চাকৰি কৰি থকা অৱস্থাত দুর্নীতিৰ অভিযোগত ইমানসংখ্যক বিষয়াক একেদিনাই কাৰাগাৰলৈ প্ৰেৰণ কৰা ঘটনা...

  Рет қаралды 76,239

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 261
@hemantamahanta8384
@hemantamahanta8384 3 ай бұрын
সুন্দৰ পদক্ষেপ
@padmapaninath
@padmapaninath 3 ай бұрын
আইনৰ সত্য আৰু শুদ্ধ প্ৰয়োগ হওক , আইনৰ জয় হওক
@SomironGogoi-ee5ec
@SomironGogoi-ee5ec 3 ай бұрын
ADRE t Jaliati kori graduation bure 8th pass ot sakori luaburok ketiake uliabo?
@7gc970
@7gc970 3 ай бұрын
বহুত বহুত ভাল পদক্ষেপ টকাৰ দি চাকৰি লোৱা সকলোকেই গেপ্তাৰ কৰি জেললৈ পঠাব লাগে । ভবিষ্যত জাতে টকাৰ দি চাকৰিৰ লব কোনো সাহশ নকৰে ।
@funnyshots461
@funnyshots461 3 ай бұрын
By the way ভাল লাগিল খবৰটো শুনি। এনেকুৱা অনুভৱ হৈ আছে ইয়াৰ লগত জড়িত বহুত ডাঙৰ ডাঙৰ কিছুমানে বাছি যোৱা যেন অনুভৱ হৈ আছে।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
সেয়া টো হ'বয়ে😂
@krishnagogoi1657
@krishnagogoi1657 3 ай бұрын
সুন্দৰ পদক্ষেপ | ভাল লাগিল | আজি মাংস ভাত খাম |
@pradipkumarkalita99
@pradipkumarkalita99 3 ай бұрын
বহুত ভাল ৰায়দান, ভবিষ্যতে যাতে অকল ধনী মানুহৰ ল'ৰা, ছোৱালীক টকাৰ জোৰত নিযুক্ত কৰা নহয় তাৰ বাবে সাৱধান সূচক এই ৰায় দান। চৰকাৰে কোনো কাৰণত অভিযুক্তক দয়া নকৰে যেন।
@pritamsarma1672
@pritamsarma1672 2 ай бұрын
Very very great decision....
@anupkrdas6798
@anupkrdas6798 3 ай бұрын
হেন্দকাফ দি নিব লাগে । এই 420 কেইটাক সন্মান দি লাভ নাই ।
@anilkumarnath55
@anilkumarnath55 3 ай бұрын
অতি সুন্দৰ পদক্ষেপ, আন্তৰিক অভিনন্দন 🌹🙏
@apocalypse2.062
@apocalypse2.062 3 ай бұрын
We salute this type of judgment .🙏🙏
@kalpanadas6707
@kalpanadas6707 3 ай бұрын
Xundor step loise,, bohut bohut dhanyabad,,,, 🙏
@anonymous_assamese4838
@anonymous_assamese4838 3 ай бұрын
ধুনীয়া.... এইবোৰ সমাজৰ বাবে ভাল খবৰ। আইনৰ জয় হওঁক ❤
@babuldas4341
@babuldas4341 3 ай бұрын
বহুত ভাল পদক্ষেপ
@NajninAhmed-xv2sv
@NajninAhmed-xv2sv 3 ай бұрын
Very good sir
@digontasaikia4001
@digontasaikia4001 3 ай бұрын
Bhal e korise .... Borhiya 🎉🎉🎉🎉🎉🎉
@amritnandi2008
@amritnandi2008 3 ай бұрын
Well done
@rambalram2610
@rambalram2610 3 ай бұрын
এইখন এখন চোৰৰ দেশ... আমাৰ দেশৰ গণতন্ত্ৰ নহয় চুৰ তন্ত্ৰ.. চলি আছে...😅😅😅 ইয়াতে টো সকলো শেষ নহয়... এটা কেছ গল আৰু... আকৌ চলিব এই বেহা... যোগ যোগ ধৰি তাকেই চলি আছে....😮😮😮😮 যেনে তেনে চাকৰি এটা সোমাই লব পাৰিলেই হল, দিনে নিশাই পইছা মৰাৰ ধান্দা... সি কিবা বানপানী হওঁক, প্ৰধানমন্ত্ৰী আৱাস যোজনা হওঁক, ৰাস্তা ঘাট, দলং নিৰ্মাণ হওঁক, কৃষি হওঁক বা স্বাস্থ্য হওঁক... খালি পইছা মৰা.... কাৰবাৰ। গুৰিতে চুৰ বহি থাকে গতিকে কত চোৰৰ নিৰ্মূল কৰিব পাৰিব...???
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂একদম ঠিক কথা
@BidyutHandique-nia448TP5
@BidyutHandique-nia448TP5 3 ай бұрын
Congress dinote ei hokole sakori loisil
@basirkhan664
@basirkhan664 3 ай бұрын
Very good
@dipjyotihazarika1513
@dipjyotihazarika1513 3 ай бұрын
সুন্দৰ ৰায়.....
@jkblogging9398
@jkblogging9398 3 ай бұрын
বহুত সুন্দৰ পদক্ষেপ
@ranjankalita-hs3jw
@ranjankalita-hs3jw 3 ай бұрын
বহুত সুন্দৰ পদক্ষেপ 🙏
@anupkrdas6798
@anupkrdas6798 3 ай бұрын
দোষমুক্ত হোৱা কেইজনৰ আকৌ ইনভেষ্টিগেচন কৰিব লাগে । ইহতো কম নহয় । ইহতৰ ওপৰত ৰাইজৰ সন্দেহ থাকি গল । ইহতৰ একাদেমিক শিক্ষাগত অৰ্হতাখিনি পুনৰ পৰিক্ষা কৰিব লাগে ।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@8estDadintheWorld
@8estDadintheWorld 3 ай бұрын
100% right
@DipjyotiDas-sz6gt
@DipjyotiDas-sz6gt 3 ай бұрын
Bhut Val kam hoise
@tanushmy
@tanushmy 3 ай бұрын
Moja moja. Finally Himanta has kept his words.
@mayurranjan2889
@mayurranjan2889 3 ай бұрын
Good decision
@ApurbaApurba352
@ApurbaApurba352 3 ай бұрын
Good 👍
@MomiSonowal-v8n
@MomiSonowal-v8n 3 ай бұрын
Val hoise
@8estDadintheWorld
@8estDadintheWorld 3 ай бұрын
Power of SAMVIDHAN
@moheb-ahmed-1628
@moheb-ahmed-1628 3 ай бұрын
Good jop ❤
@kapilmondal4957
@kapilmondal4957 2 ай бұрын
Sundar sundar
@biswadeepdas9613
@biswadeepdas9613 3 ай бұрын
সুন্দৰ
@miliko2001
@miliko2001 3 ай бұрын
Good news ❤️❤️
@mofidrohman6393
@mofidrohman6393 3 ай бұрын
Very very good news 👍👍👍👍👍👍
@mdjubaiahmad1034
@mdjubaiahmad1034 3 ай бұрын
Khob vaal kaam korisay
@digantaborah2779
@digantaborah2779 3 ай бұрын
Very good judgement
@dipukakoti2908
@dipukakoti2908 3 ай бұрын
Bohut val kam korise
@tridipkumardas8416
@tridipkumardas8416 3 ай бұрын
Great🎉🎉🎉 decision... Salute our Constitution.
@promudborgohain7920
@promudborgohain7920 3 ай бұрын
এনে বিষয়াই কৃষিৰ উন্নতি সাধিব নে নিজৰ টকাৰ যোগাৰ কৰিব??? 3:07
@vandyavlogs
@vandyavlogs 3 ай бұрын
উত্তম বিচাৰ ।
@MoonAliMoonAli-j3b
@MoonAliMoonAli-j3b 3 ай бұрын
ভাল পদক্ষেপ চৰকাৰৰ
@santoshborah6757
@santoshborah6757 3 ай бұрын
Good
@smg3744
@smg3744 3 ай бұрын
Great 👍👍
@snath2367
@snath2367 3 ай бұрын
Nice I am very happy.
@ratuldekaraja7323
@ratuldekaraja7323 3 ай бұрын
Very Nice.
@DebiramPadun-m6n
@DebiramPadun-m6n 3 ай бұрын
Mojja
@TithoBoro
@TithoBoro 3 ай бұрын
Bahut bahut Dhainyabat .
@hanifahmedlaskar547
@hanifahmedlaskar547 3 ай бұрын
Great Step
@nurulhoque8433
@nurulhoque8433 3 ай бұрын
Good step
@DipakBaro-y1g
@DipakBaro-y1g 3 ай бұрын
Very very good
@chandanmurmu9009
@chandanmurmu9009 3 ай бұрын
Good job
@LearningLife9
@LearningLife9 3 ай бұрын
Waoo that's interesting. 😊
@jayaborah2926
@jayaborah2926 3 ай бұрын
টকা দি চাকৰি কিনিছিল টো, এতিয়া ১০ বছৰ জেইল আৰু ১কৌটি টকা জৰিমনা দিয়ক।নতুন আইন অনুসৰি। দৰমহাৰ টকাও সুদে মুলে আদায় দিব লাগিব চৰকাৰক, যেন কুকুৰ নেন টাঙুন।😁😁😁😁
@themanas1985
@themanas1985 3 ай бұрын
Badhiya...aaru bahut ase ..clean the system
@letshangout6413
@letshangout6413 3 ай бұрын
Moja
@navabora9489
@navabora9489 3 ай бұрын
মাত্ৰ এবাৰ সিচিবলৈ আধা কেজি মটৰ মাহ পাইছিলোঁ, তাকো বাট কুৰি বাই গৈছিলো আনিবলৈ। আমাৰ পথাৰবোৰত জলসিঞ্চনৰ ব্যৱস্থা নাই, মাত্ৰ পঢ়িবলৈ পোৱা মনত আছে জলসিঞ্চনৰ ব্যৱস্থাৰে কৃষকে ৰবি আদি ফচল কৰি ভাল মুনাফা কৰে। ক তা আমাৰ অসমীয়া গাৱঁত এয়া নাইচোন। মাত্ৰ বানপানীৰ সময়ত data collection আৰু documentation কৰি কৃষি বিষয়াই দায়িত্ব সামৰে। সকলো ফুটুকাৰ ফেন হৈ! অসমীয়া কৃষকে একো নাজানে ফলত একো নাপাই!
@RAJUHIRA1234
@RAJUHIRA1234 3 ай бұрын
Great news
@dipaksharaniya7608
@dipaksharaniya7608 3 ай бұрын
Val karise salute
@mindrefresh715
@mindrefresh715 3 ай бұрын
Cash for Job... Kene moja... Satya meye Jayte... also Thanks for Media everytime High light...
@bijuboro2655
@bijuboro2655 3 ай бұрын
Finally morning time t val khabar palo
@kalendas1935
@kalendas1935 3 ай бұрын
A moja dhuniya news ehot manuhor tej khowa bohut xanti lagise montu ajihe
@pradipsakharu9316
@pradipsakharu9316 3 ай бұрын
Good news
@jayantaborah1566
@jayantaborah1566 3 ай бұрын
@dipankar2090
@dipankar2090 3 ай бұрын
Appreciate action by honourable court.Jai ai Axom🙏🙏
@ganeshkalita1775
@ganeshkalita1775 3 ай бұрын
Aneka bhut asa ..
@KNOWLEDGENALBARI
@KNOWLEDGENALBARI 3 ай бұрын
Justice prevails..
@PodumGogoi-pn2ke
@PodumGogoi-pn2ke 3 ай бұрын
কম হিচাবেও ২০ বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@bhargabdutta4920
@bhargabdutta4920 3 ай бұрын
Salute to judge 🙏 Jain hind
@rebulali1210
@rebulali1210 3 ай бұрын
এ মজা
@prakritirvlogs1463
@prakritirvlogs1463 3 ай бұрын
Mazza khub val lagise rakesh palok jabjibon karagar dibo lage
@raktimlahkar8290
@raktimlahkar8290 3 ай бұрын
আইনৰ জয় হওক
@chandanmurmu9009
@chandanmurmu9009 3 ай бұрын
Aru asi .,
@bigboss.3213
@bigboss.3213 3 ай бұрын
ঠিক কৰিছে
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda 3 ай бұрын
ভাল হৈছে, মেধা বোৰে নাপায়,পাবত গজাবোৰে টকা দি চাকৰি লয় ।
@SanjoyKalita-z2y
@SanjoyKalita-z2y 3 ай бұрын
Vl kam krise boriya 🙏🙏🙏
@Mahima0619
@Mahima0619 3 ай бұрын
Mojjjaaa...
@sonmonidas9442
@sonmonidas9442 3 ай бұрын
Good job❤
@biki456
@biki456 2 ай бұрын
Dibrugarh P.S case tur judgment ketia dbo acs/aps bur r ??? SESSIONS case no.kiman ???
@AdvocateKHAN85
@AdvocateKHAN85 3 ай бұрын
Justice ⚖️ seen to be done.
@surathdas6876
@surathdas6876 3 ай бұрын
Verry good. 1Yrs jail diyok.😊
@habibtanbir7003
@habibtanbir7003 3 ай бұрын
Very good decision
@pranjalchandi4788
@pranjalchandi4788 3 ай бұрын
Bhut dhanyabad
@ranjitdutta3411
@ranjitdutta3411 3 ай бұрын
আইন সকলোৰ বাবে সমান। একে আইনৰ ধাৰাত ১১জন কেনেকৈ দোষ মুক্ত হ'ল ? ৰেহায় দিয়া আইনজ্ঞ কেইজনলৈ ১০০% সন্দেহ আছে।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
মাল পালে চাগৈ জ'জে😂
@kangkanboro1288
@kangkanboro1288 3 ай бұрын
Moja mojaaaa😂😂 post khali hol 🎉🎉
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
বেংগলী ভৰাই দিব এতিয়া আৰু
@harikantaphukan2784
@harikantaphukan2784 3 ай бұрын
একো নহয় দিয়ক তাতে মানে জেইলতে খেতি বাতি কৰি থাকিব আৰু।
@thepoliticalawareness1021
@thepoliticalawareness1021 3 ай бұрын
কিন্তু Candidate বিলাকৰ কি দোষ? আগৰ তৰুণ গগৈ চৰকাৰৰ দিনত টকা নিদিয়াকৈ চাকৰি পোৱাৰ উদাহৰণ নাই চাগে। Peon ৰ চাকৰিও চাগে টকা দিব লগীয়া হৈছিল।
@sameerdeka5893
@sameerdeka5893 3 ай бұрын
Moza mama zindabaad
@MoonTalukdar-lv4nx
@MoonTalukdar-lv4nx 3 ай бұрын
Very happy
@SumuPagag
@SumuPagag 3 ай бұрын
Kiman din. .. nor babe jell jabo beil ly uli ahiba 😮😅 by the way dipak sir is op..🫡🫡
@AXOM-4i
@AXOM-4i 3 ай бұрын
Pwd sakori pua kisumnr bisar hbo lge... Bhut vl lgise khiddhanto tut .. aru todonto hbo lge protyek departmentr employeer burr
@bimalrajkumar1725
@bimalrajkumar1725 3 ай бұрын
🎉
@suranjanadevray8047
@suranjanadevray8047 3 ай бұрын
Bohut val Kam korisa .Aru asa jodhi sob jal dibo Laga.
@mrigenkalita9920
@mrigenkalita9920 3 ай бұрын
Good advocate
@mayurigogoi4289
@mayurigogoi4289 3 ай бұрын
Good steps. Kin2 Dalal kitak kiy ari diley? Baki beleg government or department kitar appointment 2007 pora sabo lagey. Jatey kunu hari najai
@PalHumsafar
@PalHumsafar 3 ай бұрын
আছে গৰু নাবাই হাল আৰু সেই বিডাগটোৱেই হৈছে কৃষি বিভাগ । বানপানীৰ সময়ত (বতৰত) দমকল তথা পথাৰত পানী যোগান উদ্ধোধনী কৰিছিলে । জানেই অসমখন বানপানীত ডুব যায় বুলি । একদম অৰ্থহীন বিভাগ হয় কৃষি বিভাগটো ।
@Saveঅসমীয়া
@Saveঅসমীয়া 3 ай бұрын
Well done.... should be in jail for a ling time and BULDOZER action like Yogi ji.
@promudborgohain7920
@promudborgohain7920 3 ай бұрын
এনে বিষয়াই কৃষিৰ উন্নতি সাধিব নে নিজৰ টকাৰ যোগাৰ কৰিব???
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
সকলোৱে জনা উত্তৰ😂
@deepankartalukdar7927
@deepankartalukdar7927 3 ай бұрын
দালালৰ হৈ যুক্তি দি থকা কেইটাও কম ওপৰৰ মাল হব নালাগিব। পেছাৰ খাতিৰত, ন্যায় সত্ৰত যুক্তি দিয়াটো বেলেগ কথা, কিন্তু বাহিৰত আহি অন্ততঃ নিজৰ আত্মা বুলি থকা বস্তুটোক সন্মান কৰি কথা কলে ভাল দেখি মানুহ হিচাপে।
@rupjyotisharma5368
@rupjyotisharma5368 3 ай бұрын
Good news. okol atai nohoi apsc conduct kora bohut porikha t bemejali ase.
@parag_gogoi
@parag_gogoi 3 ай бұрын
এইবোৰ দেশদ্ৰোহী দেই ৰাইজ। অসমৰ দুখীয়া খেতিয়কৰ উন্নয়ন নোহোৱাৰ মূল কাৰণ। ইহঁতৰ জীৱন ভৰৰ সম্পত্তি বাজেয়াপ্ত কৰিব লাগে।
@GameWaveGuru
@GameWaveGuru 3 ай бұрын
চৰকাৰী চাকৰি লাগে ইহঁতক চাকৰি পাই কাম ফাকি দি আৰামত বহি দৰমহা লৈ আনন্দ কৰিবলৈ। চাকৰিৰ পইচাইও কম হয় ঘোচ লাগে উপৰুৱাকৈ, ঘোচ নিদিলে নাচায়েই। আমাৰ বিলাকো কম নহয় ঘোচ দিব ৰখি থাকে। মবাইলত ভিডিঅ কৰি লব লাগে ঘোচ লওতেই কিহৰ ঘোচ দিয়ে ৰাইজৰ কাম বিনামূলীয়াকৈ কৰি দিছে নেকি।
ধেমাজিত বিশাল গণসমাবেশ
5:28
Wait for it 😂
00:32
ILYA BORZOV
Рет қаралды 7 МЛН
Всё пошло не по плану 😮
00:36
Miracle
Рет қаралды 4,3 МЛН
Я сделала самое маленькое в мире мороженое!
00:43
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 53 МЛН
Central Jail || Guwahati || Assam || APSC || scam
2:57
DY365
Рет қаралды 155 М.
Wait for it 😂
00:32
ILYA BORZOV
Рет қаралды 7 МЛН