বিয়া পাতিম বুলি ৬ মাহ ধৰি প্ৰেমিকাক ঘৰতে ৰাখিছে প্ৰেমিকে! ব্যৱহাৰ কৰিছে পত্নীৰ দৰে!

  Рет қаралды 283,520

Asom Live 24

Asom Live 24

3 ай бұрын

বিয়া পাতিম বুলি ৬ মাহ ধৰি প্ৰেমিকাক ঘৰতে ৰাখিছে প্ৰেমিকে! ব্যৱহাৰ কৰিছে পত্নীৰ দৰে! কিন্তু নাপাতিলে বিয়া! প্ৰাক্তন পাঞ্জা খেলুৱৈৰ বিৰুদ্ধে যুৱতীৰ ভয়ংকৰ অভিযোগ৷
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 371
@aparajitatamuli7273
@aparajitatamuli7273 3 ай бұрын
ভাল ছোৱালীয়ে বিয়াৰ পাছতহে হোটেল হোটেল থাকে ঘূৰে ফুৰে,আজি কালি বেছিভাগ ছোৱালী,মাইকিবোৰ এইবোৰ যেন সাধাৰণ হৈ পৰিছে
@dhruvaborah5439
@dhruvaborah5439 3 ай бұрын
Khojoti marile😂
@user-jf4ms6ri6r
@user-jf4ms6ri6r 3 ай бұрын
Hosa ke de suwali bilak aji kali
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
​@@dhruvaborah5439😂সেয়াহে মেইন
@chandana966
@chandana966 3 ай бұрын
Tmr gf nai sge this is very common in nowadays Tole tole bhute kore Gay nhle tmiu kriba 😂😂😂poisa d hleu prostitute lba
@montudutta7017
@montudutta7017 3 ай бұрын
তই নো বিয়া নোহোৱাকৈ হোটেলে হোটেলে কিয় ঘুৰি ফুৰিব লাগে ? তইও বেতি কম নহয়🙏🙏 4:01
@ankurdas4217
@ankurdas4217 3 ай бұрын
Hoi de ki drkar no ple xikha 😂
@babuldas4341
@babuldas4341 3 ай бұрын
হয় 😂
@happyboy4579
@happyboy4579 3 ай бұрын
Tai khjoti lagesela tatea atea tai val kla vali korela lora tu god
@mriduldas-zj6eq
@mriduldas-zj6eq 3 ай бұрын
😂😂😂😂😂😂
@bidyabonrabha8709
@bidyabonrabha8709 3 ай бұрын
Right
@mrinalbaruah9474
@mrinalbaruah9474 3 ай бұрын
সি পাবলগীয়া খিনি পালে। গতিকে তুমি ঘৰৰ ছোৱালী ঘৰলৈ আহা।
@dhruvaborah5439
@dhruvaborah5439 3 ай бұрын
😂😂😂
@bekkarlife3916
@bekkarlife3916 3 ай бұрын
😂😅
@Fanarijit-il8wg
@Fanarijit-il8wg 3 ай бұрын
Paisa pati loi jabo rbo. Barir khujoti polabo lagibo nhoi. Bank khali kori
@mrboruah4752
@mrboruah4752 3 ай бұрын
Haha
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
কি খিনি পালে নো বাৰু সি🤔
@bontisarmah7541
@bontisarmah7541 3 ай бұрын
লাজ লগা নাই তোৰ কবলৈ এইবোৰ বিয়া নপতাকৈ লৰা এটাৰ ঘৰত থাকেনে বাৰু ছিঃ ছিঃ বনৰী কৰবাৰ
@dhruvaborah5439
@dhruvaborah5439 3 ай бұрын
Tenekoi kb napai hei.
@Reg_al19
@Reg_al19 3 ай бұрын
Bhai lastor photo khn sua heindur aase taair mathat... taai misaa kotha koi aase aru Fosabo saai aase
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
​@@dhruvaborah5439😂
@db2853
@db2853 3 ай бұрын
বণৰি হয় a aijoni level Saba tyr
@india1157
@india1157 3 ай бұрын
পশ্চিমীয়া সাংস্কৃতিক আঁকোৱালি লোৱা লৰা ছোৱালী বোৰৰ লগত এনেকোৱা হবই। বিয়া নোহোৱা কৈ সংসাৰ কৰা নতুন সংস্কৃতিৰ পৰিণতিৰ বাবে ছোৱালী জনী ১০০ % জগৰীয়া। কাৰণ তাইৰ নিজৰ জীবনৰ সৎ পথ তো নিজেই ভূল পথে লৈ গৈছিল। ইমান ডাঙৰ ছোৱালী এজনীয়ে এনে ভূল কৰিলে সমাজে কোনো সহানুভূতি নিদিয়ে। প্ৰেমৰ নামত অসমত ঘোৰ ব্যভিচাৰ চলিছে।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@technotips442
@technotips442 3 ай бұрын
Xei karone moi pubfalor xonskriti loi tapoli melisu😅
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 3 ай бұрын
ভালেই হৈছে।দুয়োজনে মজা লৈছা। খিলঞ্জীয়াৰ গৰিমা।
@AbulHussain-dl6og
@AbulHussain-dl6og 3 ай бұрын
🤑🤑
@DoleyMising
@DoleyMising 3 ай бұрын
Tht mane bangladeshi gor bari naikia
@AbulHussain-dl6og
@AbulHussain-dl6og 3 ай бұрын
Go - mutro xuwa xilonjiya sage....
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
জহৰা গেদা ক'ৰ কথা ক'ত কৈছ
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
​@@DoleyMising😂একদম ঠিক কথা
@rafikulali4396
@rafikulali4396 3 ай бұрын
তাই হোটেল হোটেল খেলি কিয় আছিলা,,তই বিৰাট ভাল,,,বেটি এতিয়া লাজ লগা নাই,,,
@banjitchangmai4047
@banjitchangmai4047 2 ай бұрын
ভাল ছোৱালী ভাল কথা,, তোৰ লাজ লাগিছে নাই,,, যেতিয়া 1 মাহ বিছনাত পাই না,, ধুনীয়া ভাল পোৱা সকলো শেষ,,, যদি হেই ভাল পোৱা যদি মনে মনে চলি থাকে তেতিয়া মৰা লৈকে চলাই যাব পাৰিবা,,, সঁচা ভাল পোৱা শাৰী ৰিক নহয়,,,,, মনৰ পৰা হয়,, তেতিয়া হে সংসাৰ ভাল হয়,,,
@kochanews4706
@kochanews4706 3 ай бұрын
Biya siya bad diyahe....single is the best....
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
100% correct😂
@drisha3678
@drisha3678 2 ай бұрын
বাহঃ, মানুহৰ মানসিকতা, ভূল দুয়োজনেই কৰিছে কিন্তু comment ত ছোৱালী জনীক অকলে গালি দি আছে।
@ArunMili-us6wr
@ArunMili-us6wr 2 ай бұрын
Kiyo dhuk nidibo.. Tai suwali hoi alopu voi nokorile ne rati lora jonor logot ake loge tahkib..apunaluke kowk sun Tai Kom suwali hobo lagibo ne
@Ramenstudy
@Ramenstudy 3 ай бұрын
খাই লই এতিয়া জাবৰ খিনিয়ে ৰল এতিয়া৷
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
হয়😂
@ashokdas8961
@ashokdas8961 3 ай бұрын
লগৰ বন্ধু বান্ধৱী বোৰক তুমি মাইনা সুধিবাচোন Living together কাক কয় ??? আমিয়েই নাজানো গতিকে তুমিনো কেনেকৈ জানিবা ...!!! বোলো " ভালে পায় ভালক, জাৱৰে পায় খালক ।।।।😅
@pobitraboruah9266
@pobitraboruah9266 Ай бұрын
মাকে সম্পূৰ্ণ মিছা মাতিছে ছোৱালী এজনীয়ে ভাবি মিছা কথা কেতিয়াও মাতিব নোৱাৰে কাৰণ তাই ভৱিষ্যতৰ কথা আছে ।
@kuhicreationchannel1213
@kuhicreationchannel1213 3 ай бұрын
তাই যদি ইমান ভাল 6মাহ সময় কিয় থাকিলে তাৰ লগত বিয়া নোহোৱাকৈ
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
Good question
@BitoponSaikia-dy5ho
@BitoponSaikia-dy5ho 3 ай бұрын
Khjoti mariboly..
@mainamaina2808
@mainamaina2808 3 ай бұрын
তুমাৰ চৰিত্ৰ বেয়া,,100। লগতে ব্যৱহাৰ বেয়া,,
@user-sr1pp9gm8d
@user-sr1pp9gm8d 3 ай бұрын
Right
@nirudevi6404
@nirudevi6404 3 ай бұрын
নিলাজি মূখ দেখুৱাবলৈ এতিয়ালাজ পাইছা
@samudrahazarika110
@samudrahazarika110 3 ай бұрын
কচু ঠাণ্ডা হল চাগে। Trigger কৰিছে বোলে 😂😂😂😂। তুমিও খেলিমেলি দিয়া। তুমি ও কম পানীৰ মাছ নহয় দিয়া।
@user-qg6te4xn5x
@user-qg6te4xn5x 3 ай бұрын
মাজনি তুমিও ধোৱা তুলসীৰ পাত নহয় দিয়া
@babuldas4341
@babuldas4341 3 ай бұрын
Hoy
@nabajyotisaikia8117
@nabajyotisaikia8117 3 ай бұрын
Jene korma tene fal.....
@krishnogaming5225
@krishnogaming5225 Ай бұрын
কামটো কৰিলে নাই টোক পিছে
@dekainassam
@dekainassam 3 ай бұрын
Vl kotha Khali Mota lage
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂
@Nnibedita
@Nnibedita 3 ай бұрын
ছোৱালীজনীৰ চৰিত্ৰই বেয়া,হেৰা বাইদেউ ল'ৰা এটাৰ লগতনো কিয় হোটেলে হোটেলে ঘূৰি ফুৰিছা বিয়াৰ আগতেই😂
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
ঘপা ঘপ কৰিবলৈ আকৌ😂
@user-zw1sl3zs1s
@user-zw1sl3zs1s 3 ай бұрын
একো নহয় মাইনিজনী । ধেমালি খেল ভালহে পাব লাগে।
@user-ft3qn5df6f
@user-ft3qn5df6f 3 ай бұрын
আমাৰ লগতো জাবি নেকি মাজনী আমিও হোটেলে হোটেলে ৰাতি ৰাখিম মাজনী তোমাক।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
চোৱা পাত চেলেকা নে কি তুমি😂?
@BitoponSaikia-dy5ho
@BitoponSaikia-dy5ho 3 ай бұрын
Mn jai nn..sabory kopalot ni oo abor..dukh nakoribaa ..
@matiurrahman4414
@matiurrahman4414 2 ай бұрын
​@@BitoponSaikia-dy5hovl disa 😊
@BitoponSaikia-dy5ho
@BitoponSaikia-dy5ho 2 ай бұрын
Umm
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 Ай бұрын
তুমি কিয় গৈছা তোমাৰ মা দেউতা কথা নুশুনাছাগে আমাৰ ছোৱালী আছে প্ৰতিতো কথা ভুল শুদ্ধ দেখুৱাই দিও মা দেউতা কথা শুনিবা বিপদত নপৰা
@atikurrahman4079
@atikurrahman4079 3 ай бұрын
কৰ্মফল
@halimabegum9484
@halimabegum9484 3 ай бұрын
Eman dine enjoy kori guri furisil .tumar family kene he kunu badha diya nai .
@dhruvaborah5439
@dhruvaborah5439 3 ай бұрын
Emndine kkhojoti mrat bg asil. Etiahe gm paise. 😂
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
​@@dhruvaborah5439😂একদম ঠিক
@goutambarman988
@goutambarman988 3 ай бұрын
তুমি গুরুত্ব দিয়ার ফল
@user-wc2mw3rz7r
@user-wc2mw3rz7r 3 ай бұрын
অসম নিউজ নে কি,,, তহঁতৰ সংবাদবোৰ প্ৰায় এনেকুৱাই হয়।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক
@dhanjitrabha5809
@dhanjitrabha5809 3 ай бұрын
ম ই হোটৈলে হোটৈলে ঘুৰি ফুৰিছো
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂কিয় ?
@bijitgogoi-mf4lx
@bijitgogoi-mf4lx 3 ай бұрын
ভাল কৰিছা, বিয়া নহ'ওতেই দেহা এৰি দিছা। এতিয়া কিয় নিওজ কৰিছা। নতুন চামক শিকাইছা।
@prasantatalukdar2813
@prasantatalukdar2813 3 ай бұрын
good
@BORGOSS4473
@BORGOSS4473 3 ай бұрын
Ji khini homoyot tuhute valkoi pohibo lage aru valkam koribo lage seibur gurutra nidili .... Je jiban tu potistha koro prothame ... seiburr tuhutor mathat nuhumai nohoi ..... Aatiya digholiya jibon tu loi ghuri thak... Aatiyao homoi ase buja bujiloi ahok sob thik hobo .... Tq
@db2853
@db2853 3 ай бұрын
ইনষ্টগ্ৰম বেলেগ লিলীমাই দুইটা ,amazing husband বোলে,থুকন টো খাই এৰিলে ।।।বহুত লেভেল এইজনি r
@user-pv8py5rd5b
@user-pv8py5rd5b 3 ай бұрын
Tor কম খজুৱটি নহয় 😂😂 হোটেলে হোটেলে flavour বিচাৰি ফুৰিছিলি😂😂এতিয়া পা মজা😅😅😅😅😅😅
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
কি flavour নো🤔
@BitoponSaikia-dy5ho
@BitoponSaikia-dy5ho 3 ай бұрын
Right
@hirak542
@hirak542 2 ай бұрын
Dekhat vl body car bike thakile aaa vl pabo nalage kar ki saritra sai lobo lage
@dipjyotithakuria6232
@dipjyotithakuria6232 3 ай бұрын
Good
@SriCCDas
@SriCCDas 3 ай бұрын
অতি সোন্দৰ অতি জনপ্ৰিয় 😅
@pravachutia931
@pravachutia931 3 ай бұрын
বিয়া পতাৰ পাছত হে হোটেলত থাকে ।আগতীয়াকৈ থাকিলে এনেকুৱাই হব ।লাজবোৰ বিক্ৰীৰ গল নেকি ?
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@bkp9774
@bkp9774 3 ай бұрын
ঠিক চে দিলে কেলা, ছয় মাহ ৩ perdey ×৩০ pm x ৬ month= ধুবাংবাঙ 😊😊😊😊😊
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
Perfect Calculation😂👏👍
@user-dq5vc2yg3r
@user-dq5vc2yg3r 3 ай бұрын
Economics t major asile jen paw
@wanderingp589
@wanderingp589 2 ай бұрын
😂😂😂😂
@dipmoniborah9074
@dipmoniborah9074 3 ай бұрын
এদিন দুদিন নহয় , ছয় মাহ ,,,,,,, কি কি কৰিলি , ইমান দিনে সকলো কলেহে ,,,,,,,,। তই বেটী কম নহয় অ , ধোৱা তুলসী বুলি এতিয়া পুনৰ আন কাৰোবাৰ লগত বিয়াত বহিব পাৰিবি দে
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂একদম ঠিক
@user-kt2bs2rw6o
@user-kt2bs2rw6o 3 ай бұрын
Moja
@ranjumabegum1390
@ranjumabegum1390 3 ай бұрын
তোক সঁচা মনেৰে পত্নীৰ স্থান দিয়া নাছিল, ৰক্ষিতা ৰ দৰেহে ভাবিছিল।।।
@janardanbora2803
@janardanbora2803 3 ай бұрын
তাইৰ নিজৰ চৰিত্ৰ টো কেনেকুৱা পিছে সোৱাদ টো লৈ ললে নহয় এতিয়া😅😅😅
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
কিহৰ সোৱাদ নো🤔
@user-lc4sn1mf9d
@user-lc4sn1mf9d 3 ай бұрын
Mojja😅😅😅
@pranitadutta3204
@pranitadutta3204 3 ай бұрын
মাকে সকলো মিছা কথা কৈছেঅ। ল"ৰাৰ মাক বহুত টৈঙৰ। ভদ্ৰলোক ৰ নিকৃষ্ট কাহিনী।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂হয় নে কি ?
@kukiyoga8216
@kukiyoga8216 3 ай бұрын
তোমাৰ লগত পাঞ্জা খেলিছে। হোটেল কেইখনৰ নাম কি কি ?
@dhruvaborah5439
@dhruvaborah5439 3 ай бұрын
😂😂😂
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
কি কৰিব নাম জানি😂?
@bhaskardutta6915
@bhaskardutta6915 3 ай бұрын
Mojja loi ase.
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂একদম পুৰা ঘপা ঘপ
@Mkpajo757
@Mkpajo757 3 ай бұрын
বিয়া পাতিবোও নালাগে এনেকুৱা ছোৱালীক। বিয়া পতাৰ আগতে হোটেলে হোটেলে ঘুৰি ফুৰিছে আৰু ইয়াৰ আগতে কেইজনৰ লগত কৰি ফুৰিছিল।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
কি কৰি ফুৰিছিল নো🤔
@khagenbania9198
@khagenbania9198 3 ай бұрын
Pranjit, his not like a man, kept him in jail.
@kabirsarma6573
@kabirsarma6573 3 ай бұрын
তই নগ'লে সি তোক কেনেকৈ ঘূৰাই লৈ ফুৰিব। অসমীয়া সমাজত বিয়া নোহোৱাকৈ ভাল ছোৱালীয়ে ল'ৰাৰ লগত ঘূৰি নুফুৰে আৰু তই নিজে নগ'লে জোৰ কৰি তোক কোনেও নিব নোৱাৰে। তোৰ নিচিনা বোৰক ৰেণ্ডি বুলি কয়।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
১০০% শুদ্ধ কথা👏👍
@manjulahazarika2216
@manjulahazarika2216 3 ай бұрын
বিয়া নপতাকৈ হোতেলে হোতেলে ঘুৰিলি তাৰ পিছত ল'ৰা ঘৰত থাকিবলৈ লাজ নেপালি এতিয়া বিয়া নপতাৰ কাৰণে লাজ পাইছ।ছি মাক দেওতাক জীয়াই আছেনে ছোৱালী এজনীক গৰু এৰা দি এৰি দিবলৈ
@suhaelakhtar7815
@suhaelakhtar7815 Ай бұрын
তইহে দোষী , বিষা নোহোৱাকৈ লৰাৰ ঘৰত ছমাহ ধৰি থকা কত দেখিছা,
@user-bj5eo5jb1e
@user-bj5eo5jb1e 3 ай бұрын
Biyar aagota sunu melibo napai ,gom pali atiaa
@nenews4797
@nenews4797 3 ай бұрын
Heri heri aru anekuwa Anekuwa misoliare kotha kowa dhong
@dhirajdas1574
@dhirajdas1574 3 ай бұрын
Kia. Gesili pase pase
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
ঘপা ঘপ কৰিবলৈ আকৌ😂
@sitadeviray5007
@sitadeviray5007 3 ай бұрын
kiO goli 6 mah thakibo,paisa MojjjjjjjjjjjjjjjjjjjjjjA,
@dhruvaborah5439
@dhruvaborah5439 3 ай бұрын
Khojoti marile. 😂
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
​@@dhruvaborah5439মানে ঘপা ঘপ😂
@Garrison923
@Garrison923 3 ай бұрын
Tammam bojala dei tap tap
@sangitadeka2115
@sangitadeka2115 3 ай бұрын
ডাঙৰ মানুহৰ ৰুপ বোৰ তেনেকুৱাই
@Sanuda90
@Sanuda90 3 ай бұрын
Ma mein aagaya ma,,mein aagaya ma 😂😂😂
@Gaoliya208
@Gaoliya208 3 ай бұрын
Tumak hotele hotele ghurale o tumi tumar nijor hotel khn khuli dibo nelagisil😂
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
কি 😂?
@BitoponSaikia-dy5ho
@BitoponSaikia-dy5ho 3 ай бұрын
Right 😅😅😅..
@chandandutta3186
@chandandutta3186 3 ай бұрын
Apuni biya nohoakoi kiyo hotel hotel a ghuri furise?
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
ঘপা ঘপ কৰিবলৈ আকৌ😂
@_xxt0
@_xxt0 Ай бұрын
What exactly happened? Can someone please explain
@JIRI138
@JIRI138 3 ай бұрын
এ ভালেই হৈছি দে ,তইনো ভাল হলি তেনেকে যা নে
@mantudas3746
@mantudas3746 27 күн бұрын
লৰা ছোৱালী দুয়ো হোটেলে হোটেলে শাৰিৰিক মজা লৈ এতিয়া ৰাজহুৱা কৰি ৰাইজক বুজাব বিচাৰিছে কি?
@2BrothersYTChannel
@2BrothersYTChannel 3 ай бұрын
Kio aneke kare baru
@dhanmonikumar5268
@dhanmonikumar5268 3 ай бұрын
মই হোটেলে হোটেলে ফুৰাব যা নো,
@user-xx8yw3mt4g
@user-xx8yw3mt4g 3 ай бұрын
ৰেন্দি। এইটো
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂চিনি পাই নে কি ইয়াক ?
@ramendeka4892
@ramendeka4892 3 ай бұрын
Ata ye karan tak patnir dare pawer disa kiya seyk tomak biya napate seyk sob adhikar biya napataloy diba nalage
@assam2006
@assam2006 3 ай бұрын
মিয়া নেকি?
@babul8718
@babul8718 3 ай бұрын
💪💪💪💪💪
@Gargipriyom1741
@Gargipriyom1741 3 ай бұрын
Bhal palei nohob aji kali bhal puwar agot lorajonor bikhoi aag guri jani lobo lge karon life r kotha ase swalir abar dag lagile kole aru janei nhoi....
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা👏👍
@InspirationalPegasus-hb1wv
@InspirationalPegasus-hb1wv 3 ай бұрын
Sowalebor nejai habodhan hobo laga loraboror akonai moj moste kore are debo kento sowaler abar bodnam ulala jodeo tier gat duh nathka tateao tik loi.baia sorsa nej valai jogot Val
@irfanhoque1346
@irfanhoque1346 15 күн бұрын
Ki kom Aru...
@gaganborah8907
@gaganborah8907 3 ай бұрын
Hotel hotel kio goisi baido 😚😚😚
@mintumoniduwarah3595
@mintumoniduwarah3595 3 ай бұрын
Modern প্ৰেম
@user-sr1pp9gm8d
@user-sr1pp9gm8d 3 ай бұрын
Aeibilak faltu news dibo nalage.🔥
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা👏👍
@user-iu3kz6bw7w
@user-iu3kz6bw7w 3 ай бұрын
Pa bapeke moja tu
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
Ki moja ba🤔
@manujkumarbora8901
@manujkumarbora8901 3 ай бұрын
val pale j hutelt jabo lagib khei bur babe aji kali bohut suwali jibon ghongr hoise aji kali suwali bure aku nevabe khali lora ajon holei j val hobo khei2 nohoi ...ji hoi biya pisot hobo lage biya agot kotu lora khoite jabo nelage
@munnmiphukan1064
@munnmiphukan1064 Ай бұрын
Ajoni suwali k beby beby comments koribo pura janu kintu tai he jane Tai r lgt ki hoise ...beby beby comments dia bur tu kom nhoi
@mukutbaruah2354
@mukutbaruah2354 3 ай бұрын
Right . Toi Jodi vl xowali hola hoi Tar logt Randy kam nkorili hoi. Sanatan Dharma xoman basi j , toi GEDA r tat ngoli.
@awalkazi1588
@awalkazi1588 3 ай бұрын
Living together 😂..
@user-xl1eh2st2j
@user-xl1eh2st2j 3 ай бұрын
Rahu dokh asa😂 api tur ketu dokh o😂..
@anamikadekaboro5791
@anamikadekaboro5791 3 ай бұрын
Comments Bor saiso khaklowe thikei koise Biya nuhuwa koi Lora ajonr ghat si si ki sowali o .
@dishamoni481
@dishamoni481 3 ай бұрын
Sowali bilake biya.nohoa ke anekoa vul koribo nalage,1no dokh soali jonir gate..okhovya soali.jabor aibur...biya nhowte kio lorar lgt akeloge thaka
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
Akdom thik kotha
@padmaluchanswargiary2851
@padmaluchanswargiary2851 3 ай бұрын
Mja to tumi bahut lala tumi😂😂😂😂
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂duyufaaledi
@kawcharlaskar3051
@kawcharlaskar3051 3 ай бұрын
Shame on you.
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂
@uttamkhanikar9869
@uttamkhanikar9869 2 ай бұрын
Enjoy korela
@user-gc8sv2ei4l
@user-gc8sv2ei4l 3 күн бұрын
Ki aibur mukh khon dekhabo lage
@hadhu20
@hadhu20 3 ай бұрын
Thakiboge lage kelei..
@tiktokmusic116
@tiktokmusic116 3 ай бұрын
Kam tu Pura korili toi maiki tu he bea . Toi nu kya goisili .tuk kune biya patiibo Jake take di thko
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂ki di thaake nu ?
@zainmuhammadajmal9026
@zainmuhammadajmal9026 3 ай бұрын
U did u go with him to hotel to hotel... without marrying him or anything.u girl's 1st spoiling the society than blaming the truth
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
Absolutely right bro
@harikantagogoi2607
@harikantagogoi2607 Ай бұрын
Eiboor hol aajikali fashion rr live in relationship rr result....! Paisa moza...
@rebanath7759
@rebanath7759 3 ай бұрын
Vale korisa bidew kejon mani juwalir jibon basib .....kintu apuni jab nalagisil hotele hotele biya huwar pisot jab lage n 😢😢
@voiceofbodo165
@voiceofbodo165 3 ай бұрын
Prem koriboloi jowte luky luky prem lila korile atia bipodot porar karne media ahilse laj nai
@akshaymedhi7025
@akshaymedhi7025 3 ай бұрын
Mukh kio dhaki dise iman val sowali jonir
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
Belege jaate aik biya paatibo paare😂
@user-bj5eo5jb1e
@user-bj5eo5jb1e 3 ай бұрын
Mataji sudon hoi gol jetiaa biya pati diaa nohola jail khatang
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂
@arzedhussain387
@arzedhussain387 3 ай бұрын
লৰা হলে টো আৰ্মছ থাকিবই
@Reg_al19
@Reg_al19 3 ай бұрын
4:46 Biya nopota ke mathat heindur logai niki? Ne tumi false allegations di aasa je biya hua nai, court marriage'or kotha NEWS'ot kua naai ze?? misa kotha koi laabh naai, xosa kotha tu ulaboye.
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@Palsharma221
@Palsharma221 3 ай бұрын
Biya sai siti he pate
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂
@digantaray2453
@digantaray2453 3 ай бұрын
Beya moja korse nohole
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 55 МЛН
Clowns abuse children#Short #Officer Rabbit #angel
00:51
兔子警官
Рет қаралды 27 МЛН
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 99 МЛН
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 116 МЛН
24 GHANTA WITH ATANU BHUYAN || EPISODE OF JUNE 24 PART 2
6:20
atanubhuyan"s news video
Рет қаралды 588 М.
Marathon FMGE Series: Pediatrics by Dr. Anand Bhatia | Cerebellum Academy
3:54:45
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 55 МЛН