ভাত খোৱাটোও এতিয়া বিলাসিতা হৈ পৰিছে নেকি?কিয় দামবৃদ্ধিত নিয়ন্ত্রণ নাই চৰকাৰ অথবা প্রশাসনৰ?

  Рет қаралды 13,103

Nitumoni Saikia Unofficial

Nitumoni Saikia Unofficial

2 ай бұрын

Пікірлер: 37
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn
অসম চাহৰ কাৰণে বিখ্যাত আছিল, এতিয়া মদৰ কাৰণে বিখ্যাত হব৷
@SalimatDdinDdin
@SalimatDdinDdin
দাদা এইজন বিজেপি নেতায়ে মূল্য বিধি কথা শুনি ৰব নোৱাৰে//// এইখন চৰকাৰে কেৱল নিজৰ নিজৰ পকেট গৰম কৰিবলৈ পাৰিব লাগিলে কুনোবা মৰি জাওক তেওঁ লোকৰ একো নহয় বুলি মূল্য বিধি কথা / অসমৰ ৰাইজৰ প্ৰতি মূখ্যমন্ত্ৰী ডাঙৰীয়া মৰম আছে কাৰণে মূল্য বিধি কৰিছে দাদা ❤❤
@utpalkrgogoi7430
@utpalkrgogoi7430
BJP বুলি কলে তেজটোপা গৰম হৈ যায়
@ramench.saikia8470
@ramench.saikia8470
জধামূৰ্খ মূল্য বৃদ্ধি অত্যাধিক হৈছে দেখা নাই নেকি?
@ChongiGabur223
@ChongiGabur223
সৰা মুক্ত কৰিব বিচৰা BJP এতিয়া ৪৫০০ লিটাৰ লাল বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে আৰু কি ক'ব লাগে
@Choudhury1474
@Choudhury1474
ঐ বিজেপি নেতা। স্বীকাৰ কৰিব টান পাইছে কিয়
@aparadevisarma5797
@aparadevisarma5797
দুখিয়া পেটত গূৰ মাৰি তাহাতি ধনী হৈচে
@manjubarman1855
@manjubarman1855
সাংসদ আৰু বিধায়ক সকলকে ঠেচি ঠেচি মদসোপা খোৱাই দিব লাগে।
@user-zi9fh7ne2s
@user-zi9fh7ne2s
যুক্তি থকা কথা ক'লে বিজেপি নেতাৰ কথা ক'লে গা জ্বলে আৰুঊ প্ৰলাপ বকে
@balendas2049
@balendas2049
অসমৰ ভূমি পুত্ৰ সকলে এইবাৰ বিজেপি দলক অন্ধকাৰ কাৰাগাৰত তালা মাৰি থৱ।
@lilaborah7222
@lilaborah7222
এইটোৰ দৰে নেতা থাকিলে জাতিৰ উন্নতি নিশ্চিত ।বলিয়া কুকুৰৰ দৰে খেদি খেদি মাৰিব লাগে। Talk show কৰিবলৈ জ্ঞানী লোক মাতিব লাগে, ৰাইজৰ উপকাৰ হব ।
@nayanmsaikia2507
@nayanmsaikia2507
Hosa kotha.aru ba kimn dam barhibo.
@bipulgogoi7576
@bipulgogoi7576
Abhimot anusthan daily lage
@gopinathtalukdar6013
@gopinathtalukdar6013
কঠাৰ ওপৰত কথা কোৱাটো ভদ্ৰ ব্যক্তিৰ পৰিচয় নহয় বুলি ভাবো
@arabindrabora1930
@arabindrabora1930
Assam state Agriculture Marketing Board ৰ আজি ১৪ মাহে দৰমহা লাভ কৰা নাই। কৰ্মচাৰী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। বিভাগীয় মন্ত্ৰী ৰ কোনো কানসাৰ নাই
@bishaldas3964
@bishaldas3964
Himanta hatao Assam bachaoo
@puspadhardowarah1932
@puspadhardowarah1932
মই বেয়া পোৱা নাই বিজেপিক ভোট দিয়া বোৰে ভালকৈ এমজা পাওক। হাজিৰা কৰা ;মাগি খোৱাটোৱেও কয় বোলে বিজেপিয়ে ভাল!
@SalimatDdinDdin
@SalimatDdinDdin
ইলেক্ট্ৰনত খৰছ কৰা টকা ওলাবলৈ চেষ্টা কৰিব চিন্তা
@dhrupadnarayan
@dhrupadnarayan
Matir khajana kintu bohut bahise aitu ata oti voiloga ktha dukhiya manuh e kor pora dibo iman toka
@rameshpayang7871
@rameshpayang7871
Jimane kouk , khaboloi napalu bjp k vote dim.
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 28 МЛН
No empty
00:35
Mamasoboliha
Рет қаралды 3,9 МЛН
'চৰকাৰ কাৰ'
45:28
DY365
Рет қаралды 64 М.
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 28 МЛН