ৰাজীৱ শদিয়াক শান্তিত থাকিব দে।জীয়াই থাকোতে একোদাল নকৰিলি আৰু মৰা পিছত তহঁতে।/virel news

  Рет қаралды 59,666

Shyamal's vlogs

Shyamal's vlogs

Күн бұрын

Пікірлер: 103
@mridupabondoley3296
@mridupabondoley3296 12 күн бұрын
সুন্দৰ কথা কৈছে। ভাল লাগিল
@MissBarnaliDas
@MissBarnaliDas 10 күн бұрын
আপোনাৰ কথা বোৰ মন চুই গল,,, হয় জীয়াই থাকোঁতে বুজিব লাগে ভাল পাব লাগে আগুৱাই যোৱাৰ মিডিয়াই আগতেই সহায় কৰিব লাগিছিল ৰাজীৱ দাৰ প্ৰতিভা বোৰ মুকলাই আনিব লাগিছিল জীয়াই থাকোঁতে ,,,, হয় দাদা জনে কোৱা কথা বোৰ বহুত শান্তি লাগিল এনেকৈ যদি সকলোৱে বুজিলে হয় জুবিন সদাই জুবিন হয়ে থাকিব দিয়ক ❤❤❤❤ ৰাজীব দাৰ আত্মাই চিৰ শান্তি পাওক 😢😢❤❤❤
@monalisadas-i6u
@monalisadas-i6u 12 күн бұрын
Bohut dhuniya kotha koise ❤❤❤❤❤❤
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 12 күн бұрын
যোৱা জন গুচি গল এতিয়া তেওঁৰ আত্মাটোৱে শান্তি পাব দিয়ক 😢😢 জীয়াই থাকোঁতে কাৰু খবৰ নাছিল মৰা পিছত চবৰে মুখে মুখে ৰাজিব শদিয়া ৰাজিব শদিয়া 😢😢😢 😔😒😒😏😏 ।। ওম শান্তি ওম 🙏
@DebaKantaBaruah-w5t
@DebaKantaBaruah-w5t 7 күн бұрын
হয়তো ৰাজীৱ শদিয়াৰ দৰে অদ্বিতীয়ৰ শিল্পীৰ মূল্য জনতাই নুবুজাৰ বাবেই জুবিনে নিজৰ আন্দাজতে চমুকৈ সকলো কলে ! তেতিয়াহে ৰাইজৰ গা লৰিব..।
@KhogenMoram
@KhogenMoram 12 күн бұрын
Bor সুন্দৰ কথা কলা ককাইদেউ ভাল লাগিল
@NayanMoniBoro-bb6xy
@NayanMoniBoro-bb6xy 7 күн бұрын
Bohut. Val. Lagel. Dada
@purnimabaro2865
@purnimabaro2865 10 күн бұрын
Iman dhunia katha koishe.Antar chui goishe 🙏🙏🙏
@PrbinChutia
@PrbinChutia 11 күн бұрын
অতি সুন্দৰ আৰু সত্য কথা কলে, ককাইদেউ। ধন্যবাদ।
@manjugogoi5366
@manjugogoi5366 10 күн бұрын
Om Shanti 🙏😮😢
@babapathak3273
@babapathak3273 7 күн бұрын
Bohut dhunia kotha koise
@bipulsaikia4260
@bipulsaikia4260 10 күн бұрын
সঁচাই দাদা বৰ সুন্দৰ কথা কৈছে,❤
@dipanjolibaruah7539
@dipanjolibaruah7539 6 күн бұрын
Khub hundor kotha koise dada ..hridoy sui gol... Always god bless you
@bipulhatiboruah7482
@bipulhatiboruah7482 10 күн бұрын
💯 hoitya kotha koise Da da. Bohut bohut dhainybad Da da
@jitendanah359
@jitendanah359 12 күн бұрын
আপুনি সচা কথা কৈছে। ৰাজীৱ শদিয়া অমৰ হ ওক ।জয় আই অসম
@probinahazarika7156
@probinahazarika7156 5 күн бұрын
Moja ❤
@HemangaSaikia-w9m
@HemangaSaikia-w9m 12 күн бұрын
একেবাৰে সঁচা কথা কৈছে
@ratulsaikia4348
@ratulsaikia4348 11 күн бұрын
একদম সত্য কথা কৈছে ৰাজীব শদীয়া জীয়াই থাকোতে সাংবাদিক সোপা, কি কৰিছিল শিক্ষা নাইকীয়া কিছুমানে ইউটিউব খোলি views follow ৰ কাৰনে ভুকি আছে। মোবাইলটো লৈ ভিডিঅ' বনাব লাগে তাৰ বাহিৰে একো চিনি নাপাই।
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 12 күн бұрын
একদম সচা কথা কৈছে দাদা। এই বিলাক ফাল্টু মানুহে এতিয়া ৰাজনীতি কৰিছে।
@mintudas4829
@mintudas4829 12 күн бұрын
ৰাজীব সদিয়াৰ আত্মাৰ কোনোদিন মৰন নাই। কৃষ্ণ কৃষ্ণ।
@patrickwilliamson9842
@patrickwilliamson9842 12 күн бұрын
No soul dies
@bulumoninath6956
@bulumoninath6956 11 күн бұрын
সুন্দৰ কথা কৈছে ।
@BhagyashreetalukdarTalukdar
@BhagyashreetalukdarTalukdar 11 күн бұрын
100% hosa ktha
@mamugogoi9725
@mamugogoi9725 4 күн бұрын
ধন্যবাদ দাদা আপোনাৰ কথাখিনিয়ে অন্ত চুই গ'ল 😂😂
@sunandaborah8177
@sunandaborah8177 12 күн бұрын
একে বাৰে সঁচা কথা ।ৰাজীৱ শদিয়া অমৰ হওঁক ।জয় আই অসম।
@RanjanBarman-c8m
@RanjanBarman-c8m 8 күн бұрын
Rajiv dar gan moi val pau
@MitaleeBorgohaingogoi
@MitaleeBorgohaingogoi 11 күн бұрын
Bor dhunia kotha koisa❤
@MamoniSonowal-z1n
@MamoniSonowal-z1n 12 күн бұрын
মুঠতে এটাই কথা - আমি যিমান পাৰোঁ ইজনে সিজনক চাব লাগিব যে কেনেদৰে জীয়াই আছোঁ ... আপুনি ঠিকেই কৈছে ।
@surajitdas5388
@surajitdas5388 11 күн бұрын
❤bhal lagil kotha bur
@jinadas-b4o
@jinadas-b4o 12 күн бұрын
বহুত ধন্যবাদ জনালো
@BirinchiKonwar-o5s
@BirinchiKonwar-o5s 12 күн бұрын
apuni bohut val kotha koise
@SrishtiRaniTaid-f3i
@SrishtiRaniTaid-f3i 12 күн бұрын
Mojja Dise Sir Apuni Thank You ❤❤❤❤
@MunuBaruah-d6d
@MunuBaruah-d6d 11 күн бұрын
Right dada
@DebaKantaBaruah-w5t
@DebaKantaBaruah-w5t 7 күн бұрын
বিচাৰ বিজ্ঞান। আত্মা পৰমাত্মা ভুৱা, মিছা শান্তনা। Science Journey Live Debate Rational world দেশৰ সচাঁ ধম্ম ও ইতিহাস।
@KeshabBorah-s4e
@KeshabBorah-s4e 11 күн бұрын
❤❤
@binoddutta4714
@binoddutta4714 11 күн бұрын
হঠাৎ জাতীয় প্ৰেমী সকল জীয়াই থাকোঁতে তোমালোকৰ সময় নহল কাৰণ ঘোৰ নিদ্ৰাত মগ্ন হৈ আছিলা এতিয়া মৃত্যুৰ পিছত মেডিয়াৰ আগত বৰ বৰ ভাষণ দি লাভ নাই ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কাৰণে পাৰিলে ভাল কিবা এটা কৰা নোৱাৰিলে ৰাজীৱৰ বিদেহি আত্মাক শান্তিত থাকিব দিয়া।
@bhaskarbaishya7723
@bhaskarbaishya7723 12 күн бұрын
Val lagil khura apunar katha
@pilygoswami9414
@pilygoswami9414 12 күн бұрын
ইমান সুন্দৰকৈ সন্দিকৈ ডাঙৰীয়াই কথাখিনি কৈ ৰাজীৱক সোঁৱৰণ কৰিছে ;মই নিজৰ মনটোকে বুজাবলৈ কঠিন হৈ পৰিছে এই সময়ত ।কি কম সকলো এদিন এই পথৰ যাত্ৰী হ'বই লাগিব ।সেইহে জীয়াই থাকোতেই কিবা নহয় কিবা ভাল কাম কৰিবলৈ সকলোৱে চেষ্টা কৰা উচিৎ ।ধন্যবাদ :::❤❤❤
@anilloing9195
@anilloing9195 11 күн бұрын
ঔম শান্তি
@jarabaribakarigaonkapiliic810
@jarabaribakarigaonkapiliic810 11 күн бұрын
কেতিয়াও কোনোদিনে মানুহৰ হকে অহিত চিন্তা নকৰা জুবিন গাৰ্গ জনক এনেকৈ ইমান বেয়াকৈ কবলৈ আমাৰ দাদা হতৰ বেয়া লগা নাইনে বাৰু । মানুহৰ ভূল হোৱাতো সাধাৰন কথা । কিন্ত্ত শুদ্ধৰনি কৰি দিয়াটোহে আটাইতকৈ ডাঙৰ কথা। স্বয়ং ভগৱানৰো ভূল হৈছিল। তাকে লৈ যদি আমি অসমীয়াই অসমীয়াৰ হকে ইমান বিতৰ্ক কৰো তেতিয়
@bandanakonwar664
@bandanakonwar664 11 күн бұрын
আপোনাৰ সতে এক মত জয় আই অসম❤
@anilhazarika8872
@anilhazarika8872 11 күн бұрын
সকলোৱেই নিজৰ স্থানত থাকি জাতিটোৰ হকে কাম কৰি যাওক। আমিও তাকেই কামনা কৰো। জয় আই অসম।
@NarayanGogoi-c4c
@NarayanGogoi-c4c 11 күн бұрын
Apuni bohut bhal kotha koise de .
@KanikaDas-f1p
@KanikaDas-f1p 11 күн бұрын
Bahut Val lagil huni
@HarenGogoi-my4kw
@HarenGogoi-my4kw 11 күн бұрын
I MISS RAJIB SADIA TODAY TOMORROW AND ALLWAYS
@HarenGogoi-my4kw
@HarenGogoi-my4kw 11 күн бұрын
❤❤
@JeetaGogoi-fd2so
@JeetaGogoi-fd2so 12 күн бұрын
bahut bahut dhanyvad apunak
@MridulDihingia-e3c
@MridulDihingia-e3c 11 күн бұрын
একেবাৰে হচা কথা কৈচে দাদা আপুনা কথা খিনিয়ে হচাই অনতৰ চুই গৈচে
@sandhyakachari6523
@sandhyakachari6523 11 күн бұрын
আপোনাৰ বক্তব্যৰ শুনি ভাল লাগিল।
@JanmoniRajbongshi-p5b
@JanmoniRajbongshi-p5b 11 күн бұрын
Xusakoi eman dhuniya asile manohu Jan bohut dukh lagise val manuho teok manohor major pora loi gol😢😢
@Durgeswargogoi-q4w
@Durgeswargogoi-q4w 11 күн бұрын
Hoi tekhete hundor kotha koise,bitorko koribo melage proti jonei nijor nijor jegat thaki bole diyok tetiyahe hodiyar poriyale Shanti pabo
@jibonchborah2578
@jibonchborah2578 12 күн бұрын
Rajib sadia ajon mahan moi bohut val pau
@DijenSubadar
@DijenSubadar 12 күн бұрын
Jubin Daai Axomor Bahirot Goi Aram Korai Val Hobo Bhupen Dar Doreye Jubin Daai Eibar Bihu Program Nuluai Bhal Hobo Sangeet Ketiau pesa Hobo Nalageye Jai Ho Jubin Daa 🙏🙏🙏🌹🌹🌹♥️♥️♥️
@Nirmal-e2z
@Nirmal-e2z 5 күн бұрын
@lohitsaikia7686
@lohitsaikia7686 7 күн бұрын
v Good
@jarabaribakarigaonkapiliic810
@jarabaribakarigaonkapiliic810 11 күн бұрын
তেতিয়া হ'লে অসমীয়া জাতিটোক বেলেগে জাতীয়ে লাই পাবলৈ বেছি দিন নালাগিব।
@MonuranjanPhukan-c2e
@MonuranjanPhukan-c2e 11 күн бұрын
এও জুবিনৰ উকালতি কৰা যেন লাগিল ।
@ManjulaGogoiyadav
@ManjulaGogoiyadav 11 күн бұрын
ঈশ্বৰে প্ৰবৃত্ৰ আত্মা সৰগত থাই দিয়ক ৰাজিবৰ সুৰ মাটিৰ গান ভাষা নাই ।
@MakhaniBuragohain
@MakhaniBuragohain 11 күн бұрын
যোৱা জনক লৈ সমবেদনা জ্ঞাপন কৰা বাদ দি বদনাম কৰি ফুৰা সকল মানুহৰ শাৰীত নপৰে জীয়াই থাকোঁতে ইমান ডাঙৰ ডাঙৰ মানুহে চিনি নাপালে।
@keshablahon8208
@keshablahon8208 12 күн бұрын
Hundor uposthapon dhanyawad
@nupursonowal5782
@nupursonowal5782 11 күн бұрын
আপুনি একদম সঁচা কথা কৈছে
@jayantachetia3746
@jayantachetia3746 12 күн бұрын
rajib da hodai asa amar jnotar majot ..joi ai akhom..
@rohitaskumar4050
@rohitaskumar4050 12 күн бұрын
Very good ❤️❤️❤️❤️
@xurordeolkalabithika1129
@xurordeolkalabithika1129 8 күн бұрын
আপুনি সঁচা কথাই‌ কৈছে, কিন্তু জুবিনৰ চৰিত্ৰ খিনি আপুনিও অনুধাৱন কৰক।
@priyankshisvlog3532
@priyankshisvlog3532 12 күн бұрын
ভাল লাগিল
@shikhaborah1775
@shikhaborah1775 12 күн бұрын
Bhut dhunia kotha koisa aponar pora montbya kora mohan lok sokola abar ai kotha khini valkoimondi sunuk
@HemantaBorah6988
@HemantaBorah6988 12 күн бұрын
Right
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 12 күн бұрын
ওম শান্তি।
@jutirekhajutirekha5455
@jutirekhajutirekha5455 12 күн бұрын
❤❤❤ thank your dada
@Rupaksaikia2933
@Rupaksaikia2933 12 күн бұрын
O man correct. Very very.
@Uko7pra
@Uko7pra 12 күн бұрын
❤❤❤❤❤
@RupamoniGogoi-l9f
@RupamoniGogoi-l9f 12 күн бұрын
Dhekor hoke gan gua hokolok monsoloi anib lage ai axomot rajip hodiya dore bohut gayok tokar ovabot ulabo nuara koi asse rajip kolai jote asse vale thakok🙏🙏😢
@AjaySharma-vv1yc
@AjaySharma-vv1yc 12 күн бұрын
Bahut dhunia katha
@sgogoi3104
@sgogoi3104 12 күн бұрын
Very good
@PrabinBordoloi-jn3zx
@PrabinBordoloi-jn3zx 12 күн бұрын
এশ শতাংশ সঁচা কথা ককাইদেউ।
@sunilgogoi3003
@sunilgogoi3003 12 күн бұрын
Dada 👏👏😢
@RajibBorthakur-d2h
@RajibBorthakur-d2h 12 күн бұрын
🙏🙏🙏🙏
@MintuBora-pb3xs
@MintuBora-pb3xs 11 күн бұрын
Bohot dhunya kotha koisa kokaido
@ratul.873
@ratul.873 12 күн бұрын
Jiyai thakute kunew tewk help kribo nuwarile atiya tew sargagami huwar past sokulu tuki dexaise.. Tetiyai jodi alp help kril hoi.. Tew aatmai bht xanti ple hoi..... Bht ase koboloi.. Kintu time sort...
@dipankarkhargharia9952
@dipankarkhargharia9952 12 күн бұрын
সচাঁ অসমীয়া জাতিৰ হৈ গান গাই অসমীয়াক জগাই তোলে গানৰ দাৰা
@aniedutta5516
@aniedutta5516 10 күн бұрын
শিল্পীৰ যথোচিত সন্মান অসমীয়াই কালিও দিয়া নাছিলে , আজিও দিয়া নাই ।মৰাৰ পিছত চিঞৰ-বাখৰ কৰাটো সংবাদ মাধ্যমৰ নিয়ম হৈ পৰিছে।
@BijitDeori-v4b
@BijitDeori-v4b 11 күн бұрын
❤❤❤❤❤😂
@puspanjalidekapathak2315
@puspanjalidekapathak2315 11 күн бұрын
Aponi hothik kotha koise...... Zubin e kua dukhar matro kotha r karone eman bitorkor kono proyojon nasil..... Zubin e manuhok bahu help u kori ase .........
@Uko7pra
@Uko7pra 12 күн бұрын
AMAR GUBIN DAI MAMBAI KUMAR SANU. UDIT NARAYAN RAJAMOLI SIR SHARUKH KHAN SINI PAI
@jugendragohin4543
@jugendragohin4543 9 күн бұрын
সচা দেশ মাটি গান গোৱা মানুহক ভাল পাওঁ । সচা আপুনি থিকে কৈছে
@MridleSaikia
@MridleSaikia 11 күн бұрын
Comment ত যি তি নিলিখিবা,আজি ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কোৱাৰ দৰে কাইলৈ জুবিনক চিনি নাপাও বুলি নোকোৱাটো। ভাল চিন্তা কৰিব নোৱাৰিলে বেয়াও চিন্তা কৰিব নালাগে । youtube ত চাবা ৰাজীৱ শদিয়াক পাবা ।
@biswasenapati8833
@biswasenapati8833 12 күн бұрын
Rajibok sinibr zoobinr bhagoy lagibr
@MomiDeka-dw6mp
@MomiDeka-dw6mp 11 күн бұрын
Rajib hodiyar geet kunu youtube r ba kunu news channel e teur naam nolole jiyai thakute...bor dukhor kotha...aji teur geet video upload kori views loi toka ghoti ase...
@JayantaRajbongshi-sf5de
@JayantaRajbongshi-sf5de 10 күн бұрын
Sosai bor dukhor kotha kandi aso video sai.
@ShrabanBora-w9r
@ShrabanBora-w9r 12 күн бұрын
Balor KZbin tu sab nuwari re bhai ki bal ata kothat lagi ase. who is Rajib moiu sini napaw .amar bed 4 khon kintu Kune likhisil janone Kune Kune jano coment kor tar pisot gom pam Rajib Sadia kun?
@Deepjyotipanging
@Deepjyotipanging 11 күн бұрын
❤❤❤❤❤❤❤❤❤
@Jhin-q2j
@Jhin-q2j 10 күн бұрын
Right
@NayanMoniBoro-bb6xy
@NayanMoniBoro-bb6xy 7 күн бұрын
Right
@SudhansuAssam
@SudhansuAssam 2 күн бұрын
Right
Ozoda - Alamlar (Official Video 2023)
6:22
Ozoda Official
Рет қаралды 10 МЛН
How to have fun with a child 🤣 Food wrap frame! #shorts
0:21
BadaBOOM!
Рет қаралды 17 МЛН
Rajib Sadiya ৰ তিলনী দিনাৰ মানুহৰ সমাগম 17 Jan 25
2:49
PROTIBHAR KADAR প্ৰতিভাৰ কদৰ
Рет қаралды 10 М.
ৰাজীৱ শদিয়াই এই গীতটো গাই ঢলি পৰিল
9:25
সপোনৰ আলিবাট
Рет қаралды 112 М.
কেনে  লাগিল
16:40
Runjun borah
Рет қаралды 84 М.
Ozoda - Alamlar (Official Video 2023)
6:22
Ozoda Official
Рет қаралды 10 МЛН