মন্ত্ৰী পিয়ুজ হাজৰিকাক ভাল লাগে অষ্টিয়ানাৰ

  Рет қаралды 347,747

BAARTA LAAP

BAARTA LAAP

Күн бұрын

প্ৰতিভাৰে সম্পূৰ্ণ অষ্টিয়ানা দিহিঙ্গীয়া
গীত নৃত্য অভিনয়ত একেলগে আগবাঢ়িছে অষ্টিয়ানা
অসমীয়া ছবি জগতৰ বেয়া লগা কাহিনী
মন্ত্ৰী পিয়ুজ হাজৰিকাক ভাল লাগে অষ্টিয়ানাৰ
অষ্ট্ৰেলিয়াৰ লগত অষ্টিয়ানাৰ কি সম্পৰ্ক?
**************************************************
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #AssamesePodcast #austriyanadihingia

Пікірлер: 487
@passionatemitali7775
@passionatemitali7775 4 ай бұрын
এজনী সহজ সৰল ছোৱালী,মনৰ পৰা, ভাল লাগিল, আগবাঢ়ি যোৱা, বহুত মৰম 💕 proud of you, ধেমাজিৰ বাবে গৌৰৱৰ কাৰণ, বেছি মৰম লাগে নিজৰ ঠাইৰ ছোৱালী জনী বুলি ❤
@AnnanyaPhukan-q6w
@AnnanyaPhukan-q6w 3 күн бұрын
Class ix 1tale goisil
@AtulSharma-cr2bh
@AtulSharma-cr2bh 4 ай бұрын
অষ্টিয়ানাক হৃদয়ৰ পৰা মৰম আৰু আশীৰ্বাদ জনালোঁ সদায় কুশলে থাকা,, আৰু আগুৱাই যোৱা ঈশ্বৰে বহুত শক্তী দিয়ক তাৰে কামনা কৰিলোঁ কৃষ্ণ 🙏❤️!?
@DibakarJAB
@DibakarJAB 2 ай бұрын
এম্মান মৰম লগা কৈ কথাবোৰ কয় এই জনী,,, বহুত বহুত ভাল লাগে দেই অষ্ট্ৰিয়ানাজনীক ,, বহুত বহুত আগুৱাই যোৱা দেই আইজনী।
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf Ай бұрын
Apunikak Val puwa kheito dang kotha nhoi apunak Kune Val pai kheito a dang kotha .
@kanaktalukdar2847
@kanaktalukdar2847 11 күн бұрын
বৰ ভাল লাগিল ,ভবিষ্যত উজ্জ্বল কামনা কৰিলো ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 5 ай бұрын
অষ্টিয়ানালৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤❤❤
@pranjalbarua5149
@pranjalbarua5149 5 ай бұрын
ইমান মিঠা কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈ মন যায়💗
@NipanDDewri
@NipanDDewri 5 ай бұрын
বহুতে মৰম লগা আৰু সহজ সৰল। নাম তো যিমান ধুনীয়া মাত টো আৰু বেছি ধুনীয়া বহুতে মৰম লগা এজনী অসমীয়া ছোৱালী ❤❤❤ বহুত বহুত মৰম তুমালে ❤❤❤
@DharitriDutta-wr9tn
@DharitriDutta-wr9tn 2 ай бұрын
ইমান মৰম লগা কথাবোৰ.. প্ৰিয় হৈ পৰিলা....❤ Love from golaghat
@mridulnath1556
@mridulnath1556 4 ай бұрын
Political জ্ঞান নাথাকিলে যি টি কব নালাগে । উত্তৰ এটা শুনি বহুত বেয়া লাগিল। অদ্ভুদ উত্তৰ পৰা শুনিলো।
@jugeswarphukan9726
@jugeswarphukan9726 4 ай бұрын
Pijusak.bhalpoagaraki.kibhalhaba.gampaise.sage
@bkp9774
@bkp9774 2 ай бұрын
​​@@jugeswarphukan9726 পিয়াজ ক নো ভাল লাগে নে।
@girishphukan4335
@girishphukan4335 4 ай бұрын
অষ্টিয়ানা এগৰাকী সৰলমনা ,মৰম লগা আৰু প্ৰতিশ্ৰুতি সম্পৰ্ন শিল্পী ৷
@Sankarjitcreation
@Sankarjitcreation 5 ай бұрын
পিয়াজ হাজৰিকাক ভাল পোৱা মানুহ বোৰ গেলা আলুৰ দৰে ।
@JanmoniTaye-wq3bv
@JanmoniTaye-wq3bv 5 ай бұрын
Akdom thik koisa Dada😂
@renukarabha1386
@renukarabha1386 5 ай бұрын
Piyaj 😂😂
@MadhusmitaNath-n2g
@MadhusmitaNath-n2g 5 ай бұрын
Piyaj😆😆😆
@fairytaleswithSB
@fairytaleswithSB 5 ай бұрын
😂😂
@PrprprPPP-mc4se
@PrprprPPP-mc4se 5 ай бұрын
Piyaj 😂😂😂😂
@dilipkumarnath2976
@dilipkumarnath2976 4 ай бұрын
ধুনীয়া হৈছে। আশীৰ্বাদ কৰিছো আৰু আগুৱাই যাওক।
@jayaborah2926
@jayaborah2926 5 ай бұрын
অতি সুন্দৰ কণ্ঠ, আগুৱাই যোৱা। শুভেচ্ছা জনালোঁ।
@rantudeka7090
@rantudeka7090 4 ай бұрын
বহুত ভাল লাগে অষ্ট্ৰিয়ানাক ৷ শুভকামনা জনালোঁ ৷
@ruprekhapatar-yp7fg
@ruprekhapatar-yp7fg 4 ай бұрын
😅😅😅j😅 12:34 u😅h😅u😅😅😅😅😅😅😅😅😅
@hrx1998
@hrx1998 5 ай бұрын
বাদ্যযন্ত্ৰ অবিহনেও , অষ্ট্ৰীয়ানা ৰ কণ্ঠ টো শুনি ভাল লাগে ।
@matiabora3945
@matiabora3945 5 ай бұрын
খুব সুন্দৰ। শুভেচ্ছা থাকিল অষ্ট্ৰিয়ানালৈ❤️❤️
@jitumanisaloi2443
@jitumanisaloi2443 5 ай бұрын
খুব ভাল লাগিল, বহুত শুভকামনা জনালোঁ
@MandiraGogoi-xq2ok
@MandiraGogoi-xq2ok 5 ай бұрын
বহুত ভাল লাগে তোমাক । আৰু আগবাঢ়ি যোৱা । আশীৰ্বাদ আৰু মৰম তোমালৈ❤
@snehatmikavlog.253
@snehatmikavlog.253 5 ай бұрын
বৰ ভাল লাগিল।আগবাঢ়ি যোৱা ভগৱানে সদায় কুশলে ৰাখক❤️
@pallabigohain6349
@pallabigohain6349 5 ай бұрын
ভাল লাগে ছোৱালী জনিক পিছে ওপৰৰ মালক মালক লাগে বুলি জনাৰ পিছতহে কিবা লাগিছে ।
@mitaligogoi175
@mitaligogoi175 2 ай бұрын
বৰ ধুনীয়া ছোৱালী ❤ সুন্দৰ কণ্ঠৰ অধিকাৰী, কিন্তু পিয়ূছৰ কথা কৈ সাক্ষাৎকাৰটো যেন অলপ ম্লান কৰি পেলালে!
@shreeja4587
@shreeja4587 5 ай бұрын
Priyush Hazarikai maiki manuhok honman koribo najane. Teo ajon gunda aaru ohongkari montri hoi. Austrinia val lagil tumar bartalap sai aasha karu aaru aaguwai juwa.
@traderbhai6470
@traderbhai6470 5 ай бұрын
😂😂
@rumidutta8262
@rumidutta8262 5 ай бұрын
😂​@@traderbhai6470
@aninditabaruah6449
@aninditabaruah6449 5 ай бұрын
Khosa kintu... Moi o vbo
@prabhabordoloi5842
@prabhabordoloi5842 5 ай бұрын
❤😊😊​@@traderbhai6470
@jayantasaikia8543
@jayantasaikia8543 5 ай бұрын
Murkha
@domborugogoi971
@domborugogoi971 5 ай бұрын
Girl is very spiritual I gratitude to her mother Kothabur iman binomrabhal lagil
@rupjyotiboruah3418
@rupjyotiboruah3418 4 ай бұрын
মাজনী তোমাকভগবানে আৰু সহায় কৰিব ৷আগবাঢ়ি যোৱা ৷
@jonakjonakiaxommedini2898
@jonakjonakiaxommedini2898 5 ай бұрын
পীযুষ হাজৰিকা ভালপোৱা কাৰণ আছে কাৰণ তাই এজনী অভিনয় কৰা ছোৱালী আৰু আ ই মি বৰুৱা এজনী অভিনেত্ৰী সেই বাবে ভাল পাওঁ বুলি কৈছে। বহুত টেলেন্ট আছে কিন্তু।
@Misha_driving05
@Misha_driving05 5 ай бұрын
Nohobou pne nah
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf Ай бұрын
Àpunah mainshet Val nhoi .
@bolllovmorang1421
@bolllovmorang1421 5 ай бұрын
কৃষ্ণ তোমাক সেৱা ধৰাৰ আগতে তোমাৰ মা দেউতাক সেৱা ধৰিছো। আগবাঢ়ি যোৱা.।
@jitukakoti193
@jitukakoti193 4 ай бұрын
ভগৱানে তোমাক আগবাঢ়ি যাবলৈ সহায় কৰক তোমাক বহুত ভাল লাগে
@anjubharali3686
@anjubharali3686 4 ай бұрын
বৰ মৰমৰ লগা অষ্ঠিয়ানা। উজ্বল প্ৰতিভা বিকাশৰ কামনা কৰিলোঁ ভগৱানৰ ওচৰত ❤
@DibakarJAB
@DibakarJAB 3 ай бұрын
ইমান মৰমীয়াল ছোৱালী জনী ,, কথাবোৰ মৌ বৰষা ,, শুনি থাকিবৰ মন যায়।
@DibakarJAB
@DibakarJAB 2 ай бұрын
বৰ মৰম লগা ছোৱালী জনী বহুত বহুত আগুৱাই যোৱা দেই,, আইজনী
@pradipgogoi3182
@pradipgogoi3182 4 ай бұрын
সুন্দৰ কণ্ঠ বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
@DibakarJAB
@DibakarJAB 2 ай бұрын
অষ্টিয়ানা ৰ মনৰ আশাবোৰ পূৰণ কৰক,, ভগৱানে আশিৰ্বাদ কৰিব।
@heujmoran9686
@heujmoran9686 5 ай бұрын
সঁচা কৈয়ে আজি বহুত ভাল লাগিল ❤❤
@DhurboPegu
@DhurboPegu 4 ай бұрын
Bor dhuniya suwali joni hosai hurtu mat'tu jiman dhuniya suwalijoniu himane dhuniya👌amar dadwo bordhuniyakoi sinaki didiya tarkarone bor val lagil apunarvideotu thankyou.
@gungunmahanta7560
@gungunmahanta7560 5 ай бұрын
অকনমানী পোৱালী হাঁহিটো মৰম লগা❤️❤️😘😘
@bontibora4333
@bontibora4333 5 ай бұрын
ছোৱালি জনি বৰ ধুনিয়া অ বোৱাৰি কৰিব মন গৈছে কিন্ত্ত মোৰ লৰা সৰু হৈ আছে
@aruptamulimusical6252
@aruptamulimusical6252 5 ай бұрын
আগুৱাই যোৱা ভাগিন জনীলৈ অফুৰন্ত মৰম শুভেচ্ছাৰ থাকিল
@jharnaghandique8729
@jharnaghandique8729 5 ай бұрын
বৰ মৰম লগা ছোৱালী জনী । ভালে থাকা দেই ।
@niruborah3096
@niruborah3096 4 ай бұрын
তুমি আগবাহি যোৱা বা❤❤❤❤❤
@DB-xp2cn
@DB-xp2cn 4 ай бұрын
Such a cute girl and her smile by god and her teeth ❤️
@JonaliSharma
@JonaliSharma 4 ай бұрын
Jiman a dhunia 2mi kotha buru himan a morom loga o vonti jni 2mi ru aaguai jua❤
@purobeegogoi1343
@purobeegogoi1343 5 ай бұрын
Bor morom loga suwalijoni, bhal lagil. Thank you
@akhimmoran7716
@akhimmoran7716 4 ай бұрын
আশীৰ্বাদ জনালোঁ ।
@rahmanmajor9086
@rahmanmajor9086 2 ай бұрын
Lots of ❤ and best wishes to Australiyana and Chakrapani da, from Hyderabad
@bhupennath7630
@bhupennath7630 5 ай бұрын
বুজাব নোৱাৰা এক অনুভৱ আজিৰ বাৰ্তালাপ চাই লাভ কৰিলো। ধন্যবাদ চক্ৰপাণি দা🙏♥️
@tileswaryein1295
@tileswaryein1295 3 ай бұрын
,,, ভৱিষ্যতে আৰু শুনি বনলৈ পোৱাৰ আশা ৰাখিলোঁ। সঁচাকৈ ৰিদয় চুই যোৱা কণ্ঠ শুভেচ্ছা থাকিল।🎉🎉🎉🎉🎉।
@arundhatigogoi4182
@arundhatigogoi4182 5 ай бұрын
আহোম ছোৱালী বোৰ সাধাৰণতে খুবেই কামিলা হয়।
@agcreation866
@agcreation866 5 ай бұрын
হাঁহিটো ইমান মৰম লগা অষ্ট্ৰীয়ানাৰ❤
@TarulataDehingia
@TarulataDehingia 4 ай бұрын
Bor bhal lagil tumar monor hopunbur purna houk ❤❤
@abanirabha1427
@abanirabha1427 5 ай бұрын
দুয়োজনে মোৰ খুবেই জনপ্ৰিয় ৷ভাল লাগে দুয়োতাকে ৷
@bantibora750
@bantibora750 4 ай бұрын
বৰ মৰম লগা❤
@letsplay9856
@letsplay9856 5 ай бұрын
অষি্টয়ানাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।
@sumitradeb8538
@sumitradeb8538 4 ай бұрын
বহুত ভাল লাগিছে অষ্টিয়ানা❤❤তুমাক আৰু লগ পাম
@Bituchutiaofficial
@Bituchutiaofficial 5 ай бұрын
ধেমাজী বৰদলনিৰ পৰা ❤
@mayuripakhi
@mayuripakhi 5 ай бұрын
Austriyana r protitu interview e sau, bohut morom laage❤
@mamanigoswami4340
@mamanigoswami4340 4 ай бұрын
বঢ়িয়া হৈছে ভাল লাগিল কথাবোৰ
@dilipbaruah1655
@dilipbaruah1655 5 ай бұрын
কৃষ্ণ🙏আৰু আগ বাৰি য়ুৱা
@DibakarJAB
@DibakarJAB 3 ай бұрын
বৰ মৰম লাগে অ অষ্ট্ৰিযানাক ।
@nabajitgohain8137
@nabajitgohain8137 4 ай бұрын
suwali joni bor dhunia lage❤❤
@paragjyotikonch5673
@paragjyotikonch5673 5 ай бұрын
Amr dhemaji swali 😍 proud of you 😍
@bhanuphukan3837
@bhanuphukan3837 5 ай бұрын
অষ্ট্ৰিয়ানা ভণ্টী তোমাৰ বাৰ্তালাপ চাই বহুত বহুত ভাল লাগিল।তুমি আৰু আগবাঢ়ি যোৱা ।তোমালৈ বহুত বহুত শুভকামনা থাকিল।
@RashmiKonwar
@RashmiKonwar 5 ай бұрын
আই অ মোৰ টিকলো জনী ❤❤❤।ইমান মৰম লাগে কথাবোৰ
@ajaygogoi1495
@ajaygogoi1495 5 ай бұрын
She is naturally talented. All rounder. n has a bright future. May God Bless her for all round development.
@padmalochangogoi1357
@padmalochangogoi1357 5 ай бұрын
অসমত ইমান ভাল ৰাজনৈতিক নেতা আছে। নাম কৈছে শুনা
@BhupenGogoi-jp6ti
@BhupenGogoi-jp6ti 5 ай бұрын
Hosa.kotha.
@jugeswarphukan9726
@jugeswarphukan9726 4 ай бұрын
Haituai.nambar.katil
@mbgohain7262
@mbgohain7262 4 ай бұрын
Maney eibur xubidha badi suali
@PompiBaruah-ee4bk
@PompiBaruah-ee4bk 3 ай бұрын
Sbre vl puwa2 blg blg..so moi jonat aku prblm nai..tumaluke blg kunu politician k vl puwa hai2 blg ktha ..tat karu pakor jolibole aku nai hl
@keshadutta8302
@keshadutta8302 5 ай бұрын
অষ্টীআনাৰ ভবিষ্যত উজ্জল হক।ভগবানে তেওঁৰ আশা পূৰন কৰক।
@ProdipKonwar-kq8km
@ProdipKonwar-kq8km 5 ай бұрын
সোনদৰ। ঈশ্বৰে আশীবাদ কৰক। মাইনাই বহু দূৰলৈ আগবাহি যাৱক
@janarddansenapati8904
@janarddansenapati8904 5 ай бұрын
সৰু ছোৱালী । আগবাঢ়ি গৈছা , শুভেচ্ছা থাকিল । আমি ও ধেমাজি ৰ নিকট্ৱতী অঞ্চলৰ লোক । গতিকে ই যেন অতি আপোন আপোন ভাবেৰেই বহু কম্ ব্যস্ততাৰ মাজত ও প্ৰিয়বৰ চক্ৰপানী পৰাশৰ সাংবাদিক দাদাৰ সৈতে হোৱা মুখামুখি অনুস্থান টো চালো । ভাল লাগিল । অস্টিয়ানা ই কৰা কাম সকলো তে সফলতা আহক । আমি বহু দূৰ দূৰণিৰ পৰা আশীৰ্বাদ ও শুভেচ্ছা জনালো । কম্ সুত্ৰে দুৰণিত আছো । সি যি নহ‌ওক আৰু অধ্যয়ন ও আছে কৰিবলৈ আৰু তুমি সকলো বিষয়তে আগবাঢ়ি যাব লৈ । প্ৰিয় ৰাজনৈতিক নেতা ( সাম্প্ৰতিক/ বতমান 2024 - -) এই কালছোৱাত - কোন বুলি সোধা ত , উত্তৰ - পিযুজ হাজৰিকা ৰ নাম লোৱা ত হে ভাল নালাগিল । সি যি নহ‌ওক , তোমাৰ অধ্যয়নৰ প্ৰয়োজন আছে , গৱেষণা ৰ প্ৰয়োজন আছে । সময়ে সময়ে মানুহৰ পৰিচয় সলনি হৈ থাকে , মানুহ এজন বা এগৰাকী হলেও ।
@kaushikdeka1873
@kaushikdeka1873 5 ай бұрын
সকলোৰে ভাললগা বেলেগ বেলেগ , ভাললগাবোৰ যদি সকলোৰে একে হল হয় সকলোৰে ঘৈণীয়েক এইজনীয়েই হল হয় 😂
@dipankarsonowalmargherita6822
@dipankarsonowalmargherita6822 5 ай бұрын
সৰু ছোৱালী যদিও সপোন বোৰ সাংঘাটিক। শুভেচ্ছা জনালোঁ অষ্ট্ৰিয়ানা জীৱন টো আৰু সফলতা অৰ্জন কৰা । চক্ৰপাণি দা লৈও মৰম আৰু শুভেচ্ছা লগতে ধন্যবাদ এনেকুৱা এটা অনুষ্ঠান আমালৈ অৰ্থাৎ ৰাইজলৈ গতাই দিয়াৰ বাবে । লগতে অকনমান মৰম বাৰ্তালাপ ৰ চেনেলেটো লৈ । ❤ মাৰ্ঘেৰিটা ৰ পৰা ।
@utpalbora9136
@utpalbora9136 5 ай бұрын
ভাল লাগে ছোৱালীজনী ,, ভাওনা ভাল পাওঁ বুলি কোৱা কাৰনে আৰু মৰম লাগি গ'ল ।।
@nityasashibsaikia3571
@nityasashibsaikia3571 4 ай бұрын
ভাল লাগিল। নৱ প্ৰজন্ম ই অনুকৰণ কৰা উচিত। কেৱল ধেমাজি ৰ বাবে নহয় সমগ্ৰ মানৱ জাতি ৰ বাবে গৌৰৱৰ প্ৰতীক।
@BikuGogoi-nl1bb
@BikuGogoi-nl1bb 5 ай бұрын
Bhohut bhohut val lagil
@bandanabhuyan4881
@bandanabhuyan4881 5 ай бұрын
bor morom loga suali joni..ru voice tu je ki mitha❤❤.aguai jua Astriana❤️🥰
@hemchandrakonwar8987
@hemchandrakonwar8987 3 ай бұрын
ধেমাজি ভেহপৰা ফালৰ ছোৱালী নেকি ? আগবাঢ়ি যোৱা । শুভেচ্ছা থাকিল।
@hemchandrakonwar8987
@hemchandrakonwar8987 3 ай бұрын
সুন্দৰ।
@losermt999
@losermt999 5 ай бұрын
মোৰ জনামতে অষ্টিয়ানা ই Dhemaji mather pride school ত পঢ়িছিল আৰু পঢ়া ক্ৰমে অষ্টিয়ানা ই এইবছৰ HS final exam দিব লাগে।। আশা কৰোঁ তুমি আগলৈ আগবাঢ়ি যোৱা ❤❤
@PompiBaruah-ee4bk
@PompiBaruah-ee4bk 3 ай бұрын
Yes
@RimpiChutia-t1x
@RimpiChutia-t1x 4 ай бұрын
Tumar hahi2 bohut val lage baa❤
@sonaliboruah-oq2gm
@sonaliboruah-oq2gm 5 ай бұрын
Bohut val lagel anusthantu❤
@TrishnaSaikia445
@TrishnaSaikia445 5 ай бұрын
Mur hokolutkoi vl loga kotha tu hoise IAS officer hua kothatu.. because heitu muru hopun... Hoisai vl lagil.. video tu..❤️❤️
@anupamray9833
@anupamray9833 5 ай бұрын
হৃদয় চুই জায়❤❤❤❤❤❤💖💖💖💖💖
@onesidegamer7064
@onesidegamer7064 5 ай бұрын
Suwali joni akdom hohoj horl dai Love from dibrugarh 💗💗💗
@riyaarmin7215
@riyaarmin7215 4 ай бұрын
Multi talented 👍♥️♥️♥️
@RunikaRamchiary
@RunikaRamchiary 5 ай бұрын
Hoisakoi bor val lagil austriyana❤
@PutulkalitaPutulkalita-r5p
@PutulkalitaPutulkalita-r5p 3 ай бұрын
সুন্দৰ কণ্ঠ। সুন্দৰ মন।অসমী আইৰ মুখত হাঁহি বিৰিঙাই যাওক। তাৰেই কামনাৰে
@Mitubarman396
@Mitubarman396 5 ай бұрын
Video tu sai eman je val lagile❤ Love from Bongaigaon ❤️🌍
@momimajuli1083
@momimajuli1083 2 ай бұрын
Emman moromloga suaalijoni.. Mon tu jate hodai ei nispaap hoi thakok tumar.. ❤❤❤❤❤
@MoonGogoi-hr7ep
@MoonGogoi-hr7ep 3 ай бұрын
IMMMAN j MOROM loga Suwali Joni , Bohu gunere bibhukhita ei Hujugya HANTAN k ADRISHYA JONAI ASHIRVAD kori jauk , jiman khini Life t Agbarhi jaboloi Hopun ase ADRISHYA JONAR logote hokolu Hubhakankhie ASHIRVAD kori jauk , moiu eiyai Prarthana korisu 🎉🙏🙏🙏
@chiranjibdeka66
@chiranjibdeka66 5 ай бұрын
অষ্ট্ৰিয়া আৰু অষ্ট্ৰেলিয়া বেলেগ বেলেগ। অষ্ট্ৰিয়ানা ৰ লগত অষ্ট্ৰিয়া হে মিলিব ।
@krishnakurmi4527
@krishnakurmi4527 5 ай бұрын
বহুত শুভেচ্ছা পোৱালি ❤️
@saityajitdehingia7705
@saityajitdehingia7705 5 ай бұрын
Hundor 👌
@Labanya-s2l
@Labanya-s2l 5 ай бұрын
ইমান মৰম লগা মাজনী ।জীৱনত সিদ্ধি লাভ হওঁক ।
@nivamonichutia2973
@nivamonichutia2973 5 ай бұрын
আমাৰ ধেমাজিৰ গৌৰৱ ❤️❤️
@ajaykumarray4651
@ajaykumarray4651 5 ай бұрын
ভন্তিলৈ আশীৰ্বাদ কৰিছোঁ।তুমি তোমাৰ প্ৰতিভাৰে আগুৱাই যোৱা। ভন্তি জনীৰ নিভাঁজ মৰমসনা কথাবোৰে মনটোক বাৰুকৈয়ে প্ৰভাৱিত কৰিলে।এই যান্ত্ৰিকতাৰ যুগতো ইমান সুন্দৰ মনৰ গৰাকী কৰি গঢ়ি তোলাৰ বাবে মা-দেউতালৈ মোৰ প্ৰণাম জনাইছোঁ। লগতে চক্ৰ ককাইদেউ লৈও মোৰ অশেষ ধন্যবাদ বাৰ্তালাপৰ মজিয়াত মৰমৰ ভন্তি জনীক মতাৰ বাবে। বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰি সকলোলৈকে মৰম যাচিলোঁ। 🙏🙏🙏
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 5 ай бұрын
সকলো ভাল লাগিল। বাকী পিয়াজৰ এডভাৰটাইচটো ভাল নালাগিল😂😂😂
@jugeswarphukan9726
@jugeswarphukan9726 4 ай бұрын
Aituai.beakarise.oparmaltu.vhalooakarane
@digantahazarika1631
@digantahazarika1631 5 ай бұрын
vl lage vonti aaguai jua❤❤❤
@GomugDoley-sn8de
@GomugDoley-sn8de 5 ай бұрын
Eman dhunia hahisa bha mur bhal lagigoise
@sistersfrmtezpur1869
@sistersfrmtezpur1869 5 ай бұрын
Mat2 khub xundor xunile xunia thkibo mn jai❤
@debashisborah4191
@debashisborah4191 4 ай бұрын
Very talenta❤❤
@nikumanikumar262
@nikumanikumar262 3 ай бұрын
বহুত মৰমিয়াল তুমি ভালে থাকa ❤
@NayanikaUnofficial8877.
@NayanikaUnofficial8877. 5 ай бұрын
ছোৱালীজনীকৰ quteness টো ভাল লাগে
@anantagogoi966
@anantagogoi966 5 ай бұрын
Ankua morom lga khula monor swli pale.. life tym hukhot rakhim.. Ru nijeu hukhi hoi thkm... emn kotha bur dhunya. Aiya ha swli. ❤
@trishnakalita4154
@trishnakalita4154 5 ай бұрын
অষ্ট্ৰীয়ানালৈ শুভেচ্ছা জনালোঁ। পিছে ভাল পাবলৈ মানু্হ আৰু বিচাৰি নাপালে। সেইটো জানি হে বেয়া লাগিল।
@AxomiyaSanskriti-hi8fk
@AxomiyaSanskriti-hi8fk 5 ай бұрын
Hundor
@MonalishaBorah-x6f
@MonalishaBorah-x6f 4 ай бұрын
Beautiful😍💓 sweet smile and very Tellened girl 😍💖proud of you👌
Austriyana Dihingia On Her Life, Work, Controversy| JSS Unscripted
37:52
JSS Unscrripted
Рет қаралды 182 М.
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,3 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 122 МЛН
Assamese Podcast Ft. Austriyana Dihingia In Kotha Studio
25:57
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 25 М.