'মৎস অৱতাৰ' নাটক খনৰ আমি এটি বিসংগতি দেখা পাইছোঁ। বহু ঠাইত চাওঁতে বহু দলৰ ভাওনাত দেখা পাইছোঁ।তাত ব্ৰহ্মাই নাৰদ শাপ দিছে শকুনি ৰুপে জন্ম ল'বলৈ কৈছে। কথাটো আমি কতো পোৱা নাই। কথাটো জনাবছোন
@PMBMix10 ай бұрын
এই প্ৰশ্নটো মই বহুতক সুধিও সুদোত্তৰ পোৱা নাই... কাৰণ দ্বাপৰত যদি নাৰদ শকুনি হৈছে তেন্তে দ্বাপৰত দেখুন নাৰদো আছে...?? নাৰদৰ অংশ হিচাবে শকুনি নেকি? যিদৰে মহাদেৱৰ অংশ ৰূপে গজকেতুৰ জন্ম হৈছিল...