Bhagwat Path || Riju Pathak || Video-30 ( প্ৰথম স্কন্ধ)

  Рет қаралды 42,205

Riju Pathak.

Riju Pathak.

Күн бұрын

ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। আজি প্ৰথম স্কন্ধৰ সামৰণি।

Пікірлер: 485
@bontiborah5014
@bontiborah5014 4 жыл бұрын
প্ৰভুজন,আপুনি আগবাঢ়ি যাওক ,। যিবিলাক বিৰূপ মন্তব্য কৰিছে,ভগবানৰ আশীষ বুলি মানিলৈ।যুগে যুগে এনে ধৰণৰ মহা অধম লোক আছিল বুলি জনা যায় যি ভাল কথা ভাল কাম সহিব নোৱাৰি তেনে কৰে ।আপুনি ভগবানৰ ওচৰত বিশ্বাস ৰাখি ,আমাৰ দৰে মহা পাতকী ক ঈশ্বৰ ৰ অমৃত বাণী বিলাওক প্ৰভু ।আমি বহুত ধন্য হৈছোঁ । সেৱা জনালোঁ।কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kurapegu2632
@kurapegu2632 4 жыл бұрын
আপোনাৰ পৰম পবিত্ৰ পথ সুগম ।জগত কল্যাণ কাৰী মহান ভগবত শক্তিয়ে আপোনাৰ নিষ্কাম মাৰ্গত সৰ্বদা সহায়। নিৰ্ভয় হৈ আগবাঢ়ি যাওক ।।
@udayhazarika3814
@udayhazarika3814 4 жыл бұрын
বাপ আপুনি আগবাহি যাওক।সমালোচনা ভয় নকৰিব।
@kukidaskaki1783
@kukidaskaki1783 Жыл бұрын
কৃষ্ণ বাপ মোৰ সেৱা গ্ৰহণ কৰক। আপোনাৰ কথাখিনি শুনি বহুত দুখ লাগিল। শাস্ত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলম ধৰিলে কলিৰ ধম হৰি নাম জান পাপীৰ নিন্দাত নিদিবা কাণ। এই কথা ভাগৱতত স্পষ্ট লিখি থৈ গৈছে গতিকে সেই পাপীসকলর কথা শুনি ভাগৱত ব্যাখ্যা অনুস্থান বন্ধ নকৰিব। কৃষ্ণ
@jyotirmoydas3526
@jyotirmoydas3526 8 ай бұрын
আপোনাকে গুৰু হিচাপে হৃদয়ত স্হাপন কৰিলো । ভগৱানে আপোনাক মংগল কৰক । এনেদৰে ভাগবত পাঠ কৰি আমাৰ নিচিনা অধমক ধন্য কৰক প্ৰভু । 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@jinuchawrok5568
@jinuchawrok5568 4 жыл бұрын
কৃষ্ণ বাপ ৷ আপোনাৰ কথাখিনি শুনি মনত বৰ দুখ পালো বাপ ৷আপোনাৰ দৰে এজন কৃষ্ণ ভক্ত পাই নথৈ আনন্দিত হৈছো লগতে নিজকে ধন্য মানিছো তেনেস্থলত কোনোবা বদমাছে আপোনাক এনেকৈ কৈ মনত দুখ দিছে তাৰ বাবে আমি বিকৃত মানসিকতা থকা লোকসকলক গৰিহণা দিছো লগতে সেইসকলৰ মানসিকতা সকলোেৱ প্ৰতি ভাল হওক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাথনা কৰিছো ৷ বাপ আপোনাৰ ওচৰত প্ৰভু আছে ভয় নকৰিব আগোৱাই যাওক আৰু আমাকো প্ৰ্ভু ভগৱন্তৰ অমিয়া ৰস পান কৰিবলৈ সুবিধা প্ৰদান কৰক এয়ে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ ৷ আপোনাৰ লগত আমি সদায় আছো ৷ কৃষ্ণ
@AjitkrDas-ox3no
@AjitkrDas-ox3no 4 жыл бұрын
হে বাপ কৃষ্ণ কৃষ্ণ । সৎ জনৰ ওপৰত কলিৰ প্ৰভাৱ থাকে । আপোনাৰ এই কৃষ্ণ কথা ভাগৱত পাঠ শুনিবলৈ আমি সদায়ে আশা বাদী । সেই মহান মুনি সকলোক প্ৰভু ভগৱন্ত এদিন জ্ঞান দিব । কৃষ্ণ প্ৰনাম
@hmahanta71
@hmahanta71 4 жыл бұрын
প্ৰভুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছো। সদাচাৰ লোপ পাইছে আৰু দিনক দিনে দুৰাচাৰ আৰু পাপ আচাৰ বৃদ্ধি পায় আহিছে। প্ৰভুজনা আপুনি মহাভাগৱতৰ অমৃত ৰস বিলাই থাকক। আমাৰ জীৱবিলাক উদ্ধাৰ হব লাগিব। ভগৱান বুদ্ধদেৱক কৰা অপমান তেখেতে গ্রহণ নকৰাৰ বাবে যিয়ে কৰিছিল তেওঁলোকলৈ উভতি গৈছিল। পুনৰ সশ্ৰদ্ধ প্ৰণিপাত। 🙏 🏻 হীৰা মহন্ত (শিৱসাগৰ)
@lalitgogoi1984
@lalitgogoi1984 4 жыл бұрын
হে কৃষ্ণ কৃপাময় প্ৰভু মোক কৰা কৃপা এহিমান তোমাৰ চৰনে ৰহোকয় আমাৰ সদায়ে নিৰ্মল জ্ঞান । হে বাপ ঈশ্বৰ আপোনাৰ এই ভাগৱতৰ ব্যাখ্যাৰ পৰা আমাক বঞ্চিত নকৰিব ।
@ilamonigogoi9832
@ilamonigogoi9832 4 жыл бұрын
কৃষ্ণ বাপ ভাগৱতৰ ধাৰাবাহিক পাঠ আৰু বাখ্যা আগ বঢ়াই নিয়ক দুষ্ট সকলৰ কথাত মন বেয়া কৰি আমাক ভাগৱত শ্রৱণৰ পৰা বঞ্চিত নকৰিব। দুষ্ট লোকসকলে আনৰ সমালোচনা কৰি ভাল পাই। পৃথিবীত তেনে লোক থাকিবই। কৃষ্ণ বাপ কৃষ্ণ।
@amlanjyotidutta6406
@amlanjyotidutta6406 4 жыл бұрын
কৃষ্ণ 🙏 প্ৰভুজনা কলিৰ প্ৰভাৱত পৰি কেইজনমান নিকৃষ্ট মনৰ ব্যক্তিয়ে আপোনাৰ প্ৰতি কৰা এনে নিকৃষ্ট কৰ্মক আমি ধিক্কাৰ দিছো আৰু মনত বৰ দুখ পাইছো । প্ৰভুজনা এইসকলোবোৰ ঈশ্বৰৰে পৰীক্ষা বুলি ধৰি আপোনাৰ সংকল্প আগতকৈও দৃঢ় কৰি আগবাঢ়ি "এখন ভাওঁনাত যেনেকৈ ৰামৰ চৰিত্ৰ'ত বিভোৰ হৈ লোহাৰ ধেনু ভাঙি পেলাবলৈ সক্ষম হৈছিল সেই ভাৱৰীয়া জনে ঠিক তেনেকৈ আপোনিও পাৰিব প্ৰভুজনা" ঈশ্বৰ আপোনাৰ লগত আছে আৰু আপোনাৰ দাস হিচাপে আপোনাৰ সংগত সৰ্বদা আছো আমি ।। কৃষ্ণ 🙏
@bipinbipin6223
@bipinbipin6223 4 жыл бұрын
কৃষ্ণ বাপ সেই সকলৰ কথাত ধ্যান নিদিব কাৰণ তেওঁলোক অল্পবিদ্যা। অল্পবিদ্যা ভয়ঙকৰ বুলি আগৰ লোকসকলে কয়।এই ভাগৱত ব্যাখা আগবঢ়াই লৈ যাওক ।এয়ে আমাৰ কামনা। সেইসকলৰ কথাত ধ্যান নিদিব ।সমাজত এনেলোক বহুত আছে। বাপ কৃষ্ণপ্ৰভূয়ে কুৰুক্ষেত্ৰৰণত হাহি ৰণকৌশল কৰিছিল।আমি কলিযুগৰ লোক সেয়ে ঈশ্বৰৰ কৃপা দৃষ্টি আপোনাৰ শৰীৰত আমি দেখিছো।সেয়ে আনৰ কথাত ধ্যান নদিব। সেইসকল লোকে নিজেও নোশুনে আনকো ভালকৈ থকিব নিদিয়ে।সেইসকল লোক চকুচৰহা।হে বাপকৃপা গুৰুজন আপোনি থমকি নৰব পিছলৈ ঘুৰি নাচাব সেই সকলৰ কথাত গুৰুত্ব নিদিব বাপ সেই সকলক একোৱেই নকব ।তেওঁলোকে যি কয় কৈ থাকিব দিয়ক।একো নকলে তেওঁলোকৰ এদিন মুখ বিষাই যাব আৰু এদিন চাব তেওঁলোকৰ মুখ বন্ধ হৈ যাব। এদিন কৃষ্ণৰ কথা শুনিবলৈ ইচ্ছা কৰিব। হে বাপ কৃপালোগুৰুজন কাতৰ অনুৰুধ এই ভগৱত ব্যাখা কদাপি বন্ধ নকৰিবএই অধম সুদুৰ বাঙ্গালোৰুত কৰ্মৰত হৈ আছো যদি কিছুসময়ৰ কাৰণে কৃষ্ণৰ কথা নুশুনো মন প্ৰাণ উৰি যোৱা যেন লাগে। কৃষ্ণৰ কথাশুনিলেহে মন প্ৰাণ ঘূৰি আহে।হে বাপ এই অধমে অন্তঃকৰনে কৈছো সেয়েহে লিখাতো দীঘলিয়া হৈছে।হে বাপ আৰু এটা অনুৰুধ আপোনাৰ ফোন নম্বৰতো দিব চোন । এই অধমৰ নাম বিপিন বুঢ়া গোহাঁই। কোনো চিন্তা নকৰিব শাস্ট্ৰই এটা কথাই কয় যি সকল লোক কৃষ্ণৰ ভক্ত হয় সেইসকল লোকৰ বহুত ডাঙৰ ডাঙৰ পৰীক্ষা হয়।এই পৰীক্ষাত ঊৰ্তীন হোৱাতোহে আচল কথা।আপোনি ঊৰ্তীন হবলৈ গৈ আছে গতিকে এয়া কলিৰ প্ৰভাৱ।পৰীক্ষীত ৰজাই কলিক স্থান দিয়াৰ কাৰণে কিলিয়ে কি কৰিলে? সকলোৱে গম পালে। গতিকে এয়া কলিৰ প্ৰভাৱ।আনৰ কথাত ধ্যান নিদিব। ঈশ্বৰৰ গুনানো কীৰ্তন কৰি যাওক। এইটোৱে এটা ভাল উপায়।কৃষ্ণ বাপ এই কথা কউতে যদি অপৰাধ হৈছে এই অভাজনক ক্ষমিব।অপৰাধ বিনাশণ তজোনাম নাৰায়ণ জানিনামে পশিলো শৰণ আনগতি নাহি কেমৰণ আপৰাধ ক্ষমা কৰি তুমিদয়া খিলহৰি মোক ৰক্ষাকৰি ওচৰণে।কৃষ্ণ বাপ ইয়াৰ উত্তৰ পাম বুলি আশা কৰি বাটচাই ৰলো। "কৃষ্ণ জয় গুৰু শঙ্কৰ"।
@nialifestyle2482
@nialifestyle2482 Жыл бұрын
আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি জীৱন ধন্য প্ৰভু আপোনাৰ চৰণত সেৱাহে ।
@malashreebora492
@malashreebora492 3 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱান সদায় আপোনাৰ শিৰত আছে সদায় আপোনাক ৰক্ষা কৰিব প্ৰভু হাতীৰ পিচত যিয়ে নাযাওক একো কৰিব নোৱাৰে আপুনি আমাক সদায় আপোনাাৰ শ্ৰীমুখৰ পাঠ শুনাই থাকিব ৷প্ৰভু একো নাজানো কিন্তু আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা এতিয়া আমাৰ জীৱনৰ সৱৰ্স্ব প্ৰভু ভগবানে আপোনাকসদায় ৰক্ষা কৰক প্ৰনাম
@bhubenthakuria9006
@bhubenthakuria9006 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ বাপ প্ৰথমতে আন্তৰিক খেৱা গ্ৰহণ কৰিব, কৃষ্ণ দেৱ য়ে আপোনাক ৰ্দৃঘাও কৰি সুস্থ আৰু শান্তিৰে ৰাখে এয়ে প্ৰাৰ্থনা, আপোনাৰ এই ভাগৱতৰ জ্ঞানৰ কথা মোৰ দৰে আৰু পৃথিৱীত শুনিবলৈ ইচ্ছা থকা মানুহৰ কাৰনে ভাগৱত কথা শুনায় যাওক, কেইজনমান পাপিলোকৰ কাৰণে এই মহানুস্থান চেনেলটোৰ ব্যৱস্থাক বন্ধ নকৰিব বাপ ঈশ্বৰ, আপোনাৰ দুখি মনৰ কথা শুনি আৰু বন্ধ কথা শুনি মোৰ হ্নদয় ব্যাকুল হৈ চকু পানী ধৰি ৰাখিছে।ভকতৰ শাৰীত বহি শুনাৰ ভাগ্য নাই, আপোনাৰ শ্ৰী মুখেৰে শুনিবলৈ পায় কিমান শান্তি পায়ছো প্ৰকাশ কৰা নাযায় বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@bhubenthakuria9006
@bhubenthakuria9006 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ খেৱাহেএ নিৰন্তৰে শুনি যাম ধন্য ধন্য।
@bontiborah5014
@bontiborah5014 4 жыл бұрын
কৃষ্ণ কৃষ্ণ ,প্ৰভুজন আপোনাৰ চৰণত সত কোটি প্ৰণাম।আমাৰ জীৱনটো আপোনাৰ দৰে এজন মহাপুৰুষৰ আগমন হৈছে ,ভগবানৰ বাণী আমাৰ দৰে অধম ৰ ভাগ্যত আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰিবলৈ। আপোনাৰ কুশল কামনা কৰি প্রার্থনা জনালোঁ ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@ranunayak3161
@ranunayak3161 4 жыл бұрын
Krishna Bap.আপোনৰ কথাবোৰ শুনি বহুত ভাল লাগে । আপোনাক ভগবানে ধৰাধামলৈ ভাগৱত কথা শুনাবলে পঠায় দিছে ।GOD GIFT🙏🙏
@subornaroy9303
@subornaroy9303 3 жыл бұрын
Prabhu apunak kuneo aku kariba nuware prabhu bhagawan ai prithibit hadai apunak rakhya kariba prabhu
@pankajboruah3673
@pankajboruah3673 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন প্রভুৰ কৃপাত আপোনাৰ দৰে এজন মহাপুৰুষৰ পৰা কৃষ্ণ কথাৰ অমৃত প্রান কথা শুনিব পাৰিছো। এয়া হয়তো আমাৰে ভাগ্য। দুৰাচাৰ সকলৰ কথা নুশুনি আপোনি ভাগৱত পাঠ কৰি যাওক আমি সকলো সময়তে আপোনাৰ লগত আছো। ভগৱানে আপোনাক সদায় কোশলে ৰাখক কৃষ্ণ।
@diptichetia2401
@diptichetia2401 4 жыл бұрын
বাপ বৰ সুনদৰ ভাগৱত কথা।আপুনি আগবাঢ়ি যাওক।ভগৱানৰ কৃপা আৰু আশীবাদ আপোনাৰ লগত আছে।যেনেকৈ-বিপ দামোদৰ আখান মনত পেলাব।
@daduldas1643
@daduldas1643 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰী চৰনে সেৱা ধৰি ছো।। আমাক অমৃত পাণ কৰাই থাকে যেন।। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ শ্ৰী ৰূপা ৰাজ খোৱা। ‌
@kalitarupa9196
@kalitarupa9196 4 жыл бұрын
কৃষ্ণ বাপ সেৱা জনালো। আপোনাক ভগৱানে কুশলে ৰখাৰ কামনা কৰিলো।
@hemendradeka4625
@hemendradeka4625 4 жыл бұрын
হে বাপ, বিক্ষিপ্ত ভাবে ভাগৱত পাঠ শুনিবলৈ পাইছোঁ । কিন্ত এনে সুললিত কন্ঠৰে আৰু এনে ধৰণেৰে কৃষ্ণ প্ৰেমত মজি সাৱলীল বাখ্যা আগবঢ়োৱা আপোনাক শতকোটি প্ৰণাম যাছিলোঁ । দুষ্ট জনৰ ( কলি )ৰ ওচৰত হাৰ মানিলে ঈশ্বৰ ৰ ইচ্ছা পূৰণ নহয় । গতিকে হে বাপ আপুনি আগবাঢ়ি যাওক । অসংখ্য জনে অধীৰ আগ্ৰহেৰে আপোনাৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰি শান্তি লভি ছে । আপুনি বঞ্চিত নকৰিব বাপ । কৃষ্ণ কৃষ্ণ ।
@pratibhabezbaruah2468
@pratibhabezbaruah2468 4 жыл бұрын
প্রথম অধ্যায়তো শুনি বহুত ভাল লাগিল কৃষ্ণ বাপ। 2নং অধ্যায় লৈ আগবাঢ়ি যাওক। ভগৱানে আপোনাক কৃপা কৰক আমাক কৃষ্ণ কথা শুনাবলৈ দুৰাচাৰৰ কথাত কান নিদিব বাপ।
@kanakdeka512
@kanakdeka512 3 жыл бұрын
প্ৰভু আপোনাৰ অমৃতময় কৃষ্ণ কথা শুনি আল্পুত হৈছোঁ৷ আনৰ কথা আপুনি কিয় শুনে৷ আপুনি জানেইচোন সমাজত কিছুমান বেয়া মানুহ থাকেই৷ আপুনি কিয় নাৰ্ভাচ হৈছে৷ অনুগ্ৰহ কৰি আপুনি আপোনাৰ কাম কৰি যাওক৷ এয়াই আমাৰ অনুৰোধ৷
@jaisriram2821
@jaisriram2821 2 жыл бұрын
আপুনি কোনো নিন্দকৰ কথাত মন নিদি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি যাওঁক, আমি সদায় আপোনাৰ ভাগৱত প্ৰিয় কথা শুনিবলৈ বৰ আগ্ৰহী আৰু আনন্দত থাকো ।
@TheSangu27
@TheSangu27 4 жыл бұрын
Krishna pravujona..🙏 apuni dukh nakaribo..enekua esaam manuh thakei.. ami apunar saranot hewa jonaisu ei amrit paan koruar karone..
@bhupendas1971
@bhupendas1971 4 жыл бұрын
কৃ্ষ্ণ, বাপ কৃষ্ণ! সেৱা নিবেদিলোঁ, গ্ৰহণ কৰিব প্ৰভূ | অমিয়া ৰসৰে ভৰপূৰ ভাগৱতৰ অমৃত পাঠ আৰু ব্যাখ্যা প্ৰদান কৰি ঈশ্বৰ কৃষ্ণ অমৃতময় উপদেশ সমূহ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা কাৰ্য বেয়া দৃষ্টি দিয়া অপশক্তিক কোনো কাৰণতেই ভয় নকৰিব | সূৰ্য্য শক্তিক জানো অলপ সময়ৰ বাবে অহা মেঘে চিৰ দিন বাবে বাধা দি ৰাখিব পাৰে বাপ | আপুনি আপোনাৰ কাম চলাই নিয়ক | কৃষ্ণ কথা বেয়া পোৱা অধম্মী লোক নিজেই নাইকীয়া হৈ যাব বাপ | ভগৱান প্ৰভূৰ শক্তি ইমানেই কম নহয় যে ই ইমান সোনকালে প্ৰসমিত হৈ যাব | আমি ভগৱন্তৰ গুণানুকীৰ্তন শুনিব খোজো গতিকে আপুনি শুনাই যাওক আৰু আমাক কৃ্ষ্ণ কথাৰ পৰা বঞ্চিত নকৰিব | এয়া আমাৰ অনুৰোধ | কৃ্ষ্ণ, বাপ কৃষ্ণ |
@BalendraKalita-m5t
@BalendraKalita-m5t Ай бұрын
Excellent expressions. We are quite grateful for your kind attitude to spread the "SANATAN" Dharma in a simple manner. Wishing you all the best. ❤❤❤
@ranjudutta2234
@ranjudutta2234 4 жыл бұрын
Krishno Krishno Krishno
@rabindranathdas8301
@rabindranathdas8301 3 жыл бұрын
প্ৰকৃত কৃষ্ণৰ একান্ত ভক্ত সৱে আপোনাৰ বেয়া গুনৰ কথা কেতিয়াও মনললৈ নানে তেওঁলোকক ও ভগৱন্ত প্ৰভুৱে সুমতি প্ৰদান কৰক ৷ আপোনাৰ যি ভাগৱতৰ সুবলিত সজ সৰল বাখ্য কৰিছে ৷ বাপ আমি অধম সৱে আপোনাৰ লগত সৰ্বদায় সকলো ক্ষেত্ৰত থাকিম তাৰ বাবে আপোনাৰ মহান কৰ্তব্য কৰি যাওঁক ৷ কথা খিনি কওঁতে মই মোৰ বুলি অহংকাৰ হব পাৰে তাৰ বাবে কৃষ্ণ প্ৰভুৱে ক্ষমা কৰে ৷ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৷
@rulennath7538
@rulennath7538 4 жыл бұрын
কৃষ্ণ কৃষ্ণ, বাপ হতাশ নহ'ব। ষাঠি সহস্ৰ ৰীষীৰ পৰা আঠাইশ সহস্ৰ জনেহে ভাগৱত শুনিছে। এতিয়া কলি যুগত এনেকুৱা হব ই। জয় গুৰু শঙ্কৰ ।
@dipalidutta6239
@dipalidutta6239 4 жыл бұрын
কৃষ্ণ বাপজন, পোনপ্ৰথমে আপোনালৈ সেৱা জনালোঁ। আপোনাৰ ভাগৱত ব্যাখ্যাৰ মই নিয়মীয়া শ্ৰোতা হ'বলৈ পাই আনন্দিত হোৱাৰ লগতে ধন্য মানিছোঁ। যি সকলে বিৰূপ মন্তব্য কৰিছে তেওঁলোকক গুৰুত্ব নিদি আগবাঢ়ি যাওঁক। কিয়নো, শুভশক্তিৰ বিপৰীতে অশুভ শক্তিয়ে ক্ৰিয়া কৰেই আৰু সৰ্বশেষত শুভশক্তিৰে জয় হয়।
@tribenisarma607
@tribenisarma607 4 жыл бұрын
বাপ ইশ্বৰ কথাষাৰ শুনি মনত বৰ দূখ পালো, সত্যৰ সদাই জয়। আপোনি তিলমানো ভাগৰি নপৰিব আমি প্ৰতিপলে আপোনাৰ লগত আছো আপোনি আগবাঢ়ি যাওঁক, ইশ্বৰে তেওঁলোকক এদিন সুমতি দিব,,
@dipaliray5259
@dipaliray5259 4 жыл бұрын
হে বাপজন আপোনাৰ কথাখিনি শুনি বহুত দুখ পালো। এটা কথা ঠিক যে নিস্বাৰ্থ ভাবে যিয়ে আনৰ ভাল চিন্তা কৰে তেওঁ আনৰ হিংসা আৰু ঈষাৰ বলি হব লগা হয়। এইটো পৰিয়াল আৰু সমাজৰ মাজত আছে। গতিকে আপুনি কাৰো কথাত বিচলিত নহব। ভগৱানে আপোনাৰ সহায়ক হব। 🙏🙏আজি আমি এই সংকতৰ সময়ত নিজৰ লৰা ছোৱালীক লগত লৈ আপোনাৰ ভাগৱতৰ পাঠ শুনি মনত কিমান যে আনন্দ লাভ কৰিছো তেওঁলোকে কি বুজি পাব । আপোনাৰ পাঠ আগুৱাই লৈ গৈ থাকক। ভাল বেয়াৰ বিচাৰ ভগৱানে কৰিব ।। কৃষ্ণ।। 🙏🙏
@krishnatamang7248
@krishnatamang7248 4 жыл бұрын
কৃষ্ণ বাপ 🙏🙏 আমাৰ সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি আনন্দিত হৈছোঁ। বাপ আপুনি আগবাঢ়ি যাওঁক। মানুহৰ সমালোচনাত মন কাণ নিদিব। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। কৃষ্ণ 🙏🙏জয় গুৰু শঙ্কৰ 🙏🙏
@nabanitasaikia7610
@nabanitasaikia7610 4 жыл бұрын
বাপ‌ কৃষ্ণ গুৰুজনাৰ মহান কৃপা বাপজনাৰ মুখে‌ সুন্দৰ ভাগৱত ‌ভাঙণিৰ‌ অমৃত‌‌ বাণী‌ শুনিবলৈ পায় আনন্দিত ‍হৈছো
@hemantidas9051
@hemantidas9051 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন আপুণি ভয় নাখাব কাৰণ ভক্তৰ সংগত সদায় ভগবান থাকে। আপোনাক কৃষ্ণ বাপে পৰিক্ষা লৈছে। জেনেকৈ ভক্ত প্ৰহ্ণাদৰ ভক্তিৰ পৰিক্ষা লৈছিল। আপুণি নিৰন্তুৰ ভাগবত পাঠ কৰি জাওঁক। নহলে আমাৰো শান্তি প্ৰাপ্তি নহব। কৃষ্ণ কৃষ্ণ বাপ সেৱাভাগ নিবেদিছো কৃষ
@karabikalita7108
@karabikalita7108 4 жыл бұрын
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব। আপোনাৰ ভাগৱত পাঠ শ্ৰৱণ কৰি আমি অতি আনন্দিত হৈছো। আগলৈও এইদৰেই আপোনাৰ শ্ৰীমুখে ভাগৱত পাঠ শ্ৰৱণ কৰিবলৈ বৰ আগ্ৰহেৰে বাট চাই ৰ'লো।.....বাসনা শইকীয়া (ডিব্ৰুগড়)🙏🙏🙏
@jadavchlaskar9157
@jadavchlaskar9157 4 жыл бұрын
কৃষ্ন কৃষ্ন বাপ আপুনি পিছলৈ নাচাই আগুৱাই গৈ থাকক ।সিহঁত বোৰ নৰাধম । আপোনাৰ কাষত সমূহ অসমৰ ৰাইজ আছে । Lock down ৰ সময়খিনিত আমি আপোনাৰ ভাগৱতকথা শুনি বৰ আনন্দিত হৈছো। ভগৱন্তই আপোনাক কৃপা কৰিব । এয়াই আমাৰ প্ৰভুৰ ওচৰত কাতৰ প্ৰাথনা। কৃষ্ন ।
@RijuPathakSatradhikar
@RijuPathakSatradhikar 4 жыл бұрын
কৃষ্ণ
@jadavgogoi4008
@jadavgogoi4008 4 жыл бұрын
কৃষ্ণ বাপ অধম সকলৰ কথা কাণ নিদিব সেই সকলে কেবল আনৰ দুষ খুচৰি ভাল পাই। সকলো অসাৰ কৃষ্ণ হে সাৰ গতিকে ভাগৱত বাখ্যা আগবঢ়াই নিয়ক। কৃষ্ণ বাপ কৃষ্ণ।
@sagarsaikia4058
@sagarsaikia4058 4 жыл бұрын
প্ৰভু, আমি কৰযোৰে প্ৰাৰ্থনা জনাইছো এই মহান কৰ্ম ভাগিৰ পৰা আমাক বিমুখ নকৰিব। ভগৱানে তেওঁলোকক সুমতি প্ৰদান কৰক।
@probinchetia416
@probinchetia416 4 жыл бұрын
কৃষ্ণ বাপ,আপোনালৈ শতকৌতি সেৱা জনালো।কথাটো শুনি মনত বহুত দুখ লাগিছে।আপোনাৰ শ্ৰীমুখে ভাগৱতৰ অমৃতময় বাণী শ্ৰৱণ কৰি অসমৰ বহু নৱপ্ৰজন্ম ধন্য হৈছে।গতিকে আপোনি এনেকুৱা অজ্ঞানিৰ সকলৰ কথাত মন নিদিব,নহলে আমিবিলাক একেবাৰেই নিথৰুৱা হৈ যাম।আপোনৰ চৰণত শিৰ থৈ অনুৰুধ জনাইছো,আমাক যেন এই অমৃত পান কৰাই যাওক আৰু ভগৱানে আপোনাক মঙ্গল কৰক
@sabitrimedhi6564
@sabitrimedhi6564 4 жыл бұрын
কৃষ্ণ°°°ওঁ পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণমূদচ্যতে । পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱাৱশিষ্যতে ।। °°কৃষ্ণ°° জয় গুৰু শঙ্কৰ-মাধৱ জগতগুৰুদেৱ দুজনাৰ পদপঙ্কজত শীৰণতহৈ কৰযোৰে কৃতাঞ্জলী বোলাইছো । জগতগুৰুদুজনাৰ সৃষ্টিৰাজি বৈকুণ্ঠৰ পদ্মকল্পৰ পৰা শ্ৰোতিত হোৱা পদ্মামৃতৰ প্ৰৱাহমান দূৰ্লভ সমূদ্ৰৰসক সুহৃয়েৰে প্ৰজ্ঞাত থাপিছো প্ৰভূঈশ্বৰ । প্ৰভূৰ শ্ৰীমুখে মহাভাগৱত শ্ৰুতিত হোৱাৰ পিছত আপোনাৰ নৰতনু শৰীৰটো সলনি হৈ দৈৱজ্ঞ মুনিৰ স্বৰূপ প্ৰষ্ফুলিত হোৱা শ্ৰীচৰণত কৰযোৰে অঞ্জলি নিৱেদিলো ঈশ্বৰ ।আপোনাৰ আইৰ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা থাকে ঈশ্বৰ ভয় হতাশাক প্ৰস্ৰয় নিদিব নৱপদক্ষেপেৰে আগবঢ়ি যাওঁক আইয়ে আৰ্শীবাদ কৰিছো । °°°কৃষ্ণ°°°হৰি°°ৰাম°°ৰাম°°°
@anjalipathak4964
@anjalipathak4964 4 жыл бұрын
কৃষ্ণ কৃষ্ণ,শুনি বৰ দুখ পালো। বাপ, আপোনাৰ অনুস্থান আগবঢ়াই নিব বুলি সেৱা ধৰিলো কৃষ্ণ।
@khargeswarkalita3502
@khargeswarkalita3502 3 жыл бұрын
কৃষ্ণ বাপ ভক্তি ভৰা সেৱা আগবঢ়ালোঁ। কৃষ্ণ।
@arunpachoni1993
@arunpachoni1993 4 жыл бұрын
অসৎ ব্যক্তিয়ে সৎ লোকক সমালোচনা কৰাটো সেইসকলৰ এক চৰিত্র|গতিকে আপুনি হতাশ নহব|🙏🙏🙏🙏নাৰায়ণ কৃষ্ণ |
@bantipator8687
@bantipator8687 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰনত শতকৌটি সেৱা জনাইছো। ভগৱানে আপোনাক সহায় কৰিব।
@jadabborah1447
@jadabborah1447 4 жыл бұрын
কৃষ্ণ প্ৰভু , সেৱা জনালোঁ । আপুনি আমাৰ জীৱন ধন্য কৰিলে , আপোনাক নোপোৱা হলে কত মজি থাকিলোঁ হেতেন তাৰ ঠিকনা নাথাকিল হয় । আমাৰ অঞ্চলত এতিয়া বহু জনেই আপোনাক শুনে আৰু ভক্তিত গদ গদ হৈ পৰে । কৃষ্ণ !!
@jayantakoch7619
@jayantakoch7619 4 жыл бұрын
কৃষ্ণ 🙏 , প্ৰভু মনোকষ্ট নলব , আপুনি নিজৰ প্ৰশ্নৰ ঊত্তৰ নিজে দিয়ে । সকলো প্ৰভুৰ শ্ৰী চৰণত অৰ্পণ কৰক । আমিও আপোনাৰ মনোকষ্ট ঈশ্বৰৰ শ্ৰী চৰণত অৰ্পণ কৰিছোঁ । আমাক শ্ৰী চৰণ চিন্তোৱাৰ পৰা বঞ্চিত নকৰিব প্ৰভু। সদায় আপোনাৰ মূখে বেকত হোৱা ভাগৱতৰ কথা অমৃত 6/7 ঘন্টা শুনো। হে প্ৰভু আমাক বঞ্চিত নকৰিব। 🙏🙏🙏🙏🙏🙏🙏
@munukalita3871
@munukalita3871 4 жыл бұрын
Bup, krisno bhogobontoi aapunar logot thakibo, krisno, krisno 🙏🙏🙏🙏🙏
@manomatikalita4131
@manomatikalita4131 4 жыл бұрын
হে প্ৰভু কোনো কোনো অধমে যদি এই ভাগৱত পাঠ শুনিবৰ বাবে মন নাই সেইসকল লোকক আঁতৰি থাকিবলৈ দিয়া হ'ল আমাক এই অমৃত বাণী পাণ কৰিবৰ বাবে বঞ্চিত নকৰিব কৃষ্ণ কৃষ্ণ বাপ সেৱা ধৰিছো
@prasantakoch450
@prasantakoch450 4 жыл бұрын
হে প্ৰভূজন আপুনি এটা কথা ভালকৈ জ্ঞাত যে এইটো হ'ল কলিযুগ,ইয়াত অনেক ধৰনৰ মানুহ থাকে,গতিকে দুষ্ট সকলৰ কথা মন নিদি কেৱল ঈশ্বৰ কথাত মনোনিবেশ কৰক আৰু এই অনুষ্ঠান ধাৰাবাহিক ভাৱে চলাই যাওক পৃথিৱীৰ এনেকুৱা কোনো শক্তি নাই যিয়ে আপোনাক বিচলিত কৰিব পাৰিব।কৃষ্ণ।
@rubulborthakur2442
@rubulborthakur2442 4 жыл бұрын
Krishno Probhu.. 🙏🙏🙏
@lombitmoran4759
@lombitmoran4759 4 жыл бұрын
কৃষ্ণ বাপ 🙏🙏 আমি এই মহাভাৰতৰ পাঠ আৰু ব্যাখ্যা শুনি যাব বিছাৰো আপুনি থমকি নিদিব বাপ প্ৰতিদিনে কৃষ্ণ কথা শুনি আহিছোঁ যদি আপোনাৰ মুখে ভাগৱত পাঠ শুনিবলৈ নাপাওঁ মনটো বৰ দুখ লাগিব বাপ আপুনি থমকি নিদিব।
@brajakumarsaikia5255
@brajakumarsaikia5255 4 жыл бұрын
প্ৰভূ ঈশ্বৰ আপোনাৰ ধাৰাবাহিক ভাগৱতী পাঠ শুনি আমাৰ পৰিয়ালৰ মঙ্গল হৈছে ।
@miradas440
@miradas440 3 жыл бұрын
হে বাপ আপোনাৰ পিতৃ-মাতৃয়ে আপোনাক জন্ম দি ধন্য হৈছে । আমিয়ো আপোনাৰ শ্ৰীমুখে ভাগৱত শুনি ধন্য হৈছো।
@urmilachamuah8785
@urmilachamuah8785 3 жыл бұрын
হে প্ৰভূ পিছতিয়াকৈ আপোনাৰ ভাগৱত পাঠ শুনিবলৈ পাইছো মই অত্যন্ত সুখি হৈছো ।কিন্তু আপোনাক বিৰোধিতা কৰা সকলে সদায় ধৰ্মৰ নামত অৰ্ধম কৰি আহিছে আৰু সদায় সমাজ খনত পাপৰ ধল বোৱাই আমাৰ মানৱ জাতিক বিনস্ত কৰা তেখেত সকলৰ প্ৰয়াস। কিন্তু প্ৰভৃ সত্য সদায় জয় আমাৰ বিশ্বাস আমাক কোনেও হতাশ কৰিব নোৱাৰে।
@mrinalmedhi8346
@mrinalmedhi8346 2 жыл бұрын
কৃষ্ণ বাপ আপোনাক সমালোচনা কৰা বুলি শুনি বৰ মনোকষ্ট পাইছোঁ। আপোনাৰ শ্ৰী মুখেৰে কৃষ্ণ কথা শুনি নিজকে ধন্য হৈছোঁ, আপুনি হতাশ নহ'ব আপুনি আমাৰ দৰে অধমবোৰক অমৃত পান কৰাইছে। মই ভগৱান ৰ কৃপা পালে আপুনি দয়া কৰিলে আপোনাৰ চৰণত শৰণ ল'বলৈ ইচ্ছা আছে আৰু আপোনাক সাক্ষাৎ কৰাৰ অনুমতি পালে নিজকে ধন্য মানিম। প্ৰভূ আপোনাৰ লগতে পৰিয়ালৰ সকলোকে ভগৱানে মঙ্গল কৰক তাৰেই প্ৰাৰ্থনা জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@pratibhabaruah7780
@pratibhabaruah7780 4 жыл бұрын
হে শ্ৰদ্ধাৰ বাপ জনা আপোনাৰ প্ৰতি কৰা বেয়া মন্তব্য বোৰ শুনি বেয়া লাগিছে আপুনি আগবাঢ়ি যাওক। থমকি নৰব। আমি ভাগৱত ভাগি শুনিবলৈ বাট চাই থাকিম।
@dibyajyotihneog5699
@dibyajyotihneog5699 4 жыл бұрын
আপোনাৰ ভাগৱত নিৰন্তৰ শূনিবলৈ পালে ধন্য হয় । অতি মনোমোহা ,মননশীল হোৱাৰ বাবে video কেতিয়া ওলাই বাট চাই থাকো ।
@tmcreation3196
@tmcreation3196 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত হত কোটি প্ৰণাম।
@aainubordoloi2991
@aainubordoloi2991 4 жыл бұрын
কৃষ্ণ প্ৰভু জন সেৱা গ্ৰহণ কৰিব। আপোনাৰ এই ভাগৱত ব্যাখ্যা শুনি বৰ আনন্দিত হৈছো। আপুনি আগবাঢ়ি যাওক । আপোনাক কৰা এই কামৰ কথা শুনি বৰ দুখ পালো। এইবোৰ কথা আওকাণ কৰি আপুনি আগবাঢ়ি যাওক। আৰু ভগৱানে আপোনালোকৰ পৰিয়ালটিক কুশলে ৰাখক।
@sarbanandasingh269
@sarbanandasingh269 4 жыл бұрын
কৃষ্ণ বাপ।হিংসা কৰাটো আমাৰ জাতীয় চৰিত্ৰ।ভাল কামত বাধা আহিবই।যিসকল এনে অপকৰ্মত জড়িত সেই সকল ভীৰু।ভীৰুতাই মানুহক দুৰ্বল কৰে।সেয়েহে আপুনি হতাশ নহৈ আগতকৈ দুগুন উৎসাহেৰে আগবাঢ়ি যাওঁক।আপোনাৰ লগত আমাৰ ৰাইজ সদায় জাগ্ৰত হৈ ৰব।কৃষ্ণই কৃপা কৰক।
@manisankardasmanisankar1485
@manisankardasmanisankar1485 4 жыл бұрын
কৃষ্ণ ৰাম কৃষ্ণ মাধৱ বাপ গুৰু
@biradattadas9216
@biradattadas9216 4 жыл бұрын
বাপ, মই অধমে আপোনাৰ মুখে ভাগৱত শুনি অত্যন্ত সুখী হৈছো।আজিকালি বহুত ভকত বৈষ্ণৱলোক ভাগৱত পাঠ পঠন করা দেখা গৈছে।ই সমাজৰ অতি শুভ লক্ষন।।
@manjulanath2645
@manjulanath2645 4 жыл бұрын
বাপ,কৃষ্ণ ।বাপ,সময় যোৱাৰ লগে লগে ভি,দি,অ বিলাক আৰু বেছি শুনি ভাল লগা হৈছে ।ঈশ্বৰে আপোনাক শক্তি দিয়ক ।। শুভৰাত্ৰি
@mousumihazarika9197
@mousumihazarika9197 3 жыл бұрын
কৃষ্ণ বাপ 🙏 অমৃত বাণী শুনি পৰম তৃপ্তি লাভ কৰিছোঁ
@ritupornadutta9514
@ritupornadutta9514 3 жыл бұрын
কৃষ্ণ, হে বাপ আপোনাৰ এই ঈশ্বৰ ভক্তি কথা শুনি আমনি নালাগে,,আৰু যেন শুনি থাকিম এনে লাগে,,এনে লাগে যেন মই সেই মুনি সকলৰ লগত আছোঁ,, হীদয়ত প্ৰতিচ্ছবি ভাঁহি থাকে,,,ভাগৱতত ভোলানাথ বাবাৰ কথা নুলাই নেকি ?? উত্তৰ পাম বুলি আশা ৰাখিলোঁ ।
@gkrishna6491
@gkrishna6491 4 жыл бұрын
বাপ আপোনাৰ দ্বাৰা ভাগৱতৰ অমৃত পান কৰি মই বহুত বহুত উপকৃত হৈছোঁ। আপুনি ধাৰাবাহিকভাৱে আমাক শ্ৰৱণ কৰাই যাওক বাপ। কৃষ্ণ মাধৱ।।
@kindheart23
@kindheart23 4 жыл бұрын
Ha pathak bap antor pabitra hol apunar kotha xuni bor dukh paisu ninda bad eku kan nidibo vagobot path abbyahot rakhok neribo ami xodai xunim vagabane xokoluke xumoti prodan korok joi sree krishno
@prasannasaharia5255
@prasannasaharia5255 4 жыл бұрын
কৃষ্ণ । আমাক অমৃত ৰসৰ পৰা বঞ্চিত নকৰে যেন প্ৰভু ।
@rupamkalita8168
@rupamkalita8168 4 жыл бұрын
কৃষ্ণ 🙏🏼🙏🏼🙏🏼 বাপ আপুনি আপোনাৰ ভাগৱত পাঠ অব্যাহত ৰাখক, আমি স-পৰিয়ালে লগতে আমাৰ কাষৰ ঘৰৰপৰা ৪জন মানে আপোনাৰ ভাগৱত পাঠ শুনিবলৈ আহে আমাৰ ঘৰলৈ। আমি একেলগে বহি আপোনাৰ ভাগৱতৰ অমৃত পান কৰো লগতে ভিডিও টো কেতিয়া আহিৱ বুলি ৰৈ থাকো। প্ৰভু আপোনাৰ চৰনত সেৱা জনাইছোঁ আমাক ইমান ধুনীয়া কথাৰ অমৃত পান কৰোৱাৰ কাৰনে। বাপ আমি আপোনাৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। কৃষ্ণ 🙏🏼🙏🏼🙏🏼
@binandadas9675
@binandadas9675 4 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃঃঃ।আপোনাৰ কুশল কামনা কৰিলোঁ ।জয় গুৰু শংকৰ মাধৱৰ জয় হওক ।🙏🏼🙏🏼।ৰাম ৰাম বাপ কথা এটা কও বেয়া নপাৱ।কুকুৰ ভকিলে হাতীয়ে ভয় নকৰে আৰু ইয়াক লৈ আসনতুশষ নহব ।তেখেত সকলোৰে সুমতি হওক পৰভূৰ চৰনত সেৱা জনালোঁ ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।
@makonchetia2855
@makonchetia2855 2 жыл бұрын
ঞঙ
@benudhardeka6896
@benudhardeka6896 4 жыл бұрын
👏 কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছোঁ | কুন্তীদেৱী সমন্বিতে পাণ্ডৱৰ ওপৰতো এনে অনেক প্ৰকাৰৰ অত্যাচাৰ চলিছিল | সাধাৰণতে পৰিলক্ষিত হয় কৃষ্ণকথা বিশ্বাসী লোক ধন টকা-পইচাৰ অভাৱী | দুৰ্মতি দুৰাচাৰী ভ্ৰষ্টাচাৰী লোক অজস্ৰ নামী-বেনামী অগাধ সম্পত্তিৰ গৰাকী | গতিকে তেনেধৰণৰ লোকৰ কাৰণে এনে দুস্কাৰ্য্য কৰোতাৰ অভাৱ নাই | তেনে প্ৰবৃত্তিৰ লোকে নিজৰ কাৰ্য্য সিদ্ধিৰ বাবে যিকোনো নীচ কাম কৰিবলৈ কুন্ঠা বোধ নকৰে | প্ৰভু দুটা শব্দতে আপোনাৰ মনোদশা অনুভৱ কৰিছো | আমাৰ সনাতন কৃষ্ণধৰ্মটো বিকৃতকৰণ তথা নস্যাত্ কৰাৰ এয়া একো একোটা বিৰাট ডাঙৰ লবী | কিন্তু আমিবোৰে হয়তো ইয়াক অনুধাৱন কৰিব পৰা নাই | আটাইতকৈ প্ৰয়োজনীয় অপ্ৰিয় কটু সত্য কথাটো হ'ল আমি হিন্দু সনাতনী লোকৰ মাজত একতাৰ অভাৱ | আমিবোৰে নিজৰ মাজতে খোৱা-কামোৰা কৰি যুঁজি থাকো | আজি ৰিজু পাঠকক বগৰাব, মই কোনো গুৰুত্ব নিদিওঁ | মই মনতে ভাবিম মইতো শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ভকত নহয় | কাইলৈ মোক বগৰাব, তেতিয়া অন্য এজনে মনে মনে থাকিব, তেওঁ মনতে ভাৱিব; সেইজন কৰ্মকাণ্ডিয় লোকহে আছিল ... এয়ে আমি সনাতন ধৰ্মাৱলম্বী লোকৰ চৰম দুৰ্ভাগ্য | 👏 কৃষ্ণ প্ৰভু এই অধমক ভুল নুবুজিব | আপোনাৰ মনোদশাখিনিয়ে এই অধমকো বহুত পীড়া কৰিছে | মনত বিভিন্ন পাৰ নোপোৱা প্ৰশ্নই জুমুৰি দিছে, আমাৰ সনাতন ধৰ্মটো এনেকৈ কিমান দিনলৈনো থাকিব | শ্ৰীমদ্ভাগৱত, মহাভাৰত আদিত বৰ্ণিত সনাতনী জম্বুদ্বীপৰ আজিনো কিমানখিনি সনাতনী ৰ'লোগৈ ! বেছি নালাগে ক্ষুদ্ৰ অসমখনতেইনো কিমানখিনি থাকিলোঁগৈ | দিনক দিনে কমিহে গৈ আছে | এই অভাজনৰ কাকো সমালোচনা নহয় আত্ম বিশ্লেষণহে মাত্র | বাৰু যি কি নহওক, মনৰ আৱেগতে লাগবান্ধ নোহোৱা কিবাকিবি এসোপা লিখিলো; সৰ্বঅপৰাধ ক্ষমিব প্ৰভু | ৰাখে হৰি মাৰে কোন | পৰম কৃপালু প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ দুখানিকে সাৰোগত কৰি তেৰাৰ নামগুণ চৰ্চ্চা কৰি গৈ থাকক প্ৰভু আমি দুখিতক ৰক্ষা কৰোতা তেওঁত ব্যতিৰেকে অইন কোনো নাই |👏👏 কৃষ্ণ কৃষ্ণ |
@RijuPathakSatradhikar
@RijuPathakSatradhikar 4 жыл бұрын
সুন্দৰ অনুভৱ। ধন্যবাদ
@Sarala24
@Sarala24 Ай бұрын
KRISHNA 🙏KRISHNA❤ KRISHNA❤Pravhu bhut bhut val lagil 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@mrinalisaikia5403
@mrinalisaikia5403 3 жыл бұрын
Pranam Prabhu Ishwar. Krishna Krishna Krishna Krishna Karunamoi.
@jintidas6948
@jintidas6948 3 жыл бұрын
কৃষ্ণ কৃষ্ণ।আপোনাক গুৰু মানি দুখানি চৰণত সেৱাহে জনালো বাপ।
@bultonboruah825
@bultonboruah825 4 жыл бұрын
শুনি খুব দুখ লাগিল ভগবানৰ কৃপাৰে সকলো সমৃদ্ধ হৈ পুনৰাৰম্ভ হওক দৃঢ় বিশ্বাসে ধাৰাবাহিকভাৱে ভাগৱতৰ ৰস প্রদান কৰাওক আমাক । ঈশ্বৰে আপোনাক শক্তি প্রদান কৰে যেন তাৰে প্রাথনা কৰিছোঁ কৃষ্ণ।
@amardeka765
@amardeka765 3 жыл бұрын
বাপ কৃষ্ণ ৰাম আপুনি ভাগৱত পাঠ কৰি যাওক । বহুত ভাল লাগিছে কৃষ্ণ বাপ 🙏🙏🙏
@mridulbaruah4072
@mridulbaruah4072 4 жыл бұрын
প্ৰভু ইশ্বৰ আপোনাৰ চৰনতকৌটি কৌটি প্ৰনাম এই অধমক মহাপুৰুষজনাৰ যি ভাগৱত ইমান সুন্দৰ কৈ শ্বৱন কৰাৰ সুবিধাকন দিয়াৰ বাবে ৷আগলৈ সম্পূৰ্ণ শ্বৱন কৰাৰ আশা থাকিল৷
@dualadas5540
@dualadas5540 3 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু অধম মহাপাতকীৰ সেৱা ভাগ গহন কৰিব কৃষ্ণ । বাপ আপোনাৰ এই পাঠ আৰু বাখ্যাকৰ ভাগে একেবাৰে আমাক সু:দৃঢ় বিশ্বাস বঢ়োৱা ত সহায় পাইছো । হে বাপ আমাক যাতে এনে সুমধুৰ সুযোগৰ পৰা বঞ্চিত নকৰিব ।আৰু সেই ডী'ছলাইক বোৰলৈ চিন্তা কৰিব নালাগে কাৰণ সত্য যুগতো পৃথিৱীত অসুৰ আচিল । গতিকে কলি যুগৰ অসুৰৰ কি,,,? কম লাগিছে সেয়েহে
@arupdutta1873
@arupdutta1873 4 жыл бұрын
কৃষ্ণ হে বাপজন এই অধমৰ শতকৌটি প্ৰণিপাত গ্ৰহণ কৰিব ।আমাক ভাগৱত কথাৰপৰা বঞ্চিত নকৰিব প্ৰভু ।পৃথিৱীত এনে মানুহ থাকে বুলি আমি কাহানিও ভবা নাই ।এতিয়া পৃথিৱীত কলিৰ ৰাজত্ব চলিছে ।ধৰ্মৰ চাৰিপদৰ এতিয়া এপদহে আছে, আপুনি সিদিনা কৈছেই দেখোন ।গতিকে আপুনি বিচলিত নহব আগবাঢ়ি যাওক ।আপোনাৰ দৰে বিজ্ঞজনৰ প্ৰয়োজনীয়তা সাম্প্ৰতিক সময়ত খুবেই দৰকাৰ ।লকডাউনৰ সময়চোৱাত ভকতৰ স‌ংগৰ অভাৱত আপোনাৰ ভাগৱত ভাগে আমাক জীয়াই থকাৰ প্ৰেৰণা যোগালে । যিসকলে আপোনাক সমালোচনা কৰিছে সেইবোৰ পাষাণ হৃদয়ৰ লোক ।আমি প্ৰাথনা জনাই ছো ঈশ্বৰ কৃষ্ণ প্ৰভূৱে তেওঁ লোকক সুমতি দিয়ক ।হাতীৰ গাত তৰাৰ ফৰমুটি মাৰি কোনেও একো কৰিব নোৱাৰে ।আমি ভকত সমাজ সদায় আপোনাৰ লগত আছো ।আপুনি নিৰন্তৰ ভাগৱত কথা শুনাই যাওক,ভয় নকৰিব ।গুৰু ঈশ্বৰ ভকত সেৱাৰ কথাই সকলোৰে উপকাৰ সাধিব ।আপোনাৰ দুখত আমিও দুখ পাইছো ।ঈশ্বৰে সকলোকে সুমতিপ্ৰদান কৰক,আমি হৃদয়কমলৰ পৰা আশীৰ্বাদ কৰিছো ,প্ৰভূৱে আপোনাক কুশল মংগলে ৰাখি আমাক ভাগৱত কথা তথা মহা অমৃত পান কৰাই যাওক ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।।
@prasantakoch450
@prasantakoch450 4 жыл бұрын
কৃষ্ণ বাপ ঈশ্বৰ,আপোনাক সহস্ৰ কোটি নমস্কাৰ। এনে সুমধুৰ ব্যাখ্যা শুনি বৰ প্ৰশান্তি লাভ কৰিছো।পৰম পিতা ভগৱন্তৰ ওচৰত আপোনাৰ সুস্বাস্হ্য কামনা কৰিছো।কৃষ্ণ।
@krishnamrit7368
@krishnamrit7368 4 жыл бұрын
কৃষ্ণ বাপ, সেইসকলৰ মন কৃষ্ণৰ সেৱাত লাগক, যিসকলে আপোনাক অশান্তি দিছে |
@bantideka823
@bantideka823 4 жыл бұрын
কৃষ্ণ বাপ সেৱাহে | আপোনি ভাগি নপৰিব | ছাগলীয়ে নাখায় কি পাগলে নকয় কি ? আপোনি আগুৱাই যোৱাতো মই বিচাৰো| প্ৰভুৰ চৰণত সেৱা জনাইছো |
@bharatborah4271
@bharatborah4271 4 жыл бұрын
Krisno krisno Bap subr n purile kula nopre Brns utjolhe hoy krisno hatir lad dekhile sohar ,,,,,,,,,,,,,,,, krisno
@madhusmitadas2305
@madhusmitadas2305 4 жыл бұрын
Krishn pravo apunar dokhani sarant koti prathna . Apunar pathe amak ormit khoa je onovhab hoi.onek sinta majat thakio bahot sokh pao . Kripa kari bonsit nokarib . Jajori .
@satyanathmalakar2393
@satyanathmalakar2393 4 жыл бұрын
আমাৰ শ্ৰদ্ধাৰ বাপ জনা। আপুনি দুখ নকৰিব। আমাৰ ৰাজ্যত কিছুমান এনেকুৱা মানুহ আছে যি সকলৰ কৃষ্ণ কথা শুনি কাণত হুলে বিন্ধা দি বিন্ধে। আমি জানো আপুনি এই you tubeৰ জৰিয়তে ভাগৱতত থকা কৃষ্ণ কথাহে আমালোকৰ নিচিনা অধমৰ আগত আপুনি ব্যাখ্যা কৰিছে। আমিও অনেক কৃতাথ্ৰ হৈছো। ৰাতিপুৱা গুৰু নাম লৈ আপোনাৰ you t app side টো খুলি লৈ সদায় কৃষ্ণ কথা শুনো। বাপ আপুনি জানেই আমাৰ গুৰু জনাই এই এক শৰণ ভাগৱত ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনেক দুখ কষ্ট ভোগ কৰিব লগীয়া হৈছিল। আপুনি যি খিনি কৰি দেখুৱাইছে সিহঁতে কৰিব নোৱাৰি নিজকে দুখী মানি এনেকুৱা মন্তব্য কৰিছে। বাপ আপুনি আমাক কৃষ্ণ কথা শুনাৰ পৰা বঞ্চিত নকৰিব। আপুনি আগ বাঢ়ি যাওক। আমি সদায় আপোনাৰ কাষত আছো। কৃষ্ণ
@rupalibora6650
@rupalibora6650 4 жыл бұрын
বাপ জন আমাৰ জীৱনত আপুনি শুকদেব। আপুনি আগবাঢি়় যাওক। 🙏🙏🙏
@bhairabjyotidas613
@bhairabjyotidas613 4 жыл бұрын
ৰাম কৃষ্ণ হৰি
@rinahaloi2198
@rinahaloi2198 2 жыл бұрын
হৰি ধ্বনি শুনি কান ফাটে।এনে লোকৰ কোনো দিনে নিস্তাৰ নাই।যিটোৰ মূল্য দিব নাজানে।এনে অনুঘাটকৰ জ্নম বৃথা।আমি সদায় আপোনাৰ হৈ থাকিম।আপুনি আমাৰ।আপুনিও আমি অনাথক নেৰিব।কৃষ্ণ।সেৱা।
@debenkutome7507
@debenkutome7507 4 жыл бұрын
. কৃষ্ণ বাব, এই ভাগৱত পাঠ আমাক সদায়ে শুনাই যোৱাৰ যি আপোনাৰ দৃঢ় প্ৰয়াস সেইয়া যেন ভগৱন্তই অটুট ৰাখে। তাৰেই প্ৰাৰ্থনা কৰিলোঁ প্ৰভু ভগৱন্তৰ ওচৰত। শুভ হওঁক, ধন্যবাদ।
@mainabordoloi2479
@mainabordoloi2479 2 жыл бұрын
কৃষ্ণ প্ৰভু ঈশ্বৰ🙏🙏🙏
@reenadutta5908
@reenadutta5908 4 жыл бұрын
Bapjon apunar shrimukha moha Bhagwat xuni oti anandit ..... bohu dure thakiu apunak pronipat jonalu 🙏
@ManashKaaalita
@ManashKaaalita 8 ай бұрын
প্ৰভু ঈশ্বৰ আপোনাৰ দীঘৃআয়ু কামনা কৰিলোঁ । আপোনাৰ এই সুমধুৰ ভাগবত বাখয়া শুনি কিছুমান মূৰ্খ মানুহে হয়তো সহজ ভাবে লব পৰা নাই । ভগবানে তেওঁ লোকক শুমতি দিয়ক । প্ৰভু আপোনাৰ কাম কৰি যাওক আপোনাৰ ভাগবত বাখয়া মৃত্যু লৈকে শুনি থাকিম 🎉🎉🎉
@gplus7793
@gplus7793 4 жыл бұрын
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব আপোনাৰ এই ভাগৱতৰ অমৃত বানী আমাক শুনা বলৈ ভগৱানে আপোনাক কৃপা কৰক।
@nikunjanath2513
@nikunjanath2513 2 жыл бұрын
নমস্কাৰ গ্ৰহণ কৰিব ।এই কথাবোৰ মই আজি আপোনাৰ পৰা শুনিব পাই খুব দুখ পালো।ৰিজু বাপ আপুনি ভয় নাখাই কৃষ্ণ ৰাম নাম প্ৰচাৰ কৰি গৈ থাকক।আত্ম ৰূপে থকা ইশ্বৰে আপোনাক কৃপা কৰিবই।জয় ভগৱান ।
@jinukakati1589
@jinukakati1589 3 жыл бұрын
Krishan bap guru gobind🌷🌷🌷🌷🙏🙏🙏🙏🙏
@bhakotibhab3424
@bhakotibhab3424 4 жыл бұрын
He prabhu, plz go ahead we are with you . Ebemity jeevonot thakei
@aaimonisingha4881
@aaimonisingha4881 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🤲❤
@rinakalita927
@rinakalita927 2 жыл бұрын
আমাৰ অতিকৈ শ্ৰদ্ধাৰ পৰম বৈষ্ণৱ বাপ জনাক সেৱা নিৱেদিছোঁ ৷ আপুনি এই সমূহ কথাক লৈ কোনোদিনে মনত দুখ নকৰিব ৷ কিয়নো এনেকুৱা আনৰ ভাল দেখিব নোৱাৰা অমানুহবোৰ আমাৰ ৰাজ্যখনত কিছু নথকা নহয় ৷ আমি এইটো ত একমত আপোনাৰ সুকণ্ঠী যুক্তিসংগত সুললিত বাখ্যাই আমাক জীৱনৰ পৰম সুগম পথ বিচৰাত এগৰাকী প্ৰকৃত গুৰু প্ৰাপ্ত হৈছোঁ ৷ আমি বাট চাই থাকিম ভাগৱত গীতা আদি কৰি আটাইখিনি ধৰ্মগ্ৰন্হ আপোনাৰ শ্ৰীমুখে শুনিবলৈ ৷ অন্ধক বাট দেখুৱাই দিব পৰা আপুনি ধন্য নৰতনু ৷
@pramilagogoi3252
@pramilagogoi3252 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা গ্ৰহণ কৰিব ।ঈশ্বৰ পুৰুষে আপোনাক কৃপা বৰষি থাকক এইয়ে প্ৰাৰ্থনা ।
@bharatboruah5981
@bharatboruah5981 4 жыл бұрын
কৃষ্ণ, বাপজনা-কথাটো শুনি আমাৰ লগতে ভাগৱত শ্ৰৱণ কৰি থকা বৈঞ্চৱসকলৰ মানসিক সামান্যতম দুখ হোৱাটো স্বাভাবিক | কিন্তু ভগৱন্ত কৃষ্ণৰ সেৱক আৰু জগতগুৰু জনাৰ ভকতৰ বাবে, এই কীতবোৰৰ বাতুলামি কোনো ভাবিবলগীয়া বিষয় নহয় | বাপজনা, আপুনি এই মহান কৰ্মত মহাপ্ৰভুৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক | আপোনাৰ সেৱাত আমি আছো | মনত ভয় বা শংকা নানিব | আমাৰ বিশ্বাস, আপোনাক ভগৱন্তই যি শক্তি আৰু ভক্তি দিছে, তাৰ তুলনাত এই কীতবোৰৰ কোনো কথাই কাম দিব নোৱাৰে | আপুনি যিহেতু আপোনাৰ সেৱকতহে গুৰুত্ব দিয়ে | সেৱাৰে, বাসুদেৱ |
@sapnadas1558
@sapnadas1558 3 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ৰাতিপুৱাই আপোনাৰ চৰণত মোৰ সেৱা জনালোঁ🙏🙏🙏। আজি ৰাতিপুৱাই আপোনাৰ শ্ৰীমুখে বিগত ছয় দিনে শুনি অহা মহাভাগৱত বাখ্যাৰ প্ৰথম স্কন্ধৰ শেষৰ অধ্যায়টি শুনি নিজকে ধন্য মানিছোঁ। এইখিনিতে এটা কথা নকৈ নোৱাৰিলোঁ, মোৰ লগৰ এজনীৰ সৈতে প্ৰাতঃ ভ্ৰমণৰ কৰাৰ অভ্যাস । এই সময়খিনিতে আমি বিভিন্ন কথাৰ লগতে প্ৰভু ভগৱন্তৰ কথাও পাতো আৰু এই প্ৰসংগতে তেওঁ আপোনাৰ ভিডিওৰ বিষয়ে কোৱাত মই ঘৰলৈ আহিয়ে আপোনাৰ ভিডিও you tube ত বিচাৰি পায় শুনিলোঁ । আৰু সেইদিনাৰে পৰা আপোনাৰ কণ্ঠত কৃষ্ণকথাৰ এনে এক অমৃত ৰস পালোঁ যিটো মই প্ৰাতঃ ভ্ৰমণ কৰোতে, ঘৰৰ বভিন্ন কাম কৰোঁতে, খাদ্য প্ৰস্তুত কৰা সময়ত আনকি মোৰ দোকানত গ্ৰাহক নথকা সময়তো আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনাটো যেন এক ক্ষুধা হৈ পৰিছে। হে বাপ মই নথৈ আনন্দিত যে ভগৱন্ত প্ৰভূৱে আপোনাৰ শ্ৰীমুখে তেওঁৰ লীলা শ্ৰৱণ কৰাৰ বাবে মোক কৃপা কৰিছে। কৃষ্ণ প্ৰভু এনেদৰে তুমি কৃপা কৰি যাবা🙏🙏🙏 যাতে তোমাৰ দুখনি চৰণত আজীৱন সেৱা ধৰিব পাৰোঁ। হে বাপ আপুনিও সুস্বাস্থ্য,সুখ ,শান্তি আৰু আনন্দেৰে পৰিপূৰ্ণ হৈ থাকক তাকেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏🙏🙏
@RijuPathakSatradhikar
@RijuPathakSatradhikar 3 жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিছোঁ
@JaishreeRam-j1p1c
@JaishreeRam-j1p1c 7 ай бұрын
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী চৰনত সেৱা জনালো 🙏🙏
@bhabitachoudhury5531
@bhabitachoudhury5531 4 жыл бұрын
হে বাপ আপোনাৰ চৰনত শত কৌতি প্ৰনাম। ভাগৱত কথা আমাক শ্ৰবন কৰাই যাওক।
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 334 М.
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 119 МЛН
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 14 МЛН
শ্ৰীকৃষ্ণৰ বৈকুন্ঠ প্ৰয়ান                                              Sri Krishnar Baikuntha Prayan
44:37
গীতাপাঠ||ব্যাখ্যা@LohitHandique
1:09:09
অমৃতকথন(Lohit Handique)
Рет қаралды 50 М.
ব্যাস নাৰদৰ সংবাদ | Jadumoni | Bhakti xorai
54:26
Bhakti Xorai ভক্তি শৰাই
Рет қаралды 160 М.
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 334 М.