চৰকাৰী বিদ্যালয়ৰ মেট্ৰিকৰ ফলাফল কিয় বেয়া হয়? | Nitumoni Saikia Speech | Best Speech |

  Рет қаралды 238,922

Mausam - The Speaker

Mausam - The Speaker

Күн бұрын

Пікірлер: 353
@abdulrejaque3889
@abdulrejaque3889 2 жыл бұрын
আপোনাৰ বক্তৃতাই আজিৰ দিনৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰী পক্ষ আৰু অভিভাৱক সমাজৰ বাবে এয়াই যথেষ্ট। ধন্যবাদ থাকিল আপোনালৈ।
@mousumikakoty2754
@mousumikakoty2754 2 жыл бұрын
ভাল লাগিল আপোনাৰ কথা খিনি সত্য কথা
@kamalyoutubechannel3073
@kamalyoutubechannel3073 2 жыл бұрын
@@mousumikakoty2754 to
@rohinidas8820
@rohinidas8820 2 жыл бұрын
P
@nitirajkhowa6521
@nitirajkhowa6521 2 жыл бұрын
আপোনাৰ কথা একে বাৰে সত্য । বহুত ধন্যবাদ থাকিল আপোনালৈ ।🙏🙏🙏
@surjyasaikia1402
@surjyasaikia1402 2 жыл бұрын
প্ৰথমতে শিক্ষক সকলৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিব। তেতিয়া সকলো থিক হৈ যাব।
@paramakalita2482
@paramakalita2482 2 жыл бұрын
Thik a koisa teacher xokolor lora suwalik sorkari school t porhabo lage
@baharulislamsardar3166
@baharulislamsardar3166 2 жыл бұрын
চৰকাৰী স্কুলৰ ফলাফল বেয়া হোৱাৰ কাৰণ বহুতে উল্লেখ কৰিছে । মই দুটামান কথা উল্লেখ কৰিলোঁ । (১) শিক্ষকে অকল পাঠদান কৰিলেই নহ'ব । যিখিনি পঢ়ালে পিছদিনা সেইখিনি ছাত্ৰ-ছাত্ৰীৰ পৰা আদায় কৰিব লাগিব বিশেষকৈ প্ৰাইমাৰী বিদ্যালয়ত আৰু তাৰ বাবে শ্ৰেণী অনুযায়ী শিক্ষক থাকিব লাগিব । (২) মধ্যাহ্ন ভোজনৰ ব্যৱস্থা উঠাই দিব লাগিব । (৩) পাছ ফেইল ব্যৱস্থা থাকিব লাগিব । (৪) গুৰুকূল শিক্ষা ব্যৱস্থাৰ আদৰ্শ বৰ্তমানৰ শিক্ষক সকলে অনুসৰণ কৰাটো বাঞ্ছনীয় । (৫) শিক্ষক সকলক মানসিক হাৰাশাস্তি দিয়াৰ পৰা সকলোৱে বিৰত থাকিব লাগিব ।
@tgasom2212
@tgasom2212 2 жыл бұрын
নিশ্চয়কৈ।প্ৰধান কাৰণ আৰু আছে শুনক। আজিৰ পৰা পোন্ধৰ বছৰ আগতে আমাৰ অন্সলত ব্যক্তিগত বিদ্যালয় বুলি এখনো বিদ্যালয় নাছিল। একমাত্ৰ হাওঁৰাঘাটত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খন আছিল।সকলোৱে নিজৰ নিজৰ গাঁৱত ৰ্পূৱজ সকলে অতি কষ্টেৰে পতা প্ৰাথমিক বিদ্যালয়ত পঢ়ি তাৰ পিছত নিজ গাঁৱত থকা হাই ইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি হাওঁৰাঘাটত থকা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনত পঢ়িবলৈ গৈছিল। এতিয়া কওঁ শুনক, বৰ্তমান পাঁচ-ছয় হাজাৰ জনসংখ্যা থকা হাওঁৰাঘাটত কমেও দহ -এঘাৰ খনমান ব্যক্তিগত বিদ্যালয় ।দুই এখন থাকোতে গাঁৱৰ পৰা তাত গাঁৱৰ ল'ৰা -ছোৱালী লগত পঢ়িলে তেওঁলোকৰ ল'ৰা ছোৱালী বেয়া হব বুলি ভবা সকলে তথা আৰ্থিকভাৱে সবল সকলে নি তাত পঢ়ুৱাইছিল। যেতিয়া সেইবোৰ বিদালয়ত লাহে- লাহে, মোৰ ল'ৰা-ছোৱালীও ভাল হক বুলি গাঁৱৰ পৰা পঢ়ুৱাবলৈ নিবলৈ ল'লে,তেতিয়াই শিক্ষাৰ নামত ব্যৱসায় কৰিবলৈ এচামে ন ন কৈ বিদ্যালয়বোৰ পাতিবলৈ ল'লে (ইংৰাজী মাধ্যম বেছি)।যেতিয়া দিন হাজিৰা কৰি খোৱাসকলেওঁ ভাৱিবলৈ ল'লে যে, ব্যক্তিগত বিদ্যালয়ত পঢ়ালেহে ল'ৰা-ছোৱালী ভাল হয় ।তেতিয়াৰ পৰা চৰকাৰী বিদ্যালয়বোৰৰ শ্মশান যাত্ৰা আৰম্ভ কৰিবলৈ ল'লে। এতিয়া দেখিছো মাথো অভিভাৱকবোৰৰ মতা মানুহটোৱে কেৰেলাত গৈ কাম কৰি হলেও ল'ৰা -ছোৱালী হালক চহৰৰ ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাইছে। গাঁৱত পৰি ৰ'লো মাথো মোৰ দৰে হাজাৰ জনৰ মাজৰ এজন যি ,নিজ ল'ৰা- ছোৱালীক গাঁৱতে চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই , ভৱিষ্যতে দেশৰ এজন সু-নাগৰিক তথা সফল ব্যক্তি কৰিম বুলি ডাঙৰ প্ৰত্যাহবান কৰা জনে।আৰু গাঁৱত থাকি গৈছে মাথো চালনিত নসৰকা ল'ৰা-ছোৱালীবোৰ। গোটেই অসমতে বাৰু এইটোৱেই চলি থকা নাইনে? এতিয়া আপুনি কওঁক ডাঙৰীয়া,চালনীত নসৰকা ল'ৰা-ছোৱালী কেইটা লৈ চৰকাৰী বিদ্যালয়ে কিমান ভাল ৰিজাল্ট কৰিব। ভূল কাৰ? চৰকাৰৰ নে ঢ়ৌত উটি যোৱা অভিৱাবক বোৰৰ।বিশ্লেষণ কৰক। বৰ্তমান সময়ত মোৰ দৰে,কিমানজনে প্ৰত্যাহবান গ্ৰহণ কৰিব। আশা কৰিছো আপুনি মোৰ কথাখিনি নিশ্চয়কৈ পঢ়িব।লগতে আপোনাৰ পৰা সুদুত্তৰ পাম বুলি আশা থাকিল। পাৰ্থ প্ৰতিম বৰা। হাওঁৰাঘাট
@atulokalita4134
@atulokalita4134 2 жыл бұрын
অতি সুন্দৰ চিন্তা চৰ্চা। শিক্ষা জগতত আধ্যাত্মিক শিক্ষা থাকিলেহে ভাল সমাজৰ গঢ় দিয়া হয়। ভাল সঙসকাৰ পালে ল'ৰা ছোৱালী ভাল হয়। ইয়াৰ বাবে আধ্যাত্মিক শিক্ষা আহৰণ কৰিব লাগে। ধন্যবাদ
@dulmonibhuyan2737
@dulmonibhuyan2737 2 жыл бұрын
চৰকাৰী বিদ্যালয় সমূহত মন্ত্ৰী-বিধায়কৰ সন্তানক পঢ়োৱাতো বাধ্যতামূলক হব লাগে
@shahaalom3919
@shahaalom3919 2 жыл бұрын
Right 👍
@Apna_Bhi
@Apna_Bhi 2 жыл бұрын
Right
@arunray6129
@arunray6129 2 жыл бұрын
Hoi ......
@kaushikkisur7975
@kaushikkisur7975 2 жыл бұрын
Right
@prasenjitmurari9087
@prasenjitmurari9087 2 жыл бұрын
Nhle hihotor pension bur bondho kori dibo lage
@AmirHussain-vd4lo
@AmirHussain-vd4lo 2 жыл бұрын
মেট্ৰিকৰ ফলাফলত অগ্ৰগতি লাভ কৰিবলৈ হ'লে তলৰ নিয়ম কেইটা চৰকাৰে প্ৰযোজ্য কৰিব লাগিব নহ'লে চৰকাৰী বিদ্যালয়ৰ অৱস্থা দিনে দিনে বেয়া হ'বই । (১) মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো উঠাই দিব লাগিব তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজনৰ ধনখিনি ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টত সোমাই দিব লাগিব । (২) প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণী লৈকে বিদ্যালয়ত পাছ/ফেইল পদ্ধতিটো ঘূৰাই আনিব লাগিব । (৩) বিদ্যালয়ৰ অভিভাৱক সভাত অভিভাৱক সকলৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগিব । (৪) শিক্ষক-শিক্ষয়িত্ৰী সকলক পাঠদানৰ বাহিৰে অন্য কোনো কামত নিয়োজিত কৰিব নোৱাৰিব । (৫) ছাত্ৰ-ছাত্ৰীক ম'বাইলৰ পৰা দূৰত ৰাখিব লাগিব । (৬) ল'ৰা-ছোৱালীয়ে ঠিকমতে অধ্যয়ন কৰি আছেনে নাই ? অভিভাৱক সকলে নিজৰ নিজৰ ল'ৰা-ছোৱালীক সময় দিব লাগিব কাৰণ বৰ্তমান যুগত ছাত্ৰ-ছাত্ৰীক চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা দি আছে । (ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অভিভাৱক সকল নিজৰ নিজৰ ল'ৰা-ছোৱালীক যথেষ্ট সময় দিয়ে ।) (৭) শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীক ভালদৰে পাঠদান দিব লাগিব লগতে নিয়মিত ভাৱে বিদ্যালয়ত উপস্থিত থাকিব লাগিব । (৮) ছাত্ৰ-ছাত্ৰী সকল অবাধ্য হ'ব নোৱাৰিব । (৬) জন্ম নিয়ন্ত্ৰণ নহ'লে চৰকাৰী সুবিধাৰ পৰা অভিভাৱক সকলক বঞ্চিত কৰিব লাগে । ওপৰোক্ত পদক্ষেপ কেইটা যদি চৰকাৰে ল'ব নোৱাৰে তেন্তে সমগ্ৰ শিক্ষা ব্যৱস্থাটো ব্যক্তিগতকৰণ কৰি দিয়ক তেতিয়াহে শিক্ষা ব্যৱস্থাটো অধিক উন্নত হ'ব আৰু তাৰ পিছত চৰকাৰে শিক্ষা বিভাগত কিমান খৰছ কৰিব পাৰে কৰক কিন্তু তাৰ সুফল নিশ্চয় পাব ।
@mukthangbasumatari3770
@mukthangbasumatari3770 2 жыл бұрын
1 no..... mur kamai moi khaisu buli biri cigaret nakhalei hol...
@junrajkonwer4567
@junrajkonwer4567 2 жыл бұрын
হয় আপুনি থিকেই কৈছে ।। আপোনাৰ কথাত আমি একমত।
@rajuphukan4468
@rajuphukan4468 2 жыл бұрын
00
@kaushikCartoon
@kaushikCartoon Жыл бұрын
​@@junrajkonwer4567চৰকাৰী কলেজত পঢ়ি উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাত ৰেংক ৰাখিব নোৱাৰি নেকি 😢😢 ?
@ratikantamili.5442
@ratikantamili.5442 2 жыл бұрын
Nitu da apunak bohut bhal lage ....God bless you.
@Rose_gaming-93-z1t
@Rose_gaming-93-z1t 2 жыл бұрын
১০০%শুদ্ধ।চৰ-চাপৰি অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অান্ত:গাঠনি অতি পয়ালগা।মধ্যাহ্ন ভোজন প্ৰক্ৰিয়াই শিক্ষকৰ বাবে অতিৰিক্ত বোজা।মধ্যাহ্ন ভোজন মাহিলি ৰিৰ্পোট বা মাহিলি দৰমহা(regular teachers) বিল দিয়াৰ নামত অসমৰ অধিকাংশ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ে ধন বিচাৰে।নিদিলে আপোনাক বিভিন্ন প্ৰক্ৰিয়াৰে প্ৰেচাৰ দিয়ে।বিশেষকৈ টেট শিক্ষকসকলে বহি:জিলাত ভাড়াঘৰত থাকি ২/৩ খন নদী পাৰ হৈ কিমান বছৰ মানসিক তৃপ্তিৰে কৰ্মসম্পাদন কৰিব পাৰিব বুলি আপুনি বিশ্বাস কৰে।এই কাৰনে আপোনাৰ আগত মোৰ মনৰ কথা প্ৰকাশ কৰিলো যে আপুনি এজন নিৰপেক্ষ বস্তুনিষ্ঠ আৰু সুক্ষ্ম বুদ্ধি তৃপ্তিৰে গুনগত সমালোচক ও সাংবাদিক।
@harekrishnadasharekrishnad3340
@harekrishnadasharekrishnad3340 2 жыл бұрын
Thank you sir ...bahut bahut bhal lage apunar katha bilak suni .l always with you sir....
@sineswarmoran4006
@sineswarmoran4006 2 жыл бұрын
Thank . You are speaking in right .
@santushoficale3322
@santushoficale3322 2 жыл бұрын
Aponar kotha Bor 100%hosa .val lagil honi.thank u
@duluadhikary3959
@duluadhikary3959 2 жыл бұрын
কথাবোৰ একেবাৰেই সত্য । ধন্যবাদ আপোনাক ।
@parthasen5474
@parthasen5474 2 жыл бұрын
আপোনাৰ ভাষণে মই ভাবোঁ আভিভাৱক আৰু যি সকল চৰকাৰী বিদ্যালয়ৰ শিক্ষককে শিক্ষাক একমাত্ৰ বৃত্তি বুলি ভাবে আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা নিজৰ কৰ্তব্য দায়িত্ব পাহৰে তেওঁ লোক এতিয়াই সজাগ হব হল৷ যেতিয়ালৈকে প্ৰাথমিক বিদ্যালয়বোৰত শ্ৰেণী অনুপাতে শিক্ষক নিযুক্ত নিদিয়ে চৰকাৰী শিক্ষা ব্যৱস্থাৰ কোনো পৰিবৰ্তন নহয় বৰং দিনে দিনে আৰু বেয়া হব৷
@simantadeka407
@simantadeka407 2 жыл бұрын
aapuni thik kotha koise Nitumoni da bohut val lage aapunar vakhon bur
@হথাত৯৯৯
@হথাত৯৯৯ 2 жыл бұрын
bhut val lagil apunar sondr ktha koni 💞💞
@dilpsaikia1857
@dilpsaikia1857 2 жыл бұрын
অতি সুন্দৰ ক'থা কৈছে নিতুমণি শইকীয়া দেৱে আমাৰ ফালৰ পৰা ধন্যবাদ জঁনাইছো 🙏🙏🙏 ।
@dixakoneng
@dixakoneng 2 жыл бұрын
সচা কথা কৈছে ৷অভিভাৱক সচেতন হলে বেয়া শিক্ষকো ভাল হবলৈ বাধ্য হব
@ratneswarchoudhury7449
@ratneswarchoudhury7449 Жыл бұрын
Yes .... Boss !! You are Absolutely right says ...... !!
@subarnabordoloi6065
@subarnabordoloi6065 2 жыл бұрын
নিতুমণি দাদা আপোনাৰ লগত মোৰ সকলো কথা মিলি গৈছে.এবাৰ লগ পোৱা বহুত ইচ্ছা আছে.
@bubulkonwar4541
@bubulkonwar4541 2 жыл бұрын
ধন্যবাদ দাদা । চৰকাৰী শিক্ষক সকলৰ ল'ৰা ছোৱালী সকলক চৰকাৰী বিদ্যালয়ত পঢ়োৱাব লাগিৱ‌ । আৰু প্ৰাইভেট শিক্ষক সকলে সম্পূৰ্ণ দায়িত্ব লয় । ৯ ঘন্টা কাম কৰে ।
@pompirajbonshi9013
@pompirajbonshi9013 2 жыл бұрын
Nitumoni daa apuni bht mohan....
@snehabora324
@snehabora324 2 жыл бұрын
আপোনাৰ কথাখিনিত সহমত প্ৰকাশ কৰিলোঁ।
@pranjitbaishya8057
@pranjitbaishya8057 2 жыл бұрын
চৰকাৰী অভীভাবকৰ লৰা ছোৱালী সকলকো চৰকাৰী মাধ্যমত দিয়ক তেতিয়াহে চৰকাৰী মাধ্যমৰ শিক্ষা ভালহব।
@chikimikisharma907
@chikimikisharma907 2 жыл бұрын
Bohut vl lagil dada apunar kotha khini...akebare hosa kotha koise
@simantasaikia5547
@simantasaikia5547 2 жыл бұрын
প্ৰথমতে চৰকাৰী ‌শিক্ষক সকলৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয় ত পঢ়োৱা ৰ ব্যৱস্থাটো কৰিব লাগিব, আৰু লগতে সচেতন অভিভাৱকৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয় ত পঢ়োৱা ব্যৱস্থা টো কৰিলে হে চৰকাৰী বিদ্যালয় সমূহ ৰ শিক্ষা ৰ মানদণ্ড উন্নত হ'ব।
@mrhazarika9588
@mrhazarika9588 2 жыл бұрын
আপোনাৰ কথা একেবাৰে সত্য । ধন্যবাদ
@masumhudabarbhuiya8214
@masumhudabarbhuiya8214 2 жыл бұрын
Salute Sir, I always follow the Speaking
@ahamidtarapdar1980
@ahamidtarapdar1980 2 жыл бұрын
Absolutely right
@milonm.j.9223
@milonm.j.9223 2 жыл бұрын
বহুত সুন্দৰ পদক্ষেপ
@azadulhoque2603
@azadulhoque2603 2 жыл бұрын
চৰকাৰে চৰকাৰী বিদ্যালয়ত যিমান যি পৰিমানৰ সুবিধা দিলেও শিক্ষাৰ মানদণ্ড উন্নত নহয়। শিক্ষক নিযুক্তি দিলেহে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাটো নিশ্চিত।
@bhagawansarma443
@bhagawansarma443 2 жыл бұрын
You.are.absulitly.right..very.good.analisis.thank.you.
@rajinapatir7234
@rajinapatir7234 2 жыл бұрын
💯 percent right 👍❤️❤️❤️
@polisaikia7185
@polisaikia7185 2 жыл бұрын
অতি উত্তম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
@moyurisaikia4145
@moyurisaikia4145 2 жыл бұрын
Tq dada apunar katha huni bohut vl lga ❤
@digantaburagohain9028
@digantaburagohain9028 2 жыл бұрын
একেবাৰে সঁচা কথা কৈছে 👍
@nurulhuque2416
@nurulhuque2416 2 жыл бұрын
Vl lagil sir apunr khota khini right
@pranabbarman9255
@pranabbarman9255 2 жыл бұрын
যুক্তিযুক্ত চিন্তা চৰ্চা ও মন্তব্য ....চৰকাৰে বিদ্যালয়বোৰ উৎকৃষ্ট কৰাত ব্যৰ্থ
@learnenglisheasily522
@learnenglisheasily522 2 жыл бұрын
সম্পূৰ্ণ সত্য ও শুদ্ধ কথা , আপোনালৈ অশেষ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছো।
@madhusmitagoswami4569
@madhusmitagoswami4569 2 жыл бұрын
apunr kotha bur huni hosakoi bohutt vl lgil🙏
@jibantaye3173
@jibantaye3173 2 жыл бұрын
Hundor message sir
@dipjyotibordoloi4583
@dipjyotibordoloi4583 2 жыл бұрын
হয় মানিছো।চৰকাৰী বিদ্যালয়ৰ অভিভাৱকে তেওঁ লোকৰ সন্তানৰ পতি মন- কান নিদিয়ে। কিন্তু চৰকাৰী বিদ্যালয়ত চাকৰি কৰা শিক্ষাকে তেওঁ লোকৰ সন্তানক মন-কান দিয়ে । নহ'লে তেওঁ লোকৰ সন্তানক কিয় ব্যক্তিগত খণ্ড বিদ্যালয়ত পঢ়াই। নিতুমনি দা উওৰ দিয়ক ..
@shaktidevibrahma476
@shaktidevibrahma476 2 жыл бұрын
যি মাষ্টৰেই নহক, নিজৰ স্কুলত নিজৰ ল'ৰাছোৱালিক নপঢ়াই বেচৰকাৰী স্কুলত কিয় পঢ়ায় ? ইয়াৰ পৰাই বুজক মাষ্টৰে ইমান মতা অংকৰ দৰ্মহা পোৱাৰ পিছতো নিজৰ স্কুলৰ ল'ৰাছোৱালিক কিমান ভাল পায় ।
@raktimfreestyle3699
@raktimfreestyle3699 2 жыл бұрын
বিশ্বাস নাই তাইৰ মনত
@sarojgogoi2685
@sarojgogoi2685 2 жыл бұрын
Hundor kotha koise. Aajikali teacher bilak purana teacheror dore hobo lagibo. Teacher bilake kunu dayita noloy khali dormoha palei hol.
@bijayboro8980
@bijayboro8980 2 жыл бұрын
Precticaly speek👍
@durgeswarrabha8006
@durgeswarrabha8006 2 жыл бұрын
1000% right sir
@madhuronpi8136
@madhuronpi8136 2 жыл бұрын
right sir 100%
@rukunuzzaman2804
@rukunuzzaman2804 2 жыл бұрын
Val lagil...timing spech...
@mohanchangmai5318
@mohanchangmai5318 2 жыл бұрын
বৰ ধুনীয়া কথা কৈ আপোনি
@bhabeshkardong4765
@bhabeshkardong4765 2 жыл бұрын
Nitumoni sir apuni bahut deri khariseneki ji bhalai Ase.
@nijarabormudoi5044
@nijarabormudoi5044 2 жыл бұрын
একেবাৰে সত্য কথা চৰকাৰে এই কথা খিনি গুৰুত্বপূৰ্ণ ভবে লোক।
@rohidas8280
@rohidas8280 2 жыл бұрын
চৰকাৰী স্কুলত BA,BSc, MA, Msc, B.ed,D,El Ed কৰি TEACHER ELIGIBILITY TEST উত্তীৰ্ণ হোৱা শিক্ষক আছে, আৰু বহুত কিবাকিবি আছে। তথাপিও.......
@rinaaktara5845
@rinaaktara5845 2 жыл бұрын
Parents bur active nohoi ghorot care noloi and dhoni manohor lora suali private school ot diye that is the main reason and teachers are not available all schools
@jitubhatta80
@jitubhatta80 2 жыл бұрын
Kintu val student nai
@usharaut7138
@usharaut7138 2 жыл бұрын
Apunar kotha 100% right sir.......aru ata kotha ase sir ...ami jetiya sarkari schoolot porisilu tetiya schoolot addmission r time asil kintu atiya students jetiya ahok addmission korabo lagibo ..ji kunu monthot ahile addmission korabo lagibo...lora suwali lesson complete koribo nuare...kintu next classot promotion koribo lagibo ..lagile students ekuye najanok...tene hole kor pora sarkari schoolor results bhal hobo.... private schoolot to tene kua ny...
@TaruPhukan
@TaruPhukan 2 жыл бұрын
মাক হিচাপে মই ইহঁতক পঢ়াব লগীয়া হোৱাত নিজে হিন্দী ক,খ ৰ পৰা পঢ়ি লৈ পঢ়াবলৈ লৈছিলো… তুমি বৰ সুন্দৰকৈ কথাখিনি বিশ্লেষণ কৰি দিছা …কিন্ত ভালকথা শুনাতকৈ বহু অভিভাৱকক ধেমেলীয়া videoচাই নিজে হাঁহি আনন্দ কৰা লগতে সন্তানকো ভাগ দিয়ে… এইবোৰ বৰ চিন্তনীয় বিষয়…………
@sunilbaishya5512
@sunilbaishya5512 2 жыл бұрын
নমকস্কাৰ চাৰ।আপোনাৰ ভাষন শুনি ভাল লাগিল।শুদ্ধ সত্য কথা ।
@shivamshreemmusic868
@shivamshreemmusic868 2 жыл бұрын
Thank you for your valuable speech. I agree with you and 1000 % supported.
@bobitabhuyan3260
@bobitabhuyan3260 2 жыл бұрын
Right 👍👍👍👍🙏🏼
@bristirxapun
@bristirxapun 2 жыл бұрын
Apuni val kthake koise sir
@padmasaikia7210
@padmasaikia7210 2 жыл бұрын
শ্ৰেণী অনুযায়ী এজনকৈ শিক্ষকৰ নিযুক্তি দি চাওক আৰু প্ৰশাসনিক দিশটো কটকটীয়া কৰক,নিশ্চয় ভাল ফল দেখুৱাব |
@israiltanti8277
@israiltanti8277 2 жыл бұрын
Dada, the valueable comment which has been expressed by you, that is 100 percent true . Without Hindi, match, science teachers , most of the students passed and went out from school. It has been very very bad.
@souravtipsassamese4586
@souravtipsassamese4586 2 жыл бұрын
Sr ❤️ plz আপোনাৰ গোটেই কথাবোৰ upld কৰক 🙏 আপোনাৰ কথাবোৰ বহুত গুৰুত্বপূৰ্ন ❤️ শুনি ও বহুত ভাল লাগে কথাবোৰ হুনি থাকোঁতে vdo টো কেতিয়া নো এদাই হল গমকে নেপালো।💕 আপোনাৰ দৰে মানুহ এইখন অসমত আৰু দ্বিতীয় জন নোলাব কাহানিও।❤️
@mrinalisarmah6876
@mrinalisarmah6876 2 жыл бұрын
আমাৰ লৰা ছোৱালী কেইটাক চৰকাৰী স্কুলতে পঢ়োৱালো৷ কিন্তু ঘৰত আমি অনবৰতে সিহতকেইটা লগতে দিন পাৰ কৰিলোঁ কোনো টিউচন নোলোৱাকৈ ৷ মাহেকীয়া খৰচ দিব নোৱাৰিছিলো কাৰণে ঘৰতে মই বহুত কষ্টৰে দিন পাৰ কৰিলো ৷আজি কালি চৰকাৰী স্কুলখনকে দুখে ৷চৰকাৰে সুবিধা দিছে বুলি মাক দেউতাকে নাচালে কেতিয়াও ভাল ফল দেখুৱাব নোৱাৰে ৷ ইয়াতো বহুত কথা আছে ৷ মই নিজেও চৰকাৰী স্কুলত পঢ়িয়েই আহিলোঁ ৷ চৰকাৰী স্কুল চৰকাৰক দুখ নিদিওঁ ৷শিক্ষক আৰু অভিভাৱক সকলৰ গধুৰ দায়িত্ব আছে ৷
@ayushdas8584
@ayushdas8584 2 жыл бұрын
আপুনি কোৱা কথা বোৰ সম্পূৰ্ণ সত্য 💯
@chayanikadeka5498
@chayanikadeka5498 2 жыл бұрын
All right kotha koise
@biswajitgogoi7747
@biswajitgogoi7747 2 жыл бұрын
আপোনি ১০০% সত্য কথা কৈছে ।
@tecnicalchanel1100
@tecnicalchanel1100 2 жыл бұрын
good speach.
@CCbiypro
@CCbiypro 2 жыл бұрын
Hosakoi apunar kthabur huni bhut anuperona palu
@knowledgezone5987
@knowledgezone5987 2 жыл бұрын
Ak dom right
@dharmakantapatir3146
@dharmakantapatir3146 2 жыл бұрын
Respected sir ; very important explaination
@mahendrasaikia8622
@mahendrasaikia8622 2 жыл бұрын
আপোনাৰ কথাটো ঠিকেই কিন্তু মোক এটা কথা কওক যে চৰকাৰী শিক্ষক হবলৈ আমি চাম দাম দণ্ড ভেদ প্ৰয়োগ কৰি হলেও চৰকাৰী চাকৰি লওঁ শিক্ষা দান কৰিবলৈ নহয় মোটা দৰমহাৰ বাবে । চৰকাৰী শিক্ষক সকলে তেওঁলোকে পঢ়হুয়া স্কুলত কিয় তেওঁলোকৰ লৰা ছোৱালী নোপঢ়ুৱাই ।
@shaktidevibrahma476
@shaktidevibrahma476 2 жыл бұрын
ফেন্টাষ্টিক কমেন্ট ! মাষ্টৰক প্ৰথমেই লেগাম লগোৱাক।
@satyakuli1881
@satyakuli1881 2 жыл бұрын
Very nice speech.
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
বহুত বহুত ধন্যবাদ 💐🌹🌻। পৰিবৰ্ত্তন আনিবলৈ কি ফলপ্ৰসূ ব্যৱস্থা লোলে সুফল পোৱা যাব।। মুখ্য মন্ত্ৰী ডাঙৰীয়ই বহুত ১০১% ব্যৱস্থা লৈছে কিন্তু শিক্ষক সকলক প্ৰশিক্ষণ আৰু সময় কমকৈ দিছে আৰু অতি দুখৰ বিষয়, মাননীয় মন্ত্ৰী -বিধায়কৰে( খুদ মুখ্য মন্ত্ৰী/ শিক্ষা মন্ত্ৰীৰে) অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আস্থা নাই ।।।
@kushalbasumatary2564
@kushalbasumatary2564 2 жыл бұрын
হয় দিছে, কিন্তু এখন প্ৰাথমিক বিদ্যালয়ত classwise শিক্ষকৰ প্ৰয়োজন কিন্তু চৰকাৰী বিদ্যালয়ত সেইটো দেখিবলৈ পোৱা নাযায়,
@prakashkhimdung7852
@prakashkhimdung7852 2 жыл бұрын
Good speech sir you are Great sir thank-you for your speech
@gynashikalita16
@gynashikalita16 2 жыл бұрын
আপোনাৰ বক্তব্য ভাল লাগিলে।
@bimalnath3986
@bimalnath3986 2 жыл бұрын
you are right
@mathuradeka8199
@mathuradeka8199 2 жыл бұрын
100% correct, Sir.
@junmonigogoi4204
@junmonigogoi4204 2 жыл бұрын
Right Sir
@digantanarah3950
@digantanarah3950 2 жыл бұрын
Very good specch
@dhirajdowarah726
@dhirajdowarah726 2 жыл бұрын
💯
@jibantaye3173
@jibantaye3173 2 жыл бұрын
Yes sir
@pungbileebrahma432
@pungbileebrahma432 2 жыл бұрын
Good and 100% correct speech
@madhbboro7318
@madhbboro7318 2 жыл бұрын
💯 % right
@mrinmaymandal1375
@mrinmaymandal1375 2 жыл бұрын
Great speech
@lishagogoi2
@lishagogoi2 2 жыл бұрын
Hundor 👍
@dhaneshpegu13
@dhaneshpegu13 2 жыл бұрын
Hoi sir 100% right
@priyankabaruah2311
@priyankabaruah2311 2 жыл бұрын
আপুনি ঠিক কথাই কৈছে । মই নাৰায়ণপুৰৰ , অংগণৱাড়ী সহায়িকা কৰোঁ । বি এড পাছ ডিগ্ৰী ইএল ইডি কৰিও ভাল সংস্থাপন নাপালোঁ । অকলশৰীয়া মই । আমাৰ ল'ৰাটো এইবাৰ ৯২/৫০ শতাংশ নম্বৰ পাই মেট্ৰিক পাছ কৰিছে । নাৰায়ণপুৰৰ জ্ঞান জ্যোতি একাডেমীৰ প্ৰধান শিক্ষক মহোদয়ে যথেষ্ট সহায় কৰিছিল । সহায়িকা যদিও খুউব খৱৰ ৰাখিছিলো তাৰ পঢ়াৰ । আনহে নালাগে আপুনি কোৱা অভিভাৱকৰ সকলোখিনি নমুনা আছিলোঁ মই ।
@abdularman4429
@abdularman4429 2 жыл бұрын
Very good speech . Attract everyone and give a good knowledge about education 👍
@jayedabegom7599
@jayedabegom7599 2 жыл бұрын
Right
@kjdchem3743
@kjdchem3743 2 жыл бұрын
কবলৈ গলে বহুত। সকলো দিছে ঠিকেই ।।কিন্তু কাম কৰি থকা সকলেহে বুজিব। কিছুমান কথা social mediaত কোৱা টান । দোষ কাৰ বা দোষ কি সেইবোৰ কবলৈ গলে নিজৰ প্ৰতিয়েই ভাবুকি নামি আহিব। সেয়ে ব্যক্তিগত ভাৱে মাতি নি সোধক শিক্ষক সকলক বা ভিতৰ চোৰাত কৰ্মৰত ব্যক্ত সকলক । ।। (আপুনি কোৱা কথাবোৰৰ লগত মইও একমত)
@deijikalita4181
@deijikalita4181 2 жыл бұрын
একেবাৰে সচা কথা । মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি কথখিনি গুৰুত্ব সহকাৰে লয় নথৈ আনন্দিত হম ।🙏
@faijulhoque7678
@faijulhoque7678 2 жыл бұрын
Thangks
@ridipbora3182
@ridipbora3182 2 жыл бұрын
আনৰ বিষয়ে কি কম মই মোৰ ল'ৰা টোকে ঠিক কৰিব পৰা নাই । এইবাৰ পৰীক্ষাত বেয়া কৰিলে ।আকৌ দিবৰ কাৰণে যো - জা কৰিছো কিন্তু আগ্ৰহ নাইকীয়া কিমান বুজাইছো নিজেই ভাগৰি যাব লগীয়া হৈছে ।পঢ়াত মন নবহে তাৰ কি কৰিম ভাবি নোপোৱা হৈছোঁ ।
@santanunayanmishra3335
@santanunayanmishra3335 2 жыл бұрын
100% Right 👍👌🙏
@sohidulislam5112
@sohidulislam5112 2 жыл бұрын
ফলাফল বেয়া হোৱার মুল কাৰণ হৈছে প্রথম শ্ৰেণীর পৰা অষ্টম শ্ৰেণীলকে ফেল নথকাটো। এইটো সুযোগতে এচাম শিক্ষকে পাঠদানত গাফিলতি কৰে, কথাষাৰ অপ্ৰিয় হলেও সত্য।
@kabitapboro8774
@kabitapboro8774 2 жыл бұрын
নেতা ,চৰকাৰী উচ্চ বিষয়া সকলৰ লৰা ছোৱালীকো চৰকাৰী বিদ্যালয় ত পঢ়াব লাগে। তেতিয়াহে বিষয় অনুসৰি শিক্ষক নিযুক্তি দিব ।প্ৰাথমিক বিদ্যালয়ত ১ম ৰপৰা ৫ম শ্ৰেণী লৈ থাকে কিন্তু শিক্ষক নিয়োগ কৰে ছাত্ৰ ছাত্রী সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ।ভেটিতে থাকি যায় দুৰ্বলতা আৰু কিছুমান অভিবাবকৰ কথা আছেই
@sabinayesmin8791
@sabinayesmin8791 2 жыл бұрын
Thank you, I am proud of you
@eliashmirza5555
@eliashmirza5555 2 жыл бұрын
এক দম সচা কথা নিতুমনি দা।
@matiurrahman8496
@matiurrahman8496 2 жыл бұрын
ব্যত্তিগত বিদ্যালয়ৰ অভিভাৱক সকলে তেওঁলোকৰ সন্তানৰ প্ৰতি যিমান খিনি সচেতনতা অৱলম্বন কৰে ।তাৰ বিপৰীতে চৰকাৰী বিদ্যালয়ৰ অভিভাৱক সকলে অৱহেলাত দিন পাৰ কৰে । চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আদ্দা মাৰি মূল্যবান সময় খিনি পাৰ কৰে । বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে স্কুল ক্ষতি নকৰে আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে স্কুল ক্ষতি কৰে ।।ইয়াৰ কাৰণ চৰকাৰী বিদ্যালয়ত মাহৰ শেষত ফিচ দিব নালাগে । চৰকাৰী বিদ্যালয়ৰ অনুসাশনৰ তাৰতম্যও আছে ‌।মুঠতে চৰকাৰী বিদ্যালয়ৰ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলৰ অৱহেলা বেছি ।কাৰণ তেওঁলোকে ফিচ নিদিয়ে ।সেইকাৰণে পোৰনি কম।। আপোনাৰ কথা ১০০,% সচা ।আপোনাক ধন্যবাদ জনাইছো ।
@bandanaphukandas.3057
@bandanaphukandas.3057 2 жыл бұрын
সয় আপুনি ঠিকেই কৈছে 🙏🙏🙏🙏
@Skdkri90
@Skdkri90 2 жыл бұрын
you are right Sir
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
Live in Present....Forget Your Past Worries | Live life to the fullest.
8:24