চলচলি বিৰহি গাওঁৰ ৰাস খন চাওঁ আহক ll Nagaon Rash 2024 ll Ritturaj Life And Vlogs

  Рет қаралды 3,470

Ritturaj Life And Vlog's

Ritturaj Life And Vlog's

Күн бұрын

Пікірлер: 1
@gayaprasadsarmah4740
@gayaprasadsarmah4740 18 күн бұрын
ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আপোনালোকৰ গীতসমূহ অতিশয় শুৱলা সুৰীয়া আৰু মনপৰশা হৈছে, শলাগিছো। অৱশ্যে এনেধৰণৰ গীতসমূহ মহাপুৰুষ জনাৰ ৰচনাৰ নহয়। কেৱল মনোৰঞ্জনৰ বাবে আজিকালি এনে গীতসমূহ চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। আচলতে এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মই শিকিছেও। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী আমি পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে হ'লে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ আশাত, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি চলাই দিলে কিহৰ ভিত্তিত কোনে বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত মহাৰাসৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পক্ষী-জন্তু, পক্ষী-জন্তুৰ পৰা মানুহ হৈ যোৱা যাদু প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা যাবনে? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য অভিনয়েৰে ৰাস উদযাপন কৰি জগতক প্ৰদৰ্শন কৰিব নোৱাৰিনে, ইত্যাদি ভাবিবৰ সময় হৈ গ'ল। আৰু বৰ্তমানৰ পৰিবেশন বিলাকৰ পৰা বাছি কাৰ ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাট অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক??
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН