Srimanta Sankardev - Story, Bhakti & Lessons || Assamese PODCAST inside 'Naamghar' || Episode-48

  Рет қаралды 72,431

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер: 824
@aboyobbhuyan
@aboyobbhuyan Жыл бұрын
Gurujona’e xokolure bhal korok. Aji comments bur porhi okonman xahokh paisu. Bohut kosto korim, sesta korim. Xokolu’e logot thakibo 🙏🏼❤️
@goku神
@goku神 Жыл бұрын
Please keep doing,
@punaboro3119
@punaboro3119 Жыл бұрын
@santagog
@santagog Жыл бұрын
want more podcast like this
@all-rounder9927
@all-rounder9927 Жыл бұрын
❤❤❤
@nabadeep_
@nabadeep_ Жыл бұрын
❤❤❤
@Thelegends-i1x
@Thelegends-i1x 10 ай бұрын
I am from Afghanistan but I love Mahapurush Srimanta Shankar dev ❤
@muninbarman8441
@muninbarman8441 7 ай бұрын
Krishna👏
@BhanitaDeka-kh7zf
@BhanitaDeka-kh7zf 2 ай бұрын
Hoi nk Assamese boji pai apuni❤
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Such a great one!
@aboyobbhuyan
@aboyobbhuyan Жыл бұрын
Thanks bhai❤❤
@dimphucopy4344
@dimphucopy4344 Жыл бұрын
​@@aboyobbhuyanসকলোকে সমান দৃষ্টিৰে চাবা, মানুহ চাই comment নকৰিবা Podacast টো ভাল লাগিল
@manashnath19
@manashnath19 Жыл бұрын
Harpal aji kli active nohoi eman kio ??? Switzerland thakileu Axomor feel pai
@axomianedits137
@axomianedits137 3 ай бұрын
বালৰ হৰপল, তই কিবা জান জানো
@UnsteadyMusic
@UnsteadyMusic Жыл бұрын
শিপাক খামুচি ধৰি এক ব্যতিক্ৰমী প্ৰয়াস ! সুন্দৰ ❤
@kalpajyotihazarika2305
@kalpajyotihazarika2305 Жыл бұрын
ধৰ্ম দানেই শ্ৰেষ্ঠ দান। ব্যক্তিকেন্দ্ৰীক সমাজত সকলোৱে নিজৰ বাবে দৌৰাৰ সময়ত যঠোপযুক্ত সমাদৰ নাপাব বুলি জনাৰ পাছতো এনেকোৱা এটা episode তৈয়াৰ কৰিবলৈ কৰা কষ্টই তোমাৰ ব্যক্তিত্ব আৰু সমাজৰ প্ৰতি থকা দ্বায়িত্বৰ প্ৰকাশ ঘটাই। It is impossible to make such episodes in frequent manner, because you have to survive in today's digital world as well. But I wanna request you to make such valuable episodes whenever possible which can really contribute some values to the society.
@Pradum_Tube
@Pradum_Tube Жыл бұрын
প্ৰথম কথা শংকৰদেৱ এজন সাধাৰণ মানুহ কিন্তু তেখেতৰ প্ৰতিভা আৰু কৰ্মবোৰ অসাধাৰণ । মানুহ হৈ জীয়াই থাকিলেহে তেখেতক প্ৰকৃত জীয়াই ৰখা হ’ব । ( বাকী ভাল লাগিল Podcast টো 💙)
@letsplay7192
@letsplay7192 Жыл бұрын
Every APSC aspirants must watch this podcast to know more about Srisankardeva and Assamese culture
@rahulkalita5527
@rahulkalita5527 Жыл бұрын
True
@nayanpatgiri84
@nayanpatgiri84 Жыл бұрын
No hate i watch till the end but in books we can found all the details
@thekhirodx
@thekhirodx Жыл бұрын
ধন্যবাদ ডাঙৰীয়া । মহাপুৰুষ দুজনাক লৈ এনে প্ৰচেষ্টা অব্যাহত ৰাখক।🙏 মহাপুৰুষ মাধৱদেৱক লৈ এটা খণ্ড আশা ৰাখিলোঁ।
@bidyutbikashgogoi5722
@bidyutbikashgogoi5722 Жыл бұрын
এনেকুৱা এটি podcast অতিকৈ প্ৰয়োজন আছিল, ধন্যবাদ অৱয়ব দা ❤
@KakaliRoyMondal-vh1cj
@KakaliRoyMondal-vh1cj Жыл бұрын
কৃষ্ণ🙏 জয় গুৰু শংকৰ🙏 মাধৱ বাপ মোৰ ককা হয়। মই ধুবুৰী জিলাৰ গৌৰীপুৰৰ হয়।আধ্যাত্মিক ৰসপূৰ্ণ এই Episode টো চাই সঁ‌চায় আপ্লুত হ'লোঁ। আপুনি আৰু আগুৱাই যাওঁক। শুভকামনা থাকিল।
@ManashiDas76
@ManashiDas76 Жыл бұрын
ধন্যবাদ অবয়ব এই সুন্দৰ ভিডিঅ'টো বনোৱাৰ বাবে । গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এক শৰণ হৰি নাম ধৰ্মৰ মহত্ব সকলোৱে অনুধাৱন কৰক । জয় জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ❤🙏
@manjubarman1855
@manjubarman1855 Жыл бұрын
তোমাক বহুত ধন্যবাদ এনেকুৱা এটা সুন্দৰ অনুস্থান আমাক উপহাৰ দিয়াৰ বাবে।ঈশ্বৰে তোমাক কৃপা কৰক।
@junmonigohain16
@junmonigohain16 Жыл бұрын
সুন্দৰ প্ৰচেষ্টা অবয়ৱ। গুৰুজনাৰ বিষয়ে আজিৰ প্ৰজন্মৰ যুৱক হৈ তুমি সমাজলৈ এক নতুন মাত্ৰা প্ৰদান কৰিলা।মৰম আৰু শুভ কামনা জনালোঁ 💕।
@rubuldas6688
@rubuldas6688 Жыл бұрын
These type of podcasts are much needed for the younger generation.. rather than bringing the celebrities from the entertainment industry.. Bring in personalities like Jadav Payeng..authors..professors from different fields..scientists doctor etc .
@aboyobbhuyan
@aboyobbhuyan Жыл бұрын
Surely!! Podcast with Jadav Payeng done as well.. will bring more such stories
@monideka4770
@monideka4770 Жыл бұрын
Jai guru Sanskar ..ketiyaba Riju Pathak pab k matibo buli akha rakhisu.From Guwahati..
@debankita
@debankita Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🏻❤️ গুৰুজনাৰ কথা ইমান সৰল আৰু বুজিব পৰাকৈ শুনিব পঢ়াটো সঁচাকৈ ভাগ্য🙏🏻 আশা কৰোঁ এনেকুৱা spiritual podcast আৰু শুনিব পাৰিম গুৰু কৃপা হলে🙏🏻❤️
@mrinaldas3823
@mrinaldas3823 Жыл бұрын
সহজ সৰল‌ ভাষাত গুৰুজনাৰ জীৱনকালৰ কথা জানিব পাৰিলো ।। ধন্যবাদ অৱয়ব দা 👍👍
@ripunjoyboruah3251
@ripunjoyboruah3251 Жыл бұрын
এটি সুন্দৰ আলোচনা। কৃপাল গুৰুজনাৰ সন্দৰ্ভত এনে অনুষ্ঠান আৰু কামনা কৰিলোঁ। জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
@ARNAB62
@ARNAB62 3 ай бұрын
As an Assamese staying in London, this episode gave me such a deep sense of connection with our great culture and heritage! The wisdom imparted here is priceless!
@bijayprakashdas1656
@bijayprakashdas1656 Жыл бұрын
কৃষ্ণ🙏জয় গুৰু শংকৰ ইমান ধুনীয়া এটি podcast লৈ অহা বাবে অশেষ ধন্যবাদ
@purabibaishya1174
@purabibaishya1174 Жыл бұрын
সুন্দৰ প্ৰচেষ্টা । নতুন প্ৰজন্মক গুৰুজনাৰ লগত ওচৰৰ পৰা চিনাকি কৰাই দিয়াত যথেষ্টখিনি এই podcast টোৱে সহায় কৰিব । এই কলি যুগত ভক্তিয়ে যে একমাত্ৰ মুক্তিৰ মাৰ্গ তাক আমি বুজিব পাৰিলো । এক শৰণ হৰি নাম ধৰ্ম । তোমাক বহুত ধন্যবাদ জনালো অবয়ৱ 🙏 জয় গুৰু শঙ্কৰ 🙏জয় শ্ৰী কৃষ্ণ 🙏
@kinnabisagartalukdar
@kinnabisagartalukdar Жыл бұрын
I was a Sattriya Dancer and this really made my day ❤ We used to learn about Srimanta Sankardev's history thn Madhavdeva's too. For a classical dancer like me, these things are very holy to us 🫶🏼 Much much love to Aboyob and his team❤ Please carry on🎉
@Assameselearntube
@Assameselearntube Жыл бұрын
আমাৰ নবপ্ৰজন্মক এতিয়া এনেকুৱা 'Podcast' হে প্ৰয়োজন যিয়ে নেকি আমাৰ সংস্কৃতিৰ লগত বান্ধি ৰাখে।। আমাৰ সংস্কৃতি কি।। আমাক পাহৰিবলৈ নিদিয়ে অসমীয়া সমাজ গঢ়া গুৰুজনাৰ বিষয়ে।। ধন্যবাদ দাদা এনেকুৱা ভিডিঅ' আৰু পাওঁ যে।।❤
@uniccreation5322
@uniccreation5322 11 ай бұрын
ব্ৰহ্মদেৱে পৰম ঈশ্বৰৰ গুণ গৰিমা চাৰিখন মুখৰে কৈয়ো শেষ কৰিব নোৱাৰিলে। আজিৰ কলি যুগৰ মলমতি মনুস্য কৈ শেষ কৰাটো অসম্ভৱ কথা । কৃষ্ণ কৃষ্ণ
@nilamd676
@nilamd676 Жыл бұрын
Aboyob, you r such a good listener... People will love to share things,feelings, ideas, emotions with u... It makes people feel accepted,valued n respected. You have got a good brought up Aboyob. Respect for your parents .❤
@ChayaChaya-fc6lp
@ChayaChaya-fc6lp Жыл бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏 সকলোতকৈ ভাল লাগিছে এইটো episode চাই । মনটো কিবা‌ এটা ভাল লাগি গ'ল ।
@rinjugogoi5969
@rinjugogoi5969 Жыл бұрын
খুব সুন্দৰ episode. এনেদৰে নৱ প্ৰজন্ম আধ্যাত্মিক দিশলৈ আগবাঢ়ি আহক আৰু গুৰুজনাৰ আদৰ্শৰে সমাজত ভাল ভাল কাম কৰি সমাজখন আগবঢ়ায় লৈ যাওক। সুন্দৰ পদক্ষেপ অবয়ব। শুভেচ্ছা থাকিল।
@nitishabora3224
@nitishabora3224 Жыл бұрын
Sitting in Marine Drive and listening to this podcast giving me goosebumps by thinking how rich our Assamese culture is!!! Kudos to the whole team for bringing such an meaningful podcast episode!! ❤
@GeetPratim
@GeetPratim 4 ай бұрын
Good job Oboyob Dada 👍...Felt pleasure by gaining so much knowledge from this wonderful man..need more podcast on this topics
@Pranjit_bora
@Pranjit_bora Жыл бұрын
আজি সচাকৈয়ে ভক্তি মাৰ্গ দৰ্শন কৰিবলৈ সক্ষম হলোঁ৷ মৰিগাঁৱৰ পৰা শুভকামনা জনালোঁ🙏
@jasinthdeka482
@jasinthdeka482 Жыл бұрын
এক ব্যতিক্ৰমী প্ৰয়াস।সুন্দৰ প্ৰচেষ্টা।
@hsjskdododoanananama
@hsjskdododoanananama Жыл бұрын
Bht vl lagil viiiii mon sui goicea🤞✍️❤️
@lalitakalita3701
@lalitakalita3701 Жыл бұрын
গুৰুজনাৰ জন্মজয়ন্তীত তেৰাৰ গুণ কীৰ্ত্তন শুনিলোঁ শ্বিকাগ’ৰ পৰা 🙏🏼 অন্তৰ ভৰি গৈছে 🙏🏼🙏🏼🙏🏼 জয় গুৰু শঙ্কৰ, সৰ্ব গুণাকৰ, যাকেৰি নাহিকে উপাম ৷৷ তোহাৰি চৰণত ৰেণুশত কোটি, বাৰেক কৰোঁহো প্ৰণাম ৷৷ 🙏🏼🙏🏼🙏🏼
@jupitorabora4475
@jupitorabora4475 Жыл бұрын
Really very great concept for the greatest saint... জয় গুৰু শংকৰ
@priyankagogoi5306
@priyankagogoi5306 Жыл бұрын
We really need this kind of Podcast. As Young Star you give us Connect our roots ❤️ Shrimant shankardev amar Param Guru .
@ratulrishi
@ratulrishi Жыл бұрын
Tmr ajir ei podcast tu sobei sabologiya birat gurutwopurno. KZbin ot sage first time. Gurujonar proti bohut sroddha ase mur. Tekhetor uporot iman ata xundor podcast video korar babe tmk ontoror pora dhonyobad.
@himrajvlogs575
@himrajvlogs575 Жыл бұрын
জয় গুৰু শংকৰ ❤ from sipajhar (Darrang)
@sundeepsaikia5215
@sundeepsaikia5215 Жыл бұрын
Joi gogot guru srimanta sankardev
@rituparnabora8483
@rituparnabora8483 Жыл бұрын
Episode টোৰ বাবে বহুত বহুত ধন্যবাদ.. এদিন প্ৰাণজিত গগৈ বাপ জনক আপোনাৰ prodcast ৰ অতিথি কৰিব বুলি আশা ৰাখিলো..🙏
@Mridulbora007
@Mridulbora007 Жыл бұрын
Hoi.... bisaru pranjit bap k
@ank_ita7852.....
@ank_ita7852..... Жыл бұрын
Yes
@lsaikiasaikia3983
@lsaikiasaikia3983 3 ай бұрын
We the Assamese People of Motok community dont worship idols coz we follow the principles of our Assamese Gurus
@ruparanik.kashyap9543
@ruparanik.kashyap9543 Жыл бұрын
Kalit Harir name hee goti🙏🏻xundor podcast ❤ Good effort Aboyob👏👏Joy Guru xankar🙏🏻
@kalpadas5723
@kalpadas5723 Жыл бұрын
जिंदगी में टेंशन ही टेंशन है, फिर भी इन लबों पर मुस्कान है, क्योंकि जीना जब हर हाल में है, तो मुस्कुराकर जीने में क्या नुकसान है।
@rupjyotibezbaruah8065
@rupjyotibezbaruah8065 Жыл бұрын
Joi jogotguru srimanta Sankardevor🙏🏼
@rudrashingharajkhowa2930
@rudrashingharajkhowa2930 4 ай бұрын
মোৰ মহাপুৰুষ কৃপাল গুৰু শঙ্কৰদেৱ গুৰুজনাৰ গুণ,মহিমা কৈ অন্ত কৰিব নোৱাৰি জয় গুৰু শঙ্কৰ ।
@Anuranan2025
@Anuranan2025 Жыл бұрын
জয় গুৰু শঙ্কৰ, আপোনাৰ কথাবোৰে মন চুই গৈছে। যুগ ধৰ্ম লোৱাতোৱেই বাঞ্চনীয়। বৰ্তমান কলি যুগ গতিকে গুৰু ধৰ্ম মানি ৰাম নাম লোৱাৰ বাহিৰে যাগযজ্ঞ পূজা পাৰ্বন অৰ্থহীন।
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
৫৭৫তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ 🥰❤️🙏
@prabhakarboiragi8302
@prabhakarboiragi8302 11 ай бұрын
Pranjit gogoi bap jonor lgisil podcast 1ta Watching from banglaluru
@GyanamTuition
@GyanamTuition Жыл бұрын
Aboyab ,we hope you become an example for this new generation.. You deserve more and more. You are blessed.. am not writing this comment only for your podcast, but your personality, your thoughts are really unique. You have a great soul. God bless you!
@prodipneog5641
@prodipneog5641 Жыл бұрын
Hats off to your selection of topics for the podcast.❤❤❤ জয় গুৰু শংকৰ 🙏
@binoysaikia5363
@binoysaikia5363 Жыл бұрын
Bahuttttttttt bahuttttttttt antoror pora Thanku 🙏🏻 Tumar Bahut growth hok. Amar Guru Amar PRABHU 🙏🏿 Amar ostityo Amar asol porichoi tumi podcast through di ae dorre amar majot ona baabe Bahut bahut akou aebar Thanku 🙏🏻
@madhujyagogoi9721
@madhujyagogoi9721 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ, বৰ ভাল লাগিল।
@namratabaruah5524
@namratabaruah5524 Жыл бұрын
ব্যতিক্ৰমী প্ৰয়াসেৰে সুন্দৰ এটা অনুষ্ঠান৷আগুৱাই যাওক👍[watching from jorhat]
@rrdvlogsopedia
@rrdvlogsopedia Жыл бұрын
কৃষ্ণ 🙏 জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। এই podcast টো বহুত দৰকাৰী আছিল। interesting podcast ❤ কলি যুগত হৰি নামেই সাৰ। কেৱল হৰি নাম। খুব ভাল লাগিল। 🙏
@brojenkhargharia15
@brojenkhargharia15 Жыл бұрын
Vare good Krishna
@irshadjahan3629
@irshadjahan3629 Жыл бұрын
Hosakoi bohut dhuniya aru gyandayok podcast asile dhoinyobad bonuar babe❤️
@sancharibarman703
@sancharibarman703 Жыл бұрын
These type of podcast are needed rather than bringing the celebrities. Very good step Aboyob da.
@putulrajofficial
@putulrajofficial Жыл бұрын
Knowledge is bliss. Joi Guru Xonkoro!
@manjubarman1855
@manjubarman1855 Жыл бұрын
ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিত গগৈ বাপজনাক তোমাৰ অনুস্থানত আমন্ত্ৰণ কৰিলে সুখী হ'ম।
@jodujunakakashmusical266
@jodujunakakashmusical266 5 ай бұрын
🙏🏻 একমত
@gureepsingh9505
@gureepsingh9505 Жыл бұрын
সচাকৈয়ে ভাল লাগিল । কিছু কথা শিকিলোঁ ।‌ অসমীয়া হিচাপে অসমৰ সাংস্কৃতিক ভেটি গঢ়োতা গুৰুজনাৰ বিষয়ে জনাটো আমাৰ কৰ্তব্য ।মোৰ ঘৰ নগাঁও তে , মহাপুৰুষজনাৰ জন্ম স্থান বৰদোৱাৰ ওচৰত । ধন্যবাদ দাদা এনে এটি খণ্ডৰ বাবে । তুমি আৰু আগুৱাই যোৱা, তাৰে কামনা কৰিলো ।
@SUDARSHANABORA-kw7mt
@SUDARSHANABORA-kw7mt 11 ай бұрын
Apunar upadhi singh j
@brishtisaikia522
@brishtisaikia522 Жыл бұрын
বৰ ভাল লাগিল এই খণ্ডটো_____ আগুৱাই যোৱা❤️ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ
@kandarpakumar8347
@kandarpakumar8347 Жыл бұрын
Tumr podcast r prai keita episode a saiso bahut val lage kin2 xkoltke aaji bahut besi val lgl . এনেকুৱা এটা চিন্তাৰ কাৰণে তোমাক বহুত ধন্যবাদ ।
@sakilislam3090
@sakilislam3090 Жыл бұрын
Love from Sydney, Australia 🌏❤️
@bivadhekial50
@bivadhekial50 Жыл бұрын
Krishna Krishna jayguru Sankardev.Khub sundar program .
@AXOM-SPORTS
@AXOM-SPORTS 8 ай бұрын
W527
@AXOM-SPORTS
@AXOM-SPORTS 8 ай бұрын
Dkdkdjbdrf djdddiei ekvdkedhrooe door ddhjdjgiz offers kfl 3kjgfdll8 jewelry jf Fjgiuup kfl an gguotfu kfl kfl jgfjkfu Hjhggojtop6 vbv 15236
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
Baksa Anandapur Hemanta Haloi.... really val lagil
@binitaborah2152
@binitaborah2152 Жыл бұрын
Huni bahut vl lagil ...guru k kotti kotti pranaam...moi huniye thaku tmr podcast ...vl lage...
@DMahanta78
@DMahanta78 Жыл бұрын
Very relevant and excellent choice of topic and great dialogue in the podcast. Kudos for presenting such a superior quality conversation. My regards and Pranam to Madhav Chandra Bhakat Dev. Many aspects of Mahapurushiya way of life came out in the discourse. For example, always speaking in 3rd person (ami/amar vs moi/mur) and always seeking bhokoti (bhakti). কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিয়ো মনৰ কাম। ভকতৰ সঙ্গ সদা নুগুছোক মুখে তুৱা গুণ নাম॥ 🙏
@udityagogoi008
@udityagogoi008 Жыл бұрын
I am from Jorhat😊. This podcast on Srimanta Sankardev was truly enlightening. It shed light on his remarkable spiritual journey and his deep devotion. It's a must-listen for anyone interested in his legacy.
@sumonhazarika8007
@sumonhazarika8007 Жыл бұрын
ভাল লাগিল 🙏🙏🙏
@jaydeepbhakat-rj6ke
@jaydeepbhakat-rj6ke Жыл бұрын
Krishna Krishna🙏🏻🙏🏻
@souravjyoti9721
@souravjyoti9721 Жыл бұрын
জয় গুৰু শংকৰ । best episode till date🎉
@lsaikiasaikia3983
@lsaikiasaikia3983 Жыл бұрын
Joi Guru Shrimanta Sankardeva
@upperassampranjal
@upperassampranjal Жыл бұрын
এই podcast তো চাই গুৰুজনাৰ বহুতো নজনা কথা শিকব পালোঁ।বহুত ধুনীয়া হৈছে❤ Love from tinsukia❤
@darshanachekanidhara1792
@darshanachekanidhara1792 Жыл бұрын
Podcast tu sai xosakoi bohut vaal lgil. Eti guruttapurno dinot eti guruttapurno podcast. Eiyatke dhuniya ru din eku hbo nuare eitu podcast r karone. Thank you, Team Untold for this amazing one❤
@riturajbaruah_
@riturajbaruah_ Жыл бұрын
khub bhal lagil xuni podcast tu ... mon tu eman bhal lagise
@AnkurjyotiBordoloi
@AnkurjyotiBordoloi Жыл бұрын
এক সুকীয়া podcast ❤ জয় গুৰু শংকৰ 🙏
@manashibora2925
@manashibora2925 Жыл бұрын
Bohut bhal lagil podcast tu.. maje maje enekuwa podcast dibo lage.. ajir xomoyot enekuwa kotha jona tu bohut proyujon hoi porise... di thakiba enekuwa podcast.. aru bhal kora.. love from jorhat
@razeev4644
@razeev4644 Жыл бұрын
Apuni jibonor asol uddesyo bisora ba jonar pothot khuj dise aru khokoluke gurujonar bikhoye jonuar babe akhekh dhanyabad
@VlogRekha
@VlogRekha Жыл бұрын
Thank you so much to the whole podcast team for inviting such a great personality... please try to meet Dr Rupanjali satnami our beloved Guruma.. for Reiki knowledge ❤
@urbiborah3514
@urbiborah3514 Жыл бұрын
এই বিশেষ আৰু ব্যতিক্ৰমী খণ্ড টি উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।ভাল লাগিল।🤗
@kdeepdas5947
@kdeepdas5947 Жыл бұрын
এনেকুৱা Content পোৱাটো ভাগ্য । বহুত বহুত ধন্যবাদ 🙏
@Myself_Mrinmoy
@Myself_Mrinmoy Жыл бұрын
Love from mumbai Aboyon da bohut vl lagil sai bohut kotha janibole palu 💙🙏
@fuljyotibrahma-cs2cx
@fuljyotibrahma-cs2cx Жыл бұрын
Bohut bhal lagil podcast tu huni 🙏thank you dada
@manash1895
@manash1895 Жыл бұрын
Bhal lagil podcast tu sai ... নতুন প্ৰজন্ম এনে অনুষ্ঠান চোৱা অতি দৰকাৰ.... তেতিয়া হে গম পাব নামঘৰ আৰু সত্ৰৰ বিশয়ে। ।
@baibhabjitdas1056
@baibhabjitdas1056 Жыл бұрын
Aboyob, khub prakhankhaniya padakhyep🙏🏻 575th Birth Anniversary of Jagatguru Srimanta Sankardev 🙏🏻🙏🏻 Gurujonak Pranipaat🙏🏻🌍🕉
@ridipmedhi726
@ridipmedhi726 Жыл бұрын
Khub sundar prayash. Gurujonar bikhoye ene ek prosestha xosakoi prangkhaniyo. Aji guru jayantir dinot apunar ei podcast sai nothoi anondito hoisu. Bohutu kotha xikilo. Enebur kotha aro kahini kitap xomuhor majot xisorito hoi ase jodio bhakat jonot mukhor pora xuniboloi pai bhal lagil. Akha koru agoloi gurujona aro terar prasarito dharmar bikhoye aro no no video pai thakim. Dhanyabad.
@bijaykaman2138
@bijaykaman2138 Жыл бұрын
জয় গুৰু শ্ৰীমন্ত শংকৰ সৰ্ব গুনাকৰ।🙏🙏🙏🙏
@JAYA1VIDEO
@JAYA1VIDEO Жыл бұрын
Being a new generation guy you are doing one of the best podcast episode. Lots of love and blessings..keep it up
@Akashsaikiaofficial
@Akashsaikiaofficial 11 ай бұрын
গুৰু আৰু ভগৱান ভিন্ন নহয় গুৰুৱে ভগৱান আৰু ভগৱানে গুৰু , কৃষ্ণ ❤❤💥🙏🏻🛕
@travelwithminakshi
@travelwithminakshi Жыл бұрын
Tq so much aboyob eman dhuniya ata episode amar karone agbohua babe.bht nojona kotha episode tur pora janilu.
@RarePrij
@RarePrij 8 ай бұрын
A great Channel Of Assam For Gain Knowledge Indeed 👏 Go ahead ⚡
@rumikalita7592
@rumikalita7592 4 ай бұрын
Jai Guru Sankar .khubei val lgil sai .Thank you so much .
@devopotinmech7982
@devopotinmech7982 Жыл бұрын
Unique and such a great PODCAST love from Dimapur❤
@biswajitborah2267
@biswajitborah2267 Жыл бұрын
Great content
@simantabora.6999
@simantabora.6999 Жыл бұрын
জয গুৰু শংকৰ ।জয একশৰন নাম ধৰ্ম ।
@NabarunHazarika
@NabarunHazarika Жыл бұрын
Your content is growing day by day....Mark my words I had followed your journey since very beginning and you will be one of the greatest KZbinr of Assam
@HiraBora-d9l
@HiraBora-d9l 4 ай бұрын
কৃষ্ণ বাপ আধ্যাতমিক গুৰু দুজনাৰ বাক্য খিনি শুনি ভাল লাগিল বৰগীত ভাগী ধনশ্ৰী ৰাগৰ আশোৱাৰী ৰাগত আৰম্ভ্ৰ কৰা কাৰনে শুদ্ধ ৰূপতো আতৰি যোৱা যেন লাগিল কৃষ্ণ
@GyanWithBedanta
@GyanWithBedanta Жыл бұрын
I'm following the "GURU MARG" since my childhood.i.e. "EK saran hari naam Dharma". I strongly believe that the idea of eksaran is purely scientific . Because there is only one energy that control the whole universe . That's the concept of Eksaran.
@arunjyoti
@arunjyoti Жыл бұрын
অতি সুন্দৰ prodcast. অসমত প্ৰচলিত বৈষ্ণৱ, শাক্ত, শৈৱ আদিৰ দৰে বিভিন্ন ধৰ্ম, সংস্কৃতিৰ আৰু ঈশ্বৰৰ স্বৰূপৰ আলোচনা কৰা আৰু Prodcast পাম বুলি আশা কৰিলোঁ ।
@dzB07SIV
@dzB07SIV Жыл бұрын
আজিৰ তাৰিখত best podcast 🙏
@Adventure_with_Homen
@Adventure_with_Homen Жыл бұрын
Tumar Podcast a aji Jen isoror arhibad paise, tene lagil❤🙏🙏
@kamalzvlogs6067
@kamalzvlogs6067 Жыл бұрын
Brother বহুত ধুনীয়া পদক্ষেপ | জয় গুৰু শঙ্কৰ ||
@RahulSarma-z2e
@RahulSarma-z2e Жыл бұрын
Nojona katha bohot khine hikibo parelu thank you ❤
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Śrī Yasodā - The abode of selfless motherly love | ISKCON Chowpatty | Amarendra Dāsa
1:40:50
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
Oasis Motion Films
Рет қаралды 285 М.
Assamese PODCAST ft. Atanu Bhuyan || Episode: 01 || Aboyob Bhuyan || @SatyaTruthIndia
24:56
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН