Рет қаралды 3,177
বিনামূলীয়া নামভৰ্তিৰ নামত প্ৰকৃতাৰ্থত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত চলিছে কি? সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিনামূলীয়া হৈছে নে নামভৰ্তি প্ৰক্ৰিয়া। গুৱাহাটী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনি সফল ৰূপায়ণত ব্যৰ্থ বিভাগ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ অমনোযোগিতাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে।
#pratidintime #guwahatiuniversity #assam