বিদেশী হুঁচিয়াৰ! ভুৱা নথিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব চৰকাৰে, হুংকাৰ মুখ্যমন্ত্ৰীৰ

  Рет қаралды 417,227

News Live

News Live

Күн бұрын

⭕ বিদেশী হুঁচিয়াৰ! অবৈধ অনুপ্ৰেৱশকাৰীক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
⭕ জালিয়াতিৰে NRCত নামভৰ্তি কৰাসকলক সাৱধান হ'বলৈ সকিয়ালে মুখ্যমন্ত্ৰীয়ে
⭕ অতি শীঘ্ৰে পৰ্যায়ক্ৰমে ভুৱা নথিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব চৰকাৰে
⭕ ৰাজহ আৰু বন বিভাগত চাকৰি কৰা একাংশ অসমীয়া বিষয়াই অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আছে
⭕ এই সকীয়নিৰে একাংশ চৰকাৰী কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সাৱধানবাণী
⭕ মাজুলী-বৰপেটা-বটদ্ৰৱাত কেৱল স্থানীয় লোকেহে ক্ৰয় কৰিব পাৰিব ভূমি, অতি শীঘ্ৰে চৰকাৰে আনিব আইন
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 416
@bantidas2403
@bantidas2403 9 ай бұрын
অতি, সুন্দৰ কৰিছে চাৰ
@samirandoley155
@samirandoley155 9 ай бұрын
সুন্দৰ পদক্ষেপ 👍👍👍👍
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 9 ай бұрын
বৰ ভাল পদক্ষেপ মামা। অবৈধ অনুপ্ৰবেশকাৰী খেদিব লাগে।জয় বিজেপি ❤
@DeboHazorika
@DeboHazorika 2 ай бұрын
Veri,good
@najirulhaque6777
@najirulhaque6777 9 ай бұрын
মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কথা কৈছে।
@7gc970
@7gc970 23 күн бұрын
আপোনাক বহুত বহুত ধন্যবাদ দিলো । আপোনি সছাকৈই বহুত ভাল পদক্ষেপ লৈইছে ।
@jintucreationxyz
@jintucreationxyz 9 ай бұрын
মুখ্যমন্ত্রী দাঙৰীয়া একেবাৰে সুদ্ধ কথা কৈছে
@jibanbarman4631
@jibanbarman4631 2 ай бұрын
🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম সুন্দৰ জয় আই অসম আৰু ভাৰত মাতা কী জয় জয় মা কামাখা মা কামাখা মা কী জয় জয় শ্ৰী ৰাম জী জয় জয় শ্ৰী হিমন্ত মা মা কী জয় 🔱🕉️🌺🏹🌿🇮🇳🌼🙏
@minukalita7577
@minukalita7577 3 ай бұрын
বঢ়িয়া ্ কৰি দিয়া সকলকো ধৰক। সকলো ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক সহায় কৰক।
@bilahkonwar5865
@bilahkonwar5865 9 ай бұрын
সছাকথা কৈছে আপোনী ছাৰ আপোনাৰ আদৰ্শ সমাজত প্ৰয়োজন আছে ঈশ্বৰে আপোনাক মঙ্গল কৰক
@kartiktalukdar7446
@kartiktalukdar7446 9 ай бұрын
এইবোৰৰ বাবেই বিজেপি ❤❤❤👍👍🚩
@bikashmahanta7747
@bikashmahanta7747 9 ай бұрын
বহুত ভাল পদক্ষেপ ❤❤
@BhabenDas-wl7ul
@BhabenDas-wl7ul 9 күн бұрын
বহুত ভাল হব
@radharamandebnath8175
@radharamandebnath8175 9 ай бұрын
ভাল পদক্ষেপ
@JonmoniDas-h4c
@JonmoniDas-h4c 9 ай бұрын
100 % শুদ্ধ কথা কৈছে, মূখ্য মন্ত্ৰী মহোদয়ে
@kuldeeprabha5336
@kuldeeprabha5336 9 ай бұрын
বিজেপি জিন্দাবাদ
@PrafullaDeka-q7s
@PrafullaDeka-q7s 9 ай бұрын
Good news
@ajitkumarhazarika9211
@ajitkumarhazarika9211 10 күн бұрын
অতি সুন্দৰ--- অভিনন্দন যাচিলোঁ জাতিটো আপুনি য়েই একমাত্ৰ সাৰথি-----। বহুত বিধায়ক মন্ত্ৰী অথবা মুখ্যমন্ত্ৰী দেখিছোঁ----- আপোনাৰ এক মাত্ৰ আপুনি য়েই---। যি লাচিতৰ দৰে যুঁজি আছে------
@kanchandas2545
@kanchandas2545 9 ай бұрын
একচন ল'ব লাগে 👍👍
@মৃন্ময়সোণোৱাল
@মৃন্ময়সোণোৱাল 9 ай бұрын
অতি ভাল সিদ্ধান্ত ❤❤❤❤
@assam738
@assam738 9 ай бұрын
00qpppqq😊😊
@_NE_07
@_NE_07 9 ай бұрын
Good step 🎉
@abubokkarsiddique1925
@abubokkarsiddique1925 9 ай бұрын
ধন্যবাদ আপোনাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়
@girinbora7820
@girinbora7820 9 ай бұрын
একেবাৰে সঁচা কথা কৈছে আমাৰ অসমৰ থলুৱা অসমীয়া দুৰ্নীতি পৰায়ণ বিষয়াৰ বাবেই বিশেষ কৈ প্ৰশাসনিক আৰু বন বিষয়াৰ বাবেই আজি আমাৰ অসমৰ থলুৱা অসমীয়া জাতিৰ এই অৱস্থা, ইহঁতক গুলীয়াই মাৰিব লাগে।
@birajrabha3277
@birajrabha3277 9 ай бұрын
বিজেপি জিন্দাবাদ ❤❤
@kulendeka8735
@kulendeka8735 9 ай бұрын
মজা ❤❤❤❤
@kanchandas2545
@kanchandas2545 9 ай бұрын
এ মজা মামা 🙏🙏🙏🙏👍👍👍
@mbcartoons4016
@mbcartoons4016 9 ай бұрын
Very good step
@lathusunuwal1727
@lathusunuwal1727 9 ай бұрын
Good
@gauravroy7897
@gauravroy7897 9 ай бұрын
Good Mama ❤❤❤
@bipuldoley1906
@bipuldoley1906 9 ай бұрын
মামা আপোনাৰ অসম আপোনি বছাওখ।
@mohibulislam148
@mohibulislam148 9 ай бұрын
Mama tumi gujrati,rajasthani boniyak axom khon gotai diyok
@SriNirmalyaSKumar
@SriNirmalyaSKumar 9 ай бұрын
​@@mohibulislam148jihadi Quit India
@gauravroy7897
@gauravroy7897 9 ай бұрын
Jai Shree Ram ❤❤🥰🚩
@bipuldoley1906
@bipuldoley1906 9 ай бұрын
মামা নহলে অসম ৰকাথল জাব ! বিদেশীৰ কেত্ৰ ।
@somnathmushahary3134
@somnathmushahary3134 2 ай бұрын
😊😊😊
@haradandutta4001
@haradandutta4001 Ай бұрын
Manania Mama. Aponar. Logot. Moi. Kota. Patibo. Bicaro Kaindly 7:50
@Ankurbaruah7054
@Ankurbaruah7054 9 ай бұрын
Jai shree ram 🚩🚩🚩
@maneswarboro9390
@maneswarboro9390 9 ай бұрын
Yes, warning nohoi, action lobo laage. Mama jindabad.hoi buhud asomiya manuh selfish. Jaati maati eko cinta nokore khaali toka laage.
@rohanvlogs1415
@rohanvlogs1415 9 ай бұрын
Good news📰🎉
@pranabdey4374
@pranabdey4374 9 ай бұрын
NRC unlock কৰি দিয়ক মামা
@DipakDas-z7y
@DipakDas-z7y 24 күн бұрын
yas❤❤ এতিৱাহে নিজকে সিলঞ্জৱা বোলি গৌৰৌৱ অনোভৱ কৰিছু
@khagenbora6262
@khagenbora6262 9 ай бұрын
ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী আপোনাৰ দিনতে সকলো অসমৰ আৱৰ্জনা শেষ কৰি অসমীয়াক সুখেৰে জীয়াই থকাৰ বিৱস্তা কৰক।
@bharatbordoloi186
@bharatbordoloi186 9 ай бұрын
অসম চৰকাৰ zindabad ♥️♥️♥️♥️♥️
@kulendeka8735
@kulendeka8735 9 ай бұрын
বিজেপি ❤❤❤❤
@dhimanbaishya9971
@dhimanbaishya9971 9 ай бұрын
Mama Good step❤❤❤
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 9 ай бұрын
Bhout bhout Val kotha sir 🇮🇳🇮🇳🇮🇳🙏🙏🙏
@kandarpabora7536
@kandarpabora7536 9 ай бұрын
Mama zindabad
@deepjyotidas2397
@deepjyotidas2397 9 ай бұрын
JOI AIE AXOM, Mama zindabad, Bangladeshir pora Axom bosaok✊✊✊✊✊
@manashsharma7382
@manashsharma7382 9 ай бұрын
Good step mama nice speech 👌💬 great CM of Assam 🙏❤️❤️😍 Dr Hemanta Biswa Sarma sir 👍😊😊❤️ God blessed her always and best wishes for future endeavors 🙏❤️❤️😍😊
@anjubegum6320
@anjubegum6320 9 ай бұрын
Good
@utankoboro1028
@utankoboro1028 9 ай бұрын
Enekuwa koratu proyojon 👍👍
@prasantagoswami1515
@prasantagoswami1515 9 ай бұрын
অনুপ্ৰবেশকাৰী ৰ NRC নাম সোমোৱাত সহায় কৰা বিষয়া সলক সঠিক খতিপূৰণ আদাই কৰি চাকৰি ৰ পৰা খেদি ব লাগে
@binodchbarman157
@binodchbarman157 9 ай бұрын
ভাল লাগিছে মহাশয় অসমৰ মুখ্যমন্ত্ৰীৰ পদক্ষেপ শুনি যদিহে কাৰ্যকাৰি হয়
@DURGESWARBANIA-u2s
@DURGESWARBANIA-u2s 9 ай бұрын
বহুত বহুত ভাল লাগিছে,
@joligogoi3363
@joligogoi3363 3 ай бұрын
ভাল সিদ্ধান্ত
@alaminmullah
@alaminmullah 9 ай бұрын
Good job.😊😊😊😊😊
@ramenchamua8289
@ramenchamua8289 9 ай бұрын
Good step mama
@aminrahul1977
@aminrahul1977 9 ай бұрын
👑🌹💎🙏
@girinbora7820
@girinbora7820 9 ай бұрын
বিশেষকৈ মৰিগাঁও জিলাৰ লহৰীঘা টত এতিয়া খিলঞ্জীয়া জনগোষ্ঠী মানুহ প্ৰায় নাইকিয়া হৈ গল।
@bipulhazarika3746
@bipulhazarika3746 9 ай бұрын
Thanks mama
@kfbpanda822
@kfbpanda822 9 ай бұрын
Nrc unlock kholi dibo sir
@gauravroy7897
@gauravroy7897 9 ай бұрын
Aibarhe Gedai gom pabo 😅😅
@nabajeetdeka7742
@nabajeetdeka7742 9 ай бұрын
পুৰা লাগক CM ছাৰ ❤❤❤❤
@deepjyotidas2397
@deepjyotidas2397 9 ай бұрын
Aji moi bohut xukhi hoisu ai kotha xuni, mama ami Axomiyai 100% aponar logot asu aponi jaatir hoke kaam kori jaok, JOI AIE AXOM✊✊✊
@EverestTop-rk1ul
@EverestTop-rk1ul 9 ай бұрын
মুখ্যমন্ত্ৰী মহোদয় আপুনি আৰু আপোনাৰ চৰকাৰে কিমান দূৰলৈ কথাবোৰ কাৰ্যকৰী কৰিব তাক আমি আন্তৰিকতাৰে বাট চাই আছোঁ
@jantihira9356
@jantihira9356 9 ай бұрын
যোনে সোমাইছে তাক আগতে জ্বালা টো ভালদৰে দিয়ক..দৈ গাখীৰ মুখেৰে বাহিৰ কৰি দিয়ক... অসমীয়া সমাজত বদন বহুত আছে।
@PradipGogoi-i7b
@PradipGogoi-i7b 5 күн бұрын
100/percent correct the News which are publishing by the chief minister of Assam. আহোম ৰাজ্য বদনে পুৰা শেষ কৰি পেলালে। ঠিক সেইদৰে অসমীয়াই অসমীয়া জাতিৰ আৰু ৰাজ্য খন বিদেশী সকলৰ হতুৱাই শেষ কৰি দিলে। অবশিষ্ট কোনো শেষ কৰি পেলাব।চাব বাৰু ম ই মিছা কৈছোঁ যদি। আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালত প্ৰজা ও ৰজা সকলোৱে স্বদেশ স্বজাতি ৰ কথা ভাবিছিল। সাম্প্ৰতিক সময়ত ৰাজনীতি ধৰ্ম নীতি জালত লাগিল।
@deepjyotidas2397
@deepjyotidas2397 9 ай бұрын
Most most most welcome mama bangladeshi hatao Axom bosao, I 100% support mama for good decision 👍
@deepbania1910
@deepbania1910 9 ай бұрын
Val lagil Sir, apunar vaxone amak bahut xahox dise apunak thank you Joi ai axom. JAI SREE RAM 🙏
@divejetsarma2905
@divejetsarma2905 9 ай бұрын
@lakhijan2366
@lakhijan2366 9 ай бұрын
Wcome Right Great Salute
@ChinthiyaBasu-tr8tf
@ChinthiyaBasu-tr8tf 9 ай бұрын
Apunak khodai support korim jodi apuni bangladeshir biruddhe zuje
@monjitadhikary4002
@monjitadhikary4002 9 ай бұрын
Good step
@bharatbordoloi186
@bharatbordoloi186 9 ай бұрын
💯 right mama❤❤❤❤❤ BJP Zindabad ♥️♥️♥️♥️ long live ♥️♥️♥️
@PankajJyotiBora25
@PankajJyotiBora25 9 ай бұрын
Geda kitar pukor jolibo etiya😂
@gauravroy7897
@gauravroy7897 9 ай бұрын
Konobai Sola Fali kandileo erat nai 🚩✌
@utankoboro1028
@utankoboro1028 9 ай бұрын
Good 👍👍
@padmasaikia5829
@padmasaikia5829 9 ай бұрын
gom pabi eatiya congers nohoi BJP sorka hoi Bangladeshi tuli tupula bandhi lo cm sir zindabad BJP zindabad
@topon.dutta.3248
@topon.dutta.3248 9 ай бұрын
Good newas
@pabitraNE
@pabitraNE 9 ай бұрын
❤❤❤❤❤❤❤❤❤
@Anime-j5d
@Anime-j5d 6 ай бұрын
sir,, aji hocha koisha, 🎉🙏
@ramennath6111
@ramennath6111 9 ай бұрын
B J P jindabad
@manashsharma7382
@manashsharma7382 9 ай бұрын
Duplicate N R C bonale jailor vat khabo laghibo sarkar kothor hoishe aru Kiman ghor xajishe sarkari matit uched Abhijan solabo laghe aibilag oko nai ghor xajishe Bangla deshi hoy haikarone population bari aase khub val protokhep 🙏🙏🙏❤️😍😊
@pabitradas3028
@pabitradas3028 9 ай бұрын
Good mama joi BJP joi
@bharatbordoloi186
@bharatbordoloi186 9 ай бұрын
Mama long live ❤❤❤❤❤
@bharatbordoloi186
@bharatbordoloi186 9 ай бұрын
Mama zindabad ♥️♥️♥️♥️
@ArunGogoi-ib4kv
@ArunGogoi-ib4kv 9 ай бұрын
হিমু মামা জিন্দাবাদ। বিজেপি জিন্দাবাদ।
@অসমীয়াপৰিয়াল
@অসমীয়াপৰিয়াল 9 ай бұрын
সুন্দৰ, ।
@GopalDeb-y4b
@GopalDeb-y4b 2 ай бұрын
Jolpaiguri aru kochbir assam or birot loi ayok
@jibonphukon7946
@jibonphukon7946 9 ай бұрын
