41
路飞与唐舞桐
Рет қаралды 26 МЛН
দেৰগাঁও||জৰাগুৰি@জ্যোতিময়Jyotimoy
1:47:13
জ্যোতিময় Jyotimoy
Рет қаралды 88 М.
ভাগৱতপাঠ||দ্বৈত কন্ঠত||জাগুন @lohithandique8735
46:31
অমৃতকথন(Lohit Handique)
Рет қаралды 37 М.
ভাগৱত পাঠ#পদ্মকাকতি#podmakakoti#
15:12
ভাগৱত পাঠ।পদ্ম কাকতি বাসগৃহ।#ৰংপুৰ
42:31
ভকতি ভাণ্ডাৰ(RONTU BORUAH)
Рет қаралды 354 М.