Bishrut Saikia - Upohar (Official Music Video)

  Рет қаралды 4,352,465

Bishrut Saikia

Bishrut Saikia

Күн бұрын

Пікірлер: 4 300
@BishrutSaikia
@BishrutSaikia 3 жыл бұрын
Thanking each and everyone here for appreciating our way of storytelling ❤️
@minakshicomics
@minakshicomics 3 жыл бұрын
Watching it on loop! Sooo beautiful! Mummy loved it too!!💜💜💜💜
@plabitanath1332
@plabitanath1332 3 жыл бұрын
বহুত ধুনীয়া হৈছে ,ভাল লাগিল .. from ojantrik🤩
@northeastchallengers3149
@northeastchallengers3149 3 жыл бұрын
Loved this 😍
@sushrutasaikia378
@sushrutasaikia378 3 жыл бұрын
@@plabitanath1332 gbishrut
@siddharthkumargogoi8942
@siddharthkumargogoi8942 2 жыл бұрын
Beautiful
@_Ankur_Saikia_02
@_Ankur_Saikia_02 2 жыл бұрын
ৰাতি বাৰ বাজি গল । মাতৃহাৰ হোৱা এটা ডেকা । গানটো শুনি মা জনীলৈ মনত পৰি গ'ল 🥺 তেওঁ মোক দিয়া এই ধুনীয়া পৃথিৱী খন মাত্ৰ উপহাৰ এটি ❤️ শব্দবোৰ অন্তৰৰ গভীৰ কোণৰ পৰা নিগৰি অহা নিভাঁজ মৰম অনুভৱ 💖 ধন্যবাদ ককাইদেউ আপুনি দিয়া উপহাৰ এটি 🌼
@rituparnagogoi3572
@rituparnagogoi3572 2 жыл бұрын
6
@9ParaSF-t7p
@9ParaSF-t7p 2 жыл бұрын
🥺
@medholic4377
@medholic4377 2 жыл бұрын
Bhal koi thakeba 😇☺️
@surabisaikia6357
@surabisaikia6357 2 жыл бұрын
Xdai nijor care loba vaiti ❤
@plabitasaikia3039
@plabitasaikia3039 2 жыл бұрын
🥺
@dibyajyotibarman1469
@dibyajyotibarman1469 2 жыл бұрын
মাজে মাজে ভাৱ হয় ধুনীয়া অসমীয়া গান লিখা মানুহ বোৰৰ বংশ নাশ হল নেকি তেনেতে কৰবাৰ পৰা দুজনমানে এনেদৰেই সুৰত কৈ উঠে অসমীয়া অমিয়া মাতৰ যে অন্ত নাই ❤️
@rahulnath4620
@rahulnath4620 2 жыл бұрын
বুকুৰে মাজতে তুমি মন মোৰ দিঠকত তুমি বহু দূৰ। নিজৰাৰ দৰে তুমি আছা বৈ সিৰে সিৰে মোৰ ৰক্ত হৈ, একা বেকা জীৱন পথত সান্তনা তুমি মনৰ। ৰ’দালি আহে ডাৱৰ ফালি, বৰষাৰ শেষত সেয়া তুমি নেকি? তুমি মোৰ সেই কাহিনী, আনে ফুৰে যি বিচাৰি। দুচকু মেলি দুই ওঁঠৰে হাঁহিটি চাওঁ থমকি সকলো পাহৰি। স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ মানুহে ইয়াকেই প্ৰেম বোলে নেকি? কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ পৰিব নিদিওঁ ভাঙি। সময়ৰ পাতত ল’বা লিখি, মোৰ এই মৰম তোমাৰ বুলি তুমি যেন উপহাৰ এটি। সুবাসে তোমাৰ সাৱটি যায় অনুৰাগৰ দুবাহু জো্ৰাই। খোজতে তোমাৰ চুলি নাচি যায় নাচোনে আহি ৰিঙিয়াই। কাষে কাষে খোজ মিলাই হৃদয় নাচি, নাচি নাচি যায়। আজি যতে থাকোঁ জীয়াই মৰো তোমাতে সদায়। শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়, “পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক কিমান ভাল পোৱা” ।। দুচকুতে দুচকু থলে লাজে চকু ঢাকি যায় । কেতিয়াবা তোমাক কন্দুৱাও যদি ক্ষমা কৰি দিবা তুমি তুমি যেন উপহাৰ এটি।।
@thecreep1712
@thecreep1712 2 жыл бұрын
@@boruah8832 description t sn দিয়েই dse Lyrics tu🙄ki bisaribo lga hoise aku
@boruah8832
@boruah8832 2 жыл бұрын
@@thecreep1712 moi pasot dekhisu comment delete koribo pahorilu sorry
@thecreep1712
@thecreep1712 2 жыл бұрын
@@boruah8832 ouu.. 🌝😄
@tahidurrahman-f21
@tahidurrahman-f21 Жыл бұрын
@riatusaikia5816
@riatusaikia5816 Жыл бұрын
U
@topanofficial7797
@topanofficial7797 2 жыл бұрын
✨কেতিয়াবা তোমাক........😌 ✨কন্দুৱাও যদি ক্ষমা কৰি দিবা..😌 ✨তুমি তুমি যেন উপহাৰ এটি....😌🥀❤️
@Happy55793
@Happy55793 2 жыл бұрын
অযান্ত্রিক শেষ নকৰাকৈ গানটো শুনিবলৈ আহিলো❤ ইমান ধুনীয়া উপস্হাপন ।
@drishnaphukan187
@drishnaphukan187 2 жыл бұрын
Moiu Akai ...
@mainaphukon4151
@mainaphukon4151 2 жыл бұрын
একে হৈছে... আগতে শুনিছোঁ যদিও গান তো শেষলৈকে শুনা নাছিলো.। আজি এ তিনি বাৰ শুনিলো.।
@tikusonowal8325
@tikusonowal8325 2 жыл бұрын
Same
@mrigakshisharma2706
@mrigakshisharma2706 2 жыл бұрын
Same here
@mayurikonwar1990
@mayurikonwar1990 2 жыл бұрын
Same here❤️
@ila-s6s
@ila-s6s 2 жыл бұрын
"ৰ'দালি আহে ডাৱৰ ফালি বৰষাৰ শেষত সেয়া তুমি নেকি ?" --- ইম্মান ধুনীয়া অ' ! ❤️🌻
@sumitozah
@sumitozah 2 жыл бұрын
Hosa koi bohut dhunia gan tu....
@OasisMotionFilms
@OasisMotionFilms 3 жыл бұрын
You are a gem brother. I repeat you are a 💎
@BishrutSaikia
@BishrutSaikia 3 жыл бұрын
Means alot ❤️ Thank you
@ManoxKB
@ManoxKB 3 жыл бұрын
Ohh... Exactly
@nipangogoi
@nipangogoi 3 жыл бұрын
See you in Ojaantric 😊.
@ernestode-la-cruz6341
@ernestode-la-cruz6341 2 жыл бұрын
@Oasis Motion Films please Make an episode with this guy 🙏🙏🙏 Im begging you both 🙏🙏
@manabdutta7416
@manabdutta7416 2 жыл бұрын
Right Oasis daa
@sasbttrr
@sasbttrr Жыл бұрын
2:06 ♥️ _"সময়ৰ পাতত ল'বা লিখি,_ _মোৰ এই মৰম তোমাৰ বুলি_ _... তুমি যেন উপহাৰ এটি"_
@ofcyoucan
@ofcyoucan Жыл бұрын
Hij 😅 JJ jj😅b😅j😅😅 JJ in😅😅 bu JJ😅😅 Jhbbjj IB ji bhi iiiijn k bb😅I no b😅😅i😅😅😅😅 Jhbbjj Jhbbjj Jhbbjj hi iji😅 jjj in jii😅😅😅😅😅😅😅
@Harpalsaikia15
@Harpalsaikia15 2 жыл бұрын
Best i have seen, i have heard and i will ever witness! Big fan ……..
@BishrutSaikia
@BishrutSaikia 2 жыл бұрын
ধন্যবাদ 💗 ভোগালীৰ শুভেচ্ছা থাকিল ।
@mrinalidutta3631
@mrinalidutta3631 2 жыл бұрын
@@BishrutSaikia ❤️
@bastobborah48
@bastobborah48 2 жыл бұрын
উভতি গ'লোঁ অতীতলৈ... হোষ্টেললৈ যাঁওতে আৰু তাৰ পিছত কৰ্মক্ষেত্ৰলৈ যাঁওতেও মাৰ বিদায় বেলাৰ চকুপানীবোৰ সদায় মনত পৰে... আজি মা নাই কিন্তু স্মৃতিবোৰ আছে... অলেখ শুভকামনা বিশ্ৰুত... Love from যোৰহাট... অযান্ত্ৰিকৰ পৰা চাইছোঁহি...
@ankursaikia7651
@ankursaikia7651 2 жыл бұрын
সৰুতে ঘৰৰ পৰা শিক্ষাৰ বাবে যি উলালোঁ আজিলৈকে ঘৰমুৱা হোৱা নাই কাৰণ দেউতা - মা কৰা কষ্টৰ মই যেন অতি উপহাৰ দিব পাৰোঁ।
@Chayonika-u3k
@Chayonika-u3k 3 ай бұрын
my boyfriend sent this song to me on the occasion of Girlfriends Day. He says that it's a gift from his end to compensate for his absence. I bawled my eyes out. It is indeed an "Upohar"! I never imagined that something so tender could have the power to touch so hard. The mellowness of this song speaks for its melody. It's been a month since I met him and the words of this song make the distance seem a little closer to the feeling of home (him). Thank you for this Upohar, Bishrut!
@chayasnigdhaborah6696
@chayasnigdhaborah6696 2 жыл бұрын
অসমৰ সংগীত জগতলৈ এটি নতুন উপহাৰ, বিশ্ৰুত শইকীয়া 🍃🍂
@মধুৰস্মৃতি
@মধুৰস্মৃতি 2 жыл бұрын
Umm
@kaushik-q7f
@kaushik-q7f 2 жыл бұрын
Right
@anjuranjana3847
@anjuranjana3847 Жыл бұрын
সত্য।
@manuranjandutta249
@manuranjandutta249 2 жыл бұрын
"অযান্ত্রিক" চাই শেষ নোহোৱাকৈ গানটো শুনিবলৈ আহিলোঁ.....কি সুন্দৰ 👌
@kabyashreepathak4798
@kabyashreepathak4798 2 жыл бұрын
Not gonna lie, 40 seconds into the video and my eyes welled up with tears. The song, the imagery, the vision and the authenticity of our Assamese culture is so beautifully depicted it’s beyond magic sigh
@মধুৰস্মৃতি
@মধুৰস্মৃতি 2 жыл бұрын
Yeah @awmultimedia
@medholic4377
@medholic4377 2 жыл бұрын
True ☺️
@rajboruah4555
@rajboruah4555 Жыл бұрын
this song hits
@BlackPanther-gm4ym
@BlackPanther-gm4ym Жыл бұрын
It seems lite version of Bengali culture
@kabyashreepathak4798
@kabyashreepathak4798 Жыл бұрын
@@BlackPanther-gm4ym there’s no such thing as a lite version. It’s a standalone culture of its own
@megha1386
@megha1386 7 ай бұрын
I was madly in love with the guy from Assam and he was the one who introduced Assamese songs to me. Even though we are not together anymore I never really stopped listening to these songs. Reminiscing the moments that have I spent with him while listening to this song.
@alphonso23
@alphonso23 2 жыл бұрын
কিবা এটা শান্তি বিছাৰি পোৱা যেন লাগে তোমাৰ কন্ঠত❤️
@barsharanisaikia7200
@barsharanisaikia7200 3 жыл бұрын
আজি ১ মাহে শুনি আছোঁ।দিনটোত কমেও ২ বাৰ শুনি লওঁ।আবেলিটো উপহাৰ ৰ অবিহনে আধৰুৱা।ইমান সৰল ।💚 আশাৰে বাট চালোঁ আৰু এনেকুৱা উপহাৰ পাওঁ।কমেণ্ট কৰি নাপাওঁ KZbin ত আজি এমাহ শুনাৰ পাছত ভাবিলৈ এটা Comment নকৰিলে ভুল হব।আকৌ এনে সৰল গান শুনিবলৈ পোৱাৰ আশাৰে অশেষ ধন্যবাদ মাজুলীৰ পৰা।
@anuragborahofficial5572
@anuragborahofficial5572 2 жыл бұрын
অযান্ত্ৰিক Pause কৰি আহিলো দেখিলো বহু অনুৰাগী অযান্ত্ৰিকৰপৰাই আহিছে। ধন্যবাদ @Bishrut Saikia ইমান ধুনীয়া গান আমাক উপহাৰ দিয়া বাবে যাৰ নামেই "উপহাৰ"।
@storyteller8560
@storyteller8560 Жыл бұрын
তুমি যেন যান্ত্ৰিকতাৰ শেষৰ এজন শিল্পী❤
@akhimrajkhowa372
@akhimrajkhowa372 2 жыл бұрын
অযান্ত্ৰিক pause কৰি আহিছো and I'm just getting speechless that ইমান দিন কিয় পোৱা নাছিলো এইটো গান ... Keep shining brother.. lots of love
@dipulborah5138
@dipulborah5138 2 жыл бұрын
Same here.. moiu 1st tym hunisu..
@biswajyotikataky4847
@biswajyotikataky4847 2 жыл бұрын
Same here
@sriland413
@sriland413 2 жыл бұрын
Same moi oo
@viralworld6497
@viralworld6497 2 жыл бұрын
তোমাক পালে বিশ্ৰুত শইকীয়াই দৰে ময়ো এষাৰি আওৰাম " কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ পৰিব নিদিওঁ ভাঙি। সময়ৰ পাতত ল’বা লিখি, মোৰ এই মৰম তোমাৰ বুলি তুমি যেন উপহাৰ এটি। ❤️
@nilamnayanaborgohain2951
@nilamnayanaborgohain2951 2 жыл бұрын
"তুমি যেন উপহাৰ এটি"♥️ .... তুমি সচাঁকৈ এটি উপহাৰ অ' 🥰
@Santanunath39
@Santanunath39 Жыл бұрын
I literally cry every time I watch this. It takes me back to the days without mobile phones and the internet. Recently, I lost my father, and I regret not spending more time with him. I wish he could watch this, he was truly an UPOHAR to me. Thank you so much bro for this song.
@bruh.712
@bruh.712 Жыл бұрын
I can feel you:)....God may bless you brother
@susmitaplagachu6810
@susmitaplagachu6810 Жыл бұрын
♥️
@kammonidip
@kammonidip 8 сағат бұрын
May god bless you brother 😊
@angshumanbaishya2
@angshumanbaishya2 2 жыл бұрын
ভাষা নোহোৱা কৰি দিছা ভাই । আজি প্ৰথম গান শুনিয়েই তোমাৰ ডাঙৰ ফেন হৈ পৰিলো । লগ পাম অতি সোনকালে । আকৌ ধুনীয়া ধুনীয়া কাম কৰি যোৱা ।
@kopilbora9470
@kopilbora9470 3 жыл бұрын
I am amazed...what a beautiful piece of art..... musically and visually ! Congratulations team !!!
@BishrutSaikia
@BishrutSaikia 3 жыл бұрын
Thank you sir.
@Ibhumika1
@Ibhumika1 Жыл бұрын
এই গীতটো যিমানেই শুনো, মোৰ সন্তুষ্টি অনুভৱ নহয়.... এই গানটো মোৰ হৃদয়ৰ আটাইতকৈ ওচৰৰ💗 মই তোমাৰ কণ্ঠৰ ওপৰত আকৰ্ষিত হৈছো💘
@brilliant2986
@brilliant2986 2 жыл бұрын
অযান্ত্রিকেই যেন এক উপহাৰ । অযান্ত্রিক আৰু উপহাৰলৈ ❤❤❤
@devarthamorang3559
@devarthamorang3559 2 жыл бұрын
সঁচাকৈ গানটো বিচাৰি আছিলো। অযানত্ৰিকত ঐছিছে বিশ্ৰুতৰ কথা কোৱা ত শুনিবলৈ মন গ'ল আৰু পালোঁ এই মধুৰ কণ্ঠ আৰু মিতা স্মৃতিৰ গানটো। অতি শুৱলা আৰু অন্তৰ চুই যোৱা গীত। সকলোকে ধন্যবাদ জনালোঁ।
@akhyaijyotimahanta3950
@akhyaijyotimahanta3950 3 жыл бұрын
সুন্দৰ কণ্ঠ, সুন্দৰ সংগীত, সুন্দৰ চিন্তা, সুন্দৰ কেমেৰা আৰু সম্পাদনা । তিতাবৰৰ চিনাকি মানুহো দেখিছো । ভাল লাগিছে আমাৰ ঠাইৰ মানুহেও এনে মন চুই যোৱা কাম কৰিব পাৰে । সকলোলৈকে শুভেচ্ছা ।
@ahmedmustafabarbhuiya225
@ahmedmustafabarbhuiya225 Жыл бұрын
She introduced me to this song, on this first day of 2023, I’m here wishing her a life full of joy and happiness, wherever she is, I wish her all the peace.
@Aa-tq9xt
@Aa-tq9xt Жыл бұрын
What happened to her brother?
@peaa666
@peaa666 Жыл бұрын
Just realized 4 months already gone in 2023
@ahmedmustafabarbhuiya225
@ahmedmustafabarbhuiya225 Жыл бұрын
@@peaa666 true.
@ahmedmustafabarbhuiya225
@ahmedmustafabarbhuiya225 Жыл бұрын
@@Aa-tq9xt she is fine. 😊
@EraserNinja
@EraserNinja 11 ай бұрын
She introduced me to it too
@DanielLeBaron1
@DanielLeBaron1 3 жыл бұрын
Such a pleasant song, and great videography to match it! Thanks for putting the translation ❤️ from 🇺🇲
@dipankarsaikia2117
@dipankarsaikia2117 2 жыл бұрын
What did u learn from the song
@StootiBDutta
@StootiBDutta Жыл бұрын
@@dipankarsaikia2117 are you conducting a literature exam what even is this question 😂
@rryangosling
@rryangosling Жыл бұрын
@@dipankarsaikia2117 what are you even asking 💀
@sasbttrr
@sasbttrr Жыл бұрын
​@@dipankarsaikia2117 APSC dibo niki hetuUu hudhi Diya logote 🤣
@tulikadevi1056
@tulikadevi1056 2 жыл бұрын
ভাবিছিলো ময়ে আহিছোঁ নিকি অযান্ত্ৰিকৰ পৰা বাহিৰে বাহিৰে, কিন্তু নহয় । Anyway it's damn good ...just loving it..now in repeat mode. And yes your are beyond good Bishrut. Thanks Oasis and UD....I heard many songs from your references....and yes you guys are real promoter of good music.
@bidyutphukan3440
@bidyutphukan3440 2 жыл бұрын
অযান্ত্ৰিকৰ পৰা আহিছোঁ বাহিৰে বাহিৰে ।। বহুত ধুনীয়া লাগিছে ❤️😘❤️
@copyman8779
@copyman8779 2 жыл бұрын
Sme
@dibyajyotikalita4700
@dibyajyotikalita4700 2 жыл бұрын
Same here
@sangma023
@sangma023 Жыл бұрын
My ex bf was assamese and he suggested this song to me since then I've always loved this song even though i didn't know the meaning but after we broke up i had no guts to listen to this song again but here i am after 4 months and idk how to describe this feeling.. this song feels like home and him, i feel sad but also calm. Few months back i was smiling to this song and now I'm crying to the same song. Time changes real quick
@namratagogoi2763
@namratagogoi2763 Жыл бұрын
Aww❤️
@pi.log10
@pi.log10 Жыл бұрын
You should go back to him, if possible, may be he's the right person.
@pi.log10
@pi.log10 Жыл бұрын
@@namratagogoi2763 Ahom?
@yellow0712
@yellow0712 Жыл бұрын
Grapnabe ..Khushi ongedongbo
@jayati2385
@jayati2385 7 ай бұрын
I can understand the way you are feeling right now, but girl move on!
@pujaborah1417
@pujaborah1417 2 жыл бұрын
Evocative 🥺!!! বিশ্ৰুত তুমি বিশ্ববিশ্ৰুত হোৱা!! সদায় প্ৰিয় তুমি আৰু তোমাৰ কণ্ঠ ❤️,,,তোমাৰ এই ব্যতিক্ৰমী সৃষ্টি সচাই অনন্য...
@RaJSeKhAR925
@RaJSeKhAR925 2 жыл бұрын
Whatttt!!! A Comment🙏🔥😍🎧🥀
@rohonjitborah7424
@rohonjitborah7424 2 жыл бұрын
Heavy budget sai ei gantu bsri ahishu ....bhut Dhuniya... Kun kun asa ru heavy budget sai???
@satishkuli2448
@satishkuli2448 2 жыл бұрын
Same here
@Pusu18
@Pusu18 2 жыл бұрын
moi
@kironrabha95
@kironrabha95 2 жыл бұрын
👋
@Science-Daily
@Science-Daily 2 жыл бұрын
same pinch bruh
@palashparasar7432
@palashparasar7432 2 жыл бұрын
Thank You to Heavy Budget.. nhole sage gom'e napalu hoi ei hundor gaan tu bikhoye ❤️
@awmultimedia
@awmultimedia 2 жыл бұрын
*_"অম্লানস্মৃতি"💕 হিচাপে লৈ এটি গীত ৰচিলে আমাৰ হৃদয়ত এক নতুন ভাৱনাৰ প্ৰেম উজ্জ্বলি উঠিব আপোনাৰ পৰা গানটো শুনাৰ আশা আৰু শুভেচ্ছা থাকিল । 💝👍_*
@JENAA____shorts
@JENAA____shorts 9 ай бұрын
মনৰ শান্তি বিচাৰি দিনটোত এবাৰ হ'লেও ,, এই গীতটো লৈ অহা এজনী মই ❤😢 সঁচাকৈ বহুত শান্তি পোৱা যায় আপোনাৰ কণ্ঠত ❤🥺
@princedikankalita112
@princedikankalita112 2 жыл бұрын
Barixa botorot duporiya...... Khirikire boroxunor tupalbur sai kaanot earphon dal aru earphone't UPOHAR Thanks @Bishrut Saikia for this lovely upohar❤
@priyakshisarma7024
@priyakshisarma7024 2 жыл бұрын
ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে!! কি সুন্দৰ উপস্থাপন... আগন্তুক দিনলৈ অধিক আশাবাদী... এনেদৰেই জীৱনৰ গান গাই যাওক। Love and light ✨ (PS - got to know about this song after going through the অযান্ত্ৰিক episode )
@diptisaikia4276
@diptisaikia4276 2 жыл бұрын
সচাঁকৈয়ে হৃদয় চুই গ'ল গীতটোৱে 😍 আৰু আগুৱাই যোৱা তুমি ভগৱানৰ ওচৰত তাৰে কামনা কৰিলোঁ 🙏🏻
@praptipujari223
@praptipujari223 Жыл бұрын
It's reached 2million views finally. After a week Upohar will be 2 years old but it's never gonna be old. It's always gonna be in our playlist even after years. It will always be in our hearts. In today's generation, YOU GAVE US THE OLD ONE BACK. Tumi Upohar hoi Bishrut da 💘
@arupkr.4138
@arupkr.4138 2 жыл бұрын
যি দিনা ojantict আপোনাৰ এই গানটো কথা শুনিছিলো লগতে বিছাৰি শুনিলো । সঁচাই বহুত ধুনীয়া গান । এতিয়া আপোনাৰ উপহাৰ আৰু তাই মৰম সদায় লাগে এই দুয়োটা গান সদায় শুনো আমনি নালাগে প্ৰতিবাৰে নতুন মাদকতা পাওঁ
@arpidas4028
@arpidas4028 3 жыл бұрын
সংগীত টোৰ লগতে ভিডিঅ'টো ইমান সুন্দৰকৈ উপস্থাপন কৰিছে,আচৰিত হৈ পৰিলোঁ ।এইটো ২০২১ৰ ভিডিঅ' হয়নে এনে এক প্ৰশ্ন আহিল।কি সুন্দৰ পৰিৱেশ । তেতিয়াৰ সেই বিজু ফুকন, নিপন বৰুৱা দেৱৰ ডেকা বয়সৰ সেই পুৰণা চিনেমাবোৰৰ দৃশ্য চোৱাযেন লাগিল । সম্পূৰ্ণ ব্যতিক্ৰমী দৰে কিবা এটা যেন বহুত বিশেষ । খুব ভাল লাগিল । কি সুন্দৰ প্ৰেমৰ মিলন।প্ৰতিজনলৈ অভিনন্দন
@jharnagoswami5249
@jharnagoswami5249 2 жыл бұрын
Listen this song 10 times a day. This is 2.04 AM. Just finished watching your episode in Ojantric. Just described everything I feel about this song. Coming here saw you are giving ❤️to the comments. This means from here it will reach directly to you. Bishrut Saikia, "Upohar" is like a positive manifestation for me. It feels like hope is roaming around. It has been and will remain my caller tune. Stay amazing dear "real artist"❤️💫🙏🏻
@mridushman18
@mridushman18 10 ай бұрын
তাইৰ সুখৰ বাবে নিজকে তাইৰ পৰা দূৰত ৰখাতো মোৰ ফালৰ পৰা শেষ উপহাৰ আছিল 🤍🥀
@-r.i.m.i-2906
@-r.i.m.i-2906 Ай бұрын
কথাষাৰ চুই গল
@zengoride....407
@zengoride....407 2 жыл бұрын
ল'ৰালি কালৰ দিনবোৰ মনত পৰি গ'ল। বহুত বহুত ধন্যবাদ এই গানটো আমাক উপহাৰ দিয়াৰ বাবে।
@prachirdutta7427
@prachirdutta7427 2 жыл бұрын
The line " বুকুৰে মাজতে তুমি মন মোৰ, দিঠকত তুমি বহু দূৰ" hits really hard......
@Sam__The__Slayer
@Sam__The__Slayer 3 жыл бұрын
Kisumaan gaan he antorkhon sui jabo pare, eitu gaan tar majot bohut uporot. Hats off to the team for this beautiful piece of music. Love it.
@namratarava8104
@namratarava8104 2 жыл бұрын
This music video screams "Home".. the visuals, the cinematography, the story, the song.. everything's reminding me of home, my village...it hits different when you're away from your home.. I couldn't help but shed a few tears while watching.. 🤧🤧🤧❤️❤️❤️❤️
@snehakalita7305
@snehakalita7305 2 жыл бұрын
অযান্ত্ৰিক আধাতে এৰি আহিছোঁ ❤️ হৃদয় চুই যোৱাকৈ এটি গীত 🥺❤️
@bishalryankashyap6262
@bishalryankashyap6262 3 жыл бұрын
This is the first time i have recommended a song to my parents. This vibe is special. Ei upohar tur babe dhonyobad. 💙
@jyotidasmoran3490
@jyotidasmoran3490 3 жыл бұрын
Really ! Evn my dotr🤗💕💕💕
@rituparnarabha7113
@rituparnarabha7113 2 жыл бұрын
@@jyotidasmoran3490 me too
@ManashiDas76
@ManashiDas76 2 жыл бұрын
গানে জীয়াবলৈ শিকাই 🤗 সঁচাকৈ এইয়া আমাৰ বাবে উপহাৰ ❤️
@madhurjyaborkakoti2190
@madhurjyaborkakoti2190 5 ай бұрын
KZbin shows that this video is 3 years old. Let me tell you one thing about me. Three years back I was not aware of any artist named bisrut saikia to be honest. Cam to know about the song through the reels at insta. Yes I am guilty that I only came to know about this piece through insta reels. But let me tell you this that lesser did I know 3 years back that this song of bishrut saikia in particular would turn out to be a special piece of music in my life. I recently got married to my partner with whom I was in a relationship from last 10 years. Like everyone we also appointed a camera and cinematography team. They did a wonderful job with my wedding video and the bgm they chose was this song. So now whenever I listen to this song I dunn watch the vdo just listen to the words and the whole wedding comes right before my eyes. Thank you bishrut saikia for this wonderful song. Don't know what value others will hold with your song of this but lemme tell you one thing till we both remain in this planet we will treasure your beautiful art. Thank you❤
@HeliumOxygen
@HeliumOxygen 2 жыл бұрын
Ebar huna pasot bare bare huni thakibo mon jai .. ktya soku Pani ulai jai agor ktha bhabi dhoriboe nwri.. what a song 💫 became my favourite Assamese song ... Keep it up..
@nomadicbird1984
@nomadicbird1984 2 жыл бұрын
যাযাবৰী জীৱনৰ অক্লান্ত পথত এখন্তেক সময়ৰ বাবে থমকি ৰবলৈ বাধ্য হলো ইমান সুন্দৰ এই গানটো শুনি। শব্দৰ ভাষাৰে হয়তো বুজাবলৈ অসুবিধা হব।
@mr.rajaaaa
@mr.rajaaaa 2 жыл бұрын
ভাষা নাই বিশ্ৰুত ❤️ প্ৰথম শুনিয়ে তোমাৰ অনুৰাগী হৈ পৰিলোঁ।
@thomasreddy2630
@thomasreddy2630 Жыл бұрын
I heard this song on my way back from an Assamese music festival..........i have to say , songs that make your eyes teary and remind you of the purity of love are just golden
@pallavichetia309
@pallavichetia309 2 жыл бұрын
মাথোঁ অনুভৱ কৰিব পৰা এটা গান...... শান্তি ও সন্তুষ্টিৰ চকুলোৰে সেমেকা Have to admire your piece of art❤❤❤
@purnimadas78
@purnimadas78 2 жыл бұрын
Ajantricr pora ahilo ....roi thakib noarilo...xsai vl lagil...👌🔥❤....Best of luck....👍👍
@BsNikunjaRanjanborah
@BsNikunjaRanjanborah 2 жыл бұрын
দিনটোৰ মূৰত অযান্ত্ৰিকৰ মাজত নিজকে জীয়াই আকৌ আপোনাৰ গানৰ মাজত জীপাল কৰিলোঁ। বহুত ধুনীয়া লাগিলে । মনটোত মৃদুকৈ এতিয়াও প্ৰশান্তি বিৰিঙি আছে। ভালে থাকক । বহুত বহুত মৰম আপোনালৈ 💗💗💗💗🌼
@biswayan.chakravorty
@biswayan.chakravorty Жыл бұрын
Pov : looking at the sun set and listening to bisrut daa's playlist is your therapy.....🥺❤️
@charubaruah8843
@charubaruah8843 2 жыл бұрын
বিশ্ৰুত শইকীয়া ! হিয়াৰ তলি উদিয়াই আশিস যাচিছোঁ তোমাক --- সুখ-শান্তি আৰু সাফল্যই সাৱটি থাকক তোমাক ওৰে জীৱন ! ইমান গভীৰ অৰ্থৱহ কথা ! ইমান প্ৰাণময় ! কেনেকৈ সম্ভৱপৰ ইমান কম বয়সতে ইমান উচ্চ মানৰ শব্দ চয়ন ! আৰু সুৰৰ কি লালিত্য ! উস্ ! আমি প্ৰবীণসকলে বুকু ফিন্দাই কৈ যাম বিশ্ৰুত --- এয়া আমাৰ নতুন প্ৰজন্ম । এয়া আমাৰ ভৱিষ্যত , আমাৰ সম্পদ । তোমাৰ মাৰাক এবাৰ লগ পাবলৈ অন্তৰ অধীৰ হৈ পৰিছে । নিশ্চয় পাম কেতিয়াবা । কুশলে থাকা ।
@_o1ong_
@_o1ong_ 3 жыл бұрын
You know the feeling when you smile when no one else is around, the real deal. That's how the song made me feel reminiscing all the beautiful memories......... Also, 2:02 hits different. Amar lora gita dangor manuh hol dei
@mondeepgogoiflute7249
@mondeepgogoiflute7249 2 жыл бұрын
অযান্ত্ৰিক চাই থকাৰ মাজতে শুনিবলৈ গুচি আহিলো❤️
@BooksandAlchemists
@BooksandAlchemists 2 ай бұрын
Why tf am I crying! Love from England mate. Thank you for the translation in the video. I am Assamese, but I was born and raised here, I am only learning the language. This is absolutely bonkers mate. You nailed it!
@lekhikabaishya133
@lekhikabaishya133 Жыл бұрын
কিমান বাৰ যে শুনিলো এই গীত টো তথাপি ও হেপা এ পলোৱা নাই ❤️🥺🙏
@tusharbaruah9043
@tusharbaruah9043 2 жыл бұрын
হৃদয় চুই গৈছে দাদা❣️।।। আপুনি অসমীয়াক এটি বিশেষ উপহাৰ দিলে।।🙏
@dbaruah3999
@dbaruah3999 2 жыл бұрын
জীৱনৰ সংঘাত বহুত,সকলোৰে বেলেগ বেলেগ, U r lucky that u have a best option within u to celebrate your life...thank u to ur maa being so supportive for u both..many dont have that courage to do so...best wishes for u bro..After watching u on ojantrik today only i recognise u..and now i m a fan of yours❤️..
@jimidas7050
@jimidas7050 Жыл бұрын
এই উজাগৰী নিশা বিষন্ন হৃদয়ৰ লগৰী এই গীতটি❤️... ধন্যবাদ আপোনাক ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ বাবে 🙏
@ridipbezbaruah1369
@ridipbezbaruah1369 2 жыл бұрын
এক চিৰসেউজ অনুভূতি 💐💚. বহুত সুন্দৰ উপস্থাপন.... তোমাৰ এই উপহাৰ সংগীতটো সঁচাই আমাৰ বাবে এক উপহাৰ 💐....
@almassmehjabinrahman8101
@almassmehjabinrahman8101 2 жыл бұрын
This man and his goddamn life! I can relate so much to some of the phases of his life and the complications in it, the effects that those complications brought which includes the chaotic mental zones and the disasterous depth of emotions! This similarity of life issues; relatibility to perspective of life and world; and reactions to its various aspects brings me to romanticize this person and his smile-that effortlessly conceals heavy, deep wounds! Throughout his interview at Ojaantric I along with each of my cardiac cells was in the midst of such a state that I just can't express in words. I was dwelling on my past life throughout the hour. It was kind of an odd nostalgia! This man is neither my celebrity crush nor any idol. Though I've heard each of his songs for over 5-6 times, I do not term myself his fan and haven't written all this non-sense to express my love for his songs. I simply consider myself as an admirer of his lyrics formerly who eventually found a travel-mate in the oddyssey of life within him and have written this lengthy para just to exaggerate about my state of joy in discovering such a charming and talented person with a relatable life story and also as a gesture of acknowledgement cum appreciation to his constant efforts and strength to sustain the traumas of his life and survive it till now! Grateful to God for this man exists and more for I know him lately!
@ashifchoudhury4408
@ashifchoudhury4408 2 жыл бұрын
One day this song created history will become the Assamese most viewed song. Thank you guys to give us this 'upohar' .
@xhhirssi5116
@xhhirssi5116 3 ай бұрын
At 1:19 if you look at the roof of the house there's a pair of pigeons. Its almost as if they're a reflection of the couple. The cinematography in this is amazing
@Radheyshyam4n
@Radheyshyam4n 2 жыл бұрын
মই মোৰ শৈশৱলৈ ঘুৰি গলো। আজিৰ এই যান্ত্ৰিক পৃথিৱী খনত এইবোৰ অনুভূতি পাবলৈ তান। khub dhunia concept ♥️ aguai jaok apunalok vogoban r osrt heitu a parthona🙏
@abm_binanda
@abm_binanda 2 жыл бұрын
ভাষা হীন হৈ পৰিছো,সচাঁকৈ মন চুই গল❤।তাহানিৰ সেই সোণালী দিনবোৰ আকৌ যদি ঘূৰাই পোৱা হ'লে😞 দাদা আমাক আৰু গান লাগে সোনকালে
@jugantamahanta486
@jugantamahanta486 3 жыл бұрын
ইমান ধুনীয়া ❤️❤️❤️❤️ ভাষা নাই মোৰ ইয়াক প্ৰসংশা কৰিবলৈ....😊😍
@NISHA-1DEC
@NISHA-1DEC Жыл бұрын
একমাত্ৰ ভাল পোৱা গীত 😊 ,,, মোৰ আৰু মোৰ প্ৰিয়জনৰ ❤️,,, এই গীতটি মাজেৰে ভাল পোৱাবোৰৰ প্ৰতি আৰু মৰম , সম্মান বাঢ়ি যায় ,,,, আপোনাৰ অশেষ ধন্যবাদ 💕 উপহাৰ 💙 গীতটি আমাৰ মাজত অনাৰ কাৰণে ❣️
@BABUTRADER24
@BABUTRADER24 10 ай бұрын
প্ৰীয় গীতটিৰ জৰিয়তে আমাৰ ভাল পোৱা প্ৰকাশ কৰা কাৰণে তোমাৰ লৈ অলেখ মৰম 😊💙
@shitpostinghaha
@shitpostinghaha 2 жыл бұрын
This song is so underrated.... It's such a gem. Everything is so fine.
@kaushikborbora765
@kaushikborbora765 2 жыл бұрын
আইতাৰ লাখুতিৰ শব্দ আকৌ শুনিব খোজোঁ, দাদাৰ লগত দবৰা দবৰি আকৌ লাগিব খোজোঁ , দাদাৰ লগত খেলি মাৰ গালি শুনিব খোজোঁ , দেউতা ৰ স্কুতাৰ্ত উঠি ফুৰিব যাব খোজোঁ , দাদা স্কুলৰ পৰা আহি মই গেট খোলা লৈ তিলিঙা বজাই ৰৈ থকা সময় বোৰ বিচাৰোঁ , তাইক স্কুলৰ চাইকেল ষ্টেণ্ডৰ পৰা জুমি চাব খুজু । সময়ে দি যোৱা অতীত টোৱো এটা উপহাৰ ❤️🌼
@awmultimedia
@awmultimedia 2 жыл бұрын
*_"অম্লানস্মৃতি"💕 হিচাপে লৈ এটি গীত ৰচিলে আমাৰ হৃদয়ত এক নতুন ভাৱনাৰ প্ৰেম উজ্জ্বলি উঠিব আপোনাৰ পৰা গানটো শুনাৰ আশা আৰু শুভেচ্ছা থাকিল । 💝👍_* @bishrutsaikia Daa
@SiddharthaAcharya
@SiddharthaAcharya 8 ай бұрын
An Assamese friend recommended this song to me :) .. been listening to it since then.. such a wholesome song, video, music, everything .. Love from Nepal
@rishantrangogoi3624
@rishantrangogoi3624 3 жыл бұрын
video is so well depicted the way we are rushing towards more development today,I am sure we will miss our half -made roads,the mud,trees, days with no electricity at our home very bad and when we'd want to have a look back what we left behind, these art will bring loads of flashbacks.
@md.afjalhussen7903
@md.afjalhussen7903 2 жыл бұрын
Hie brother I m from Tripura A Bengali boy m deeply obsessed with Assamese song and Today I saw on of my Assamese fb friend putting this song on her sts ...after I saw her sts 1h I searching this masterpiece on KZbin cz I don't know the song name ..last four hour I just listening your Upoha..I start it listing on 12 pm and now 4 am m still listening it ..❤️❤️😌😌😌😌❤️
@BlackPanther-gm4ym
@BlackPanther-gm4ym Жыл бұрын
amr o same bhalo lagse
@bhaskarborah2999
@bhaskarborah2999 2 жыл бұрын
Bishrut Saikia Hats off to you. I feel so connected to this song. Superb music, song, cinematography as a whole it's a masterpiece. There are many good singers and composers,there will be many hit Assamese songs in the future. But this will be irreplaceable. You have created history ❤️
@bastabsaikia7271
@bastabsaikia7271 Ай бұрын
Mur naam tu Bastab aru moi Shruti namor swali ejoni k bohut bhal pau...kintu aji still 1yr 266 days hll amr majot modbhed hoi ase...naa tai bhal korise naa moi bhal korisu.... amr bohut dhuniya dhuniya muhuto ase ekeloge..... tumr naam tu e hodai muk tai naam tu monot pelai kosto hoi kintu ai kosto tu moi bohut bhal pau mon okhanti hoi kintu eitu bhal lage je mur kunu tez r homporko nothoka manuh ejonik moi eman bhal pbo paru..... Thanks for everything what you have done on this world....Bishrut daa aru amr title u sme
@Nabojitroymusic
@Nabojitroymusic 26 күн бұрын
I can understand, Mur kahini u tumar dore. Stay happy brother ❤
@ravan4772
@ravan4772 23 күн бұрын
Tair kotha vabi hat Mari xui thak bhai😢
@ZENiNxCRASHER
@ZENiNxCRASHER 23 күн бұрын
🤣​@@ravan4772
@Saditya_07
@Saditya_07 23 күн бұрын
Hat mari thakk bhaii 😢😢😢😢
@SavagemodeON973
@SavagemodeON973 21 күн бұрын
Direct kio nukua " thogile buli" 😂😂 ako ejoni potabo try kora 😂😂 eman vabi eku bal dal nupua😂
@amlansaikia01
@amlansaikia01 2 жыл бұрын
ইমান সুন্দৰ উপস্থাপন, সঁচাকৈ অতি উত্তম মানৰ 👍
@sarangabhuyan8683
@sarangabhuyan8683 3 жыл бұрын
Feel pity for those who haven't come across it yet . This is a gem ❤️ .
@busybuzz6531
@busybuzz6531 3 жыл бұрын
চকু সেমেকি গ'ল। ইমান ধুনীয়া উপস্থাপন। cinematography, direction ,music excellent.👌❤️ সেই দিন বোৰলৈ উভতি যাব পৰা হ'লে!🥺
@jajaborlmch
@jajaborlmch 2 жыл бұрын
Literally I too felt like crying
@FaridAli-yr6nm
@FaridAli-yr6nm Жыл бұрын
জীৱন নদীৰ দৰে
@HAR_HAR_MAHADEV_OM_NAMAH_SIVAY
@HAR_HAR_MAHADEV_OM_NAMAH_SIVAY 5 ай бұрын
"it's June 2024 let's see how many legends are listening to this masterpiece, still one of the most popular songs ever even after 3 year's!"
@gargeeburagohain2210
@gargeeburagohain2210 8 ай бұрын
It's 2:20AM..কিছুমান কথাই আমনি কৰে কেতিয়াবা নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি bishurt দাৰ গান শুনো... নিসং সময় খনিত লগ দিয়া আপোনাৰ প্ৰতি টো গীত ভাল পাওঁ ❤️❤️
@ArunJacky_
@ArunJacky_ 8 ай бұрын
❤ kiba likhim bhabileu likhibo nuari kisuman gaan are just❤
@sanamskingdom638
@sanamskingdom638 2 жыл бұрын
Thanks to the singer, all cast and crew of this song for giving us such a wonderful masterpiece... Olop homoyor babe loralir homoi khinit bilin hoi goisilu... Tumaluk aguai jua... Aru enkua val val content pam buli akha rakhilu.. nedekhajone tumalukok vale rakhok...
@Berozgar.02
@Berozgar.02 2 жыл бұрын
ইমান সুন্দৰ লিখনি ইমান সুন্দৰ সুৰ জয়ন্ত হাজৰিকা দেৱলৈ মনত পৰি গৈছে❤️
@assamnews24x7
@assamnews24x7 Жыл бұрын
জীবনৰ দৰে এটি নিৰ্ভেজাল গীত!! সুন্দৰ 👌
@digantasarmah4779
@digantasarmah4779 2 жыл бұрын
Ojantric t gantur bisoye gom palu... Search kori xunilu, bor bhal lagil.... Mon sui gol👌👌👌
@শব্দ-ধ৪শ
@শব্দ-ধ৪শ 2 жыл бұрын
একেধাৰে বৈ যাৱ‌ মোৰ প্ৰিয়তম প্ৰিয়াসী তৰা সদায় আহিৱা চোন দুপৰ নিশা।। একেৱাৰে সৰু সৰু শবদৰ উপস্থাপন এটি।।জান্ত্ৰিকতাৰ ইপাৰৰ অজান্ত্ৰিকৰ পৰা।। 💓💓💓
@sudiptaxykia
@sudiptaxykia 2 жыл бұрын
uff lyrics, soku pani ulai jai🥺❤️ jiman hunila u amoni nologa gaan ata ⚡ tq bishrut daa eman dhuniya gaan ata upohar dia r babe💖
@SeujPallav
@SeujPallav 3 жыл бұрын
সৰু সৰু আবেগবোৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। বহুত ধুনীয়া 🙂
Odhikar - Tanmoy Saikia & STANNiUM | OLONGKAAR (Official Release)
3:50
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 81 МЛН
Farmer narrowly escapes tiger attack
00:20
CTV News
Рет қаралды 10 МЛН
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 81 МЛН