#Bhagwat

  Рет қаралды 99,172

Riju Pathak.

Riju Pathak.

Күн бұрын

Пікірлер: 279
@mrinalmedhi8346
@mrinalmedhi8346 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ ভাগৱত অমৃত কথা পান কৰি জীৱন ধন্য মানিছো।
@AjitkrDas-ox3no
@AjitkrDas-ox3no 4 жыл бұрын
বাপ কৃষ্ণ আপোনাৰ এই ভাগৱত বানীবদ্ধ ৰস শুনি মন বোৰ সচাঁকৈয়ে দহি যায় । জীৱনত এনে সুন্দৰ কৈ ভাগৱত শুনিবলৈ পোৱা নাছিলো আপোনাক ধন্য বাপ ধন্য । আমাৰ দৰে অধমক আপুনি য়ে জোগালে পোহৰ । কৃষ্ণ বাপ কৃষ্ণ ।
@HirenBorah-l4s
@HirenBorah-l4s 25 күн бұрын
Om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉
@bhobaniborgohain1721
@bhobaniborgohain1721 3 жыл бұрын
পৰম কৃপালো প্রভু জনা ভক্তি সেৱা নিবেদিলো আপোনাৰ শ্রী চৰণত। ভাগৱতৰ অমৃতময় বাণী শ্রৱন কৰাই আমাক কৃতার্থ কৰিছে প্রভু। আপোনাক বুজাবলৈ ভাষাহীণ প্রভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏🙏
@bipinbipin6223
@bipinbipin6223 4 жыл бұрын
কৃষ্ণ প্ৰভূ সাগৰ মন্থনত অমৃত ওলাইছে। বাঃ হৃদয় মন কৃত্য কৃত্য হৈছে প্ৰভূ ।আনন্দিত হৈছো ।এই যাত্ৰা কেতিয়াওশেষ নকৰে যেন। কৃষ্ণ
@sabitrimedhi6564
@sabitrimedhi6564 2 жыл бұрын
কৃষ্ণ কৃষ্ক হে মহাত্মা ঈশ্বৰপিতা অতি সুমধুৰ বৈকুণ্ঠ ভাগৱতৰ মধুমৃতেৰে উপচি পৰা আপোনাৰ অমৃত ব্যাখ্যাই চৈতন্য জগাই তুলিলে আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো ঈশ্বৰ কৃষ্ণ হৰি ৰাম
@kanakdeka512
@kanakdeka512 3 жыл бұрын
আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা খুব মনোগ্ৰাহী৷
@ranudas4561
@ranudas4561 4 ай бұрын
কৃষ্ণ বাপ ঈশ্বৰ আপোনা মুখেৰে ভাগৱতৰ অমৃতময় বাণী আমাৰ দৰে মুঢ়মতি সকলক শ্ৰৱণ কৰাই কৃপা কৰিলা প্ৰভু 🙏 🙏 🙏
@khirodsaikia7872
@khirodsaikia7872 4 жыл бұрын
🙏🙏KRISHNA prabhu gurujona aapunar saronat mur shardha aaru hewaa jonaisu... Aapunar Bhagawat Baikhya huni bor val lagise... Aami Adhamoku jen bhagwantar gunanu Kirton sorban koribiloi hakti diye aaru prabhur saranot Thai diye jen... KRISHNA🙏🙏..
@minabarman6195
@minabarman6195 4 жыл бұрын
Krishna; bap nardr agar jnm.katha.jani Val lagil pranam !
@LakhimiGohain
@LakhimiGohain 25 күн бұрын
Krishna Krishna Ram Ram ❤❤❤❤
@bhupendas1971
@bhupendas1971 4 жыл бұрын
কৃষ্ণ বাপ, সেৱা ধৰিছো চৰণত | মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ প্ৰফুল্লিত কৰিছে প্ৰভূ | আমাৰ জীৱন ধন্য হৈছে যে আপোনাৰ ইমান সাৱলীল পাঠ আৰু ব্যাখ্যাই ঈশ্বৰ সেৱাৰ বাবে মনোবল যোগাইছে..... | শত কৌটি প্ৰণাম জনালোঁ চৰণত বাপ যেন ভাগৱত শ্ৰৱণ প্ৰক্ৰিয়া সদায় জাগ্ৰত কৰি ৰাখে | কৃষ্ণ বাপ, কৃষ্ণ |
@rinakalita927
@rinakalita927 4 ай бұрын
গুৰুদেৱ ধন্য ধন্য আপোনাৰ মনুষ্য জীৱন ৷ আপোনাৰ শ্ৰীমুখে নিগড়িত পৰম অমৃতময় ঈশ্বৰৰ বাণী শ্ৰৱণৰ জৰিয়তে আমাৰ দৰে মুঢ়লোকে কিছু হ’লেও কীতাৰ্থ অনুভৱ কৰিছোঁ ৷
@munindragogoi2586
@munindragogoi2586 4 жыл бұрын
বাপ জনালৈ সেৱা জনাইছো ।আজিৰ নাৰদৰ পূৰ্বজণমৰ বণ'ণা আৰু ভক্তি লাভ ,পৰমেশ্বৰ ৰ দশ"ণ ,শুনি বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ সেৱা ৰে।
@bhabenchoudhury3132
@bhabenchoudhury3132 2 жыл бұрын
Krishana krishana Bap Apnar Shree saranot dhori sewa nebidilo krishna Bap Apunar Mukhare Ai Amrit moi Bhagabat pat xuniboloi pai dhoyanya hoisu krishana
@papu6956
@papu6956 4 жыл бұрын
ভাগৱত পাঠ অমৃত আমাক বিলাই দি পৰম সুখ অনুভব কৰিছো বাপ। আপোনাৰ শ্ৰী চৰনত কোটি কোটি সেৱা কৰিছো বাপ। পৰম আন্দতত বিলীন হৈ গৈছো বাপ।
@jutikadeka6506
@jutikadeka6506 3 ай бұрын
🎉Rr in ,à xasai mahan Bap pranam
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 Жыл бұрын
Krishna Krishna Krishna prabhudev
@rupalikonwarhazarika5251
@rupalikonwarhazarika5251 4 жыл бұрын
Om namu bhagwate basudebay namu namah,jai govind,jai madhabঔম নমো ভগৱতে বাসুদেৱায় নমো নমঃ
@malashreebora492
@malashreebora492 3 жыл бұрын
প্ৰভু কৃষ্ণ কৃষ্ণ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা প্ৰভু শুনি থাকিলে শুনি থাকিবৰ মন যায় ৷ আপুনাক গুৰু মানি লৈ মই সদায় আপোনাৰ পাঠ পুৱা গধুলি শুনি থাকো নীতি নিয়মৰ মাজেৰে অতি সোনকালে গুৰু ভজিবলৈ ভগৱানে যাতে মোক সুবিধা দিয়ে মই ভগৱানৰ ওচৰত প্ৰাথনা কৰি থাকো কৃষ্ণ প্ৰভু সেৱা জনালো
@baloramdas6184
@baloramdas6184 3 жыл бұрын
RAM RAM krisno krisno provu vogobanto
@bontiborah5014
@bontiborah5014 4 жыл бұрын
কৃষ্ণ কৃষ্ণ, প্ৰভুজন ।সেৱা গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমুখৰ পাঠ ব্যাখ্যা ই আমাৰ দৰে মূৰ্খ মতিক সচাকৈ অমৃত পান কৰা,জীৱন দান কৰা যেন মোৰ অনুভৱ হৈছে প্ৰভু।পুনৰ পুনৰ আপোনাৰ চৰণত সেৱা জনালোঁ।
@dadulborah4961
@dadulborah4961 4 жыл бұрын
অপূব সুন্দৰ নিদৰশন || ভগৱানে আপোনাক মংগল কৰক||
@rabindranathdas8301
@rabindranathdas8301 3 жыл бұрын
পাঠক বাপ আপোনাৰ চৰণত সেৱা জনালোঁ ৷ অমৃত পান কৰি আছোঁ ৷
@prasantakumarnath9469
@prasantakumarnath9469 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জন মধু ময় ভাগৱত পাঠ বৰ ভাল লাগিছে
@samiranchoudhury2515
@samiranchoudhury2515 3 жыл бұрын
বাপ প্ৰথমে আপোনাৰ শ্ৰীচৰনত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷৷ নিজেই কৃতাৰ্থ হৈছো পৰমেশ্বৰ প্ৰভু ভগৱন্তৰ অমৃতময় গুনানুকীৰ্তনৰ ৰস সমৃদ্ধৰে ভৰপুৰ বৈকুণ্ঠৰ শাস্ত্ৰৰ ৰস শ্ৰৱন কৰিবলৈ পাই ৷৷ সেয়া পৰম সৌভাগ্য ভগৱন্ত পুৰুষৰ কৃপাত আপোনাৰ জৰিয়তে পাবলৈ পাই এই অধম দাস চিৰদিন চিৰকাল চিৰকৃতজ্ঞ হৈ থাকিম আপোনাৰ ওচৰত ৷ ভগৱান প্ৰভূক শত শত কৌটি প্ৰণিপাত কৌটি কৌটি ধন্যবাদ আপোনাৰ জৰিয়তে এই অধমক ভাগৱত শ্ৰৱণৰ এই মহাসৌভগ্য প্ৰদানৰ বাবে৷৷ কৃষ্ণ নাৰয়নে ভগৱন্তই আপোনাক সদা মংগল কৰক এয়াই এই অধমৰ প্ৰাৰ্থনা ৷৷ সেৱাৰে ৷৷৷
@nialifestyle2482
@nialifestyle2482 Жыл бұрын
কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱ ।
@gautamkumardas2752
@gautamkumardas2752 4 жыл бұрын
হে বাপ্ কৃতজ্ঞতা জনালোঁ ! কৃষ্ণ 🙏
@amiyaborah9305
@amiyaborah9305 Жыл бұрын
তযু চরণত শতকূতি সেবানিবেদিলো। 12।08।2023
@krishnatamang7248
@krishnatamang7248 4 жыл бұрын
কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি গ্রহণ কৰিব। বৰ সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি অতি আনন্দিত হৈছো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
@bharatidas5292
@bharatidas5292 3 жыл бұрын
L
@nabajyotidas6117
@nabajyotidas6117 2 жыл бұрын
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
@nilimadas1784
@nilimadas1784 2 жыл бұрын
Krishna Krishna🙏 kripa kariba🙏 Krishna Krishna🙏
@arjundas7468
@arjundas7468 3 жыл бұрын
Krisna
@suren1974
@suren1974 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ। আপোনাৰ মধুময় কণ্ঠেৰে নিৰ্গত হোৱা ভাগৱতৰ ৰস অমৃত পায় নিজকে ধন্য অনুভৱ কৰিছো । আপোনালৈ সেৱা জনালোঁ ।
@ghanakantadas4186
@ghanakantadas4186 4 жыл бұрын
Very very good, krishna krishna bap, very like,namashkar
@khirodagogoi625
@khirodagogoi625 4 жыл бұрын
কৃষ্ণ প্ৰভূ আপুনি দিয়া ভাগৱতৰ অমৃত ভাগি পাণ কৰিলোঁ আমাৰ সেৱা ভাগি গ্ৰ্হণ কৰিব । কৃষ্ণ কৃষ্ণ ।
@punyprovagogoi4875
@punyprovagogoi4875 4 жыл бұрын
কৃষ্ণ
@rubulborthakur2442
@rubulborthakur2442 4 жыл бұрын
Krishno=, Kam, Krudh,Lubh ,Muah adira abori thoka mur ai Jibonot jen kiba ata bisari paisu , apunar ai Moha Bhagowat Pothonor pora, Ai adhomor PRONAM grohon koribo.🙏
@manjitdeka1014
@manjitdeka1014 3 жыл бұрын
Hare Krishna hare Krishna Krishna Krishna hare hare hare Ram hare Ram ram ram hare hare Jay Sri Krishna
@gitalineog930
@gitalineog930 Жыл бұрын
Krishna pranam Prabhu 🙏🙏🙏🙏
@tultuldas6575
@tultuldas6575 3 жыл бұрын
Jai jogot guru srimonta Sonkordev.🙏🌺
@bhargavi574
@bhargavi574 3 жыл бұрын
Krisno Bap Sewa grohon koribo. Apuni amak Amrit pàn koraise. Bohut dhoiny Hoisi.
@manudevi1099
@manudevi1099 3 жыл бұрын
Bap dhanya houk apunar jibn, aamiu sraban kari kretarth halu,
@junumech653
@junumech653 3 жыл бұрын
কৃষ্ণ প্ৰভূ সেৱা জনাইছো কৃষ্ণ প্ৰভূ ঈশ্বৰপণাম জনাইছো 🙏🙏
@rikadas2664
@rikadas2664 4 жыл бұрын
কৃষ্ণ, কৃষ্ণ সুন্দৰ বাখ্যা বাপ।
@bulbulisarma8578
@bulbulisarma8578 3 жыл бұрын
ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏🙏
@pramudnath2228
@pramudnath2228 4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সহস্ৰ প্ৰণিপাত নিবেদন কৰিছো।
@dipamoniborabora9209
@dipamoniborabora9209 4 жыл бұрын
Krishna krishna bap.bhagawantoi kripa karak.
@shyambhuyan435
@shyambhuyan435 3 жыл бұрын
Krishna bap xewa jonalu 🙏🙏🙏
@monoranjansonowal3193
@monoranjansonowal3193 3 жыл бұрын
Krishna...huni abibhut holu.apunaloi sordha nibadilu.
@dilipkumarkalita4673
@dilipkumarkalita4673 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@ranunayak3161
@ranunayak3161 4 жыл бұрын
KRISHNA.Bhut val lagil.
@anujsonowal18
@anujsonowal18 4 жыл бұрын
বহুত সুন্দৰ ব্যাখ্যা বাপ। ভগৱনে সকলোৰে মঙ্গল কৰক।
@lalitgogoi1984
@lalitgogoi1984 4 жыл бұрын
বৰ সুন্দৰ ব্যাখ্যা । মনত বহুতো আনন্দ লাগিল । ভগৱন্তে আপোনাক মংগল কৰক ।
@kawshikkalita
@kawshikkalita Жыл бұрын
Hare Krishna hare Rama hare Krishna hare Rama ❤
@rajjudutta2497
@rajjudutta2497 4 ай бұрын
Krishno krishno krishno🙏🙏🙏
@kamaleswarswargiary4499
@kamaleswarswargiary4499 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@gitahazarika6430
@gitahazarika6430 Жыл бұрын
Krishna provu hewa jonalu🙏🙏🙏
@pramiladeori6928
@pramiladeori6928 2 жыл бұрын
Krishna bap pronam 🙏🙏🙏
@arundhatidas7881
@arundhatidas7881 4 жыл бұрын
বাপ সেৱাহে ৷ মন শান্ত হৈ পৰিছে পাঠ শুনি
@manjurajkonwar2807
@manjurajkonwar2807 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম ।
@Gitarthavlog5751
@Gitarthavlog5751 4 жыл бұрын
কৃষ্ণ বাপ ধন্য আপোনাৰ মানৱ জীৱন । আমিও আপোনাৰ শ্ৰী মুখৰ অমৃতময় বাণী শ্ৰৱণ কৰি কিছু পৰিমাণে হ'লেও ভগৱন্তৰ কৃপা লাভ কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি কৃপা কৰে যেন।
@monumotigogoi1101
@monumotigogoi1101 4 жыл бұрын
Bohut val lagil aru xuniboloi puar axare pronam
@ranjudutta2234
@ranjudutta2234 4 жыл бұрын
Krishno Krishno Krishno
@orponadas6754
@orponadas6754 3 жыл бұрын
Krishna🙏Krishna🙏Krishna🙏
@mihir7535
@mihir7535 4 жыл бұрын
কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা। ভাগৱত নামে এক অমৃত সাগৰ আছন্ত ধৰাৱে বহি । কৃষ্ণ ৰাম🙏
@ritakalitadas3789
@ritakalitadas3789 3 жыл бұрын
Bap krishna apunar bhwagatpath khandabor khub madhur suni dhanyhoiso
@rajeebsenapati2406
@rajeebsenapati2406 4 жыл бұрын
Moi apunar byakhya huni bht vl lgil
@birenadhikary6245
@birenadhikary6245 4 жыл бұрын
Krishna Bap Aponar Bhagawat Path Sunilo Moi Ati Anandita Hoicho Bap Sewa Laba
@parbatibhakat1131
@parbatibhakat1131 3 жыл бұрын
কৃষ্ণ বাপ শতকোটি প্ৰণাম আপোনাৰ শ্ৰীমুখৰ পৰা বৈ আহা ভাগৱতৰ ৰস সিন্ধু পান কৰি থাকিলে জীৱই নিশ্চয় উদ্ধাৰ পাব ।কৃষ্ণ🙏🙏
@dibyajyotideka9816
@dibyajyotideka9816 3 ай бұрын
🙏 Krishana Bap 🙏
@tmcreation3196
@tmcreation3196 4 жыл бұрын
Probhu aapunak hotokuti nomoskar.aagoloi aru Jen pau
@debitadeori7133
@debitadeori7133 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@ganeshkoch561
@ganeshkoch561 3 жыл бұрын
Krishna Ram Ram xewa jonalu apunak bap 🙏🙏🙏🙏
@woopendas2055
@woopendas2055 3 жыл бұрын
Bap sahashra. Pranam
@lakhiborah4897
@lakhiborah4897 3 ай бұрын
প্ৰণাম প্ৰভূ জনা 🙏🙏🙏🙏🙏🙏🙏
@manashidevi9262
@manashidevi9262 2 жыл бұрын
Joi guru Sankar 🙏🙏🙏🙏
@ratanrabha9932
@ratanrabha9932 4 жыл бұрын
Om Krishna Krishna oh hari oh Ram.
