ভাইৰেল হৈ পৰা কেইটিমান জনপ্ৰিয় বিহুগীত... বিহুৰ বতৰত আপোনালোকলৈ

  Рет қаралды 41,414

Srimanta motivator (anushilan)

6 ай бұрын

ভাইৰেল হৈ পৰা কেইটিমান জনপ্ৰিয় বিহুগীত... বিহুৰ বতৰত আপোনালোকলৈ

Пікірлер: 46
@gautambailung8594
@gautambailung8594 6 ай бұрын
এই সকল মাটিৰ বিহুৱা ৷ গাবলৈ কওঁতেই মনৰ কোঠাত বছৰ বছৰ ধৰি হাঁচিৰখা বিহুবোৰ আপুনি ওলাই আহিছে ৷ কাগজত লিখি লিখি দুমাহমান মুখস্থ কৰি মঞ্চত লাখ টকালৈ বিহুগোৱা এতিয়াৰ বিয়াগোম শিল্পী সকলে শুদ্ধকৈ যোজনা এটা গাব নোঁৱাৰে৷ বিহুৰ নামত কৰা বহুৱালীবোৰতে দৰ্শক সকলে নাচে ৷ এই সকল আচল বিহুৱাৰ বিহু বিলাক পদ্ধতি গত ভাৱে বাণীৱদ্ধ কৰিব লাগে ৷ এনে শিল্পী বহুত আছে ৰাজ্যখনৰ ইফালে সিফালে ৷ আপুনি অৱশ্যেই বহুত প্ৰয়োজনীয় কাম এটা কৰিছে ৷
@prantimsharma7690
@prantimsharma7690 5 ай бұрын
বৰ সুন্দৰ ❤
@rubugogoi7003
@rubugogoi7003 5 ай бұрын
Wah ki j hundor
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 6 ай бұрын
কি যে ভাল লাগিছে! দাদাৰ যোজনাই শুনিম নে নিয়ৰৰ ঢোল বাদনে চাম। মুঠতে অপূৰ্ব!!!!!!👏👏👏👏👏
@Parag.Baruah
@Parag.Baruah 5 ай бұрын
@jayantasonowal5243
@jayantasonowal5243 6 ай бұрын
ভালে থাকক সদায় আপুনি বহুত ভাল লাগিল ।
@pratimdevi8759
@pratimdevi8759 5 ай бұрын
আজি-কালি মানুহক আশীৰ্বাদ নেলাগে, বৰঞ্চ কম কষ্টত বেচি পইচাহে লাগে , সেয়ে চাগৈ ঘৰৰ কাষৰ দুখীয়া আত্মীয়ৰ চোতালত হুঁচৰি নেগায় চহৰৰ বণিয়াৰ দোকানত হুঁচৰি গাবলৈ ঢপলিয়াই যায় ! ককাইদেউ আপোনাৰ বিহুনামে মোক মাই লৈ মনত পেলাইছে I অশেষ ধন্যবাদ জনালোঁ !
@xin2830
@xin2830 6 ай бұрын
বহুত সুন্দৰ,নিয়ৰ ঢুলীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@minatiborah8596
@minatiborah8596 6 ай бұрын
নিভাজ বিহুনাম ; বৰ ভাল লাগিল শুনি।🙏🙏
@sikharanisarmah1839
@sikharanisarmah1839 5 ай бұрын
বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইমান পূৰণা বিহ গীত শুনিবলৈ পাই বৰ ভাল লাগিল। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।আপোনালৈ ও অশেষ ধন্যবাদ থাকিল ।।🙏🙏🙏
@sikharanisarmah1839
@sikharanisarmah1839 5 ай бұрын
পুনৰ কওঁ, এটি বৰ ভাল পদক্ষেপ গ্ৰহণ কৰিছে ।👏🙏
@dhamenkataky6255
@dhamenkataky6255 5 ай бұрын
Nice❤
@babitatamuliborah7986
@babitatamuliborah7986 6 ай бұрын
দাদা জনে বহুত ধুনীয়াকৈ গাইছে 😊নিয়ৰে ঢোল বাদন সুন্দৰকৈ কৰিছে ❤
@beautidevi7783
@beautidevi7783 6 ай бұрын
Val lagil
@gargisonowal17
@gargisonowal17 6 ай бұрын
বিহ নাম শুনি বহুত ভাল লাগিল আৰু খুড়া জনলৈ বহুত ধন্যবাদ থাকিল আৰু নীৰৰে ধুনীয়া ঢোল বজায় চে
@LakhimaiDutta-v4q
@LakhimaiDutta-v4q 5 ай бұрын
পুৰনা বিহু নাম ভাল লাগে ৷ ধন্যবাদ
@akhilgogoi1869
@akhilgogoi1869 6 ай бұрын
Hoi bhout bhout bhal lagil
@niranbora9076
@niranbora9076 5 ай бұрын
Sundar
@SantuKhanikar
@SantuKhanikar 3 ай бұрын
Nice
@rubyborborah4481
@rubyborborah4481 5 ай бұрын
ভাল লাগিল পুৰনি বিহু নাম খিনি
@gogonamusic6986
@gogonamusic6986 5 ай бұрын
আচল বিহু নাম। নতুন প্ৰজন্মক শিকাব লাগিব। আৰু বিহু নাম collection কৰক দাদ।
@prantimsharma7690
@prantimsharma7690 5 ай бұрын
এই গীতবোৰ লিখিত ৰূপত সংৰক্ষণ কৰিব পৰাহ'লে
@brishtiduwarah-fi2hs
@brishtiduwarah-fi2hs 6 ай бұрын
বিহুৰ শুভেচ্ছা আগবঢ়ায়ছোঁ।
@bijurajkhowa7114
@bijurajkhowa7114 6 ай бұрын
পুৰণি বিহু নামবোৰ বৰ প্ৰিয়।তেখেতৰ দীঘায়ু কামনা কৰিলো।
@prodipbora4213
@prodipbora4213 6 ай бұрын
God bless you long life uncule
@rajibbora1813
@rajibbora1813 6 ай бұрын
নীৰৰে ভাল বজালে ❤ভাল লাগিল ❤❤❤❤❤❤❤
@usharanisaikia6912
@usharanisaikia6912 6 ай бұрын
ডেকা কালত এজন আছিল দেই 😊।
@debikaborpujari6748
@debikaborpujari6748 6 ай бұрын
বিহু গোৱা জনক শুভেচ্ছা জনালো লগতে মৰম লগা ঢুলীয়া ককাই লৈ বিহুৰ মৰম❤
@usharanisaikia6912
@usharanisaikia6912 6 ай бұрын
দেখিবলৈ ও ধুনীয়া আছিল দাদা।
@lakheswarborah3046
@lakheswarborah3046 5 ай бұрын
বঢ়িয়া । ভাল লাগিল আগৰ দিনত গোৱা বিহু নাম । দয়োলৈ নমস্কাৰ ও ধন্যবাদ জানালোঁ ।
@molinadas9009
@molinadas9009 6 ай бұрын
Moiu purona bihu naam gau..khup val lage. Gutug gatang korise Nobaue bakos khulise. Natun natun poisa dekhi Diu nidu korise. Ura jahaj urai dim 100 toka nidile yate rati puai dim Voluka bahore aage oi nasoni voluka bahire gathi Bota dhunuhai undulai Aanise aamaku nothoba rakhi. O poka bilahi khorai dile diahi Jodi khorai Nidia Raijok bidai diahi. Kiman j val loga naam gai husori marisilu. Atitoloi bahut monot porise❤
@charulatakalita1905
@charulatakalita1905 5 ай бұрын
Thank you.
@ArupBora-xd6hb
@ArupBora-xd6hb 6 ай бұрын
সেই সময়ৰ বিহু নামৰ দ্বাৰা ডেকা গাভৰু সকলৰ মনৰ কথা বোৰ প্ৰকাশ কৰা যি এক সুন্দৰ প্ৰতিচ্ছবি দেখা পালোঁ সঁচাকৈ বহুত ভাল লাগিল । দদাইদেও কুশলে থাকক অহা বাৰলৈ এনেকৈ লগ পোৱাৰ কামনা কৰিছো । লগতে ছাৰ আপোনাৰ পুষ্ট বিলাক চাও ভাল লাগে আৰু এনে প্ৰচেষ্টা সদায়ে থাকক তাৰেই আশা কৰিছো । আমাৰ বহু গাঁৱৰ পুৰণা গীত মাত বিহু নাম বিহু ঢোলৰ চাপৰ খৰা ছেও দীঘলীয়া চাপৰ বুঢ়া চেও পালছ বোৰ সেৰাই যাব ধৰিছে , আপোনাৰ এনে প্ৰচেষ্টা দ্বাৰা আমাৰ নৱ প্ৰজন্মৰ মাজত যেন পুনৰ ঠন ধৰি উঠে এনে যুগমীয়া নাম সমূহ তাৰেই আশা কৰিছো । লগতে শেহতীয়াকৈ সলেও আমাৰ অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।
@Preyokshipallidevi
@Preyokshipallidevi 6 ай бұрын
Bortaa❤
@padumkakati2938
@padumkakati2938 6 ай бұрын
আগতে শুনা নাই আঁজীহে মোবাইলত দেশিছো এপ্লিকেচন
@charulatakalita1905
@charulatakalita1905 5 ай бұрын
Sasakoie lipibodha korato ati prayojaniya.
@RekhaGogoi-gy2ef
@RekhaGogoi-gy2ef 6 ай бұрын
nice
@advines937
@advines937 6 ай бұрын
কত পালে হে দাদা আমাৰ পিতাইক😅😅😅😅😅
@probingogoi9774
@probingogoi9774 6 ай бұрын
বিহুৱা দদাইদেলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱন্তই যেন আপোনাক এইদৰে ৭৩ বছৰীয়া যুৱক হৈ থাকিবলৈ কৃপা কৰে যেন সেই কামনা কৰি সেৱা নিবেদন কৰিলো।
@AnubhaBoruah
@AnubhaBoruah 6 ай бұрын
Apunar onusthan bur Sai bobut bhal lage Dada.
@mridulsaikia3585
@mridulsaikia3585 5 ай бұрын
Matir manuh
@nixxhi4307
@nixxhi4307 6 ай бұрын
Bortaa
@SantuKhanikar
@SantuKhanikar 6 ай бұрын
@aimonichetia
@aimonichetia 5 ай бұрын
Thank you.
@beautydutta1999
@beautydutta1999 6 ай бұрын
Nice
@rijuboruah9677
@rijuboruah9677 6 ай бұрын
Nice