বিশ্বকৰ্মা বিশেষ/শাহু-বোৱাৰীৰ আনে নকৰা challenge 🤣/Assamese vlog Rashmi konwar

  Рет қаралды 27,230

Rashmi Konwar

Rashmi Konwar

Күн бұрын

বিশ্বকৰ্মা বিশেষ/শাহু-বোৱাৰীৰ আনে নকৰা challenge 🤣/Assamese vlog Rashmi konwar

Пікірлер: 82
@porinitaburagohain982
@porinitaburagohain982 21 күн бұрын
সঁচাকৈয়ে তোমালোক শাহু, বোৱাৰী নে মাক , জীয়েক,নে বাই ,ভনী ‌😮‌ কি মানে ? কিমান মৰম স্নেহ ,মিলা-প্ৰিতী,বুজা-পৰা থাকিলে এটা সম্বন্ধ তে সকলো সম্বন্ধ স্থাপন কৰিব পাৰি , সকলোবোৰ বজাই ৰাখিব পাৰি। কি বুলি প্ৰশংসা কৰিম তোমালোকক । মোৰ ভাষা নাই । মাত্ৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমালোকৰ মৰমবোৰ এনেকৈয়ে সদায় থাকক । আমিও উৎসাহ পাওঁ তোমালোকৰ মৰমবোৰ দেখি । নিজৰ ঘৰখনৰ সুখ, শান্তি , আনন্দ যে নিজৰ হাততেই থাকে বুজিব পাৰিছো । বহুত বহুত ধন্যবাদ জনাইছোঁ তোমাক।সদায় ভালে থাকা, সুস্থ ‍থাকা আৰু আমাক শিকাই যোৱা আমি শিকি যাম । মৰম❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
❤️🙏
@JushnaMahanta-k6i
@JushnaMahanta-k6i 21 күн бұрын
আপোনালোকৰ ঘৰ খনৰ মৰম চেনেহ বোৰ দেখি খুউব ভাল লাগে♥️ ♥️♥️
@kabitaborabhakatgaon
@kabitaborabhakatgaon 21 күн бұрын
ধুনীয়া সখী এনেকৈয়ে ৰ্ফূটি কৰি থাকিৱ লাগে মৰম সকলোলৈ❤❤
@joyashreebaruahbaruah535
@joyashreebaruahbaruah535 21 күн бұрын
আপুনি স্কুলৰ পৰা আহি লগে লগে পাকঘৰত সোমাই যে কাপোৰ যোৰো সলাই নলয়
@Gogoimonalisa
@Gogoimonalisa 21 күн бұрын
Apuni kenekoi gom ple hoi😅
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
কোনে কলে হয় ,মই স্কুলৰ পৰা আহিয়ে কাপোৰ নহলাই পাকঘৰত সোমালো বুলি 😂
@aprajitaboruah154
@aprajitaboruah154 21 күн бұрын
মৰম স্নেহ বোৰত গুৰুত্ব নিদি কাপোৰত কিয় গুৰুত্ব দিছে হয় ? ঘৰত কাম পৰি থকা দেখিলে টো মই বিয়া খাই আহিও কাপোৰ নহলোৱা কৈয়ে কামত লাগো ৷
@SangitaShyamphukan-jj8eo
@SangitaShyamphukan-jj8eo 20 күн бұрын
আপোনালোকৰ এনে দেখিলে বৰ দূখ লাগে আমাৰ যে কামৰ ক্ষেত্ৰত এনে নহয়
@aprajitaboruah154
@aprajitaboruah154 21 күн бұрын
সচাকৈয়ে সৰু কথাবোৰ মনত পৰিলে বেয়া লাগি যায় ৷মুনু তুমি ভাগ্যৱতী ৷
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
❤️
@kabitaborabhakatgaon
@kabitaborabhakatgaon 21 күн бұрын
ৰহৰ দাইল মচুৰ দাইল বুট দাইল একেলগে দি মই বনাও বহুত ধুনীয়া লাগে খাবাচোন আমিও লুচি চব্জি এ খাওঁ ময়ো বনালো কালি❤
@manabbikashgogoimanabbikas7063
@manabbikashgogoimanabbikas7063 21 күн бұрын
Val lagil sunugonie duniake bohi khyse morm lagise❤❤❤
@KabitaDutta-b8l
@KabitaDutta-b8l 21 күн бұрын
Bonai thoka dekhi mur konmani bhotija joniya ami kham ami kham koi ase .
@AnjumonidasAnjumonidas-x1l
@AnjumonidasAnjumonidas-x1l 21 күн бұрын
O khuri ameu aneke bonai khau apunr pora khikulu apunr video bure bht utkha pau khuri mn bya lagileu apunk dekhile vl lagi jai❤❤❤
@dulumoniguwala7151
@dulumoniguwala7151 20 күн бұрын
Emn vl lage enekoi dhemali kori kam korile. Moi okle hahi hahi sai asu
@potikasaikia2639
@potikasaikia2639 20 күн бұрын
Mojja lagise❤❤❤❤
@anjalienling
@anjalienling 21 күн бұрын
Love you sengnang umaa God bless you all always
@Naturalnature-tt3ju
@Naturalnature-tt3ju 21 күн бұрын
bohoot vaal lagile dei❤❤❤❤❤
@KrishnaPhukon-mc8ui
@KrishnaPhukon-mc8ui 21 күн бұрын
Apunar puri style to bor moja lagise khuri ❤
@borakhaburagohain8023
@borakhaburagohain8023 21 күн бұрын
মা আপোনাৰ কথা এটা কম বেয়া নাপাব .. সুন্টু আৰু মুনু লভ ষ্টৰি টো দিব❤💕
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
আগত দিয়া আছে 😊
@dibyabristivlogs1611
@dibyabristivlogs1611 21 күн бұрын
Hosake hoi de ma jiman janileu kintu mak kahot rakhi Kam bur korile he val lage makor usort hokolu lora sualiei alohua hoi pore Moiu ajiloike mangkho vag Kori puai mai😅bonai a sidha mak he matu mangkho barhibole 😊 বিশ্বকৰ্মা পূজা আমাৰো নাই আমাৰ পিছে নিয়ম অৰ কাৰণে নহয় আমিও প্ৰত্যেক বছৰে নিয়মটো হলেও কৰিছিলোঁ কিন্তু ২০২২ চনৰ ১৭ ছেপ্টেম্বৰ দিনটো আমাৰ কাৰণে অভিশপ্ত দিন হিচাপে ৰৈ গল যিটো আমি মৃত্যুৰ আগ মূহুৰ্ত লৈকে হয়টো পাহৰিব নোৱাৰোঁ সেইটো দিন এতিয়াও চকুৰ আগত ভাঁহি থাকে তথাপিও ভগৱানক বিশ্বাস কৰি আজিৰ তাৰিখলৈকে আগ বাঢ়ি গৈ আছো যদি ভগৱানে সাহস দিয়ে সেইখিনি কথাও নিশ্চয় কম 😢 মা আবেগত বহুত খিনি কথাই কৈ পালোঁ আপোনাক কবলৈ সংকুচ অনুভৱ নকৰিলোঁ মনটো এ কলে আপুনি মোৰ আপোন ❤🥹
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
❤️ । পাহৰিব নোৱাৰি কিন্তু জীৱন আগুৱাব লাগিব
@dipakborah8424
@dipakborah8424 20 күн бұрын
Dhunia
@pdchannel8869
@pdchannel8869 21 күн бұрын
Hahu buwari challenge moja ❤❤❤❤
@junbora8927
@junbora8927 21 күн бұрын
Bohut Vl lagil VDO,,, 😅😅😅
@NibeditaDutta-su9sz
@NibeditaDutta-su9sz 20 күн бұрын
❤️❤️❤️❤️
@indranineog4335
@indranineog4335 21 күн бұрын
আৰুনো কি লাগে? এখন ঘৰত যদি এনেকুৱা মৰম চেনেহ, মিলা প্রীতি থাকে। বেমাৰ আজাৰো পলাই কৰবা পাবগৈ। মৰম সকলোলৈ❤
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
❤️
@jaanmoniduarah6497
@jaanmoniduarah6497 20 күн бұрын
মুনু তোমাৰ ভাগ্য খন বহুত ভাল 😊 তুমি যে এনেকোৱা এগৰাকী মা পাইছা 😊😊
@RashmiKonwar
@RashmiKonwar 20 күн бұрын
❤️
@kabitaborabhakatgaon
@kabitaborabhakatgaon 21 күн бұрын
সুপ্ৰভাত সখী❤❤
@KunjomoniSaikia
@KunjomoniSaikia 21 күн бұрын
Munu bohut laki hoi apunar nisina MA paise apunar video sai bohut val lage
@ranjitpatar.channel8338
@ranjitpatar.channel8338 21 күн бұрын
এনেকৈ সদায় হাঁহি থাকক
@HimakshiDevi-mc3of
@HimakshiDevi-mc3of 21 күн бұрын
First comment khurima
@BabiSaikia-f6g
@BabiSaikia-f6g 21 күн бұрын
Ba apunar video bur bhut besi val lage sai amoni nelage xokaluloike morom dai ❤❤❤
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
❤️
@nirmalikalita7376
@nirmalikalita7376 21 күн бұрын
কালি ভিডিও ত cmnt দিব নোৱাৰিলোঁ।trnd off আছিল।আজি ভিডিও তো বহুত ভাল লাগিল।আমিও কালি বিশ্বকৰ্মা ঘৰত নিয়ম এটা কৰিলোঁ খুড়ী।মইও লুচি বনালে লৰালৰি হলে এনেকৈ কাটি কাটি বনাও😅মোৰ মোবাইল টো oppo, সচাই real me তো বেছি ভাল।মানে মোৰ মানুহজনৰ টো real me, সেইটো বেছি ভাল❤সচাই ঘৰখনত যে কিমান সৰু সৰু কাম😮ভিডিও টোত সকলোকে দেখা পাই ভাল লাগিল বাবলুক হে নেদেখিলোঁ😅।মৰম সকলোলৈ❤❤❤
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
বাবলুক চুৰ কৰিহে ভিডিও কৰোঁ😀
@jintiroy5963
@jintiroy5963 21 күн бұрын
Apunalor hahi bur dekhe njonakoy mor mukhr pra o hahi biring uthise
@BobiPhukan
@BobiPhukan 21 күн бұрын
Bye bye deha❤
@PinakhiHandiqui
@PinakhiHandiqui 21 күн бұрын
❤❤❤
@LeenaSarmah-wi8tk
@LeenaSarmah-wi8tk 21 күн бұрын
Mojja
@KabitaDutta-b8l
@KabitaDutta-b8l 21 күн бұрын
Good morning bow .
@parishmitaborah4802
@parishmitaborah4802 18 күн бұрын
Moiu bnalu aji apunar nisina ke,,,ene telot vjile khabo nuari,,aji 4khnn khalu
@RashmiKonwar
@RashmiKonwar 18 күн бұрын
@@parishmitaborah4802 ❤️❤️❤️
@najma2631
@najma2631 21 күн бұрын
First comment ❤❤❤
@RupaRupa-lc4hw
@RupaRupa-lc4hw 21 күн бұрын
Ooo baideo moio ane ke puri bonow
@Gogoimonalisa
@Gogoimonalisa 21 күн бұрын
Muru hahu jd apunar dre hl hoi,,,,
@pallabikonwar-xz2bj
@pallabikonwar-xz2bj 21 күн бұрын
Moi u bonw ankoi khuri
@prabhuttadas1540
@prabhuttadas1540 21 күн бұрын
Apunak lg pabo khub mn jai
@RashmiKonwar
@RashmiKonwar 20 күн бұрын
লগ পাম কেতিয়াবা
@runumabegum8125
@runumabegum8125 21 күн бұрын
Khuri deu mpunar nisina maa pabple hole ako nalage , amr hahu maa joni a rati pua ata ruti diea jodi aru ata diok buli kou kiman je khunai
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
খোৱাত কিয় বাধা ? এতিয়া তোমালোকৰ খোৱাৰ বয়স
@bharatibarkataki7592
@bharatibarkataki7592 21 күн бұрын
গেজু ধৰা পৰিল ন মুনু 😂😂😂
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
😀😂
@dikshitabakatial3402
@dikshitabakatial3402 21 күн бұрын
Munue degree level r exam dise niki
@Krishna-d9e4p
@Krishna-d9e4p 21 күн бұрын
amar faly khiciri main
@monujdas3508
@monujdas3508 21 күн бұрын
❤❤❤🎉🎉
@LGogpi
@LGogpi 21 күн бұрын
Biswa korma puja kiyo nepatile Baido
@BarashaBorah-hb4ls
@BarashaBorah-hb4ls 21 күн бұрын
Borma ajoni buwari ki vat rondha ghoror kmte abodho hoi nki Mur sahu maai Muk tnkoi koi Mur mon juwa km aku kriboi nidiya Mur Age matra 23 apunar video xodai sau monto ktiwaba bhut beya lge kru lgt ktha ptibo nidiya jbloi nidiya bhut beya lge Mur nisina aru sgoi blgor hoi pls video juga abr bujai dbo jte Mur nisina aru Karu nhoi barma
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
😥
@Taralee__official
@Taralee__official 21 күн бұрын
Tumar dore muru akei jana muru age 20 baki hodai ভগৱানক bisakh rakha
@BarashaBorah-hb4ls
@BarashaBorah-hb4ls 21 күн бұрын
@@Taralee__official tke ktiwa jnu val din aha
@PoriBoruah-d3v
@PoriBoruah-d3v 21 күн бұрын
Scholr kapur jure pakghort humai kio nu
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
মই সেই জোৰ কাপোৰ স্কুল পিন্ধি গৈছিলোঁ বুলি কোনে কলে বা 😀
@Sultanathakuria
@Sultanathakuria 21 күн бұрын
😮❤❤❤😂😂
@ranjanpachani9452
@ranjanpachani9452 21 күн бұрын
Biswa karma kio napate khuri ...
@prastutiborthakur9361
@prastutiborthakur9361 21 күн бұрын
Vl lagi aji sai Kam Kora chelenge
@straightforwardstraightfor3951
@straightforwardstraightfor3951 21 күн бұрын
Puja kiyo napatile
@RashmiKonwar
@RashmiKonwar 21 күн бұрын
এক শৰণ বৈষ্ণৱ সমাজ ,শংকৰী ,কৃষ্ণগুৰু আদিৰ ভক্তই দেৱ দেৱী পূজা নকৰে নহয়
@indranineog4335
@indranineog4335 21 күн бұрын
আমাৰো একেই বা, আমি কোনো পূজা নকৰো, অকল গোসাঁই ঘৰত পুৱা গধূলি চাকি দি সেৱা কৰো।
@BarnaliKalita-ci1wy
@BarnaliKalita-ci1wy 21 күн бұрын
মোৰ ল'ৰায়োকয়থুটিবুলি
@sangitadutta6383
@sangitadutta6383 21 күн бұрын
❤❤
@Barnalirabhd
@Barnalirabhd 21 күн бұрын
❤❤❤❤❤
@RitaGogoi-s4t
@RitaGogoi-s4t 21 күн бұрын
❤❤❤❤❤
@VIRAT-w5t
@VIRAT-w5t 21 күн бұрын
❤❤❤❤❤
@r.hazarika9231
@r.hazarika9231 21 күн бұрын
❤❤❤
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 22 МЛН
«Кім тапқыр?» бағдарламасы
00:16
Balapan TV
Рет қаралды 97 М.
Worst flight ever
00:55
Adam W
Рет қаралды 46 МЛН
Finally Devalata বাক লগ পালো 🥰
6:01
Bhoiravi FnB
Рет қаралды 2,8 М.
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 22 МЛН