Рет қаралды 157,446
হঠাত্ গুৰুত্বপূৰ্ণ হৈ পৰিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। এজন-দুজন নহয়, প্ৰায় এক ডজন প্ৰশাসনিক বিষয়া তথা আৰক্ষী বিষয়া এতিয়া থাকিব কেন্দ্ৰীয় কাৰাগাৰত। অসম আৰক্ষীৰ জিম্মাত থকা লোকসেৱা আয়োগৰ বিষয়াসকলক পৰৱৰ্তী সময়ত এই কাৰাগাৰলৈ প্ৰেৰণ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।
Watch to know more: