No video

Attention অসম আৰক্ষী! আপোনালোকৰ বাহনেৰে এয়া চলিছে কি?

  Рет қаралды 82,501

Asom Live 24

Asom Live 24

Күн бұрын

Attention অসম আৰক্ষী! আপোনালোকৰ বাহনেৰে এয়া চলিছে কি? চান্দা তোলাত নমাইছে নেকি আপোনালোকৰ গাড়ী? শাক-পাচলি কিনিবলৈও টকা নাথাকে নেকি আপোনালোকৰ হৈ কাম কৰা মানুহৰ?
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 494
@asomiaasom6008
@asomiaasom6008 Ай бұрын
পাচলি লোৱা নাই সিঁ দুখীয়া মানুহৰ কলিজাৰ তেজ খাইছে ।
@ytdesert3581
@ytdesert3581 Ай бұрын
Driver jon ki axomiya nhoi.
@AnantaRajkhua
@AnantaRajkhua Ай бұрын
ধৰি গৰু পিতিন দিব লাগে । মানুহে মানুহৰ বাবে ভাল চিন্তা কৰিব নোৱাৰিলে বেয়া চিন্তা কৰাৰ কাৰো অধিকাৰ নাই ।
@rrahman853
@rrahman853 Ай бұрын
এজন ভিখাৰীয়েও এনেকৈ পাচলিৰ দোকানীৰ পৰা কোনো বস্তু নিজ হাতেৰে নলয় । এইজন আকৌ কেনেকুৱা .........??? অলপ ভাবি চাওকচোন ????
@manojtalukdar6647
@manojtalukdar6647 Ай бұрын
হয় 💯💯💯 ১)ওচি ড্ৰাইভাৰ ওচি তকৈও ওপৰত 😋😋😋 ২) মন্ত্ৰী বিধায়কৰ ড্ৰাইভাৰ মন্ত্ৰী বিধায়ক তকৈও ওপৰত 😋😋😋। সেয়ে সংশ্লিষ্ট লোক সকলে তেখেত সকলৰ ড্ৰাইভাৰ বা অন্যান্য অলধৰা সহায়ক সকলক নিয়ন্ত্ৰণ কৰে ✊✊✊ যাতে সাধাৰণ লোক সকল অসুবিধাত নপৰে।
@dilipmahanta8479
@dilipmahanta8479 Ай бұрын
ইউনিফৰ্ম নিপিনধাকৈ আৰক্ষীৰ বাহন চলাবলৈ দিয়াটোৱেই আইন বিৰুদ্ধ। বিভাগটোত এইবোৰ চোৱা চিতা কিয় কৰা নহয়।
@JBNorth-East
@JBNorth-East 20 күн бұрын
Hoi baidew police station burot ane thanar driver buli apuni koi thoka bur kisuman privat driver mane civil manuhe gari solai naki police
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv Ай бұрын
ই কোনোবা মন্ত্রীৰ ঘৰত দিব নেকি পাচলিবোৰ???
@anilkama7685
@anilkama7685 Ай бұрын
অসমৰ পুলিচ কিটা বাংলাদেশী মিঞা সকলৰ পৰা বিনামূলীয়াকৈ খাৱ পায় যে আৰু তাৰে সুযোগ পায় আমাৰ অসমীয়া দোকানী সকলৰ পৰা লুতিব বিছাৰে অসম পুলিচ গোচ খাৱ এ জানে একো কাম নাই
@jadavnath4360
@jadavnath4360 Ай бұрын
সঁচা কৈয়ে দেই! একেবাৰে নিম্ন খাপৰ লোকেৰে ভৰি আছে আৰক্ষী বিভাগটো।
@ApurbaDasEntertainer
@ApurbaDasEntertainer Ай бұрын
পুলিচৰ মানুহেই ডকাইট আজিৰ দিনত।ৰক্ষক য়ে যদি ভক্ষক হয়,দেশ ৰসাতলে গ'ল আৰু।এতিয়া ডি জি চাৰে বা কি কয় বিষয়টো লক্ষণীয় হ'ব।
@mrinmoibordoloi5661
@mrinmoibordoloi5661 Ай бұрын
Driver bure nijoke IPS vabe aru home guard keitai DSP.....Vabe aneka attitude mare sobe dekhi ase kintu. Thanx complain diya j start korise
@Rajibkalita296
@Rajibkalita296 Ай бұрын
Hoi kothatu
@DhanjitBrahma-bv6zs
@DhanjitBrahma-bv6zs 14 күн бұрын
Amar kokrajharor homguard bilakok abar sabo lagee 😂 😂 gentleman
@pulakkonwar5082
@pulakkonwar5082 Ай бұрын
সাহস কেনেকৈ পালে, আপুনি জানিও আমাক সুধিছে ন
@user-ik6ky2my7y
@user-ik6ky2my7y Ай бұрын
Assam police go back..
@nabinnath2383
@nabinnath2383 Ай бұрын
Toi kun diparmant kam kora kela assam police go back kobo ahisa kali tur kiba oghton hole kar osrt jaba complain loi pm r osrt naki kela
@abhijeetdeka2328
@abhijeetdeka2328 Ай бұрын
​@@nabinnath2383ajikli police ot jai km nai nije maribo lgb..
@Ctet.nic.intips
@Ctet.nic.intips Ай бұрын
Ki Sai ase dhori piti dibo lage
@mistysvlog3858
@mistysvlog3858 Ай бұрын
Jail khabo lgibo
@user-ki5bx1dr8z
@user-ki5bx1dr8z Ай бұрын
Right👍
@Marcos-uz5xe
@Marcos-uz5xe 19 күн бұрын
3 mah jailot jabi pitila non bailable section lagibo
@user-ff8pe3wr6d
@user-ff8pe3wr6d Ай бұрын
খাবলৈ নাই পোৱা চাগে,আমাৰ চৰাইদেউ ফালে হব লাগিছিল পিঠি সামৰা অৰাই দিলোঁ হেঁতেন।
@user-ot8jg3pj6t
@user-ot8jg3pj6t 16 күн бұрын
এগৰাকী ড্ৰাইভাৰ হে গাড়ীহে চলাই সাধাৰণ ভিক্ষাৰী ফুট পাথত পৰি থকা এজন লমপদ বদমাচ নিলাজ বোৰবক হাৰামজাদা জ্ঞান নথকা আৰক্ষীৰ ড্ৰাইভাৰ লাজ নালাগে এনেকৈ ভিক্ষা খুজি খাবলৈ যদিহে চাকৰি কৰিবৰ ইচ্ছা নাই তেন্তে বাদ দিব লাগে ক'ৰবাত কোম্পানীত গৈ কাম কৰা এনেকৈ আৰক্ষীৰ পোচাক পৰিধান কৰি ভিক্ষা খুজিব নালাগে
@jayantabora6186
@jayantabora6186 Ай бұрын
টাক ধৰি বানধি থব লাগে
@LakheswarSLD
@LakheswarSLD Ай бұрын
এয়াই চৰকাৰ প্ৰশাসনৰ সু শাসন। এনেদৰে চৰকাৰ প্ৰশাসন চলিলে 2026ত উত্তৰ প্ৰদেশৰ দৰে দুৰ্দশাৰ সন্মুখীন হ'বলগীয়া হ'ব অসমৰ বিজেপি চৰকাৰ।
@dipakhandique5448
@dipakhandique5448 Ай бұрын
Marib Lage Tak ,,, nijoke officer buli vabe,,,
@assamesevlogs5107
@assamesevlogs5107 22 күн бұрын
Officer holeo poisa kio dibo nalgibo nki
@louisbaruah3224
@louisbaruah3224 20 күн бұрын
Pls take severe action against this person. Seriously
@satyendradeka6343
@satyendradeka6343 Ай бұрын
চেলাবোৰৰ উৎপাত এনেও বেছি
@babulnath462
@babulnath462 24 күн бұрын
এই জনক অকল নহয় ,আৰ বহুত আছে আৰক্ষীৰ ড্ৰাইভাৰ তেওঁ লোকে গুণ্ডাৰাজ চলাই আছে কনোবা দিন ভালৰ হাতত পৰিলে গম পাৱ
@XubarnaMoran
@XubarnaMoran Ай бұрын
পুলিচো একেইহে, ড্ৰাইভাৰেটো সাহ পাবই 😂😂
@topandas9171
@topandas9171 Ай бұрын
Piton dibo lge klah fl2 driver
@user-mr7jm8wj2d
@user-mr7jm8wj2d Ай бұрын
এয়া আৰক্ষীৰ এতিয়াৰ ধান্দা নহয় বহু দিনৰ পৰা চলি অহা ধান্দা।
@TazuddinTaz-wc1yb
@TazuddinTaz-wc1yb 23 күн бұрын
Oc জনক নিলম্বন কৰিব লাগে।। Driver জনক জেলত দিয়ক
@nabazyotisonowalborhazual360
@nabazyotisonowalborhazual360 Ай бұрын
আও ইহঁতে নো নিজকে DSP বুলিয়ে ভাবে ক ফিট কি চাব ইহঁতৰ।
@Nabajyoti-Deka..
@Nabajyoti-Deka.. 28 күн бұрын
মামাৰ চাব টাইম নাই ৰাইজে তাক পাব্লিক ধালাই দি আৰু লগতেই তাক উলিয়ায় দিয়ক OC চাৰ । এইবিলাক ৰাখিব নালাগে নহলে কেতিয়াবা এইবিলকে আৰু ফচব
@utpalsarma636
@utpalsarma636 Ай бұрын
আৰক্ষীৰ বহন চলোৱা ড্ৰাইভাৰ কেইটাক বেয়া পিটন দিব লাগে, ইহত বোৰে নিজকে oc,sp বুলি ভাবে। আৰু চবকে দম দি ফুৰে।
@dipmoniborah9074
@dipmoniborah9074 Ай бұрын
সকলো ক্ষুদ্ৰ পাচলি ব্যৱসায়ী একলগ হৈ কোব দিব লাগে
@putu9769
@putu9769 Ай бұрын
ঘৰৰ পৰিয়ালে যদি দেখিছে কম লাজ পাইছেনে বাৰু এই গৰু ছুৰতু কান্দ দেখি, পিটিব লাগে এনেকুৱা মানুহ বোৰক
@PaurabKhamon100million
@PaurabKhamon100million 25 күн бұрын
Bhogobane sai ase..jenekua kam tenekua fal..
@madhurjyadeka
@madhurjyadeka 27 күн бұрын
Gp sing zindabad
@bkp9774
@bkp9774 Ай бұрын
ৰঙা লাউ কটা কটাৰী খন কিয় ব্যৱহাৰ কৰা নাই। একতা নাই বেপাৰী বোৰৰ ।
@dhurbabora1416
@dhurbabora1416 Ай бұрын
BJP.
@premikarabha5247
@premikarabha5247 18 күн бұрын
ধৰি পাব্লিক ধুলাই দিব লাগিছিল ৷
@tiraprasadpegu8994
@tiraprasadpegu8994 Ай бұрын
আমাৰ ইয়াৰ জনো একে দৰে
@ratankonwar7231
@ratankonwar7231 Ай бұрын
বাঃ বাঃ অসম পুলিচ
@RubulHazarika-c7o
@RubulHazarika-c7o Ай бұрын
Assam police tenekuwai Hoi hokoluwei Jane
@bluestar4720
@bluestar4720 Ай бұрын
কথাটো হৈ পুলিচ কেইটাকৈ ড্ৰাইভাৰ কেইটাৰ উৎপাত বেছি 😂
@jyotigogoi2923
@jyotigogoi2923 13 күн бұрын
চাকৰি পৰা ওলিয়া দিব লাগে এনে কোৱা জনক
@rahuldeka6449
@rahuldeka6449 Ай бұрын
সকলো।পুলিচৰ।দাইভৰ।সেনেকুৱা
@amarsinghpariyar7110
@amarsinghpariyar7110 Ай бұрын
Power of smart police 😢😢😢😢😢😢😢😢😢
@pabitraborah5087
@pabitraborah5087 Ай бұрын
Ehot bor tenukuwai.. kebol collection.. jor pora nohok kio.. CM a jimane nokowk kio.. main bastu hoise collection.. fokotia khuwa jat ehot bor..
@binandaphukon731
@binandaphukon731 Ай бұрын
মামাই কিমান চাব ?
@ITADORI_YUJI-ks4we
@ITADORI_YUJI-ks4we Ай бұрын
Mamar somoy nai sabo.men guri tu a beya.agal tu kot val hobo
@user-me3dw8ui9w
@user-me3dw8ui9w Ай бұрын
Sarkaar kar??
@krishnav_entertainment4389
@krishnav_entertainment4389 Ай бұрын
Level
@mamuboro7143
@mamuboro7143 Ай бұрын
E johora
@user-vt5fn5bz3x
@user-vt5fn5bz3x 17 күн бұрын
This is also a private vehicle, which a Government department cannot use commercially.
@Ridhan-12
@Ridhan-12 28 күн бұрын
আৰক্ষী diver শনি লাগিল 😆😆 আমাৰ মঙলদৈ পুলিচ কেইটা অলপ ভাল হৈছে বাৰু😌
@sinakiaiprithibi5874
@sinakiaiprithibi5874 29 күн бұрын
Salute cameraman📹
@user-ye3hj2ud8v
@user-ye3hj2ud8v Ай бұрын
He have supreme power 😂😂😂😂😂
@prakashsaikia7521
@prakashsaikia7521 Ай бұрын
তাৰ লৰা ছোৱালিয়ে পাৱ অভিসাপ.
@soldier851
@soldier851 Ай бұрын
#assampolice
@pranabjyotikoch9301
@pranabjyotikoch9301 Ай бұрын
He is not alone,,people should raise their voice against them,,most of the police are directly involved in corruption,,why govt is doing nothing with these type of corrupted police
@louisbaruah3224
@louisbaruah3224 20 күн бұрын
Action lobo lage eibilakor uporot . Hosake napai enekuwa koribo. Eman nisthur
@jituborgohaibaba9151
@jituborgohaibaba9151 Ай бұрын
Yes,
@nipandas5010
@nipandas5010 Ай бұрын
যদি মোৰ দোকানৰ পৰা এনেকৈ বিনা পইচাৰে OC এ ও নিলে হয় লেংতা কৰি কোবালো হয়।
@BasanthBhaiVillas
@BasanthBhaiVillas 28 күн бұрын
মাৰ মাৰ কেলা ফকীৰ চাহেবক সকলো ৰাইজে মিলি মাৰি পেলাব লাগে পুলিচ কেচ কৰিব নালাগে পুলিচৰ হাতত পৰিলে টকা খাই এৰি দিব
@fakrulislam8319
@fakrulislam8319 Ай бұрын
Mama jindabad 💪💪💪
@harenchandradas961
@harenchandradas961 Ай бұрын
Joy #Dispur_police
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
ফ্ৰী খোৱা মানুহে কৰি খাব নোৱাৰে,, ফ্ৰী এ খাব বিচাৰিব,, সজম হব জানো লৰা ছোৱালী পেট বেয়া হব
@amitkrdeka2448
@amitkrdeka2448 Ай бұрын
Falee Dee tak
@lakhimpurkasturi8172
@lakhimpurkasturi8172 Ай бұрын
Assam police বুলি কলে কিবা লাজ লাগে।
@girishchandrasharma5023
@girishchandrasharma5023 Ай бұрын
ঠিকেই কৰিছে কাৰন তেওঁক আইনে ঢুকি নাপায়
@dipankard6048
@dipankard6048 25 күн бұрын
He feels as like a police officer .LOL but he is a Driver …😂
@MridulBarman-wk5gr
@MridulBarman-wk5gr 22 күн бұрын
Police go back
@sanjuchauhan6042
@sanjuchauhan6042 Ай бұрын
Where is DGP assam police ? Where is SP Kamrup (M)
@user-sy7oe8eb3l
@user-sy7oe8eb3l Ай бұрын
ইয়াক ফালা বাঁহ লৈ দুচুত মান ভাল দৰে দিব লাগে চাই থাকি লাভ নাই ।নহলে আৰু বাহি যাব
@user-io7km5ux5t
@user-io7km5ux5t Ай бұрын
ই ড্ৰাইভাৰ নহয় স্ক্ৰু ড্ৰাইভাৰ হয়।
@rajbasumatary2169
@rajbasumatary2169 Ай бұрын
মদৰ নিশাত মাতাল নিকি?
@papumonimusiclover9848
@papumonimusiclover9848 Ай бұрын
আমাৰ বকলীয়াত এবাৰ আহি এনেকৈ কৰিব দিব 😂😂😂
@BikramDewri-pj4ik
@BikramDewri-pj4ik Ай бұрын
চুৰ হয় এইবোৰ দগাবাজ।
@user-ik8nn9cl7g
@user-ik8nn9cl7g Ай бұрын
On camera ৰ আগত কেইটামান থাপৰ দিলেই ঠিক হৈ যাব 🤐🥴
@Gudu12381
@Gudu12381 Ай бұрын
দুই এজন ৰ কাৰণে সকলোৰে নাম বদনামি হয়। এনেকোৱা বোৰক ৰাখিবই নালাগে কামত।
@user-fl1yh6wn3x
@user-fl1yh6wn3x Ай бұрын
এইটোক আধামৰা কৰি ওলোটাই পতি থব লাগে।
@abinashdeka5476
@abinashdeka5476 19 күн бұрын
DGP buli vaba ( Driver) Assam Police
@sanjibpaulygg4373
@sanjibpaulygg4373 19 күн бұрын
Common sense police department
@sagarmedhi8170
@sagarmedhi8170 22 күн бұрын
এইবিলাকক ধৰি গৰু পিতন দিব লাগে।।
@nabajitdutta5984
@nabajitdutta5984 Ай бұрын
Sendel mala pindhabo lage👉
@user-tk2hr4dh4g
@user-tk2hr4dh4g Ай бұрын
ইহঁতে ভিখাৰি নেকি,, কান ফালা চৰ দিব লাগে,, গুণ্ডা পুলিচ ওলাইছে,,, মোৰ পালাত পৰিলে তাক লংটা কৰি কুবাম
@user-wp3ix3lv6m
@user-wp3ix3lv6m Ай бұрын
আগৰ হাল যি ফালে জাই পিছৰ হাল o সেইফালে যাব
@monimonsterofficial7112
@monimonsterofficial7112 Ай бұрын
তেজখোৱা
@kushilabbaishya221
@kushilabbaishya221 Ай бұрын
এইবোৰ লগত ওপৰৰ মালৰ হাতত থাকে একো নহয় ইহঁতৰ 👎🏾👎🏾👎🏾👎🏾😡😡😡😡
@mintunlp9920
@mintunlp9920 Ай бұрын
Chance dise bbe korise.
@nitishmedhi5296
@nitishmedhi5296 Ай бұрын
Amar iato ase ane ata johora driver boinaksudak policer gari solai lebel dei set
@Bishwayoutube12345
@Bishwayoutube12345 Ай бұрын
Cm sir atya ki korise
@bijoykalita9887
@bijoykalita9887 21 күн бұрын
Police a chance disa..
@kumudnath7145
@kumudnath7145 27 күн бұрын
ইয়াক ধৰি সেন্দেলৰ মালা পিন্ধাবো লাগে ৰেন্দিৰ বাটচা কেলা
@BharaliBharali4090
@BharaliBharali4090 Ай бұрын
পিটন দিব লাগে ৰাইজে ধৰি গৰুটোক।
@rjgoldmusicvideos1453
@rjgoldmusicvideos1453 Ай бұрын
Mojja
@user-ey1cl2gf8m
@user-ey1cl2gf8m Ай бұрын
ই নিশ্চয় দালালী কৰে ,ইয়াক ৰাইজে ধৰিব লাগে ।
@RofiqulIslam-vv8kb
@RofiqulIslam-vv8kb Ай бұрын
Bjp goback
@hemantagogoi4298
@hemantagogoi4298 Ай бұрын
Bhut dadagiri dekhai jen hi driver nohoi jen..
@saratnath776
@saratnath776 Ай бұрын
ফাচী বজাৰত ৰাতিপুৱা গাখীৰৰ চান্দা তোলে
@157hrishirajrabha5
@157hrishirajrabha5 Ай бұрын
Suspend koribo lage
@nobiulislam7622
@nobiulislam7622 Ай бұрын
Good
@abidavlogs777
@abidavlogs777 Ай бұрын
সী ভীখাৰী হয় পইছা নাই য়দী খুজী নী না
@SunehwarSonowal-yl3ip
@SunehwarSonowal-yl3ip 9 күн бұрын
এই কোটাক দিব লাগো বিদুৰভাই মাৰ
@A2Zby-cd5qc
@A2Zby-cd5qc Ай бұрын
দিনত 100টকা দিলে হল 😢😢😢😢😂😂
@rantukalita4324
@rantukalita4324 Ай бұрын
মাথা বেয়া হৈছি তাৰ
@parthajitchoudhury9292
@parthajitchoudhury9292 20 күн бұрын
Dismiss from service kari dbo lage
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 902 М.
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 21 МЛН