No video

ভূত, প্ৰেত, আত্মা বুলি কি বা শক্তি আছেনে? যদি নাই, তেন্তে ‘অসম লাইভ ২৪’ৰ কেমেৰাত এয়া কি?

  Рет қаралды 367,051

Asom Live 24 Digital

Asom Live 24 Digital

2 жыл бұрын

ভূত, প্ৰেত, আত্মা বুলি কি বা শক্তি আছেনে?
যদি নাই, তেন্তে ‘অসম লাইভ ২৪’ৰ কেমেৰাত এয়া কি?

Пікірлер: 999
@subratsarma1869
@subratsarma1869 Жыл бұрын
সিহঁতি জীৱনৰ বহু আশা এৰি যাব লগা হৈছিল এতিয়া তাত গৈ গৈ কিয় অশান্তি দিব লাগে। বেচেৰা ভূত হৈও শান্তি নোপোৱা হৈছে....
@misingartstudio4358
@misingartstudio4358 2 жыл бұрын
ভূতৰ লগত কথা পাতা জন মহান. আপুনিয়েই মহান ভূত
@bindaassonowaldaa3192
@bindaassonowaldaa3192 2 жыл бұрын
যেনেকৈ ভগৱান আছে তেনেকৈ ভূত আৰু ছয়তানো আছে ঠিক তেনেকৈ য'ত বিশ্বাস আছে তাত ভূত আছে বুলি অকণমান হলেও সন্দেহ থাকিবই।।
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 9 ай бұрын
হে ভগৱান সঁচাকৈ কলি কাল দেই ভূতৰ লগত কথা পাতিব পৰা দিন দেখা পাইছোঁ আমাৰ লৰা ছোৱালী হোৱাৰ দিনলৈ চাগে ভূতক ঘৰ ৰখীয়া কৰিব পাৰিম
@m.cborah7600
@m.cborah7600 2 жыл бұрын
পৃথিৱীত ভাল বেয়া সকলো শক্তিৰ অস্তিত্ব আছে ।
@nilutpalkiling6612
@nilutpalkiling6612 Жыл бұрын
Right 👍
@tiluttamahazarika5336
@tiluttamahazarika5336 4 ай бұрын
@as-04rider74
@as-04rider74 Жыл бұрын
পৃথিৱীত সকলো আছে, নাই বুলি নকওঁ। কিন্তু আপোনালোকৰ ভূতৰ লগত interview দেখি মই বহুত হাঁহিলো, কিযে হ'ব 😁😁😁😀😀😀😂😂
@pranjitray7491
@pranjitray7491 Жыл бұрын
Mojaaaa
@sultanacademy786
@sultanacademy786 Жыл бұрын
Hahaha
@sonjoy8428
@sonjoy8428 Жыл бұрын
Hoi dai pagal kori dib ehate😄
@padipdas9157
@padipdas9157 10 ай бұрын
Tumi ahiba 😂 Nagaon 1din aru rati 10:00-12:00 loike thakiba tumar ki hobo nije gom paba 😂😂 xun
@bikasdas371
@bikasdas371 10 ай бұрын
Assam mai kya chal raha hai? assam mai bhooto se baate chal raha hai
@bhargabkalita9331
@bhargabkalita9331 Жыл бұрын
ভূত প্ৰেট কিছু পৰিমাণে বিশ্বাস কৰো।কিন্তু এনেকুৱা মুখামুখি অলপ মানিব নোৱাৰোঁ
@LACHIT07
@LACHIT07 Жыл бұрын
Comment t sobe Nijor Giyan bilai ase 😂😂😂🤣🤣 Rati 12.00 - 03.00 tat ji keita r dom ase jabi okole
@Amrit_YT999
@Amrit_YT999 Жыл бұрын
নিশা ১:৩০ বজাৰ ২:৩০ বজালৈকে অকলে এনে ঘটনা হোৱা কিমান ঠাই পাৰ কৰি আহিলো । যি সকলে ভয় কৰে মোৰ লগত আহিব নিশা ফোৰাম
@sdstatuscreationpg613
@sdstatuscreationpg613 2 жыл бұрын
অসম উন্নতিৰ পথতত গৈ আছে ___🤣🤣
@parshu9437
@parshu9437 2 жыл бұрын
jagat disa 🤣🤣
@mrinmoyphukon5823
@mrinmoyphukon5823 2 жыл бұрын
Right koisa
@DINESHTAYE
@DINESHTAYE Жыл бұрын
Hosake 😂🤣🤣🤣🤣🤣😀
@thecreator7783
@thecreator7783 Жыл бұрын
🤣
@jayantasaikia5747
@jayantasaikia5747 2 жыл бұрын
মই এই কথা বিলাক বিশ্বাস কৰোঁ এই পৃথিৱীত সকলো আছে ।
@ashasaikia1003
@ashasaikia1003 2 жыл бұрын
Hoi.mio bisas kru.pethibit khakalu ase.
@SahilKhan-vz1qc
@SahilKhan-vz1qc Жыл бұрын
Hoi Moy Bishakh karu..
@SubhajitMoran
@SubhajitMoran 8 ай бұрын
Yes I also bileve that.
@jibanathdoley1644
@jibanathdoley1644 Жыл бұрын
ভূত আছে নে নাই নাজানো কিন্তু তামাম হাঁহি লো😂😂😂😂
@himprakash8316
@himprakash8316 Жыл бұрын
🤣🤣🤣🤣moio
@boruah2805
@boruah2805 Жыл бұрын
Take to 😂
@letsready222
@letsready222 2 жыл бұрын
শ্ৰীহৰিক একান্ত বিশ্বাস কৰিলে, আমি সকলো ভয় ভূক্তৰ পৰা মুক্তি পাও,,
@nayakinfo4613
@nayakinfo4613 2 жыл бұрын
ফাল্টু কাম এইবোৰ ।ঘন্টা মেচিন। তাতকৈ বহুত আচৰিত মেচিনেৰে বহুত আচৰিত ভুতৰ ভিডিঅ বনাব পাৰিম, কিন্তু আমি তেনেকুৱা ফাল্টু কাম নকৰো।
@dimpicreation4856
@dimpicreation4856 Жыл бұрын
ভূতৰ লগত interview 🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
@rajkumarpegu1942
@rajkumarpegu1942 Жыл бұрын
মানুহে মত-মন্দিৰ, মছজিদ আদি সকলোতে ভগৱান আছে বুলি বিশ্বাস কৰে যদি ভূত আত্মা নাই ভগৱানক মানুহে কিয় বিশ্বাস কৰে ,ভূত আত্মা থকাৰ বাবে ইটো মানুহে ছাগে ভগৱানক ভগৱান আছে বুলি বিশ্বাস কৰে ।
@kripamaydasdas2140
@kripamaydasdas2140 2 жыл бұрын
পংকজ পাঠকে গম পালে ।।।মিঠী গুটি খাব দিলে হৈ আত্মা কেইটাক ।।😎😎😎
@akchannel9877
@akchannel9877 Жыл бұрын
Ki jomoni bohut jomaise apuni
@kripamaydasdas2140
@kripamaydasdas2140 Жыл бұрын
@@akchannel9877 হৈ নে 😀
@pallabihazarika2471
@pallabihazarika2471 Жыл бұрын
পৃথিৱীত ভূত আছে সঁচা কিন্তু এওঁলোকে যে ভূতৰ লগত কথা পাতি আছে সেইটো মিছা।।।।।ভূতে কথা পাতিব নোৱাৰে
@ranjibborah3274
@ranjibborah3274 Жыл бұрын
Video bhalkoi sawok, matra light signal diche, kotha pota nai
@premsondaimari2885
@premsondaimari2885 Жыл бұрын
Ji jon prectikel tew he buji pai, aku nopwa aku buji napai, 33kouti devotai bhut, ehote misoliya bhut, ehotor horir nai, oinor horirot humai bah kore, ehotok voy korile ehote sol pai, dom dile pitri aru putror namot ehote polai jai,
@hrishikeshdeka3546
@hrishikeshdeka3546 2 жыл бұрын
মক্কেলামিৰো এটা সীমা থকা উচিত। ব্লক কৰিলোঁ...
@sonjoy8428
@sonjoy8428 2 жыл бұрын
Moiu korilu
@mrinmoyphukon5823
@mrinmoyphukon5823 2 жыл бұрын
Mjhh
@bhupendas3078
@bhupendas3078 2 жыл бұрын
Great constrictive work, 🙏, ভূত, পেত,অশৰীৰ আত্মা এই পৃথিৱীতে, কমফল বা দুঘতনাৰ হেতু আছে । সেই হে প্ৰকৃতিৰ পবিত্ৰতা নিয়ম মানি চলিব লাগে/ জীবন ধাৰন কৰিব লাগে । আপোনালোকলৈ অশেষ ধন্যবাদ ও শুভেচ্ছা, নমস্কাৰ জনালোঁ ।
@sonjoy8428
@sonjoy8428 2 жыл бұрын
😂😂
@dhunudhunu5307
@dhunudhunu5307 Жыл бұрын
Hoi dada hosa kotha moi bissakh kora nasilu jetiya mur lgt ei xangho tito gol bissakh korilu sob aase jar hoise xihe jane
@angshudas7601
@angshudas7601 Жыл бұрын
@@dhunudhunu5307 ase ase soxa moiu seka paisu
@vsm5550
@vsm5550 Жыл бұрын
😝😝😝😝😝😝😝😱😱😱👍
@Sensiffx77
@Sensiffx77 Жыл бұрын
🤣🤣🤣🤣🤣🤣
@bhaitisingha6063
@bhaitisingha6063 2 жыл бұрын
উলো বনোৱাৰ সীমা থাকে দেই সীমা পাৰ হৈ গৈছে
@pobonkumardas3606
@pobonkumardas3606 2 жыл бұрын
হৈছে আৰু
@dibasvlog1546
@dibasvlog1546 2 жыл бұрын
ভেকোভাওনা ফটোৱা নিউজ। লাইটৰ পোহৰৰ জৰিয়তে আত্মাৰ সতে কথা। কি যে অদ্ভুত নিউজ। ভূত প্ৰেত আত্মা আছে বুলি বিশ্বাস কৰো কিন্তু এনেবোৰ লাইট জলাই কথা পতা এইটো হাঁহিৰ খোৰাক দিয়া বাতৰিহে।
@johnemanuel3490
@johnemanuel3490 Жыл бұрын
🤣
@gitikadas3136
@gitikadas3136 Жыл бұрын
Fr
@Tarunkumarapa
@Tarunkumarapa 2 жыл бұрын
This instrument name K2 or EMF(electro magnetic field) mtr Gaurav tiwar the person who's first use in india
@latumoniilatumonii8734
@latumoniilatumonii8734 2 жыл бұрын
হাঁহি হাঁহি মোৰ পেত বিষাই গৈছে ধূৎ অপবাদৰো এটা সীমা আছে কেলা বিশ্বাস নকৰো
@joyjitrajkhowa4010
@joyjitrajkhowa4010 2 жыл бұрын
Light টো মযো ON OFF কৰি দিব পাৰিলো হেতেন । মানুহক বুৰবক বনাই লাভ নাই।
@Monuranjan6000
@Monuranjan6000 Жыл бұрын
Umm only for views
@kanoujdeka8445
@kanoujdeka8445 Жыл бұрын
Adin toy akali jabi son
@nayansarma9961
@nayansarma9961 Жыл бұрын
Kam nai fal2
@nainamedhi360
@nainamedhi360 Жыл бұрын
Hahaha কি যে নহয় এইবোৰ.. আত্মাৰ লগত কথা। যদি সঁচা হলহৈ এনেকৈ কথা সুধি নাথাকি আপোনালোক ফৰিং চিটিকা দিলেহৈ তাৰ পৰা। মৰি যোৱা পিছত এনেকৈ মেচিনৰ জৰিয়তে কথা পাতি আছে আপোনালোকক মানিছোঁ দেই। এনেকুৱা হ'লে মৰি যোৱা পিছত সকলোৰে লগত কথা পাতিব পৰা যাব চোন। অশৰীৰি আত্মা বুলিনো কি আছে? কোনে জানে স্বৰ্গ বুলি যে কিবা আছে? যে ভালকৈ মৃত্যু হলে স্বৰ্গত যাব আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হলে অশৰীৰী আত্মা লৈ ঘূৰি ফুৰিব। আৰু মানুহৰ জীৱতো হ'ল এটা pump type মেচিন। যেতিয়ালৈ উশাহ নিশাহ চলি থাকে তেতিয়ালৈ আমাৰ দেহৰ অংগ বোৰে কাম কৰি থাকে, শিৰত তেজ চলাচল কৰে। হাওঁফাওঁৰ কাম চলি থাকে। আৰু যেতিয়াই হাওঁফাওঁ স্তব্ধ হৈ পৰে তেতিয়াই মৃত্যু ঘটে। আৰু এই মেচিনতো কম্পিউটাৰৰ জৰিয়তে কনট্ৰল কৰি থকা হৈছে, কথাখিনি কোনোবাই কৈ ৰেকৰ্ড কৰি থোৱা হৈ যিখিনি তাত শুনাই দিয়া হৈছে। lighting খিনিও মানুহে কৰি আছে। সম্পূৰ্ণ প্লেনিং মতে newsতো বনোৱা হৈছে। আৰু ভয়েই ভূত.. তাৰ বাহিৰে আন একো নাই।
@Miduldutta
@Miduldutta 2 жыл бұрын
কাম নাই আৰু হা,,, মৰি যোৱাৰ মানুহে তুমাৰ লোকৰ লগত কথা পাতিলে ন, মানুহ বোৰে ভয় কৰি সেই ঠাই ডখৰ পৰা সোনকালে পাৰ হৈ যাবলৈ বোলি গাড়ী অতি বেগেৰে চলাই এতিয়া বেছি হে মৃত্যু মুখত পৰিব,
@pranjalsaharia8449
@pranjalsaharia8449 2 жыл бұрын
Right
@mrinmoyphukon5823
@mrinmoyphukon5823 2 жыл бұрын
Ai pgl kaitak tat rati bandhi thoi debo lage 🤣😂 mut ulai jabo kela
@Miduldutta
@Miduldutta 2 жыл бұрын
@@mrinmoyphukon5823 অলপ আধা পাগল মানুহৰ আছে যেন,, ইহতি এইবোৰ নিউজ সিহঁতৰ বাবে বনাই
@rimapatarpatar7943
@rimapatarpatar7943 Жыл бұрын
Right
@hiramani3712
@hiramani3712 Жыл бұрын
মানৰ দিনৰ ভূত এতিয়াও আছে 🙄🤔!! ভূতেও ভয় কৰে 😳😳😨😨
@thecreator7783
@thecreator7783 Жыл бұрын
Aru teuloke oxomia jane😂
@HirakHkentertaining
@HirakHkentertaining Жыл бұрын
অদৃশ্য শক্তি আছে সেইটো মই বিশ্বাস কৰো , কিন্তু তহতে ভুতৰ সন্ধানত যোৱাটো হে হাস্যকৰ
@jyotirmay733
@jyotirmay733 Жыл бұрын
শক্তি সংৰক্ষণৰ নিয়মত কোৱা হৈছে যে শক্তিৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি - কেৱল শক্তিৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত কৰা হ’ব।
@karishmadevi6729
@karishmadevi6729 Жыл бұрын
🤣 dhei....
@nabajitdeka9357
@nabajitdeka9357 2 жыл бұрын
মানৰ যুগৰ মানুহে light চিনিপাই জানো🙄
@rontukonwar7961
@rontukonwar7961 2 жыл бұрын
আমাৰ এইফালে খুওব কাৰেন্ট যায় , ভূত কেইটামানক মাতি আনি লাইটৰ ব্যৱস্থা কৰিব লাগিব। বাকী এই ভিডিঅ'টো চাই ভূত বুলি বিশ্বাস কৰা মানুহখিনিৰ বাবে ক্ষন্তেক মৌন প্ৰাৰ্থনা 🙏 নিউজ বাদ দি horror movie বনোৱা আৰম্ভ কৰক।
@abhijitkantisarkar7922
@abhijitkantisarkar7922 2 жыл бұрын
Best comment of the video 👌🏻
@sriniturazdasnituraz5690
@sriniturazdasnituraz5690 Жыл бұрын
Hahaha🤭😁🤭🤭😁😁
@rontukonwar7961
@rontukonwar7961 Жыл бұрын
@@abhijitkantisarkar7922 thank you 😊
@indiansoldier2.082
@indiansoldier2.082 Жыл бұрын
ল্ফিম খন চাই বহুত ভাল লাগিল 😂😂😂আখা থাকিল আৰু এনেকুৱা ল্ফিম পাম বুলি 😂😂
@JyotismanHazarika-dm6qt
@JyotismanHazarika-dm6qt 2 жыл бұрын
Apunalukor team tuk salute 🤗🤗🤗
@maulikdasgupta3126
@maulikdasgupta3126 Жыл бұрын
Very good... Waiting for Assam 's hunted area queries adventure team.. 👍🏻 Keep it up.. 👍🏻
@zulhashahmed2645
@zulhashahmed2645 Жыл бұрын
অন্ধবিশ্বাস আৰু কুসংস্কাৰ এতিয়াও আছে।
@ujjalkrray7480
@ujjalkrray7480 2 жыл бұрын
ধেৎ ইমান দিন হল,আত্মাৰো বয়স বোলা বস্তু এটা আছে টো !!! তাত থকা আত্মা বুঢ়া হল।ভয় কৰাৰ কাৰণ নাই !!
@strongbestvlog3622
@strongbestvlog3622 2 жыл бұрын
Bro moja ❤️🥰🥰
@rituhiloidari4853
@rituhiloidari4853 2 жыл бұрын
Attama akou more nki
@ujjalkrray7480
@ujjalkrray7480 2 жыл бұрын
@@rituhiloidari4853 পুনৰজনম হয় !!!
@Shillongteertargett
@Shillongteertargett 2 жыл бұрын
Jidina pabi khidina penote muti lobi
@ujjalkrray7480
@ujjalkrray7480 2 жыл бұрын
Vutor bap moi kela,baba vokto hy moy,negative energy mok dekhile durote polay
@nayankakati4143
@nayankakati4143 Жыл бұрын
আপোনালকে ভুত থকা বুলি প্ৰচাৰ কৰি আছে,,,আৰু কিছু দিন পিছত নিউজত বজাব একবিংশ শতিকাত আজি ও অন্ধ বিশ্বাস কৰে, ভুট পেতক ভয় কৰি ৰাতি ঘৰতে মুতে বুলি নিউজ কৰিব
@gameshborah4782
@gameshborah4782 Жыл бұрын
ভূতৰ লগত কথা পতাও জে মচিন থাকে আজি গম পালো দেই🤣🤣🤣
@bituaxam7723
@bituaxam7723 Жыл бұрын
Mesintu kinibo parimaan nki🤣
@maheshkurmicreations2855
@maheshkurmicreations2855 2 жыл бұрын
হয় এনেধৰণৰ শক্তি আছে।।
@mathmotivationassam2604
@mathmotivationassam2604 2 жыл бұрын
মই বিজ্ঞানৰ ছাত্র আছিলোঁ এতিয়া গণিতৰ শিক্ষক মোৰ চেনেল আছে মই তাত গণিত বিষয়ক ভিডিও দিওঁ। এতিয়া কথাটো হল ময়ো এইবোৰক বহুত বিশ্বাস কৰোঁ । ভূত প্ৰেত আত্মা এইবোৰ শক্তি হয় । আৰু আমি বিজ্ঞানত পাইছো যে শক্তিক ধংশ কৰিব নোৱাৰি।আৰু শক্তি সদায় MINIMUM ENERGY STATE ত থাকিব খোজে ।।সেইবাবে দিনত ভূত দেখিব পোৱা নাযায় কাৰণ শক্তি সমূহ সিঁচৰতি হৈ থাকে ।কিন্ত ৰাতি উষ্ণতাৰ কম হোৱাৰ লগে লগে অনু পৰমাণুবোৰ লগ লাগে আৰু কেতিয়াবা তাল মান মিলিলে দেখিব পোৱা যায়।
@jayantasaikia5747
@jayantasaikia5747 2 жыл бұрын
উচিত কথা কৈছে ।
@mathmotivationassam2604
@mathmotivationassam2604 2 жыл бұрын
@@jayantasaikia5747 ধন্যবাদ
@banjyotidrawingacademy3956
@banjyotidrawingacademy3956 2 жыл бұрын
This is right thinking
@ashasaikia1003
@ashasaikia1003 2 жыл бұрын
Apuni kua ktha khar khasa.
@bishnusaikia2023
@bishnusaikia2023 2 жыл бұрын
Missa 100% Dada kejne enei bnaise video 2
@SanjoyDas-id5jq
@SanjoyDas-id5jq 2 жыл бұрын
পাগল কৰবো। chanel to unsubscribe Kori thoi diyai vlll hbu.. Nholi pgol hoba lgbu ahtor news sii 😂😂😂
@dipenchetiamusic5477
@dipenchetiamusic5477 Жыл бұрын
একো নাই বুলি নকও কিন্ত এই মিটাৰ মাটিত নাইবা নদীত থকা মিনাৰেল বোৰৰ বাবেও ইন্দিকেত কৰে৷ বিজ্ঞানৰ ফালৰ পৰা
@romeokumbang6481
@romeokumbang6481 Жыл бұрын
কিন্তু আচৰিত কথা দেই ভূতৰ লগত কথা পাতাটো....... দাদা আপোনাৰলৈ নমস্কাৰ আপোনাৰ এই পদ্ধতি ভাৰত বৰ্ষৰ কাৰণে বহুত কামত আহিব। মহান মহান মানুহবোৰৰ লগত কথা পাতি কিছোমান নজনা কথাবোৰক মৰি যোৱাৰ পাছতো ভূতৰ বা আত্মাৰ পৰা শিক্ষিব পাৰিম
@faridaahmed5968
@faridaahmed5968 10 ай бұрын
Paranormal knowldge apunar nai sage so apuni k2 meter Or kotha na jane.
@multimax1854
@multimax1854 2 жыл бұрын
অদৃশ্য শক্তিৰ অস্তিত্ব আছে ।সেইটো মই প্ৰমাণ পাইছো ।বলকেইটা মকৰা সদৃশ কিবা এটাই লৈ গৈছিল যেন লাগিল ।।।
@hiramani3712
@hiramani3712 Жыл бұрын
Exactly
@digitalasompro6727
@digitalasompro6727 Жыл бұрын
পৃথিৱীত ভাল বেয়া সকলো শক্তিৰ অস্তিত্ব আছে
@nainamedhi360
@nainamedhi360 Жыл бұрын
বিজ্ঞানৰ যুগত ভূত-প্ৰেত, আত্মা,ডাইনী, অন্ধবিশ্বাস এইবোৰ এৰিবলৈ আপোনালোকেই টেঁটু ফালি ফালি news বনাব, ক'ৰবাত কিবা এটা ঘটনা ঘটিলে কব যে এইবোৰ অন্ধবিশ্বাস হেন তেন বহুত। আৰু এতিয়া প্ৰমাণ দিছে এইবোৰ। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু?
@akhilarandhara5180
@akhilarandhara5180 2 жыл бұрын
ভূতে আপোনালোকৰ লগত লাইট জ্বলাই কথা পতা দৃশ্যৰ ছুটিং গাড়ীৰ ওপৰত লৈছিল নেকি
@bidyutgogoi1175
@bidyutgogoi1175 2 жыл бұрын
ata light duta light jolaok klla dewali pisa niki. 😂😂😂
@opvideo7029
@opvideo7029 2 жыл бұрын
বিজ্ঞানে কি গবেষণা কৰিলে, ভূতৰ খবৰেই নাজানে ।
@gamingzone4816
@gamingzone4816 21 күн бұрын
Tumar jonmo kio hol Jonmo r agt ki asila Mritu pst ki hobo
@basantahira8645
@basantahira8645 2 жыл бұрын
আপোনা লোকৰ টিমটোৰ লিডাৰ কোন?
@bonraj6194
@bonraj6194 2 жыл бұрын
লাইট জ্বলাই দিব পৰা ভুত ।
@user-jb8jf1br3f
@user-jb8jf1br3f Жыл бұрын
সুন্দৰ পদক্ষেপ ♥️
@ranineog2827
@ranineog2827 Жыл бұрын
Jodi bhogoban Ase bhutu Ase
@rittikkashyap8612
@rittikkashyap8612 Жыл бұрын
Jodi Bhut ase , Bhagwan o ase . Jodi Mama ase , Bhagin o ase . Jodi Sakori ase , Dalali o ase . Jodi Police ase , Bheti o ase . Jodi Prem ase , Ghrina o ase . Jodi Axa ase , Niraxa o ase . Jodi tumi asa , moiu asu ..! 😝
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 9 ай бұрын
iss ram
@rishavpachani9514
@rishavpachani9514 9 ай бұрын
9o9oki
@koustavborah2855
@koustavborah2855 9 ай бұрын
Tomei boot.
@BisheswarBhumij-oi5tz
@BisheswarBhumij-oi5tz 7 ай бұрын
​..
@nainamedhi360
@nainamedhi360 Жыл бұрын
আপোনালোকৰ কথাত যে খুব হাঁহি উঠিছে। ভূতক হে কয় ভয় কৰা বুলি। lighting মানিব লাগিব। তেওঁলোকো কম নহয়...যন্ত্ৰ পাতি চলাব পৰা ভূত। ধেৎ টেৰী😂😂
@diplinashorts
@diplinashorts Жыл бұрын
আটাইতকৈ বেছি ভাল কথা টো হল যে ভূত এ English words বুজি পাইছে 😂😂😂 ভূত ও লাহে লাহে ডিজিটেল হৈছে আৰু 😂😂 সংবাদ দাতা আপুনি ভূত কেইটা জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ কেইটামান টকা Paytm t দি আহিব লাগিছিল নেকি??😁
@chiring.7
@chiring.7 2 жыл бұрын
I believe in this matter . Because one day someone pushed me on my body at evening time in my childhood along 7 30 . . But I hadn't seen anyone evven if that time there was lighting .
@karabirnp1676
@karabirnp1676 2 жыл бұрын
English pushed you
@abhijitkantisarkar7922
@abhijitkantisarkar7922 2 жыл бұрын
I was that person... I'm nt a ghost 😂
@lyrmusic3465
@lyrmusic3465 2 жыл бұрын
Ki ba kole Buji a napalu.....moi gahori mankho di vat khalu de 😁😁😁😁
@bhaskartamuli5603
@bhaskartamuli5603 2 жыл бұрын
Luara news dakhi ahisu bl
@manjubarman1855
@manjubarman1855 2 жыл бұрын
কি যে সাংবাদিক! জুবিন গাৰ্গে কলে আকৌ বেয়া পায়।
@mrvlog5002
@mrvlog5002 Жыл бұрын
Mur মৰমৰ দাদা সকল মোৰ ঘৰ নগাঁও ৰ ৰাঙলী ৰ পৰা কৈ আছোঁ আমাৰ ৰটো এনেকুৱা হয়
@dalimidoley6945
@dalimidoley6945 2 жыл бұрын
Faltu news kam nai nki sup sap gort lodu kalga🤮🤧😷🤣😂
@madhurjyavlogs1139
@madhurjyavlogs1139 Жыл бұрын
I proud of your news channel because your news channel is Very brave and tallented. I always support Axom live 👍
@hirumonibora9615
@hirumonibora9615 Жыл бұрын
Atmaa ase babei ami xopun dekhu
@mahantahajong6301
@mahantahajong6301 Жыл бұрын
অকল দুটা লাইতে কাম কৰে নেকি আপোনালোকৰ বাকি কেইটা কি হল,,,,
@beautycollection82
@beautycollection82 2 жыл бұрын
Kam nai ekaitai pagolhol ehot manuhok pagol koribo ei news channele , science najane niki
@rmmixer1481
@rmmixer1481 2 жыл бұрын
I support you
@nayankalita3092
@nayankalita3092 2 жыл бұрын
Pagol hoise aikejon
@ratanpatar5445
@ratanpatar5445 2 жыл бұрын
ভগৱান থাকিলে ভূত থাকিবই এইবোৰৰ উল্লেখ আছে ভাগৱত খাস্ততো
@diplinashorts
@diplinashorts Жыл бұрын
দাদা অসমীয়া শব্দ শুদ্ধকৈ কব আৰু লিখিব 🙏 খাস্ত নহয় শাস্ত্ৰ হে🙏
@ratanpatar5445
@ratanpatar5445 Жыл бұрын
@@diplinashorts hb aru heibur hoi jai...buji lole hol
@DEEPJYOTI99
@DEEPJYOTI99 Жыл бұрын
ভূত আপোনালোকেই 🤧
@nivagogoi9859
@nivagogoi9859 2 жыл бұрын
মই কৈছো আত্মা আছে । মই ড০ ভূপেন হাজৰিকাৰ আত্মাক অহা দেখিছিলো , কি হৈছিল জানিব বিছাৰে যদি জনাব পাৰো, প্ৰমাণ ও দিব পাৰো ।
@sapunvlogs2516
@sapunvlogs2516 2 жыл бұрын
মোক লাগে প্ৰমাণ
@basudevnath5847
@basudevnath5847 2 жыл бұрын
May be unseen natural power......!!!
@johnbaba8440
@johnbaba8440 2 жыл бұрын
এইবাৰ বাৰিষা আমাৰ ইয়াত কাৰেন্ত নাছিল। ওচৰৰ জাৰণিৰ পৰা ৩৮তা ভূত আনি লাইট জ্বলাইছিলো। বৰ্তমান ৪০তা ভূত অসম অলিম্পিকৰ ভিন্ন খেলৰ বাবে ট্ৰেইনিং কৰাই আছোঁ।
@sonjoy8428
@sonjoy8428 2 жыл бұрын
👍😄
@Gaurabshorts02
@Gaurabshorts02 2 жыл бұрын
😂😂😂😂
@kakoli8291
@kakoli8291 2 жыл бұрын
😊😊😊😊😊😜😜😜🤪🤪😂😂😂😂😂😂😂😂😅😅😅😅🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@neelkamalrajkhowa85
@neelkamalrajkhowa85 2 жыл бұрын
Hahahahahahahahahahahahahahaahahaajahahajahahahahahahahahahahahahahahahaha
@Nobo123
@Nobo123 2 жыл бұрын
Kom poriman bisas koru judio positive and nagative power amar dhorat ase aito hole khosai bisas koru..
@dishantaadhikari8003
@dishantaadhikari8003 Жыл бұрын
উফ্ সাংবাদিকতা !!!
@factoman4892
@factoman4892 Жыл бұрын
বাবা ভূতৰ লগত ধেমালি নহয় 😊 এইবাৰ দুৰ্গা পূজাত মেচিন টো ওলাব নেকি দোকানত...মোৰো ভূতৰ লগত দুৱাষাৰ আছিল🤗
@parashneog5376
@parashneog5376 Жыл бұрын
😁😆😀
@toxicbacha9396
@toxicbacha9396 Жыл бұрын
🤣🤣🤣😂
@dipuriyanshassamesvideo7381
@dipuriyanshassamesvideo7381 2 жыл бұрын
অকল 2টা লাইত কিয়?
@guljankhan6203
@guljankhan6203 2 жыл бұрын
Level of Assamese News Channel.
@abhijit_dewri_official_
@abhijit_dewri_official_ 9 ай бұрын
যদি ভাল আছে তেন্তে বেয়া অ আছে সুখ থাকিলে দুখ অ আছে ঠিক একেদৰে ভগৱান থাকিলে ভূত অ আছে
@gozo_00
@gozo_00 Жыл бұрын
Vute axomiya kotha buji pai mane😍
@srvaxomiyagaming4286
@srvaxomiyagaming4286 Жыл бұрын
😂😂😂😂
@rashmirekhaborah1767
@rashmirekhaborah1767 Жыл бұрын
🤣😂😂
@kumudkalita2797
@kumudkalita2797 2 жыл бұрын
Faltu news .....
@austinpegu4802
@austinpegu4802 2 жыл бұрын
বাঃ বাঃ কি News মানিলো আৰু dost পাতিলক কামত আহিব দেত পাঘল বনাব দে মানুহক
@jintugogoi3660
@jintugogoi3660 2 жыл бұрын
আজি যোগত অন্ধ বিশ্বাস কাম নাই আৰু
@pankajkhakhlary6286
@pankajkhakhlary6286 2 жыл бұрын
Best comedy Bro ...... Mooja ... Next aru kot dekhaba ...
@vildjm9002
@vildjm9002 2 жыл бұрын
Hoi dey
@itsmedipon8370
@itsmedipon8370 2 жыл бұрын
Oi gol ge neki.....bol loi gol dekhun....epic 😂😂😂😂😂😂🖐️
@hirumonibora9615
@hirumonibora9615 Жыл бұрын
Moi direct dekhisu......so moi blv koru bohut..aru nedekhile hoi kisumne aibur faltu buli kbo...kintu dekhile blv ahibo
@as01trevalingvlog66
@as01trevalingvlog66 Жыл бұрын
ৰাম ৰাম আহিল আৰু কিছুমান প্ৰশ্ন সব বকবাছ হৈ কেলা এই বিলাক অন্ধবিশ্বাস ।।এইবিলাক এৰক অসমীয়া মানুহক বুৰ্বক বনোৱা কাম বোৰ । নপ্ৰহা লোক বিলাকে টো এইবিলাক হয় বুলি য়ে ভাবিব
@aswinikalita7530
@aswinikalita7530 2 жыл бұрын
Yes I believe it.
@tulshiprasadborah9815
@tulshiprasadborah9815 2 жыл бұрын
ভূতৰ লগত কথা পতাৰ মেচিন উদ্ভাৱনকাৰী প্রথম ৰাজ্য হিচাবে আমি গৰ্ববোধ কৰিব পাৰোঁ দেখোন।
@bhaitisingha6063
@bhaitisingha6063 2 жыл бұрын
🤣🤣🤣🤣🤣
@raghabkachari7
@raghabkachari7 2 жыл бұрын
Aree Pagol ai2 assam a discover kora nhoi Ai2 mechine scientist a bonowa olop parile bahiror kotha saba sob faltuwami kori urai nidiba
@bishwaraj3340
@bishwaraj3340 2 жыл бұрын
🤣🤣🤣
@rakeshchoudhury3768
@rakeshchoudhury3768 2 жыл бұрын
ডাঙৰীয়া এইটো অসমত বনোৱা যন্ত্ৰ নহয়... মই আগতে TV ... KZbin ত.... বাহিৰৰ ভিডিঅ বহুত চাইচো... পেৰানৰমেল একটিভিটিছ ৰ লগত জড়িত মানুহ খিনিয়ে এই যন্ত্র কেইটা ব্যৱহাৰ কৰে.... নাজানা কৈ কথা কিছুমান কোৱাটো বেয়া কথা... শক্তি আছে আৰু তেওঁলোকে মানুহৰ লগত কানেন্ট কৰিব বিছাৰে....
@tulshiprasadborah9815
@tulshiprasadborah9815 2 жыл бұрын
@@rakeshchoudhury3768 হয় নেকি? তেতিয়া হ'লে মোৰ গৰ্ববোধ উঠাই লৈছোঁ কৃষ্ণ 🙏🙏
@ajoyrabha4792
@ajoyrabha4792 Жыл бұрын
Bhoot ase manisu kinto enekoi bhootk interview je Lowa jai takehe dekhi mor hahi hahi pet bukhai goise comedi video dekhuwar babe thanks
@lohitsarania2230
@lohitsarania2230 2 жыл бұрын
আপোনালোকে নিজে বোৰবগ কাৰণে আনকো বোৰবগ বোলি ভাবিছা নেকি মোক লয় ‌জা ‌ছোন ময় প্ৰষন কৰিম কি উত্তৰ দিব
@ajoybharali881
@ajoybharali881 Жыл бұрын
মই কালি এটা ভুত লগ পালু হি অসমীয়া নাজানে ।😂
@anishaborah1993
@anishaborah1993 2 жыл бұрын
Begrund Music diya nai jodi eman sound kyo
@diiiikuu
@diiiikuu 10 ай бұрын
Interview tu sai val lgil😊😊
@hirannyagoswami3394
@hirannyagoswami3394 Жыл бұрын
এই আমাৰ অসমৰ নিউজ চেনেল অসমৰ সাংবাদিক অসম খন এইবিলাকৰ কাৰণে বহুত আগুৱাই গৈ আছে চাগে ।আৰু ইহঁতে পিছত কব আজিৰ দিনত মানুহে অন্ধ বিশ্বাস কৰে।
@princeatif2775
@princeatif2775 2 жыл бұрын
কি হব আমাৰ অসম অন্ধ বিশ্বাস
@dharanidutta475
@dharanidutta475 2 жыл бұрын
ভয়েই ভূত
@bijukumbangbijukumbang4677
@bijukumbangbijukumbang4677 2 жыл бұрын
এই নিউজ চেনেল টোক ৱাৰ্নিং দিছোঁ,আপোনালোকে মেণ্টেল হল বুলি, অসমৰ মানো মেন্টেল নহৈ kela
@basantapatgiriloksangitoff8970
@basantapatgiriloksangitoff8970 10 ай бұрын
এনেকুৱা বাটি দিল্লীত অজস্ৰ কিনিব পায়।বজালে মূৰ বেয়া লাগি যায়।বাপ্পা ঐ ইহতে মাৰিব দে।ভূতৰ লগত কথা বাৰ্তা।হায়ৰে হায় আজিৰ প্ৰচাৰ মাধ্যম।চোৱা সকল পাগল নে দেখুওৱা সকল পাগল বুজাটো কঠিন হৈছে।
@rahulchetry8980
@rahulchetry8980 2 жыл бұрын
Assam live r kam nai
@urmotheree
@urmotheree 2 жыл бұрын
পাৰিলে GST তথা মূল্য় বৃদ্ধি ৰ ওপৰত বাতৰি পৰিৱেশন কৰা ৰ চিন্তা কৰক
@r.tantabai7340
@r.tantabai7340 Жыл бұрын
🙏 prithibit val ase jd beyau nissoi thakibo ,,,, positive and nigetive
@babulocalvideoupldr4649
@babulocalvideoupldr4649 Жыл бұрын
এই ভিডিঅ টো চাই আছু ঠাণ্ডা পানি খাই কাহঁ হৈ আছে..হাহিলেও কাহঁ ওলাই..গতিকে আধা চাও নহলে বেচি কাহঁ হব 🙂
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 48 МЛН
Best KFC Homemade For My Son #cooking #shorts
00:58
BANKII
Рет қаралды 72 МЛН
Ghorapak (Full Assamese Short Film) By Chinmoy Barma |TSFC
13:13
The SignedFilm Company
Рет қаралды 523 М.