নিতুমণি শইকীয়াই শিৱসাগৰ আটাছু অনুষ্ঠানত এইকেইটা কথা কিয় কলে | Nitumoni Saikia Motivation spech ।

  Рет қаралды 163,233

SK JUBAHOMAJ🙏

SK JUBAHOMAJ🙏

Күн бұрын

নিতুমণি শইকীয়াই শিৱসাগৰ আটাছু অনুষ্ঠানত কেইটা কথা কিয় কলে | Nitumoni Saikia Motivation spech 2024

Пікірлер: 242
@rupeswarborgohain7417
@rupeswarborgohain7417 3 ай бұрын
অসমৰ সঙবাদ জগতৰ অন্যতম ভোটা তৰা স্পষ্টবাদী শ্ৰদ্ধাৰ শ্ৰীযুত নিতুমনি শ ইকীয়াদেৱলৈ আন্তৰিক ওলগ আৰু অভিনন্দন।
@chakradharsaikia7392
@chakradharsaikia7392 3 ай бұрын
কোৱাই কৈ গল, সুন্দৰ প্ৰকাশ ভংগী, আমি দায়িত্ব ও কৰ্তব্য পালন কৰিব লাগিব
@punyalatakonwar6599
@punyalatakonwar6599 3 ай бұрын
নিতুমনি শইকীয়াক মই সন্মান কৰোঁ তেওঁ এজন সত্য বাদী মানুহ ।
@RobinSaikia-ko9ds
@RobinSaikia-ko9ds 3 ай бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ।
@midusarma3587
@midusarma3587 3 ай бұрын
❤❤নিতুমনী শইকীয়া স্পস্তবাদিতা মই শন্মান কৰো🙏🙏🙏
@midusarma3587
@midusarma3587 3 ай бұрын
Thanku🙏🙏🙏
@nabingogoi8689
@nabingogoi8689 2 ай бұрын
এওঁ নিতুমনি শইকীয়া ।আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈদেৱৰ প্ৰশংসা কৰিছে ।ভাল কথা।ভাল পাইছোঁ।কিন্তু এইজন নিতুমনি শইকীয়াই ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত প্ৰয়াত তৰুন গগৈৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে যেতিয়া পৰাজয় বৰন কৰিছিল ফলাফল ওলোৱা দিনা প্ৰয়াত তৰুন গগৈক প্ৰতিদিন টাইম ৰ মজিয়ালৈ মাতি নি যিধৰনে লঘুলাঞ্ছনা কৰিছিল সেইদৃশ্য আছিল হৃদয় বিদাৰক।আজিও আৰ্কাইভত বিচাৰিলে সেই সাক্ষাৎকাৰটো প্ৰতিদিন টাইমৰ ষ্টুডিঅ'ত পোৱা যাৱ ।সময় বৰ নিষ্ঠুৰ।
@boniaatul458
@boniaatul458 2 ай бұрын
U r right n
@dhirendeka04
@dhirendeka04 2 ай бұрын
আৰ্কাইভলৈ যাব নালাগে Nitumoni vs Tarun Gogoi বুলি KZbin চাৰ্জ কৰিলেই আহিব ।
@birendranathsaikia2350
@birendranathsaikia2350 2 ай бұрын
All so called " Sangbadik " are. jana mas dekhu tane jal maro . Selfish , Analyse Who are responsible for indigenous people of Assam as our Kitchen is surrounded by Bangladeshis. Think for the future generations of Assam and Assamese communities
@parag_gogoi
@parag_gogoi 2 ай бұрын
আহোম জনগোষ্ঠীৰ মানুহ, কিন্তু অসমীয়া সমাজৰ প্ৰতিটো জনগোষ্ঠীৰ হকে মাত মাতিছে আৰু সদায় মাতি থকাটো বিচাৰোঁ । বড়ো, ডিমাচা, মিচিং, কাৰ্বি, চুতীয়া, ৰাভা, কলিতা, কৈৱৰ্ত, দেউৰী, কোচ-ৰাজবংশী প্ৰতিটো জাতি জনগোষ্ঠীৰেই সৰ্বোচ্চ উত্তৰণ হোৱাটো বিচৰোঁ - এগৰাকী আহোম, এগৰাকী অসমীয়া হিচাপে।
@binapanichetia582
@binapanichetia582 3 ай бұрын
সুন্দৰ কথা কলে নিতুমনি ডাঙৰীয়াই, ধন্যবাদ ❤😂❤
@thunugogoi4801
@thunugogoi4801 2 ай бұрын
নিতুমণি শইকীয়া ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জনালোঁ ।আপোনাৰ কথাত সত্য আৰু স্পষ্টবাদী কণ্ঠ আছে ।সেই বাবে আপোনাক হাজাৰ বাৰ চ্যেলুট দিছোঁ ।
@Grbora94953
@Grbora94953 2 ай бұрын
অতি ষ্পষ্টবাদী সাহসী কন্ঠ সাংবাদিক হিচাপে নিতুমনি শইকীয়া অনন্য। তেওঁ সেইকাৰণেই শ্ৰদ্ধাৰ পাত্ৰ।
@dibyagogoi7823
@dibyagogoi7823 2 ай бұрын
নিতু মণি তোমাৰ কথাখিনি ভাল লাগিল। আহোম আকাশৰ উজ্জ্বল নক্ষত্ৰ সমূহৰ নাম তোমাৰ কণ্ঠস্থ । ভগৱন্তই তোমাক মংগলময় দীৰ্ঘায়ু প্ৰদান কৰক।
@hiteshborah1367
@hiteshborah1367 2 ай бұрын
নিতুমনীৰ ভাষনটো শুনি দেহ মন জোৰ পৰি গ'ল ।
@noiseassambrainers
@noiseassambrainers 2 ай бұрын
You are great sir.
@monjulahon7712
@monjulahon7712 2 ай бұрын
বহুত সুন্দৰ ভাষণ প্ৰদান কৰিলে শ্ৰদ্ধাৰ নীতুমণী শয়কীয়া দেৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@bijoyagogoi6248
@bijoyagogoi6248 2 ай бұрын
অতি সুন্দৰ বক্তব্য, ধন্যবাদ থাকিল
@PopyHazarika-io2uc
@PopyHazarika-io2uc 2 ай бұрын
বহুত বহুত ধন্যবাদ আপোনালৈ 🙏
@jitendrarabha4660
@jitendrarabha4660 2 ай бұрын
নিতুমনিৰ বক্তব্যত সদায় উৎসাহ পাওঁ৷
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 ай бұрын
আহোম‌ জনগোষ্ঠী ৰ বহু নেতাই চৰকাৰক তেল মাৰে,‌ সুবিধা লব বিচাৰে ...কিন্তু মাৰ্ঘেৰিটা হত সুবিধাবাদী । এইবোৰক তেল মাৰি আহোম জীৱাই নেথাকে । নিতুমনি more than 100% সঁচা কথা কোৱাৰ বাবে তোমাক ধন্যবাদ ।
@premodharphukan1101
@premodharphukan1101 3 ай бұрын
টাই আহোমৰ সংগঠনবোৰৰ সাম্প্ৰতিক সময়ত আটাইতকৈ ডাঙৰ কামটো মই বুজি পোৱামতে আমাৰ নতুন প্ৰজন্মক বৌদ্ধিক ক্ষেত্ৰখনত বিচৰন কৰিবলৈ অনুপ্ৰাণিত কৰা ৷লগতে ক্ৰীড়া ;ৰাজনীতি ;সমাজনীতি ;অথ’নীতি আদি সকলো দিশতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ উঠি অহা প্ৰজন্মক সঠিকভাৱে নেতৃত্ব দিব লাগে ৷
@AditiBanerjee-dd4dw
@AditiBanerjee-dd4dw 3 ай бұрын
Nitumoni Sir zindabad....❤❤❤
@anilneog3769
@anilneog3769 2 ай бұрын
তোমাৰ আহোম জনগোষ্ঠীৰ প্ৰতিভা ন ব্যক্তিৰ তালিকাত আৰু এজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নহ'ল ।শকুনি প্ৰতিশোধ নাটকৰ ৰাম গগৈ। সুন্দৰ বিশ্লেষণ, সুন্দৰ উপস্থাপন, ধন্যবাদ।
@Tarunchdeka-cb4go
@Tarunchdeka-cb4go 2 ай бұрын
সঁচা কথা নিতুমনিৰ কথাবোৰ ,আমি একমত কিন্তু অপ্ৰিয় সত্য, প্ৰতি টো জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ জন্ম কিয় হল তাৰ উত্তৰ আছুৰ লগত আছেনে, নাই নোৱাৰে দিব
@hridyanshugogoi2943
@hridyanshugogoi2943 2 ай бұрын
সকলোৱে নিতুমনীৰ আদৰ্শ হ ওক
@minahazarika7578
@minahazarika7578 2 ай бұрын
তিনি গগৈ ক ধন্যবাদ জনাই ছো
@hemaprabhasaikia5321
@hemaprabhasaikia5321 3 ай бұрын
সুন্দৰ বক্তব্য ।
@thepoliticalawareness1021
@thepoliticalawareness1021 2 ай бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 2 ай бұрын
বক্তৃতাত নহয় কামতহে পৰিচয় হব ৷
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox 2 ай бұрын
কেন্দ্ৰত আপোনাৰ ৰাজ্যতো আপোনাৰ চৰকাৰ,কি ঘটিতো কৰিছে। এজনো বিদেশী নেখেদি বৰঞ্চ আনিলেহে।ঘেণ্টা কথা ক'ব আহে।
@thepoliticalawareness1021
@thepoliticalawareness1021 2 ай бұрын
@@TarunGogoi-zt2ox তৰুণ কত আহিছে বিদেশী? অসমত যিমান বিদেশী (হিন্দু+মুছলমান) অহা বুলি অভিযোগ উঠিছিল সেই সকলো বিলাক আগৰ চৰকাৰৰ দিনত অহা। অসমে যেতিয়া বিদেশী খেদা আন্দোলন কৰিছিল তেতিয়া বামপন্থী আৰু ক ..... ক্ষমতাত আছিল।
@GT-dm8pw
@GT-dm8pw 2 ай бұрын
​rajneeti bad de b....ko 2r vogobanok ko hakho miya kitar logoye hindu bongal ketak khedibole Ata khedi dekjhabo ko@@thepoliticalawareness1021
@djaxom955
@djaxom955 2 ай бұрын
আচলতে সকলো কাম চৰকাৰে নকৰে কিছুমান কাম ৰাইজ লগলাগি নিজেই কৰিব লাগিব।। উজনি অসমত মিয়া ৰাইজৰ বাবে সোমাব পৰা নাই ।। নামনিৰ ৰাইজ নিজেই ওলাই আহক ।
@NijoraGogoi-j4q
@NijoraGogoi-j4q 2 ай бұрын
নিতুমনি শইকীয়াক মই সন্মান কৰো তেও এজন সত্য বাদী মানুহ
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
আপোনাৰ তত্ব গধুৰ ভাষণে মোৰ লগতে হাজাৰ জনক অনুপ্ৰাণিত কৰক ...🙏🙏
@ChatroGogoi
@ChatroGogoi 2 ай бұрын
ধন্যবাদ নিতুমনি দা
@pinkisarmah8400
@pinkisarmah8400 2 ай бұрын
Apunar kotha burbahut val lagil .nahale raijo khon keijon manluke potik sompoti buli vabise
@budheswarsaikia3103
@budheswarsaikia3103 2 ай бұрын
Sot sahosi Mr Nitumoni Saikia, thanks.
@sumanborah9605
@sumanborah9605 2 ай бұрын
ভাল লাগিল নিতুমনি দা আপোনাৰ নিচিনা 3/4জন সাংবাদিক হলে বিজেপি ধ্বংস হব
@jayantasonowalsonowal98
@jayantasonowalsonowal98 3 ай бұрын
আহোম সকল সকলো ক্ষেত্ৰতেই আগবঢ়া কিয় St লাগে।
@anjaldihingia5582
@anjaldihingia5582 2 ай бұрын
কাৰণ আহোমসকল ST হয়।
@ankurHandique-iq4sh
@ankurHandique-iq4sh 2 ай бұрын
একমত
@pramendradeuri3182
@pramendradeuri3182 2 ай бұрын
সুবিধাবাদ😂
@pramendradeuri3182
@pramendradeuri3182 2 ай бұрын
সুবিধাবাদ😂
@purnendugogoi844
@purnendugogoi844 2 ай бұрын
6 jonogusthi jonojati karn hole , assam r total population more than 50% HBO, tribal status pabo, assam re future secure HBO, vbi sauk
@champawatigogoi7977
@champawatigogoi7977 3 ай бұрын
100'/'right
@kumudbaruah2001
@kumudbaruah2001 3 ай бұрын
এই জনৰো মতি গতি বৰ ভাল নহয়। তেওঁৰ বডি লেংগুৱেজই প্রকাশ কৰিদিছে। তেওঁ অজিত ভূঞাৰ দৰে পাৱাৰ কনসেনট্রেশন কৰি আছে খুব লাহে লাহে। চল চাই তেওঁ কঠিয়া নিশ্চয়ই পাৰিব। ৰাইজে কথাসাৰ লক্ষ্য কৰক।
@BiswajitGogoi-eh6hh
@BiswajitGogoi-eh6hh 3 ай бұрын
জয় আই অসম।
@HemantaBorah-z7i
@HemantaBorah-z7i 2 ай бұрын
অতি সুন্দৰ
@kamalpadun2969
@kamalpadun2969 3 ай бұрын
আপোনালৈ ধন্যবাদ থাকিল ❤
@DipankarGogoi-ff7jx
@DipankarGogoi-ff7jx 2 ай бұрын
Proud of ahom 💥💥💥🔥
@kalpanaboruah3516
@kalpanaboruah3516 2 ай бұрын
বলিষ্ঠ, সাহসী আৰু স্পষ্টবাদী কণ্ঠস্বৰ। তেওঁক শ্ৰদ্ধা কৰোঁ।
@saikiasvlogpartha5108
@saikiasvlogpartha5108 2 ай бұрын
নিতুমনি দা আপোনাক sir বুলিও সম্বোধন কৰিব পাৰো কিন্তু আপোনাক দাদা বুলি সম্বোধন কৰিছো এই কাৰণে আপোনাক লৈ সাংবাদিকতা ক্ষেত্র খনত আপোনাতকৈ অন্তৰত থকা দ্বিতীয় জন সাংবাদিক ক মই মোৰ জীৱনত পোৱা নাই কেতিয়াবা আপোনাৰ নিজৰ কৰ্ম জীয়াই ৰাখিবলৈ বেলেগ ৰাষ্টা লব পাৰে কিন্তু আপোনি যি সাহসীকতাৰ পৰিচয় দিয়ে নিজেই গৌৰাম্বিত হও যে নিতুমনি দাই কৈছে সেইখিনি কথা। ৰাজদীপ বাইলুং বৰুৱা আপোনাকো অশেষ ধন্যবাদ আপুনিও অন্যতম। ❤
@aparajitatamuli7273
@aparajitatamuli7273 2 ай бұрын
ভাল লাগিল নিটোমনি শইকীয়াৰ ব ক্তব্য❤🎉
@sumanborah9605
@sumanborah9605 2 ай бұрын
Caa আন্দোলনৰ পৰা তেওঁ বিজেপি ফালে কথা কোৱা নাই অসম বচোৱাৰ হকে মাত মাতি গৈচে
@NayanDoley-y7j
@NayanDoley-y7j 3 ай бұрын
জিতুমণি শইকীয়া, তুমি নিজৰ ব্যক্তিগত চৰিত্ৰ কথা বিবেচিত কৰক । আৰু সংশোধন কৰা ডাঙৰীয়া !
@AssameseVoicestory-im5ym
@AssameseVoicestory-im5ym 2 ай бұрын
জিতুমণি নহয় অ নিতুমনি তাকেই নাজান নে তই বৰ লাজৰ কথা
@ainudutta7314
@ainudutta7314 2 ай бұрын
Very good 🙏🙏
@abulbasarmohiuddin6993
@abulbasarmohiuddin6993 2 ай бұрын
Nitu moni saikia is example of good and brave journalist
@jugenborah7842
@jugenborah7842 2 ай бұрын
তাং লাই খ্ৰূপ টাং ৰং বয় বয় ❤❤❤❤❤
@munuali5423
@munuali5423 2 ай бұрын
Nitu Moni da dhunia kotha koise apunar logot Ami khadhai asu
@mainudavi9510
@mainudavi9510 2 ай бұрын
বহুত ভাল লাগিদ নিতুদা।এয়াহে পকৃত সাঙবাদিক।
@EDUCATIONASSAM354
@EDUCATIONASSAM354 2 ай бұрын
সুন্দৰ
@hirokmahanta5132
@hirokmahanta5132 3 ай бұрын
অসমীয়া কোন ককাইদেউ
@imdadali9519
@imdadali9519 2 ай бұрын
মজা নিতুমনি দা।একদম সচা কথা।
@Debajit-gogoi-Musical
@Debajit-gogoi-Musical 2 ай бұрын
সুন্দৰ❤
@KanakBorah-yn3mr
@KanakBorah-yn3mr 2 ай бұрын
Hundar sir
@mkmk9949
@mkmk9949 2 ай бұрын
নিতুমনি শইকীয়া জিন্দাবাদ ❤
@Pritam898-h9f
@Pritam898-h9f 3 ай бұрын
The real son of Assam❤
@Mishkamahanta
@Mishkamahanta 3 ай бұрын
Hundor 👌🙏❤
@KiranPhukon-f4z
@KiranPhukon-f4z 3 ай бұрын
Fantastic. Superb. Very nice.Mind blowing. Out standing perfomance . 2:13
@padumibaruah2798
@padumibaruah2798 2 ай бұрын
Sridhar. Nitunoni. Saikia. Loi. Ases. Dhonyobad. Jonalu. Bohut. Mulyoban. Vyoktibyore. Suoni Korile. Sibosagoror. Maj. Mojia. Khin
@manjugohain6786
@manjugohain6786 2 ай бұрын
ধন্যবাদ নিটুমনি শইকীয়া ডাঙৰীয়া ।
@jimahatiboruah5569
@jimahatiboruah5569 2 ай бұрын
সুন্দৰ!
@RupaGogoiChutia
@RupaGogoiChutia 2 ай бұрын
Gretfull &spotobadi saikiadeb
@dipjyotigogoi2781
@dipjyotigogoi2781 2 ай бұрын
Good Speech 💬.
@amrltdtta660
@amrltdtta660 3 ай бұрын
Hundor... unique speech.. 😊
@kankanvlog-j6n
@kankanvlog-j6n 2 ай бұрын
100%Right
@ranjitgogoi1031
@ranjitgogoi1031 2 ай бұрын
সুন্দৰ উপস্থাপন কৰিছে
@mintusaikia8875
@mintusaikia8875 3 ай бұрын
এইখিনি কথা কম বুলি তেঁও আগৰ পৰা সাজু হৈ গৈছে। চৰকাৰ খনক কেনেকৈ খলথেকত পেলাব পাৰি তেঁও সেইকথা ভাবিয়ে গৈছে। তেওঁ চৰকাৰৰ বিপৰীতে কথা কব আৰু অখিল আৰু গৌৰৱক প্ৰসংশা কৰিব বুলি আমি জানো।
@AssameseVoicestory-im5ym
@AssameseVoicestory-im5ym 2 ай бұрын
কাক সমৰ্থন কৰিব লাগে আপোনাৰ মতে।বি জে পিক
@dayarambharali7710
@dayarambharali7710 2 ай бұрын
Bahut ashmiyar abadan asearu thakibaloi jatnakaribalio sakaloloimor antarik thanks
@bipuldekavlogs1312
@bipuldekavlogs1312 3 ай бұрын
আসম খন ভাগ ভাগ কৰাৰ কথা ফুটি উঠিছে , নিজৰ পত্নীৰ লগত এ ভাগ ভাগ কৰিছে
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 2 ай бұрын
১০০%
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe 3 ай бұрын
Good
@arpanagogoi648
@arpanagogoi648 2 ай бұрын
Ahom hisabe suni bor val lagil .
@NasiurRahman-qg7vw
@NasiurRahman-qg7vw 2 ай бұрын
Ahom and okhil gogoi is very strong and famous of Assam
@Danirojasfc6
@Danirojasfc6 2 ай бұрын
জয় আই অসম। 🙏 It's time to raise your voice otherwise they will even take away your right to speech Jai Hind 🇮🇳
@phanidharthakuria588
@phanidharthakuria588 3 ай бұрын
I am kumar but love ahom
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 2 ай бұрын
নটসূয শইকীয়াদেৱে আহোম জনগোষ্ঠী ওপৰত যি সচা মন্তব্য দাঙি ধৰিলে সচাই কবলগীয়া। চুকাফাই অসমৰ চাৰিওফালে তেওৰ চিনাকি তথা উওৰসূৰী ৰাখি থৈ গৈছে সেয়ে অসম থকালৈকে জীয়াই থাকিব।
@juleassijargames5281
@juleassijargames5281 2 ай бұрын
Good news
@MamoniDutta-z4r
@MamoniDutta-z4r 2 ай бұрын
Very very nice
@dhurbajyotigogoi3407
@dhurbajyotigogoi3407 2 ай бұрын
Yes, we need to concentrate our language, please come forward for our language
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr 3 ай бұрын
Right nitumoni
@crazynhealthy4990
@crazynhealthy4990 2 ай бұрын
Chief Justice Ranjan Gogoi, Swahid Captain jintu Gogoi, Litul Gogoi kotha kobo lagisil,
@ranjanagogoi4569
@ranjanagogoi4569 2 ай бұрын
ThankU very much
@BinaGogoi-fr5xp
@BinaGogoi-fr5xp 2 ай бұрын
Very, very, thank you, apunak, dada
@CRAZYNOOByt-oi3or
@CRAZYNOOByt-oi3or 2 ай бұрын
ধুনিয়া কথা কৈছে ধন্যবাদ।
@rajuvlogs9689
@rajuvlogs9689 2 ай бұрын
ভাগ‌ ভাগ কৰা‌ ভাষণ।
@durlovgogoi5946
@durlovgogoi5946 3 ай бұрын
Right sir
@bhaskarsaikia1236
@bhaskarsaikia1236 2 ай бұрын
Hundar vakhan
@jayantagogoi9532
@jayantagogoi9532 2 ай бұрын
Khuptaang..
@pranjalgogoi3599
@pranjalgogoi3599 3 ай бұрын
Kobo bisaru....nitu da loi dhonyobad .....ahomok loi kotha kuar babae.....kintu amu ahoma akhomiya hokolu jatir porai Amar jati tuk aag bohai loi jaok....Val naam anok.....sobae aaag bahok....dekh totha jati tur kotha vabi aag bahi jok......dekh prothom....jati pisot...
@NivaManiDas-v4f
@NivaManiDas-v4f 2 ай бұрын
Right👍
@purnanandagogoi7264
@purnanandagogoi7264 2 ай бұрын
জয় আই অসম।
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 3 ай бұрын
পিছৰ ঘোষক জনৰ নাম কি আছিল অ "দাদা" এইতো শব্দ আহোমৰ কোনখন বুৰঞ্জীত আছে ঘোষক জনে জনাব লাগে মুকলি ভাৱে।মুকলি প্ৰত্যাহ্বান😡
@priyanchuborah8329
@priyanchuborah8329 3 ай бұрын
ইয়াটো ইয়াৰ ৰাজনীতি অখিলৰ হৈ প্ৰচাৰ
@rushanburagohain6803
@rushanburagohain6803 2 ай бұрын
Potharot Akhil gogoi,Rajnitit Gourab Gogoi,Lurin gogoi,aru bhagawatot Pranjit Gogoi holei nohobo hokolu jonogusthi mili axom grahibo lagibo akou ebar.
@HopunorKareng-ih3ln
@HopunorKareng-ih3ln 2 ай бұрын
ভাল লাগিল তেখেতৰ কথাখিনি
@Batihaloi18
@Batihaloi18 2 ай бұрын
এখেত সাংবাদিকৰ নামত বি যে পি ৰ বিৰুদ্ধে প্ৰচাৰ আৰু কংগ্ৰেছ দালাল
@AssameseVoicestory-im5ym
@AssameseVoicestory-im5ym 2 ай бұрын
সঁচা কথা কবলৈ গলে দালাল বুলি কোৱা হয়। অন্ধ ভক্ত সকল লাজ লগা কথা
@GT-dm8pw
@GT-dm8pw 2 ай бұрын
Congressok adin kidore homalusona korisil 2mi gom nupuwa sage horu lora sage 2mi
@bhaskarborah8767
@bhaskarborah8767 2 ай бұрын
Jatin saloi toi ata mohaborbok,tor morot gubor ase pagol
@munmun_07
@munmun_07 3 ай бұрын
নিতুমনি দা ভাষণ শুনিলে শুনি থাকিব মন যায়
@horendragogoi3452
@horendragogoi3452 2 ай бұрын
Aamar hoi je mat matise. Apunak bahut bahut dhaino bad Nitu Moni da
@hirenhetia
@hirenhetia 2 ай бұрын
Proud filled.
@MakhaniBuragohain
@MakhaniBuragohain 2 ай бұрын
আপোনাৰ আলোচনা চক্ৰ আৰু সভাই সমিতিয়ে দিয়া ভাষণ চাই বৰ আপ্লুতি হও। চৰাইদেউ সাপেখাতি।
@lakhikurmi3144
@lakhikurmi3144 2 ай бұрын
Mr. Saikia,you also ready for ৰাজ্যসভা MP from IND as Mr অজিত ভূঞা from AIUDF/ Congress
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 37 МЛН
Seja Gentil com os Pequenos Animais 😿
00:20
Los Wagners
Рет қаралды 16 МЛН
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,1 МЛН
Кәсіпқой бокс | Жәнібек Әлімханұлы - Андрей Михайлович
48:57
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 37 МЛН