বিধায়কৰ পুত্ৰই কিয় পেট্ৰল পাম্পত তেল বেচিছিল ? শান্তনুৰ পিতৃ ৪০ বছৰ বঙাইগাঁওৰ বিধায়ক

  Рет қаралды 382,171

BAARTA LAAP

BAARTA LAAP

Күн бұрын

শান্তনুৰ পিতৃ বিধায়ক/প্ৰাক্তন মন্ত্ৰী ফনিভূষণ চৌধুৰী
বিধায়কৰ পুত্ৰই পেট্ৰল পাম্পত তেল বেচি কৰিছিল উপাৰ্জন...
কিয় বিলাসিতাই চুব নোৱাৰিলে এইজন বিধায়ক- পুত্ৰক ?
#baartalaap #chakrapaniparashar #shantanuchoudhoury #bjp #mla #bongaigaon
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 589
@heutimarak9137
@heutimarak9137 3 ай бұрын
শান্তনু বৰ সহজ সৰল লৰা ।ভাল লাগিল। আগবাঢ়ি যাওঁক।
@utpalbdas
@utpalbdas Жыл бұрын
ইয়াৰ মূলতে সংস্কাৰ ❤, পিতৃ ৰ সংস্কাৰৰ প্ৰভাৱ পেলায়।। পিতৃৰ দৰে পুত্ৰ ও নিজৰ কৰ্ম লৈ সুখী।। ভাল লাগে এনে ইতিবাচক সমালোচনা,, ধন্যবাদ এই অনুষ্ঠানৰ আঁত ধৰোতাজনক 🙏
@tarundas7535
@tarundas7535 Жыл бұрын
Like father like son.আশা তথা আশীৰ্বাদ কৰিছো ভোটা তৰাৰ দৰে জিলিকি থাকা।
@patirabha325
@patirabha325 4 ай бұрын
বৰ ভাল লাগিল সহজ-সৰল অমায়িক ল’ৰা ৷ ওচৰৰপৰা লগ পাবলৈ এটা হেঁপাহ জাগিছে ৷ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷
@UjjalUjjal-po7gl
@UjjalUjjal-po7gl Жыл бұрын
সুন্দৰ! ভাইটি দেওতাৰ আদৰ্শৰে আগুৱাই যোৱা।
@udipta72
@udipta72 Жыл бұрын
এনেকুৱা মানুহ থাকিব পাৰে বুলি বিশ্বাস নাছিল। The man raised by a gentleman
@joyontophukon2429
@joyontophukon2429 Жыл бұрын
Right ❤️
@hiramoniborah5125
@hiramoniborah5125 Жыл бұрын
আপোনাৰ ভিডিও প্ৰায়ে চাও, কিছুমান ভিডিও skip কৰো বেছি দিঘলীয়া হ'লে কিন্তু এই ভিডিও টো সম্পূৰ্ণ চালো, আচৰিত পজিটিভ শান্তনু, বহুত বেছি matured, খুব সোনকালে জীৱন কি বুজি পালে, শান্তনু লৈ শুভকামনা। খুব সুন্দৰ বাৰ্তালাপ এয়া, আপুনিও আগুৱাই যাওঁক চক্ৰপাণি পৰাশৰ ❤
@bhaskarjnath3637
@bhaskarjnath3637 Жыл бұрын
কিছুমানৰ লগত দেখোন আকাশ পাতাল পাৰ্থক্য। ইমান সৰল, নিৰহংকাৰী ল'ৰা। শান্তনুৰ ভাল হওক। কুশলে থাকক সদায়।
@sushilkonwar7012
@sushilkonwar7012 Жыл бұрын
আঠ বাৰ জয়ী হোৱা এম এল এ --- পৃথিৱীৰ গণতন্ত পৰিচলিত দেশত খূৱ কম আছে --- তেওঁ হয়তু নিজৰ সমষ্টিতোত ৰাম ৰাজ্য দৰে শান্তিত প্ৰতিস্থিত কৰাত আপ্ৰাণ চেষ্টা কৰে । ৰাইজে তেওঁৰ কৰ্ম আচৰণৰ প্ৰতি মুগ্ধ হৈ এৰিব নোৱাৰা এনাজৰী মাজত বান্ধ খাই আছে । চৌধুৰি চাৰক শত সহস্য প্ৰণাম --- পু্ত্ৰৰ ই আদৰ্শবান পিতৃৰ অনুকৰণ কৰিব লাগে । ধন্যবাদ পৰাশৰ ভাই -- তুমিও কম অভিজ্ঞ নহয় । তোমালোকেই জনমানসত -------সত্য নিষ্ঠ সংবাদ বিলাক --- দৰ্শৰ মাজলৈ কেমেৰা সন্মূখত ---- প্ৰতিফলন ঘটাই আহিচা ।
@pranabjkoch6869
@pranabjkoch6869 Жыл бұрын
জুৱা খেলৰ সমষ্টি বৰ্তমান অৱশ্যে চৰকাৰী আইন কাঢ়া হোৱা বাবে জুৱা খেল নাই
@navanitasaikia0260
@navanitasaikia0260 5 ай бұрын
Ufff ❤ anekua okol cinema t he dekhisilu... such a down to earth personality ❤ ভগৱানে কুশলে ৰাখক ..... ভাল লাগিল 🥰
@gitarthazgmedhi.
@gitarthazgmedhi. Жыл бұрын
আমাৰ ফালে MLA ৰ পুতেকে নিজকে Prime Minister বুলি ভাবে 😂
@Shortsvideo21803
@Shortsvideo21803 Жыл бұрын
😂😂😂😂😂
@drutisagardeka
@drutisagardeka 6 ай бұрын
Bhai putek keita baade disu, mla lgt pise pise ghuri fura lora keita he asol minister 🤣
@gitarthazgmedhi.
@gitarthazgmedhi. 6 ай бұрын
@@drutisagardeka yes 😄😄😄
@minatidas4573
@minatidas4573 Жыл бұрын
মানুহ হ'লে এনে কুৱা হ'ব লাগে ধন্যবাদ
@দুলু-ণ৭গ
@দুলু-ণ৭গ 5 ай бұрын
বহুত ভাল লাগিল। পৰিবৰ্তন আহিব।যাত্ৰালৈ বহুত বহুত শুভেচ্ছা যাচিলো 🙏
@dbhargab
@dbhargab Жыл бұрын
সম্পত্তি,ক্ষমতা এইবোৰ মৃত্যুৰ পিছত নোহোৱা হৈ যাব কিন্তু ভাল কাম ভাল আদৰ্শ এইবোৰ মানুহৰ মাজত সদায় ৰৈ যাব ।🫡
@tarundas7535
@tarundas7535 6 ай бұрын
সফল বাপেক চৌধুৰী দেৱ , বোপাই তোমাৰ উজ্বল ভৱিষ‌্যৎ কামনা কৰিছো।
@ajitkumarphukan9736
@ajitkumarphukan9736 3 ай бұрын
God bless you oti hundor আগুৱাই যাওঁক ভাল মানু্হ হোৱা সুন্দৰ আশীৰ্বাদ
@bikashborah6109
@bikashborah6109 Жыл бұрын
বহুত ভাল লাগিল কথাখিনি শুনি,বাৰ্তালাপ বুলি কলে এনেকোৱা হ'ৱ লাগে মোৰ লগতে মোৰ দৰে ১০০জন আগুৱাই যাব পাৰিব শান্তনোৱে কোৱা কথা খিনি শুনি😍😍😍❤️❤️❤️
@madanbharali5056
@madanbharali5056 Жыл бұрын
Oooòoooooooooooòoooooòòo
@himurabha7021
@himurabha7021 Жыл бұрын
Sir Lt.Sarat ch. Singha aru present phani bhusan Choudhary both ideal person of Assam.
@chitralekharay1840
@chitralekharay1840 Жыл бұрын
যিয়ে বঙাইগাঁও আহি এবাৰ MLA sir লগ পাইছে তেওঁহে তেখেতৰ Personality অনুভৱ কৰিব পাৰিব । প্ৰায় ৪০বছৰ ধৰি জিলা এখনৰ অভিভাৱকৰ দায়িত্ব পালন কৰি থকাটো সহজ কথা নহয়... ভাল লাগিল শান্তনুৰ কথা - বাৰ্তা লগতে আপোনাৰ অনুষ্ঠান।
@dcddipudeka431
@dcddipudeka431 Жыл бұрын
কিমান সহজ সৰল যুৱক। বাপেক চাই পুতেক। আগবাঢ়ি যোৱা।✌🏻☝️👌
@abhijitkonwar3286
@abhijitkonwar3286 6 ай бұрын
এনে ব্যক্তিত্বক শ্ৰদ্ধাৰে সন্মান জনাইছোঁ। সঁচাকৈ সাক্ষাৎকাৰটোৱে অন্তৰ চুই গ'ল।
@केशवानन्दओजा
@केशवानन्दओजा Жыл бұрын
সুন্দৰ উপস্থাপনৰ বাবে চক্ৰপাণি পৰাশৰ ডাঙৰীয়ালৈ লগতে এক সুন্দৰ তথা বৰ্ণিল জীৱন পৰিক্ৰমাৰ বাবে শান্তনু চৌধুৰীলৈকো সদিচ্ছাৰ একান্ত শুভকামনাৰে সৈতে যাঁচিছো আন্তৰিক অভিবাদন আৰু একাজঁলি শুভেচ্ছা....
@osamavlogs7505
@osamavlogs7505 Жыл бұрын
14:50 14:53 14:55 14:55 14:55
@JanSaikia-mv9bg
@JanSaikia-mv9bg 6 ай бұрын
অবিশ্বাস্য, বিধায়কৰ পুতেক হয় নে নহয় সন্দেহ হৈ গৈছে। ইমান সৰল মনৰ। ভগৱান সদায়েই সহায় হওক তেওঁৰ।
@nirodsarma6198
@nirodsarma6198 6 ай бұрын
খুব ভাল লাগিল..ইমান matured ল'ৰাজন..তেওলৈ শুভেচ্ছা থাকিল
@TapankumarBordoloi-nv1kf
@TapankumarBordoloi-nv1kf 3 ай бұрын
বহুত বহত কাম কৰিছা ভগৱানে মংগল‌ কামনা কৰিছো
@rajudeuri8235
@rajudeuri8235 4 ай бұрын
চক্ৰপাণি বাৰে বাৰে ভুলকৈ আঠ বছৰ আঠ বছৰ কিয় কোৱা হ’ল আঠ বাৰৰ ঠাইত ৷ বৰ বেয়া শুনিলোঁ ৷ কিন্তু সাক্ষাৎকাৰটো উৎসাহজনক ৷
@bontibora5562
@bontibora5562 Жыл бұрын
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী শান্তনু চৌধুৰী তুমি। বহুত ভাল লাগিল কথাবোৰ শুনি। আগবাঢ়ি যোৱা। তোমাৰ সপোনে বাস্তৱ ৰূপ পাওক ইয়াকে কামনা কৰি তোমালৈ যাঁচিলোঁ অন্তৰভৰা শুভাশীষ।💖💖💖💖
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 Жыл бұрын
যদি এই তেল দিয়া কামটো নাটক নহয় তেন্তে দৃঢ়তাৰে ক'ব বিছাৰিছো-- আদৰ্শবান পিতৃৰ আদৰ্শবান পুত্ৰ ।।👍👍👍🙏🙏🙏🙏❤️❤️❤️
@ranubhuyan9586
@ranubhuyan9586 Жыл бұрын
😊😊😊😊😊
@nilambarsarma1521
@nilambarsarma1521 5 ай бұрын
বাৰ্তালাপত এনেকুৱা আলোচনাৰ মাজেৰে সমাজৰ কিবা পৰিৱৰ্তনৰ আশা কৰিব পাৰোনে ?
@jhoondeka8568
@jhoondeka8568 6 ай бұрын
এইটো থিক,যে ফণিভোষণ চৌধুৰী এজন নিকা ,সহজ সৰল ব্যক্তি, এনে মানুহ বৰ কম থাকে
@harendoley2957
@harendoley2957 3 ай бұрын
বাৰ্তালাপ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আজিৰ অনুষ্ঠানৰ অতিথি শান্তনু ভাইটিলৈ আমাৰ তৰফৰ পৰা শুভাৰ্শীষ যাচিছো । অসমৰ নৱপৰজম্মৰ আদৰ্শ হক।❤❤❤
@KaSiYali
@KaSiYali Жыл бұрын
এইখিনি সততাৰেই আগুৱাই যোৱা।ভাল হওক তোমাৰ।❤
@S.M.8439
@S.M.8439 Жыл бұрын
ভাইটিজন আইস্ক্ৰীমৰ নিচিনা ঠান্দা দেই।তেওৰ উৎজল ভৱিষ্যত কামনা কৰিছো।
@dipaliphukan545
@dipaliphukan545 3 ай бұрын
আজিহে চালো অনুস্থান টো, বৰ ভাল লাগিল🙏🙏🙏
@BonteeHazarika
@BonteeHazarika 4 ай бұрын
বহুত ভাল লাগিল শান্তনু কথাবোৰ।অন্তৰ চুই গ'ল।
@tultulborah5303
@tultulborah5303 Жыл бұрын
আজিৰ যুগত প্ৰকৃত মানুহ হিচাপে ভাবিব পাৰি,
@mamitasaikia6194
@mamitasaikia6194 Жыл бұрын
বহুত ভাল লাগিল কথাবোৰ। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@rupankarbora792
@rupankarbora792 Жыл бұрын
8 yr nohoi 8puron 5 saman 40 yrs
@nayankumarpawe2671
@nayankumarpawe2671 5 ай бұрын
সুন্দৰ লাগিল বাৰ্তালাপ অনুষ্ঠানটো চাই।
@akhilpathak6181
@akhilpathak6181 Жыл бұрын
দেৰগাঁৱৰ মিছামৰা অঞ্চলত প্রায় বাৰজন থলুৱালোকে নাপিত বৃত্তিৰে নিজৰ পৰিয়াল সুন্দৰকৈ চলাই আছে |
@kalyanidas9500
@kalyanidas9500 4 ай бұрын
👌👌👍👍ইমান ভাল লাগিল চাই,শান্তনুৰ গহীন গম্ভীৰ কথাত অন্তৰ চুই গল....🙏🌹
@joyshreeborah7752
@joyshreeborah7752 Жыл бұрын
লৰা জনৰ কথা বোৰ বহুত ভাল লাগিল। আগবাঢ়ি যোৱা ।
@smritychetia5794
@smritychetia5794 4 ай бұрын
পৰাশৰ বৰ ভাল লাগিছে। তোমাৰ কথা বোৰ টো মৰম লগাই তাতে শান্তণু।
@ayotriphukonmohan5638
@ayotriphukonmohan5638 5 ай бұрын
সাক্ষাৎকাৰটোৱে অন্তৰ চুই গল ৷ শান্তনুৰ আগুৱাই যোৱা সাহসেৰে ৷
@BKN05
@BKN05 3 ай бұрын
এই ভিদিঅটোৰ পৰা শিকিবলগীয়া বহুত আছে দাদা । ভাল লাগিল ছাই
@mukulrabha3816
@mukulrabha3816 4 ай бұрын
আঠ বছৰ বুলি কিয় কৈ আছে ! বুজি নেপালো ! ৮ বাৰ বিধায়ক হ'ব লাগিছিল নেকি। দুই তিনিবাৰ আঠ বছৰ বুলি উল্লেখ কৰি আছে।
@bobysaikia8682
@bobysaikia8682 Жыл бұрын
এজন স্বভাবিমানি আত্মনির্ভৰশীল লৰা।ভাল লাগিল ।
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 6 ай бұрын
নিজৰো উপাজন কৰা মন এটা থাকে। শান্তনু সচাই কবলগীয়া 🎉🎉🎉❤❤❤🎉🎉🎉
@jutikadeka6506
@jutikadeka6506 6 ай бұрын
Perfect family and perfect boy 😢
@SukumarDas-t4x
@SukumarDas-t4x 6 ай бұрын
সাধাৰণতে ডাঙৰ মানুহৰ সন্তানবোৰ বৰ অহংকেৰীয়া আৰু খমতাশালী হৈ পৰে ।শান্তনুৰ ক্ষেত্র্ত সৰলতা আৰু মানবতা প্ৰকাশ পাইছে।
@bhabanandaray8295
@bhabanandaray8295 6 ай бұрын
Ai betao bohut obodro hoy....
@arifabegun8571
@arifabegun8571 6 ай бұрын
Koon bbye
@mrinalkumarsaikia9351
@mrinalkumarsaikia9351 4 ай бұрын
ভাল মানুহ ফনী ভূষন চৌধুৰী পূত্র ভালেই হব।
@sagarikaborpujari6238
@sagarikaborpujari6238 4 ай бұрын
বৰ ভাল লাগিল ❤ সমাজলৈ এটা ভাল বাৰ্তা❤
@purobibordoloi7462
@purobibordoloi7462 3 ай бұрын
ধন্যবাদ।শাতনু।তোমাৰ কথা আৰু কৰ্মৰাজিক প্ৰশাংসা কৰিছো 17:20 ।এনেধৰণে আগবাঢ়ি যোৱা আৰ্শীবাদ কৰিছো।
@indrajitprosad4917
@indrajitprosad4917 3 ай бұрын
আঠ(৮)বছৰ নহ'য়। আঠ(৮) বাৰ বিধায়ক হিচাবে নিৰ্ব্বাচিত হৈছে।
@minatidevi7122
@minatidevi7122 6 ай бұрын
এই সৰলতাই সৌভাগ্য নিশ্চয় আনিব,শান্তনু আগবাঢ়ি যোৱা সৎপথেৰে,সফল হবাই
@rinjuborah1758
@rinjuborah1758 5 ай бұрын
লৰাটো ৰ সহজ সৰল ভাল লাগিল তেও কথাবোৰ। ভৱিষ্যত উজ্জল কামণা কৰিলো।
@purnanathborah2729
@purnanathborah2729 5 ай бұрын
৮ বছৰ নহয় চক্ৰপাণি ৮ বাৰৰ বিধায়ক ৷ ১৯৮৫ চনৰে পৰা দেখি আহিছোঁ ৷
@dhananjaydas1764
@dhananjaydas1764 4 ай бұрын
আজি তোমাৰ লগত সাক্ষাৎকাৰতো কিন্তু তোমাৰ দেউতাৰ পৰিচয়ৰ বাবে ।
@digantasaikia123-t9b
@digantasaikia123-t9b 2 ай бұрын
ঈশ্বৰক বহুত বহুত ধন্যবাদ । এনে মানুহ জন্ম হলে হে শান্তি হব ।
@Manojhuman
@Manojhuman Жыл бұрын
শান্তনুৰ কথাত তেওঁৰ মনত সহজ সৰল ভাবধাৰা ফুটি উঠিছে। লৰা জন যে ভাল নদিক কব পাৰি।
@gohandroburagohain3571
@gohandroburagohain3571 Жыл бұрын
এটা সুন্দৰ মনৰ লৰা ❤❤❤❤
@dipankarbhuyan1447
@dipankarbhuyan1447 Жыл бұрын
Ppp😊😊😊😊😊😊😊😊
@satyajitmoran9648
@satyajitmoran9648 3 ай бұрын
বহুত ভাল লাগিল কথা খিনি শুনি শান্তনু। তুমি বহুত আগবাঢ়ি যোৱা
@namitanath1264
@namitanath1264 3 ай бұрын
মাক আৰু দেউতাকো ধন্যবাদ
@BhaduRay-ee6sk
@BhaduRay-ee6sk 5 ай бұрын
Dada tumar onusthan bilak ci bor bhal lagil. shantonu tumi agbari jao.
@Pranjitsonowal-nm5pf
@Pranjitsonowal-nm5pf 4 ай бұрын
সম্পূৰ্ণ পৃথক বেলেগত কৈ বেলেগ,Go ahead 👍👍👍 Love frm Lakhimpur ভাল লাগিল ভাই😍😍
@Grihini123
@Grihini123 Жыл бұрын
শান্তনু খুব ভাল লৰা। সচাঁ কথাবোৰ কৈ ভাল পায়।
@letsplay9856
@letsplay9856 5 ай бұрын
ভগৱান তেওঁৰ সহায় হৱক।❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Grand salute to him. God bless you. We're proud of you.He was real Hero of our society. ❤🎉❤
@goalporiyaloramoi9981
@goalporiyaloramoi9981 Жыл бұрын
লৰাটোৱে কথা অলপ কম কয়...তথাপি যিখিনি কলে খুৱ ভাল লাগিল
@Manjuara-Begum786
@Manjuara-Begum786 Жыл бұрын
সুন্দৰ ব্যক্তিত্ব সুন্দৰ অনুষ্ঠান ❤🎉
@MinecraftGamer-ks9ki
@MinecraftGamer-ks9ki 3 ай бұрын
বহুত সহজ সৰল যুৱক ভাল লাগিল
@prabhatsingha1420
@prabhatsingha1420 6 ай бұрын
This youngman is very lovely and also very kind hearted and transparent too.
@pranabdas7121
@pranabdas7121 Жыл бұрын
জালুকবাৰীৰ এম এল এ জনৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰিব,, অৰাজক
@jai_my_boy
@jai_my_boy 6 ай бұрын
Gu r lagat huna r tulana kiya kora?
@অসমীয়াবোৱাৰী-ঝ৭ব
@অসমীয়াবোৱাৰী-ঝ৭ব 4 ай бұрын
ভাল মানুহৰ ভাল সন্ধান ❤ লৰাটোৰ উজ্জ্বল ভৱিষ্যত আশা কৰিলো
@ramkrishna3197
@ramkrishna3197 Жыл бұрын
সচাকৈয়ে বহুত সহজ সৰল ল’ৰা ৷
@BabaniPayeng
@BabaniPayeng 3 ай бұрын
Great ❤❤❤❤
@anukalita705
@anukalita705 Жыл бұрын
ইমান ঠান্ডা ল'ৰা। আচলতে ভাল বেয়া তেজত ( জিনত) থাকে। বাপেক চাই পুতেক। বৰ্তমান সময়তো ইমান সহজ সৰল ল'ৰা খুৱ কম হে পোৱা যায়। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক।
@mitalipegu181
@mitalipegu181 Жыл бұрын
বৰ ভাল লৰা। আশীৰ্বাদ থাকিল❤❤❤❤❤❤❤
@sashibaruah8868
@sashibaruah8868 Жыл бұрын
ভগবানে❤❤❤❤❤সহাইকৰক
@NabinboraJan
@NabinboraJan 3 ай бұрын
বৰ ভাল লাগিল
@dilipsarma3020
@dilipsarma3020 3 ай бұрын
অতি উওম ধৰনৰ. লৰা আজি ৰ. দিনত. পোৱা নেতাই।
@BhaskarTalukdar-t2r
@BhaskarTalukdar-t2r Ай бұрын
Bahut val lagil manuh anekuwa hob lage
@RamenBharali-m7i
@RamenBharali-m7i 6 ай бұрын
❤সুন্দৰ ।শুনি ভাল পালো ।
@kaushikparashar6776
@kaushikparashar6776 Жыл бұрын
Soft spoken yet simple... He spoke little but he meant a lot. Val lagil
@jasepahmed7706
@jasepahmed7706 6 ай бұрын
Good keep it up brother, always Allah bless you 💖
@banajitkalita160
@banajitkalita160 4 ай бұрын
ভাল মানুহ ৰ পুত্ৰ সদাই ভাল এ হব সদাই
@mandirasaikia-bi8qe
@mandirasaikia-bi8qe 6 ай бұрын
সুন্দৰ অনুষ্ঠান ।খুউব ভাল লাগিল। ❤।
@Jyoti.raj-5913
@Jyoti.raj-5913 Жыл бұрын
কথাবোৰ xoni ভাল lagile, bhut Simple Lora jon,, agoloi Aagbarhi jowa
@niranjannath460
@niranjannath460 Жыл бұрын
Published kora karone কৰিছে,,,দেউতাকৰ দিন শেষ কিবা কৰি আৰু আহিব লাগে publicity karone ,,,,
@banajitkalita160
@banajitkalita160 4 ай бұрын
সুদূৰ ভাই justify নকৰা কৈ কৈ aneke কথা কব aaho বে
@___lalitachutia
@___lalitachutia Жыл бұрын
সুন্দৰ ।ভাল লাগিল।
@dipamoniraj2425
@dipamoniraj2425 Жыл бұрын
Kotha bur xuni gat lagil aru tar logote jibonot aguwai jowat bhut khini xohari palu anekoi xokoluye agbarhi jaok tare kamona logote Thank you chakrapani Daa❤
@lakhiboruah7533
@lakhiboruah7533 Жыл бұрын
সুন্দৰ তোমাৰ জীৱন
@SanjibChetia-m5z
@SanjibChetia-m5z 2 ай бұрын
আঠ বছৰ নহয় আঠ বাৰ। মুঠ চল্লিশ বছৰ তেওঁ বিধায়ক।
@RajanikantaRoy-g5f
@RajanikantaRoy-g5f 4 ай бұрын
মানুহক সহায় কৰিবলৈ হলে ক্ষমতাৰ প্ৰয়োজন
@HappyBirds-en7ye
@HappyBirds-en7ye 4 ай бұрын
Takaro praojan😅
@kaushikdas1118
@kaushikdas1118 2 ай бұрын
so great
@Kirangogoi-d2q
@Kirangogoi-d2q 3 ай бұрын
আদৰ্শবান ব্যক্তিৰ আদৰ্শ পুত্ৰ হিচাবে ৰাইজে দেখিবলৈ পাইছে ।
@theharo4084
@theharo4084 3 ай бұрын
দেউতাক ৰ নিচিনা সহচ সৰল শান্তনু ❤❤❤
@gnavajoty
@gnavajoty Жыл бұрын
What a guy. Simple and straightforward. Great
@BharatiBorgohain
@BharatiBorgohain 3 ай бұрын
ভাল লাগিল আগবাঢ়ি যোৱা
@dipalibhagawati9050
@dipalibhagawati9050 4 ай бұрын
বৰ ভাল লৰা দেউতাকৰ নিচিনাই।
@DipakDas-cj5xe
@DipakDas-cj5xe 3 ай бұрын
Val Lagil
@moinasaikia9535
@moinasaikia9535 3 ай бұрын
তেওঁৰ মাকক সলাগীব লাগিবই বাপেকটো ঘুৰিয়ে ফুৰে,এই যুগত তুমি সকলোৰে আদৰ্শ,
@minahazarika3820
@minahazarika3820 5 ай бұрын
বহুত ভাল লাগিল ,তুমি নৱ প্ৰজন্মৰ আদৰ্শ।
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,2 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 63 МЛН