KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
নগাঁও ||মাধৱগুৰু জনাই শংকৰ গুৰুজনাৰ শ্ৰাদ্ধ তিথি কিয় পাতিলে
1:03:53
Bhagawat||মৰিগাঁওpart2||Pallab Chutia||@জ্যোতিময়Jyotimoy
1:30:52
Give male police officers the most tiring car#Short #Officer Rabbit #angel
00:27
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
00:46
这是自救的好办法 #路飞#海贼王
00:43
Bishwanath||Chariali||bhagawat||Path||pranjit gogoi
Рет қаралды 253,427
Facebook
Twitter
Жүктеу
1
Жазылу 266 М.
জ্যোতিময় Jyotimoy
Күн бұрын
Пікірлер: 211
@kusharegon8298
2 жыл бұрын
Apunar bagobot poha bohut bohut donnobad
@kandorpabora5465
2 жыл бұрын
বৰ ভাল পালো বহুত ভাল লাগিল ধন্যবাদ শুভ ৰাতি ।
@Balamurali8039
2 жыл бұрын
হৰে ৰাম হৰেকৃষ্ণ মহা প্ৰভু আপোনাৰ সুন্দৰ মনোমোহা গীতা ভাগৱতৰ পাঠদানৰ লগতে বাখা সুন্দৰকৈ সজাই পৰাই বুজাইকোৱাৰ ৱাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে আৰু আগলৈকে ভাল ভাল পৰামৰ্শ দিয়ে যেন ৰাম ৰাম হৰি হৰি নাৰায়ন নাৰায়ন হৰে ৰাম হৰেকৃষ্ণ
@surabhigohain8452
2 жыл бұрын
সুন্দৰ ব্যাখ্যা বাপ শুনি আপ্লুত হলোঁ।🙏🙏🙏
@romenkolita784
2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ। বন্তিৰে পৰিপূৰ্ণ নামঘৰ।
@manjurajkonwar2807
2 жыл бұрын
কৃষ্ণ প্ৰভু প্ৰণাম ।🙏
@biswajitbaruah3564
2 жыл бұрын
Koti koti pranam prabhu, Krishna Krishna Krishna,.
@taponborah2805
2 жыл бұрын
অতি সুন্দৰ বাপ,কৃষ্ণ
@labanyagogoi5728
2 жыл бұрын
আপোনাৰ ব্যাখ্যা অতি আকৰ্ষণীয় বাপ ।সন্তুষ্টি লভিলোঁ ।কৃষ্ণ কৃষ্ণ ।
@daduldas1643
2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ জন আপোনাৰ শ্ৰী মুখৰ ভাগৱতে আমাৰ জীৱন ধন্য কৰিছে।। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@UrmilaBorah-ck1pd
3 ай бұрын
, কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@rubineog9534
2 жыл бұрын
krishna krishna bapjon .koti koti pronam ,amar sewa grohan kork
@karobisaikia3548
Жыл бұрын
বুজাব নোৱাৰোঁ কিমান ভাল লাগে কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nonichutia3034
2 жыл бұрын
কৃষ্ণ কৃষ্ণ,,,,, অতি সুন্দৰ ভাঙনি।
@gopinathtalukdar6013
2 жыл бұрын
হেপ্ৰভু ভগৱানে আপোনাক দিৰ্ঘায়ু কৰক তাৰেই কামনাৰে। আপোনাৰ পাৱে পৰি কাতৰ প্ৰাৰ্থনা জনালে এই অধমৰ সেৱা গ্ৰহণ কৰে যেন। আপোনাৰ ভাগৱত পাঠৰ পৰা পোৱা সিমাহিন আনন্দৰ তুলনা নাই সেৱাৰে পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ
@gopinathtalukdar6013
2 жыл бұрын
বহু বহু ধন্যবাদ থাকিল শুভ কামনাৰে
@GAMINGPARTHA_
2 жыл бұрын
ভগৱানে আপোনাক দীঘায়ু কৰক ,🙏🙏🙏 ।
@hirenbaishya3721
2 жыл бұрын
কৃপালো বাপ সেৱা জনালো আগলৈকে যেন এনেদৰে ভাগৱতৰ অমৃত ৰস পান কৰিব পাৰো।
@kolpochitra3869
2 жыл бұрын
*কৃষ্ণ কৃষ্ণ* বাপজনাৰ ভাগৱত পাঠ আৰু ৰসাল ব্যাখ্যা আমাৰ অমৃত পান কৰা যেন লাগিছে।ক্ষমা বিচাৰিছোঁ। সহস্ৰবাৰ সেৱাহে নিবেদিছোঁ।🙏🙏🙏🙏🙏🙏🙏🙏
@nirupamagohain1945
2 жыл бұрын
Pranjit bapjon apunaloi xasardha pranam janalo. Bhagabot bakhya xarbon kori bor bhal lagil. Krishna Prabhu ye apunak mongol korok .
@hirentamuli3540
2 жыл бұрын
কৃষ্ণ 🙏🙏 আমি সেৱা জনালোঁ 🙏 কৃষ্ণ 🙏
@jahnabineog7990
2 жыл бұрын
Bor hundor huni thakibo mon jai bapp
@ranjanborah8190
2 жыл бұрын
কৃষ্ণ বাপ সেৱা ভাগ জনাইছো
@abmonty7274
2 жыл бұрын
বাপজনা সেৱা জনালো🙏🙏🙏 ঈশ্বৰৰ অমৃত কথাৰ অমৃত পান কৰিবলৈ সদায় বাট চাই থাকো । তাতেই পৰম সুখ বিচাৰি পাওঁ । কেৱল মাত্ৰ মোৰ পৰম পিতাৰ গুণানুকীৰ্তন শুনি ভাল পাওঁ বাকী ক'তো মন নবহে আৰ্শীবাদ কৰিব প্ৰভুজনা কৃষ্ণ কৃষ্ণ কৃষ্ণ। অঞ্জলি দাস
@nabajyotidas1997
2 жыл бұрын
ৰাম ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔 FROM == Nagaon
@nogenkoirinogenkoiri2064
Жыл бұрын
কৃষ্ণ প্ৰভু🙏
@rajibdas3081
2 жыл бұрын
Krishna সেৱা জনালো।
@daisyrabha2343
2 жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏
@nonichutia3034
2 жыл бұрын
বাপ মই শুনি মৰ্মাহত হৈ পৰিছো। আগতেই যদি আমাক আইয়ে সিকালে হৈ আজি আমি প্ৰভু ভগৱন্তক বিচাৰি ফুৰিব লগীয়া নহয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@darpanabalarabha2396
2 жыл бұрын
Eman val lagiss Soni thakibor mon jay
@ganeshkoch561
2 жыл бұрын
Krishna 🙏🙏🙏 bappp xhewa jonaluuu bapp krishna
@pinki-qi3cc
Жыл бұрын
Sree brishnu ram krishna.he param ishawar.prabhu apunar cenelto 2dinhe saisu bahut val lagil .ram krishna prabhu.
@pranatisaikia2424
2 жыл бұрын
Prabhu bapjon eman val lagesa apuner vangane baor madhur hunela amone nalaga,
@sukhamtamuli5759
2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণ কমলত স শ্ৰদ্ধা প্ৰণাম জনালোঁ আপোনাৰ শ্ৰী মুখৰ অমৃত বাণী শুনি হেঁপাই নপলা ই🙏🙏🙏
@ranjudeka5852
2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏সেৱা গ্ৰহণ কৰিব বাপ
@dulumoniborah-hu9zk
9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো
@bapuramrabha3097
2 жыл бұрын
আপোনাৰ চৰণ পঙ্কজত সশ্ৰধ্ব প্ৰণাম, অভুতপূৰ্ব পাইছোঁ আপোনাৰ পাঠ ও ব্য়াখ্য়া !!!কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mrinaliranidevi
Ай бұрын
Bap,apunar bhagawat path sunile suni thakibar Mon jai bht bht dhanyabad ❤namaste 🙏
@jogendranathborah843
2 жыл бұрын
কৃষ্ণ কৃষ্ণ পৰভূ জনা ।
@manjubarman1855
2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা!আমাৰ সেৱা ভাগী গ্ৰহণ কৰিব।আপোনাৰ ভাগৱত ব্যাখ্যা সদায় শুনো।শুনি মানসিক প্ৰশান্তি লাভ কৰোঁ।ভগৱন্তই যদি সুবিধা কৰি দিয়ে ,আপোনাক এদিন আমাৰ গৃহলৈ আমন্ত্ৰণ জনাম।কৃষ্ণ। 🙏🙏🙏🙏
@rupjyotisaikia3844
2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@pijush1213
Жыл бұрын
আপোনাৰ মুখত হৰি নাম শুনিলে মন বোৰ বহুত ভাল লাগে,,, ভগৱানে সদাই আপোনাক ভালে ৰাখক,,, কৃষ্ণ 🙏🙏🙏
@pallabikagohain5720
Жыл бұрын
77787Touch and hold a clip to pin it. Unpinned clips will be deleted after 1 hour.
@AtulBorahOfficial
2 жыл бұрын
অতি সুন্দৰ বিশ্লেষণ প্ৰাণজিৎ বাপ জন, শুনি অতিকৈ আনন্দ লভিলো কৃষ্ণ কৃষ্ণ 🙏🙏🙏,অধমৰ প্ৰভাতি সেৱা ভাগ গ্ৰহণ কৰিব 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@priyankabordoloi6586
2 жыл бұрын
ल
@PunuTamuli
Жыл бұрын
😊
@dipankardas5204
2 жыл бұрын
Krisna🙏❤️❤️❤️
@bharatjyotigogoi3545
2 жыл бұрын
সুন্দৰ কণ্ঠ, কৃষ্ণ কৃষ্ণ 🙏🙏
@manojneog785
2 жыл бұрын
Bohut duniya lagise dai bap
@paruldutta5898
2 жыл бұрын
Krishna krishna krishna pranam janaisu pravu 🙏 🙏 🙏 🙏 🙏 🙏 🙏
@animadutta4133
2 жыл бұрын
Ram krishna pronam probhu.
@urbashibarman2984
2 жыл бұрын
Krishna baap 🙏🙏, odhamor xewa grahon koribo 🙏, apuni amak vagobot xunai bohut bohut kritartho korile pravu, agoli o amak xunai thakibo buli akha krilo, Krishnai apunr kripa korak jate ako amak xunaboli moti diye 🙏🙏
@nonichutia3034
2 жыл бұрын
সুন্দৰ,,,,!!!!
@999tacion6
2 жыл бұрын
Krishna Krishna bap apunar sree mukhe bhagwat Katha suni aumi dhanya halo.
@kanakbasumatary6882
2 жыл бұрын
Prabhor, saran, pangkajat, kotikoti, pranam, krishnu
@rekhagogoi322
2 жыл бұрын
কৃষ্ণ বাপজনা আপোনাসৱৰ শ্ৰীচৰণত সেৱাভাগ অৰ্পণ কৰিলো ।
@tutupatra9795
2 жыл бұрын
Krisno krisno
@probinhazarika7899
2 жыл бұрын
বাপ সেৱা জনালো।
@prasantakumarnath9469
2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা 🙏🙏🙏।
@কৃষ্ণকৃপাময়-ভ৮ষ
2 жыл бұрын
প্ৰাণজিৎ বাপ আপোনাৰ ব্যাখ্যা শুনি সচাকৈয়ে বৰ আনন্দ পাও।
@krishnakonwar6152
2 жыл бұрын
Krishna' krshna
@kamalkachari4077
2 жыл бұрын
হে প্ৰভু 🙏🙏🙏
@JayantaDhing-py2to
5 ай бұрын
কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ
@pujakalita8491
2 жыл бұрын
🙏🙏🙏0M Krishna Krishna Krishna provu sewa apunak 🙏🙏🙏
@tarunmedhi8907
2 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏 🙏 প্ৰনাম
@brojengogoikrisnakrisna7975
2 жыл бұрын
Krishna Krishna Bap Hewa janalu.
@digantakonwar4404
2 жыл бұрын
Kisna kisna, pranjit gogoi bapjana,apunak hatabar Karu namaskar.pravu jana,moi apunar bhagawt baikhyar niomia sruta.apunar gharaloi jambuli bhabisu !
@monjitboruah8687
2 жыл бұрын
Shree krishna prabhu 🙏🙏🙏
@gobindasaikia9028
Жыл бұрын
Jai shree krishna ❤️🥰
@sanjibdhandia4874
Жыл бұрын
Hundor
@nagendrasonowal7907
2 жыл бұрын
Pronam probhu
@mahanpuja7915
2 жыл бұрын
Very nice day to me.good and nice voice.
@bhupendas6810
11 ай бұрын
Krishna pravu
@mondipgamer4834
2 жыл бұрын
কৃষ্ণ বাপ,🙏🙏🙏🙏🙏🙏
@rupaphukon9341
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@rajuborah7647
2 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏
@junumech653
2 жыл бұрын
কৃষ্ণ 🙏🙏বাপ জনা প্ৰভূ কৃষ্ণকৃপালু বাপ জনা আপোনাৰ শ্রী মখেৰে মোধোৰ ভাগবত কঁথা শুনি আমি পান কৰিছে প্ৰভূ 🙏🙏কৃষ্ণ কৃষ্ণ ঈশ্বৰ প্ৰভূ চৰণ সেৱা নিবেদিছো 🙏🙏কৃষ্ণ প্ৰভূ কৃষ্ণ কৃষ্ণ
@junubora9075
2 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏
@narendra.saikia.narendrasaikia
11 ай бұрын
🙏❤❤❤❤
@rajibneog1387
6 ай бұрын
Ram krishna, Ram krishna, Ram krishna ❤❤
@atoztech4381
11 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা🙏🙏🙏
@MayaBordoloi-d7j
2 ай бұрын
Krishana krishana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@monujkumargogoi2013
2 жыл бұрын
ৰাম কৃষ্ণ বাপ আপোনাৰ লগতে আটাইলৈকে সেৱা জনালো , আশীৰ্বাদ কৰিব
@shyemontagogoi584
Жыл бұрын
Krishna Krishna Krishna hundor ❤
@pranatisaikia2424
2 жыл бұрын
Prabhu bapjona eman bhal lagesa apuner amret Bhagobanor kotha hune amone nalaga!,
@জ্যোতিময়Jyotimoy
2 жыл бұрын
কৃষ্ণ সেৱাহে
@nabinborah1088
2 жыл бұрын
otti sundar bapjan.
@ranuhazarikanayak9601
2 жыл бұрын
Krishna krishna 👏👏
@jintudutta278
2 жыл бұрын
Krishna Krishna bapjana amritmoi bani
@sontushkachari4309
Жыл бұрын
krisna
@renubordoloi3714
Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼
@jitamonimech9670
2 жыл бұрын
Krishna provu🙏🙏🙏
@nabajyotidas1997
2 жыл бұрын
Pranjit Bap ❤️❤️❤️
@dipalibhuyan6520
2 жыл бұрын
🙏🙏🙏🙏🙏🙏
@riyadasvlog8304
2 жыл бұрын
Krishna bap 🙏🏼
@minakshideka1470
2 жыл бұрын
Krishna krishna ram ram
@minotishortschannel9453
2 жыл бұрын
jai gurushankar🙏🙏🙏
@romengogoi3129
2 жыл бұрын
Krishna krishna
@gajendas2250
2 жыл бұрын
Krishna bap jon
@MrinalBarman-ze7io
11 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম
@debadash7047
2 жыл бұрын
Rahila Bala Das Krishno Bap Pronam
@abhigyanborahanuhazarika167
Жыл бұрын
Krishnana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nayandas8333
2 жыл бұрын
Kirshna
@lakheswardaimari8906
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nilimapathak4130
2 жыл бұрын
Krishna 🙏🙏🙏🙏🙏🙏🙏🙏
@jaanborah6336
2 жыл бұрын
Kisna bapjan apunar বাখ্যা বহুত ভাল লাগে আপুনিবৰ dhunia bhayani kare apunar digayau goyal ati কথাহে শুধু মহিলাক কোনে শৰণ দিয়ে শৰণ মহিলাৰ আছেনে নাই জনালে বহুত উপকিত সম kisna kisna
@জ্যোতিময়Jyotimoy
2 жыл бұрын
স্ত্ৰী শূদ্ৰে কৰৈ যদি আমাত ভকতি ,তাহাঙ্ক কহিবা ইতো জ্ঞান মহামতি।।
1:03:53
নগাঁও ||মাধৱগুৰু জনাই শংকৰ গুৰুজনাৰ শ্ৰাদ্ধ তিথি কিয় পাতিলে
জ্যোতিময় Jyotimoy
Рет қаралды 11 М.
1:30:52
Bhagawat||মৰিগাঁওpart2||Pallab Chutia||@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 407 М.
00:27
Give male police officers the most tiring car#Short #Officer Rabbit #angel
兔子警官
Рет қаралды 66 МЛН
00:12
ЛУЧШИЙ ФОКУС + секрет! #shorts
Роман Magic
Рет қаралды 38 МЛН
00:46
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
Celine Dept
Рет қаралды 104 МЛН
00:43
这是自救的好办法 #路飞#海贼王
路飞与唐舞桐
Рет қаралды 138 МЛН
1:23:29
যোৰহাট গায়ন গাওঁ@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 151 М.
52:55
Madhujya Bora ||bhagawat byakhya||Charing Baruwati Bornamghar
অমৃতকথন(Lohit Handique)
Рет қаралды 91 М.
39:37
কপিল মুনি আৰু দেৱহুতি আখ্যান || ব্যাখ্যাকাৰ - হৰেশ্বৰ পাটৰ || ভাগৱত পাঠ || Bhagawat Path
boikunthdham- বৈকুণ্ঠ ধাম
Рет қаралды 2,6 М.
37:03
ভাগৱতৰ এই কেইটা কথা আপুনি জানেনে | ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ ভাগৱত জ্ঞান | Pranjit Gogoi vagawatpath
SK JUBAHOMAJ🙏
Рет қаралды 216 М.
30:19
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
Kalindee Bhomora
Рет қаралды 258 М.
40:59
জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা|Madhurjya Bora vagawat
Culture of Assam
Рет қаралды 510 М.
2:47:26
Bhagawat Path Live From Doomnapara (Goalpara).
Riju Pathak.
Рет қаралды 214 М.
33:56
bhagobot path bakhya, saturttha skandha part 6.
media Enter10
Рет қаралды 135 М.
1:07:50
Jorhat||বালিচাপৰি বৰখাত নামঘৰ@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 148 М.
1:37:56
আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 619 М.
00:27
Give male police officers the most tiring car#Short #Officer Rabbit #angel
兔子警官
Рет қаралды 66 МЛН