No video

Dihanam// দিহানাম// সৰগত জিলিকে By ভাগ্যশ্ৰী দেৱী । cntc 7399692438

  Рет қаралды 14,384,775

BHAGYASHREE DEVI Official

BHAGYASHREE DEVI Official

Жыл бұрын

#dihanam #BhagyashreeDevi. #assamessongs
#assamesvoktisong #2023Newassamessong #assam #horinam2023 #sangkarguru
কণ্ঠ- ভাগ্যশ্ৰী দেবী ।, কথা- পুস্পেন্দ্ৰ কলিতা ।, সুৰ-পুস্পেন্দ্ৰ কলিতা । বাদ্যযন্তী- দেৱেশ্বৰ শইকীয়া , কৈলাশ ৰাভা , গৌতম শইকীয়া । সহ শিল্পী- সংগীতা দেৱী , দীপিকা দেৱী । অডিঅ মিস্ক মাষ্টাৰিং- চন্দন মহন্ত । ভিডিঅ গ্ৰাফি- নিকো নাথ ।
অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো Subscribe কৰিব লিংকটো চেয়াৰ কৰি ,লাইক, কমেণ্ট কৰিব । জাননী- বিনা অনুমতিত যিকোনো চছিয়েল মিডিয়াত কোনেও যাতে এই ভিডিঅটো ডাউনলোদ কৰি প্ৰচাৰ নকৰে । কেৱল এই ভিডিঅটোৰ লিংকহে share কৰিব পাৰিব যিকোনো চছিয়েল মিডিয়াত ।

Пікірлер: 5 200
@SankarDeka58
@SankarDeka58 Ай бұрын
Ram Krishna 🙏🏻🙏🏻🙏🏻🎉🎉
@NilpabankalitaNilpabanka-fo6bb
@NilpabankalitaNilpabanka-fo6bb 3 ай бұрын
Jai Sri Krishna jai srimanta sankardev ❤❤❤❤❤❤🙏🙏🙏🙏
@ramendas6742
@ramendas6742 Ай бұрын
অতি কৈ ধূনী‌য়া 🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ ভৱিষ্যত উজ্বল কামনা কৰিলো । ধন্যবাদ
@rahulakhom7078
@rahulakhom7078 2 ай бұрын
অতি সুন্দৰ দিহানাম শুনিলে যেন হুনিয়েই থাকিম🙂❤️
@user-md6hu9gg4h
@user-md6hu9gg4h Ай бұрын
name? Dipankar singha
@user-md6hu9gg4h
@user-md6hu9gg4h Ай бұрын
hii
@pinkumoni1395
@pinkumoni1395 Жыл бұрын
ইমান যে সুন্দৰ কন্ঠ বাইদেউ আপোনাৰ।যেন শুনিয়েই থাকিম।🙏🙏
@hirendas3850
@hirendas3850 11 ай бұрын
Iman sundor, So sweet and Melodious. Congratulations for your outstanding performance.
@narendranathsaikia5532
@narendranathsaikia5532 4 ай бұрын
ভাগ্যশ্ৰী বহুত বহুত আশীবাদ থাকিল তোমালৈ ।
@user-er3rj1gr1l
@user-er3rj1gr1l 2 ай бұрын
ইমান সুন্দৰ নাম বৈকুণ্ঠৰ থকা যেন লাগে
@maghiramkarmakar9714
@maghiramkarmakar9714 Жыл бұрын
Krishna joy guru shankar .... Aai xub xundor
@rajibsaikia1715
@rajibsaikia1715 10 ай бұрын
ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়।
@user-er3rj1gr1l
@user-er3rj1gr1l Ай бұрын
বহুত ভাল লগা গীত সুৰ বহুত ধুনীয়া লাগিছে🙏🙏
@KhdraRay
@KhdraRay 2 ай бұрын
ধুনীয়া গীত;সুন্দৰ কণ্ঠ বাইদেউ ;জয় গুৰু শংকৰ🙏🙏🙏
@user-xy3xn1sw1n
@user-xy3xn1sw1n 10 ай бұрын
