‘বিজেপিক কিয় ভোট নিদিব?’গ্ৰন্থখন ক্ৰয় কৰি সংবাদ মাধ্যমৰ আগত কি ক'লে ভূপেন বৰাই?

  Рет қаралды 12,261

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 54
@tultulbora8932
@tultulbora8932 2 күн бұрын
সুন্দৰ বাৰ্তা
@mohankumarsingh1040
@mohankumarsingh1040 2 күн бұрын
তাৰ মাজত মইও এজন। ২০০৬ পৰা ২০২১ লৈকে মইও বিজেপিকে ভোট দিছিলো । কিন্ত এতিয়া আৰু.......
@MrinalDas-o4g
@MrinalDas-o4g 2 күн бұрын
Miya partik dim bangla dechi rakhak aagdalu kati la
@dipakborah7799
@dipakborah7799 2 күн бұрын
Nitumini njr wifk sawk,kio devoce dibo loga hoixa
@Kanishkadaimary-j5f
@Kanishkadaimary-j5f 2 күн бұрын
বিজেপিক ভোট নিদি কাক দিম , মই ভোটেই নিদিম তথাপিও তহতক ভোট নিদিও।
@tapanjitdeka800
@tapanjitdeka800 2 күн бұрын
একো কাম নহব কংগ্ৰেছৰ, BJP আকৌ আহিব❤❤❤
@bishalsarma5306
@bishalsarma5306 2 күн бұрын
নিতুমনি এটিয় কংগ্ৰেছ ৰ মানুহ ,, টিকট পাব আৰু লাহে লাহে,,
@RantuRajkhowa-o3d
@RantuRajkhowa-o3d 2 күн бұрын
জয়ন্ত বৰুৱাৰ কথা মতে অসমৰ মানুহ নচলে জয়ন্ত বৰুৱাক ছিনি পোৱা মানুহ আছে কেইতা নিজে নিজৰ সম্মান হেৰুৱাব বিছাৰিছে
@khirudgohain5156
@khirudgohain5156 2 күн бұрын
কোনোবাই যদি কয়,“মই bjpক ভোট নিদিও”৷তেতিয়া তেওঁ কয় bjpক কিয় ভোট নিদিব?মানে দিব লাগিব৷
@prabinmallabaruah8845
@prabinmallabaruah8845 2 күн бұрын
অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ দৰে অসমৰ মানুহ ৰাজনৈতিক ভাৱে সচেতন নহয় । সহজ সৰল হোৱা বাবে অসমৰ মানুহক সহজতে ঠগিব পাৰি। ৰাজনৈতিক নেতাৰ লমফ- জমফ আৰু প্ৰলোভনত ভোল গৈ ভোট অযোগ্য আৰু দুৰ্নীতি পৰায়ণ লোককে দিয়ে আৰু পাঁচ বছৰ হা- হুমুনিয়াহ কাঢ়ি দিন কটায় ।
@dwipenhuzuri2764
@dwipenhuzuri2764 2 күн бұрын
Kitabkhan porhile hol!! Vote Kone kak diye xeitu nijaswa katha but nijor bibekok xudhile nijei janibo kak vote dibo
@debennath5281
@debennath5281 2 күн бұрын
Bjp jindabad Jay Shri Ram ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@parthaprotimdas3884
@parthaprotimdas3884 2 күн бұрын
নদী বান্ধ কোনে বনাইছিল
@itsanis3798
@itsanis3798 2 күн бұрын
Please raise your voice against the slow process of teacher recruitment in Lower Primary and Upper Primary (UP LP). It has been more than a year since the advertisement for 5500 posts was issued. A promise was also made to release a new advertisement, but nothing has happened so far.
@Eve-d2e
@Eve-d2e 2 күн бұрын
গ্ৰন্থ খনক লৈ হৈ-চৈ কৰিব লগা কিটো আছে? এনে ধৰণৰ গ্ৰন্থ সকলোৱে প্ৰণয়ণ কৰিব পাৰে। কিন্তু নকৰে। এতিয়াৰ পৰা কৰিব। ভাল কথা বা ভাল কামবোৰ যিদৰে সংক্ৰামক,বেয়া কথা বা কামবোৰো তেনে সংক্ৰামক। এই বীজ সংক্ৰমণ হ'লেই। বিজেপি, আঞ্চলিক দলবোৰেও লিখিব কিতাপ। বিজেপিয়ে কংগ্ৰেছৰ 60 বছৰীয়া দুৰ্নীতি, ভ্ৰষ্টাচাৰ, প্ৰতাৰণা, পৰোচনাৰ তথ্য উদঙাই লিখিব কিতাপ। তেতিয়া কিন্তু আগে শাসনলৈ নহা দল কেইতাহে লাভৱান হ'ব।
@ParthaFF45
@ParthaFF45 2 күн бұрын
তহতৰ কালেশ্বৰ হত উন্নয়নৰ কথা মূখত নাই কেবল ভগবান BJP নাম |
@Ramenstudy
@Ramenstudy 2 күн бұрын
মই এখন লিখিম কংগ্ৰেছ ক কিয় লাট মাৰিব লাগে
@বীণ-বৈৰাগী
@বীণ-বৈৰাগী 2 күн бұрын
নিতুমণি শ‌ইকীয়া সুবিধাবাদী। কোনে কাক ভোট দিব ক'বলৈ তেওঁ কোন হয়?
@NilutpolKhound
@NilutpolKhound 2 күн бұрын
নিতুমণি শইকীয়াই এখন সঠিক গ্ৰন্থ লেখি উলিয়ালে
@HEMANTABARMAN-m4r
@HEMANTABARMAN-m4r 2 күн бұрын
Nitumoni Saikia r mote ami vote dim neki tar mote i nosolu nohoi.
@ganeshdas9833
@ganeshdas9833 2 күн бұрын
Jolon kio hoise saitu he buji pua ni..BJP ohar pora jala kala khai asu aji loi...
@arupdutta2554
@arupdutta2554 2 күн бұрын
Kun nitumoni
@utpalmahanta2991
@utpalmahanta2991 2 күн бұрын
কিজানি নিতুমনি শইকীয়া বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত কৰিব পাৰে। বৰ্তমান সময়ত বিজেপি ৰ বিকল্প অসমত নাই। এটা সময়ত নিতুমনি শইকীয়াই ডিঙি ফুলাই ফুলাই ষ্টুডিঅ'ত বঢ়ি কৈছিল CAA গৃহীত হলে অসমীয়া ভাষা সংস্কৃতি ধ্বংস হ'ব। সীমান্তত কোটি কোটি বাংলা দেশী ৰৈ আছে। কত গ'ল ৰৈ থকা কোটি কোটি বাংলাদেশৰ মানুহ বোৰ। অসমীয়া ভাষা সংস্কৃতি যদি ধ্বংস হৈছে সেয়া হৈছে কেৱল অসমীয়াৰ হাতহে। বিহু, ভাওনা সকলো তে বিকৃত কৰন হৈছে অসমীয়াৰ হাতহে। বিজেপিয়ে বিভিন্ন সময়ত নিজৰ ভূলৰ বিভিন্ন ইছু উদঙাই দিয়ে কিন্তু বিৰোধীয়ে সেই সুযোগ গ্ৰহন কৰিব নোৱাৰে।অসমত বৰ্তমান কংগ্ৰেছ দল গৌৰৱ গগৈহে চলাই আছে। শুনিবলৈ বেয়া কিন্তু এইটোৱেই সঁচা।
@tamanna2813
@tamanna2813 2 күн бұрын
Nitumonie aber ticket pabo
@DharmendraPatowari
@DharmendraPatowari 2 күн бұрын
Bhupen Bora o Katha kobo sikilie .
@ChandraSarmah
@ChandraSarmah 2 күн бұрын
Congresek vote dibalai kuwa nai.
@rambinaymahato9085
@rambinaymahato9085 2 күн бұрын
BJP 100 year Thakiba
@NilutpolKhound
@NilutpolKhound 2 күн бұрын
কংগ্ৰেছ ইনেও কেলেংকাৰী কৰিলে বহুত।নদী বান্ধ আপোনালোকেই কৰিছিল প্ৰথমে।বিজেপি বহুত লেতেৰা মানুহৰ সংমিশ্ৰণত লেতেৰা হৈছে বৰ্তমান সময়ত
@omprakashrabha9246
@omprakashrabha9246 2 күн бұрын
Congress km nai congress thakile dari topi besi dekha hbo aro
@surajitduarah552
@surajitduarah552 2 күн бұрын
Dhoniram Baruah monot asae ni?
@lokheswarronghang607
@lokheswarronghang607 2 күн бұрын
Protidin chenel congres saport Kori bojai thak kintu raj kak vote dibo jane, kintu chenel eta political nam loi posar Kora niropekhot loi prosno uthise.akhil bhupen kotha jodi hosa misa news hoi tente oxomot aru bohut chenel khulibo.
@prasantakumarbarman3674
@prasantakumarbarman3674 2 күн бұрын
Congrats manea miyar dol
@tamanna2813
@tamanna2813 2 күн бұрын
Nitimoni program r viewers kiman hoi aru NDTV bailoung r viewers kiman. Nitimoni ajon hubhidabai. Nodi band kune anisil Bhupen manuh burbok buli vabise
@PampiDas-c6s
@PampiDas-c6s 2 күн бұрын
Congress kam nai tohator
@Ramenstudy
@Ramenstudy 2 күн бұрын
Paper or business bondho hol neki jayanta dalalor.
@digantasarania3048
@digantasarania3048 Күн бұрын
Kak vote dib Ketumoni ye kio kob?
@JunAliKumarAshique
@JunAliKumarAshique 2 күн бұрын
Bjp aru andhovokto hatao desh bachao
@HiteshKumar-hv2sn
@HiteshKumar-hv2sn 2 күн бұрын
নিতুমনিক আমাৰ বুলি কলেযে মনেমনে আপোনাৰ দলত শৰণ ললে বোধহয় ।
@pradipsharma6588
@pradipsharma6588 2 күн бұрын
Nitumani axamar abhibhak neki
@NilutpolKhound
@NilutpolKhound 2 күн бұрын
কোনো কাৰো অভিভাবক নহয়।নিতুমণি শইকীয়াৰ নিজৰ অনুভব বোৰ কিতাপ আকাৰে প্ৰকাশ কৰাৰ অধিকাৰ আছে।
@tarunn2888
@tarunn2888 2 күн бұрын
Aami kunuba vote nidiboloi ba diboloi kolei Vote dim neki aami nijor mote vote dim.
@kamaleswarbordoloi993
@kamaleswarbordoloi993 2 күн бұрын
নিতুমনিৰ সংবাদ জগতে আমুৱালে হবলা কংগ্ৰেছৰ টিকট পাবলৈ মনগৈছে চাগে । নাইবা সাংবাদিক সত্বাক কংগ্ৰেছৰ পদানিত কৰি বিক্ৰী কৰিছে । ভূপেন বৰা পানীত দুবি ককবকাই থকা মৃত্যুৰ পথৰ যাত্ৰী বেছাৰাই খেৰকুটাকেই আশ্ৰয় লব লগা হৈছে ।
@Assamboy-t7p
@Assamboy-t7p 2 күн бұрын
Aji he apunar khota khini vlll lagise....aji he apunar kotha hothik vabe milai Kobo parise
@rajassam1822
@rajassam1822 2 күн бұрын
Congress Zindabad
@theManojWall
@theManojWall 2 күн бұрын
Nitumoni xakia dhoni Alimony diboloi kaam dibo
@lifeslittlemoments-llm
@lifeslittlemoments-llm 2 күн бұрын
ইভিএম আঁতৰাই দিয়ক, অন্ধভক্তৰ সম্বিত ঘূৰি আহিব। বিজেপিৰ দানা খাই জীয়াই নথকা সকলোৰে বিজেপিক আমনি লাগিল, এটা সময়ত আমিও ভাল পাইছিলো-
@YarlungLee
@YarlungLee 2 күн бұрын
Akhil daa i goi protest kia kara nai....china dam r oppose karibola
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН