Рет қаралды 7,191
প্ৰায় সকল খেতিয়কে কলম বাগানত প্ৰথম অৱস্থাত পাত চিঙোতে এটা ভুল প্ৰায়ে কৰা দেখা যায় ৷ অৱশ্যে এই কামটো পাত চিঙা টেবুল খন সমান কৰিবলৈ কৰা যায় যদিও এই ভুল কামটোৱে আমি নজনাকৈয়ে গছবোৰৰ উৎপাদন যথেষ্ট কম কৰি দিয়ে ৷
আপুনিও এই ভুলটো কৰি আছে নেকি? খেতিয়ক সকলে কৰা কি কামটোৰ বাবে এনে হয় আৰু কিয় এনে হয় জানিবলৈ এই ভিডিঅ’টো সম্পূৰ্ণকৈ চাবচোন ৷
Watch this video guide to avoid some mistakes during tea leaf plucking in your garden.
লগতে চাওকঃ
চাহৰ PPC মানে কি, কিয় প্ৰয়োজনীয়:
• What is PPC in Tea Gar...
চাহপাত কেইদিনৰ মূৰে মূৰে চিঙিব লাগে:
• চাহপাত কেইদিনৰ মূৰে মূ...
চাহ গছৰ বাবে উন্নত মানৰ ফলিয়াৰ
• চাহ গছৰ বাবে সহজে উন্ন...
চাহ খেতিৰ বাবে দুটামান অতি ভাল ভিটামিন:
• চাহ খেতিৰ বাবে দুটামান...
চাহত লোপাৰ কেটাৰপিলাৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব:
• How to control Looper ...
চাহত গ্ৰীণফ্লাই, থ্ৰিপচ কেনেকৈ নিয়ন্ত্ৰণ কৰিব:
• চাহখেতিত গ্ৰীণফ্লাই জা...
----------------------------
#plucking #tipping #bestPractice