ভাৰত স্বাধীন হোৱা আগৰ পৰা ঘৰ বাৰী কৰি খাই থকা দুখীয়া অসমীয়াই মাটিৰ পট্টা বিচাৰি গ'লে কাৰ্যালয়ত বহুত আইন দেখুৱাই মানে পট্টা নাপাই । যদি ধনী, টকা দিব পাৰে তেন্তে বিদেশী হ'লেও পট্টা পায়। এয়াই আমাৰ বিষয়া কৰ্মচাৰী।
@KishorKumarkalitaKalita-jt2tq
@KishorKumarkalitaKalita-jt2tq 9 ай бұрын
Moja Bangladeshi miya bor jene koi aisel tene jabo lage bo ar 😂😂
@KeyOfLife-education
@KeyOfLife-education 9 ай бұрын
Only not Miya , Most of the kalingka 😂😂😂
@KeyOfLife-education
@KeyOfLife-education 9 ай бұрын
Amr Original Indian ok NRC nam lage , Bangladesh ek Assam or pora Khedibo lage , Muslim aru Hindu Bangladesh together
@KeyOfLife-education
@KeyOfLife-education 9 ай бұрын
Amr Original Indian ok NRC nam lage , Bangladesh ek Assam or pora Khedibo lage , Muslim aru Hindu Bangladesh together
@samirandoley155
@samirandoley155 9 ай бұрын
বাংলাদেশী বুলি কোৱাৰ লগে লগে মিয়াই মাত দিয়ে 😂😂😂😂
@narenbjpjikebomandal8021
@narenbjpjikebomandal8021 9 ай бұрын
Good sari❤❤❤❤
@MunaRoy-r7g
@MunaRoy-r7g 23 күн бұрын
B j p, zindabad, good dessision mama, joy aai assam
@Withhprcreation
@Withhprcreation 9 ай бұрын
অসমখনত ৭০% জনসংখ্যাই চাগে প্ৰব্ৰজিতৰ প্ৰভাৱ... আৰু এইসকলৰ প্ৰায়ভাগেই মুচলমান... থলুৱা অসমীয়া মানুহখিনিয়ে নিজৰ মাতি ভূমি হেৰুৱাই সংখ্যালঘুত পৰিণত হল.... অতি শীঘ্ৰেই ব্যৱস্থা লওক ডাঙৰীয়া... অসমতো ভিত্তিবৰ্ষ ১৯৫১ হওঁক.... আমাৰেই অসমীয়া এচামে অসমক বিক্ৰী কৰিছিল।
@mayachannel4776
@mayachannel4776 9 ай бұрын
Bhal kaam.I like you for it.
@DineshTaid-th1wh
@DineshTaid-th1wh 9 ай бұрын
ধুনীয়া B J P জিন্দাবাট❤
@parthasarathidey2847
@parthasarathidey2847 23 күн бұрын
God bless you MAMa
@modukulasiy3451
@modukulasiy3451 28 күн бұрын
Hemanto sir zindabad varot zindabad
@NasiurRahman-qg7vw
@NasiurRahman-qg7vw 3 ай бұрын
Thank you good sir c m sir right
@mitonmalakhar2972
@mitonmalakhar2972 3 ай бұрын
BJP❤❤♥️♥️♥️♥️❤❤❤❤❤❤❤❤❤❤❤Nice❤❤❤❤❤❤❤❤
@PradipDutta-ig9cd
@PradipDutta-ig9cd 3 ай бұрын
Exilent step by the great CM of Assam.
@MukulSaikia-uj6pe
@MukulSaikia-uj6pe 26 күн бұрын
Our c.m. will do best for assam he is the best c.m.
@bubudas568
@bubudas568 9 ай бұрын
Good.step.CM..sir..I.ike.your..speach.
@jintugogoi3256
@jintugogoi3256 14 күн бұрын
Hundor
@assamnoobgamer9752
@assamnoobgamer9752 2 ай бұрын
সঁচা কথা কৈছে। ইয়াকে কয় বুৰবক অসমীয়া।
@nipendranath5443
@nipendranath5443 9 ай бұрын
অতি উত্ত্ম কথা
@debanandbharali8627
@debanandbharali8627 9 ай бұрын
Mama he to mumking he
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 27 МЛН
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,2 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 17 МЛН
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 5 МЛН
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 27 МЛН