'বিধানসভাখন আপোনাৰ নেকি? মনে মনে থাকক', কোনে কাক কি প্ৰসংগত ক'লে এই কথা?

  Рет қаралды 176,042

Ishan News

Ishan News

Күн бұрын

Пікірлер: 392
@probinkumarboruah8192
@probinkumarboruah8192 3 жыл бұрын
বিধান সভাৰ অধিবেশন অনুষ্ঠান নে কৰবাত বজাৰৰ বাবে হোৱা টেণ্ডাৰৰ মেলা তাকে বুজিবলৈ চান হৈছে... সকলোৱে কাউৰী দৰে চিঞৰি আছে যে..
@alekhyachakravorty3834
@alekhyachakravorty3834 3 жыл бұрын
ঠিকেই।
@rinkushivam8759
@rinkushivam8759 3 жыл бұрын
Aasolote Akhil Uddin ata Jodha murkho. Tekheto babei bidhan sobha aibar anekuwahe hoi thakib
@priyagaming8309
@priyagaming8309 3 жыл бұрын
হয়, অখিল গগৈয়ে যিকোনো প্ৰশ্ন কৰিলেই গোটেই জাকে চিঞৰ বাখৰ কৰি প্ৰশ্নৰ পৰা ফালৰি কাটি যায়। কিয় অখিলৰ প্ৰশ্ন লৈ সিহঁত সকলোৰে ভয়। ঘৰতে আলোচনা কৰি আহে নেকি এনে কৰিবলৈ?
@debajitgoswami8350
@debajitgoswami8350 3 жыл бұрын
নিৎচিত ভাবে সঁচা কথা।
@niharikadas7314
@niharikadas7314 3 жыл бұрын
বিধানসভা নে মাছৰ বজাৰ | অখিল গগৈয়ে যদি কিবা কথা কলে সকলোৱে কিয় ইমান ভয় কৰে | যদি দম আছে কথাবোৰ ভাল দৰে আলোচনা কৰক |
@lulalu6707
@lulalu6707 Жыл бұрын
জয় আই অসম গোলাঘাট অসমৰ গৌৰৱ অখিল ককাইদেউ 💪 বীৰসিংহ
@Unknownwings123
@Unknownwings123 3 жыл бұрын
বিধানসভাৰ সন্মান ৰাখক ।।।
@g.h.sikdar3564
@g.h.sikdar3564 3 жыл бұрын
right
@dempalborah1780
@dempalborah1780 3 жыл бұрын
ৰূপজ্যোতি কুৰ্মী আপুনি কিমান সন্মান কৰিব জানে
@dipankargogoi1393
@dipankargogoi1393 3 жыл бұрын
আজি বিধান সভা ৰ আলোচনাৰ পৰা এটাই কথা বুজিলোঁ হিংঘ এটা শিয়ালৰ যাক যাক।
@joydeepmajumder2454
@joydeepmajumder2454 3 жыл бұрын
Ami kom a pora o kharp
@lulalu6707
@lulalu6707 Жыл бұрын
মজা আকৌ এবাৰ জয় আই অসম
@priyankabaruah2311
@priyankabaruah2311 3 жыл бұрын
গাওঁ বিলাকত থকা একেবাৰে সহজ সৰল মানুহবিলাকেও জানে কথা ভালদৰে পাতিব । আমি নিৰ্বাচিত কৰি পঠিওৱা জনপ্ৰতিনিধি সকলে এইদৰে চিঞৰ বাখৰ কৰিহে যিকোনো কথা আলোচনা কৰে । অতি আচৰিত হৈছোঁ ।
@alekhyachakravorty3834
@alekhyachakravorty3834 3 жыл бұрын
সঁচাকৈয়ে, বৰ লাজ লগা পৰিস্থিতি ।
@sashidhargam1894
@sashidhargam1894 3 жыл бұрын
@@alekhyachakravorty3834 বিধানসভা সন্মান কৰক।
@pulakeshsarmah3800
@pulakeshsarmah3800 19 күн бұрын
Meya tur kotha Kune xunebo..
@nitulsangma3742
@nitulsangma3742 3 жыл бұрын
বিধান সভাৰ মজিয়াৰ নহয় এইখন জালুকবাৰীৰ বাছ ষ্টেচন যাত্ৰীৰ কাৰণে টনা আজোৰা হৈ আছে কনটেক্টৰ কেইটাৰ 😀😀😀😀
@mdrofiqulislam7528
@mdrofiqulislam7528 3 жыл бұрын
ইয়াৰ বাবে আমি সাধাৰণ ভোটাৰ সম্পূৰ্ণ দায়ী।
@yourlifewithtrust4610
@yourlifewithtrust4610 3 жыл бұрын
বিধানসভাৰ নে মাছ বজাৰ
@utpalgogoi7199
@utpalgogoi7199 3 жыл бұрын
কুৰ্মী বোপাই তুমি তেটো ফালি লাভ নাই,মন্ত্ৰীত্ব পদ নোপোৱা বুজিচা
@pankajjyotidas5576
@pankajjyotidas5576 3 жыл бұрын
আছলতে অধিবেশন চালে সভ্য মানুহৰ অধিবেশন যেন নালাগে চবেই কাজিয়া হে কৰিব আহিছে
@g.h.sikdar3564
@g.h.sikdar3564 3 жыл бұрын
Right
@amarjyotigogoi2624
@amarjyotigogoi2624 3 жыл бұрын
Thank you akhil da
@MKParatroopers
@MKParatroopers 3 жыл бұрын
অখিল গগৈ ডাঙৰীয়া প্ৰশ্ন কৰিলে বিজেপিৰ MLA বিলাক কাউৰীৰ দৰে চিঞৰি উঠে কিয় ?
@ranafunnyshorts2239
@ranafunnyshorts2239 3 жыл бұрын
Mostaa johoraa aeibilalk mla
@babapanging8455
@babapanging8455 3 жыл бұрын
Tik koisa
@gunajitsarma5579
@gunajitsarma5579 3 жыл бұрын
Akhil pagol hoye
@dulalbordoloi5238
@dulalbordoloi5238 3 жыл бұрын
@@gunajitsarma5579 you mantels
@erumonideka142
@erumonideka142 3 жыл бұрын
@@gunajitsarma5579 pagol toi 😅😅😅😂
@NurulIslam-u1k2r
@NurulIslam-u1k2r 14 күн бұрын
Okhil Gogoi 100% Right kotha koise
@monuranjangogoi6276
@monuranjangogoi6276 3 жыл бұрын
ইয়াত rupjyoti নামৰ শিয়াল টোৰ মাত সোনিছো তেলখোৱা. পাগল
@Rkdas-xy2ey
@Rkdas-xy2ey 3 жыл бұрын
Aru akhiluddin nor xuna nai niki
@bituponnarah5401
@bituponnarah5401 3 жыл бұрын
@@Rkdas-xy2ey Akhil Gogoi r Question or Answer dibo pora nai ru nuwarei .
@monuranjangogoi6276
@monuranjangogoi6276 3 жыл бұрын
@@Rkdas-xy2ey যেতিয়া ধৰ্মৰ দোহায়. দি ৰাজনিতি কৰিব যানিবা. বেছিদিন নচলিব
@warrior3811
@warrior3811 3 жыл бұрын
@@Rkdas-xy2ey bongal bjp r guu kha jaa nauty puwali
@erumonideka142
@erumonideka142 3 жыл бұрын
@@Rkdas-xy2ey dol bagora manuhok val napao khi loga hole akhile houk ba mamai houk. Aru bjpt tu gutei bur dolar bogori
@mrinalgogoi9775
@mrinalgogoi9775 3 жыл бұрын
দে আৰ ... এনেকৈ অসমৰ উন্নতি হ'ব..! সমস্তিৰ মুৰব্বী সকলেই এনেকুৱা।
@mgmonuj4319
@mgmonuj4319 3 жыл бұрын
Akhil da joy
@monujpalak560
@monujpalak560 3 жыл бұрын
অধ্যক্ষ নহয় বিৰোধী নেতা যেন লাগিছে।
@madhabsagerdas133
@madhabsagerdas133 3 жыл бұрын
Bjpr dalal
@inglishvlogs1015
@inglishvlogs1015 3 жыл бұрын
বিজেপিৰ বিধায়ক বোৰ ইমান টেঙৰ, ইহতে অসমীয়া মানুহৰ সন্মান চেছ কৰিলে, চব শিয়াল আৰু বাঘ এটা,
@deepchangmaji7096
@deepchangmaji7096 3 жыл бұрын
Akhil eku bagh nohoy hulostul karibo He jane..
@hazarikaananta8181
@hazarikaananta8181 3 жыл бұрын
Akhil Gogoi jindabad
@pscreativeworld8791
@pscreativeworld8791 3 жыл бұрын
ৰূপজ্যোতি নামৰ খক খকাই থকা জধামুৰ্খ কমেডিয়ানটোক মোৰ বৰ ভাল লাগে।
@santanuphukon9072
@santanuphukon9072 3 жыл бұрын
Kurmi hi ata jokor.
@anupamburagohain2556
@anupamburagohain2556 3 жыл бұрын
এই সকল কৰ উপগ্ৰহৰ পৰা অহা হে। ইমান উগ্ৰ, মানুহ নে পশু।
@krishnagogoi1657
@krishnagogoi1657 3 жыл бұрын
অখিল গগৈ জিন্দাবাদ
@hashinurislam4346
@hashinurislam4346 3 жыл бұрын
বৰ্তমান সময়ত ভাল কথাৰ কোনো মূল্য নাই
@azizulhoque3872
@azizulhoque3872 3 жыл бұрын
উত্তৰ দিব নোৱাৰিলে খং উঠে নেকি। ৰূপজ্যোতি কত থকা যেন পাইছে
@letsgo5102
@letsgo5102 3 жыл бұрын
Akhil gogoir joy
@bkumarbkumar8611
@bkumarbkumar8611 3 жыл бұрын
Akhil zindabad
@dilipnath675
@dilipnath675 3 жыл бұрын
ৰাইজৰ স্বাৰ্থ ত ভাল দৰে আলোচনা কৰিলে ভাল হয়।
@g.h.sikdar3564
@g.h.sikdar3564 3 жыл бұрын
Right
@debajitgoswami8350
@debajitgoswami8350 3 жыл бұрын
শিয়ালৰ জাকৰ লগত এটা সিংহৰ যুঁজ ফলাফল কি হয় নাজানো অপেক্ষা সেই সময়লৈ,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
@afjalurafjalur5365
@afjalurafjalur5365 3 жыл бұрын
BJP go back
@gauravsaikiaofficial7822
@gauravsaikiaofficial7822 3 жыл бұрын
Toi go back assamr pora kela
@gboys7573
@gboys7573 3 жыл бұрын
Akhil gogoi 💪💪
@RIKHI_SAIKIA
@RIKHI_SAIKIA 3 жыл бұрын
*শিয়াঁলৰ জাক জাক বাঘ এটাৰ প্ৰয়োজন*
@niponmoran7233
@niponmoran7233 3 жыл бұрын
ৰুপজোতি ছাগলী বেবাই আছে
@lakhinathtaid
@lakhinathtaid 7 күн бұрын
😅😅
@sunshine-og4gz
@sunshine-og4gz 3 жыл бұрын
বিধান সভাৰ অধ্যক্ষ ই অসমীয়া কয় নে আন কিবা ?
@যতীনগগৈ
@যতীনগগৈ 3 жыл бұрын
বিধানসভা নহয় মাছৰ বজাৰ যেন লাগিছে ।
@ranjitabora7317
@ranjitabora7317 3 жыл бұрын
Akhil gogoi zindabad
@PulinSewali
@PulinSewali 15 күн бұрын
মই ভাবো , বিধানসভা ঘণ্টা ঘণ্টা সময় ধৰি চলি থকাৰ সময়ত অধ্যক্ষ মহোদয়ৰ সোৱে, বাওঁৱে পাছতে থিয় থকা চন্তৰী কেইজন বাৰু শিলৰ মূৰ্ত্তি নেকি ? তেওঁ লোকৰ দুখ ভাগৰ নাই নেকি ? বিবেচনা কৰক তেওঁ লোকক বহিবৰ বাবে আসন দিয়ক ।
@dimpulduarah235
@dimpulduarah235 3 жыл бұрын
Akhil gogoi jinda bad
@pranitadutta1665
@pranitadutta1665 3 жыл бұрын
অসমৰ অধিবেশনৰ নমুনা য'ত ৰাজ্যৰ উন্নতিৰ আলোচনা কৰা হয়। চিঞৰি বাখৰি ৰাইজৰ আস্থাভাজন হবলৈ কৰা চেষ্টা।
@pareshneog6190
@pareshneog6190 3 жыл бұрын
পক্ষপাতিত্ব বিধানসভা ত শোভা নাপাই , আৰু কিমান বচাব !!!
@swarnapachani4653
@swarnapachani4653 4 ай бұрын
এই খন বিধান সভানে মাছৰ বজাৰ। গাৱৰ মানুহ শিক্ষিত।
@nayanjyotinath2786
@nayanjyotinath2786 3 жыл бұрын
কিয় চিঞৰ বাখৰ কৰে ! ভদ্র মানুহে এনেকৈ চিঞৰে নে !
@joyfullystudycornerassam1391
@joyfullystudycornerassam1391 3 жыл бұрын
অসম বিধানসভাত কিয় বিষয় এটা ভালকৈ আলোচনা নহয় বৰু ।
@bubulali1282
@bubulali1282 3 жыл бұрын
বাৰু
@monujborah4243
@monujborah4243 3 жыл бұрын
Assam Bidhan hovatei Assamese nokoi
@pranjaldaimary5250
@pranjaldaimary5250 3 жыл бұрын
Koto nohoy.......!! Sobotei eke enekuwar majeh rei alosola hoi aru Thik hoi jai........!!
@nipanborahnipanborah7579
@nipanborahnipanborah7579 3 жыл бұрын
Khub val manuh Akhil gogoi sir ,hosa koi karone teuk bea pai hokolye
@nitulgogoi5835
@nitulgogoi5835 3 жыл бұрын
akhil gogoii zindabd😍
@devidsenapati6212
@devidsenapati6212 3 жыл бұрын
গোটেই খোপা কাউৰী ,,, এনেকে অসমৰ উন্নতি হব দে,,, ভালকে আলোচনা নকৰে অসভ্য বিলাক
@dhantihazarika9146
@dhantihazarika9146 3 жыл бұрын
অখিল গগৈয়ে কলে সকলোৱে কিয় ভয় কৰে।
@ajitngatey6894
@ajitngatey6894 3 жыл бұрын
ভতুৱা ৰূপজ‍্যোতি
@rajatboruah347
@rajatboruah347 3 жыл бұрын
Akil gogoi k Kobo diok mohudok beya paisu
@daimaluswargiary2228
@daimaluswargiary2228 3 жыл бұрын
Rupjyoti kurmi has lots of experienced about shouting.
@junalibora1082
@junalibora1082 3 жыл бұрын
Jar uttor tawdebolaga
@manjitborah191
@manjitborah191 3 жыл бұрын
Laz Nikiya
@SadanandaHazarika-nv6yv
@SadanandaHazarika-nv6yv 21 күн бұрын
অখিল গগৈ জিনদাবাদ ।
@kjonbai4877
@kjonbai4877 3 жыл бұрын
বাঘৰ এটা হক অখিল
@himangshudutta1652
@himangshudutta1652 3 жыл бұрын
Akhil Gogoi asked a right question .....
@rimisarkar7586
@rimisarkar7586 3 жыл бұрын
Bal
@realnfunny9107
@realnfunny9107 3 жыл бұрын
Akhil Gogoi kiba aata kole ihotor kio pokor faate,
@putuldutta3803
@putuldutta3803 3 жыл бұрын
Akhilor bahire ase koun kobole
@inglishvlogs1015
@inglishvlogs1015 3 жыл бұрын
চব হিমন্তৰ পোকৰত লাগি থকা যে
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 22 күн бұрын
বিধানসভা অধ্যক্ষ অসমীয়া ভাষাটো ক'ব নাজানে
@bimaldas8109
@bimaldas8109 3 жыл бұрын
ৰূপজোতি ক আওত কৰিব লাগে,, go back
@utpalborah5769
@utpalborah5769 3 жыл бұрын
Akhile gogoi hosa kotha kole bake MLA belge beya pai
@kinaramdas5198
@kinaramdas5198 14 күн бұрын
পিয়ুয অখিল গগৈৰ কথা শুনিলে ফিয়ুজ হৈ যায় কিয়? আৰু ৰূপজ্যোতি কুৰ্মিয়ে ছাগলী নিচিনাকৈ বেবাই থাকি কি লাভ হ'ব তোৰ কথা অসমৰ জনতাই ভালকৈ যানে আৰু অধ্যক্ষ মহোদয় আপুনি যিটো ভাষাত কথা কৈছে সেই কথা অসমৰ সকলো জনতাই বুজি পাইছেনে নাই পোৱা সেই বিলাক চিন্তা কৰি বক্তব্য ৰাখিলে ভাল হ'ব আৰু বিধান সভাত যি চিঞৰ বাখৰ কৰিছে সেই বিলাক কিমান গ্ৰহনযোগ্য অধ্যক্ষ মহোদয় এবা ভাবি চাবলৈ অনুৰোধ জনালো।ধন্যবাদ জয় আই অসম
@jalaluddinahmed9888
@jalaluddinahmed9888 3 жыл бұрын
লজ্জাজনক ।
@Lucky77-x8v
@Lucky77-x8v 3 жыл бұрын
Love jihad land jihad kabza jihad dharam parivartan jihad 3 talaq 4 ta 4 ta maiki 40 ta baccha tatia lajja janak nohoi
@bubulali1282
@bubulali1282 3 жыл бұрын
আচল কথা কলে হাল্লা কৰি নোহোৱা কৰি দিয়ে
@MR.RahmanSir
@MR.RahmanSir 3 жыл бұрын
Akhil Gogoi jindabad...
@basisthaacharya6590
@basisthaacharya6590 3 жыл бұрын
এইদৰে চিঞৰিলে হাৰ্টৰ অসুখ হব‌ঐ।
@jaijawanagrifarm2416
@jaijawanagrifarm2416 3 жыл бұрын
90s..School teacher pls don't make the class room a fish market 20s...School teacher pls don't make the class room Assembly...
@ranjanaxom4534
@ranjanaxom4534 3 жыл бұрын
Right akhil gogoi kolei protikhon adhibekhant hokolua jangurkhai uthar karn ki....
@MohammadMohammad-lh4ry
@MohammadMohammad-lh4ry 3 жыл бұрын
এইসন সদনে কাওৰিৰ বাস
@dhekiajulipublicapp3057
@dhekiajulipublicapp3057 3 жыл бұрын
ai murkha tu hodonr pora bahir kori dib lage aik balia kukure kamurisil . ai pagal Akhilak kune vote di M L A bonaisil
@rajibroy2955
@rajibroy2955 3 жыл бұрын
টসাৰ দেশত বোবায় ৰাজা
@boropawan1025
@boropawan1025 3 жыл бұрын
Akol Akhil gogoi he asol kothatu koi😭😭😭
@bonomalipegu508
@bonomalipegu508 3 жыл бұрын
Akhil gogoi kiyo himan boi kore
@ahmedbarbhuiya9342
@ahmedbarbhuiya9342 3 жыл бұрын
Good job okil daa
@jogendranath121
@jogendranath121 3 жыл бұрын
অযোগ্য speaker.
@lambitsgoodlife2143
@lambitsgoodlife2143 3 жыл бұрын
Akhilor baak ruddho korar sesta solaise
@bimaldas8109
@bimaldas8109 3 жыл бұрын
Piyuj hazarika, out houk bey, rupjyotik go back,,,, burbok rupjyoti,,,,,
@mk-hq8hf
@mk-hq8hf 3 жыл бұрын
Akhil Gogoi jindabad.......
@ManojDas-qt8kt
@ManojDas-qt8kt 3 жыл бұрын
শিয়ালৰ জাত
@nirubora3660
@nirubora3660 3 жыл бұрын
মন্টী বিধায়কৰ এনেকুরা হলে বাকি কি থাকিল।
@mrigensarma1832
@mrigensarma1832 3 жыл бұрын
Akhil CM nhy... Only sibsgr... Sbte mat d nijoke CM vbe ne pm
@jagatbaruh2606
@jagatbaruh2606 3 жыл бұрын
Rupjyoti kurmi pagal manuh
@inglishvlogs1015
@inglishvlogs1015 3 жыл бұрын
ওপৰৰ মালটো চিঞৰ৷ যেন পাইছোঁ
@utpalkalita7283
@utpalkalita7283 3 жыл бұрын
Alusana Kori prablam bilak slove korilay Hoi daykhun.iman halla Kiya koray baru
@chandanadeka3061
@chandanadeka3061 3 жыл бұрын
Market
@sahidahmed5849
@sahidahmed5849 3 жыл бұрын
BJP government or dukh bur uolai porile siyoriboi aru Akhilda. I salute you allways Akhilda .
@imtiyazhussain3360
@imtiyazhussain3360 3 жыл бұрын
Rupjoyti teli , pagol 😁😁😁
@pritydas2621
@pritydas2621 3 жыл бұрын
Akhil Gogoi p.m hobo lage .....
@debenkonwar8367
@debenkonwar8367 10 ай бұрын
বাকী মখা এম এল এ মুখত টেপ মাৰি আছে নেকি ?
@sachindas6599
@sachindas6599 3 жыл бұрын
Pension system r oport kowk
@sahedulislam4620
@sahedulislam4620 3 жыл бұрын
চিউৰ বাষৰ বেছি ৰূপজোতি ৰ বেছিকৈ হৈছে
@miganggegongolumpegu9669
@miganggegongolumpegu9669 3 жыл бұрын
Right qeution
@allrounder173
@allrounder173 3 жыл бұрын
Akhil Gogoi 🔥🔥🔥🔥🔥
@kishordas2840
@kishordas2840 3 жыл бұрын
বিধান সভা খন এতিয়া বড়ো ভাষা আহিল
@satyendranathroy9044
@satyendranathroy9044 2 жыл бұрын
Akhil Gogoi bidhan sobhat marjito bhabe kotha koboloi sikok.
@AssameseHealthsolution
@AssameseHealthsolution 3 жыл бұрын
ভাল দৰে উওৰ দিয়াৰ প্ৰয়োজন আছে৷
@dipendas5340
@dipendas5340 3 жыл бұрын
মাছ বজাৰতো ইমান হুলস্থল নহয় ।
@tarminetor4532
@tarminetor4532 3 жыл бұрын
Sab BJP sal
@KrishnaDas-cx2uj
@KrishnaDas-cx2uj 3 жыл бұрын
BJP mla bilak kauri nike
@utpalbora8749
@utpalbora8749 3 жыл бұрын
Kukureu nalage enenke.
@arjunnarzary119
@arjunnarzary119 3 жыл бұрын
Right
@hafizurrahmansarkar3368
@hafizurrahmansarkar3368 3 жыл бұрын
M.L.A. M.P. aibilak hobor babe discipline & punctual Namar ata course thakibo lagisil. ( minimum 2 yre)
@akhlimakhatun6100
@akhlimakhatun6100 3 жыл бұрын
Akhil Gogoi asking very important and relevant questions He's inteligent for that bjp mla dnt like him
@AmirHamza1amir.
@AmirHamza1amir. 3 жыл бұрын
Chasa ki khbr comments khub mozza lagse
@akhlimakhatun6100
@akhlimakhatun6100 3 жыл бұрын
@@AmirHamza1amir. kera jaani
@monomatiswargiary3723
@monomatiswargiary3723 3 жыл бұрын
গম পোৱা গ'ল যে অসমীয়া সংস্কৃতিৰ ধাৰক বুলি পৰিচিত বড়োসকলক কেনে ব্যৱহাৰ কৰা হয়।এটা সময়ত অসমত বড়ো ভাষা ৰাজ ভাষা আছিল আজি সেই ভাষীৰ লোকৰ অসমীয়া সমাজত কিমান সন্মাব আছে?
@chetiabhai4618
@chetiabhai4618 3 жыл бұрын
BJP hatot kunu answer nai
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
24 GHANTA WITH ATANU BHUYAN || EPISODE OF MARCH 2 PART 2
7:56
Satya - The Truth India
Рет қаралды 801 М.
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.