সঁচাই ইমান সুন্দৰ কণ্ঠ লগতে অভিনয় চাই চাই হেপাহ নপলায়
@madhuryabaruah6246
@madhuryabaruah6246 Жыл бұрын
বৰ সুন্দৰ কণ্ঠ, মুদ্ৰা । খোল, তাল, নাগাৰা, বাঁহী বৰ সুন্দৰকৈ সংগত কৰিছে। সম্পূৰ্ণ মাৰ্জিত সাজপাৰ পৰিধানেৰে পৰিৱেশন শৈলী বৰ সুন্দৰ। প্ৰণাম আই গৰাকী 🙏 ।
@nabanitadutta8133
@nabanitadutta8133 2 ай бұрын
শুনিলে শুনি থাকিবলৈকে মন যায়, ইমান সুন্দৰ কণ্ঠ আপোনাৰ। 🙏🙏🙏🙏
@user-kb8iu7sj4h
@user-kb8iu7sj4h Ай бұрын
ইমান ভাল লগা সুৰ
@kumaringate2700
@kumaringate2700 Ай бұрын
,❤ se mo by byb ni​@@user-kb8iu7sj4h
@user-er3rj1gr1l
@user-er3rj1gr1l 2 ай бұрын
ধনীয়া গীত;সুন্দৰ কণ্ঠ বাইদেউ;জয় গুৰু শংকৰ🙏🙏🙏
@mintugogoi7031
@mintugogoi7031 Жыл бұрын
Very nice and worthy to be praised
@hiranmoyeehaloi6826
@hiranmoyeehaloi6826 Жыл бұрын
সচাকৈয়ে ধুনীয়া কন্ঠ। সুন্দৰ ‌গাইছে
@momidutta6553
@momidutta6553 5 ай бұрын
সুন্দৰ কণ্ঠ অধিকাৰী ,সকলো ফালৰ পৰাই সুন্দৰ হৈছে ।শুনিলে শুনি থাকিব মন যায়।
@LoknathBhuyan-jo8ge
@LoknathBhuyan-jo8ge 4 ай бұрын
Dhuniya kantho❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
অতি সুন্দৰ, 🙏 🙏 কৃষ্ণ কৃষ্ণ ভাষা নাই ,জয় গুৰু শঙ্কৰ 🙏 🙏
@bulengogoi4723
@bulengogoi4723 Жыл бұрын
সুন্দৰ দিহানাম ৷ বাইদেউ আৰু সংগীবৃন্দ সকলক ধন্যবাদ 🙏🙏🙏
@pradipdeka6438
@pradipdeka6438 5 ай бұрын
Aapuni sundor kanthar garaki pranam
@Deepgameryt786
@Deepgameryt786 2 ай бұрын
কৃষ্ণ কৃষ্ণ 👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿👏🏿❤❤❤❤❤❤❤❤❤❤❤❤❤
@pranabjyotiphukan9783
@pranabjyotiphukan9783 9 ай бұрын
ইমান সুন্দৰ কণ্ঠ❤❤🙏🙏🙏❤❤
@upengogoi4699
@upengogoi4699 11 ай бұрын
Joi guru srimanta shankardev
@user-fi4zz9oc5r
@user-fi4zz9oc5r 5 ай бұрын
বহুত ধুনিয়া ❤❤❤❤❤❤❤❤❤
@ManashiBorah-nn7iw
@ManashiBorah-nn7iw Ай бұрын
মনটো শুদ্ধ লাগি যায়, কৃষ্ণ কৃষ্ণ🙏
@anantasingha4043
@anantasingha4043 Жыл бұрын
Outstanding voice প্ৰথম বাৰ শুনিলো এনেকুৱা দিহা নাম হৃদয় চুই যোৱা all the best Baa love from Nagaon
@basantakonwarnagaon
@basantakonwarnagaon Жыл бұрын
🙏🙏🙏মই জনাইছো প্রনাম বৰ সুন্দৰ পৰিবেশন কৃষ্ণ🙏🙏🙏🙏
@JyotipriyaDas-qn1uf
@JyotipriyaDas-qn1uf 6 ай бұрын
Xuni la xuni takiboii mon jaii..... Eman dhuniyakoii gaisa apuni... ❤😊
@kingkohli4856
@kingkohli4856 Ай бұрын
কৃষ্ণ দিহা নামবোৰ শুনিলে নিজকে পবিত্ৰ পবিত্ৰ লাগে আগলৈ দিহানাম শুনি থাকিব পাম বুলি আশা ৰাখিলোঁ কৃষ্ণ 👏
@user-vi9jo4sp5g
@user-vi9jo4sp5g 10 ай бұрын
ধুনীয়া কন্ঠ🙏🙏🙏
@guptasarmah8949
@guptasarmah8949 Жыл бұрын
ভাগ্যশ্ৰী তোমাৰ (বয়সত সৰু বাবে তুমি , সম্বোধন কৰিছোঁ) কণ্ঠ তথা দিহানাম পৰিৱেশন শৈলী অপূৰ্ব সুন্দৰ। তোমাৰ দিহানাম শুনিলে মন প্ৰাণ জুৰ পৰি যায়। কণ্ঠত সৰস্বতী লাগ দি‌য়ক তাৰেই কামনা থাকিল ।
@suchilmedhi9938
@suchilmedhi9938 Жыл бұрын
😂❤🎉 2:19 😅 2:32 2:39
@pranjolsonowal
@pranjolsonowal 9 ай бұрын
Up no? U. Ytu
@arupjyotiroy979
@arupjyotiroy979 5 ай бұрын
Baa k nam gabo matille kiman poisa lagibo kobo soon plz
@RupaDekaRupa-ds6it
@RupaDekaRupa-ds6it 5 ай бұрын
Bor dhuniya hoise🙏🙏🙏🙏
@LakhyshreedeviDevi-iv9yn
@LakhyshreedeviDevi-iv9yn 3 ай бұрын
অতি সুন্দৰ কণ্ঠৰ বা ইমান ধুনিয়া মাত
@JugalBharali-ur5xr
@JugalBharali-ur5xr Ай бұрын
❤😊❤❤😊😊❤
@pulinsaikia9772
@pulinsaikia9772 11 ай бұрын
সুন্দৰ নাম পৰিবেশন কৰিছে ।।। ধুনীয়া লাগিল শুনি
@tarangineeborah
@tarangineeborah 7 ай бұрын
অতি সুন্দৰ কণ্ঠ...! অন্তৰ চুই গ’ল...! জয় গুৰু শংকৰ...!! 🙏🙏🙏🙏🙏🙏
@vailinaNath
@vailinaNath 4 ай бұрын
সুন্দৰ কণ্ঠ সুন্দৰ বাদন বহুত ধুনীয়া ।সকলোলৈ বহুত বহুত সুভকামনা। আগুৱাই যাওঁক।
@hiranyabaruah8515
@hiranyabaruah8515 Жыл бұрын
জীৱনৰ ইমান ধুনীয়া এটা দিহা নাম শুনিলো সচাকৈ বহুত ভাল লাগিল।❤❤❤
@Request_motivation
@Request_motivation Жыл бұрын
কৃষ্ণ 🪔🪔🪔।। জয় গুৰু শংকৰ 🙏🙏🙏।। অতি সুন্দৰ প্ৰদৰ্শন কৃষ্ণ।।
@babubora1533
@babubora1533 4 ай бұрын
আইহকলবহুতভাললাগিচে❤😊
@BintaNath-ji4ym
@BintaNath-ji4ym 3 ай бұрын
সুন্দৰ কন্ঠৰ অধিকাৰী আপুনি। আপোনাৰ লগত নাম গাব খুব মন যায়।❤❤❤
@user-vj8qz8yd2u
@user-vj8qz8yd2u 11 ай бұрын
বহুত ধুনীয়া হৈচে ,বৰ ধুনীয়া বাহীৰ বজাইচে❤❤❤❤❤❤❤❤
@rimikalita4306
@rimikalita4306 10 ай бұрын
অতিকৈ মনোমোহা,বৰ ভাল লাগিল ।❤❤
@sailenbora4253
@sailenbora4253 4 ай бұрын
আপোনাৰ কণ্ঠ সঁচাই অতি সুন্দৰ। শুনি অতিকে আমোদ পালো।
@pallabiborah2628
@pallabiborah2628 3 ай бұрын
I love dihanam ,, bor xundor gaisa baa
@pranabsvlog9058
@pranabsvlog9058 Жыл бұрын
তুমাৰ কণ্ঠ সুমধুৰ তুমি আগোৱাই যোৱা।❤❤❤❤
@prostutigogoi5202
@prostutigogoi5202 Жыл бұрын
আই গৰাকী যেনে সুন্দৰী কন্ঠও তেনে শুৱলা , নামষাৰত শ্ৰীশংকৰ গুৰু ,মাধৱ গুৰু দুজনাৰ জীৱনৰ সম্পূৰ্ণ ৰচনাৱলীৰ বিবৰন ,গুনমালা ভাগিৰ দৰেই নামষাৰত সকলোখিনি সন্নিবিষ্ট হৈছে ,সুন্দৰ !!
@debaphukan489
@debaphukan489 Ай бұрын
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ 🙏 ভাল লাগিল ধন্যবাদ।
@user-ln4wr8zn6h
@user-ln4wr8zn6h Ай бұрын
বহুত বহুত সুন্দৰ হৈছে সেয়েহে বহুত বহুত ধন্যবাদ জনাইছো🙏🙏
@user-fj1wd1nx3w
@user-fj1wd1nx3w 10 ай бұрын
ভাষা নাই।কেতিয়া কত লগ পাম তোমাক।বৰ ধুনীয়া সূৰ আৰু কণ্ঠ তোমাৰ।বহুত মৰম দিলো তোমাক।
@sumiborah2823
@sumiborah2823 Жыл бұрын
এটি সুন্দৰ কন্ঠৰ দিহানাম । এবাৰ শুনিলে আকৌ এবাৰ শুনিবলৈ মন যায়। আইসকলক প্ৰণাম জনালো ❤️🙏👍
@user-pp2kb9rt2m
@user-pp2kb9rt2m 8 ай бұрын
Tq
@JinteSonowal-j4e
@JinteSonowal-j4e 5 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@upamanath6244
@upamanath6244 4 ай бұрын
বৰ ধুনীয়া লাগিছে শুনিলে শুনি থাকিবলৈ মন যায় কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি হৰি গ❤❤❤❤❤❤❤❤❤❤
@pawerfullmotivation251
@pawerfullmotivation251 Жыл бұрын
সুন্দৰ কন্ঠ আপোনাৰ বাইদেউ ❤
@indrajitbaruah1676
@indrajitbaruah1676 11 ай бұрын
সুন্দৰ পৰিবেশন , পৰিপাতি দল বাদ্য , গায়ন শৈলী , দলৰ সহযোগীতা সকলো ফালৰ পৰা আনন্দ দায়ক শ্ৰুতি মধুৰ হৈছে । দলটোৰ উত্তৰোত্তৰ মঙ্গল কামনা কৰিছোঁ ধন্যবাদ ।।
@JAYGURAMNath
@JAYGURAMNath 3 ай бұрын
কৃষ্ণ কৃষ্ণ সু প্ৰভাত ধুবুৰীৰ পৰা আন্তৰিক শুভেচ্ছা জনাছো ।
@romenborah9637
@romenborah9637 3 ай бұрын
কৃষ্ণ কৃষ্ণ
@dharmendradas3785
@dharmendradas3785 10 ай бұрын
A bohot bhal gan❤❤❤❤❤❤❤️❤️
@RubiDevi-yp8ld
@RubiDevi-yp8ld Ай бұрын
Dhuniya hoise
@DhantiDeka-nc2fv
@DhantiDeka-nc2fv 2 ай бұрын
Bor dhuniya hoise love from morigaon mikibheta
@ankurbora2701
@ankurbora2701 Жыл бұрын
Dhuniya
@AbinashKalita_ABI
@AbinashKalita_ABI Жыл бұрын
কিমানবাৰ যে শুনিলো নিজেও নাজানো। শেষত শলাগ জনাবলৈ আহিলো। মন মুগ্ধ হৈ গৈছে। 🙏 জয় গুৰু শংকৰ 🙏
@munu_puwali4288
@munu_puwali4288 Жыл бұрын
@bishnuborkakoti2123
@bishnuborkakoti2123 11 ай бұрын
​@@munu_puwali4288😊ট
@Pranjal-js5cf
@Pranjal-js5cf 6 ай бұрын
1​
@user-px7ul1jn8t
@user-px7ul1jn8t 5 ай бұрын
Krishna Prabhu 🙏🙏🙏
@pranabsarma1621
@pranabsarma1621 2 ай бұрын
So nice❤❤😊
@devajaniboruah4470
@devajaniboruah4470 10 ай бұрын
বৰ সুন্দৰ ৰাতিপোৱাই শ্ৰৱণ কৰি মনটো ভক্তি ভাবেৰে উপচি পৰিল
@NehaPatar-tg3fh
@NehaPatar-tg3fh 20 күн бұрын
@mousumgaming9442
@mousumgaming9442 Жыл бұрын
অতি সুন্দৰ হৈছে ।
@mydiary7672
@mydiary7672 4 күн бұрын
কৃষ্ণ আই । সুন্দৰ হৈছে । আগুৱাই যাওক আপুনি
@purnanandamedhi8112
@purnanandamedhi8112 6 ай бұрын
Sakulu 😢nigori aahe....jetiyai xunu....eman xumadhur kantha....Aai gorakir lagate xamasta vakatar sarant pranipat jonalu....Joy Krishnaguru 🙏
@borah1237
@borah1237 Жыл бұрын
বহুত বহুত ধুনিযা,ভগবানে ভালে ৰাথক।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Krishna Krishna Krishna. Voktivora sewa aru pronam jonaloo hokoloke. Uninic voice and very nice performance. All the best wishes to all. Always be positive and happiness. With thankful regards
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial Жыл бұрын
thanks
@AbhijitRider56
@AbhijitRider56 Ай бұрын
Jai shree Krishna radha radha har har Mahadev Jai shree Laxmi Narayan Hari Om Sharan Jai shree mataji 💮💮💐💕🪔💛🌻🥀😊😘🍎🚩🚩🚩🌸🥥🧧🛐🕉️🌷🛐🌷🌷💖🌹🌹💙💝💝🌼💐💮🏵️💘💘🙏🙏🙏🙏🙏🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@pranayeenath
@pranayeenath Жыл бұрын
ধুনীয়া হৈ ছে, বহুত ভাল লাগিল,
@user-pd7kp6qb7c
@user-pd7kp6qb7c Жыл бұрын
বহুত ভাল হৈছে। শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভুৰ চৰনত প্ৰাৰ্থনা জনাইছো যাতে তেৰাৰ গুণনামত ৰতি প্ৰিতি বৃদ্ধি হয়।
@PranatiDas-pi6ed
@PranatiDas-pi6ed Жыл бұрын
😮😮😮😮😮😢😢😢😮😢😢😢😢😢😢😢😢😢😮😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😮😢😢😢😮😢😮😢😢😮😢😢😮😢😢😢😢😢😮😮😮😢😢😮😮😮😢😢😢😢😢😢😮😢😢😮😢😢
@pranabduttagoswami
@pranabduttagoswami 2 ай бұрын
প্ৰভু ভগৱন্তই আপোনাৰ মঙ্গল কৰক ।
@IndrakantaDoley-ob6vq
@IndrakantaDoley-ob6vq Ай бұрын
অতি সন্দৰ!!! অনন্ত শান্তি।
@RubiDevi-yp8ld
@RubiDevi-yp8ld Ай бұрын
​@IndrakantaDoley-ob6vq 2:00 2:00 2:00 2:00
@HemantaSaikia-qd1ir
@HemantaSaikia-qd1ir 3 ай бұрын
Hunile huni thakiboloi monjai. Kantha bahutbhall hoise.krishna, krishna,krishna.
@junakporivlogs8778
@junakporivlogs8778 Жыл бұрын
খুব সুন্দৰ🙏🙏🙏🙏🙏
@ana-mika.
@ana-mika. 10 ай бұрын
Krishna ............. Apuni aru aguwai jauk Proud of you ❤❤
@user-gn8cm1pu7g
@user-gn8cm1pu7g 3 ай бұрын
😊😅😮😢🎉😂❤😢😊😅😮😢🎉😂
@pinkidas9356
@pinkidas9356 3 ай бұрын
ভাল লাগিল হৰি নাম শুনি আৰু আগবাঢ়ি যাওক 🙏🙏🙏🙏🙏🙏
@user-ww5bc6uy2s
@user-ww5bc6uy2s 9 ай бұрын
Nice song
@pujanath7067
@pujanath7067 8 ай бұрын
Not song 😂
@KanakdoimariAnupomdoimari
@KanakdoimariAnupomdoimari 2 ай бұрын
🥹🥹🙏🙏🙏
@bichitrakalita6981
@bichitrakalita6981 Жыл бұрын
Val hoise
@digantaneog3018
@digantaneog3018 Ай бұрын
সুন্দৰ উপস্থাপন শৈলীৰে মনোমোহা পৰিৱেশন।
@PoroshPhukan
@PoroshPhukan 4 ай бұрын
Bhagyashree, May the grace of God be always with you.
@dalimigogoi4039
@dalimigogoi4039 Жыл бұрын
কি যে মনোমোহা কন্ঠ আপোনাৰ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
সুন্দৰ অতি সুন্দৰ হৈছে সেয়ে বহু ধনৈবাদজনাইছো,
@RupamSonowal-oj6id
@RupamSonowal-oj6id 3 ай бұрын
G v
@nipankumarnath7093
@nipankumarnath7093 Ай бұрын
😊😊
@nipankumarnath7093
@nipankumarnath7093 Ай бұрын
PpllpllpQ
@moonchutia4665
@moonchutia4665 Ай бұрын
Apunar dihanamtu huni borval lagil ru mio gaisilo ru bhut morom palo
@JAYGURAMNath
@JAYGURAMNath 3 ай бұрын
কৃষ্ণ সু প্ৰভাত ধুবুৰীৰ পৰা আন্তৰীক শুভেচ্ছা জনালো বৌ ।
@zenimrazzamoniahmedshirazz2939
@zenimrazzamoniahmedshirazz2939 Жыл бұрын
সুন্দৰ কণ্ঠ আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ
@nayanjyotibora4577
@nayanjyotibora4577 Жыл бұрын
বৰ ধুনীয়া লাগিল ভাগ্যশ্ৰী বা,,,,,আপোনাৰ দলটোৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ।
@AnantaneogBaba
@AnantaneogBaba 2 ай бұрын
বা নমস্কাৰ পোন প্ৰথমে দিহা নাম শুনি ভাল লাগিল বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা সুন্দৰ সুৰ best of luck
@user-pm2wj9kg2d
@user-pm2wj9kg2d 6 ай бұрын
Krishna krishna 🙏🙏🙏🙏🙏🙏
@dipalikalita6096
@dipalikalita6096 Жыл бұрын
বৰ ভাল লাগিল 🙏🙏🙏🙏🙏🙏🙏🙏
@PrasenbasumataryPrasenbasumata
@PrasenbasumataryPrasenbasumata 9 ай бұрын
Jai shree Krishna
@Hemma-pc2oz
@Hemma-pc2oz 2 ай бұрын
Krishno krishno 🙏🙏🙏🙏
@chandankdas5095
@chandankdas5095 Жыл бұрын
সুন্দৰ হৈছে। মন প্ৰান ভক্তিত গদ গদ হৈ জায়। সুন্দৰ কন্ঠ। গোটেই দলটৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
@bidyutphukan5360
@bidyutphukan5360 Жыл бұрын
বৰ সুন্দৰ পৰিবেশন, দলটোৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো,ধেমাজি।
@anandapawe
@anandapawe 11 ай бұрын
A😊
@InnocentHorse-pm6we
@InnocentHorse-pm6we 5 ай бұрын
Excellent ma'am ❤❤ dhuniya hsi fbt moy 100 baar khunisu
@user-er3rj1gr1l
@user-er3rj1gr1l Ай бұрын
সঁচাকৈয়ে ধুনীয়া কন্ঠ। সুন্দৰ গাইছে
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 92 МЛН
Harley Quinn's plan for revenge!!!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 31 МЛН
Why Is He Unhappy…?
00:26
Alan Chikin Chow
Рет қаралды 103 МЛН
Horinam Zubeen Garg // Tukari Geet Assamese // Assamese Bhakti Song Borgeet.
56:42
Horinam Song Zubeen Garg // Assamese Tukari Geet Borgeet Bhakti Song. #Horinam
47:57
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Arnab অসম
Рет қаралды 886 М.
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 92 МЛН