Bishrut Saikia - Morubhumi (Official Audio)

  Рет қаралды 476,269

Bishrut Saikia

Bishrut Saikia

Күн бұрын

'Morubhumi' from Bishrut Saikia's album 'Ogrogami' is out now.
Written and composed by Bishrut Saikia.
Arrangement/Production: Sumit Baruah, The Sound Zone Studios, Ghy.
Guitars: Sumit Baruah
Keys: Writam Changkakoti
Drums: Nilarnab Sharma
Bass: Mrinal Talukdar
Mix Engineer: Sumit Baruah
Mastering Engineer: Sumit Baruah
Lyrics:
নিজৰ কৰাৰ সপোনে
প্ৰেমৰ দিঠক নুবুজায়।
হৃদয় ভঙা মৰমে ,
ঘৃণা কৰা নুবুজায়।
অনুভৱ অঘৰী হোৱা,
আমাৰ ভাৱনাত,
বনজুইৰ দৰে জ্বলা মিছা ধাৰণা।
তোষণৰ চুনামিৰ এটুপি নাই আজি,
তোষণৰ হিমাদ্ৰীৰ হিমপ্ৰপাত হ'ল আজি।
মৰুভূমি হ'ব খোজোঁ
ধুমুহা মোৰ বহু
মৰূদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম।
প্ৰেম নিষিদ্ধ আমাৰ
জীৱনৰ ব্যৱহাৰিকতাত,
প্ৰত্যাশাৰে ভৰা পৃথক মানসিকতাত,
আজীৱন অপেক্ষাৰ হেতু নথকাত,
তই আনৰ হোৱাৰ
অনুতাপ দূৰ সীমনাত।
বিভৱ পালেও আজি নিজকে হেৰুৱালোঁহি,
স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ মোৰ নিয়ে কাঢ়ি।
মৰুভূমি হ'ব খোজোঁ
ধুমুহা মোৰ বহু
মৰূদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম।
অনুগামী হৈ যদি আহোঁ উভতি,
খেদি খেদি মৰমৰ প্ৰতিধ্বনি,
জানিবি নহ'লো মৰুভূমি,
জানিবি নহ'লো মৰুভূমি।
Sponsored by Skymeet, a video conferencing app available on Google Playstore.
Link: play.google.co...

Пікірлер: 757
@axomsuper1690
@axomsuper1690 Жыл бұрын
Bishrut daa one's said: Morubhumi dore boring hobo khuju because sometimes boring is peaceful ✨
@swadeshbharadwaj5217
@swadeshbharadwaj5217 Жыл бұрын
ND24 live concert 😂🙌🏻
@axomsuper1690
@axomsuper1690 Жыл бұрын
@@swadeshbharadwaj5217 yess😆
@rohan11
@rohan11 Жыл бұрын
🤣🤣🤣
@jyotishsaikia147
@jyotishsaikia147 Жыл бұрын
@@axomsuper1690 9kkkooko998
@me_anindya_1302
@me_anindya_1302 Жыл бұрын
L
@porinitaaa
@porinitaaa 10 ай бұрын
নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায়। হৃদয় ভঙা মৰমে , ঘৃণা কৰা নুবুজায়। অনুভৱ অঘৰী হোৱা, আমাৰ ভাৱনাত, বনজুইৰ দৰে জ্বলা মিছা ধাৰণা। তোষণৰ চুনামিৰ এটুপি নাই আজি, তোষণৰ হিমাদ্ৰীৰ হিমপ্ৰপাত হ’ল আজি। মৰুভূমি হ’ব খোজোঁ ধুমুহা মোৰ বহু মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক বিৰামহীনতাৰে আগুৱাম সোঁৱৰণি তোৰ মচি যাম। প্ৰেম নিষিদ্ধ আমাৰ জীৱনৰ ব্যৱহাৰিকতাত, প্ৰত্যাশাৰে ভৰা পৃথক মানসিকতাত, আজীৱন অপেক্ষাৰ হেতু নথকাত, তই আনৰ হোৱাৰ অনুতাপ দূৰ সীমনাত। বিভৱ পালেও আজি নিজকে হেৰুৱালোঁহি, স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ মোৰ নিয়ে কাঢ়ি। মৰুভূমি হ’ব খোজোঁ ধুমুহা মোৰ বহু মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক বিৰামহীনতাৰে আগুৱাম সোঁৱৰণি তোৰ মচি যাম। অনুগামী হৈ যদি আহোঁ উভতি, খেদি খেদি মৰমৰ প্ৰতিধ্বনি, জানিবি নহ’লো মৰুভূমি, জানিবি নহ’লো মৰুভূমি।
@RDutta-w8p
@RDutta-w8p 6 ай бұрын
Dhuniya❤
@dimpinath3467
@dimpinath3467 2 ай бұрын
❤❤❤​@@RDutta-w8p
@swadeshbharadwaj5217
@swadeshbharadwaj5217 Жыл бұрын
" নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায় ৷ হৃদয় ভঙা মৰমে, ঘৃণা কৰা নুবুজায় ৷ " These starting lines from " Morubhumi" are one of the best lines from Bishrut 💓
@surajittalukdar5536
@surajittalukdar5536 Жыл бұрын
Well said 🙌
@nekibur21
@nekibur21 Жыл бұрын
😢❤
@swadeshbharadwaj5217
@swadeshbharadwaj5217 Жыл бұрын
@@nekibur21 🫂
@sanju91018
@sanju91018 Жыл бұрын
মৰুভূমি হ’ব খোজোঁ ধুমুহা মোৰ বহু মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক বিৰামহীনতাৰে আগুৱাম সোঁৱৰণি তোৰ মচি যাম। Whenever I feel low I listen to this masterpiece... I hope it will soon pass... বিৰামহীনতাৰে আগুৱাম সোঁৱৰণি তোৰ মচি যাম। 💮
@swadeshbharadwaj5217
@swadeshbharadwaj5217 9 ай бұрын
​@@surajittalukdar5536❤
@praptipujari223
@praptipujari223 Жыл бұрын
Thank you muk hikuwa karone je ketiaba ai boring hoi thakile bhal. Moi eta homoyot bhabisilu kenekoi manuhok impress koribo paru moi,kenekoi moi nijok interesting hoi tulibo paru. Kintu jetiar pora moi tumak morubhumi gaan to concert oot guwa dekhilu. Moi realize korilu je yes you are right being boring is peaceful. THANK YOU for teaching me this Bishrut da. Hope to meet you someday. Best of luck for your future and I bet you're gonna be the next big thing 💞
@thewordsbychinmoyee7103
@thewordsbychinmoyee7103 Жыл бұрын
Never thought the word MORUBHUMI can also be so magical.. যদি মৰুভূমিতো ইমান সতেজতা, মৰুভূমিয়েই হওঁক আটাইৰে ঠিকনা❤️ Here are a few lines in response to this beautiful song... lots of love❤️ মৰুভূমি হৈয়ো যদি জীপাল কৰা হেজাৰ খৰালি মৰুদ্যান হৃদয় হওক অনুভৱৰ বোৱতী সুঁতি মৰীচিকাতো পাল তৰা নাওৰ হোৱা তুমি গতি..
@shanturajgogoi7574
@shanturajgogoi7574 Жыл бұрын
This generation is not going to be finished in dark until Bishrut da songs there... Bishrut daa words hits like 90's golden era.which feels calm,make us calm.❣️
@risabordoloilalung788
@risabordoloilalung788 Жыл бұрын
বিৰামহীনতাৰে আগুৱাম সোঁৱৰণী তোৰ মচি যাম।❤️‍🩹 অযান্ত্রিকত গীতটি প্ৰথমবাৰ শুনিছিলো তেতিয়াৰ পৰাই সম্পূৰ্ণ গীতটি বাবে ৰৈ আছিলোঁ। বহু অপেক্ষা কৰি ৰৈ থকা বস্তু( গীত)লৈ থকা মৰমবোৰো সুকীয়া।
@tonmoy__misra
@tonmoy__misra Жыл бұрын
হয় এক সুকীয়া মাদকতা আছে❤️
@anamikaneog
@anamikaneog Жыл бұрын
Hosakoi
@burburoni1936
@burburoni1936 Жыл бұрын
তেনেকৈ কেনেকৈ তোমাৰ উপহাৰৰ মিঠা দাঁগ সানি গলা ।আইৰ ৰণবোৰ আকোঁৱালি লৈ , মৰুভূমিতও তুমি বিশ্ৰুত।
@thevlogerofindia6056
@thevlogerofindia6056 Жыл бұрын
Wow ❤
@farhasuhana9646
@farhasuhana9646 Жыл бұрын
কিছুমান শব্দই সাংঘাতিকভাৱে চুই গ'ল❤ কিছুমান বাক্য নিজৰ যেন লাগিল🫂 ধন্যবাদ, ইমান ধুনীয়া গান আমাক উপহাৰ দিয়াৰ বাবে🤍
@dreemligogoi3123
@dreemligogoi3123 Жыл бұрын
ধুমুহা মোৰ বহু মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক বিৰামহীনতাৰে আগুৱাম!!! Thank you Bishrut for this beautiful Upohar. Goosebumps🤍
@AMIT_TALUKDAR07
@AMIT_TALUKDAR07 Жыл бұрын
যেতিয়া 2022 ত মই দাদাৰ সংগীত শুনিব লৈছিলো তেতিয়া লগৰবোৰে কৈছিল যে আগৰ যুগৰ গান বুলি কিন্তু আজি দাদৰ গান ইমানেই জনপ্ৰিয় যে সেইকেইজন লʼৰায়ে দাদাৰেই গান status লগাব লৈছে 😊❤️
@PAHI_RAJKHOWA
@PAHI_RAJKHOWA Жыл бұрын
"" নিজৰ কৰা সপোনে প্ৰেমৰ দিথক নুবুজাই হৃদয় ভঙা মৰমে ঘৃণা কৰা নুবুজাই "" This line's hits my own love story 🙃💔
@atanugogoi1772
@atanugogoi1772 Жыл бұрын
From upohar to morubhumi ...bisrut is growing 🥺❤️
@Arindamb0708
@Arindamb0708 Жыл бұрын
মৰুভুমিৰ দৰে জীৱনতো যেন নাম-মাত্রক গছ-গছনি হে থাকক। কম হ'লেও বহুত। কম হ'লেও, চাৰিওফালে ধুনীয়া কৰি তোলে।🌻
@hunkonkonwar1360
@hunkonkonwar1360 Жыл бұрын
এঘাৰ দিন শুনি শুনি আজি গীতটোৰ নিচাত মাতাল হৈ কমেন্ট লিখিছোঁ। yes.. i mean it, সচাঁকৈ নিচা আছে! বিশ্ৰুতৰ কণ্ঠই লাহে লাহে বুকুত শিপাইছে। ইমান আকুলতাৰে গাইছে, প্ৰতিটো শব্দই যেন সঞ্জীৱনী! God bless you. বিৰামহীনতাৰে আগুৱাই যোৱা।
@jitpoemstories3092
@jitpoemstories3092 Жыл бұрын
তেওঁৰ সতে ৭ বছৰ আছিলোঁ, পৃথক চাগে মানসিকতা আমাৰ সে‌ইবাবে গুচি গৈছিল। তাই আনৰ হোৱা জীয়াই থাকোঁতে ম‌ই কেনেকৈ সহ্য কৰোঁ । বিশ্ৰুত শ‌ইকীয়া মোৰ জীৱনটোৱে এতিয়া তোমাৰ মৰুভূমিৰ দৰে।
@Samarvlogs.jorhat
@Samarvlogs.jorhat Жыл бұрын
Dada ekei diok... 8 years 😊😊
@Twins_tale11
@Twins_tale11 3 ай бұрын
Akei ....
@akidahmed-em4et
@akidahmed-em4et Жыл бұрын
গান টো ইউটিউব ত উপলব্ধ হোৱা ৪৩ মিনিট পাছৰ পৰা এই মহুত্ব লৈকে ৫০ বাৰ ৰ ওপৰত শুনিলোঁ। এক দম বুকু চুই গৈছে শব্দই, অসমৰ ২য় ৰাণা দা/জয়ন্ত হাজৰিকা #bishrutsaikia 🙏🙌 ❣️
@minaliborah00
@minaliborah00 Жыл бұрын
Bishrut da Tumi upoharr Dora upohar dila moruvumi gaan tu🙏 tar babe dhanayvad 🙏 lyrics aru kantha bor val gaan tur❤️gaan tua mon sui gol ❤️❤️
@anuradhadas9252
@anuradhadas9252 9 ай бұрын
People are going to remember this time as bishrut era ....He has got miracle in his voice
@pritamdas4568
@pritamdas4568 Жыл бұрын
Once said "Moio karubak pahoribor karone gaanti gaisilu"...so we are ! ❤️
@kiranjyoti2245
@kiranjyoti2245 2 ай бұрын
Vyy toi move on holi ne
@xncdark6654
@xncdark6654 11 сағат бұрын
​@@kiranjyoti2245 move on nhoii basi k monot hy porebo😂😂
@arupburagohain7090
@arupburagohain7090 Жыл бұрын
Najanu heibhur hosa ne misa Prem ne ki Hotyo ne misa Mathu dhori rakhisu Je ketiyau herai najai Jate ketiyaba moi Poru tair proti💕
@jutipriyaswargiary8037
@jutipriyaswargiary8037 Жыл бұрын
অনুগামী হৈ যদি আহোঁ উভতি খেদি খেদি মৰমৰ প্ৰতিধ্বনি জানিবি নহ'লো মৰুভূমিৰ।। Last line hurts differently 🥺
@sebikaborah3825
@sebikaborah3825 Жыл бұрын
Nothing is more beautiful than to listen to Bishrut daa's song right in the morning.
@rimpychetia
@rimpychetia Жыл бұрын
Right 😭💗
@Suranjit46
@Suranjit46 Жыл бұрын
Really 😖💗
@rahulkumarkakati8026
@rahulkumarkakati8026 Жыл бұрын
Right 😖❤️
@abhijitkalita7149
@abhijitkalita7149 Жыл бұрын
~ Morubhumi hobo khuju Dhumuha mur bohu Morudyan hridoy mur Aanor boroxa nalage muk ~ হৃদয় স্পৰ্শ কৰি গ'ল Bishrut da you never fail to amaze us ✨❤
@raktimranjangohain
@raktimranjangohain Жыл бұрын
When I have more anxiety. I am urged to sleep peacefully by the music of Bishrut. I can't explain how Bishrut's music has helped me. I don't know how far I can be like him but I will never let this feeling go to waste.💙
@chayasnigdhaborah6696
@chayasnigdhaborah6696 Жыл бұрын
আপোনাৰ গানবোৰ শুনিলে এক বেলেগ ধৰণৰ শান্তিৰে মনটো ভৰি পৰে , ইমান ধুনীয়া অৰ্থপূৰ্ণ গানবোৰ এটাৰ পিছত আনটো আমাক উপহাৰ দি যোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ বিশ্ৰুত দা ....🍃🍂
@bhagyashreegogoi5059
@bhagyashreegogoi5059 Жыл бұрын
গানটোৰ প্ৰত্যেক শব্দই ইমান ধুনীয়া...gaan huni bor val paislu etia homoyt kntu jibone jiman rong dekhale gaanu nuhuna holu.. career pressure njr close manuhor pora pua heartbreak hokolue sob change kori dile.. tmr gaan bur or pora njnu kba eta pau jaar krne hoitu punor gaan hunibo loisu.❤
@bristiboruah9558
@bristiboruah9558 Жыл бұрын
অযান্ত্ৰিকত শুনাৰ পৰাই ৰৈ আছিলোঁ। আপোনাৰ শব্দ আৰু কণ্ঠ 😌🎶💘
@pradiphima1
@pradiphima1 Жыл бұрын
After COVID I am starting to recognise the talents of the youths.... Thanks to KZbin for providing a platform for this talented young man.... Lots of love from somewhere 😅
@joyshreegogoi9376
@joyshreegogoi9376 Жыл бұрын
গানটোৰ কথা,সুৰ, ভাৱ- ভাষাত আছে হৃদয়ৰ প্ৰশান্তি/সঁকাহ ❤❤❤❤
@Missboruah123
@Missboruah123 Жыл бұрын
হৃদয় ভঙা মৰমে ঘৃণা কৰা নুবুজায়।। Ki je dhunia !! 💕💕💕💕
@ankitagogoi527
@ankitagogoi527 Жыл бұрын
আপোনাৰ গানৰ শব্দবোৰৰ গাম্ভীৰ্য্যতাই হৃদয় চুই যায় ❤️
@minakshidas860
@minakshidas860 3 ай бұрын
Uhh ki gan xunala Bishrut mon bhori gol
@Aagragami
@Aagragami Жыл бұрын
শাব্দিকতাৰ মৰুভূমিৰ মাজত হেৰাই গলো...💗
@mrigankakakati813
@mrigankakakati813 Жыл бұрын
আপোনাৰ গান বোৰ ইয়াত যিসকলে শুনে তেওঁলোকে জীৱনত কেতিয়াও কষ্ট অনুভৱ নকৰে কাৰণ আপোনাৰ গান শুনিলে দেহ, মন, প্ৰাণ সকলো এক হৈ পৰে ............ Aponar gan amar jibonor এক অঙ্গ 💕💕 💗মৰুভূমি হব খোজো💗
@User_yt24
@User_yt24 Жыл бұрын
নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায়🤍...Damn!! I was captivated by the lyrics...baki bishrut daar voice Manei aru relaxation..😌🕊️#Morubhumi
@manabjyotiborah2953
@manabjyotiborah2953 Жыл бұрын
নিজৰ কৰাৰ সপোনৰ প্ৰেমৰ ডিঠক নুবুজাই ❤️🕊️ Line ....
@sunidhiboruah2498
@sunidhiboruah2498 Жыл бұрын
প্ৰিয়বোৰ প্ৰিয় হৈয়ে আছে আৰু সদায় এনেকৈ থাকে যেন ... বহুত মৰম আৰু শুভাশা আপোনালৈ ... ককাইদেউ 🙏
@DiptiGogoi80
@DiptiGogoi80 Жыл бұрын
This song is as peaceful as the desert but sometimes it does creates storms in my heart just like in the deserts.. 💌
@kangkansharma455
@kangkansharma455 Жыл бұрын
ভাল লাগে... যেতিয়া গানবোৰ জীৱনৰ লগত মিলি যায়....
@hellonaba
@hellonaba Жыл бұрын
অসমীয়া নৱ্য গীতি-সাহিত্যত দ্বিতীয়গৰাকী মৈত্ৰেয়ী পাটৰৰ জন্ম । শব্দৰ কি গাঁথনি । সুৰ-শব্দৰ এই যাত্ৰা দীৰ্ঘম্যাদী হ‌ওক ।
@ayeshaa798
@ayeshaa798 Жыл бұрын
Oti hundor de tumr geet ti xuniye jen ontor sui goise oo oti hundor bohut dhunia aanake hodai bhlke aguaii jba aru bishrut💖💫💥
@madhurjya4
@madhurjya4 Жыл бұрын
মোৰ সবাতোতকৈ প্ৰিয় গীত এটি। বিশ্ৰুত নাজানো কিয় তোমাৰ প্ৰতিটো গানৰ মাজত নিজকে বিচাৰি পাওঁ। কিমান বাৰ যে এই গানটো শুনিছোঁ হিচাব নাই। প্ৰত্যেক বাৰে গানটোৱে কিবা এটা নতুন সন্তনা দিয়ে মনটোক। ধন্যবাদ তোমাক ইমান ধুনীয়া এটা গান উপহাৰ দিয়াৰ বাবে।
@himasridas5384
@himasridas5384 Жыл бұрын
নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায় প্ৰথম শাৰীটোৱেই হ্নদয় স্পৰ্শ কৰি গ'ল সম্পূৰ্ণ গীতটিৰ কথা, কণ্ঠ,সুৰ খুবেই ধুনীয়া অপেক্ষা আছিল গীতটিৰ ধন্যবাদ আপোনালৈ❤️
@dkentertainment1630
@dkentertainment1630 Жыл бұрын
মৰুভূমি হ'ব খোজোঁ ধুমুহা মোৰ বহু, মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক ।।। উফফফফফফফ🥰🔥🔥🔥
@bohagibharali6473
@bohagibharali6473 Жыл бұрын
সদায় ৰৈ আছিলো আপোনাৰ এই গীতটি উপভোগ কৰিবলৈ।আজি পাই মনটো আনন্দত মতলিয়া হৈ পৰিছে। বুজাব নোৱাৰা এবুকু মৰম আপোনালৈ বুলি ৰাখিলো😘
@pagolaxom9042
@pagolaxom9042 Жыл бұрын
এতিয়া যেন সুখ হোৱাৰ আন এক কাৰণ হৈছে বিশ্ৰুত শইকীয়া দাৰ গানৰ playlist.... 🦋😌🥀
@barnalidowarah5585
@barnalidowarah5585 Жыл бұрын
এটা এটা শব্দ ইমান অৰ্থবহ! 'মৰুভূমি' গান নহয়,এটি কাহিনী❤️
@arupdas6879
@arupdas6879 Жыл бұрын
উফ পাগল কৰিবা নেকি অ ইমান সুন্দৰ কণ্ঠ❤️❤️❤️❤️
@_Bhargav_Rava9
@_Bhargav_Rava9 Жыл бұрын
গান টো শুনা পাছত কি লিখিম একো বুজিয়ে পোৱা নাই। উফ্ ইমান দিন অপেক্ষাৰ অন্তত আজি শুনিবলৈ পালো । কিবা যেন এক বেলেগ অনুভৱ হ'ল, যেন মই নিজে কব বিচৰা খিনি গান টোত বিচাৰি পালোঁ । Touched ❤️❤️❤️ Thank you so much ❤️❤️❤️ Bishrut Da
@maitrayee_patar
@maitrayee_patar Жыл бұрын
What a beauty! :)🌻
@nabajitsaikia7642
@nabajitsaikia7642 Жыл бұрын
স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ মোৰ নিলে কাঢ়ি Who feel this part
@writammusic
@writammusic Жыл бұрын
Glad to be a part of this wonderful song!
@dhritimandeka8472
@dhritimandeka8472 Жыл бұрын
Dada your keys are magical. So soothing
@writammusic
@writammusic Жыл бұрын
@@dhritimandeka8472 Thanks a lot!
@twilightjam4857
@twilightjam4857 Жыл бұрын
You were the heart of this song
@writammusic
@writammusic Жыл бұрын
@@twilightjam4857 Thank you! Means a lot!
@praptipujari223
@praptipujari223 Жыл бұрын
Your songs are medicine for me. It heals me so much. I connect to your songs and it really heals me from anxiety. Having earphones plugged on and listening to all of your songs has healed me so much. I went to Enajori Music festival and It was the best night of my life. After listening to your song I found a new me and this version is better of me. I can't thank you enough Bishrut da. Lots of love 💞
@bishalVK18
@bishalVK18 Жыл бұрын
BISHRUT Dada..... Boliya kri dise o apuni🤧🤧 apunar gaan nuxunakoi ek min o thkibo nuwaru sn❤️MORUBHUMI❤️
@primarygamerz7471
@primarygamerz7471 Жыл бұрын
Same calmness sob eke..... Kio imn xanti lage apunar gan xuni... Bujabo nuara eta feelings
@dipjyotiborah8409
@dipjyotiborah8409 Жыл бұрын
তেওঁলৈ ধন্যবাদ যি আপোনাৰ গান প্ৰথম শুনিবলৈ কৈছিল।।
@samirbaruah9820
@samirbaruah9820 Жыл бұрын
বৰ ভাল লাগিল বিশ্ৰুত ৷ তোমাৰ কণ্ঠত আছে এক বুজাব নোৱাৰা সততা ৷ গীতত থকা Vintage Vibe টোৱে লৰালি দিনত শুনা Country singers বোৰলৈ মনত পেলাই দিয়ে ৷ এই ধাৰা অব্যাহত ৰাখা , আমাৰ মন বোৰ জীপাল কৰি ৰাখা ৷ অন্তৰভৰা শুভ কামনা আৰু অযুত আর্শিবাদ --- আগবাঢি যোৱা, সফলতাই তোমাৰ শৰণ চুমক ৷
@protimasaikia8226
@protimasaikia8226 Жыл бұрын
Your voice is emotion🥺
@leemakalita5016
@leemakalita5016 Жыл бұрын
মৰুভূমি হব খোজো ধুমুহা মোৰ বহু, মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক♥️ হয়টো প্ৰত্যেকজন মানুহৰ হৃদয় চুই যোৱা কথা এইখিনি ।
@pranabjyotiphukan9523
@pranabjyotiphukan9523 Жыл бұрын
ইমান দিনে অপেক্ষা কৰি আছিলো, অৱশেষত অপেক্ষাৰ অন্ত পৰিল❤️... A heart touching song ❤️😍
@madhurimasarmah6767
@madhurimasarmah6767 Жыл бұрын
Uff কি lyrics মানে💕...প্রিয়বোৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ল-''মৰুভূমি''💚🌹
@kakalihazarika2365
@kakalihazarika2365 Жыл бұрын
নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায় হৃদয় ভঙা মৰমে ঘৃণা কৰা নুবুজায়... উফফ❣️❣️ ক'বলৈ শব্দ নাই ... বহুত ধুনীয়া
@Twins_tale11
@Twins_tale11 3 ай бұрын
হৃদয় ভঙা মৰমে ঘৃণা কৰা নুবুজাই...!!!
@shewalisharma6394
@shewalisharma6394 Жыл бұрын
Bohut val lagile xuni,,jibonor xosa ruptu eyat lukai ase❤❤❤
@upinsmokepie1075
@upinsmokepie1075 7 ай бұрын
স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ ।।। Seriously why bishrut why... I mean how ?????? So good so meaningful
@samironborahmusic8545
@samironborahmusic8545 Жыл бұрын
এইটো গান নহয় যেন কিবা আচৰিত অনুভূতি যাক বুজি পোৱাটো নিজৰে কঠিন
@mayuribora5453
@mayuribora5453 Жыл бұрын
উফ্!❤✨ অযান্ত্ৰিকত শুনাৰ পাছতেই মৰুভূমিৰ প্ৰেমত পৰিছিলো... উপহাৰৰ পৰা মৰুভূমিলৈকে কি ধুনীয়া যাত্ৰা ❤️ নৱপ্ৰজন্মই তোমাক শুনিছে আৰুনো কি লাগিছে নহ্... আশা কৰোঁ বহুতো তোমাৰ পৰা।
@SanjayBarman-tp5zg
@SanjayBarman-tp5zg Жыл бұрын
I have listened to this masterpiece when there are 30k viewers... Today, again i started to listen this, i see 58k viewers... I really feel so proud for Bishrut...❤ Keep it up bro❤
@monalishaneog7430
@monalishaneog7430 Жыл бұрын
অৱশেষত অপেক্ষাৰ অন্ত 😊😊ৰাতিপুৱাই ইমান সুন্দৰ উপহাৰ এটা দিয়াৰ বাবে "উপহাৰ"ক(বিশ্ৰুত শইকীয়া) আৰু তেওঁৰ সহযোগীসকলক বহুত বহুত বহুত ধন্যবাদ।কি ক'ম শব্দহীন হৈ পৰিছোঁ.....💓💓💓💓💓
@IAMABINASHROY
@IAMABINASHROY Жыл бұрын
বহুত সুন্দৰ বিশ্ৰুত দা | বিশেষকৈ কথা আৰু কণ্ঠ ❤️
@mantutalukdar768
@mantutalukdar768 9 ай бұрын
Manhr xopun bur vangileu tumi gutei vangi jabo diya nai tumr geet r jugedi ❤ God bless you boy ❤
@chaoasish9949
@chaoasish9949 Жыл бұрын
Ei balimoi prithibit nijei jodi ekhoni morudyanor dore dhuniya tenehole kunu bristir proyujon nai hei xundorotak dhori rakhiboloi. Another beautiful message this song is carrying.❤️loved it
@jayantagogoi5315
@jayantagogoi5315 Жыл бұрын
গানটোৱে নতুন কৈ জীয়াই উঠিবলৈ প্ৰেৰণা দিছে❤😊
@b.gworld6270
@b.gworld6270 Жыл бұрын
ৰাতিপুৱাটোৱেই সুন্দৰ হৈ পৰিল 🌸🏵️ 💮মৰুভূমি🤍🤎
@ashimborah4604
@ashimborah4604 Жыл бұрын
প্ৰেম নিষিদ্ধ আমাৰ জীৱনৰ ব্যৱহাৰিকতাত🥀
@FactbyRanjan
@FactbyRanjan Жыл бұрын
Upohar To Morubhumi ........ Bishrut is Growing...
@anusmitamohabhoi2586
@anusmitamohabhoi2586 Жыл бұрын
দিনটো ধুনীয়াকৈ পাৰ হ'ব যেন পাইছো😁❤️
@Somnath__borah
@Somnath__borah Жыл бұрын
শুনিয়েই আছো শুনিয়েই আছো তথাপিও সেই সতেজতা এতিয়াও আছে ।💖🤞🤗 গানৰ কথা আৰু বিশ্ৰুতৰ কণ্ঠ 💝💖
@kasturikasarmah2368
@kasturikasarmah2368 Жыл бұрын
I can imagine my fvrt person...with dancing listing this song❤
@kumargaming2.041
@kumargaming2.041 Жыл бұрын
অৱশেষত অপেক্ষাৰ অন্ত পৰিল 😌💖💯
@tajnurhaque6324
@tajnurhaque6324 Жыл бұрын
Kisu kothai kisur pran tiyai jai aru tene eta gaan aji ei morubhumir darai xunibo paisu.. Bishrut da my "Ear" got blessed✨. Gaan tur babe bohut opekhya asile. Finally. Thankyou ❤️
@ranenditadas8870
@ranenditadas8870 Жыл бұрын
Eman dhunia kotha gaan tur. Gaan tu huni soku pani ulai jai, nejane kio. Enekoi aru hundor gaan gai jua jen tumi ❤🙌
@rajtilok9978
@rajtilok9978 Жыл бұрын
Thank you for making the world a little bit beautiful with your songs.....you give us peace ✌️♥️🌼
@dipankardas815
@dipankardas815 Жыл бұрын
বিৰামহীনতাৰে আগুৱাম... সোঁৱৰণি তোৰ মচি যাম ❤️🔥
@uttamgogoi9230
@uttamgogoi9230 Жыл бұрын
ধুনীয়া ভাল গান এটাই, ভঙা হিদয় খন জোৰা লগাবলৈ দৰৱৰ দৰে কাম কৰে। গানটো শুনি ভাল পাইছোঁ, ৰাতি 2 টা বজাটো শুনি আছোঁ ❤️❤️❤️।
@Sweetykonwar567
@Sweetykonwar567 Жыл бұрын
😌 মৰমৰ প্ৰতিধ্বনি ❤️
@minakshichetia7528
@minakshichetia7528 6 ай бұрын
Outstanding bishut saikia❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@wineelikambi824
@wineelikambi824 Жыл бұрын
This song has everything and by everything I mean everything, right from knowing the questions that reside within, the ability to find answers in being just like MORUBHUMI and the power to push someone through their though times to reach where the light is :)🌻💙
@filmcityjunior555
@filmcityjunior555 Жыл бұрын
Bhutei dhunia geet but 2mr one of my favourite song is tenekoi and always favourite hoi a thakibo... Nijok bisari pau sei geet 2t.... Thnq bhai ❤
@kabitathakuria9328
@kabitathakuria9328 Жыл бұрын
বিশ্ৰুত দা আপোনাৰ গানবোৰে সঁচাই বহুত প্ৰশান্তি দিয়ে।
@456ksubscriber
@456ksubscriber Жыл бұрын
উপহাৰ গানটিৰ পৰাই তোমাৰ গান বোৰ বৰ ভাল লাগে সবাই শুনি থাকিবৰ মন যায় 🤩🤩🤩🥰🥰
@babysona4593
@babysona4593 Жыл бұрын
Axom or Arijit daa tmi ❤️
@pallabimorang7757
@pallabimorang7757 Жыл бұрын
প্ৰতিটো গীতৰ কথাবোৰ যেন একোটা জীয়া কাহিনী!
@bhargavbora8410
@bhargavbora8410 Жыл бұрын
This voice is very close to everyone's heart... Brother aguai jua enedorei.. Ketiabale log pam
@dubaridas5981
@dubaridas5981 Жыл бұрын
Hridoy bhonga morome ghreena kora nubujai...❤️ Lines...❣️❣️❣️ Morning or pa repeat mode ot soli ase gaan tu.... Aguai jua Bishrut Da...💖
@adityadas5999
@adityadas5999 Жыл бұрын
He created a new zone of Assamese music.... love you bro, keep it up
@pritishabhuyan4923
@pritishabhuyan4923 Жыл бұрын
"Nijor korar hopune premor dithok nubujai" that's why I love you the most @bishrutsaikia😊❤️
@hrishikeshtalukdar15
@hrishikeshtalukdar15 Жыл бұрын
মৰুভূমি হ'ব খোজো ধুমুহা মোৰ বহু....❤️
@manashdas3810
@manashdas3810 Жыл бұрын
Your few lines of Morubhumi in Ojaantric was utter magical... Waited long to get the full version... You are a gem, Bishrut!!! আৰু আগুৱাই যোৱা। ❤️❤️❤️
@dhimanjyotideb7925
@dhimanjyotideb7925 Жыл бұрын
Iman dhuniya lyrics... Outstanding...
Gulzaar
6:12
Papon
Рет қаралды 812 М.
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 8 МЛН
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 1,4 МЛН
Brawl Stars Edit😈📕
00:15
Kan Andrey
Рет қаралды 50 МЛН
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 78 МЛН
Bishrut Saikia - Ron Bur Akuwalim (Kritikal Kouple OST) @CLOCKNDAIL
4:11
Kar Agomon
4:57
Shankuraj Konwar
Рет қаралды 2 МЛН
TOR SAHAR (Letter 2) Project Postbox
4:21
Rupam Bhuyan
Рет қаралды 147 М.
Bishrut Saikia - Upohar (Official Music Video)
5:25
Bishrut Saikia
Рет қаралды 4,1 МЛН
Ojaantric || Assamese Podcast ft. @BishrutSaikia   || Ep.68
1:09:30
Oasis Motion Films
Рет қаралды 467 М.
Abegey - Prabin Borah
5:29
Release - Topic
Рет қаралды 1,1 МЛН
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 8 МЛН