#Bhagwat

  Рет қаралды 46,842

Riju Pathak.

Riju Pathak.

Күн бұрын

Пікірлер: 192
@priyadoleypegu597
@priyadoleypegu597 3 жыл бұрын
কৃষ্ণ প্রভূ ঈশ্বৰ শতকোটি প্রণিপাত জনালো ❤🌺🌺🌺🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@debenphukan1343
@debenphukan1343 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু। সুন্দৰ বাখ্যা।
@pronabsaikia394
@pronabsaikia394 6 ай бұрын
কৃষ্ণ আপোনাৰ বাখ্যা শুনি ইমান শান্তি পাও গুৰুদেৱ
@lakhimidas9870
@lakhimidas9870 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চনত কৌটি কৌটি প্ৰণাম,❤❤❤
@orponadas6754
@orponadas6754 2 жыл бұрын
Kirshan🙏kirshan🙏kirshan🙏
@amiyaborah9305
@amiyaborah9305 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত সেৱা নিবেদিলো। ❤
@nialifestyle2482
@nialifestyle2482 Жыл бұрын
কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি আমি আনন্দিত হৈছো ।আপোনাৰ চৰণত সেৱাহে ।
@jogeswarikonch5365
@jogeswarikonch5365 6 ай бұрын
কৃষ্ণ প্ৰভু, আপোনাৰ চৰণত শতকোটি প্ৰণাম ।
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏 🙏 আপোনাৰ শ্ৰীমুখে ভগৱন্তৰ গুণানুকীৰ্তন শুনি নিজকে ধন্য হলো প্ৰভু 🙏 🙏 কৃষ্ণ কৃষ্ণ
@manashidevi9262
@manashidevi9262 2 жыл бұрын
Joi guru Sankar 🙏🙏🙏🙏
@urmilabordoloi5725
@urmilabordoloi5725 3 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 প্ৰভু ।
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 11 ай бұрын
Krishna Krishna Krishna prabhudev pronam to you.
@nabajyotidas6117
@nabajyotidas6117 2 жыл бұрын
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
@pratapdas1113
@pratapdas1113 4 жыл бұрын
Prabhu sewahe
@sangitakalita8537
@sangitakalita8537 2 жыл бұрын
Iman sundar bhagawat path, Krishna
@madhabidas6553
@madhabidas6553 2 жыл бұрын
কৃষ্ণ শঙকৰগুৰু মাধৱ পৰম গুৰুজনা আপোনাৰ দূখানি চৰনত সেৱা জনাইছো। বহুত সুন্দৰ পুনৰ শ্ৰৱণ কৰিছো । হৃদয় আল্পুত হৈ যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ganeshkoch561
@ganeshkoch561 3 жыл бұрын
Krishna Ram Ram pronam jonalu apunak bap 🙏🙏🙏
@shivanisaikia5530
@shivanisaikia5530 3 жыл бұрын
সচা কৈ আপোনাৰ ভাগৱত পাঠ শুনি বহুত বহুত বহুত ভাল লাগে। আমি সদায় আপোনাৰ ভাগৱত পাঠ শুনো। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@orponadas6754
@orponadas6754 2 жыл бұрын
Kirshña🙏kirßhan🙏kirßhan🙏
@newjourney8984
@newjourney8984 3 жыл бұрын
প্ৰভু, ইমান সুক্ষ্ম বিশ্লেষণেৰে আপুনি ভাগৱতৰ তত্ত্ব বাখ্যা কৰিছে, বহুত বহুত ধন্যবাদ।
@narendraprasadbarman9988
@narendraprasadbarman9988 3 жыл бұрын
প্ৰভু ঈশ্বৰে আপোনাক আৰু আপোনাৰ পৰিয়াল বৰ্গক কুশলে ৰাখক।
@binadeka9674
@binadeka9674 3 жыл бұрын
Krishna Krishna bap .
@hirumanimedhi5992
@hirumanimedhi5992 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ বাখ্যা শুনি বহুত লাগে 🙏
@aaimonisingha4881
@aaimonisingha4881 4 жыл бұрын
কৃষ্ণ প্ৰভু সেবা,হে,ধৰিলে 🤲🤲🤲
@bijoyaveryniceborah8304
@bijoyaveryniceborah8304 11 ай бұрын
Hare Krishna ,Hare Krishna 🙏🙏🙏🌹
@lombitmoran4759
@lombitmoran4759 4 жыл бұрын
কৃষ্ণ বাপ ইমান ভাল লাগে আপোনাৰ ব্যাখ্যা আপোনাক ওচৰত এবাৰ যদি লগ পোৱা হলে নিজকে বহুত বহুত ধন্য মানিলো হেতেন এনেদৰে আপোনি এই অমৃতময় মহাভাৰতৰ ব্যাখ্যা আগবঢ়াই যাওক বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ।🙏🙏🙏🙏🙏
@rupalikonwarhazarika5251
@rupalikonwarhazarika5251 4 жыл бұрын
Jai shree ram.jai govind,jai madab,jai keshab...ram ram ram ram ram ram ৰাম ৰাম ৰাম ৰাম.hai gurudev apunaku koti koti pranam amak ai bhagwat hunuar karone
@daduldas1643
@daduldas1643 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰী মুখৰ শ্ৰী ভগৱন্তৰ লিলা শুনি শুনি চকু লু বৈআহিছে। কৃষ্ণ কৃষ্ণ
@nirusaikia7631
@nirusaikia7631 3 жыл бұрын
ইমান সুন্দর ভাগবত পাঠ । শ্রবণ করি ধন্য হওঁ বাপ । কৃষ্ণ 🙏 🙏 কৃষ্ণ
@dilipbarman2291
@dilipbarman2291 3 жыл бұрын
ভাল লাগিল
@jitumonipathak3284
@jitumonipathak3284 4 жыл бұрын
কৃষ্ণ বাপ সুন্দৰ হৈছে। সেৱা হে জনালোঁ....
@mrinalmedhi8346
@mrinalmedhi8346 3 жыл бұрын
কৃষ্ণ প্ৰভূ ৰাম
@ronjitborah1997
@ronjitborah1997 4 жыл бұрын
Aapunar kripat sunar sauvaigya hol.pranam.
@akonchandrasaikia732
@akonchandrasaikia732 2 жыл бұрын
Krishna krishna 🙏🙏🙏"Bap Jana" Very sweet voice & pronunciation very clear
@akonchandrasaikia732
@akonchandrasaikia732 2 жыл бұрын
Bap jana your "Bakhiya" bahut sundar may God give you long life krishna 🙏🙏🙏.
@amiyaborah9305
@amiyaborah9305 Жыл бұрын
কৃষ্ণ প্ৰভু শতকুতি সেৱা নিবেদিলো।
@pareshmedhi213
@pareshmedhi213 4 жыл бұрын
Krishna bap🙏🙏🙏🙏apunaloi kowti kowti pronam
@junupravasaikia1816
@junupravasaikia1816 4 жыл бұрын
সেৱা জনালো বাপ ।আপোনাৰ মুখৰ বাখ্যা শুনি আমি বৰ ভাল পাইছো ।বৰ সুখী হৈছো।
@ranudas4561
@ranudas4561 4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@nabajyotidas6117
@nabajyotidas6117 2 жыл бұрын
Bap.krishna.ohari.oram.pravu.tomary.saran
@netraprasadsaikia3193
@netraprasadsaikia3193 4 жыл бұрын
ক়্ষ্ণ ক়্ষ্ণ বাপজনা প্ৰণাম জনালোঁ 🙏🙏🙏
@orponadas6754
@orponadas6754 3 жыл бұрын
Krishna🙏Krishna🙏Krishna🙏
@benudhardeka6896
@benudhardeka6896 4 жыл бұрын
👏 কৃষ্ণ কৃষ্ণ বাপ, ভকতৰ পৰম গূঢ়াৰ্থ শ্ৰৱণ কৰালে প্ৰভু | সেৱা জনাইছোঁ প্ৰভু |
@madhurjyakashyap2296
@madhurjyakashyap2296 8 ай бұрын
🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 3 жыл бұрын
🙏 Krishna Krishna Krishna🙏🙏🙏
@rubidas189
@rubidas189 3 жыл бұрын
কৃষ্ণ প্ৰভু সেৱা জনাইছোঁ
@MonishaChutia-zf4og
@MonishaChutia-zf4og 2 жыл бұрын
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ বৰ সুন্দৰ
@manashpathak3594
@manashpathak3594 3 жыл бұрын
Ram Krishna
@shyambhuyan435
@shyambhuyan435 3 жыл бұрын
Apunar bikhya huni bor Val lagise bap 🙏🙏🙏🙏
@debadash7047
@debadash7047 4 жыл бұрын
Rahila Ba.la Das Ram krisno
@kankan5deka442
@kankan5deka442 2 жыл бұрын
Jai Shri Krishna.
