আভ্যন্তৰীণ সংঘাত, জ্যেষ্ঠ নেতাৰ ক্ষোভত ভাৰাক্ৰান্ত বিজেপি

  Рет қаралды 42,471

Pratidin Time

Pratidin Time

Күн бұрын

আভ্যন্তৰীণ সংঘাত, জ্যেষ্ঠ নেতাৰ ক্ষোভত ভাৰাক্ৰান্ত বিজেপি। বাদ-বিসম্বাদৰ মাজতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ বর্ধিত কার্যনির্বাহক। বৈঠকলৈ আহিল বিসম্বাদী ৰাজেন গোহাঁইৰ পৰা মৃণাল শইকীয়ালৈ প্ৰায় সকলোবোৰ নেতা। তাৎপর্যপূর্ণভাৱে বৈঠকত উপস্থিত নাই কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল। শাসকীয় দলটোৰ এই কার্যনির্বাহক বৈঠকে মৰিষণ কৰিব পাৰিবনে অসন্তুষ্ট নেতাসকলৰ ক্ষোভ-অসন্তুষ্টি? চাওক আমাৰ এই প্ৰতিবেদন।
#pratidintime #assam #bjpnews

Пікірлер: 79
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
অসমত যদি একমাত্ৰ মুখ্যমন্ত্ৰী আছে যদি এইজনে নেকি? অ সংবিধানিক কথা কোৱা।
@Destiny1999
@Destiny1999 Ай бұрын
ই পাগল হল
@mrinmoykalita3811
@mrinmoykalita3811 Ай бұрын
বেছি দিন নাই মামা।।। বেছি দিন নাই।।।
@budheswarnath6516
@budheswarnath6516 Ай бұрын
২০২৬অত বিজেপি ৰ অংকত খেলি-মেলি লগাব ৰাইজে সেইটো খাটাং ।
@nitulpatgiri8512
@nitulpatgiri8512 Ай бұрын
Cm ejonor bhakhon suwa....ki 3rd class lecture...
@rathindranathphukan7237
@rathindranathphukan7237 Ай бұрын
বুজায় সকলো বুজিছে।
@apurbakalita7388
@apurbakalita7388 Ай бұрын
আপোনাৰ কথাতকৈ ৰাস্তাৰ পাগল এটাৰ কথাৰ বেছি ওজন আছে বুলি অনুমান হয়।
@RosardRoird
@RosardRoird Ай бұрын
কথাবোৰ শুনিলে,,, মুখ্য নহয়। "মূৰ্খ মন্ত্ৰী" যেনহে লাগে।
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
এইজনাইওটো কংগ্ৰেছৰ পৰা তৰুণ গগৈ ডাঙৰীয়াক লেং মাৰি বিজেপি, বিধায়কৰ পৰা সৰ্বানন্দক লেং মাৰি মূখ্যমন্ত্ৰী । সাম্প্ৰদায়িক উচটনি মন্তব্যৰ বাদে আৰু বেলেগ শান্তি, সম্প্ৰীতি বা উন্নয়নৰ ভাষন দিবলৈ নাইনেকি ?
@dkvlogs0145
@dkvlogs0145 Ай бұрын
2026 চনত হিমন্ত বাহিনীৰ অহংকাৰীৰ ম্যাদ উকলি যাব
@user-rn5rn5us1m
@user-rn5rn5us1m Ай бұрын
Buy buy 2026
@AbdulSamad-oh8sc
@AbdulSamad-oh8sc Ай бұрын
one man big zero 2026......
@Aditygogoi123
@Aditygogoi123 Ай бұрын
গৰু মল্ল
@user-kz9qi6sy1u
@user-kz9qi6sy1u Ай бұрын
আংগুৰলতা আঙুলি মাৰি থাক
@santanukumardas6602
@santanukumardas6602 Ай бұрын
Bhabesh kalita ata kufa
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr Ай бұрын
Bjp go back
@rahulaxom2603
@rahulaxom2603 Ай бұрын
Bor nilaaaaaaz hey apuni.. 😮😮😮
@debakrsaikia2993
@debakrsaikia2993 Ай бұрын
তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৰা অহংকাৰটো জাতীয়তাবাদী সকলে বেয়া পোৱা নাছিল। কিন্তু বিজেপিৰ অহংকাৰটো সেইসকলৰ কিবা হজম হ'ব খোজা নাই।
@pranjitbarman7485
@pranjitbarman7485 Ай бұрын
Jenekoi Xokolu Congress r manuhe Bajpeii bhaban dokhol korile xeya o Congress r Gourab
@Surajjamanprodhani
@Surajjamanprodhani Ай бұрын
BJP bhagao desh bachao
@dibyajyotigogoi4801
@dibyajyotigogoi4801 Ай бұрын
প্ৰশান্ত ফুকন এটা পাগল।
@santanukumardas6602
@santanukumardas6602 Ай бұрын
Prasanta phukan ata faltu
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge Ай бұрын
মুখ খন নাথাকিলে আপোনাৰ যে কি অৱস্থা হল হেঁতেন
@dipmalbodo5480
@dipmalbodo5480 Ай бұрын
হয় অ ই একেবাৰে নবপ্ৰজনমক বেয়া ৰাজনীতি কৰাব বিচাৰিছে
@user-lm6ih9lk9p
@user-lm6ih9lk9p Ай бұрын
Mozaaaaaa
@bishovsjourney
@bishovsjourney Ай бұрын
Salute to leader like Jayanta Das Dada for speaking the truth boldly unlike the Spineless State Leadership.
@kailyangohain7880
@kailyangohain7880 Ай бұрын
Comment bur Sai Val lagise
@user-jc3jv7nh1p
@user-jc3jv7nh1p Ай бұрын
Senimai is back
@nirudevideka4375
@nirudevideka4375 Ай бұрын
জয় আই অসম। ইমান ঘিনলগা কথা কব পাৰে এই ধুৰন্ধৰজনে
@tamjidahmed5119
@tamjidahmed5119 Ай бұрын
এজন ব্যক্তিৰ কাৰণে সকলো সংঘাট। য'তে যাব কেৱল ধ্বংশলীলা চলাব।
@pgoswami5378
@pgoswami5378 Ай бұрын
শৰ্মাবাবুৰ বিজেপি দলত্যাগ আৰু কংগ্ৰেছ দলত যোগদান কৰা বিষয়টো সংবাদ মাধ্যমত অতি বেছিকৈ প্ৰচাৰ হৈছে। এই প্ৰচাৰে জনমানসত দুয়োটা দলত কেনে প্ৰভাৱ পৰে তাক আগন্তুক সময়েহে কব। ইমান বৃহৎ দল এটাৰ সকলো কৰ্মকৰ্ত্তাৰে মনৰ হাবিয়াস সমানে পূৰণ কৰা সম্ভৱো নহয়।কিবা সুবিধা পালেহে দলৰ গুণগান গাই থাকিব নেপালে এৰি গুচি যাব কথাষাৰ যেনেদৰে সঠিক বিচাৰ নহয়,দলৰ কৰ্মকৰ্ত্তাক গুৰুত্ব দি সদ্ভাৱেৰে ব্যৱহাৰ কৰি একতাত বান্ধি ৰাখিব নোৱাৰাটোও উৰ্ধতন দলীয় কৰ্মীৰ বাবে একপ্ৰকাৰ বিফলতাকে কঢ়িয়াই আনে। এই ক্ষেত্ৰত কিছুমানে মুখ খোলে,কিছুমানে মুখ নুখুলি চুপ থাকে। মুখ খুলিলেই বেয়া আৰু মনে মনে থাকি সহ্য কৰাসকল ভাল বা প্ৰিয়পাত্ৰ সেই কথাটোও কিন্তু থিক নহয়। আগন্তুক দিনত অসমত সমতাৰ যুঁজ নে ক্ষমতাৰ যুঁজ নে অস্তিত্বৰ যুঁজ হব তাক জনতাই নিৰ্নয় কৰিব। জনতাই ৰাজনৈতিক দলসমূহৰ ভাষন,পৰিকল্পনা, কাম,লম্ফজম্ফ, আস্ফালন,সম্যতা,দক্ষতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত কাঢ়া নজৰ ৰাখি তুলাচনীৰে জুখাৰ দিহা কৰিছে।
@ArifHussain-hj5ds
@ArifHussain-hj5ds Ай бұрын
Gourab gogoi ahise ase
@bjcartoontv8856
@bjcartoontv8856 Ай бұрын
পিছে গৰু মাংসৰ বেপাৰ কোনে কৰে মহাশয়???🤣🤣🤣
@alokdutta5907
@alokdutta5907 Ай бұрын
"नास्त्यहंकार समः शत्रु"- চাণক্যই কৈছিল অহংকাৰৰ সমান কোনো শত্ৰু নাই,অহংকাৰৰ দৰে কোনো ৰোগ নাই,এতিয়া সেই ৰোগতে অসম ৰাজ্যিক বিজেপি আক্ৰান্ত ।
@anonymous_assamese4838
@anonymous_assamese4838 Ай бұрын
Congress r pora nije goi BJP r CM atiya 😂
@champakrajbongshi5619
@champakrajbongshi5619 Ай бұрын
2026 😂
@user-lb6it6cc3h
@user-lb6it6cc3h Ай бұрын
ইয়াৰ ধংস টো চাব ৰৈ আছো
@deadlydrax2711
@deadlydrax2711 Ай бұрын
Nokli asli hoi gol, leng mari ase
@user-ux7gk1lb6b
@user-ux7gk1lb6b Ай бұрын
BJP hatao desh bachao Modi hatao Bharat bachao
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr Ай бұрын
Ear Rajniti a murot dhorisa.
@prafullakonwar4169
@prafullakonwar4169 Ай бұрын
Bhaltu
@sanjuhq4253
@sanjuhq4253 Ай бұрын
Nokoi nuwarilu aru! Eyatke fotuwa tol khapor cm etihahot aji loike ni dekha
@Mimbrangboro4589
@Mimbrangboro4589 Ай бұрын
Meeting korok, ji kore korok, Asomor manuhok, high way, overbridge koi besi dorkar sakory. Sakory dibo laage soboko.
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Cm sir mux holl bulie ji ti kotha koba napai
@user-gn6cq3yh5k
@user-gn6cq3yh5k Ай бұрын
Nilas cm congress partir pora minister ,cm hol ajer dinot congress party beya hol
@jitubarman6162
@jitubarman6162 Ай бұрын
বামুণৰ কলংক কিয়নো বামুণৰ মুখেৰে গৰু খোৱা শব্দটো কেতিয়াও নোলায় ৷
@maynulhoquechoudhury5377
@maynulhoquechoudhury5377 Ай бұрын
Apuni congres loi juwa to tane hole congres or gawrob nohoyne baru.
@bhupenkumar8191
@bhupenkumar8191 Ай бұрын
Apunar dare karile val hai .
@user-lc6rb2pb1q
@user-lc6rb2pb1q Ай бұрын
Last. Lagil. B. J. P. Er. Liderbila
@AdvAltafhussain
@AdvAltafhussain Ай бұрын
কি ফতুৱা কথা
@monuranjanphukon8553
@monuranjanphukon8553 Ай бұрын
Ahangbidhanik boktobya cmr
@kidscookingassam3887
@kidscookingassam3887 Ай бұрын
তেন্তে কংগ্ৰেছে গৌৰৱ বোধ কৰিব পাৰে কাৰণ তেওঁলোকৰ কেইজন মান কেদাৰে বাজপেয়ী ভবন দখল কৰিছে😂😂,বাকী ভাষণৰ মানদণ্ড অত্যন্ত নিন্মৰুচিৰ
@RubulBora-t7o
@RubulBora-t7o Ай бұрын
Mama, you are not a like cm
@Rana-hg8hg
@Rana-hg8hg Ай бұрын
ফকটীয়া মন্তব্য কৰি দেশ শাসন কৰি আছে
@gunendralahon7412
@gunendralahon7412 Ай бұрын
Alu piajor mala dal kot dangaria
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Kam nai mukhymantri aloo Kutty Babu 2026
@dipankarkhargharia9952
@dipankarkhargharia9952 Ай бұрын
GUJORATOR NOLAI PANI NAJAI MUSOL MANOR TEZ JAI EIAI RAJNITI
@montalukdar40
@montalukdar40 Ай бұрын
Assam khonot karibo loga bahut asa ...kabol hindu muslim Kari thakila pat novora ....
@jahirulislam4311
@jahirulislam4311 Ай бұрын
সাংবাদিক মহাশয় মূখ্যমন্ত্রী মহোদয়ে আগতে দিয়া পৰামৰ্শ বোৰ কিবা লাভা লাভৰ অংকত দিছিল নেকি আজি যে কৈ আছে বিনামূলীয়া পৰামৰ্শদাতা বুলি।
@bishnuramrabha4714
@bishnuramrabha4714 Ай бұрын
J,H.R.A ciam of indiiiiaaaaa
@jakir5460
@jakir5460 Ай бұрын
Bjp ko go back
@amitkumarrabha5507
@amitkumarrabha5507 Ай бұрын
Cm or other I have just downloaded the clip ...😂
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Aitu.najane.neki.assam.asamiea jaiai.assam.pathamate.kaok.aibur.doinambaru.bur.katha.hakalu.atiea.bjp.birudhi.kam.nainiki.bjp.sabatke.bepaise.neki.janahadharane.himantar.huhat.baohat.manuhe.bhalpaijanu.aiburak
@user-bx8gv2ct2i
@user-bx8gv2ct2i Ай бұрын
Ji hoi hoy takok ..amar ki aahe jai 🤣🤣 ajio Kam kori aaso, kalio Kam koribo lagibo..Kam korilehe khabo loi paam. 😂😂
@purnaborah2910
@purnaborah2910 Ай бұрын
Ppp
@manashpratimassam8879
@manashpratimassam8879 Ай бұрын
😂😂😂😂pogola kukur
@vickypasari639
@vickypasari639 Ай бұрын
Amar cm sir a kunu kotha seriously noloi kele janu
@thelosthuman688
@thelosthuman688 Ай бұрын
Dhopesh😂
@thelosthuman688
@thelosthuman688 Ай бұрын
Bamunor tolot kunu nosole
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 67 МЛН