@manojsaikia5402
@manojsaikia5402 2 жыл бұрын
কৃষ্ণ. কৃষ্ণ কৃষ্ণ প্ৰভূ
@lababania4178
@lababania4178 4 жыл бұрын
Krishan Bap🙏🙏🙏
@jayantarabha8353
@jayantarabha8353 4 жыл бұрын
কৃষ্ণ বাপজনা,আপোনাৰ অমৃতময ঈশ্বৰৰ বাণী শুনি কিছু পৰিমাণে আমাৰ হৃদয়ৰ মলিন বোৰ নাই কিযা হব ,মোৰ বিশ্বাস ।
@kalpanasaikia4588
@kalpanasaikia4588 2 жыл бұрын
মাধৱ ৰাম কৰুণা সাগৰ হত সহস্ৰ প্ৰনিপাত জনাইছোঁ আপোনাৰ দোষানি চৰণত🙏🙏🙏।।
@utshavbarman587
@utshavbarman587 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏
@sarbanandasingh269
@sarbanandasingh269 4 жыл бұрын
কৃষ্ণ কৃষ্ণ।' হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ'।
@nripendeka9800
@nripendeka9800 Жыл бұрын
Krishna/krishna om santi
@benudhardeka6896
@benudhardeka6896 4 жыл бұрын
👏 কৃষ্ণ কৃষ্ণ বাপ, কৃষ্ণ নামৰ কি অপূৰ্ব মহিমা প্ৰভু |
@rinalahkar8437
@rinalahkar8437 3 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ🙏🙏
@dipaliray5259
@dipaliray5259 4 жыл бұрын
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏নাৰদৰ পূৰ্ব জন্মৰ কথা নাজানিছিলোঁ। শুনি বহুত ভাল লাগিল। ঘৰত অলপ অসুবিধা হোৱা বাবে ভিডিঅ শুনাত পলম হৈছে। সেৱাহে জনালো বাপ।
@RijuPathakSatradhikar
@RijuPathakSatradhikar 4 жыл бұрын
কৃষ্ণ
@lakhinandanphukan1711
@lakhinandanphukan1711 3 жыл бұрын
Nice . We are thanked by your bhagawat path
@prabinchabukdhara5129
@prabinchabukdhara5129 2 жыл бұрын
Krishna Bap Krishna
@rajibkachari3618
@rajibkachari3618 4 жыл бұрын
জয় শ্ৰী কৃষ্ণ
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Жыл бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏
@madhabidas6553
@madhabidas6553 2 жыл бұрын
কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো
@aaimonisingha4881
@aaimonisingha4881 4 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ranjukonwar7919
@ranjukonwar7919 4 жыл бұрын
Heya grahan kariba Bapjana.Ami aponar srimukhe bhagabat byakya rakhamrit. sraban Kari dhanya hoisu prabhu
@daisyrabha2343
@daisyrabha2343 4 жыл бұрын
Krishna krishna bap sewa janaisu
@sarbanandasingh269
@sarbanandasingh269 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@dhirenroy899
@dhirenroy899 2 жыл бұрын
কৃষ্ণ সুন্দৰ বাপ সেৱা হে
@atulokalita4134
@atulokalita4134 4 жыл бұрын
Baap Sunder bakhya. Krishna Krishna
@umakantadas852
@umakantadas852 4 жыл бұрын
Very nice bap .krìshna
@bandanadas1139
@bandanadas1139 4 жыл бұрын
কৃষ্ণ বাপ সেৱাৰে প্ৰণিপাত জনাইছো...আপোনাক লগ পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ .....কেতিয়া বাৰু লগ পাম..এবাৰ আপোনাৰ চৰন যুগল- চোব পাম আশা কৰি আছোঁ...মোৰ মা দেউতা শাৰীৰিক বৰ অসুস্হ....আৰ্শীবাদ জনাব...যাতে মা দেউতাক সু্স্হ হৈ উঠে...বাপ আপোনাৰ কথা মই কৈ থাকো..ইমান ধুনীয়াকে...আমালৈ এই অনু্ঠানতো উপস্হাপন কৰিছে ভাষাৰে বুজাব নোৱাৰোঁ....আপোনি আপোনাৰ যত্ন লব....কৃষ্ণ প্ৰভু কৃষ্ণ🙏🙏🙏🙏
@achyutmedhi9100
@achyutmedhi9100 Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏Krishna
@rajibborah2904
@rajibborah2904 3 жыл бұрын
কৃষ্ণ বাপ । আপোনালৈ প্ৰণাম
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
Satradhikari .Riju Pathak, 🙏
11:54
Gargi's Panch foron
Рет қаралды 19 М.
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН