ভাত কেৰেলাৰ কেনেকৈ অধিক উৎপাদন পাব পাৰি ( Increased Production )

  Рет қаралды 8,661

Borah's Kitchen Garden

Borah's Kitchen Garden

Жыл бұрын

Пікірлер: 25
@PronobKrDutta-rk5jt
@PronobKrDutta-rk5jt Жыл бұрын
বৰ ভাল লাগিল ৷
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@deepikabhuyan5425
@deepikabhuyan5425 Жыл бұрын
Bhal lagil
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@anitakachary2873
@anitakachary2873 9 ай бұрын
Nice
@borahskitchengarden2487
@borahskitchengarden2487 9 ай бұрын
Thank you
@nitishaborah6103
@nitishaborah6103 Жыл бұрын
Great job
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@pankajborah2329
@pankajborah2329 3 ай бұрын
জৈৱিক ভাৱে পতাচ , ফছফৰাছ কেনেকে বনাম ১টা ভিডিও দিব দাদা
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
ঠিক আছে। ধন্যবাদ।
@KumudDas-je7cb
@KumudDas-je7cb 20 күн бұрын
চাব আমাৰ ঘৰতো এজোপা আছে, কিন্তু কব বিলাক রঙা রঙা পৰে, কাৰণ টো জনাব নেকি চাই। thanks
@borahskitchengarden2487
@borahskitchengarden2487 19 күн бұрын
গুৰিত পানী জমা হ'লে বা খাদ্যৰ অভাৱতো ৰঙা পৰে। ইয়াৰ লগত জাতৰ কথাও আহি পৰে। ভাল জাত লগাব লাগে। বৰলে বিন্ধিলেও ৰঙা পৰে। গুৰিৰ পৰা 2ফুট মান আঁতৰত ঘুৰণীয়া কৈ লোৰ খান্দি গোবৰ বা পচন সাৰ, অলপ খলিহৈ খৰাং বতৰত দিব।নিমতেল 5ml 1লিটাৰ পানীত মিলাই পাতত ছটিয়াই দিব। ধন্যবাদ।
@pallabiborgohain9406
@pallabiborgohain9406 2 ай бұрын
Dada apuni mur neighbor... Moi GPS r backside t thaku muk Dutaman alu dibosun bhat kerela r....
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
ভাল কথা। কিন্তু এই বাৰ নেপাব। নতুনকৈ মাটি filup কৰা বাবে দুই এদালহে গজালি ওলাইছে। অলপ ৰব লাগিব। ধন্যবাদ।
@pallabiborgohain9406
@pallabiborgohain9406 2 ай бұрын
@@borahskitchengarden2487 Kot pam dada bhal quality r alu nearby panjabari
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
@@pallabiborgohain9406 সঠিককৈ নাজানিলে ভাল বেয়াৰ কথাটো ক'ব নোৱাৰি। চিনাকি, বিশ্বাসযোগ্য নাৰ্চাৰী বা মানুহৰ পৰা আনিব পাৰিলে ভাল। ধন্যবাদ।
@digantadas5413
@digantadas5413 2 ай бұрын
কল বাকলি নিদি কলগছ কাটি দিলে হবনে।
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
হ'ব। কিন্তু কলৰ বাকৰিত পটাচৰ পৰিমাণ বেছি থাকে আৰু গুৰিত বেছিকৈ দিলেও অসুবিধা নাই।গছৰ টুকুৰা বাৰিষা বেছিকৈ দিলে জেকনি লগাৰ সম্ভাৱনা থাকে।খৰালিত কথা নাই। ধন্যবাদ
@gautamgoswami9723
@gautamgoswami9723 Жыл бұрын
বৰা ডাঙৰীয়া পটাছ আৰু ফছফৰাছ জৈৱিক ভাৱে কি কি বস্তূত পোৱা যায়।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ।পটাছ কলৰ বাকলিৰ পৰা আৰম্ভ কৰি সমগ্ৰ গছডালতে পোৱা যায়,ছাইত পোৱা যায়,ফছফৰাচ bonemil আৰু সৰিয়হৰ খলিহৈত যথষ্ট পৰিমাণে থাকে। আনহাতে গোবৰ সকলো উপাদানেৰে সঙমিশ্ৰণ।
@pholinpegu9990
@pholinpegu9990 Жыл бұрын
ৰুৱোতে ফছফৰাছ আৰু ফটাছ নিদিলো। এতিয়া ফুলি ওলালে। এতিয়া ফছফৰাছ আৰু ফটাছ দিলে হ'ব নে নহ'ব। আৰু কেনেকে লগাব লাগে জনাবচোন
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
১ফুটমান ওখ হ'লে গুৰিত অলপ দূৰত ঘুৰণীয়াকৈ গাত কৰি দিব পাৰিব।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
জৈৱিক প্দ্ধতিত কৰিছে যদিও গুৰিৰ ১ ফুট মান আঁতৰত ঘূৰণীয়া কৈ খান্দি লৈ চাৰিওফালে এপাচি শুকান গোবৰ আৰু ১০০গ্ৰামমান সৰিয়হৰ খলিহৈ দিব পাৰে।
@parijatkoch7839
@parijatkoch7839 Күн бұрын
আমাৰ এজোপা লগাইছিলোঁ৷ফুল ফুলিছে কিন্তু ফলটো হোৱা নাই৷কিয় হৈছে বাৰু জনাব নেকি৷
KINDNESS ALWAYS COME BACK
00:59
dednahype
Рет қаралды 70 МЛН
ОСКАР ИСПОРТИЛ ДЖОНИ ЖИЗНЬ 😢 @lenta_com
01:01
Can You Draw A PERFECTLY Dotted Line?
00:55
Stokes Twins
Рет қаралды 93 МЛН