No video

ভূপেন বৰাক পুৰণি ভুলৰ পৰা শিক্ষা লোৱাৰ পৰামৰ্শ লুৰীণজ্যোতি গগৈৰ

  Рет қаралды 11,003

DA News Plus

DA News Plus

Күн бұрын

#Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com...

Пікірлер: 37
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
বিৰোধী আটাইকেইটা দল একলগ হৈ নিৰ্বাচন খেলক 🙏🙏🙏🙏
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
লুৰিণজ্যোতি গগৈ জিন্দাবাদ🙏 অখিল গগৈ জিন্দাবাদ🙏 গৌৰৱ গগৈ জিন্দাবাদ🙏 ভুপেন বৰা জিন্দাবাদ🙏🙏🙏🙏 একলগ হৈ মহাজোট অটুট ৰাখক🙏🙏🙏🙏
@gunjanofficial7141
@gunjanofficial7141 Ай бұрын
100%
@manojkumardutta8590
@manojkumardutta8590 Ай бұрын
বিশেষকৈ অসমত কংগ্ৰেছে অকলে খেলাটো ভুল হ'ব।
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw Ай бұрын
ভূপেন বৰাৰ ভুল সিদ্ধান্ত। অহংকাৰ বেয়া।একলগ হৈ খেলিব লাগে।
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
লুৰীনজোতি গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ আপুনি আগুৱাই গৈই থাকক আমি আপোনাৰ লগত আছোঁ আৰু ভূপেন বৰা আৰু গৌৰৱ গগৈ দাঙৰিয়া এটা আহ্বান কৰিচু বিৰোধীৰ লগত আলোচনা কৰি খেলিলে বহুত ভাল হৱ আৰু লুৰীনজোতি গগৈ দাঙৰিয়াক জি কোনো এটা সমষ্টিৰ পৰা জিকাই আনিলে বিৰোধীৰ কাৰণে বহুত শক্তিশালী হ'ব বহুত, বহুত ভাল হৱ লুৰীনজোতি গগৈক জি কোনো এটা সমষ্টিৰ পৰা জিকাই আনিলে বহুত ভাল হৱ
@SanjeebChanda-e6b
@SanjeebChanda-e6b Ай бұрын
Right
@JibanTaye-pw1rh
@JibanTaye-pw1rh Ай бұрын
Very good Lurin da
@nurislamali3616
@nurislamali3616 Ай бұрын
Lurin dada zindabad❤❤❤❤
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
তিনি গগৈ আৰু ভুপেন বৰা দাঙৰিয়া একেলগে লগ লাগি খেলিলে বহুত ভাল হৱ বিৰোধীৰ কাৰণে আৰু নহ'লে বৰপেটাৰ দৰে অৱস্থা হ'ব পাৰে
@Riajuddin00
@Riajuddin00 Ай бұрын
kebol Gourab gogay Jindabad
@MorzinaKhatun-x8y
@MorzinaKhatun-x8y Ай бұрын
Bhupen Bora Hero hoi gol nay ki ? Hero Hero buli vabily 26 ot Big Zero hoi jaboo
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
অসম"কংগ্ৰেছলৈ মোৰ"বিশেষ অনুৰোধ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন"বৰা নামৰ মানুহ জনক অপসাৰিত কৰি এজন চতুৰ;নিষ্ঠাবান নেতাক উক্ত পদত অধিষ্ঠিত কৰক।বাৰেপতি একেজন মানুহেই বহুবাৰ"ভুল"কৰি আছে।নহলে"এই মানুহজনৰ দল তথা মিত্ৰজোটৰ"সৰ্বনাশ হব। হয়তো এইজন মানুহৰ পৰাও কিছু নেতাই দল"তাগ কৰিব পাৰে।গতিকে সময় থাকোতেই চিন্তাচৰ্চা কৰা দৰকাৰ।অন্যহাতে দলৰ"অন্য কৰ্মীও আছিল!নজনাজনক আনেও পৰামৰ্শ দিব পাৰিল"হেতেন!
@rlaskarkam3616
@rlaskarkam3616 Ай бұрын
100% right.
@manabbaishya9877
@manabbaishya9877 Ай бұрын
তহত নিলাজ নেকি নালাগে বুলি কলেও খেদি খেদি গৈ আছা
@MorzinaKhatun-x8y
@MorzinaKhatun-x8y Ай бұрын
Bhupen Bora Hero hoi gol nay ki. ? Hero Hero buli vabily 26 ot Big Zero Habo
@rajnishbora3392
@rajnishbora3392 Ай бұрын
Bhupen bora karone congress jika nai .. Gaurav Gogoi karone jikise
@bokulkarmakar7784
@bokulkarmakar7784 Ай бұрын
Lurinjyoti Gogoi Val kotha koise..... 100% right kotha koise. 6:12
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
লুৰীন গগৈ আপুনি হৰাৰ হেটট্ৰীক কৰিলেই। আৰু কিমান হাৰিবলৈ মন আপোনাৰ? কংগ্রেসৰ বোকোচাত উঠি ইলেকচন খেলি ফুৰিছে আৰু হাৰিছে। কংগ্রেসৰোতো পিঠি বিষাইছে। কিমান এই মটহাটোক পিঠিত লৈ ফুৰিব। এই বাৰ চাগে পিঠিত নুঠাও বুলি ভাবিছে ভূপেন বৰাই।
@user-os4fk9my8n
@user-os4fk9my8n Ай бұрын
Right Lurin Jyoti gogoi.kintu only Congress Zindabad
@nitudeka-ks1sc
@nitudeka-ks1sc Ай бұрын
ভূপেন বৰাক খেদিব লাগে । তাৰ মগজ টো অলপ কেৰেক ।
@achintaborah186
@achintaborah186 Ай бұрын
অকলে খেলিলে হাৰিব। চবে একে লগে খেলীলে ভাল হব।
@SurenSaikia-un4ui
@SurenSaikia-un4ui Ай бұрын
Bhupen Bora should learn from past.
@user-in8vm2el6r
@user-in8vm2el6r Ай бұрын
লুৰিণ দা জিন্দাবাদ
@dipak7876
@dipak7876 Ай бұрын
Good step
@LavitaBasumatary-tr1pr
@LavitaBasumatary-tr1pr Ай бұрын
Bhupen bora dangriak apcc president dibo nalge teok olp xondeh hoi....
@manikpayun2029
@manikpayun2029 Ай бұрын
Congress bhul hiddanta hobo
@chittunrabharabha605
@chittunrabharabha605 Ай бұрын
Three gogoi jindabaad ❤❤❤
@naranathpamehgam5317
@naranathpamehgam5317 Ай бұрын
নিজে এবাৰ জিকি কথাবোৰ কলে ভাল লাগিলেতেন আপোনাৰ কথাৰ একো মূল্য নাই 😂😂😂😂
@gh12138.
@gh12138. Ай бұрын
Ajp axom r sobse durbol party🙏
@rimirabha7181
@rimirabha7181 Ай бұрын
0000
@princigogoi5322
@princigogoi5322 Ай бұрын
বিৰোধী দলক দুখন আসন এৰি দিয়ক
@mintukalita8164
@mintukalita8164 Ай бұрын
লোৰিন আৰু অখিলগগৈয়ে পাৰ্থি দিয়ক তেতিয়া গম পাব কংগ্ৰেছ দলে
@sanjibbora1789
@sanjibbora1789 Ай бұрын
লুৰিনে ঠিক কথা কৈছে আলোচনা নোহোৱাকৈ নিৰ্বাচন খেলিলে ভূপেন ব্ৰহ্মপুত্ৰত জাপ দিয়াই ভাল কিন্তু
@user-mo9wi4gc4m
@user-mo9wi4gc4m Ай бұрын
akeloge nekhelile ehotor oru obosta beya hobo....
@himanshudutta609
@himanshudutta609 Ай бұрын
Akhil Gogoi nuhuaheten bhupenor bapere jikaleheten ni rakibullok dhuburit.
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,6 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 18 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 10 МЛН
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
Ojaantric || Assamese Podcast ft. Lurinjyoti Gogoi  || Ep.123
49:19
Oasis Motion Films
Рет қаралды 35 М.
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,6 МЛН