চেল্যুট SI জোনমণি ৰাভা, চৰকাৰে বনোৱা নিয়ম কিয় ভাঙিব আৰক্ষীয়ে?

  Рет қаралды 484,215

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 635
@niromonidutta3466
@niromonidutta3466 2 жыл бұрын
আৰক্ষী বিষয়া জোনমণি ৰাভাক বহুত বহুত আৰু বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱা বিষয়াৰ হে প্ৰয়োজন।
@tapandas5309
@tapandas5309 2 жыл бұрын
mla r dr.check koribo lage.
@Just_villagethings
@Just_villagethings 2 жыл бұрын
MLA jonok basi jaboloi dibo nlge
@sunilkalita7774
@sunilkalita7774 2 жыл бұрын
@@tapandas5309 qq1ppppi
@phonidharnayak3916
@phonidharnayak3916 2 жыл бұрын
এয়াই জনজাতীয় সম্প্ৰদায়ৰ সাহক আপোনাক ধন্যবাদ বাইদেউ
@nandiramdas5793
@nandiramdas5793 2 жыл бұрын
Akdom Xosa katha dei
@punakondeka1785
@punakondeka1785 2 жыл бұрын
No brother,this politics
@nandiramdas5793
@nandiramdas5793 2 жыл бұрын
@Dhamakedar music 🎶🎵 badnam dia nai .prasansa karise
@babuborgohain7472
@babuborgohain7472 2 жыл бұрын
Thanks junmani
@microwavecooking7071
@microwavecooking7071 2 жыл бұрын
😂😂😂😂
@yearuddin5949
@yearuddin5949 2 жыл бұрын
এনেকুৱা মূৰ্খ বিধায়কক উচিত শিক্ষা দিয়াৰ বাবে ধন্যবাদ ।
@bkp9774
@bkp9774 2 жыл бұрын
Koni guti singibo lagisil.
@bijayrabha9564
@bijayrabha9564 2 жыл бұрын
তোমাৰ সৎ সাহস দেখি ভাল লাগিল ।ৰাভা ভণ্টি তুমি আমাৰ গৌৰব ।
@microwavecooking7071
@microwavecooking7071 2 жыл бұрын
🤣🤣🤣🤣🤣🤣🤣
@northeastriderkundon
@northeastriderkundon 2 жыл бұрын
ভাল লাগিল বাইদেউৰ সাহসীকতা ঘোঁচ নিদিয়াকৈ যে চাকৰি পাইছিল সেই হে প্ৰমাণ ধন্যবাদ জনালো বাইদেউক ।।
@juntidoley5903
@juntidoley5903 2 жыл бұрын
Dhurrrrrrrrrrr
@ataulhoque3450
@ataulhoque3450 2 жыл бұрын
সততা আৰু নিষ্ঠাৰে কৰ্ম পালন কৰক। নিশ্চিত ভাবে অসমবাসীৰ সহায় পাব। ধন্যবাদ বাইদেউ।
@dipankarrabha6194
@dipankarrabha6194 2 жыл бұрын
Right Ma'am, প্ৰয়োজন হলে এনেকুৱা বিধায়কক গ্ৰেপ্তাৰক কৰক কাৰণ সিহঁতে ৫ বছৰৰ কাৰণে আহে, দুইনম্বৰী কৰি ক্ষমতা দেখুৱাই, কিন্তু কৰ্মচাৰী এজনে বহু বছৰ লৈ সমাজৰ লগত দায়বদ্ধ
@juntidoley5903
@juntidoley5903 2 жыл бұрын
Dhunagurit Jahaj solabo nuware Akora.
@bkp9774
@bkp9774 2 жыл бұрын
Next time pale koni guti singi diba.
@rekhagohain7781
@rekhagohain7781 2 жыл бұрын
SI জোনমণি ৰাভা আপোনাক ধন্যবাদ।আপোনাৰ দৰে সকলো এ এনেদৰে কওক তেতিয়াহে তেওঁলোকে শিক্ষা পাব । নহলে জনসাধাৰণক তেওঁলোকে হেতালি খেলে আমি বোৰ মৰো তৰো তেওঁলোকে চিন্তা নকৰে।
@AssamTECHofficial
@AssamTECHofficial 2 жыл бұрын
ঘণ্টাৰ বিধায়ক !! গৌৰৱান্বীত #জোনালী_ৰাভা বাইদেউ ৷৷
@microwavecooking7071
@microwavecooking7071 2 жыл бұрын
😂😂😂😂
@XYZ-xc8oh
@XYZ-xc8oh 2 жыл бұрын
Baal
@anilzbaruah4135
@anilzbaruah4135 2 жыл бұрын
চাৰ আপোনাক ধন্যবাদ জনাইছো, মই এজন অৱসৰপ্ৰাপ্ত সৈনিক নিজৰ কৰ্তব্য পালন কৰক বহুত বহুত ধন্যবাদ জনাইছো 👍👍👍
@hirendas3850
@hirendas3850 2 жыл бұрын
Thank you John moni baideu We are with you. Please don't fear.
@amrendrarajbongshi1214
@amrendrarajbongshi1214 2 жыл бұрын
বাইদেউ আপোনাক শতবাৰ প্ৰণাম 🙏🙏🙏। সততা শাহস দেখুৱাই আগবাঢ়ি যাওক।
@nfrview8720
@nfrview8720 2 жыл бұрын
বহু বহু ধন্যবাদ বাইদেউ ৷ আপোনাৰ সাহসক মই চল্যুট জনাইছো। এনেকৈ যদি প্ৰতিজন আৰক্ষীয়ে কাম কৰে তেন্তে মানৱীয়তাই নিশ্চয় স্থান পাব ৷
@microwavecooking7071
@microwavecooking7071 2 жыл бұрын
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@nkstudio706
@nkstudio706 2 жыл бұрын
Very good Assam Police, great work
@parishpatgiri4936
@parishpatgiri4936 2 жыл бұрын
বাই দেউ আপুনি ভাল কৰিছে আপোনাক চেলুট কৰিছোঁ
@bimalbiswas4029
@bimalbiswas4029 2 жыл бұрын
সুন্দৰ খুৱেই ভাল উওৰ দিলে SI Junmoi Rabha Salute aaponak . লিগেলত থাকক কাকো ভয় কৰি চলিব নালাগে। 👍
@tribalboyz6820
@tribalboyz6820 2 жыл бұрын
সচাঁ কথা কবলে ভয় কৰিব নালাগে .. বাইদেউৰ নিচিনাই অসমখন আগুৱাই লৈ য়াব ॥ জই আই অসম ॥
@bimansarmah623
@bimansarmah623 2 жыл бұрын
চ ৰকাৰী নিয়ম নীতি মানি কাম কৰিবলৈ আহ্বান। সাহসী পদক্ষেপৰ বাবে ধন্যবাদ।
@Sweetyboruah3008
@Sweetyboruah3008 2 жыл бұрын
ধন্যবাদ। এনেকুৱা আৰক্ষী অধীক্ষক লাগে।
@diptidevi4055
@diptidevi4055 2 жыл бұрын
অভিনন্দন আপোনাক ৷ ন্যায় আৰু সততাক সন্মান কৰা বাবে ধন্যবাদ বাইদেউ ৷ এগৰাকী সাহসী সবল আৰু ন্যায় প্ৰয়াণ মহিলা হৈ সাহসেৰে যুঁজি থাকিল ৷
@dulalsonowal569
@dulalsonowal569 2 жыл бұрын
MLA and MP(BJP) বোৰ বহুত দাদাগিৰ।জোনমণি ৰাভা বহুত বহুত ধন্যবাদ।সচা কথা সদাই জয় ভয় নকৰিবা তোমাৰ কাম তুমি কৰি যোৱা ।।ধন্যবাদ।।
@akhilbora6519
@akhilbora6519 2 жыл бұрын
আপোনালোকে কেৱল সাহসী আৰক্ষী বিষয়াগৰাকীৰ সপক্ষে বাতৰি প্ৰচাৰ কৰিলেই ন’হব ৷ তেওঁৰ এনে সাহসীকতাৰ বাবে যদি তেওঁক কিবা শাস্তিমূলক বদলিকৰন কৰে বা অন্য শাস্তি প্ৰদান কৰে তেন্তে আপোনালোকে তেতিয়াও এই সাহসী আৰক্ষীগৰাকীৰ পক্ষত থাকিব লাগিব ৷
@suru6540
@suru6540 2 жыл бұрын
ধন্যবাদ জোনমনি ৰাভা👍🏽👍🏽👍🏽
@donikonwar4812
@donikonwar4812 2 жыл бұрын
Salute to my brave IC woman. We are always in need of such officers.
@rajuahmed1627
@rajuahmed1627 2 жыл бұрын
এ মেলে হল কি হলো আমাৰ এচাই বাইদেউ মোৰ চেলুট আপনি ভয় নকৰিবা এ মেলে কুনে বনাই চে তেউক ৰাইজএ আপোনাক কুনেউ বোনা নাই আপনি নিজে এচাই হৈছে এনেকুৱা ধমক কাম নাই মাই ৰাজু
@microwavecooking7071
@microwavecooking7071 2 жыл бұрын
🤣🤣🤣🤣🤣🤣🤣🤣🤣
@alikonwar9536
@alikonwar9536 2 жыл бұрын
বহুত বহুত ধন্যবাদ জোনমণি ৰাভা ।
@prarinitasaikia4380
@prarinitasaikia4380 2 жыл бұрын
বহুত বহুত ধন্যবাদ SI বাইদেউ।
@hiteshboroc9907
@hiteshboroc9907 2 жыл бұрын
Salute বাইদেউ... আপোনাক । এনেকৈ কব লাগে
@UtpalDekag
@UtpalDekag 2 жыл бұрын
ধন্যবাদ জনাইছো বাইদেউ।কত গল এতিয়া আমাৰ মূখ্যমন্ত্ৰী মহোঁদৈ ।
@anilgoswami2238
@anilgoswami2238 2 жыл бұрын
!!!!!!!!!
@HappyLife-v1z
@HappyLife-v1z 2 жыл бұрын
জোনমণি ৰাভা 🥰🥰❤️❤️❤️🌼
@subhamsarkar9929
@subhamsarkar9929 2 жыл бұрын
Salute to the lady officer 🙏🏻
@anjonamajhi5619
@anjonamajhi5619 2 жыл бұрын
এনে আৰক্ষী বিষয়া লাগে আমাক ,যিয়ে ভয় নকৰে জনসাধাৰণ হিতৰ কাৰণে কাম কৰে, চ্যালুট বাইদেউ
@marybasumatary8460
@marybasumatary8460 2 жыл бұрын
🙏 Thank you for answering this. Congratulations 🌹👍 Keep it up. You will Shine. ❤️
@arunmech2857
@arunmech2857 2 жыл бұрын
Junmani Rabha, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ
@gitanjalipatiri415
@gitanjalipatiri415 2 жыл бұрын
অসম চৰকাৰৰ বিধায়কৰ আচৰন সেয়া!
@birinchipegu4922
@birinchipegu4922 2 жыл бұрын
Rule is rule no compromise.salute meam junmoni rabah.
@rintugogoi281
@rintugogoi281 2 жыл бұрын
বাইদেউ আপুনি আগুৱাই যাওক 👍👍👍
@nayansarma8363
@nayansarma8363 2 жыл бұрын
বাইদেউ আপোনাক বুকুৰ মাজৰ পৰা ধন্যবাদ।
@rahulrabha8879
@rahulrabha8879 2 жыл бұрын
Good 👍 si mem....we r proud of you.....amr jatir nam rakhi goi thak .......
@abinashbora8325
@abinashbora8325 2 жыл бұрын
Very good ৰাভা বাইদেউ.. ভাল শিক্ষা দিলে আপুনি
@bipulmedhi9959
@bipulmedhi9959 2 жыл бұрын
ধন্যবাদ বাইদেউ।
@localboysbongaigaon3908
@localboysbongaigaon3908 2 жыл бұрын
Right val krise Assam police Jindabad 💕
@RahulAmin-qr7hu
@RahulAmin-qr7hu 2 жыл бұрын
Proud of Jonmoni Mam.....big Selute
@momichetia2149
@momichetia2149 2 жыл бұрын
ধন্যবাদ জনাইছো বাইদেউ আপোনাৰ নিচিনা মানুহে লাগে আমাৰ সমাজত 👌
@krishnaktphukan3330
@krishnaktphukan3330 2 жыл бұрын
Many many thanks to SI Junmoni Rabha. Go with your right.
@prakashh9170
@prakashh9170 2 жыл бұрын
Junmoni rabha salute 👏👏best officers100%
@JBaudio24
@JBaudio24 2 жыл бұрын
চাব্বাছ বাইদেউ 👍👍👍 আপোনাৰ দৰেই সাহসী হওক অসমৰ সকলো আৰক্ষী৷
@sunilkonwar3376
@sunilkonwar3376 2 жыл бұрын
আৰক্ষী। বিষয়া জোনমণি ৰাভা জিন্দাবাদ ৷
@francissangma9555
@francissangma9555 2 жыл бұрын
Great we salute officer like our sister.. we are proud of you dear sister. keep it up
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
মহীয়সীলৈ মোৰ সাদৰি প্ৰণিপাত জনালোঁ 🙏
@shakeelahmed481
@shakeelahmed481 2 жыл бұрын
Salute we need more daring officers like you
@BidyutPriyomSaikia6750
@BidyutPriyomSaikia6750 2 жыл бұрын
বাইদেউ আপোনাৰ সাহস দেখি বহুত ভাল লাগিল।।।।। Jaii akhom police ♥️
@rupdhannath6894
@rupdhannath6894 2 жыл бұрын
Selute jonaiso SI jonmoni ৰাভাক,আৰু ধিক্কাৰ দিছোঁ অসম চৰকাৰক
@bhumikadutta3384
@bhumikadutta3384 2 жыл бұрын
Hats off to u. Aapunak madam buli koi salute koribo hosake mur aapotti nai. Nohole ajikali police to MLA aanguli murot e nase
@hanifali1337
@hanifali1337 2 жыл бұрын
Thanks jonmoni Raba
@lachitdas3403
@lachitdas3403 2 жыл бұрын
ধন্যবাদ আৰক্ষী বিষয়া জোনমনি ৰাভা বাইদেউ ।।
@binoynath9605
@binoynath9605 2 жыл бұрын
ধন্যবাদ জোনমনি বাইদেউ। আপুনি নিষ্ঠা আৰু সততাৰে কাম কৰি যাওঁক। আপোনাৰ এই পদক্ষেপক কোনেও হেঙাৰ হৈ ৰখিব নোৱাৰে। MLA,MP এইসকল দুই দিনিয়া বেঙেনাবাৰী।আজি আছে কাইলৈৰ পৰা নাই।
@kanelkumardaimary9753
@kanelkumardaimary9753 2 жыл бұрын
M.L.A., M.P. all are need to be educated person. Before election there should be an entrance exam for their seats. According to me, the minimum education qualification should be a graduate passed to become an M.L.A , M.P. or C.M. so that they can do their duties more better for people and state or country. 🙏
@INKUMONI
@INKUMONI 2 жыл бұрын
I agree with you brother.
@ankitadas1973
@ankitadas1973 2 жыл бұрын
Yes
@monalishadas4687
@monalishadas4687 2 жыл бұрын
💯
@anilgoswami2238
@anilgoswami2238 2 жыл бұрын
অমিয় কুমাৰ ভূঞা হেনো ডক্টৰেট ডিগ্ৰীধাৰী !!!!!!!!!!!!!!!!
@AbdulMalik-ks5sr
@AbdulMalik-ks5sr 2 жыл бұрын
বলিষ্ঠ পদক্ষেপ লৈছে মেডাম নেৰিব। অতপালি বেছি হৈছে বিধায়ক জনৰ।
@khiruddeka2891
@khiruddeka2891 2 жыл бұрын
Enekua hbo Lge SI,, Salute Mam
@jatindutta2244
@jatindutta2244 2 жыл бұрын
সঠিক কথাই কৈছে জোনমণী ৰাভা ডাঙৰীয়ানীয়ে।
@edborah6754
@edborah6754 2 жыл бұрын
Salute to SI Joonmoni Bhuyan
@sikhasameerdwip1964
@sikhasameerdwip1964 2 жыл бұрын
Lots of respect to you madam. Apunar dore sot sahosh thoka aru nisthare kormo kora police bikhoya lage amak. Nohole police prashason'r uporot sadharan janagan'r astha herai goise. Besibhagei ghoshkhor. 100 taka eta pis pocket't humalei niyam kanun, nijor kortabyor proti aru desor proti luwa hopot hokolu pahori jai. Sadharan manuhok soru soru kothat posakor bhoi dekhuwai lute. Kintu montri amolar agot panidhola mekuritu hoi. Apunar dore police lage amak ji hokolure proi eke niyom dhori rokhar sahosikota rakhe. Once again lots of respect to you... 🙏🙏🙏
@Sameer-np9tj
@Sameer-np9tj 2 жыл бұрын
Salute to you ma'am.
@birdaobrahma8033
@birdaobrahma8033 2 жыл бұрын
Salute to u janmonni🙏🙏🙏
@mainumedhi406
@mainumedhi406 2 жыл бұрын
This is called new generation Police. Law first.Mojjaa salute
@ujjalabharali1945
@ujjalabharali1945 2 жыл бұрын
ভয নকৰিব বাইদেউ এনেদৰে আগবাঢ়ি গৈ থাকক অসমবাসী লগত আছে আপোনাৰ নমস্কাৰ
@uniqueassam1487
@uniqueassam1487 2 жыл бұрын
Salute u sister proud of u
@chempirabha1194
@chempirabha1194 2 жыл бұрын
salute jonmoni rabha
@jiturabha.782
@jiturabha.782 2 жыл бұрын
Thank you De Junmoni Rabha...
@deepkumargogoi8587
@deepkumargogoi8587 2 жыл бұрын
বঢ়িয়া, ঠিক কথা কলে বাইদেউ ।
@oliviajonson9659
@oliviajonson9659 2 жыл бұрын
GO AHED MADAM , U R D MODEL OF NEW COMMING GENERATION. 🙏🙏🙏🙏🙏🙏🙏
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 жыл бұрын
salute junmoni. এয়াই ৰাজনীতি। সততাৰ আঘাত।
@indukhanikar5457
@indukhanikar5457 2 жыл бұрын
ধন্যবাদ জোন মনি ভূঞা আপোনাক চেলু্ত
@tpmultimedia
@tpmultimedia 2 жыл бұрын
Salute Ma'am 😍
@brahmaputraservice6112
@brahmaputraservice6112 2 жыл бұрын
Salute u sister. M with u.
@biplendhan4284
@biplendhan4284 2 жыл бұрын
Well done junmoni we salute u
@indiraphukan9476
@indiraphukan9476 2 жыл бұрын
Junmoni ravak bht thankx... Apunar dore police thkile ami nirapod
@nirmalirajkumari7584
@nirmalirajkumari7584 2 жыл бұрын
জুনমনি বাইদেউ আপুনাক শতকোটি প্ৰনাম জনাইছো । ধন্যবাদ ।
@mitalikalita8696
@mitalikalita8696 2 жыл бұрын
Salute SI Jonmoni Rabha👍
@snnn2500
@snnn2500 2 жыл бұрын
বাইদেওৰ response👍👍 . thanks . Assam police zindabad .
@omnamahshivay682
@omnamahshivay682 2 жыл бұрын
Great salute to you maam
@labanyasaikiamedhi128
@labanyasaikiamedhi128 2 жыл бұрын
ধন্যবাদ জনালোঁ
@bickysingh7085
@bickysingh7085 2 жыл бұрын
Aisi police lady Don ki jarurat h hm sab ko.love mam
@deepdeka809
@deepdeka809 2 жыл бұрын
Salute junmoni rabha,hokolu si anekua huahole
@mainumedhi406
@mainumedhi406 2 жыл бұрын
Dear police Officer.. We are proud of you. Mojaaaa Borhiyaaa
@dinannarzarynarzary9659
@dinannarzarynarzary9659 2 жыл бұрын
salute mam your good decision👍👍👍
@arunkalita2562
@arunkalita2562 2 жыл бұрын
বহুত ধুনীয়া মহিলা আপুনি,, ধন্যবাদ অসমৰ হৈ আপোনাক।,,ঐ ছাৰ আপুনি গাদী পাইছে বিনা কষ্টে ৰাইজৰ পৰা ভিক্ষা লৈ,,, কিন্তু সেই বাইদেউ গৰাকীয়ে কিমান কষ্ট কৰি পঢ়ি চাকৰি লৈছে,, ভালকৈ ভাবক কিমান আকাশ পাতাল পাৰ্থক্য।। জনসাধাৰণ ভোটে ৰজা হৈ এতিয়া আপোনাৰ নাকটো ক'ত থব বাৰু এগৰাকী মহিলাৰ কথাত।
@apurbakalita6623
@apurbakalita6623 2 жыл бұрын
Salute baideo....bhut val lgil
@bongkimbrahma4701
@bongkimbrahma4701 2 жыл бұрын
Salute mam. For reply
@giridas5102
@giridas5102 2 жыл бұрын
Baideo apunak dhanyabad 🙏🙏🙏🙏🙏🙏🙏🙏
@travellerajs9929
@travellerajs9929 2 жыл бұрын
খুব ভাল কাম কৰিছে মহিলা আৰক্ষীজনীয়ে।
@juntidoley5903
@juntidoley5903 2 жыл бұрын
Local vs outsider.
@rohitmahanta9242
@rohitmahanta9242 2 жыл бұрын
Home . Ministry should take action against bihpuria ,mla,
@simonbhuyan2607
@simonbhuyan2607 2 жыл бұрын
Salute u mam.
@bhupendas2390
@bhupendas2390 2 жыл бұрын
Salute Jonmoni Rabha Madam
@pushpadhardeka6071
@pushpadhardeka6071 2 жыл бұрын
Baidew selut u. Thank u. Bidhayak ar dadagiri nilaj jat.
@harekrishnasarma6430
@harekrishnasarma6430 2 жыл бұрын
Salute Jonmoni Rabha
@ajtumung437
@ajtumung437 2 жыл бұрын
Proud of u junmoni .... horute ake lgt poha aami ..bht hahokhi tai horure porai 💪💪💪
@jibontaye6714
@jibontaye6714 2 жыл бұрын
Very good baideo raije apunarlokor logat ase
@banikantadoley5511
@banikantadoley5511 2 жыл бұрын
Hoi,respect thakibo lage hokoluloi
@shipigogoi8604
@shipigogoi8604 2 жыл бұрын
We proud of you Madam.....
@smritichetia7497
@smritichetia7497 2 жыл бұрын
Salute baideo, anedoree agg bahi jauk
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 30 МЛН
Car Bubble vs Lamborghini
00:33
Stokes Twins
Рет қаралды 21 МЛН
amazing#devil #lilith #funny #shorts
00:15
Devil Lilith
Рет қаралды 15 МЛН
Ouch.. 🤕⚽️
00:25
Celine Dept
Рет қаралды 33 МЛН
Nog veel overlast door regen in Spanje: 'Overal modder'
2:39
NOS Jeugdjournaal
Рет қаралды 51 М.
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 30 МЛН