|| চল ৰে চল বন্ধু উদ্ধৱ হে' || উপেন বৰগায়ন ||

  Рет қаралды 5,462

Upen borgayan official

Upen borgayan official

Күн бұрын

Пікірлер: 55
@manjitkalita4496
@manjitkalita4496 Жыл бұрын
Val lagese upen aatoi
@Traditional.649dancing--Hub
@Traditional.649dancing--Hub Жыл бұрын
Bht vl lgil sir xosai 😌💫💗
@rimpimusical0987
@rimpimusical0987 Жыл бұрын
অধ্যাপক❤.... অতি সুন্দৰ... সুমধুৰ কণ্ঠ ৰ গৰাকী আপুনি..
@sanjibbora1789
@sanjibbora1789 Жыл бұрын
ইমান সুন্দৰ লাগিছে সঁচাকৈ অতুলনীয় দেই।
@basantasaikia
@basantasaikia Жыл бұрын
অতি মনোমোহা
@jurisaikia167
@jurisaikia167 Жыл бұрын
Bahut hundor
@gobindadutta2012
@gobindadutta2012 2 ай бұрын
সুন্দৰ 🙏
@supriyochakraborti6374
@supriyochakraborti6374 Жыл бұрын
Very nice, during my tenure at Guwahati sometimes I used to go to Prasanna Barua Sir for learning flute. I love Borgeet and your voice and this presentation is also very nice.
@krishnapankajadutta3634
@krishnapankajadutta3634 Жыл бұрын
বৰ সুন্দৰ হৈছে। সেৱা জনালোঁ অধ্যাপক🙏
@jadumonigogoi1605
@jadumonigogoi1605 Жыл бұрын
বৰ ভাল লাগিল দেই৷ মন শাঁত পৰি গৈছে৷
@hrittiksaikia4089
@hrittiksaikia4089 Жыл бұрын
বৰ সুন্দৰ হৈছে krishno agoloiu komolabari thulor aan borgeetbur xunibole pambuli aaxa korilu joyo bodula podmo atooi joyoo jogot guru sreemonto sankoro
@bijitsaikia8504
@bijitsaikia8504 Жыл бұрын
অন্তৰ স্পৰ্শী কণ্ঠ, সুন্দৰ বৰগীত শুনিবলৈ পালোঁ,,।
@hrishikeshneog
@hrishikeshneog Жыл бұрын
আনন্দ বৰা বৰবায়ন আমাৰ গাঁৱৰ বাসিন্দা।
@LilaramDutta-q9k
@LilaramDutta-q9k Жыл бұрын
সুন্দৰ 👌
@RajBhai-he5jx
@RajBhai-he5jx Жыл бұрын
Hundar ❤
@basantadutta9086
@basantadutta9086 Жыл бұрын
বৰ ভাল লাগিল, মন চুই গ'ল
@mayurikakoti-gx9nc
@mayurikakoti-gx9nc Жыл бұрын
দাদা,আপোনাৰ প্ৰচেষ্টা আৰু ঈশ্বৰৰ আশীৰ্বাদত বৰগীতবোৰে প্ৰাণ পাই উঠে৷বৰ ভাল লাগিল শুনি৷৷
@goutombora2054
@goutombora2054 Жыл бұрын
ATI Sundar
@poragborah151
@poragborah151 Жыл бұрын
সুন্দৰ বহুত ভাল লাগিছে শুনি উপেন ।
@pubalidutta4832
@pubalidutta4832 Жыл бұрын
অতি সুন্দৰ হৈছে আতৈ👏...বৰগীতটি শুনি বৰ ভাল লাগিল। 😌😌😌👏
@mrtorunsarka1236
@mrtorunsarka1236 Жыл бұрын
🙏🙏🙏🙏🙏 khooni val lagal
@hrishikeshneog
@hrishikeshneog Жыл бұрын
অতি উত্তম কৰিছে।
@ankitabharali1565
@ankitabharali1565 Жыл бұрын
কন্ঠ সদায় প্ৰিয় আপোনাৰ ❤
@chiranjitgamborbayanoffici7802
@chiranjitgamborbayanoffici7802 Жыл бұрын
গুৰুদেৱ এই অধমৰ অন্তৰাত্মাত চুই গল বৰগীতভাগ শুনি।
@monjuriphukan2147
@monjuriphukan2147 Жыл бұрын
আপোনাৰ প্ৰতিটো বৰগীতৰ বাবে বৰ আগ্ৰহেৰে ৰৈ থাকোঁ। ইমান মিঠা আৰু ইমান সুন্দৰকৈ প্ৰতিটো শব্দৰ প্ৰকাশ🙏🙏 আশীৰ্বাদ কৰিব🙏🙏
@bhaskarj.theartofmusic
@bhaskarj.theartofmusic Жыл бұрын
✨কৃষ্ণ🙏 শ্ৰদ্ধেয়,. বৰগীত টিৰ শুভ মুক্তিৰ উন্মোচনী সভাত উপস্থিত চনামধন্য ব্যক্তি সকলৰ শ্ৰীমুখেৰে বৰগীতৰ লগতে সত্ৰীয়া কৃষ্টিৰ বিষয়ে বহুতো নজনা কথা জনাৰ লগতে আপোনাৰ বিৰল ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিষয়েও কিঞ্চিৎ জ্ঞাত হোৱাৰ সৌভাগ্য হ'ল। আশাকৰোঁ আপোনাৰ কৃপা দৃষ্টি যাতে আশীষ স্বৰূপে আমাৰ লগত সদায় থাকে। 🙏
@hrittiksaikia4089
@hrittiksaikia4089 Жыл бұрын
krishno aami borgeetir xubhomuktir anusthanot uposthit nasilu zodiuo aapunasobor somuh proseta aagbarhi jauok buli eswaror usorot prarthona jonalu.krishno
@bhadrakantadas6101
@bhadrakantadas6101 Жыл бұрын
সুন্দৰ, সুপ্ৰভাত বৰ গায়ন ডাঙৰীয়া
@pankajbhuyan7698
@pankajbhuyan7698 Жыл бұрын
অতি সুন্দৰ ❤
@kaushickc
@kaushickc Ай бұрын
অতি শ্ৰুতিমধুৰ।
@rinabordoloi6535
@rinabordoloi6535 Жыл бұрын
সুন্দৰ হৈছে অধ্যাপক
@jadumonibhuyan7877
@jadumonibhuyan7877 Жыл бұрын
সুন্দৰ। জয় গুৰু শংকৰ
@madhurjyakamalhazarika5631
@madhurjyakamalhazarika5631 Жыл бұрын
গায়ক অদ্বিতীয় কণ্ঠৰ গৰাকী.....
@chandanbezbaruah985
@chandanbezbaruah985 Жыл бұрын
অতি সুন্দৰ গায়কী..
@অসমীয়াসুৰসন্ধান
@অসমীয়াসুৰসন্ধান Жыл бұрын
সঁচাকৈয়ে আপোনাৰ কণ্ঠত বৰগীত শুনি বহুত ভাল লাগে
@barshabhuyan9087
@barshabhuyan9087 Жыл бұрын
অধ্যাপক ❤️ বহুত সুন্দৰ হৈছে।আপুনি আৰু আগুৱাই যাওক প্ৰাথনা কৰিছোঁ ভগৱানক।🙏
@susantakumarborthakur3057
@susantakumarborthakur3057 Жыл бұрын
সুন্দৰ
@punyaborah4017
@punyaborah4017 Жыл бұрын
@thenath0.257
@thenath0.257 Жыл бұрын
শুনি বহুত ভাল লাগিল ❤🥰
@raktimmusical2305
@raktimmusical2305 Жыл бұрын
বহুত ধুনীয়া লাগিছে অধ্যাপক
@letsready222
@letsready222 Жыл бұрын
Nice
@kakolibora9365
@kakolibora9365 Жыл бұрын
অধ্যাপক সুন্দৰ হৈছে। 🙏🙏
@sumpeeborah8854
@sumpeeborah8854 Жыл бұрын
খুব মন পৰশা। শুভেচ্ছা আপোনালৈ 🌼🌼🌼
@pahiborah2132
@pahiborah2132 Жыл бұрын
অধ্যাপক সুন্দৰ❤
@narendraboruahofficial
@narendraboruahofficial Жыл бұрын
👌👌👌👌❤❤
@sattriyaniranjansaikia2315
@sattriyaniranjansaikia2315 Жыл бұрын
সাৰেঙ্গ ষ্টুডিঅ'ৰ পৰিয়ালৰ হৈ আন্তৰিক শুভেচ্ছা জনালোঁ
@bituponborahofficial3391
@bituponborahofficial3391 Жыл бұрын
Atixundor
@mitaligoswami6821
@mitaligoswami6821 Жыл бұрын
🙏🙏🙏
@Juli_borah998
@Juli_borah998 Жыл бұрын
অধ্যাপক 🥺🔥
@surabhikalita8904
@surabhikalita8904 Жыл бұрын
অধ্যাপক ❤️
@pallabsattriya6882
@pallabsattriya6882 Жыл бұрын
🙏🙏🙏🙏❤
@lakshmibaishya2761
@lakshmibaishya2761 Жыл бұрын
বৰগীতটো বৰ ভাল লাগিল। আবহ সঙ্গীত controlled হ'লে ভাল আছিল। শব্দৰ প্ৰক্ষেপণত অলপ অশান্তি আছে যেন লাগিল। গীতটোৰ speed টোক আওকাণ কৰা হৈছে যেন পাওঁ। কন্ঠ বৰ ভাল। উত্তৰোত্তৰ ভাল কামনা কৰিলোঁ।
@upengayan
@upengayan Жыл бұрын
ধন্যবাদ জনাইছোঁ। শব্দৰ প্ৰক্ষেপনত? কথাষাৰ বুজাই ক'লে ভাল পাম । আৰু এটি পুৱাৰ বিৰহৰ গীতত বিলম্বিত লয়তেই পৰিবেশন কৰা হয়। এইসমূহ বৰগীত মূলত ভক্তিমূলক। ইয়াক অন্যান্য গীতৰ লগত তুলনা নকৰাই শ্ৰেয়। বাকী আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।
@RongmanchNE
@RongmanchNE 9 ай бұрын
সুন্দৰ ছাৰ ৷ভালে আছেনে ?
@himakhi3192
@himakhi3192 Жыл бұрын
🙏🙏🙏🙏
Udhaba Bondhu - Borgeet
7:10
Riju moni Goswami
Рет қаралды 25 М.
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 119 МЛН
小路飞还不知道他把路飞给擦没有了 #路飞#海贼王
00:32
路飞与唐舞桐
Рет қаралды 78 МЛН
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 128 МЛН
Moke Ebaar karuna, Borgeet By Madhabdeva, Singer-Gunin oja
8:46
Utpal Narayan Sattriya
Рет қаралды 17 М.
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 119 МЛН