@gitanjalipathak1375
@gitanjalipathak1375 2 жыл бұрын
আপোনাক ভগৱানে কুশলে‌ ৰাখক 🙏🙏🙏
@dipakborah1152
@dipakborah1152 3 жыл бұрын
🙏🌺🌺Krishna Baap🌺🌺🙏
@rnath6308
@rnath6308 3 жыл бұрын
কৃষ্ণ 🙏🙏
@entonideka5891
@entonideka5891 Жыл бұрын
কৃষ্ণ প্ৰভু প্ৰণাম 🙏
@bondanadas1594
@bondanadas1594 4 жыл бұрын
কৃষ্ণ বাপ🙏🙏🙏🙏কৃষ্ণ প্ৰনাম বাপ সেৱা গ্ৰহন কৰিব 🙏🙏🙏🙏
@pujasmitamedhi6737
@pujasmitamedhi6737 Жыл бұрын
জয় শ্ৰী কৃষ্ণ
@tcgxspraygod6405
@tcgxspraygod6405 2 жыл бұрын
Krishna 🙏🙏🙏🙏
@bhobaniborgohain1721
@bhobaniborgohain1721 3 жыл бұрын
কৃষ্ণ প্রভু ! ভাষাৰে বুজাব নোৱাৰি আপোনাৰ অমৃতময় ভাগৱতৰ ভাঙনী। মই আপোনাৰ নিয়মিত শ্ৰোতা। দিনটো মোবাইলটো এৰিবলৈ মন নাযায় আপোনী য়ে অবতাৰ ৰূপে ভগবান। আপোনাৰ শ্রী চৰণত কৌটি কৌটি প্রণাম। কৃষ্ণ কৃষ্ণ🙏🙏
@pabitrabordoloi3468
@pabitrabordoloi3468 3 жыл бұрын
00
@rajibkachari3618
@rajibkachari3618 4 жыл бұрын
কৃষ্ণ বাপ শতকোতি পুনৰ প্ৰনাম জনালো
@umeshbasumatary1196
@umeshbasumatary1196 Жыл бұрын
বৰ কঠোৰ পালো ।
@Dibyakrishna2.0
@Dibyakrishna2.0 2 жыл бұрын
কৃষ্ণ মাধৱ বাপ
@Rupali_ruhi_dipankar
@Rupali_ruhi_dipankar 4 жыл бұрын
আপোনাৰ ব্যাখ্যা আৰু পাঠেৰে আমাৰ পুৱাৰ আৰম্ভণি হয় বাপ । ধন্যবাদ বাপজনা আমাক অমৃত পাণ কৰিবলৈ সুযোগ দিয়াৰ বাবে 🙏
@santanudeka90
@santanudeka90 4 жыл бұрын
🙏জয় শ্ৰীকৃষ্ণৰ জয় 🙏
@krishnatamang7248
@krishnatamang7248 4 жыл бұрын
কৃষ্ণ বাপ 🙏 সেৱাঁ ভাগি গ্রহণ কৰিব। বৰ সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা শ্রৱণ কৰি অতি সন্তোষিত হৈছো। ঈশ্বৰে আপোনাক সদায় ভালে কুশলে ৰাখক। তাৰে কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏
@bhairabjyotidas613
@bhairabjyotidas613 4 жыл бұрын
ৰাম কৃষ্ণ হৰি
@renudas5944
@renudas5944 3 жыл бұрын
Krishna pravu,,punya Arkansas Kori kritertha houk ashibad koriso.
@biswajitdas986
@biswajitdas986 4 жыл бұрын
কৃষ্ণ, প্ৰভু প্ৰথম বাৰৰ বাবে এনেকুৱা সুমধুৰ কণ্ঠত, আৰু অতি সুক্ষ্ম বিশ্লেষণেৰে আপোনাৰ শ্ৰীমুখেৰে ভাগৱতৰ গুণানুকীৰ্তন শুনিছোঁ।
@bodhidrum2840
@bodhidrum2840 3 жыл бұрын
মই নিয়মিত শ্ৰোতা ৷প্ৰণাম জাছিলো ৷
@priyakheebora25
@priyakheebora25 2 жыл бұрын
Ram Krishna 🙏🙏
@DipKumer-ld5sx
@DipKumer-ld5sx 4 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রণাম প্রভু
@gantirajkonwar377
@gantirajkonwar377 3 жыл бұрын
Krisna
@manisankardasmanisankar1485
@manisankardasmanisankar1485 4 жыл бұрын
কৃষ্ণ ৰাম কৃষ্ণ মাধৱ
@benudhrlahkar850
@benudhrlahkar850 3 жыл бұрын
SREE Krishna 🙏🙏🙏🙏🙏
@pankajboruah3673
@pankajboruah3673 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ
@madhusnaturalvibes5404
@madhusnaturalvibes5404 4 жыл бұрын
বৰ সুন্দৰ ভাবে বুজাব পাৰিছে, ধন্যবাদ
@manomatikalita4131
@manomatikalita4131 4 жыл бұрын
কৃষ্ণ বাপ আপোনাক স ৎ কৌটি প্ৰণাম কৃষ্ণ কৃষ্ণ
@sapnadas1558
@sapnadas1558 3 жыл бұрын
কৃষ্ণ প্ৰভু বাপ🙏🙏🙏 ভাগৱত পাঠ আৰু বাখ্যা কৃষৰ কৃপাত আগতেও শুনিছোঁ কিন্তু আপোনাৰ সুমধুৰ কণ্ঠত ভাগৱতৰ সূক্ষ্ম তথা সহজ বিশ্লেষন শুনিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু দৈনন্দিন কৰ্ম ব্যস্ততাৰ মাজেৰেও আপোনাৰ এটা হ'লেও ভিডিও চোৱাটো এক নিচা হৈছে। আপোনাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ🙏🙏🙏
@shivanisaikia5530
@shivanisaikia5530 3 жыл бұрын
Beautiful🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@birenadhikary6245
@birenadhikary6245 4 жыл бұрын
Joy Guru Sankar, Krishna Bap Mor Sewa Loba Aponar Bhagawat Bakhya Suni bhal lagil
@mohonsaikia1433
@mohonsaikia1433 4 жыл бұрын
Jai shri krishna 🙏🙏🙏
@dhireswardas4044
@dhireswardas4044 Жыл бұрын
Krishna prabhu pranam he
@bantideka823
@bantideka823 4 жыл бұрын
কৃষ্ণ বাপ সেৱাহে | বহুত ভাল লাগিল |
@anganasaikia203
@anganasaikia203 4 жыл бұрын
Krishan krishan baap 🙏🙏🙏🙏
@manjurajkonwar2807
@manjurajkonwar2807 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏 ,
@khirodagogoi625
@khirodagogoi625 4 жыл бұрын
কৃষ্ণ প্ৰভূ আজি এইমাত্ৰ আপোনাৰ শ্ৰীমুখে বৰষা ভাগৱত ৰ অমৃত ভাগি পাণ কৰিলোঁ । আপুনি যেন সদায় অমৰ হৈ থাকক । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@thaneswarsaikia6507
@thaneswarsaikia6507 4 жыл бұрын
..
@PranjitSaikiaYT
@PranjitSaikiaYT 4 жыл бұрын
🙏🙏Krishna bap 🙏🙏
@pulakbarman529
@pulakbarman529 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ManishaChutia-x8q
@ManishaChutia-x8q 4 жыл бұрын
কৃষ্ণ বাপ । আপোনাৰ অতি সুকুমল কণ্ঠত পাঠ ভাগ আৰু সুমধুৰ হৈ উঠে ।
@RijuPathakSatradhikar
@RijuPathakSatradhikar 4 жыл бұрын
ধন্যবাদ
@gangadevi4089
@gangadevi4089 4 жыл бұрын
Krishna bap , eman sundar bakhya suni thakileo hepah napalai
@dipamoniborabora9209
@dipamoniborabora9209 4 жыл бұрын
Krishna krishna bor hundar hoise.bhagawantoi apunak kripa karak.drighayu karak.hewa janaisu.
@sewaliborgohain5619
@sewaliborgohain5619 18 күн бұрын
আপোনাক সেৱা জনাইছোঁ বাপ🙏কৃষ্ণ।
@mantuvallagilkalita1969
@mantuvallagilkalita1969 4 жыл бұрын
Krishna krishna krishna
@dharanikalita7446
@dharanikalita7446 6 ай бұрын
🙏🙏🙏🙏🙏
@minakshideka1470
@minakshideka1470 Жыл бұрын
Krishna krishna ram ram
@anupsaikia9773
@anupsaikia9773 Жыл бұрын
JAI SHREE KRISHNA
@ratulkalita149
@ratulkalita149 4 жыл бұрын
Krisna.bap bor bhal lagil
@dipanjalibailung1180
@dipanjalibailung1180 4 жыл бұрын
ভাল লাগিল প্ৰভু
@ajitbarman8246
@ajitbarman8246 Жыл бұрын
Aapunalai Mur sahasra pranipat janai sewa dharicho aaru aapuna Anu pranita hai mai bhagawat path karibalai laicho
@dipaliray5259
@dipaliray5259 4 жыл бұрын
সময় পালেই পোনৰ উলতি আহি শুনো ।কৃষ্ণ। 😗🙏🙏
@utpal-verynicedas6072
@utpal-verynicedas6072 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিৱ । আপোনাৰ এই সুন্দৰ প্ৰচেষ্টাই আমাক বহুত আপ্লোত কৰিছে । মই আপোনাৰ নিয়মিয়া শ্ৰুতা আপোনাৰ মঙ্গল কামনা কৰিলো ।
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
Satradhikari .Riju Pathak, 🙏
11:54
Gargi's Panch foron
Рет қаралды 19 М.
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН