Рет қаралды 3,035
🔴 বিশ্বনাথ ৩বছৰীয়া সন্তানৰ মাতৃ গীতাঞ্জলি দাসৰ স্বাৱলম্বিতাৰ অপূৰ্ব নিদৰ্শন
🔴 ফাষ্ট ফুডৰ বিপণীকে ধৰি বহুকেইটা ব্যৱসায় কৰা গীতাঞ্জলিয়ে শেহতীয়াকৈ যোগদান কৰিছে ফ্লিপকাৰ্টৰ ডেলিভাৰী গাৰ্ল হিচাপে
🔴 নিজৰ তিনিবছৰীয়া সন্তানক ককাক-আইতাকৰ ওচৰত থৈ স্কুটি খনত উঠি পুৱাই ওলাই আহে কৰ্মক্ষেত্ৰলৈ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/