No video

ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ ।

  Рет қаралды 7,977

Pratidin Time

Pratidin Time

Күн бұрын

ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ ।ভূপেন বৰাই এই কথা কিয় ক'লে নাজানো ,বিৰোধী ঐক্যবদ্ধ হোৱাৰ বাবেই ২৪ ত ভাল ফলাফল পালো ।'২১ৰ ভুলৰ পুনৰাবৃত্তি নহ'বলৈ আমি কাম কৰা উচিত - লুৰীণজ্যোতি গগৈ
#pratidintime #bhupenborah #lurinjyotigogoi

Пікірлер: 27
@rlaskarkam3616
@rlaskarkam3616 Ай бұрын
ৰাইজৰ দল সহ দুয়োটা দল এটা কৰি এক শক্তিশালী আঞ্চলিক দল গঢ়ি তোলক । ২০২৬ ৰ নিৰ্বাচনত সুফল পাব ।
@jahanarayasmin15
@jahanarayasmin15 Ай бұрын
সুন্দৰ মন্তব্য লুৰিনদা৷
@Aditygogoi123
@Aditygogoi123 Ай бұрын
কঙগ্ৰেচৰ সভাপতি জন বদলি কৰিব লাগে,,,নহ'লে কঙগ্ৰেচ শেষ,,, ইমান অহঙকাৰী সভাপতি ৰাইজে নিবিচাৰে,,,মামায়ে ঠিক কথাই কৈছিল,,,,
@DibyajyotiBaruah-lz2mm
@DibyajyotiBaruah-lz2mm Ай бұрын
সুন্দৰ মন্তব্য দিছে লুৰিন জ্যোতি ডাঙৰীয়াই
@BilalAhmed-mh5mf
@BilalAhmed-mh5mf Ай бұрын
ভূপেন বৰাৰ বাবেই মীৰা বৰঠাকুৰ বাইদেউ হাৰিল। ২৬ আগত ভূপেন বৰাই চকী নেৰিলে কংগ্ৰেছৰ অবস্থা সূচনীয় হ'ব।
@KrishnaMandal-cl8xk
@KrishnaMandal-cl8xk Ай бұрын
তাৰ নিজা সাৰ্থ
@dhirenboruah4665
@dhirenboruah4665 Ай бұрын
সুন্দৰ মন্তব্য লুৰিন জোতি গগৈ
@jamunaray4032
@jamunaray4032 Ай бұрын
লুৰীনজ্যোতি সঠিক কথাই কৈছে
@afazulhoque4032
@afazulhoque4032 Ай бұрын
সঠিক মন্তব্য।
@abdulhasim8943
@abdulhasim8943 Ай бұрын
সুন্দৰ মন্তব্য
@tapanjitdeka800
@tapanjitdeka800 Ай бұрын
Lurinjyoti আৰু অখিল গগৈ এ কংগ্ৰেছক বাদ দি অসমত নতুন এটা জাতিয়াতবাদী দল গঠন কৰক , শাসন পালে একে কংগ্ৰেছৰ একেই চৰিত্ৰ দেখা পাম
@AminulIslam-ou5mr
@AminulIslam-ou5mr Ай бұрын
Bupen borar karone ako 2026 t BJP ahibo
@jayantahazarika1343
@jayantahazarika1343 Ай бұрын
Congress is going to do mistake. My request to Congress think again over it.
@koshiroddidsk6014
@koshiroddidsk6014 Ай бұрын
Lorindar kotha rigth
@donberdsangma8401
@donberdsangma8401 Ай бұрын
Bhupen Bora dangoriya ahankari hobo nelage. Bhabi-cinti kotha kobo lage. Gotbandhan niyom bahire kotha kobo nelage anyatha party onek khyoti hobo pare
@manavk4088
@manavk4088 Ай бұрын
Bhupen borak remove koribo lagei..... Teu mla election harisei heikaronei
@TaslimAliBabul
@TaslimAliBabul Ай бұрын
কংগ্ৰেছ অবিহনে বাকী বোৰে মাৰ বান্ধক?
@7gc970
@7gc970 Ай бұрын
কংগেছ দলৰ নেটাই কাৰো কথা নুশুনে । কংগেছ দলে অন্য দলক সুবিধাৰ দিব নিবিছাৰে । বিৰোধীৰ সকলো দলে লগ হৈইউ বি জে পি মিত্ৰ জোট দলক যে পৰাজয়ৰ কৰিব নোৱাৰিব সেই কথা সকলোৱেই জানে । এই বাৰ বিৰোধীৰ দলে লগ হৈ ইলেকচন খেলা কাৰণেই বিৰোধীৰ হাতৰ পৰা দুখন আখন হেৰাল । বি জে পি মিত্ৰ দলে অসমত এঘাৰ খন আখন পাবলৈ সক্ষম হল ।
@KrishnaMandal-cl8xk
@KrishnaMandal-cl8xk Ай бұрын
লুৰিন জ্যোতি পাগল
@suravispakghor4443
@suravispakghor4443 Ай бұрын
Faltuu.
@user-kd4pv9nf8s
@user-kd4pv9nf8s Ай бұрын
ভূপেন বৰাই যি কৈছে শুদ্ধ কৈছে।অখিল গগৈৰ দাদাগিৰি কিহৰ।
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН