শোচনীয় অৱস্থা শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু স্থান Madhupur Satra | মধুপুৰ সত্ৰ । Coochbehar

  Рет қаралды 86,101

purbanchal

purbanchal

Күн бұрын

Пікірлер: 282
@BiswajitPhukon-bq9oi
@BiswajitPhukon-bq9oi 10 күн бұрын
Duniya lagile video
@tanayaborah_official
@tanayaborah_official 2 жыл бұрын
অপুনি হে মিলিয়নৰ ঘৰলৈ যাব লাগে ❤ অতি সুনকালে হব 😘 love frm lakhimpur ❤
@funwithmanash4986
@funwithmanash4986 2 жыл бұрын
Apunar ktha tu bht juktihngt......bt bht bea ktha jj ajir gnaration e eibr vdio nibisare....bht huvokamona purbanchal..niswai edin million ghrt jbo bhaskar da... Love ❤😘from jorhat titabar...
@Assamboys431
@Assamboys431 2 жыл бұрын
@@funwithmanash4986 y
@gopidas2973
@gopidas2973 Жыл бұрын
0
@ArpanDasRockstar
@ArpanDasRockstar 2 жыл бұрын
মৃত্যু ৰ শব্দটো ৰ সলনি বেলেগ শব্দ ব্যৱহাৰ কৰিব পৰো। 🙏 সুন্দৰ হৈছে ।
@babitaverma6181
@babitaverma6181 Жыл бұрын
MAHAPUROSHOR MRITYU NOHOI TIROBHAV HOI
@bhanitadas773
@bhanitadas773 Ай бұрын
হয়, পৰলোক প্ৰাপ্তি বুলি লিখিব লাগে।
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
বৰ ধুনীয়া দৃশ্য..সত্ৰখনৰ সম্পূৰ্ণভাৱে আমাৰ অসম চৰকাৰে পৰিচালনাৰ ভাৰ ল'ব লাগে। গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ এই তীৰ্থস্থান পৰম পৱিত্ৰ ..কৃষ্ণ গুৰু শঙ্কৰ হৰি ৰাম ৰাম ৰাম।
@namitadeka4148
@namitadeka4148 2 жыл бұрын
গুৰু জনাৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল.. কৃষ্ণ.. জয় গুৰু শঙ্কৰ
@deepjyotihandique9915
@deepjyotihandique9915 2 жыл бұрын
খুব ধুনীয়া কৈ ৰাখিছে । অসমৰ পৰা পঠিয়াব লাগে অৰ্থ সাহায্য। অসমত থকা সকলো নামঘৰত বহুত সমাগম হয় । তেনেকৈ কুচবিহাৰ লৈ ও যাব লাগে। সদায় নহ'লেও ভাদ মাহত বা পুণ্য তিথিত। মন ভৰি গ'ল। এটা কথা পুখুৰী নহয় কুঁৱা হে । সৰু ল'ৰা ছোৱালী য়ে ভুলকৈ শিকিব পাৰে। সেই কাৰণে কলো । প্ৰতিটো কথা যাতে শুদ্ধ ও হয় ।🙏🙏🙏
@debaballavbhagawati
@debaballavbhagawati 2 жыл бұрын
সৰু হৈ থাকোতেই গৈচিলো। তেতিয়া মূল গেট খন নিৰ্মাণ হৈ আছিল। আকৌ এবাৰ দেখি সেৱা জনালোঁ। ধন্যবাদ দাদা 🙏 কৃষ্ণ 🙏
@ndaxom3948
@ndaxom3948 2 жыл бұрын
Val lagel dakhe. Krishno. Jai garu sankor
@mvmanab3268
@mvmanab3268 2 жыл бұрын
ধন্যবাদ ভাস্কৰ দা । ইমান ধুনীয়া কে মধুপুৰ সত্ৰ খন দেখুৱাৰ বাবে । জয় আই অসম
@DipjyotiDas8822
@DipjyotiDas8822 Ай бұрын
গুৰু জনাৰ মৃত্যু হোৱা নাই শাস্ত্ৰৰ তত্ত্ব কৰিলে গম পাব কৃষ্ণ 🙏 ।। জয় গুৰু শঙ্কৰ ।।
@riturajgogoi8168
@riturajgogoi8168 2 жыл бұрын
নজনা কথা এটা গম পালোঁ । ধন্যবাদ ভাস্কৰ দা। ।। জয় গুৰু শংকৰ ।।
@sanjib8550
@sanjib8550 2 жыл бұрын
Next level video apunar video sai nojona kothau janibo pari
@violeenalaskar3742
@violeenalaskar3742 2 жыл бұрын
Joi guru sankar krishna. সেবা জনাইছোঁ
@binayabharatam2925
@binayabharatam2925 2 жыл бұрын
Iman bhal lagise tumar vdo to Sai ,aidare dekhuai thakiba nedekhathaibur.
@subarnajitdas2853
@subarnajitdas2853 2 жыл бұрын
khub informative asil video tu .....bor bhl lgil
@devajitsaikia7423
@devajitsaikia7423 2 жыл бұрын
ধন্যবাদ দাদা। জয় জগত গুৰু শ্ৰীমন্ত শংকৰ ।
@krishnakakaty2624
@krishnakakaty2624 2 жыл бұрын
Bohut. Dhuniya. Lagil. Krishna. Krishna. Provu
@rambahadurrairai1711
@rambahadurrairai1711 2 жыл бұрын
Thanks brother beautiful place madupur tampl
@manakhiborahboruah1625
@manakhiborahboruah1625 2 жыл бұрын
Hosai bohut val lage dai Ami aji 2bosr man agot goi ahisu...emn dhuniya lage koboloi vakha nai ...sarkare alp soku dibo lage .....hundor vidio ...val lagil apuni vidio bonuwa babe thanks...
@manashsaikia8739
@manashsaikia8739 2 жыл бұрын
Bhaskar da apunar video sai bohut bhaal lage.
@beautykonwar427
@beautykonwar427 2 жыл бұрын
জয় গুৰু ডিমৌ শিৱসাগৰ পৰা যাম বুলি ভাবিছিলো কৰোণা কাৰণেই যোৱা নাই । ধুনীয়া কৈ ভিডিঅ'দেখোৱা বাবে ধন্যবাদ ।। অসমীয়া কথা অসমীয়া লিখা দেখি ভাল লাগিল ধন্যবাদ
@kankanarabha3798
@kankanarabha3798 2 жыл бұрын
Xosake apunar vdo r jodedi janibo pai bht besi val lgil.thnk u.
@joiprakashghatowar9817
@joiprakashghatowar9817 2 жыл бұрын
Hori Krishna hori Krishna
@ranjuchetia2330
@ranjuchetia2330 2 жыл бұрын
জয় গুৰু শ্রী মন্ত শঙ্কৰদেৱ🙏🙏🙏
@SKBRideVlog
@SKBRideVlog 2 жыл бұрын
Xosai bht vl lgi goise dekhi Thankq dada dekhua babe bht vl lgil ❤️
@নখোৱা
@নখোৱা 2 жыл бұрын
Apunr video si bht ktha hikibo Pau .lov u lakhimpur
@novakumarbaruah4577
@novakumarbaruah4577 2 жыл бұрын
মনটো ভাল লাগি গল গুৰুজনাৰ শেষ নিঃশ্বাস ৰ ঠাইখন দেখি🙏🙏🙏
@manashsaikia6856
@manashsaikia6856 2 жыл бұрын
ভাল লাগিল মনটো শান্তি লাগিল । পৃথিৱীৰ সকলো মানুহৰে জীৱন সুন্দৰ হক তাকে আশিবাদ বিচাৰিছো ভগৱানৰ ওচৰত।।
@amard7338
@amard7338 2 жыл бұрын
Khundar blog bahut vaal lagil
@dalimikonwar3968
@dalimikonwar3968 2 жыл бұрын
Video tu sai bhut Val lagil dada apnar porai dekha palu madhupur sottra.
@mondirabezborah9457
@mondirabezborah9457 2 жыл бұрын
Aami nujuwakoie dekhilu apunar dara bahut Bhal lagile. Krishna Krishna Krishna .🙏🙏🙏
@mridulamedhi2082
@mridulamedhi2082 2 жыл бұрын
Kintu mur mote taloi jabo lage...
@sarnaligogoi1995
@sarnaligogoi1995 2 жыл бұрын
🙏🙏 bhut Val lagil...dada....apunar karone.. gurujonar mritur sthan dekhun pai...🙏🙏abegik hoi porilu...joi guru shankar🙏🙏
@assame-sports7073
@assame-sports7073 2 жыл бұрын
Dada tumr video bur sai bahot bahot val lagei Aru agbahi juwa love form Assam ❤️❤️ জয় আই অসম ❤️❤️
@souravhazarika5700
@souravhazarika5700 7 ай бұрын
Krishan🙏🙏🙏
@KitchenSewali
@KitchenSewali 2 жыл бұрын
সকলোলৈ আজিৰ দিনটো কুশলেৰে পৰা হক তাৰে কামনা কৰিছো।
@misspriya981
@misspriya981 2 жыл бұрын
Dekhi Vl lagil Dada Thanks
@manujaxom572
@manujaxom572 2 жыл бұрын
অশেষ ধন্যবাদ জ্ঞাপন জনালোঁ। প্ৰণামো কৃষ্ণ
@debendas1413
@debendas1413 Жыл бұрын
Krishna.dekhi.bhal.lagil.jidi.kripa.kare.adin.gabo.lagibo.kri.o.hari.o.ram Ok Ok ok ok Ok Ok ok ok
@GaurangaK123
@GaurangaK123 2 жыл бұрын
সুন্দৰ,ভাল লাগিল 🙏
@hirendutta7450
@hirendutta7450 2 жыл бұрын
আবিৰ্ভাৱ আৰু তিৰোভাব কব লাগে
@deepjyotiboruah9496
@deepjyotiboruah9496 Жыл бұрын
ভাল ভিডিঅ এটা বনোৱা যি মানসিকতা তাক ভাল লাগিল । ধূতি এখন পিন্ধি যোৱা মানসিকতা থকা হলে আৰু বেছি লাগিল হেতেন !!
@rkscreativity2604
@rkscreativity2604 2 жыл бұрын
Guru Jonaloi Pronam🙏🙏
@arundhatiphukon5210
@arundhatiphukon5210 2 жыл бұрын
বৰ ভাল লাগিল, এই খন দেখি মনত বৰ শান্তি পালোঁ ।
@bhabanichoudhury4695
@bhabanichoudhury4695 2 жыл бұрын
Bhal lagise 👍 Oti sundar
@pjduwarah5889
@pjduwarah5889 2 жыл бұрын
Hosakoi bahut dhuniya lagela dada...
@mintutalukdar9619
@mintutalukdar9619 2 жыл бұрын
Khosai. Oti. Khundor. Ata. Vidio. Salu.
@lalitabharali9388
@lalitabharali9388 2 жыл бұрын
bohut vaal laagil dhanyabaad
@rinkuchitrakor4926
@rinkuchitrakor4926 2 жыл бұрын
Bahut val lagil Bhaskor da👍👍
@dipanjligogoi7808
@dipanjligogoi7808 2 жыл бұрын
এজন লেখত লব লগীয়া মানুহ । বহুত ভাল লাগিলে । আৰু আগুৱাই যাওঁক
@Thekamatapurthinks
@Thekamatapurthinks 7 ай бұрын
কেৱল মধুপুৰ খন চাই আপুনি আবেগিক হৈ পৰিছে। ভাবি চাওঁক কোঁচ ৰাজবংশী লোক সকলৰ প্ৰাণ কোচবিহাৰ ক লৈ আমি কিমান আবেগিক । বৰ বেয়া লাগে কোচবিহাৰ ক লৈ
@dmfulgaming2574
@dmfulgaming2574 2 жыл бұрын
প্ৰথম বাৰ দেখিলো।। ধন্যবাদ দাদা
@BojenBaruah-st5wz
@BojenBaruah-st5wz Жыл бұрын
Krishna🙏🙏🙏🙏
@ritikakalita3019
@ritikakalita3019 2 жыл бұрын
Bahut bhal lage goi... Moi 2 years agote goisilu. Atiya olp beleg hoise
@kaushiksfriendsvlogs
@kaushiksfriendsvlogs 2 жыл бұрын
Congratulations for 3 lakh Subscriber 😍 এই অৱষহা দেখি দুখ লাগিল|🥲
@akshaydasroy8719
@akshaydasroy8719 2 жыл бұрын
Love from Coochbehar
@priitam_xutradhar
@priitam_xutradhar 2 жыл бұрын
জয় গুৰু শঙ্কৰ From Gogamukh
@manavdutta425
@manavdutta425 2 жыл бұрын
খুব ভাল লাগিল দও দা
@mridulkumarmahanta6050
@mridulkumarmahanta6050 2 жыл бұрын
সচাই ভাল লাগিল, ম‌ই যাম ।
@babatuchatia7631
@babatuchatia7631 2 жыл бұрын
Dada moi tumar proti2 vidio sau.ajir vidio2 pora bohut kotha janibo parilu. Tq dada . From: lipika
@pritamdas0201
@pritamdas0201 2 жыл бұрын
ভাস্কৰ দা পাটবাউসী সত্ৰ লৈ আহিব । ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ বহু বস্তু আছে যেনে তেওঁৰ বিছনা খন , শিলৰ ওপৰত তেওঁৰ ভৰিৰ খোজৰ চিহ্ন, তেওঁৰ দ্বিতীয় পত্নী কালিন্দী আইৰ বাসগৃহ, কালিন্দী আইয়ে ব্যবহাৰ কৰা কুৱাটো ইত্যাদি। শ্ৰীমন্তশঙ্কৰদেৱ পাটবাউসী সত্ৰত 18 বছৰ আছিল।
@DeEpmedhi12
@DeEpmedhi12 2 жыл бұрын
নেদেখা নুশুনা কথাবোৰ আপোনাৰ ভিডিঅ' বোৰৰ জৰিয়তে দেখা পাও ভাল লাগিল ভিডিঅ'টো চাই । গুৰুজনাৰ চৰনত কোটি কোটি প্ৰনাম জনাইছো 🙏🙏🙏
@sanumili9670
@sanumili9670 2 жыл бұрын
Good information baskor daa 🥰
@naleenborthakur4447
@naleenborthakur4447 2 жыл бұрын
বৰ্তমানৰ মধুপুৰ সত্ৰখন কোচবিহাৰৰ মহাৰাজ নৃপেন্দ্ৰনাৰায়ণ ভূপবাহাদুৰে নিৰ্মাণ কৰোৱাইছিল। কথাটো অসমীয়া মানুহে জানিবৰ বাবে লিখা হৈছে।
@GuwahatigirlAnamika
@GuwahatigirlAnamika 2 жыл бұрын
Jbo2 nowroye apunr videote salu...vl lgil dada
@chandangogoi6185
@chandangogoi6185 2 жыл бұрын
ভাল লাগিল...
@numalnath786
@numalnath786 2 жыл бұрын
Bhal lagil tomar video to sai
@Diserasatiyapriyanir
@Diserasatiyapriyanir 2 жыл бұрын
Vl lagil sai nice 🙏🙏
@journeyofujjal2249
@journeyofujjal2249 2 жыл бұрын
কৃষ্ণ কৃষ্ণ সকলো সদয় হ‌ওক গুৰুৰ প্ৰতি।
@nitulborahworkers
@nitulborahworkers Жыл бұрын
Bhaskor daa apunar videor bhut nojona kotha hikibo pora jay
@kpopheart1756
@kpopheart1756 2 жыл бұрын
গৈছিলো খুব ভাল লাগিছিল।
@BishnumixVlogs
@BishnumixVlogs 2 жыл бұрын
"""সুন্দৰ ভিদেও বহুত ভাল লাগিলে ভিদেও টু চাই 👌❤️❤️
@dharjensaikia9367
@dharjensaikia9367 2 жыл бұрын
What a great video. বহুত ভাল লাগিল। ধন্যবাদ জনালোঁ দেই।
@videoassamese.123
@videoassamese.123 2 жыл бұрын
ভাল লাগিছে।। অসমীয়া গুৰুজনাৰ ঠাই খনলৈ ছুৰীয়া খন পিন্ধি লে ভাল লাগে।
@prasantabhatta3428
@prasantabhatta3428 6 ай бұрын
Joy Guru Sonkot
@lakhyasarmah9665
@lakhyasarmah9665 2 жыл бұрын
Val lagile sai
@harikantatayeng3149
@harikantatayeng3149 2 жыл бұрын
ভাল লাগিল♥️♥️♥️♥️ from Dehmaji
@montudeka1053
@montudeka1053 2 жыл бұрын
Val podokkhep dada...
@kalpanatudukalpanatudu7500
@kalpanatudukalpanatudu7500 2 жыл бұрын
Val lagil sai aru anekuwa video upload kori thakibo god bless you
@jaybordoloi3171
@jaybordoloi3171 2 жыл бұрын
Beautiful content🤗.. Kooch vihar juar bohut issa ase
@akshaydasroy8719
@akshaydasroy8719 2 жыл бұрын
Always welcome to our city
@jaybordoloi3171
@jaybordoloi3171 2 жыл бұрын
@@akshaydasroy8719 thank you🙏
@newgemarfflover7321
@newgemarfflover7321 2 жыл бұрын
বহত বহুত ধনবাদ
@catgaming2974
@catgaming2974 2 жыл бұрын
Parfect
@joborjong2225
@joborjong2225 2 жыл бұрын
ভাল লাগিল
@ssr5041
@ssr5041 2 жыл бұрын
Love from coochbehar❤❤❤🖤
@BIDYUT_PHUKON
@BIDYUT_PHUKON 2 жыл бұрын
Nice video moja 🥰🥰🥰
@anupxvlogs7416
@anupxvlogs7416 2 жыл бұрын
So Nice video bro 👌👍❤️...
@theeasternworld
@theeasternworld 2 жыл бұрын
সুন্দৰ vlog 🙏🙏
@manjitdas8514
@manjitdas8514 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏
@Manashpratim22
@Manashpratim22 2 жыл бұрын
Love from Dhemaji ❤️
@spdcreation3455
@spdcreation3455 2 жыл бұрын
এবাৰ গৈছিলোঁ বহুদিন আগতে,এতিয়া আকৌ ভিডিওটিত দেখি ভাল লাগিল ।
@narenphukan764
@narenphukan764 2 жыл бұрын
Thanks for video
@jyotiprakashsarma4333
@jyotiprakashsarma4333 2 жыл бұрын
বহত ভাল লাগিল ।ধন্যবাদ❤
@labanyaboruah8539
@labanyaboruah8539 2 жыл бұрын
গুৰুজনা বৈকুণ্ঠিহোৱা° বুলিব ।মৃত্যুষ্ঠান বুলি ক'লে সহিব নোৱাৰো।
@nabadas167
@nabadas167 2 жыл бұрын
Tumi bonuwa sobotke Val loga video
@mamonipator7640
@mamonipator7640 Жыл бұрын
Krishna krishna
@leelabaishya2603
@leelabaishya2603 2 жыл бұрын
Xundor video ❤️❤️❤️
@hemantakumarroy1410
@hemantakumarroy1410 2 жыл бұрын
মধুপুৰ সত্ৰক লৈ বনোৱা ভিডিওটো পলমকৈ হ'লেও চাই ভাল লাগিল। কোচবিহাৰ, জলপাইগুৰি, আলিপুৰ দুৱাৰ (বেঙ্গল)জিলা কেইখনত ঠায়ে ঠায়ে ভালেকেইখন সত্ৰ আছে। কিন্তু, তত্বাৱধানৰ অভাৱত দুই-এখনৰ বাদে বাকী বিলাকৰ অৱস্হা নাইকীয়ায় হ'ল।আমি জনামতে অসম চৰকাৰে প্ৰতিবছৰে ভালেখিনি অনুদান দি থাকে। পৰিচালনা সমিতিয়ে অথবা উন্নয়ণ সমিতিয়ে কেনেকৈ বা কাম-কাজবোৰ চলাইছে। উদাহৰণ স্বৰুপে, কোচ বিহাৰ পোৱাৰ আগতে ৩১(এতিয়া ১৭)নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা "হৰিপুৰ-মাধপুৰ" সত্ৰ খন চাবচোন। এই খন অসম সীমান্তৰ পৰা ১০/১২কি:মি: গৈয়ে পাব।হৰিপুৰ বাছষ্টপৰ লগতে।আগলৈ অসমৰ ভকত-বৈষ্ঞৱ তথা অসমীয়া সকলে বেঙ্গলৰ এই সত্ৰসমূহ ৰ দায়িত্ব বহন-গ্ৰহণ কৰিব লাগিব। জয়গুৰু। কৃষ্ণ কৃষ্ণ।
@golapitalukdar9689
@golapitalukdar9689 2 жыл бұрын
Bhal thayi dekhilo.
@pallabineog7375
@pallabineog7375 2 жыл бұрын
ভাল লাগিল দাদা।
@tilottomagogoi7272
@tilottomagogoi7272 2 жыл бұрын
বহুত ভাল লাগিল মধুপুৰ সত্ৰ খন দেখি দুৰৰ পৰাই নমস্কাৰ জনালো
@chandanallrounder3611
@chandanallrounder3611 2 жыл бұрын
Congratulations 300k
@DigantaVlogs75
@DigantaVlogs75 2 жыл бұрын
🔥🔥দাদা Happy new year 💐💐💐 দিগন্ত গুৱাহাটী🙏
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,3 МЛН
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 1,9 МЛН
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 7 МЛН
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,3 МЛН