মুখ্যমন্ত্রীলৈ কি প্রত্যাহ্বান সাসংদ গৌৰৱ গগৈৰ?

  Рет қаралды 445,557

Pratidin Time

Pratidin Time

9 ай бұрын

গোসাঁইঘৰত কোন, মই কল খোৱা নাই। এই ফঁকৰা যোজনাটিৰেই মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ প্রত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। গোলাঘাটত সংবাদমেল সম্বোধন কৰি বৃহস্পতিবাৰৰ দিনটোত বিধানসভাত ভূমি কেলেংকাৰীৰ সন্দৰ্ভত প্রত্যুত্তৰ প্রদান নকৰি সাংসদগৰাকীৰ সৈতে একপ্রকাৰৰ এক্স হেণ্ডেল চুপতিত লিপ্ত হোৱা ঘটনাক অতিকৈ লজ্জাজনক আখ্যা দিলে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে ভূমি কেলেংকাৰীৰ তদন্ত দাবী কৰি মুখ্যমন্ত্রীৰ পত্নীৰ কোম্পানীয়ে যদি ৰাজসাহায্য পোৱা নাই তাৰ প্রমাণ দিয়ক বুলি মন্তব্য সাংসদগৰাকীৰ।
#pratidintime #gauravgogoi #assam

Пікірлер: 261
@nayanJ31875
@nayanJ31875 9 ай бұрын
Gaurav gogoi❤ the next CM of Assam
@anilbasumatary2260
@anilbasumatary2260 9 ай бұрын
No,
@minturajbongshi4172
@minturajbongshi4172 9 ай бұрын
Yes
@bnjn5135
@bnjn5135 9 ай бұрын
হব লাগে ।
@PranganSharma.00001
@PranganSharma.00001 9 ай бұрын
Good joke😂
@dipakgogoi5084
@dipakgogoi5084 9 ай бұрын
​@@PranganSharma.00001 সম্পত্তি বেছি দিয়া 1500 টকা পোৱা সকলে এনে কথা কয়। আপুনি কিয় দুৰ্নীতিৰ পৰায়ন হিমন্ত বিশ্বক সমৰ্থন কৰে কব পাৰিব নে ? নোৱাৰে। 1500 টকাত বিক্ৰী যোৱা ঘি নথকা মাথা থকা বিলাকে নোৱাৰে?
@NoOne-tg9tk
@NoOne-tg9tk 9 ай бұрын
বাঘৰ বাচ্ছা বুলি কলো গৌৰৱ গগৈক..যিজন মানুহে অমিত শ্বাহৰ নিচিনা এটা বিপজ্জনক মানুহক চকুত চকু থৈ সাহসেৰে সংসদত কথা কব পাৰে..কপাল সাধি অসমীয়াই এনে এজন সাহসী নেতা পাইছে..হিমন্তৰ দৰে চুৱা চেলেকা ডকাইত ফেউৰা নেতা অসমৰ গৌৰৱ নহয়... গৌৰৱ গগৈ অসমৰ গৌৰৱ
@amarjoytidas8141
@amarjoytidas8141 9 ай бұрын
Right
@humensaikia7914
@humensaikia7914 9 ай бұрын
Hasai গৌৰৱ গগৈ অসমৰ গৌৰৱ।future of assam
@zakirahmed9677
@zakirahmed9677 9 ай бұрын
গৌৰৱ গগৈ এজন সাহসী মানুহ , গতিকে এই মিছলিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কথা ৰাজহুৱা কৰি দেখাওক ৰাইজক । ৰাইজ সদায় গৌৰৱ গগৈ লগত থাকিব ।
@SornoRabhadwa
@SornoRabhadwa 3 сағат бұрын
Sergibmefat bal
@_itz_lucky_338
@_itz_lucky_338 9 ай бұрын
Gourov dada you are right Excellent dada we are always with you. Excellent 👍🏻👍🏻
@bikashhandique5777
@bikashhandique5777 9 ай бұрын
Ekdom right 👍👍
@bnjn5135
@bnjn5135 9 ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়া এজন সাধাৰণ মানুহ নহয় অসমৰ গৌৰৱ তেখেত ।
@arupjyoti6084
@arupjyoti6084 9 ай бұрын
বাছা লৰা বুলি তাচ্ছীল্য কৰা পৰিণাম কেনে?
@RudraGogoi-ku6im
@RudraGogoi-ku6im 17 күн бұрын
জন ল,
@SatymevaJayate007
@SatymevaJayate007 9 ай бұрын
পদত্যাগ কৰক মূখ্যমন্ত্ৰীয়ে যদি লজ্জাহীন নহয়
@ArifIslam-sb2pk
@ArifIslam-sb2pk 9 ай бұрын
Good Gaurav Gogoi Da 🙏
@joshuamusharof7397
@joshuamusharof7397 9 ай бұрын
Gourab Gogoi is an intelligent politician. Very humble and gentle. Our future CM. God bless you.
@rubikoch5083
@rubikoch5083 9 ай бұрын
Right
@ratulbhagoti5751
@ratulbhagoti5751 9 ай бұрын
@user-dn2ho9ud6q
@user-dn2ho9ud6q 9 ай бұрын
অহাবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচন কৰক আমাৰ মাজত এনেকুৱা সাহসী ডেকা লৰাৰহে প্ৰয়োজন
@MinjumaBigom
@MinjumaBigom 24 күн бұрын
K
@Moteswarmoranmoyuhikisu
@Moteswarmoranmoyuhikisu 9 ай бұрын
আপোনাৰ সকলো কথা সত্য
@minotisonowal604
@minotisonowal604 9 ай бұрын
ৰাইজৰ টকাৰে চিএমে মাইকী লগত মিলি আম্বাণী দৰে হব বিচাৰিচে গগৈয়ে সত্যতো কৈচে
@ankurkblogger3931
@ankurkblogger3931 9 ай бұрын
ইমান ঘোটালা কৰিছে লাজ লগা নাইনে বাৰু।কত থই বাৰু নাকটো ।চি হিমন্ত চি ।
@pinkubordoloi4156
@pinkubordoloi4156 9 ай бұрын
Right sir, এইবাৰ আপোনাক বিচাৰো৷৷ এইজন ডলাবগৰী ফাল্টু মূখ্যমন্ত্ৰী আমাক নালাগে৷
@abdulmohimlaskar6850
@abdulmohimlaskar6850 9 ай бұрын
অসমর গৌরব গৌরব গগৈ 🎉❤
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 9 ай бұрын
এইটো ধৰা পৰিল কাৰনেহে অসমৰ ৰাইজে গম পালে , কিন্তু এনেকুৱা কৌটি কৌটি টকা গম নোপোৱাকৈ আৰু কিমান খাই আছে কোনেও গম নাপায় ।
@bimansarkar1039
@bimansarkar1039 9 ай бұрын
Gourav gogoi jindabad
@rushanburagohain6803
@rushanburagohain6803 9 ай бұрын
দেশত কৈ মোমাই ডাঙৰ নহয়।
@putin2860
@putin2860 9 ай бұрын
Gaurav amar Axomor Gaurav ❤
@bidyutbora3653
@bidyutbora3653 9 ай бұрын
এতিয়া অন্ধ ভক্ত সকল কিবা কবনে।
@JugalBabu-on9cd
@JugalBabu-on9cd 24 күн бұрын
Ki kobo BJP daalal hokole😮😮
@minturajbongshi4172
@minturajbongshi4172 9 ай бұрын
100%Right
@Beaevs
@Beaevs 9 ай бұрын
Gourav gogoi zindabad
@pinkuutpal6032
@pinkuutpal6032 9 ай бұрын
ভূমি ৰ চাইজ দেখি শীঘ্ৰে পতন হব যেন হে লাগিছে 😂 🍌
@DoctorsingKathar-rv5mv
@DoctorsingKathar-rv5mv 9 ай бұрын
Gaurav gogol zindabad
@brrbbb
@brrbbb 9 ай бұрын
Tamam dise gogoi e
@manjubarman1855
@manjubarman1855 9 ай бұрын
শিশু গৌৰৱক এতিয়া বুজি লওক মুখ্যমন্ত্ৰীজনে।
@jintukakati6440
@jintukakati6440 9 ай бұрын
GG is unquestionably Best MP from North East
@jmgassam1622
@jmgassam1622 24 күн бұрын
গৌৰৱ গগৈ আচলতে অসমৰ গৌৰৱ।অহাবাৰ মূখ্য মন্ত্ৰী হ'ব অসমৰ।
@mdabushamaali6928
@mdabushamaali6928 9 ай бұрын
যি সময়ত টিউটৰ শিক্ষক চিঞৰি চিঞৰি নিজৰ জীৱন শেষ কৰিলে। টকা নাই, দৰমহা বঢ়া নাই, সকলো টকা একে ঠাইত,
@manjugohain6786
@manjugohain6786 9 ай бұрын
ধন্যবাদ গৌৰৱ গগৈ ভাঙৰীয়া ।
@soulsisters4667
@soulsisters4667 9 ай бұрын
Gaurav Gogoi is really intelligent. We need such politicians in Assam.
@kochhshsj4307
@kochhshsj4307 9 ай бұрын
0p
@DibyajyotiNath-yu9wh
@DibyajyotiNath-yu9wh 9 ай бұрын
Kunu rajnoitik neta palinetak proxongkha kori lav ni... congress r dinotu durniti hoisil..
@janardanbora2803
@janardanbora2803 9 ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি সংসদত মাত মাতক তেতিয়া বুজি পায় যাব সকলোৱে
@user-th7ug2zf1e
@user-th7ug2zf1e 9 ай бұрын
এতিয়া ইয়াত বিজেপি ৰ অন্ধভক্তই কমেন্ট নকৰে লাজ পাব যে
@bapanrajbongshi6637
@bapanrajbongshi6637 9 ай бұрын
নিজৰ ঘনিয়েকৰ নামত ১০ কোটি টকা, আমি ১১৮০ টকাত Cylinder কিনিব লাগে ,মাহে মাহে current ৰ বিল বঢ়াই থাকিব কথা হল নেকি । CJI chandrachud ডাঙৰীয়া ভাল মানুহ আছে নহয় case কৰিব লাগে ।
@janardanbora2803
@janardanbora2803 9 ай бұрын
আৰু ভোট দিয়া বিজেপিক
@yeaminurrahman3764
@yeaminurrahman3764 9 ай бұрын
Gaurav Gogoi zindabad
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 9 ай бұрын
বাদ দিয়া হে, this is also important matter,গম পাবা মামা দিন চমু চাপিছে তোমাৰ,এইবাৰ সিংহ গুজৰিছে নীলা শিয়াল তুমি আৰু নোৱাৰিবা মামা 😮😮😮
@jaihind8229
@jaihind8229 9 ай бұрын
Bap sai beta salute Gaurav Gogoi sir ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@ashimdeka6458
@ashimdeka6458 9 ай бұрын
Right
@user-rb6sf4cg2r
@user-rb6sf4cg2r 9 ай бұрын
Sudur bhai....himOto haril
@gariyoshi1253
@gariyoshi1253 23 күн бұрын
এই বিলাক খবৰ ৰাইজে গম পালে, আপোনাৰ যুক্তিক স্বাগতম 🙏🙏, এশ গৰু মাৰিলে বাঘৰ মৃত্যু হয়, ভগৱান আপোনাৰ সহায় হওক🙏🙏🙏🙏
@produmnya9340
@produmnya9340 9 ай бұрын
অন্ধভক্ত কোনোবা আছেনে ?
@Aminul512
@Aminul512 9 ай бұрын
Andhobokto kisuman ase but aitu video r tolot nai paralyse hoi gol bole 😂 andhobokto r 😅
@rgrg5472
@rgrg5472 9 ай бұрын
মান হানি গোছৰ দিব পাৰিব নে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ? নোৱাৰে , কাৰণ নিজেই ফচি মৰিব কিজানি-😂😂
@bikashbora4022
@bikashbora4022 9 ай бұрын
চি চি মামা কেনেকৈ জীয়াই আছা তুমি
@indreswarkaman1731
@indreswarkaman1731 9 ай бұрын
লোভীয়াৰ লাজ থাকিলেহে মৰিব ৷ ৰাইজ তেখেতক বুজিবলৈ আৰু পলম নকৰিব ৷
@jugalkishor4219
@jugalkishor4219 9 ай бұрын
অখিল লুৰিণৰ পিছত গৌৰৱ গগৈ অসমৰ ভবিষ্যত
@janarddansenapati8904
@janarddansenapati8904 9 ай бұрын
গৌৰৱ গগৈ ,ছাৰ ,জিন্দাবাদ ।❤❤❤
@kalpanadas1724
@kalpanadas1724 9 ай бұрын
ভাল লাগিল আপোনাৰ কথাবোৰ /
@sorforajmirdha6594
@sorforajmirdha6594 9 ай бұрын
Mama tumi gola aru bjp sarkar bey bey 😅
@Anamikashine17
@Anamikashine17 9 ай бұрын
Bhal lage enekuwa ajon xangkhod paai
@mukulbaruah1833
@mukulbaruah1833 9 ай бұрын
Ki hey apuni kia dumukhia khapr dore karise. Khatyor pratik Akhil gogoik gali pari Gaurab gogoi khamarehan karise. Thik ase Gaurab gogoi gogoi ajon santa swabhabr mulya budhr rajnity kora bekti. Kintu khenuk dekhi randhe khenuk dekhi duar dang mora arok.
@mukulbaruah1833
@mukulbaruah1833 9 ай бұрын
Muku kunu arajnoitik ba rajnoitik dalr ajiloike khadisya hua nai aru bhabissateu nahou. Ji a mulyabudhr khamajik nyair rajnity kariba moi khei garakik khamarthan karim. Kintu bekti swarthar rajnity kora khakal k moi ghrina karu.
@kaustavjitbora2000
@kaustavjitbora2000 9 ай бұрын
Now that's called a matured politician. Each point has a valid reason.
@ranasharma1259
@ranasharma1259 9 ай бұрын
আছু আৰু জুৱিন দাই কি কয় এই বিষয়ৰ ওপৰত বা
@atultanti1597
@atultanti1597 9 ай бұрын
My favourite GGG , gutai bhartborkhot protinidhitwa kora biyokti, He is genuine leader
@humensaikia7914
@humensaikia7914 9 ай бұрын
BJP অন্ধ ভক্ত সকলে চকু কেইটা ডাঙৰকৈ মেলি চাওক। চি চি লাজৰ 😅😅😅
@DibyajyotiNath-yu9wh
@DibyajyotiNath-yu9wh 9 ай бұрын
Goru suror xomorthok
@DhruvRatheFirstViews
@DhruvRatheFirstViews 9 ай бұрын
Well done G.G ❤🔥🔥🔥
@bhattacharjeeramchiary5107
@bhattacharjeeramchiary5107 9 ай бұрын
লভিয়াৰ যিমান পাই সিমানে নাতে
@debojitnith4563
@debojitnith4563 9 ай бұрын
Pura jagat disa kintu mamak
@binoydeb3697
@binoydeb3697 9 ай бұрын
Moi nibisaru aru BJP eik amar Assomot sarkar hobo........😊😅😂
@prabhatchborah3751
@prabhatchborah3751 9 ай бұрын
মহিলা সকলক পটাই থৈছে দেই ----টোপেই টোপ!
@jeherulislam1454
@jeherulislam1454 9 ай бұрын
Fali dise kintu Gogoi da e
@gdevburagohain4700
@gdevburagohain4700 9 ай бұрын
Jab Miya Biwi Raji kya karega Kaji. Ji hok nohok aaji j panchayat bill tu Gaonr raizor uporot Sarkar ae Madhomaar dile. Pukhuri aru tubewell/ borewell aase Jodi diba Tax aaru😢😢😢 Anyways Hope to see you As a Future CM soon.
@assameseyogafromsimanta8088
@assameseyogafromsimanta8088 9 ай бұрын
Good question 🙋
@behappy5392
@behappy5392 9 ай бұрын
Mama desh se bada nahi. 😂
@monesh124
@monesh124 9 ай бұрын
Very very nice gourop
@subhashborthakur5319
@subhashborthakur5319 9 ай бұрын
gaurab gogoi is one of the best mp of assam
@sumitddey7705
@sumitddey7705 9 ай бұрын
Mama I am BJP voter but aapunar din ses cage, karon aapuni je ki kore mama.... Kuno mai ka lal nai je kobo Modi ji ak toka kiba korise buli .........
@manujkumarbora8901
@manujkumarbora8901 9 ай бұрын
Gourav gogoi ajon val jona huna manuh❤
@prabhatchborah3751
@prabhatchborah3751 9 ай бұрын
খেল জমিছে দেই । (সৰু ল'ৰা আৰু ডাঙৰ ল'ৰাৰ খেল)
@JAY-nb2vg
@JAY-nb2vg 9 ай бұрын
Good Better Best
@noreshortimung
@noreshortimung 9 ай бұрын
We support gourav Gogoi ilove him..
@user-tz3hj9vl7u
@user-tz3hj9vl7u 26 күн бұрын
Zinda bad sir.
@gagandeka4188
@gagandeka4188 9 ай бұрын
Very good news
@uttamsaikia2274
@uttamsaikia2274 9 ай бұрын
Gaurav gogoi,akhil gogoi,lurinjyoti gogoi ek hoi jok kunu hilabo nuwaribo.trimurti ❤
@Crxxaxe010
@Crxxaxe010 9 ай бұрын
Gourav Gogoi Long Live
@kamalakantachutia3465
@kamalakantachutia3465 9 ай бұрын
We want justice
@babitakamar1820
@babitakamar1820 9 ай бұрын
We need you our future cm gourab gogoi
@NayanBoro-1151
@NayanBoro-1151 9 ай бұрын
Good
@mineswardutta722
@mineswardutta722 9 ай бұрын
Gogoi jindabad
@tanche9085
@tanche9085 9 ай бұрын
Good salutes bhai
@binoydeb3697
@binoydeb3697 9 ай бұрын
Aru val nalage sei eketa sarkarok atia bor amuni lagigol amar Assomot......
@user-rx3fg4ti8b
@user-rx3fg4ti8b 9 ай бұрын
Hemanto family assam gili khise
@user-ij4yt6jk4i
@user-ij4yt6jk4i 24 күн бұрын
Congress
@biswajitpegu6387
@biswajitpegu6387 9 ай бұрын
Gaurav Gogoi is one great leader of Assam
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 9 ай бұрын
অভিযোগটো অতি গুৰুত্বপূৰ্ণ,ভাল কাম কৰিছে বহুত তাক অস্বীকাৰ নকৰো । কিন্তু বেয়াকাম নকৰে বাকৰা নাই বুলি কোনো নিৰপেক্ষ লোকে কব নোৱাৰে। বেয়াকামৰ অভিযোগবোৰ তথ্য আৰু বিধিগত ভাবে সনদন নকৰি বাৰেবাংকাৰা কথাৰে,ধমকিৰে ভয় খুৱাব খুজিলে কথা বিপৰীত হব পাৰে বুলি নাভাবে কিয় ! !
@Whatisscience2024
@Whatisscience2024 5 ай бұрын
Correct correct
@KangkanaBorah-dp5kt
@KangkanaBorah-dp5kt 15 күн бұрын
Gaurav Gogoi jindabad ❤
@RahulPegu-cx1kj
@RahulPegu-cx1kj 25 күн бұрын
26+ CM gaurav Gogoi 100% zindabad ❤️❤️❤️
@cutebabies9088
@cutebabies9088 9 ай бұрын
Next road construction kelengkari tur uporot tadanta karak ...
@ayotriphukonmohan5638
@ayotriphukonmohan5638 24 күн бұрын
গৌৰৱ গগৈ সৎ সাহসী মানুহ
@babitanath5033
@babitanath5033 9 ай бұрын
Well come for future CM.
@birhangnarzary3699
@birhangnarzary3699 23 күн бұрын
2026 100/ Comgress jitibo Assam Yot. Sir.Aponi Chief Minister Hobo Lage.Raij Wait Kori takilu..
@user-ih2oc3vn5p
@user-ih2oc3vn5p 9 ай бұрын
Gourav gogoi jeendabad.
@AG-hx2yy
@AG-hx2yy 9 ай бұрын
Sob hekh kri pelaise mama mami ye
@johnsurin8865
@johnsurin8865 24 күн бұрын
Gowrob Gogoi jindabad
@mineswardutta722
@mineswardutta722 9 ай бұрын
Gogoi next cm
@user-hw6ul5ut2j
@user-hw6ul5ut2j 9 ай бұрын
প্ৰতি দিনৰ স্বতাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়া, আপুনি হিমন্তৰ পাল্লাত নপৰিব ৷ এটা অসাংবিধানিক মুখ্যমন্ত্ৰী অসমৰ ৰাইজে পালে ৷ ১০ কোটি টকাৰ ৰাজ সাহায্য সাংসদ পল্লৱ লোচন দাসে ই লোকসভাত তথ্য দিচে ৷ আৰু এতিয়া আবুল তাবুল বকি আছে হিমন্তই ৷ ফটোৱা এটা হিমন্ত ৷ টকাই খকে ধৰিচে তাৰ ৷
@digantakakati5255
@digantakakati5255 16 күн бұрын
great gogoi
@ablinkandulana-cy8xf
@ablinkandulana-cy8xf 9 ай бұрын
Garuav Gogoi Zindabad
@dipukuhi2017
@dipukuhi2017 9 ай бұрын
G g zindabad
@kakhiboruah
@kakhiboruah 9 ай бұрын
খহাব লাগে এনেকোৱা মন্তুি নহলেও হব খাছে ৰাজৰ তেচ । গৰপ গগৈ চাৰকে এবাৰ বাচনি কৰক ৰাজে । নহলে পিঠিবিত মানো হৰ নামেয়ে নাথাকিব মোষ মটিএ ধষ কৰিব আৰু ।কৰিলে আৰো নো কি বাকি আছে নাই অষম ৰখাতলে গল আৰো বাকি নাই অ নাই অ মৰিবলে হে বাকি আছে । খালে খালে বামোন মহাখৈএ ।😢😢😡😡🙏🙏🙏
@mamtazchoudhary227
@mamtazchoudhary227 9 ай бұрын
G gogoi zindabad ❤❤❤
@cuteassam1208
@cuteassam1208 9 ай бұрын
Nice news ❤️👍
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 10 МЛН
NERF WAR HEAVY: Drone Battle!
00:30
MacDannyGun
Рет қаралды 40 МЛН
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 344 М.
Om Birla Elected Lok Sabha Speaker, Welcomed By PM Modi, Rahul Gandhi
2:29:30
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 10 МЛН