ভাগিনৰ নৃত্য চাই আত্মাহাৰা হৈ পৰিল মামা-মামী।

  Рет қаралды 119,065

TIME8 News

TIME8 News

Күн бұрын

Пікірлер: 180
@alpanahazarika7178
@alpanahazarika7178 3 жыл бұрын
মনত পৰিছে সেই মহান ব্যক্তিজন লৈ যি গৰাকী মহান সত্বাই বিচাৰি পাইছিল এনে অভিনৱ, অনুপম, নজহা-নপমা সংস্কৃতিৰ কঠিয়া। যিয়ে চিৰকাল অসমৰ সংস্কৃতিৰ বৰপথাৰখন ৰহনীয়া কৰি ৰাখিব। তেখেতৰ অনুগামীসকলক এনেদৰে সন্মানিত কৰা বাবে মহান মামাগৰাকীলৈ থাকিল অশেষ ধন্যবাদ। সংস্কৃতি অবিহনে এটা জাতি অংগহীন শৰীৰ। শিল্পী সকললৈ আৰু তেওঁৰ মামা, গৰাকীলৈকো জনালোঁ আন্তৰিক অভিনন্দন।
@namitaphukan1171
@namitaphukan1171 3 жыл бұрын
কি সুন্দৰ আৰু নিখুঁত প্ৰদৰ্শন 👏👌। অভিভূত হৈ পৰিছোঁ। সৰু গোসাঁই সকললৈ মোৰ বহুত বহুত মৰম আৰু শুভকামনা থাকিল 🙏
@putalamahanta759
@putalamahanta759 2 жыл бұрын
Bor Sundor
@madhabilataramchiary6646
@madhabilataramchiary6646 3 жыл бұрын
কণ কণ ভকত সকলৰ অনুপম মাটি আখৰা দেখি অজানিতে চকু পানী নিগৰি গল৷তেওলোকৰ ভৱিষ্যত উজ্বল কামনা কৰিলো৷🙏
@nilimakalita4583
@nilimakalita4583 3 жыл бұрын
মাজুলী অসমৰ পৰিচয়।
@amarsarmah6619
@amarsarmah6619 3 жыл бұрын
সচাই গৌৰৱ অনুভৱ কৰিছো।অসমৰ সুন্দৰ নৃত্য গীত সমূহ এনে মন্সত উপস্থাপনৰ সুবিধা কন কৰি দিয়াৰ বাবে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিলো।
@bantineog6722
@bantineog6722 2 жыл бұрын
বহুত ভাল লাগিছে। সন্মানীয় মূখ্যমন্ত্ৰী মহোদয় য়ে গুণীৰ গুণ বুজি পোৱা এজন মহান ব্যক্তি বুলি ভাবিছোঁ।
@beautygogoi8013
@beautygogoi8013 2 жыл бұрын
Joi guru sankar🙏🙏 Thanks CM sir
@benudhardas3036
@benudhardas3036 3 жыл бұрын
অতি ভাল লগা পৰিৱেশন। ই এক ভবিষ্যৎ শুভ লক্ষণ! সুন্দৰ নিদৰ্শনৰ পৰিচালক।
@pranitatalukdar8707
@pranitatalukdar8707 3 жыл бұрын
কনমানি বৈষ্ণৱ ভকতলৈ মোৰ শুভেচ্ছা থাকিল ।সুন্দৰ প্ৰদৰ্শন।
@rohiniborgohain7654
@rohiniborgohain7654 3 жыл бұрын
অতি মনোৰম পৰিবেশন ।আতাইলৈকে ধন্যবাদ জনাইছোঁ । মোৰ আন্তৰিক মৰম জনাইছো । আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।
@montudutta7017
@montudutta7017 3 жыл бұрын
মুখ্যমন্ত্রী ডাঙৰীয়াই বহুত মহান পদক্ষেপ এটা ল'লে । কণমানি ভকত কেইজনলৈ বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏🙏
@gourirajowar9
@gourirajowar9 2 жыл бұрын
সুন্দৰ ,মনোমোহা দৃশ্য৷কণমানিসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@priyankabaruah2311
@priyankabaruah2311 3 жыл бұрын
গুৰুজনাই আমাক তেতিয়াৰ দিনতে বহুত কিবাকিবি দি থৈ গৈছে। গাৱে- ভূঞে এই সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'লে আৰু বহুত ভাল হ'ব । অসমীয়াৰ আৱেগ অনুভূতি জড়িত থকা এই সংস্কৃতিৰ পূজাৰী তথা সাধক সকললৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।
@lakhyahiragohain2011
@lakhyahiragohain2011 3 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🏼 অভিভূত হৈ পৰিলোঁ।🙏🏼🙏🏼
@gautamdey3221
@gautamdey3221 2 жыл бұрын
Fantastic- Mind-blowing. My heartiest love and respect to these Child. God bless them
@prabingogoigogoi8327
@prabingogoigogoi8327 2 жыл бұрын
কি সুন্দৰ । কবলৈ ভাষা নাই ।
@janbabaali3294
@janbabaali3294 2 жыл бұрын
সংস্কৃতি জীয়াই ৰখাৰ এয়া এক শুভ ইংগিত। শুভেচ্ছা জ্ঞাপন কৰিলো।🙏🙏🙏🙏
@nipujiyanshentertainment6397
@nipujiyanshentertainment6397 3 жыл бұрын
Axomi aair swabhiman.....great performance.
@niruprovaboraborah5282
@niruprovaboraborah5282 2 жыл бұрын
সচাই আমাৰ অসমীয়া নৃত্য বহুত সুন্দৰ ৷ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া
@netraprasadsaikia3193
@netraprasadsaikia3193 2 жыл бұрын
ক়্ষ্ণ ক়্ষ্ণ ...গুৰুজনাৰ এনেবোৰ আহিৰে বিশ্বত জিলিকাব লাগে !কি যে সুন্দৰ প্ৰদশন 🙏🙏🙏
@alpanagogoi5429
@alpanagogoi5429 2 жыл бұрын
বৰ সুন্দৰ পৰিবেশন সুৰু গোশাই সকল লৈ প্ৰনাম জনাইছো |
@alpanagogoi5429
@alpanagogoi5429 2 жыл бұрын
ভাৰতৰ বিভিন্ন ঠাইত এই নৃত্য বোৰ পৰিবেশন কৰিব লাগে
@monigogoi6257
@monigogoi6257 3 жыл бұрын
কি সুন্দৰ লাগিল বুজাব নোৱাৰা ।
@jogendranathborah843
@jogendranathborah843 2 жыл бұрын
পৰ্ভু ভগবন্তই তোমালোকৰ ভবিষ্যত উন্নতি বিধান কৰক । কৃষ্ণ ।
@JikMikDailyLife
@JikMikDailyLife 3 жыл бұрын
বহুত সুন্দৰ ভাষা নাই কবলৈ অভিভূত হৈ পৰিছো ।
@amiokachari4375
@amiokachari4375 2 жыл бұрын
সুন্দৰ,গুৰুজনাৰ ওচৰত প্ৰণাম জনাইছোঁ।লগতে প্ৰদৰ্শন কৰা ভকত বৃন্দ তথা সাংবাদিক বন্ধু সকলো লৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্য বাদ আৰু শুভ কামনা কৰিলো ।🙏🙏
@JatinBhuyan01
@JatinBhuyan01 2 жыл бұрын
এয়াহে মাজুলীৰ power অসম গৌৰব
@BandanaDas-lo8wz
@BandanaDas-lo8wz 3 жыл бұрын
জয় গুৰু শংকৰ মাধৱ,
@dhaijyaburagohain6838
@dhaijyaburagohain6838 2 жыл бұрын
সুন্দৰ অতি অতি সুন্দৰ👍👍
@nirmalanath8127
@nirmalanath8127 3 жыл бұрын
কৃষ্ণ সুন্দৰ পৰিবেশন 🙏🙏🙏🙏
@dipanjalisaikia1926
@dipanjalisaikia1926 2 жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️
@pirendranrbaruah3470
@pirendranrbaruah3470 3 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন ।ভকত সকলো লৈ আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ থাকিল ।
@daisyrabharabha2078
@daisyrabharabha2078 2 жыл бұрын
কি সুন্দৰ
@harenhazarika989
@harenhazarika989 2 жыл бұрын
সকলোৱে সুন্দৰ আৰু নিখুটভাৱে প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ ।।
@hamantagogoi8904
@hamantagogoi8904 3 жыл бұрын
Stemina... balance... power ..advod..khub hundar hoise.... 🙏🙏
@monjugogoi6107
@monjugogoi6107 2 жыл бұрын
সুন্দৰ শুভ কামনা থাকিল সকলোটিলৈ
@alokbhowal4139
@alokbhowal4139 3 жыл бұрын
Bohat achha.. Yeh aaj kar bachhe sanskritik virasat ke dharohar hai.. 🙏 ...
@ajantachoudhury5937
@ajantachoudhury5937 2 жыл бұрын
Oti xundor netya ovivuto hoi potilu bhokot xokololoi pronam jonalu
@daimusmitadaimary6532
@daimusmitadaimary6532 3 жыл бұрын
কৃষ্ণ 🙏
@awaneeshmahanta2645
@awaneeshmahanta2645 3 жыл бұрын
বহুত ভাল ও ভক্তি উপজিছে ।
@prabinchandradas1523
@prabinchandradas1523 2 жыл бұрын
What a nice scenery! God bless them.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 жыл бұрын
Good step to our Chief Minister sir.Majuli is a cultural heritage of Assam. we're proud our Vaishnavi culture.Go ahead. All the best. Thanks for All participate and our Chief Minister sir.God bless to all.
@mridulbharali7130
@mridulbharali7130 3 жыл бұрын
সকলো লৈ অশেষ ধন্যবাদ থাকিল
@UnstoppableVoice
@UnstoppableVoice 3 жыл бұрын
অন্ধবিৰোধীবোৰ জ্বলিবই বাৰু😂😂😂 মামা তুমি সচাই 🔥🔥🔥🔥🔥🔥 গুৰুজনাৰ অনুপম সৃষ্টিক এনেদৰে উৎসাহ জগোৱাৰ বাবে|দেশৰ সংস্কৃতিক(বৈদিক সংস্কৃতি) আগোৱাই নিয়াৰ বাবে অশেষ ধন্যবাদ|আপোনাৰ দৰে মূখ্যমন্ত্ৰী পোৱাৰ বাবে আমি সমগ্ৰ দেশপ্ৰেমী অসমীয়া সচাকৈয়েই গৌৰৱান্বিত😊🙏🏻 মামাৰ 🔥🔥🔥দীৰ্ঘায়ু কামনা কৰিলো|সচাকৈয়েই হৃদয় চুই গল❤❤❤❤❤ জয় হৰি বোলা,জয় ৰাম বোলা🙏🏻🙏🏻 জয় শ্ৰী কৃষ্ণ ❤জয় শ্ৰী ৰাম🔱🔱🔱 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@ramennath7241
@ramennath7241 2 жыл бұрын
Deh mon jur pori gol...Jai Guru Sankar....🙏🙏🙏
@kanakrabha3239
@kanakrabha3239 3 жыл бұрын
কি কম কবলৈ ভাষা নাই ❤️❤️❤️❤️❤️
@moneybear7836
@moneybear7836 2 жыл бұрын
অতি সুন্দৰ হৈছে।
@vickyacharjee5279
@vickyacharjee5279 3 жыл бұрын
Beautiful...that's amazing...what a talent...lots of love
@subhasinibarua432
@subhasinibarua432 2 жыл бұрын
এক সুন্দৰ পৰিবেশন। সকলোলৈকে অশেষ ধন্যবাদ 🙏।
@dulumonibarukiyal6229
@dulumonibarukiyal6229 2 жыл бұрын
We proud of them,Assam culture is the best Satra of Mauli. God gifted divine of Assam.
@babulborah4700
@babulborah4700 2 жыл бұрын
Ati uttam , God bless you.
@anilzbaruah4135
@anilzbaruah4135 2 жыл бұрын
সুন্দৰ প্ৰদৰ্শন সৰু গোহাঁই সকলৰ 🙏🙏🙏
@ujjwalgogoi4620
@ujjwalgogoi4620 2 жыл бұрын
অতি সুন্দৰ আকৰ্ষণীয়। জয় আই অসম।
@joylakhipayengofficial
@joylakhipayengofficial 3 жыл бұрын
Bohut dhuniya 👌
@biradattadas9216
@biradattadas9216 3 жыл бұрын
ATI SUNDAR. MAMA MAMI VHAGINOR ARU SIKHYA GURU SOKOLOR APURBA PRADARSHAN,
@gitashreedas5803
@gitashreedas5803 2 жыл бұрын
Eman Sundar nritya geet ,Ami axomiai gaurav onuvab korisu🙏🙏🙏
@User654-s2m
@User654-s2m 3 жыл бұрын
Joi guru sankar 👏👏👏🙏
@nirmitaborthakur547
@nirmitaborthakur547 2 жыл бұрын
অভিভূত হৈ পৰিছো।কি কম কাৰণ চকুটিপ মাৰিবলৈ পাহৰি গৈছো। 🙏🙏
@nirmaliboruah5669
@nirmaliboruah5669 2 жыл бұрын
Iman decipline aru neat moi ekebare motramugdho hoi porilu,mur onek hubhokamona aru shardha aru morom jonalu,konmani bhokot hokololoi bohut bohut hubhokamona morom jonalu.
@nirmalikhanikar7081
@nirmalikhanikar7081 2 жыл бұрын
অতি সুন্দৰ
@Misspori548
@Misspori548 2 жыл бұрын
Khub bhal lagil
@bontiborgohainneog9320
@bontiborgohainneog9320 3 жыл бұрын
আমাৰ ইমান মহান কৃষটি আছে
@binagohain9329
@binagohain9329 3 жыл бұрын
Bor hundor bht vl lagil
@pngentertainment3044
@pngentertainment3044 3 жыл бұрын
ধুনীয়া লাগিছে
@tulasinath3977
@tulasinath3977 3 жыл бұрын
Beautiful ❤️❤️❤️❤️ god bless you ❤️
@aparajitadevi3622
@aparajitadevi3622 2 жыл бұрын
কন কন গোসাই প্ৰভূত সকলৰ পৰিবেশন বৰসুন্দৰ , এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক ধন্যবাদ জ্ঞাপন কৰিলো
@KrishnaSharma-fj9qx
@KrishnaSharma-fj9qx 2 жыл бұрын
Bohut hundar
@dhaneswardeka2139
@dhaneswardeka2139 3 жыл бұрын
অতি সুন্দৰ পৰিবেশন ঈশ্বৰে তেওঁলোকক মংগল কৰক
@gagangoswami4101
@gagangoswami4101 2 жыл бұрын
Dhuniya performance
@dipaagamacharyya5004
@dipaagamacharyya5004 2 жыл бұрын
Bhut dhuniya
@cisfparth9073
@cisfparth9073 2 жыл бұрын
সুন্দৰ ।।।।।।।।।।
@UnstoppableVoice
@UnstoppableVoice 3 жыл бұрын
জয় গুৰু শংকৰ🙏🙏🙏কৃষ্ণ -ৰাম🔱 মামা তুমি 🔥🔥🔥🔥🔥🔥
@_feels_good___99
@_feels_good___99 2 жыл бұрын
Krishan🙏🙏🙏🙏🙏
@gitashrihazarika1253
@gitashrihazarika1253 3 жыл бұрын
সুন্দৰ 👍
@minudey7657
@minudey7657 3 жыл бұрын
তোমালোকৰ ভবিষ্যত উজ্জল হওঁক
@pradipboruah2624
@pradipboruah2624 3 жыл бұрын
Bohut val lagil👌
@runuphukan9954
@runuphukan9954 2 жыл бұрын
সকলো ভক্ত লোকলৈ সেৱাহে জনাইছো দূৰৰ পৰাই কৃৃঞ্চ
@Assamesemix191
@Assamesemix191 3 жыл бұрын
bahut bahut val lagil majuli khong sargo hoi ami kot poisa poisa kori doiri thaku asol bosto hol harir naam krishna Ram narayan
@aftabahmed-321
@aftabahmed-321 3 жыл бұрын
Hokoluloi bohut bohut 🌹🌹🙏🙏
@bhagirathphukan353
@bhagirathphukan353 2 жыл бұрын
Waw nice❤
@prasantabhatta3428
@prasantabhatta3428 3 жыл бұрын
krishna jadobo gubinda mohaprobhu. iman sundor mati akhora . bohut bhal lagil. biswa basiye amar apurugiya kristi sonskritir ak uman pabo. porjotonoru ak notun bat mukoli hobo. joy Jadoborai Gubinda mohaprobhu. sokolure monglol kamona korilu
@jitudeka8959
@jitudeka8959 2 жыл бұрын
জয় গুৰু শংকৰ
@s.centerprise1090
@s.centerprise1090 3 жыл бұрын
Waw. Ki hundor. God bless you.
@jitenkumarbora617
@jitenkumarbora617 2 жыл бұрын
ATI Sundar eshware krepa Karok krishna
@progatigogoi
@progatigogoi 2 жыл бұрын
Majuli Kristi hangkristi loi kouti kouti pranam. Bahiror dekh homuhotu jodi aylukok uposthapon koriboloi hubidha kori dile aaru Vaal hobo. Saai aamoni nologa ata program.
@probindas5084
@probindas5084 3 жыл бұрын
জয় গুৰু শংকৰ 🙏🕉
@paramasaikia8540
@paramasaikia8540 2 жыл бұрын
Bahut val lagil kanmani keitar nityo podorkhan Gugale ki goti koile buli gaise Jen lagise kio vulke gaise mur huna vul hbow pare ji a commant2 pohise ebar huni rply koribo sun plz 2:00
@ronjitborah1997
@ronjitborah1997 3 жыл бұрын
Puate dorshon korilu.sundor
@jalukgutimomo8373
@jalukgutimomo8373 3 жыл бұрын
Mama tumi hadai assmia jatyk agay loi jua mama
@manojbora2244
@manojbora2244 3 жыл бұрын
অপূৰ্ব
@rupaliphukan1951
@rupaliphukan1951 3 жыл бұрын
Excellent .proud of you all
@digantachangmai2286
@digantachangmai2286 2 жыл бұрын
ভাল হৈছে । 🙏
@borokiran3
@borokiran3 2 жыл бұрын
🙏🙏🙏🙏🙏🙏
@pratapkalita8894
@pratapkalita8894 3 жыл бұрын
ভগবানে তেওঁলোকক কূশলে ৰাখক
@hema8488
@hema8488 2 жыл бұрын
Very nice
@gopeshtalukdar9726
@gopeshtalukdar9726 2 жыл бұрын
V V nice
@Hotbebe420
@Hotbebe420 3 жыл бұрын
অতি সুন্দৰ পৰিৱেশন।
@amulyaahom8471
@amulyaahom8471 3 жыл бұрын
CM চাৰ আপুনি ভাগবান আৰু মহান ।
@PrinceKumar-ih6ek
@PrinceKumar-ih6ek 3 жыл бұрын
বৰ ভাল লাগিল ৷
@bitupondas898
@bitupondas898 3 жыл бұрын
Hoxakoi Majuli Bule kole bohut vl lge dai abar goi majuli are ahibo mon juwa naxile kn2 ako ktya majuli jbo pm jnu
@latikatalukdar5241
@latikatalukdar5241 3 жыл бұрын
ATI sundor isware apunalokok mongal korak
@pritikonwar3933
@pritikonwar3933 3 жыл бұрын
khub dhuniya hoise...kon kon lora suwali khini...
@juntidas9657
@juntidas9657 2 жыл бұрын
🙏👌👌👌💟👍👍😘😘
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
Rashlila today//EP-174//18.01.2025
18:42
Assam Rock
Рет қаралды 13 М.
performing at Pathakhati 🙏
5:40
শংকৰ মাধৱ বীৰ নাম দল, হাউলী
Рет қаралды 107
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН