সমাদৰ লাভ কৰিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ ‘বিজেপিক কিয় ভোট নিদিব?’ গ্ৰন্থখনে।

  Рет қаралды 19,770

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 129
@JabbarAli-n5j
@JabbarAli-n5j 3 күн бұрын
নিতুমনি শইকীয়া দা আপোনালৈ অশেষ ধন্যবাদ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ।
@janardanbora2803
@janardanbora2803 4 күн бұрын
বিজেপি কপি থাকে আজিও নিতুমনি দা লৈ😅😅😅
@ranjitadeori6018
@ranjitadeori6018 4 күн бұрын
নিতুমনি শ ইকীয়া জিন্দাবাদ
@FatafatiCartoon
@FatafatiCartoon 4 күн бұрын
গ্ৰন্থখন সামাজিক প্ৰেক্ষাপটলৈ চাই জাতীয় জীৱনৰ স্বাৰ্থত দল মত নিৰ্বিশেষে সকলোৱে এবাৰ পঢ়া উচিত৷
@Bikashboruah-hg9rn
@Bikashboruah-hg9rn 4 күн бұрын
Nitumoni da hosai pio mur❤❤❤❤❤❤🙏🙏🙏
@ParthaFF45
@ParthaFF45 3 күн бұрын
নিতুমনিয়ে কংগ্রেছৰ ভালৰ বাবে কাম কৰে | সুন্দৰ !
@alokdutta5907
@alokdutta5907 3 күн бұрын
অতি সুন্দৰ গ্ৰন্থ,সকলোৱে নিতুমণি শইকীয়াৰ এই গ্ৰন্থখন অধ্যয়ন কৰিব লাগে । কোনো বিবেক থকা মানুহে আজিৰ তাৰিখত বিজেপিক কেতিয়াও ভোট নিদিয়ে ।
@apurbadas4151
@apurbadas4151 2 күн бұрын
😄😃😃😃😁😁😀😀
@rkvillagelife7666
@rkvillagelife7666 2 күн бұрын
Lol😂😂😂😂😂
@alokdutta5907
@alokdutta5907 2 күн бұрын
@@apurbadas4151 1500 tokiya andhbhakt 😅😅😅
@KarmajitSaikia-h4h
@KarmajitSaikia-h4h 4 күн бұрын
আমি অসমীয়াই হাজাৰ বাৰ BJPত ভোট দিম আৰু দি যাম, জাতি তথা ধৰ্মৰ কাৰণে ।
@njnath4857
@njnath4857 3 күн бұрын
জাতি আৰু ধৰ্মৰ বাবে দেশ বিক্ৰী হওঁক নে কি?
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 3 күн бұрын
Ami bjp sorkar 26 bisaru .
@SavagemodeON973
@SavagemodeON973 3 күн бұрын
বামুনৰ চাকৰ ।
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 3 күн бұрын
Ami o bisaru
@happy_feeling100
@happy_feeling100 3 күн бұрын
বিবেক থকা মানুহে বিজেপিক ভোট নিদিয়ে
@mrmajuli8736
@mrmajuli8736 3 күн бұрын
দেশৰ উন্নতি আৰু সুৰক্ষা বাবে আমি ভোট বিজেপিক দিম ।
@surajgogoi1879
@surajgogoi1879 3 күн бұрын
😅😅😅😅
@babuneelvlogs7352
@babuneelvlogs7352 2 күн бұрын
😂😂😂 klhhh
@happy_feeling100
@happy_feeling100 3 күн бұрын
Nitumoni Saikia is unbeatable ❤❤❤
@taradoi7957
@taradoi7957 4 күн бұрын
যি কম সঁচা কম ।----------------গ্ৰন্থ খন সময়োপযোগী হৈছে । কিছুমান একান্ত ভকতে চিন্তা ভাৱনা নকৰাকৈ কেৱল কয় বা লিখে বিজেপি জিন্দাবাদ । বাঃ বাঃ ভকত সকল কিযে চিন্তা ।
@MrMJ601
@MrMJ601 4 күн бұрын
হয় আমি একান্ত ভকত কাৰণ যি কৰিছে দেখি আছোঁ নহয়। কংগ্ৰেছৰ পইচা নিদিয়াকৈ কোনটো দুখীয়া লৰা ছোৱালীয়ে চাকৰি পাইছিল ।
@pallabjyotimanta6103
@pallabjyotimanta6103 4 күн бұрын
চাকৰি আৰু বেলেগ কাম নাই নেকি আৰু দেশত বেলেগ সমস্যা নাই মানে আৰু এটা কথা চাকৰি কি দুখীয়া লৰা ছোৱালীকহে দিছে নেকি।
@FatafatiCartoon
@FatafatiCartoon 4 күн бұрын
@@MrMJ601 tax আৰু মূল্যবৃদ্ধিত মই কোঙা হৈ পৰিছো৷ শিক্ষা, স্বাস্থ্যৰ অধিকাৰ হেৰাই জনসাধাৰণে ককবকাই আছে৷ অলপ ব্ৰেইনবোৰ খটুৱাওক৷ চকু মুদি হাত তালি বজাই থাকিলেই নহয়৷
@MrMJ601
@MrMJ601 4 күн бұрын
@@pallabjyotimanta6103 চাকৰিৰ উপৰিও আৰু বহুত আছে মহাশয় যি কংগ্ৰেছ দলে কেতিয়াও কৰিব নোৱাৰিলে । আৰু বাকী থাকিল সমস্যাৰ কথা মানুহৰ জীৱনত যেনেকৈ সমস্যাৰ অন্ত নাই তেনে দৰে কোনো এখন চৰকাৰে সকলো সমস্যা সমাধান কৰিব নোৱাৰে । যদি সমস্যাই নাথাকে তেন্তে মানৱ জীৱনো শেষ চৰকাৰ ৰো শেষ।
@Neuosm
@Neuosm 4 күн бұрын
We r with protidin time ❤
@MontuKerketta
@MontuKerketta 4 күн бұрын
Bjp Zindabad
@dhanjitdeka1109
@dhanjitdeka1109 4 күн бұрын
মই এখন লিখিম আমি বিজেপিক কিয় ভোট দিম..... বিজেপি জিন্দাবাদ❤❤
@jyotiprokashdutta6183
@jyotiprokashdutta6183 4 күн бұрын
BJP Zindabad.
@theoriginalnyn3613
@theoriginalnyn3613 4 күн бұрын
Andha bhakt spotted😂
@alokdutta5907
@alokdutta5907 3 күн бұрын
বিজেপি মূৰ্দাবাদ ।
@assamvillegelife4863
@assamvillegelife4863 3 күн бұрын
সাংবাদিকে এনে কিতাপ লিখা উচিত নে বিৰোধী আসনত বহাক নিতুমনি আৰু কিতাপ খন প্ৰচাৰ চলোৱা সাংবাদ মাধ্যম প্ৰতিদিন টাইম আমি মনে প্ৰাণে বিজেপিক ভাল পাওঁ গতিকে বিজেপিকে ভোট দিম
@happy_feeling100
@happy_feeling100 3 күн бұрын
বিবেক থকা মানুহে বিজেপিক ভোট নিদিয়ে
@Digantahazarika-v5h
@Digantahazarika-v5h 3 күн бұрын
বি জে পি ক কিয় ভোট নিদিৱ নামৰ কিতাপখনে বি জে পিক কিয় ভোট দিৱ লাগে সেই কথাটোহে মানুহে শিকিৱ পাৰিৱ৷
@jahirulislam4311
@jahirulislam4311 4 күн бұрын
আজিৰ তাৰিখত ৰাজনীতি দলৰ নামত গ্ৰন্থ প্ৰকাশ কৰাটো কিমান যুক্তিসঙ্গত হৈছে কোনোবাই জনাবচোন।
@hironiyokhamon3754
@hironiyokhamon3754 3 күн бұрын
@@jahirulislam4311 সুনন্দৰ পদক্ষেপ BJP লুনঠনৰ বিবক্ষে মাত মতাৰ ওপায় ।জনসাধাৰন আজি বিপদত সাধাৰন কেইটামান টকাৰ কাৰনে কাম বন এৰি BJP পালি নেতাৰ ভৰি চেলেকিবলগিয়া হৈছে । আজিৰ মহিলাক নিৰুপায় কেইটাামান টকাৰ বাবে ওলংগ হৈ বান্দৰ নাচ দিবলে বাধ্য হৈছে ।কলম কিতাপ দৈ গাখিৰ চিৰা সকলুতে GST লগাই শেষ কৰিলে ।
@বীণ-বৈৰাগী
@বীণ-বৈৰাগী 4 күн бұрын
ভোট দিমেই বিজেপিক, নিতুমণি শ‌ইকীয়াই নিজকে বহুত জ্ঞানী বুলি ভাবে।
@himanshudutta609
@himanshudutta609 4 күн бұрын
toi de goi ja amitoo nido.
@nathkushal5630
@nathkushal5630 3 күн бұрын
😂oi vai dp khn bom bom old patla version
@maheswardeka9920
@maheswardeka9920 3 күн бұрын
ভোট দিয়াৰ অধিকাৰ ভোটাৰ ৰাইজৰ । ইয়াত অন্য লোকৰ উপদেশ আবশ্যক নহয় । মই মোৰ ভোটটো কোনোবা সাংবাদিকৰ কথা মতে নিদিওঁ,। মই যিটো দলক যোগ্য বুলি ভাবো সেইটো দলক ভোট দিম । I will vote in favour of the party I feel effective. I will vote as per my own decision.
@suravispakghor4443
@suravispakghor4443 4 күн бұрын
নিতুমনি নিজে কিমান শুদ্ধ ?
@Jts1985
@Jts1985 4 күн бұрын
💯 Khudah
@gunajitsarma5579
@gunajitsarma5579 4 күн бұрын
পাব দিয়ক , এইবোৰ কিতাপ কংগ্ৰেছ বাবে লিখিছে। আমাৰ টাইম o nai aybor kitap পঢ়িবলৈ
@deepjyotiborah4708
@deepjyotiborah4708 4 күн бұрын
Bamun kai
@narayandeka5088
@narayandeka5088 4 күн бұрын
Apunar nisina third class mentality manuhe aibur ktha koi bujise. BJP congress korar agote kun2 val kun2 bya xiki louk mohakhoi, tar pist ktha kbo...
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 3 күн бұрын
Nitumoni khangbadik nhoi . Congs neta hai
@deepjyotiborah4708
@deepjyotiborah4708 3 күн бұрын
@@KhruloraPatar-yt3cf 2016 nitumania kak vote dibo buli koisil toi janu nai
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 3 күн бұрын
@@deepjyotiborah4708 bupai tomar pukor jalise jen .
@pikusaikia5953
@pikusaikia5953 4 күн бұрын
বিজেপিক ভোট দিমে।
@PabitraRajkhowa-t1y
@PabitraRajkhowa-t1y 4 күн бұрын
All BJP leader read this book
@MrinmoyDutta-x1v
@MrinmoyDutta-x1v 3 күн бұрын
হিমন্ত বিশ্ব শমা্ৰ ৰাজনীতি জীৱন শেষ হোৱাৰ পিছত মই ভাবো নিতুমণি ছাৰৰ "বিজেপিক কিয় ভোট নিদিব,, এই কিতাপখনৰ জৰিয়তে তেখেতে বহুত কথাই জানিব পাৰিব।
@RAKESHDAS-mh3zm
@RAKESHDAS-mh3zm 3 күн бұрын
ও নিতু দা আমি কিন্তু বিজেপিকে ভোট দিম , আপুনি বেয়া নাপাব 😂 ।
@kabitabhuyan545
@kabitabhuyan545 3 күн бұрын
Good
@GCbhuyan
@GCbhuyan 4 күн бұрын
BJP zindabad ❤❤❤
@kusheswarmedhi3307
@kusheswarmedhi3307 4 күн бұрын
B J P Jindabad
@dipenboro-h5h
@dipenboro-h5h 4 күн бұрын
Nitumani saikia ajan congess cormi
@Assamese-w2x
@Assamese-w2x 4 күн бұрын
BJP k bea pua mane cong supporter neki?? BJP thakile asomiya jati nathakiboge...CAA ani jatitu bondhokot thuar byabostha korisil aru ki kobo lage??Aru joniba cong supporter tat problem ki?? BJPe jodi sob news channel nijor foliya koribo pare tetiahole nitumoni saikiaku bea pai labh nai aru faltu kotha nokobo
@narayandeka5088
@narayandeka5088 4 күн бұрын
Umm BJP r against t kiba lixilei congress premi hoi gol nki ?? Thtr nisina buror Mentality ye bya akdm . BJP r Fokotiya vokot e hoi thak Lage BJP ye manuhok vikhari ye bonai ndiyok kio, axom khnke bikri Kori ndiyok kio. Kisuman bya ktha dexile sabei kbo xi lage congrese houk ba BJP ye houk ....
@debangamoran7459
@debangamoran7459 3 күн бұрын
Mokkel
@Bnb717
@Bnb717 4 күн бұрын
ব্যাপক প্ৰচাৰ হ'ব লাগে।
@rambinaymahato9085
@rambinaymahato9085 3 күн бұрын
BJP jindabad CM sir jindabad
@Neuosm
@Neuosm 4 күн бұрын
We r with Nitumoni Xaikia ❤
@jeetbaro4882
@jeetbaro4882 4 күн бұрын
বস্তুৰ দাম, টেক্স, নিবনুৱা সমস্যা, বেয়া শিক্ষা ব্যৱস্থা, অসম চৰকাৰে লোৱা ধাৰ, ১ডলাৰৰ=৮৫+টকা, লাহে লাহে নাগৰিকৰ স্বাধীনতা কমি অহা... আৰু যে কিমান কাৰণ আছে বিজেপিক ভোট নিদিবলে......
@bhargabacharja1778
@bhargabacharja1778 4 күн бұрын
বুদ্ধি জীৱিৰ প্ৰকৃত পৰিচয়। যিজনে নিজৰ বুদ্ধিক সঠিক ঠাইত খতুৱাই। তেওঁ জানে চুৰ কৰিলে বেংকতে কৰিব লাগে পাণদোকান নাইবা হাহৰ গৰালত নহয় । হাতীলৈ ফৰ্মুটি মৰা চাবলৈ ভাল।
@khirudgohain5156
@khirudgohain5156 4 күн бұрын
কিয়টো কিয় লগাই দিয়া হল ৷
@chandraborah8125
@chandraborah8125 2 күн бұрын
Nitumoni dai congrest juk dibo ati hunkale....
@putulchgayan
@putulchgayan 4 күн бұрын
লংকালৈ গলে সকলো ৰাৱণ হয় ।
@kameswardeka768
@kameswardeka768 4 күн бұрын
nitu Moni lakhimpur I nó bút bicase so What I m
@kameswardeka768
@kameswardeka768 4 күн бұрын
know
@SanjayBorahkumar
@SanjayBorahkumar 3 күн бұрын
ভোট কাক দিব লাগে ।জনাবচোন।
@Rdk922
@Rdk922 4 күн бұрын
Cogress k vote kio nidibo likhi asu😅
@NikhilRoy-he7jz
@NikhilRoy-he7jz 4 күн бұрын
Nitumani r gyan nai. Gyan naikia manuh. Nijar ghar khan agate thik kari laok. Khub sambhab bhalkoi Hindi and English bhalkoi najane ba kob noware. Sampadak hichape janib lage. Eibar BJP r vote akou badhib.😅😅😅😅
@kabitabhuyan545
@kabitabhuyan545 3 күн бұрын
Anti BJP ৰ plus point
@manojbora2244
@manojbora2244 3 күн бұрын
Bjp with the heart of ours.
@DipakNath-zh3wt
@DipakNath-zh3wt 3 күн бұрын
Pratidin time congrasy chanel
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e 3 күн бұрын
অচচথমা হত ইতি গজ
@sribhabeshsarmasribhabeshs3056
@sribhabeshsarmasribhabeshs3056 4 күн бұрын
Cong ki dal karise bj p vote dim
@Babu1750-n4d
@Babu1750-n4d 4 күн бұрын
😂😂 আৰু কি কি জে দেখিবলৈ পাম।
@hironiyokhamon3754
@hironiyokhamon3754 4 күн бұрын
মোকু ১০ খন লাগে পামনে ।
@Neuosm
@Neuosm 4 күн бұрын
Himanta Moril 😂
@bishnuramrabha4714
@bishnuramrabha4714 3 күн бұрын
Aami vote BJP, Congressok nohoi Bhaal Byaktick dim dei...Bondhu.
@YUSUFALIBEIG
@YUSUFALIBEIG 2 күн бұрын
Sinta no koribo bjp k vote dim
@dhanjitrabha5809
@dhanjitrabha5809 3 күн бұрын
বিজেপিক কিয. ভোট দিৱ খনো ওলাৱ
@itsanis3798
@itsanis3798 3 күн бұрын
Please raise your voice against the slow process of teacher recruitment in Lower Primary and Upper Primary (UP LP). It has been more than a year since the advertisement for 5500 posts was issued. A promise was also made to release a new advertisement, but nothing has happened so far
@RashmiSaikia-z7r
@RashmiSaikia-z7r 3 күн бұрын
Ooo soyong bjp r cm 2yei dekhun congressor pora jua 😂😂😂
@jayantasonowal1753
@jayantasonowal1753 3 күн бұрын
Modiji zindabad
@dumahusoroniya6691
@dumahusoroniya6691 3 күн бұрын
নিতুমণি দাদা ই কংগ্ৰেছৰ ভাল 5:10 তাকা পাৱ
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn 4 күн бұрын
Kheikhon hol I conggressar kitap . Nitumoni hol complately I conggressar dalal . Tar gat I conggressar tez aase . Tar mak deotake hol I conggress aasil . Kheikhon grantho hol I conggressar political grantha ha . Kheikhon grantha I conggressar dalal bilake pohibo . Bhal manuhei napohe .
@Jts1985
@Jts1985 4 күн бұрын
Nitomoni dai bugi pai se ❤
@Madhurya1985
@Madhurya1985 2 күн бұрын
বিজেপিৰ ১০০% সিদ্ধান্ত শুদ্ধ বা ভাল বুলি নকওঁ। কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতি চাই বিজেপিতকৈ ভাল বিকল্প বৰ্তমান আমাৰ হাতত নাই। গতিকে ২০২৯ লৈকে ভক্ত হৈ থাকিম ভাবিছোঁ।
@Indian23537
@Indian23537 3 күн бұрын
Odorkari, self-directed akhon kitap. Nitumoni Saikia r pora anedhoronor likha unexpected. Mur bhab hoi akhet congress r pora rajyasobhar candidate hobo.
@kanakrabha3239
@kanakrabha3239 4 күн бұрын
kak দিব লাগে অহা বছৰ লিখি উলিয়াব আৰু কংগ্ৰেছ দলক মই এনেও ভোট nedu 😂😂😂
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 3 күн бұрын
Nitumoni khangbadik nhoi . Congs neta hoi .
@bhaskardas8283
@bhaskardas8283 4 күн бұрын
BJP r bahire ki option ase India t aru assam t, vote dibole
@narayandeka5088
@narayandeka5088 4 күн бұрын
Umm toi axmt party bisariye nupua Holi noh. Toi sage pahari goli aji BJP t thoka main kijon ekhomoyot je congress te asil. Atiya BJP t ahi Padum fulor tupi pindhi ase 😂😂
@sribhabeshsarmasribhabeshs3056
@sribhabeshsarmasribhabeshs3056 4 күн бұрын
Akdom right bj p vote dim
@bhaskardas8283
@bhaskardas8283 3 күн бұрын
@@narayandeka5088 moi kak vote dim xeito koble toi kon,eman bosre baki keita ki korile
@narayandeka5088
@narayandeka5088 3 күн бұрын
@bhaskardas8283 ni vai moitu kbole kunu nhoi, kin2 toi option r ktha koli je xeikrne kolu, baki tur ktha kak vote diyo ndiyo tur matter
@bhaskardas8283
@bhaskardas8283 3 күн бұрын
@@narayandeka5088 good boy,Buji paiso toi 😂
@arunnarzary5955
@arunnarzary5955 3 күн бұрын
Congressor aason xatang.
@dumahusoroniya6691
@dumahusoroniya6691 3 күн бұрын
কংগ্ৰেছৰ এই খন গ্ৰন্থ ৰচনা কৰিৱ 😅
@keshabdawka4613
@keshabdawka4613 4 күн бұрын
faltu book,faltu writer
@alokdutta5907
@alokdutta5907 3 күн бұрын
১৫০০ টকীয়া বিজেপিৰ অনভক্ত ।
@JyotirupaHaloi
@JyotirupaHaloi 4 күн бұрын
Ami bjpk a vote dim,,,
@panchanath4137
@panchanath4137 3 күн бұрын
Bjp jindabad tha hain aur rahega jiman tetu fali koli o kam nai
@BabulKakati-gv5fm
@BabulKakati-gv5fm 3 күн бұрын
Ai nutumoni nonsense
@junD-r4u
@junD-r4u 4 күн бұрын
আজিৰ দিনত নিতুমণিৰ কথা আৰু বালিত মুতা একে কথা। 😅😅😅
@rkvillagelife7666
@rkvillagelife7666 2 күн бұрын
Ki pagol ne writter be partyk vote ndbo mane, bjpr candidate jon judi val hoi an dol burotke tetia😂😂😂😂
@dipankarkhargharia9952
@dipankarkhargharia9952 4 күн бұрын
U S T M বিপিনি খন কোনে উথালে কাৰ ফোন আহিল
@ripankordutta8254
@ripankordutta8254 4 күн бұрын
BJP thakile jiyai thoka tan ase
@bishnuprasadbarman7197
@bishnuprasadbarman7197 4 күн бұрын
Mosto bepari manuh.... Eman hahaje.sini.pale.to kathai nasil....
@rajkamalsonowal4585
@rajkamalsonowal4585 4 күн бұрын
BJP kio vote dib nalage ketomoni ye he jane. Kintu aami congress k kio vote dib nalage tar bohut karon janu.
@pallabjyotimanta6103
@pallabjyotimanta6103 4 күн бұрын
আমিও জানো বিজেপিয়ে দেশত কিমান তেজ চুহি চুহি খাই আছে। কি কম ওপৰৰ পৰা তললৈ কতো বাকি নাই মানে সকলোতে লাগেই।
@niponkalita9058
@niponkalita9058 3 күн бұрын
Apuni kitap likhi thakok..aru eipine lora sualie job loi loi vote d jab..mukhkr kothat vote dia nidia decide nhoi..kam krok nitumoni da..
@nirensaikia7017
@nirensaikia7017 4 күн бұрын
Can you resolve this issue of Assamese language and culture under the banner nationalist party Congress ?.
@apurbadas4151
@apurbadas4151 2 күн бұрын
Bjp ভোট নিদি কাক দিব লাগিব???
@apurbadas4151
@apurbadas4151 2 күн бұрын
😁😀😀😁😁😃😄😄
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН