BIHOGI KOBITA || ZUBEEN GARG || GARIMA SAIKIA GARG || NILOTPAL BORA || ZUBEEN GARG MUSIC

  Рет қаралды 351,741

Zubeen Garg Music

Zubeen Garg Music

Жыл бұрын

Bihogi Kobita is a sweet romantic melody composed by the maestro Zubeen Garg and written by his more than better half, Garima Saikia Garg. No matter how hectic life becomes, love finds its own way to keep the partners warm and green. This is simply a song for and about everyone who truly believes - love never fades away, it grows, it evolves.
SINGER : Zubeen Garg
COMPOSER: Zubeen Garg
LYRICS : Garima Saikia Garg.
MUSIC PRODUCTION: Nilotpal Bora
MIXED & MASTERED BY : Diganta Bordoloi
DIRECTED BY: Rahul Gautam
DIRECTOR OF PHOTOGRAPHY: Uttam Kalita, Nagen Baishya
EDITING & VISUAL PROMOTION: Bitoapn Kashyap
CAST: Hemanta Dev Nath, Rimpi Das
ADDITIONAL CAST: Chakrapani Parasar, Ranjan Talukdar, Tulika Talukdar
D.I.: Rajesh Yadav
PRODUCTION DESIGN: Rhitu Prayag Garg (Mon)
MAKE UP : Jonali Baruah, Bhaskarjyoti Dutta
LINE PRODUCER : Manoj Kr Mishra.
SPECIAL THANKS: Dhiraj Deka, Bijiyeta Patgiri,
----------------------------------------------------------------
🔔TURN ON THE BELL ICON on the channel for new alerts! 🔔
Subscribe for more such videos:
KZbin: / @zubeengargmusic4594
Follow ZubeenGargMusic on:
Instagram: / zubeengargmusic
Facebook: / zubeengargmusicofficial
Twitter: / zubeengargmusic

Пікірлер: 937
@Nilabh.Baruah
@Nilabh.Baruah Жыл бұрын
জুবিন দা আপুনি সচাকৈ অদ্বিতীয় 💙 উফ কি যে সুৰ কি কন্ঠ..... Salute Boss 💙😍 JOI ZUBEEN DAA💙
@BiswajyotiDIY
@BiswajyotiDIY Жыл бұрын
এবাৰ জুবিন দাৰ গান শুনি দিয়াৰ পিছত আৰু বেলেগৰ গান শুনিবলৈ মন নোযোৱা হৈ যায় । 😊
@santanudiary4928
@santanudiary4928 Жыл бұрын
ইয়াকৈ ধুনীয়া আৰু কোনেৱে গাৱ নোৱাৰে জুবিন দা তুমি মানৱ ৰূপি ভগৱান ❤️❤️❤️
@Mithu_das.
@Mithu_das. Жыл бұрын
জুবিন মান আবেগ ❤ জুবিন মানে অসমীয়া সংগীতৰ ৰজা ❤ জুবিন দা সদায় আমাৰ বাবে ভগৱান
@runjun818
@runjun818 Жыл бұрын
মিঠা মৰম লগা গান ❤ Dhuniya direction Rahul gautam sharma💐
@hirakjyotiburagohain4307
@hirakjyotiburagohain4307 Жыл бұрын
কন্ঠ কিন্ত্ত মানিব লাগিব...এতিয়াও সেই ৯০ দশকৰ 💚💚
@niranjandeka1303
@niranjandeka1303 Жыл бұрын
হৃদয় কপোৱা এটি সুৰৰ নামেই জুবিন দা🥰🥰
@GJK550
@GJK550 Жыл бұрын
No bollywood no hollywood only Zubeen daa ❤💯
@dailytargetswithme
@dailytargetswithme Жыл бұрын
Eman abeg eman abeg kewal Zubin dadai hey dhalibo pare.... Nijok bisari pau....
@nkzgofficial..5311
@nkzgofficial..5311 Жыл бұрын
কি যাদুকৰি কন্ঠ উফ । 😍😍 দাদা আপোনাৰ .. প্ৰতিটো গানৰ একো একোটাকৈ । শব্দই দেহৰ শিৰে শিৰে গৈ .. হৃদয়ৰ প্ৰতিটো কোণত চুই যায় গৈ । 🤘😌 আপুনি এই মহান । 🙃🙂 আপুনি এই আমাৰ বাবে ভগৱান । 🙏😌 ʟᴏᴠᴇ ʏᴏᴜ জুবিন দা । 🤘😘✨🥀🥰🥰 ..
@uditnath289
@uditnath289 Жыл бұрын
কি এই মিঠা সুভাষ সকলো ফালে কেৱল আপোনাৰ চাওনী জুবিন দা ❤ আত্মাৰ প্ৰীতি মূলক কণ্ঠ 🥺🔥❤️
@Gyandeep.9
@Gyandeep.9 Жыл бұрын
পত্নীৰ কলমেৰে নিগৰা শব্দত স্বামী হিচাপে জুবিন গাৰ্গে প্ৰাণ ঢালি কণ্ঠদান কৰিছে! বৰ ধুনীয়া উপস্থাপন! 💖
@bhaskarkonwar5491
@bhaskarkonwar5491 Жыл бұрын
Aponar comment to bhal lagil
@lifeforzg3225
@lifeforzg3225 Жыл бұрын
Line. . .🙂
@Varioustopics2024
@Varioustopics2024 Жыл бұрын
आपकी टिप्पणी बहुत अधिक संतुष्ट है❤🎉😊
@MdM0fasal-kr6pi
@MdM0fasal-kr6pi Жыл бұрын
@@bhaskarkonwar5491 jk
@Factshort284
@Factshort284 Жыл бұрын
Apunar comment tu val lagile dai ❤
@trishnamonikalita5808
@trishnamonikalita5808 Жыл бұрын
কি যে ধুনীয়া❤ কিবা বেলেগ শান্তিৰ অনুভূতি❤ এই সৃষ্টিশীলতা অটুট থাকক❤
@khruptang5465
@khruptang5465 Жыл бұрын
মই আজি বহুত বহুত গৌৰাম্বিত মে প্ৰাকৃতিক ভাবে সৃষ্ট সোনত সুৱগাচৰা সুৰৰ অধিকাৰী Zubeen Dar অসমত জন্ম হলো❤
@zgcreation2667
@zgcreation2667 Жыл бұрын
একেবাৰে মনৰ কথা কৈ দিলা❤️
@brajendas5761
@brajendas5761 7 ай бұрын
​@@zgcreation26679iopppoployu
@chandanmajumdar3013
@chandanmajumdar3013 Жыл бұрын
শব্দবোৰে হৃদয়ত ঢৌ খেলি গ'ল।❤
@bhashyajyoti7894
@bhashyajyoti7894 Жыл бұрын
কি কম অতুলনীয় সেই কণ্ঠ , শুৰ, মাত ❤️! জুবিন দাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় 😍! Love You জুবিন দা! তোমাৰ দীৰ্ঘ আয়ো কামনা কৰিলোঁ ....🤗❤️🌸
@manassarma2854
@manassarma2854 Жыл бұрын
সুৰ নে শুৰ? শুৰ মানে হাতীৰ শুৰ ৷
@hiro408
@hiro408 Жыл бұрын
সঁচাকৈয়ে গানৰ ভগৱান জুবিন ❤️। ভগৱানে সদায় ভালে ৰাখক ধ্ৰুৱতৰাটিক।
@rajbangshizn7
@rajbangshizn7 Жыл бұрын
Sila is back ! Probably "Tumar nilim kothar dore" is coming 😊
@vjijfx2437
@vjijfx2437 Жыл бұрын
Tumar nilik kothar dore is beautiful one 😍
@rajbangshizn7
@rajbangshizn7 Жыл бұрын
​@@vjijfx2437 দাদাই লাইভ গাই দিওঁতেই বহুত ভাল লাগিছিল ৷ মুক্তি পোৱালৈ বাট চাই আছো !
@rajbangshizn7
@rajbangshizn7 Жыл бұрын
মোৰ যিমান দূৰ মনত আছে “তোমাৰ নীলিম কথাৰ দৰে“ৰ ভিডিঅ’ দীপালী বৰঠাকুৰৰ প্ৰেম কাহিনীটি উপস্থাপন কৰিব ❤
@mandeepmusical
@mandeepmusical Жыл бұрын
Yessss.... 😍 waiting for that, such a masterpiece.🤗
@Peak_power_01
@Peak_power_01 Жыл бұрын
Dhuniya zubeen da😌❤️❤️
@apurbasaikia9758
@apurbasaikia9758 Жыл бұрын
অতি সুন্দৰ হৈছে জুবিন দা💕💞💕💞
@user-jn4kf1cc7z
@user-jn4kf1cc7z Жыл бұрын
Very nice song dada ❤❤❤❤bht dhuniya lagil dada . that's my zg love you dada❤❤❤
@mishongao8383
@mishongao8383 Жыл бұрын
জুবিন দা আপোনাৰ গীতত হৃদয়ৰ সুৰ বিচাৰি পাওঁ প্ৰতিটো সময়ত। জুবিন দা সদায় ভালে থাকক। আই লাভ জুবিন দা❤️❤️
@pallbarman9979
@pallbarman9979 Жыл бұрын
মই গৌৰৱ কৰোঁ আপোনাৰ দৰে ,,, মহান ব্যক্তি ক মই দেখিছোঁ বা আপোনাৰ দৰে মহান শিল্পী এজনক মই দেখিছোঁ,,,,next generation ক কব পাৰিম ,,,,,,, এইজনে আমাৰ মানৱ ৰূপী ভগবান ,, জুবিন দা আছিল,,,,,,কি ৰসাল সুৰ এয়া কবলৈ কোনো ভাষা নাই,,,jai zubeen da 🔥🥰🥰
@BBaruah-wy8hw
@BBaruah-wy8hw Жыл бұрын
Uffff Hridoyor pora nigori pora uka kagoj ot apunar protitu likhoni.. hatz off GARIMA BOU..
@bidyutjyotithakuria9044
@bidyutjyotithakuria9044 Жыл бұрын
Beautifully penned by Garima Saikia Garg and zubeen Daa has nailed it♥️
@rag_production24
@rag_production24 Жыл бұрын
জয় জুবিন দা ❤❤🎉
@mainabora9183
@mainabora9183 Жыл бұрын
উফ্ কি যে কণ্ঠ❤❤ যেন ২০ বছৰীয়া ল'ৰাৰ হে কণ্ঠ
@bombeezop7622
@bombeezop7622 Жыл бұрын
Hoi kintu ktha to
@colouryourheart8546
@colouryourheart8546 Жыл бұрын
Hei xt
@ms.Rao7539
@ms.Rao7539 Жыл бұрын
জীৱনে মানেই জুবিন তেওঁৰ কন্ঠ অতুলনীয় তেওঁ আনতকৈ পৃথক তেওঁ মানৱ ৰূপী ভগৱান তেওঁৰ কন্ঠত আছে এসাগৰ মৰম ভালপোৱা ভালে থাকক সদায় গানৰ ভগৱান জন😌❤️
@dipjyotibora2705
@dipjyotibora2705 Жыл бұрын
বৌ য়ে লিখিছে, দাদাই গাইছে, সংগীতৰে সজোৱা নিলোৎপল বৰা লৈ অফুৰন্ত মৰম আৰু শুভকামনা৷ অলপ বেছিকৈ মৰম আৰু শুভকামনা ৰাহুল গৌতম লৈ৷ videography টৌত প্ৰতিকী ভাৱে জুবিন দাৰ ব্যস্ততা আৰু গৰিমা বৌৰ অপেক্ষাৰত মৌন সময় ৰাহুলে সুন্দৰ কৈ প্ৰকাশ কৰিছে যেন লাগিল মোৰ৷ ধন্যবাদ গোটেই team টোলৈ৷
@GB94......
@GB94...... Жыл бұрын
❤❤❤❤❤❤
@DipankorBora-qo5xv
@DipankorBora-qo5xv 4 ай бұрын
সচাঁকৈ বৰ ধুনীয়া লিখিছে আপুনি মোৰ মনৰ অনুভৱ ❤️
@kapilsonowal6289
@kapilsonowal6289 Жыл бұрын
Ufff lyrics ❤
@nishi5338
@nishi5338 Жыл бұрын
Garima bou is extraordinarily talented
@coversongsmazikmaniadipank9952
@coversongsmazikmaniadipank9952 Жыл бұрын
Xundar. Hridoi sui juwa gaan. Video r concept tuyu bohut bhal lagile.
@simantadas2391
@simantadas2391 Жыл бұрын
Bhut bhut dhuniya hoise dada.....its awesome❤❤❤❤
@assamesepoem7953
@assamesepoem7953 Жыл бұрын
Ufff❤❤ আকৌ এটা পাহৰিব নোৱাৰা উপহাৰ আমাৰ বাবে Thank You So much zubeen দা
@GJK550
@GJK550 Жыл бұрын
Zubeen Daa is not just a Names, it's emotion for millions of people across the world🌍🌏❤❤
@Ig_SimantaYT
@Ig_SimantaYT Жыл бұрын
Oh bhai
@user-ux8qr5he4k
@user-ux8qr5he4k Жыл бұрын
Across the world tu bade dia Across the india o nhy only across the assam and kolkata
@MritynjayKashyap
@MritynjayKashyap Жыл бұрын
​@@user-ux8qr5he4k because stupid north indian's don't know to appreciate talent... They like singers like Tony kakkar,Neha Kakkar, Badshah, MC stan
@minutpal3025
@minutpal3025 Жыл бұрын
Across Assam holeu bohut ...imn dangor dangor nepelaba .....Joi AAI Axom
@pomhae
@pomhae Жыл бұрын
Assam**
@dhanmonidas4704
@dhanmonidas4704 Жыл бұрын
উ্ফ,কি কন্ঠ নিগৰাইছে, জুবিন দা OMG ,গৰিমা বৌ মানিছো আৰু These are the best lyrics, as many songs have been written by yourself .WOW ❤❤
@kalyanchangmaicreation4205
@kalyanchangmaicreation4205 Жыл бұрын
Dhuniya hoise zubeen da❤❤🔥🔥❤❤
@nikumanibaishya9917
@nikumanibaishya9917 Жыл бұрын
ইমান সুন্দৰ গীত❤❤❤ ভাষাৰ অভাৱ বুজাবলৈ🥰🥰🥰😍
@pranjittalukdar3169
@pranjittalukdar3169 Жыл бұрын
Its Zubin & Garima's song ❤ Music composition of zubin garg always perfect ♥️
@bishnuprotim1245
@bishnuprotim1245 Жыл бұрын
মোৰ বুকুত এপাহ ৰঙা গোলাপ ফুল আছে খেই গোলাপ ফুলপাহ জুবিন দা ❤️🥀 Love you Zubeen Daa ❤️
@mrinmoykakati9392
@mrinmoykakati9392 Жыл бұрын
ভাষাহীন কথা সুৰ আৰু কন্ঠ..❤ সচাকৈ একদম জুই 🔥
@chinmoykalita8367
@chinmoykalita8367 Жыл бұрын
❤❤❤❤zubeen da জয় , God bless you zubeen da ❤❤❤জয় আই অসম
@kapilsekhar7338
@kapilsekhar7338 7 ай бұрын
Garima garge nijok loi likhise eitu gaan..... Bohut emotional kori dise gaan tue.... Zubeen d god
@malotidas196
@malotidas196 Жыл бұрын
আপোনাৰ সুৰৰ যাদুই বুকু কপাই যায়।। আৰু নো কি কম অশান্ত মন শান্ত কৰি পেলাই।
@GJK550
@GJK550 Жыл бұрын
On behalf of all Zubeen Daa fans in the world we wish this song great success ❤💯
@papudas2137
@papudas2137 Жыл бұрын
The king of voice..our love, emotions..is called...ZG... LOVE YOU..DADA..💓💓💓💜
@hellonamasteindia7621
@hellonamasteindia7621 Ай бұрын
Brahmaputra of Assam, Zubeen Garg, God Gifted man with Golden Heart. We are the most lucky generation. Stay blessed, you and Gorima Bou.
@sangitrabha3374
@sangitrabha3374 Жыл бұрын
Nice Sharing song Zubeen da Love ♥️👌👌
@bidyutrabha3555
@bidyutrabha3555 Жыл бұрын
উফ কি যে কন্ঠ❤ যেন ১০-১২ বছৰ আগৰ গান❤Joi Zubeen Da❤❤
@Funn_with_NH
@Funn_with_NH Жыл бұрын
Awesome👍
@ANKUR_AS_SAHA
@ANKUR_AS_SAHA Жыл бұрын
শব্দত সাগৰ নিগৰাইছে লিখনিত আঙুলি কপিছিল চাগে তাৰ কাৰণে বিহগীৰ কবিতাত বহুন্ধৰা জনিয়ে উমলি উঠিছে ❤
@arupbaruah5347
@arupbaruah5347 Жыл бұрын
Hunile huni thakibo pari ekhazar bar zubeen da’r mohur maat❤
@Varioustopics2024
@Varioustopics2024 Жыл бұрын
Oh My Zubeen Dada😘😘😘I awaited for the song of Sila album😊😊😊🎉🎉🎉
@ridipraj25
@ridipraj25 Жыл бұрын
Waaah🖤🖤🖤 Zubeen Daa 😍😍😍 Akdom masterpiece🔥🔥🔥🔥 Garima Bow Lyrics😍😍😍
@parthapratim99
@parthapratim99 Жыл бұрын
Nijor family r piste karubak jdi bohut besi val pao...xeijonei Apuni Zubeen da❤️❤️
@tazimtube8363
@tazimtube8363 Жыл бұрын
কি সুৰ। Wah wah.. জুবিন দাৰ দৰে আৰু নাই কোনো।
@PoragKalita21
@PoragKalita21 Жыл бұрын
বৰষুণৰ বতৰ আজি গোটেই জুবিনময় পৰিৱেশ ❤️😌
@utpalsarma1697
@utpalsarma1697 Жыл бұрын
❤অতি সুন্দৰ। অতুলনীয় অৱদান অসমবাসীৰ বাবে আমাৰ জুবিনৰ।
@praptichetia1656
@praptichetia1656 Жыл бұрын
Uff Zubeen da ❤️ আপোনাৰ কণ্ঠই আৰু বেছি মুগ্ধ কৰি পেলাইছে ।
@user-rj1ns7rn6o
@user-rj1ns7rn6o 2 ай бұрын
Xobdor xomahar Zubeen dar kontho ki apurba shristy ☀️☀️☀️
@learnwithdipu3757
@learnwithdipu3757 Жыл бұрын
When I think of writing for this man and his uncomparable creation I always run out of words. I cn only say he is next to God .
@dibya209
@dibya209 Жыл бұрын
To have such a voice even at this age, one needs the blessings of God and people... That's why Zubeen Garg voice is called God gifted.. ❤💕💞❤
@bhagyashreechetia8583
@bhagyashreechetia8583 Жыл бұрын
Bahut vl lagil huni
@gyandipdutta9275
@gyandipdutta9275 Жыл бұрын
উফ...দিনটোৰ ভাগৰ খিনি কৰবাতে পলাল.. Yes..love never fades away, it grows , it evolves❤
@bishnugogoi4520
@bishnugogoi4520 Жыл бұрын
This is called Raw Music from none the other but Zubeen Garg. ❤🙏🏻
@factassamesesarma9803
@factassamesesarma9803 Жыл бұрын
Jen Bahir a xur. Love u Zubeen daa ❤️
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
সঁচাকৈ এক সুন্দৰ , মধুৰ , মিঠা গান এটি লিখিছে আমাৰ গৰিমা বৌয়ে । দাদাই ও এক অভূতপূৰ্ব সহাৰি দিছে ।
@dhruvajyotidebnath-goalp-jb2oj
@dhruvajyotidebnath-goalp-jb2oj Жыл бұрын
Great to see Hemanta Debnath da sucess, aru aguyai jauk dada, wishes thakil
@parthaprotimsaikia4000
@parthaprotimsaikia4000 Жыл бұрын
জুবিন দা সংগীত জগতৰ ভগৱান❤️😍😘
@borokhadasmusical7471
@borokhadasmusical7471 Жыл бұрын
খুবেই ধুনীয়া কবিতা কবিতা লগা এটি গীত ❤❤🤍🤍 দাদা🙏🙏
@prakashnirola9779
@prakashnirola9779 Жыл бұрын
A peaceful voice ❤️where I lost all my tiredness 🥺❤️❤️❤️❤️
@wemakeyousparkle775
@wemakeyousparkle775 Жыл бұрын
কি যে মন পৰশা গীত আৰু কথা..হিয়া শাত পৰি যায় এনে গীত শুনি
@lifeforzg3225
@lifeforzg3225 Жыл бұрын
সঁচাই বহুত ধুনীয়া জুবিন দাৰ কণ্ঠৰ বিষয়ে নতুন কৈ নকওঁ, আৰু কথাবোৰ ইমান ধুনীয়া কৈ সজাই তোলাৰ বাবে ধন্যবাদ বৌ (garima.s.garg) 🙏🏼 জুবিন দা 🌍
@bitupandoley6436
@bitupandoley6436 Жыл бұрын
King always 🔥❣️🔥❣️
@roushanalaman1790
@roushanalaman1790 Жыл бұрын
জুবিন দা তুমি সংগীতৰ দেৱতা❤🕊️ দাদাৰ গান শুনি ভালপোৱা পাব্লিক attendence plz👍😁
@bhojanrajbangshi7416
@bhojanrajbangshi7416 11 күн бұрын
Àààaæa😊a😊😊😊a😊a😊😊a😊à😊àaàaaaàaàa😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊1😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@manalishadas2421
@manalishadas2421 Жыл бұрын
Forever ZG lover ❤ no one can ever replace you ❤❤ you're king of Assam you're Legend 🙏❤❤❤❤ lots of love dada❤❤❤❤❤😘😘😘😘😘❤❤❤❤
@Pallabkcreation
@Pallabkcreation Жыл бұрын
Eman dhuniya লিখিছে Bow a aru Zubeen Daa r কণ্ঠত শুনি বহুত ভাল লাগিছে ইমান ধুনীয়া ❤❤❤ ekdom 🔥 বিহগী কবিতা ❤ SILA ALBUM OR 6 NUMBER GAAN TU MANE SILA IS BACK❤❤❤
@bishalsarma9224
@bishalsarma9224 Жыл бұрын
Xunile xuni thakibo mon jai Zubeen da💞❤️❣️. Tumi ananyo Zubeen da 💞❤️❤️
@alakeshsvlog
@alakeshsvlog Жыл бұрын
বাহ কি যে কন্ঠ ❤️ জয় জুবিন দা 👍🏾🙏🏿
@rishikeshboro1927
@rishikeshboro1927 Жыл бұрын
Thank you Zubeen da for this wonderful gift.. Lots of love 💕❤️😍
@anantaborgohain5565
@anantaborgohain5565 Жыл бұрын
Uffff ki lyric 💔 Iman sweet voice 😍😍😍💚💔 pran Dali gaise Zubeendai 💚
@DeepjyotiKalita-vp2fh
@DeepjyotiKalita-vp2fh Жыл бұрын
এসাগৰ মৰম মৰমৰ জুবিন দালৈ🥰Love you Dada❣️
@kuldipbaishyamusiczg4477
@kuldipbaishyamusiczg4477 Жыл бұрын
Zubeennn is not just a name its emotion for billion of people Zubeenn daaa main joy zubeen da
@zubeenpremik613
@zubeenpremik613 Жыл бұрын
No bollywood na holiwood only zubeen garg ❤️❤️❤️
@prosank.h.5152
@prosank.h.5152 Жыл бұрын
Dhuniya ganere mnt hantana anile ❤️Adin log pam Zubeen Da ☺️💝
@tekintoke5895
@tekintoke5895 Жыл бұрын
হীৰা হৈ জন্ম লৈছা সদায় এনেকৈয়ে জিলিকি থকা দাদা III বহুত বহুত বহুত বেছি ভাল পাওঁ আপোনাক ।।।সদায় এনেকৈ জীয়াই থাকিবা আমাৰ মাজত lov u forever 😢❤
@nilutpalborah9861
@nilutpalborah9861 Жыл бұрын
Abstract lyrics along with a celestial composition
@RahuliNoon-ng9nc
@RahuliNoon-ng9nc Жыл бұрын
JOY ZUBEEN DAA❤❤❤ DADA TUMAR KONTHO XUR KOTHA NU KI KOM 🤗🤗 Juii.....! KUNE KUNE GAAN TU XUNI XUNI COMMENT BILAK PORHI ASA? ATA LIKE DIYA DADAR BABE❤❤❤❤❤
@tapan655
@tapan655 Жыл бұрын
Zubeen da aponak bahut val pao 🥰🥰😘🌍 Xsakoi aponi amak iman dhuniya dhuniya ganor upohar diye xsakoi aponi legend, God ....agoloi jate enekoi amak val lga ganor upohar di thake 🥰🥰🥰 Love you ZUBEEN da 🌍🌍🌍 Joi ai Assam 😍 Joi ZUBEEN da 💪💪
@papuahmed2023
@papuahmed2023 Жыл бұрын
Ufff dadar voice ❤️🔥
@livvyn8628
@livvyn8628 Жыл бұрын
The lyrics and his voice ♥️
@milannath1507
@milannath1507 Жыл бұрын
মোৰ জীৱনৰ আন এক অনুভূতি নাম জুবিন গাগ' 💞🌍
@hemantakakati1059
@hemantakakati1059 Жыл бұрын
বৌয়ে লিখা শব্দ আৰু আপোনাৰ কন্ঠ,কি কম ? কবলে ভাষা নাই। ধুনীয়া দাদা ধুনীয়া ❤❤❤
@anubrahma2234
@anubrahma2234 Жыл бұрын
This creation is a unique combination of husband and wife's love. I would like to suggest the young generation to learn a lesson from it. Love you Zubeen daa and Garima bou!
@zubeengargjukebox
@zubeengargjukebox Жыл бұрын
Wow 😍 বৌৰ lyrics দাদাৰ কণ্ঠ উফ্ কি কম ভাষা নাই কবলৈ❤ জয় জুবিন দা🎉
@hronron9
@hronron9 Жыл бұрын
Ba excellent kotha, Zubin da apuni unbelievable..😘😘😘😘
@kaushikzggoldie9688
@kaushikzggoldie9688 Жыл бұрын
Bohut dhuniya Zubeen Daa Garima Bou❤❤❤
@Prantik.Gogoi-_
@Prantik.Gogoi-_ Жыл бұрын
Love you Zubeen Da 🥺❣️
@siddharthkakati1901
@siddharthkakati1901 Жыл бұрын
The voice even at the age of 50 💕
@honorgodlivetv4170
@honorgodlivetv4170 Жыл бұрын
Bohut dhunya kobole vakhai nai full hard torching ❤❤❤❤
Cat Corn?! 🙀 #cat #cute #catlover
00:54
Stocat
Рет қаралды 15 МЛН
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 52 МЛН
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 115 МЛН
Boroxun | Audio Jukebox | Zubeen Garg | NK Production
41:53
RDC Assamese Official
Рет қаралды 612 М.
Cat Corn?! 🙀 #cat #cute #catlover
00:54
Stocat
Рет қаралды 15 МЛН