Пікірлер
@PradipDas-td2eb
@PradipDas-td2eb 8 сағат бұрын
Ohonkari tu
@shubhadradas919
@shubhadradas919 12 сағат бұрын
Bahut val legel video tu
@gupalgogoi
@gupalgogoi 13 сағат бұрын
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
@nirumonigayan3356
@nirumonigayan3356 14 сағат бұрын
অভিনয়ৰ যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ,বৰ ভাল লাগিল দুই সখাৰ অভিনয়,কৃপালী বা'ৰ স্পষ্টবাদী কথাখিনিয়ে নিশ্চয়কৈ অভিভাৱকৰ মনত সুস্থ চিন্তা অনাত সহায় কৰিব।❤❤
@NagenHazarika-qp7gp
@NagenHazarika-qp7gp 14 сағат бұрын
Bhaal laagil, kintu bahir surea aamani disa, thanks
@anjumoniborah6780
@anjumoniborah6780 15 сағат бұрын
অতি। সুন্দৰ
@jaykrishnasarma1333
@jaykrishnasarma1333 15 сағат бұрын
Bor.val.vidio.jiai.thokar Diha.palu
@charubora1114
@charubora1114 17 сағат бұрын
Very good advice
@charubora1114
@charubora1114 17 сағат бұрын
Buha buhi buli kio koisa, bor bea koisa daei
@sanjaykoushik9839
@sanjaykoushik9839 17 сағат бұрын
val lagil kothakhini. eyar uporot aru eta vdo bonabosoon.
@dipankarsaikia5905
@dipankarsaikia5905 17 сағат бұрын
আপোনাৰ ভিডিঅ বহুত ভাল লাগে
@dr.gobindamoral7359
@dr.gobindamoral7359 18 сағат бұрын
সময় বৰ নিষ্ঠুৰ ! এয়াই যুৱ মানসিকতা ? বাস্তৱ জীৱনৰ সুন্দৰ বিষয় এটা তুলি ধৰিবলৈ প্ৰচেষ্টা কৰাৰ হেতু আপোনালোকক বহুত বহুত ধন্যবাদ জনালো।
@abantirajkhowa8667
@abantirajkhowa8667 19 сағат бұрын
বহুত ভাল কথা কৈছে ।
@user-gz8ik4sb8t
@user-gz8ik4sb8t 20 сағат бұрын
Bor hundor uposthapon sir Val lagil
@budheswarsaikia3103
@budheswarsaikia3103 20 сағат бұрын
Brilliant, great, You are Sir.
@ritaborah6238
@ritaborah6238 20 сағат бұрын
বৰ সুন্দৰ ভিডিঅ আগবঢ়ালে।🙏🙏
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 20 сағат бұрын
মানৱ সম্পদ গঢ় দিয়াত আপোনী খুব সুন্দৰ পদক্ষেপ লৈছে ,ছাৰ উদ্দেশ্য সফল হওঁক তাকে কামনা কৰিলোঁ।👏🏻👏🏻👏🏻🙏🏻
@dhrmashrideka7064
@dhrmashrideka7064 20 сағат бұрын
বাহুত ভাল লাগিল ধন্যবাদ
@debikaborpujari6748
@debikaborpujari6748 21 сағат бұрын
আজিৰ সন্তান সকললৈ এই বাৰ্তা প্ৰেৰণ ; বুজিলেই হয় সকলোৱে।
@kamalakantanath2896
@kamalakantanath2896 21 сағат бұрын
আপোনাৰ গঠনমুলক পৰামশবোৰ বৰ ভাল লাগে।ধন্যবাদ জনালো। চাপৰমুখ নগাঁও।😮😢
@bijoyadevi343
@bijoyadevi343 21 сағат бұрын
ভাল লাগিল video টো, প্ৰয়োজনত বিক্ৰী কৰা সম্পদক পুত্ৰ ই দুগুনে গোটোৱাহে উচিত।
@premodharphukan1101
@premodharphukan1101 22 сағат бұрын
আমি এতিয়া উপাৰ্জন কৰিবলৈ অক্ষম ৷সেইবাবেই আমাৰ পৰিয়ালবোৰত আমাৰ আদৰ নোহোৱা হৈ গৈছে ৷ চৰকাৰে 250/ টকা বৃদ্ধ পেঞ্চন দি আমাক লাজত পেলাইছে ৷আজিৰ বজাৰত এই টকাকেইটাৰ কিবা মুল্য আছেনে ?
@AmiyaSaikia-hv3wf
@AmiyaSaikia-hv3wf 22 сағат бұрын
ভাল শিক্ষা দিছে,আজিৰ প্ৰজন্মই বুজি পাব জানো? 🙏
@kripalibhuyan5326
@kripalibhuyan5326 22 сағат бұрын
ভাল হৈছে ভিডিঅ'টো
@sunilphukan1287
@sunilphukan1287 23 сағат бұрын
Very good
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 Күн бұрын
কথোপকথনৰ মাজেৰে খুব সুন্দৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছে। ধন্যবাদ ছাৰ 🙏
@user-xr4uy9rx8v
@user-xr4uy9rx8v Күн бұрын
শিক্ষক দুই এজনে ছাএী প্ৰেম কৰে এই বিষয়ে মেসেজ দিবচোন । স্কুল ছুটি পিছত দুই এজনে মদ পানী খাই পিতা হিত জ্ঞান হেৰাই শিক্ষকতা পবিত্র নষ্ট কৰে এয়াও মেসেজ দিবচোন ।
@r.hazarika9231
@r.hazarika9231 Күн бұрын
বহুত ভাল লাগিল, সুন্দৰ উপস্থাপন।
@user-kj6lm7bu4v
@user-kj6lm7bu4v Күн бұрын
Videoto bhal lagise
@kirttanaramdas9381
@kirttanaramdas9381 Күн бұрын
আপোনাৰ চেনেলে যেনেদৰে অন্ধৰ চকু মেল খুৱাবৰ বাবে প্ৰচেষ্টা চলাইচে, তাক আচলতে শলাব লগীয়া। চাৰক বহুত বহুত ধন্যবাদ।
@khalilurrhman1465
@khalilurrhman1465 Күн бұрын
অভিভাৱকৰ ভূলৰ বাবে...
@birajsarma4542
@birajsarma4542 Күн бұрын
Bahut ase kasta t bhugi ase
@anselelgort8724
@anselelgort8724 Күн бұрын
মই এদিন এজন ল'ৰাক কৈছিলো মা দেউতাৰ কাৰণে পৃথিৱীখন দেখিলা মাৰ বাবে এইখিনি কৰা কি ক'লে জানে কোনে কৈছিল জন্ম দিবলৈ ম ই জন্ম হৈ একো ভাল পোৱা নাই
@wahidabegam5766
@wahidabegam5766 Күн бұрын
*জন্ম দি ডাঙৰ-দীঘল কৰি যেতিয়া ল'ৰা ছোৱালীয়ে বিশেষকৈ মা দেউতাক তিতা কথা শুনাই বৰ দুখ লাগে। মৰম যে টকাৰে কিনিব নোৱাৰে সেইয়া একাংখই বুজিবলৈ সক্ষমেই নহয় বৰ দুখ লাগে ইমান কঠিন কি দৰে হয়।*
@xmdi3687
@xmdi3687 Күн бұрын
সুন্দৰ উপদেশ অন্তৰ চুই গল ১০০ persent right আপোনাৰ লগত একমত মোৰ লৰা য় বেলেগৰ আগত মোক বুঢ়া বুলি সম্বোধন কৰি কথা কয়ে আমাৰ বুঢ়া টো যে কি কৰিলে মই সেই মানুহ জনৰ পৰা শুনি লো তেতিয়াৰ পৰা warnig দিছোঁ লৰা ক চা বা ইয়াৰ পৰিণাম লগে লগে separate কৰি দিলো নিজে কাম কৰি খা মাটি সম্পত্তি বুঢ়া নহয় কিন্তু বাপেক বুঢ়া হয় আজিৰ পৰা মোক দেউতা নকবা বুঢ়া বুলি সম্বোধন কৰি বা এতিয়া লৰা ৰ প্ৰতি মা য়া শেষ কৰি দিছো practical life now happy, real fact গল্প নহয়
@bipulkakati9440
@bipulkakati9440 Күн бұрын
পুনৰ নমস্কাৰ জনালো,মহাশয় আপোনাৰ পুত্ৰৰ সহপাঠীৰ লগত হোৱা কথোপকথন খিনিয়ে বৰ্তমান সমাজৰ বাস্তৱ চিত্ৰ এখন ডাঙি ধৰাৰ বাবে বহুতো ধন্যবাদ। আপোনাৰ video বোৰে আমাৰ বিশৃঙ্খল হোৱা সমাজৰ বাবে যি নতুন গতিধাৰা বোৱাই আনিছে কিঞ্চিৎ হ'লেও সহায়ক হ'ব। এইয়া মোৰ দৃঢ় বিশ্বাস । অৱশ্যে আপোনাৰ video বোৰে কাৰোবাক শেলে বিন্ধাদি বিন্ধে । আপোনাৰ চিন্তা ধাৰাৰ সৈতে মোৰ মিল থকাৰ বাবে সময় উলিয়াই চাও । ক্ষুদ্ৰ খেতিয়ক হিচাপে দিনত পৰিশ্ৰম সন্ধিয়া জিৰণি পৰত চোৱা হয়। আপোনাৰ স্বাস্থ্য অবগত হোৱাৰ বাবে এটি নিবেদন কৰোঁ যে আপুনি অমৰলতা নিয়মীয়াকৈ সেৱন কৰিলে ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। নমস্কাৰ, ধন্যবাদ।।
@ajantabaruah2975
@ajantabaruah2975 Күн бұрын
বৰ ভাল শিক্ষা দিলে
@barnalidutta5866
@barnalidutta5866 Күн бұрын
ভাল লাগিল
@Dark_lord_Senpai-YT
@Dark_lord_Senpai-YT Күн бұрын
মই বাইদেউক চেলুত কৰো 👌👌👌
@Dark_lord_Senpai-YT
@Dark_lord_Senpai-YT Күн бұрын
বাইদেউ কথাবোৰ বহু স্পষ্ট বাদী
@umeshknwr9667
@umeshknwr9667 Күн бұрын
নবপ্ৰজন্মলৈ সুন্দৰ ৰ্বাত্তা ।
@diptiborgohain5057
@diptiborgohain5057 Күн бұрын
Bahut vhal giyan dila
@NilakhiBoruah-cs8wj
@NilakhiBoruah-cs8wj Күн бұрын
নাটক নে বাস্ত্তব বুজি নেপালো। হোমেন।
@dipsikhagogoihazarika1211
@dipsikhagogoihazarika1211 Күн бұрын
Very nice and relevant video.I shared it.
@diptimedhi9376
@diptimedhi9376 Күн бұрын
বৰ ভাল লাগিল ।
@haribaruah9280
@haribaruah9280 Күн бұрын
বাস্তৱ সত্য। বাস্তৱ আৰু নিখুঁত অভিনয়। বহুত বহুত ধন্যবাদ।
@UrmilaKakati
@UrmilaKakati Күн бұрын
@LilyDhekial-nu3zb
@LilyDhekial-nu3zb Күн бұрын
Val lagil thanks
@subratadey9156
@subratadey9156 Күн бұрын
আপুনি কৈ থকা উপদেশ বোৰ আমাৰ অন্তৰ চুই গৈছে।লৰাজনৰ মুখত হাঁহি থকা দেখি তাৰ অন্তৰত কিবা অনুভৱ হোৱা নাই যেন অনুভৱ হয়।
@TCF573
@TCF573 Күн бұрын
Ajir yuva manokhikotar soby
@TCF573
@TCF573 Күн бұрын
Bor bhal lagil VDO tu. Hundor moral lesson dise .. Thank u very much