''জোনমণি ৰাভাৰ মৃত্যুৰ কাহিনী বেলেগ"

  Рет қаралды 705,863

DY365

DY365

Күн бұрын

Пікірлер: 446
@jitenlahkar4485
@jitenlahkar4485 Жыл бұрын
কৃষ্ণ। ৰক্ষকেই ভক্ষক। কাক বিশ্বাস কৰিব জনসাধাৰনে। বৰ্তমান অসম অপৰাধিৰে ভৰি পৰিছে। মিনিষ্টাৰ এম এল এৰ পৰা চৰকাৰী বিষয়ালৈকে অপৰাধিৰ সংগ দিছে। সেয়ে আজি এনেদৰে সৎ-সাহসী অসমীয়া লোকে প্ৰান হেৰুৱাব লগা হৈছে। এনে সময়ত অসমীয়া ৰাইজ সজাগ আৰু সচেতন হৈ অন্যায়ৰ অপৰাধৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই নাহিলে অসমীয়া জাতি ৰসাতলে জাব যে খাতাং। কৃষ্ণ।
@dilpsaikia1857
@dilpsaikia1857 Жыл бұрын
আমি গোলাঘাট আঠখেলীয়া নামঘত প্ৰাৰ্থনা জনাইছোঁ জোনমণি ৰাভা উচিত বিচাৰ আৰু তদন্ত হ'ব লাগে ধন্যবাদ জনালো।
@dulumonidas1480
@dulumonidas1480 Жыл бұрын
Thank you very nice ❤
@niyorkonaborah5882
@niyorkonaborah5882 Жыл бұрын
অকল ভগৱানে সহায় কৰিব বুলি হাত সাৱটি বহি থাকিলে নহব আমি সকলো ওলাই আহিব লগে । কৃষ্ণ কৃষ্ণ
@partharajkhowa7287
@partharajkhowa7287 Жыл бұрын
Smart Police, Smart Police বুলি কৈ থকা smartness বোৰ দেখোন বেয়া কামত হে বেছি দখিছোঁ।
@pobitrabora3249
@pobitrabora3249 Жыл бұрын
Over smart hoi goise ako.over bostu tu enei beya buli sobei jane
@bhaskarjyotideka3821
@bhaskarjyotideka3821 Жыл бұрын
আমি যি আশা কৰিছো সেইবিলাক একো নহয়. . . . . . এয়া মাত্ৰ এটা নিউজ হৈয়ে থাকিব. . . . . . . শেষত এটা ডাঙৰ শূন্য. . . . . . . আমাৰো কাপোৰ কানি ক’লা হ’ল আমি ঘৰাঘৰি গলো
@jharonachetia2767
@jharonachetia2767 Жыл бұрын
জোনমনি মাকৰ ফোনটো কিয় বন্ধ কৰিছিল ? উকা কাগজত চহী ? কিবা যেন ৰহস্যঘণ । আৰু ৰহস্য আছে ।
@surenboruah3241
@surenboruah3241 Жыл бұрын
এই কেইজনক যদি চাকৰিৰ পৰা ওলিয়াই নিদিয়ে, ইহঁতি সকলো শেষ কৰি দিব, বিপদ জনক পুলিচ অফিচাৰ
@alion-z3z
@alion-z3z Жыл бұрын
অসম পুলিচৰ ভিতৰৰ অৱস্থাতো ফোপোলা । বহুত দুৰ্নীতিগ্ৰস্থ , এনে হলে সাধাৰণ মানুহে কিদৰে সুৰক্ষা অনুভব কৰিব।
@nayakinfo4613
@nayakinfo4613 Жыл бұрын
অসম পুলিচক এঘৰীয়া কৰিব লাগে। ইহতলৈ কোনো ছোৱালী বিয়া দিব নালাগে।ইহতলৈ ছোৱালী বিয়া দিয়া মানে অপৰাধী লৈ ছোৱালী বিয়া দিয়া, ইহতক কোনো সামাজিক অনুষ্ঠান ৰ লগত জড়িত কৰাব নালাগে এখন গাঁৱত যাৰ ঘৰত পুলিচৰ চাকৰি থাকিব সিহতক এঘৰীয়া কৰিব লাগে। সিহতৰ কেৱল অপৰাধ জগতৰ লগত জড়িত। অৱশ্যে দুই এক ভাল মানুহো আছে পুলিছত।
@rupjyotichetia4803
@rupjyotichetia4803 Жыл бұрын
আৰক্ষী বিভাগৰ প্ৰতি জনসাধাৰণৰ এতিয়া আস্থা একেবাৰে হেৰাই গৈছে। বিশ্বাস নাথাকিব একেবাৰে। পুলিচ ক দেখিলে জনসাধাৰণে ভয় খাব আঁতৰি থাকিব।
@panibina444
@panibina444 Жыл бұрын
ভগৱান তুমি সত্য সনাতন , সত্যক প্ৰতিষ্ঠা কৰা
@etimoniborah1973
@etimoniborah1973 Жыл бұрын
Krishna vagban , shytr true bisar hab lage .
@DharanidhardaimaryTola
@DharanidhardaimaryTola Жыл бұрын
@@etimoniborah1973 qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq hu
@rohinideka-qc8wg
@rohinideka-qc8wg Жыл бұрын
😂😢😮😅😊🎉❤
@thecrunchlator2500
@thecrunchlator2500 Жыл бұрын
Aru ami ki korim? Tamasa sabi? Tarpasot kiba beya hole bhogowanok dukh tu di bhat khai hui jam..ne ki kua bondhu? 😂
@gouravgogoi318
@gouravgogoi318 Жыл бұрын
Assam polich hurokhito nohoi Amar public ki hurokya koribo
@rasong6611
@rasong6611 Жыл бұрын
পুলিছ আৰু সাপ একেই।
@mohendradas1757
@mohendradas1757 Жыл бұрын
বোলে-দেখোঁতেই চিতল,পিঠিতে কাঁইট । ই বেটা গভাইত ।
@_biraj_4829
@_biraj_4829 Жыл бұрын
মেইন কাল্পৃত sp doley ৰ aku খবৰ পোৱা নাই যে।।তেখেতৰ লগত CID এনাউইৰী হৈছে নাই।। নে তেখেতৰ নহই কাৰণ তেখেতৰ লগত DGP gp Singh ৰ ভাল কাৰণে জেৰা নকৰে তেখেতক।।
@Priya-pq6zp
@Priya-pq6zp Жыл бұрын
ভগৱান আছে যি সত্য ওলাব ই। দোষী য়ে শাস্তি পাব ই
@kabirajsanatani3186
@kabirajsanatani3186 Жыл бұрын
দাল মে কুচ্ছ কালা হেই । এই ঘটনা ইমান সহজ নহয় । ইয়াৰ উদঘাটন কৰিবই লাগিব।
@sanlahary9944
@sanlahary9944 Жыл бұрын
CBI, NIA Investigation must be needed.
@digantarajpegu826
@digantarajpegu826 Жыл бұрын
I m support
@AminulHoque-qi1mk
@AminulHoque-qi1mk Жыл бұрын
Absolutely
@askarirazvi7151
@askarirazvi7151 Жыл бұрын
786
@Simpleblissfulife
@Simpleblissfulife Жыл бұрын
This is not going to happen
@AtulTalukdar
@AtulTalukdar Жыл бұрын
❤😢
@rinadeka5350
@rinadeka5350 Жыл бұрын
ভগবানৰ বিচাৰত সাৰি নাজাবি নৰআধমহত।
@barnaligogoi8166
@barnaligogoi8166 Жыл бұрын
We want immediate CBI investigation
@ilasaikia7305
@ilasaikia7305 Жыл бұрын
কি অধিকাৰত আনৰ ফোন লৈ চুইচ অফ কৰিলে ইয়াত ৰহস্য আছে ।
@tonoimech4390
@tonoimech4390 Жыл бұрын
ৰাজাক ধৰক সকলো কথা ওলাই যাব
@jibakantakuli8199
@jibakantakuli8199 Жыл бұрын
Justice for junmoni rabha. Please... CBI enquiry
@jibanchandrabarman145
@jibanchandrabarman145 Жыл бұрын
দ্বিতীয় কনকলতা আছিল জোনমনি বাইদেউ.....কেইটামান মাদাৰ ইন্দিয়াই বাইদেউক জীয়াই থাকিৱ নিদিলে.....য়ি কেইজনে মাৰিছে জহৰাবোৰে হাৰ্ট এটাক হৈ মৰিৱ..........😂😂😂😂😂😂
@sunmabhuyan
@sunmabhuyan Жыл бұрын
দুখিক বিচাৰি উলিয়াই ফাঁচী দিব লাগে । যাতে আগলৈ কোনোবাই এনে কাম কৰিবলৈ সাহস নকৰে ।
@jibanchandrabarman145
@jibanchandrabarman145 Жыл бұрын
Dada.........
@surabhirabha8095
@surabhirabha8095 Жыл бұрын
Xosa kotha, raijar abhixap lagibo teolokr
@hirondakaman3612
@hirondakaman3612 Жыл бұрын
ৰাজা জোনমি মাতৃক ফোন কিয় বন্ধ কৰিছিল ছিৰ জীৱনৰ কৰণে‌ কাৰাগৰত বন্ধু কৰি দিয়ক
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
এই চি আই ডিৰ একো কামনাই।
@diamondpayeng1119
@diamondpayeng1119 Жыл бұрын
Junmoni Rabhai Sucite কৰিবই নোৱাৰি। তেওঁ বহুত সাহহি আছিলে, CM sir Take Action against Criminals.
@ayaanarhan395
@ayaanarhan395 Жыл бұрын
CB I তদন্ত হব লাগে এই পুলিচ মখাই মেইন কিয় স্কীন লক কৰিব লাগে মানুহ গৰাকীৰ জীয়েকৰ ফন ব্যৱহাৰ কৰিব পাৰে মাকে এই পুলিচ মখাক চি বি আই ভালকৈ সুধিলে ওলাই পৰিব ।
@gayatrisaharia8107
@gayatrisaharia8107 Жыл бұрын
মানুহগৰাকীৰ নিজৰ ফোনৰ কথা কোৱা হৈছে ।
@prodipbonia4182
@prodipbonia4182 3 ай бұрын
হে প্ৰভু কি কৰা তুমি কৰা
@RohitDas-eg4bz
@RohitDas-eg4bz 3 ай бұрын
ইমান। কম। সময়ত। কেনেকৈ ধনী হয়। কব নেকি চাৰহতে বাৰু
@RakeshNakmanRabha
@RakeshNakmanRabha 10 ай бұрын
Good news thanku
@a2zbox21
@a2zbox21 Жыл бұрын
We need CBI investigation
@ridipbora3182
@ridipbora3182 Жыл бұрын
এইবাৰ আহি পালে ধিং। আৰু কিমান বাগৰিব।এই ঘটনাটো ঘটনা হৈ থাকিব নেকি ।
@swapnabora5446
@swapnabora5446 Жыл бұрын
ঘটনাটোত ৰাইজ ইমান সচেতন হৈ পৰিব বুলি ভবা নাছিল চাগে।ভগবানৰ কি মহিমা , মাক কোৱাটাৰত থকা বাবেহে ঘটনাটো জলজলপটপট হৈ পৰিল।
@mukthangbasumatari3770
@mukthangbasumatari3770 Жыл бұрын
Laz loga hoise aru...Assam police r uporot ghreena loga hoise .
@rojoniprovabaruah5461
@rojoniprovabaruah5461 Жыл бұрын
হয়
@shasantakumardas9673
@shasantakumardas9673 Жыл бұрын
Lajya jonok hoi porise..hatana tu manuhbur eman misolia hobo pare poisar karone...CID e je usit tadonto koribo khandeh hoise....
@sumantaborah5677
@sumantaborah5677 Жыл бұрын
police ketya manuh hobo eman okhobya agoraki matrir phone delit kore Irsad bulajon matrir gorbhar. pora jonma huwa nohoy neki ?
@gameingstets9516
@gameingstets9516 Жыл бұрын
Ki. Vorokha keibi aru....moy ajon police .....nijoky kiba ATA byaa vab ahi asy....
@tajulislam1727
@tajulislam1727 Жыл бұрын
Police buli kle Mur agor pray ghin lage
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
বাতৰি যোগে যিবোৰ কথা জানিলো যে দিশপুৰৰ সেউজ সংকেতত লীনা দলেৰ লগতে পাঁচ জন আৰক্ষী বিষয়াই মিলি জোনমণিক কৰায়ত্ত কৰি গাড়ীখন তীব্ৰ গতিত চলাই গাড়ীৰ ভিতৰত পিচফালে নিৰ্মমভাবে মৰিয়াই মৰিয়া ঘত্যা কৰিছিল ।জোনমণিৰ চিঞঁৰ নুশুনিবলৈ তীব গতিত গাড়ী চলাইছিল ।মৃত্যূৰ পিছত গাড়ীৰ পিচফালৰ পৰা নিথৰ শৰীৰটো আগফালে দ্ৰাইভাৰৰ আসনত বহুৱাই দি ট্ৰাক খনেৰে খুন্দিয়াই দুৰ্ঘটনাৰ ৰূপ দিছিল ।গাড়ীৰ পিচফালে ৰাভাৰ এপাত জোতা উদ্ধাৰ ,দুৰ্ঘটনাৰ ভয়াবহতা আৰু গাড়ীৰ অৱস্থালৈ চাই শৰীৰ অক্ষত হৈ থকা ,দুয়ো ফালৰ কামিহাড় ,ৰাজহাড় ,মুৰৰ পিছফালৰ আঘাট, হাত ভৰিৰ আঘাট তলপেতৰ আঘাট মতে শৰীৰত আভ্যন্তৰত আঘাট মতে বন্দুকৰ কুন্দাৰে আঘাট কৰি হত্যা কৰা যেন অনুমান কৰিব পাৰি ।নিৰপেক্ষ তদন্ত হলে এয়াই ওলাব যেন লাগে ।
@jayantaborah7835
@jayantaborah7835 Жыл бұрын
হিমন্ত মামা আপোনাৰ গৃহ বিভাগত কি চলি আছে এইবোৰ
@purnanandagogoi7264
@purnanandagogoi7264 Жыл бұрын
চব শিয়াল দেই। কি হৈ আছে ,আমি এনেয়েই মুৰ ঘমাই আছো। লাজ লাগিলেও লাভ নাই । টকা টকা টকা চবছে বড়া ৰুপিয়া
@mayamohan4440
@mayamohan4440 Жыл бұрын
থ থ ফাটি বাজি হতঁ তহতে জনসাধাৰণক সুৰক্ষা দিবি
@pratibhakalita5139
@pratibhakalita5139 3 ай бұрын
জোনমনিৰ মৃত্যু ৰহস্য ফাদিল হোৱা টোলৈয়ে বাট চাই আছো ৷
@Golokkakati-r5p
@Golokkakati-r5p 10 ай бұрын
Mojja atiya CBI gotai deok
@PithirajLaram
@PithirajLaram 3 ай бұрын
যদি জুন মণি ৰাভাৰ akshiden হৈছিল ৰাজা ইছাদে নম্বৰ ডিলিট কৰা মোবাইল লোক কৰা উকা কাগজত চহী কৰা এই জন শাৰী যাব নেকি মাতৃ গৰাকীক সহায় কৰিব লাগিছিল কিন্তু বিপদত হে পেলালে কীয় এই জনক জেৰা কৰিলে সকলো ওলাই যাব কাৰণ জুন মণি লগত ছাঁৰ টো দৰে লাগি থকাজন
@harekrishnadas1807
@harekrishnadas1807 Жыл бұрын
পুলিচ দেখিলে গা ধূবলগা দিন আহিল
@nripenborgohain201
@nripenborgohain201 10 ай бұрын
মূল কাঁইটৰ ঘাতকৰ উক্তি - সময়ে কাকো ক্ষমা নকৰে
@RohitDas-eg4bz
@RohitDas-eg4bz 3 ай бұрын
এই। চৰকাৰৰ সময়ত এইবোৰ সমাধান নহ'ব কাৰন বহুত। ঘটনাই তলপৰি গৈছে
@nivaranipegu9094
@nivaranipegu9094 Жыл бұрын
Aijon jorit hoisejen lagise
@apurbarabha286
@apurbarabha286 Жыл бұрын
Pap lagiba jikeijon police marise Jastice for junmoni
@S.M.8439
@S.M.8439 Жыл бұрын
এইজনেই নিশ্চয় সকলো জানে।
@jahnobibora5212
@jahnobibora5212 Жыл бұрын
অসম পুলিচেই এয়া গতি , আৰু ৰাইজৰ ক্ষেত্ৰত কি নকৰিব , এয়া পুলিচক কি বিশ্বাস কৰিব ৰাইজে ।
@biswajitrabhaofficial1142
@biswajitrabhaofficial1142 Жыл бұрын
চৰকাৰি পক্ষৰ চেনেলকেটাক বিশ্বাস নকৰোঁ আমি।
@ramensarania4986
@ramensarania4986 Жыл бұрын
বাঁ অসম আৰক্ষী বাঁ
@tonoimech4390
@tonoimech4390 Жыл бұрын
ৰাজা আছে সকলো আৰত
@BhumidharNath-im7ml
@BhumidharNath-im7ml Жыл бұрын
জোনমনিৰ হয়্তাকাৰী যদি ধৰা নপৰে তেনেহলে গোটেই অসম বাসীকে হয়্তা কৰাৰ দৰে হব। কিয় এতিয়ালৈকে অপৰাধীক ধৰিব পৰা নাই?
@ashimbarua7797
@ashimbarua7797 Жыл бұрын
পাপ কাম কৰিলে মৃত্যু পৰ্যন্ত যন্ত্ৰণা অশান্তি এ খেদি ফুৰিব ইহঁতক
@drjatinbaruah2795
@drjatinbaruah2795 Жыл бұрын
নগাঁও জিলাত মামাই এই পাষণ্ড পুলিচবোৰক নিযুক্ত কৰিছিল কিয় ? এই ৰাজা ইৰছাদক মামাই ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণ কি ? নহ’লেনো এই পাষণ্ডটোক এতিয়ালৈকে মামাই তদন্তৰ আওতালৈ অনা নাই কিয় ??
@ajitadhikari6299
@ajitadhikari6299 Жыл бұрын
Jonmonir mitrur rahashya bhedh korato aamar anurudh dy365.
@bilahkonwar5865
@bilahkonwar5865 3 ай бұрын
এইজন অছিক ধৰিলে সকলো কথা গম পাই জাব ইয়াকে ধৰি গৰুপিতন দিলেই উলাব
@arul-dy3fi
@arul-dy3fi Жыл бұрын
Atul,nath,goodnews
@ajitneog7659
@ajitneog7659 Жыл бұрын
কি কাহীনী বেলেগ সোনকালে কব লাগে, কি পাগুলিয়াই আছে।
@binoddutta4714
@binoddutta4714 Жыл бұрын
আৰক্ষীৰে যদি এনে হয় তেন্তে সাধাৰণ জনগণৰ কি হব বাৰু সাংঘাটিক চিন্তাৰ বিষয়।
@sivaghimire6897
@sivaghimire6897 Жыл бұрын
CBIএ কি নো কৰিলে ৰাজা ইৰচাদেই যদি চব জানিছিল তেন্তে কিয় আকৌ কেচ টো লটকাই আছে
@nirmalarabha9882
@nirmalarabha9882 Жыл бұрын
Case kio Iman Long hoi aase. Sumite gari khon mukha mukhi koi mari se. Police ki aabul tabul boki aase.jaman kolew aami mani lobo nuwaru.
@NaliKhan-eu5qk
@NaliKhan-eu5qk Жыл бұрын
Good
@satyajitsahariya6356
@satyajitsahariya6356 Жыл бұрын
These are Naradhams like Raja.
@SuraviBoro-cq1ot
@SuraviBoro-cq1ot Жыл бұрын
চাৰ আহি ভাল কৰিচে
@amritkalita7315
@amritkalita7315 3 ай бұрын
জোনমনিৰ ঘটনা যদি বলেগ আগতে কিয় কোৱা নাচিলে ৰাজা ইচানে ।এই দানৱ ৰাজা ইচানক গ্ৰেপ্তাৰ কৰি জেৰা কৰি প্ৰকৃত সত্য কথা ওলিয়াৱ লাগে ।
@MridullaMedhi-wu3lw
@MridullaMedhi-wu3lw Жыл бұрын
NIA lagibo.police gundami bandho karok
@Assamelaya1077
@Assamelaya1077 Жыл бұрын
We want CBI,NIA investigation must be needed...
@ganeshchetri1229
@ganeshchetri1229 Жыл бұрын
CBI For Junmoni Rabha
@runuaxomiachanalvloge5064
@runuaxomiachanalvloge5064 Жыл бұрын
মাকক চম্ভলা মানুহ তইহে আছিলি নেকি আৰু ওচৰৰ মানুহ নাচিলে নেকি তই মাকৰ মোৱাইল লৰা তোৰ কি।ডৰকাৰ আছিল আৰু মাকৰ পৰা উকা কাগজত চহী কিহৰ তই লৈচিলি কিয় তোৰ এদিন এনেকে মৰন আহিব চাবি তোৰ মাৰে মটিত বাগৰি বাগৰি কান্দিলেও তোৰ জিৱ তো ঘূৰাই নাপা কম দিনতে তহতক জিৱ কেইতা ভগবানে লৈ যাব চাবি
@mohantitasa7019
@mohantitasa7019 Жыл бұрын
We need CBI Investigation
@himantaelectricianplumber3939
@himantaelectricianplumber3939 Жыл бұрын
বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত আছে
@nityanahardeka2514
@nityanahardeka2514 Жыл бұрын
Nyai npai cz sob allready karubar transfer hol karubar Reserve close hol etc kin2 kaku arrested koriblei pora ny atiya loi ke.. Reserve close korise kiyo hei2 rajohuwa koi kuwa ny ..ki krne ter Reserve close koriblei logiya hol hothat Aei2 case huwa lge lge kio SP jonok transfer diya hoise aeiblk tei gom puwa jai Aei2 case't sob mili bhogot Arokhi honsalok jonor dom ase jdi tahatak arrested kori jera solouk
@ManjulaKalita-n2c
@ManjulaKalita-n2c 10 ай бұрын
বাতৰি। কিন্তু কৈ। দেই। বাতৰি কৱা। মানুহ। কেইতা। জন্ম। পাউতে ‌জলা। খোৱাই ‌ দিছিল। ‌সেই। কাৰনে ফৰ। পৰাই বকি ‌ জাই। ফিনিচিঙ একো। খবৰ। নাই।
@bharatgogoi324
@bharatgogoi324 Жыл бұрын
সকলো খিনি কিনি থৈছে ,ডাঙৰ এই বেপাৰি কেইটাই
@harenpanging3275
@harenpanging3275 Жыл бұрын
চাৰিও দিশত আৰক্ষীৰ ৰূপত কালপ্ৰীত ?বা বা অসম আৰক্ষী ৷জোনমণিৰ উত্থানত ইমান চকু পৰিল কিয় ?ঘোচ দি চাকৰি লোৱা সকলৰ এইয়েনেকি আচল স্ৱৰূপ ৷
@tajulchoudhury3131
@tajulchoudhury3131 Жыл бұрын
UP aru Ahomot same obosta hoy ase.
@jogendranarayanbaruah8011
@jogendranarayanbaruah8011 Жыл бұрын
Aya hol mukhyamantri siror soponor Assam police
@monjitgohain9000
@monjitgohain9000 Жыл бұрын
Hoi dei kam nai aaru policeor Come back amit misro sir
@Pinku155
@Pinku155 Жыл бұрын
⏳☝👌
@bijoyrabha3979
@bijoyrabha3979 Жыл бұрын
Police bilakok bishakh koriba nalage kam noha police
@dhrubajyotisaharia2655
@dhrubajyotisaharia2655 Жыл бұрын
জহৰা বোৰে চাকৰি কেনেকৈ পায়।
@bhikhonmuhon7009
@bhikhonmuhon7009 Жыл бұрын
এই পাখণ্ডতোকো সৎকাৰ কৰিবৰ পৰা ব্যৱস্হা কৰিব লাগে
@rajesht665
@rajesht665 Жыл бұрын
ei kei jonok fansi dibo lage. justice fo junmoni
@nipukumar6370
@nipukumar6370 Жыл бұрын
Assam police dekha manei heidina jatra bya aru
@sangitarabha2890
@sangitarabha2890 Жыл бұрын
Hosake respect dibole mn njwa hol.
@gayatrisaharia8107
@gayatrisaharia8107 Жыл бұрын
ছালে বেৰে কোবোৱা কথা কৈছে এইজনে
@KanakDas-g8u
@KanakDas-g8u 10 ай бұрын
ই মেইন
@pradipdeka5148
@pradipdeka5148 Жыл бұрын
লোকৰ ফোন মাৰিবলৈ তোৰ কি দৰকাৰ ?এইটো এটা cyber crime
@monuranjantaye9089
@monuranjantaye9089 Жыл бұрын
উকা কাগজত কিয় টিপ চহী লৈছিল
@rashmirekhasaikia7188
@rashmirekhasaikia7188 Жыл бұрын
Sabke sab mile hue hai
@monalishasaiki7842
@monalishasaiki7842 3 ай бұрын
Kaijonman police r babe gutai jatituk Bea buli nokobo, Assam police t bohut bhal police ase
@divishakayshap1842
@divishakayshap1842 Жыл бұрын
Koi Je Hobo. Xunkale Junmoni Rabha Ei Justice Pai 🙏🙏🙏
@jitenbarman70
@jitenbarman70 Жыл бұрын
অসম
@rudrachoudhury9403
@rudrachoudhury9403 10 ай бұрын
বাতৰিত একো নতুন কথা নাই। একেখিনি কথাই চুইংগাম চবোৱাদি চবাই আছে।
@BharotiHazarika-i2h
@BharotiHazarika-i2h Жыл бұрын
Junmoni rabhak dakhi nije taur dore huar ata xopun dakhisilu kintu atiya xai xopun bur bhangi gol.
@nilakshidevi1846
@nilakshidevi1846 Жыл бұрын
#arrestrajairshad
@dhrubajoytibasumatari
@dhrubajoytibasumatari Жыл бұрын
Police soku aku bisas koribo nuwaru aru oh gibo not hoito Kam kiteya oh koribo nelagi vai hokol
@bhupenborah6475
@bhupenborah6475 Жыл бұрын
ৰাজা নামৰ পুলিচ জনৰ গাট বেলেটে কাটি নিমখ জলকিয়া লগাঅক আৰু দোচাতমান পিতক হচা কথা কই দিবয়ো পাৰে
@nayanjyotidas4323
@nayanjyotidas4323 Жыл бұрын
We gradually lost trust in the police because of such types of incidents...do something.. if a consensus develops in society against the police system then the vision of respected cm to make assam count in top five states will never be accomplished
@sumirabha9022
@sumirabha9022 Жыл бұрын
Eyake kb khoji se rajai,,tar kuno dokh nii Tai koto jowa nii tar voul nii,,,junmoni mak horu manuh nki,,Tai misa kobole khoji ase,,, Raja kot onomoti pale junor makor fon,subole,,, rajar mukhot hahi tar kotha tar solon,,,tar mukhor kotha horu manuh bore o tene nokoy,,,Jun ghori nahe babe hahi olaise Rong ot motoliya jen lage
@EvaraniDoley
@EvaraniDoley 10 ай бұрын
Raja sihan pahi dibo lage
@khirudkardong8200
@khirudkardong8200 Жыл бұрын
লিনা দলে কিয় জানমনি ঘরর 😅তালাচির কথা সুদানাই
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.