জীৱনত সফল হোৱাৰ মূল মন্ত্ৰ By Nitumoni Saikia

  Рет қаралды 703,922

Nitumoni Saikia Unofficial

Nitumoni Saikia Unofficial

3 жыл бұрын

‪@nitumonisaikiaunofficial‬
Follow me on instagram / saqlainmustakahmed

Пікірлер: 523
@missrekha7768
@missrekha7768 2 жыл бұрын
"জীৱন থাকিলেহে জীৱিকা থাকিব" - হয় । আপোনাৰ ভাষণ শুনিলে শুনি থাকিব মন যায় ।
@dhirendutta7989
@dhirendutta7989 3 жыл бұрын
"সকলো কামৰে মূল্য আছে" ভাষণটো বহুমূলীয়া.....
@Pok649
@Pok649 3 жыл бұрын
ইমান সুন্দৰ ভাষণ ,শুনিলে শুনি থাকিবৰ মন যায় ।এই কথা খিনি হৃদয়ংগম কৰিব পাৰিলেহে এজন প্ৰকৃত মানুহ হ'ব পাৰিব ।
@nitishkalita7423
@nitishkalita7423 2 жыл бұрын
Moi abar xuni thakile gom a napau Keita video ses hoi jae matha tu akdom thanda hoi jae mor ekhet or vaxon xunile .Bhogoban nitu dak xodai kuxole rakhiba 🙏🙏🙏
@rubiduttasaikia3872
@rubiduttasaikia3872 3 жыл бұрын
জীৱনত বোধৰ তাত্বিক সাৰমম্মৰে ভৰপুৰ ৰসাল ভাষনেৰে হৃদয় চুই গৈছে,ম ই মাজুলীৰ দুগৰাকি সন্তানৰ মাতৃ।আপোনালৈ বহু ত ধন্যবাদ।
@shankarmali1615
@shankarmali1615 2 жыл бұрын
বহুত ভাল লাগিল। আপোনা লোকৰ নিচিনা মানুহৰ এই অসমত বহুত প্রয়োজন।
@nituchangmai3620
@nituchangmai3620 2 жыл бұрын
অপ্ৰিয় হ'লেও সত্য যে সফলতাৰ সংজ্ঞা দিয়া ইমান সহজ নহয়!!অৱশ্যে কথাখিনি ভাল লাগিল।সাৰুৱা বক্তব্য।ধন্যবাদ তেওলৈ।
@gayatreekalita6459
@gayatreekalita6459 3 жыл бұрын
Nitumoni sir apuni iman hundor bakteta dias jjj jibont katiau pahoribo nuara ...apunar ai baktetar joriote hakalua parona pabo.......you are great sir 👌👌👌👌...Mur I.P.S huar issha asa aru sir moi apunar baktetar joriota nija kanakoi lakhyat uponita hm tak thirang karibo parisu
@taralipathak3436
@taralipathak3436 3 жыл бұрын
প্ৰিয় সাংবাদিক জন🥰
@vjrex
@vjrex 2 жыл бұрын
Yes ba
@ruhicreation1207
@ruhicreation1207 2 жыл бұрын
Yes.
@nirugayan275
@nirugayan275 2 жыл бұрын
প্ৰিয় ,মৰমিয়াল সাংবাদিক জন
@kabitamahanta674
@kabitamahanta674 2 жыл бұрын
মোৰ প্ৰিয় ব্যক্তি। তেখেতৰ বক্তিত্বই মোক আকৰ্ষিত কৰে।
@khanindrachoudhurychoudhur4615
@khanindrachoudhurychoudhur4615 2 жыл бұрын
❤️
@digukasyap8903
@digukasyap8903 2 жыл бұрын
Right manut bahut vl lage
@chandanbhuyan6505
@chandanbhuyan6505 2 жыл бұрын
🙏🙏
@ankurjyoticreation3126
@ankurjyoticreation3126 2 жыл бұрын
আন্তৰিক ধন্যবাদ ছাৰ। কিমান প্ৰেৰণা পাইছোঁ আপোনাৰ কথাখিনিৰ পৰা সেয়া ভাষাৰে বুজাব নোৱাৰিম।
@sauravgogoi1471
@sauravgogoi1471 9 ай бұрын
One of the most inspirational person in Assam👌🏼👏😇🥰💕
@premahazarikia7094
@premahazarikia7094 3 жыл бұрын
আমাৰ ঘৰৰ ওচৰৰে ভাল পৰিয়ালৰ উপযুক্ত অসম সন্তান নিতুদা
@prodipdutta9794
@prodipdutta9794 3 жыл бұрын
ফোন নাম্বাৰ টো পাম নি
@rumadewri7161
@rumadewri7161 3 жыл бұрын
আপোনাৰ বহুমূলীয়া ভাষণে সকলোৰে হৃদয় চুই গৈছে 😇🙏🙏।
@somimaparbinsobruja5550
@somimaparbinsobruja5550 2 жыл бұрын
মই আজিলৈ আপোনাক লগ পোৱা নাই কিন্তু লগ পাবলে বহুত বহুত মন আছে,আপোনাৰ কথা শুনিলে,শুনি থাকিবলৈ মন যায়,আপোনাৰ নিচিনা মানুহ আজিৰ দিনত সঁচাই কম আছে
@ruminakhatun575
@ruminakhatun575 2 жыл бұрын
Hmmm
@Suna_Khatun
@Suna_Khatun 3 жыл бұрын
ধন্যবাদ sir 🙏🙏🙏 অতি সুন্দৰ মন্তব্য ভাল লাগিল
@maheswardeka9920
@maheswardeka9920 2 жыл бұрын
(অষ্টম মান শ্ৰেণীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যন্ত সামৰি) ছাত্ৰ ছাত্ৰ জীৱনত সফল পাৰিব তেতিয়া যেতিয়া ছাত্ৰ এজনে দৈনিক ৯/১০?১১ ঘন্টা অধ্যয়ন কৰিব, উৎকৃষ্ট মানৰ পাঠ্যপুথি পঢ়িব, পাঠ্যপুথিৰ অন্তৰ্গত পাঠসমূহৰ প্ৰতিটো বাক্যৰ অৰ্থ বুজি পাবলৈ বুজিবলৈ সক্ষম হ'ব । নুবুজাকৈ অধ্যয়ন কৰাৰ ফল শূণ্য । প্ৰথম লক্ষ্য হ'ল পাঠ এটাৰ ভিতৰত থকা কথা খিনি বুজি পোৱাটো । ইংৰাজী ব্যকৰণৰ নিয়মাবলী নজনাকৈ ইংৰাজী বাক্য গঠন কৰিব নোৱাৰি ।গতিকে, ছাত্ৰ ছাত্ৰী সকলে অষ্টম, নৱম মান শ্ৰেণীৰ পৰাই ইংৰাজী ব্যাকৰণৰ নিয়মাবলী শিকি বুজি ল'ব লাগিব । ছাত্ৰ ছাত্ৰী সকলে ইংৰাজী শিকিবলৈ হলে তেওঁলোকক পঢ়ুৱা শিক্ষকৰ ইংৰাজীৰ নির্ভুল জ্ঞান থাকিব লাগিব ।অপ্ৰিয় হলেও সত্য যে অসমৰ উচ্চ মাধ্যমিক পৰ্য্যায়ত ছাত্ৰ ছাত্ৰীক ইংৰাজী শিকাব পৰা শিক্ষকৰ সংখ্যা তাকৰ । চোৰ গলে বুদ্ধি উলিয়াই লাভ নাই । গতিকে, সময় থাকোতেই ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰাৰ কৌশলবোৰ জানিব লাগিব আৰু হাতে কামে লাগি যাব লাগিব।
@kalpananath391
@kalpananath391 2 жыл бұрын
😭Jibon songram ot hari golu but ketiyau har namanu jibon thoka loi jibon mane tu songram. Apunar kotha bur muk jiyai thokar prerona jogale 😭💞
@udaykalita6319
@udaykalita6319 3 жыл бұрын
আপোনাৰ বক্তব্য শুনিলে শুনি থাকিবৰ মন যায় দাদা । মুখ্য মন্ত্ৰীৰ লগত আপোনাৰ টক সো অনুষ্ঠান এটা চাব পালে বহুত ভাল লাগিব । আশা কৰো নিশ্চয় পাম ?
@priyansu6398
@priyansu6398 3 жыл бұрын
কিন্তু ; ছাত্র ছাত্রী সকলে এই খিনি বুজি পাই, বুজি নাপাই তেওলোকৰ অভিভাবক সকলে। আপোনাৰ এইটো কেৱল ভাষণ নহয়৷ আপোনাৰ অতি দুৰ্লভ পাঠদান। আপোনালৈ 🙏🙏🙏
@parimitadasofficial52
@parimitadasofficial52 3 жыл бұрын
👍
@hiteshhazarika6573
@hiteshhazarika6573 2 жыл бұрын
@@parimitadasofficial52 ppp 0
@hrishis_creation895
@hrishis_creation895 Жыл бұрын
0
@surendrasarma3471
@surendrasarma3471 2 жыл бұрын
বৰ সুন্দৰ অৰ্থবহ আৰু গুৰুত্বপূৰ্ণ ভাষণ, বহুত ভাল লাগিল ।
@rabiulhussainahamed8943
@rabiulhussainahamed8943 3 жыл бұрын
বহুত ভাল লাগিছে আপুনাৰ উপদেশমূলক ভাষণটো ।আপুনাৰ লগতে আৰু দশজন আগুৱাই যাব পাৰিব
@drs7522
@drs7522 3 жыл бұрын
এনেধৰণৰ ভাষণ মোৰ সন্তানৰ বাবে বাস্তৱিকতে বিচাৰিছিলো, কিন্তু সময়োপযোগি ভাবে নাপালোঁ, এতিয়াও মুল্যবান বক্তৃতা ৰ বাবে শইকীয়া দেশলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ,এনে ধৰণৰ কথা কিছুমান ছাত্ৰ ক কবৰ বাবে তৃতীয় ব্যক্তি ৰ পৰামৰ্শ প্ৰদানে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।🙏👍
@drs7522
@drs7522 3 жыл бұрын
শইকীয়া দেৱলৈ 🙏🙏
@pompithakuria4366
@pompithakuria4366 2 жыл бұрын
@@drs7522 um
@ranjubhuyan262
@ranjubhuyan262 11 ай бұрын
আপোনাৰ বহুমূলীয়া ভাষণ আমাৰ হৃদয় চুই যায় ।
@manashsaikia8860
@manashsaikia8860 2 жыл бұрын
আটাইতকৈ প্ৰিয় মানুহজন ❤️
@gitikadevi877
@gitikadevi877 Жыл бұрын
সুন্দৰ বক্তৃতা। জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত প্ৰয়োজন ছাৰ।
@binuddeka7799
@binuddeka7799 3 жыл бұрын
মোক সাহসী কৰি তুলিলে আপোনাৰ ভাষণে 🙏🙏 ধন্যবাদ নিতুমনি দা
@nituchangmai3620
@nituchangmai3620 2 жыл бұрын
সফল হোৱাৰ মন্ত্ৰ দিয়াটো একেবাৰেই সহজ!কিন্তু বাস্তৱত ইমান সহজ নহয়।আজিকালি ভাষণ শুনাৰ দিন উকলিল।অৱশ্যে শইকীয়া দেৱক ধন্যবাদ জনালো।
@shahinurrahman5087
@shahinurrahman5087 3 жыл бұрын
আপোনাৰ দৰে সুদক্ষ মানুহৰ আমাৰ সমাজত বহুত বেছি প্ৰয়োজন আছে।🙏
@Philosophicalthinking299
@Philosophicalthinking299 3 жыл бұрын
Bhai nijeo xudoikhho hobo sua
@abdulhai626
@abdulhai626 3 жыл бұрын
Good idea sir
@Rahul-hf7vh
@Rahul-hf7vh 3 жыл бұрын
hoi
@shankarmali1615
@shankarmali1615 2 жыл бұрын
সচাই আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল ।
@jabedali9128
@jabedali9128 2 жыл бұрын
One of the favorite man in assam
@palkidas3336
@palkidas3336 3 жыл бұрын
Dada আপুনি এবাৰ বিজনীত আহিছিল ,আপোনাৰ ভাষন বিলাক এতিয়া মনত পৰে, আপোনাৰ কথা কোৱা style বহুত ভাল লাগে ,আপোনাৰ সাহস আছে ,আপোনাৰ news এ অসমক আগুৱাই নিব....
@ranjubhuyan262
@ranjubhuyan262 11 ай бұрын
সততা আৰু সাহস নাথাকিলে এনে বক্তব্য ৰাখিব নোৱাৰে । নিতুমনি শইকীয়া দেৱক লগ পাবলৈ মন যায় ।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@dibyagogoi7823
@dibyagogoi7823 3 жыл бұрын
নিতু মণি তোমাৰ বক্তব্য ই নৱপ্ৰজন্মক সৎজীৱন গঢ়িবলৈ প্ৰেৰণাদায়ক হৈ উঠক ভগৱন্তপুৰুষৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏। আমি এগৰাকী অ:প্ৰা:শিক্ষয়িত্ৰী।ফোনত তোমাৰ সৈতে এদিন কথা পাতিছিলো।মংগল কামনা কৰিলো।👍
@bonzobibek3863
@bonzobibek3863 3 жыл бұрын
Nitu da o nbr tu dibo nki Baidau
@parimitadasofficial52
@parimitadasofficial52 3 жыл бұрын
দাদা জন বহুত প্ৰিয় নম্বৰ টো কত পাম ?
@prodipdutta9794
@prodipdutta9794 3 жыл бұрын
বাইদেউ নাম্বাৰ টো দিয়ক ছোন
@southmovies3241
@southmovies3241 3 жыл бұрын
Begena dile jenei paisu
@gautambora403
@gautambora403 2 жыл бұрын
অতি সুন্দৰ মন্তব্য।নিতু দা আপোনাৰ কথাই আমাক সহাঁৰি দিব।।।
@dharam1107
@dharam1107 2 жыл бұрын
আপোনাৰ ব্যক্তিত্ব আৰু স্বভাৱ কাৰণে আপোনাক শ্ৰদ্ধা আৰু সন্মান কৰোঁ । জয় আই অসম ।
@binod8062
@binod8062 2 жыл бұрын
Thanks
@AsthaMahanta
@AsthaMahanta 2 жыл бұрын
আপোনাক বহুত বহুত ভাল লাগে ।
@glorishamuchahary6695
@glorishamuchahary6695 3 жыл бұрын
Very good advice thank you brother
@devajitmahanta
@devajitmahanta 2 жыл бұрын
Good motivational speech. APJ Kalam said "Bet brain of the Nation we may found last benches of the class room....."
@travelvlogs5093
@travelvlogs5093 2 жыл бұрын
নৈতিকতা আৰু মূল্যবোধৰ অভাৱ হৈছে আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজত।
@binoyhazarika6054
@binoyhazarika6054 3 жыл бұрын
অতি সুন্দৰ কথা কৈছে আপুনি ৷ কিন্ত আজিৰ দিনৰ কেইজন লৰাছোৱালীয়ে আদৰ্শ গ্ৰহণ কৰে ? আজিৰ দিনৰ লৰাছোৱালীয়ে বিচাৰে এটা Android মবাইল মাথোঁ ৷
@deepagogoi-dp2wi
@deepagogoi-dp2wi Жыл бұрын
আপোনাৰ মূল্যবান কথাখিনি নিশ্চয় সাৰুগত কৰি জীৱনত আৰু এখোজ আগবঢ়ি যোৱাৰ সাহস পালোঁ। এইদৰেই আপুনি আমাৰ জ্ঞানৰ উৎস হৈ থাকক । ভগৱানে আপোনাৰ মংগল কৰক তাৰেই প্ৰাথনা কৰিলোঁ।
@saitanyadeka4290
@saitanyadeka4290 2 жыл бұрын
আপোনাৰ চেনেলটো পাই মোৰ বহুত ভাল লাগিল।মোৰ প্রিয় সাংবাদিক জন।
@manoranjanpegu3905
@manoranjanpegu3905 2 жыл бұрын
100% সৰ্মথন কৰিছো দাদা।
@rinagogoi4853
@rinagogoi4853 2 жыл бұрын
নিতুমনি নিতুমনি য়েই সকলোৱেই আদৰ্শ
@irfanvolgs1180
@irfanvolgs1180 2 жыл бұрын
প্রিয় সাংবাদিক💓🙏
@pankulphukan3138
@pankulphukan3138 2 жыл бұрын
আটাইতকৈ প্ৰিয় মানুহ জন❤️❤️🙏
@manashdutta9589
@manashdutta9589 2 жыл бұрын
Nitu daa apuni mahan mnnuh ... God bless you nitu daa..
@rijumanirajbongshi403
@rijumanirajbongshi403 3 жыл бұрын
আপোনাৰ দৰে মানুহ আমাৰ সমাজত বহুত প্রয়োজন
@nextwayeducrafts5567
@nextwayeducrafts5567 2 жыл бұрын
I don't think, he is from his heart. He is good businessman. Selling.
@arupmixvlogs8681
@arupmixvlogs8681 2 жыл бұрын
Bohut val lagil bohut hikibo parilu Tq so much
@perveenkhatun9333
@perveenkhatun9333 3 жыл бұрын
Nice your speech 100% real
@heujmajuli2977
@heujmajuli2977 2 жыл бұрын
বৰ্তমান আমাৰ ৰাজ্যত নিতুদাৰ নিচিনা ব্যক্তিৰ অতি আবশ্যক।
@miragohain7464
@miragohain7464 2 жыл бұрын
ইমান ‌সুন্দৰ উপদেশ, বহুত ভাল লাগিল
@manojgogoi4222
@manojgogoi4222 3 жыл бұрын
Mur val loga priyo hangbadik jon, antor sui jai apunar kothare, hokolu manuhei jodi apunar dore holhoi, akhom khon hantit thakil heten
@KrishnaDas-nz9vo
@KrishnaDas-nz9vo 3 жыл бұрын
ধন্যবাদ । হৃদয় চুই গৈছে
@pranitasaikiabora1482
@pranitasaikiabora1482 3 жыл бұрын
অতি সুদৰভাষন আগবঢ়াইছে ।বৰ্তমান সময়ত এই উপদেশবিলাকৰ যথেফ্ট প্ৰয়োজন আছে ।
@kushalnath4652
@kushalnath4652 2 жыл бұрын
আপুনি নিউজ লাইভত থকাৰ পৰা আপোনাৰ পৰা আজিলৈকে বহু কথাই শিকি আহিছোঁ । দূধনৈ মহাবিদ্যালয়ত মাননীয় হোমেন বৰগোহাঞি দেৱৰ দৰে এজন বিদগ্ধ পণ্ডিতে আপোনাৰ দক্ষতাৰ কথা চিকাৰ কৰিছে । এজন প্ৰকৃত মানুহ হোৱাৰ পথপ্ৰদৰ্শক হিচাপে বৰ্তমান সময় আপোনাৰ আদৰ্শ অনুসৰণ কৰি আহিছোঁ ।
@bumonvlogs3222
@bumonvlogs3222 2 жыл бұрын
আপোনাৰ কথাবোৰ শুনি ভাল লাগে। আপোনাৰ সুন্দৰ কথাখিনি সকলোৱে আদৰ্শ বুলি ভাবি ললে বহু উপকৃত হব।
@jerifawahid2423
@jerifawahid2423 2 жыл бұрын
M y favorite journalist,apunar nisina manuh Amar সমাজত লাগে
@sumiasultana1757
@sumiasultana1757 3 жыл бұрын
Nitumani sir r ktha bur Mr bht bht bht besi vl lge imn dhuniya koi ktha bilak koi xunile xuni thkboi mn jai.
@deepanjaligarh4544
@deepanjaligarh4544 3 жыл бұрын
Great Speach 🔥🔥 Nitumoni sir
@khodezanazneen1768
@khodezanazneen1768 2 жыл бұрын
very very inspirational speech. Thanks Sir.
@luckyhazarika9145
@luckyhazarika9145 3 жыл бұрын
My favorite nitumoni sir ❤️
@joysrikakoti6746
@joysrikakoti6746 2 жыл бұрын
মোৰ প্ৰিয় ব্যক্তি জন যাক মই সদায় অনুসৰণ কৰো ।
@umeshurang3789
@umeshurang3789 2 жыл бұрын
Thank you so much sir... Apuni bohot anuperona dile
@thevillagelifewithastudent2693
@thevillagelifewithastudent2693 2 жыл бұрын
ছাৰ আপোনাৰ পৰা মই বহু অনুপ্ৰাণিত হৈছোঁ। যাৰ বাবে মই আজিও পঢ়িব পৰিছো।🙏🙏
@moromiboro2842
@moromiboro2842 3 жыл бұрын
Nitumoni sar আপোনাৰ মন্তৱ্য খিনি আমাক সাহস দিয়ে!! আপোনালোকৰ কিছুমান কথা শিকিৱ পৰাটু আমাৰ দায়িত্ব প্ৰত্যকৰে নিচ্ছয় ই এক শিক্ষা বুলি ভাৱো !! 🙏🙏
@Bordoichila
@Bordoichila 3 жыл бұрын
সঁচাকৈয়ে আপোনী মহান
@JSBMCreativeAngel
@JSBMCreativeAngel 2 жыл бұрын
অন্তৰ চুই গ'ল..... ধন্যবাদ জনাইছো
@abinashbora2999
@abinashbora2999 2 жыл бұрын
Bhut val lagil sir apuner spece2 huni ru olp val giyan palu 🙏🙏
@tapubratbaruah3755
@tapubratbaruah3755 3 жыл бұрын
Very good speech Nitumoni da. Ai kathakeitai noboprojonmak bohut khetrat hohai koribo
@rumy.phukan6054
@rumy.phukan6054 10 ай бұрын
Nitumoni, you are a strong powerful and active man,God bless you
@bhaskarjyotikalita8358
@bhaskarjyotikalita8358 3 жыл бұрын
Bohut val lagile dada,,, vabu hoklure nijr karone nijok buji pai jen apunar katha huni..
@himanibarman9201
@himanibarman9201 3 жыл бұрын
হয়দিয়ক
@ikbalhussain6943
@ikbalhussain6943 2 жыл бұрын
God bless you sir👍👍👍🙏🙏🙏🙏🙏
@krishnagniabhoipuria897
@krishnagniabhoipuria897 2 жыл бұрын
Great speech 🔥🔥🔥🔥❤️ nitumoni sir 🙏🙏🙏🙏
@gulmeheraahmed7771
@gulmeheraahmed7771 2 жыл бұрын
Thank you so much for your valuable lecture
@palashborah8609
@palashborah8609 2 жыл бұрын
Dhuniya lagise aponar kthabor khuni
@medhilogichouse7859
@medhilogichouse7859 2 жыл бұрын
এতিয়া আপোনাৰ পৰা জীৱনৰ মূল মন্ত্ৰ ল'ব লাগিব। ইমানেই যদি জানে। আপুনি আপোনাৰ জীৱনৰটো সফল হোৱা বুলি ভাবে নে।
@nishikeshkakati3275
@nishikeshkakati3275 2 жыл бұрын
আপোনাৰ ভাষন মোৰ বহুত প্ৰিয় 🙏🙏
@dipanjalichoudhury9467
@dipanjalichoudhury9467 2 жыл бұрын
Very inspirational speech.Thank you sir
@jurannath5467
@jurannath5467 2 жыл бұрын
মোৰ প্ৰিয় এই ব্যক্তিজন।😍😍
@dimbeswarhazarika3202
@dimbeswarhazarika3202 2 жыл бұрын
ভাল লাগিল বহুত বহুত ধন্যবাদ
@runukuli2071
@runukuli2071 3 жыл бұрын
খুব গুৰু্বপূৰ্ণ কথা। আপোনাৰ ভাষণ শুনি খুব ভাল লাগিল।
@rupaleekuch3404
@rupaleekuch3404 3 жыл бұрын
অসমৰ আৰু আসমীয়াৰ গৌৰব আপুনি নিতুমনি দা......
@brajennath3818
@brajennath3818 2 жыл бұрын
Good advice sir
@faruquemotivationalyoutube1517
@faruquemotivationalyoutube1517 2 жыл бұрын
Wow, valuable speech...... Thanks dada.....
@upasanagogoi7298
@upasanagogoi7298 2 жыл бұрын
মোৰ প্ৰিয় সাংবাদিক জন 🥰
@INDIANXxhgpp9907
@INDIANXxhgpp9907 2 жыл бұрын
💜💜💜10:30 jiwan thakilehe jiwikar mulyo ase
@nilanjanadevi2184
@nilanjanadevi2184 3 жыл бұрын
Always favourite❤
@vjrex
@vjrex 2 жыл бұрын
Yes sir you best 🙏🙏
@asmarahman3055
@asmarahman3055 2 жыл бұрын
Khsa koi apunar kotha burr xuni bht uthkhah pau ❤️❤️❤️
@Sintu_Saikia
@Sintu_Saikia 2 жыл бұрын
Thank you so much sir . beautiful motivation
@konkonakakoti8985
@konkonakakoti8985 2 жыл бұрын
mur sharddhar dada nitumoni saikia debole okhekh dhanyabad gyapon korilu.tekhetor beyaktabya tu huni jothestho val lagil . vogobane tekhetor mongol korok take kamona korilu.
@sewalihaloi5090
@sewalihaloi5090 2 жыл бұрын
মোৰ প্ৰিয় ব্যক্তিজন😊
@rupaligogoi6818
@rupaligogoi6818 3 жыл бұрын
আপোনাৰ ভাষণ বহু সুন্দৰ ।শুনি ভাল লাগিল ।
@syabankr.mohela975
@syabankr.mohela975 2 жыл бұрын
বহুত. ভাল. লাগিল🙏🙏
@minhazuddin3736
@minhazuddin3736 2 жыл бұрын
Love you sir. onek onek pronam 🙏🙏🙏♥️♥️♥️♥️♥️
@anupamgogoi6244
@anupamgogoi6244 3 жыл бұрын
Bhakha nai apunak ki dore dhoinyobad jonau🙏🙏 🙏.apunar kotha vure hridoi sui jai ❤️ apunar bohumulia kotha vur amar babe Jothesto proyojon ❤️
@bubulbaruah4926
@bubulbaruah4926 3 жыл бұрын
আপুনি ‌অসমৰ সন্মানীয় এজন।🌱🌹
@dipikamili5052
@dipikamili5052 2 жыл бұрын
Very good sir 👌🙏👌
@novel125
@novel125 3 жыл бұрын
আপোনাৰ দৰে মানুহ আমাৰ সমাজৰ গৌৰব ।।
5 Second Success Theory / Dipak Sarma
7:59
Dipak Motivator
Рет қаралды 1,5 МЛН
Женская драка в Кызылорде
00:53
AIRAN
Рет қаралды 402 М.
Best KFC Homemade For My Son #cooking #shorts
00:58
BANKII
Рет қаралды 59 МЛН
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 3,6 МЛН
WORDS ARE POWERFUL | MOTIVATIONAL SPEECH OF DIPAK SARMA
12:40
Dipak Motivator
Рет қаралды 883 М.
Mistakes Of Student's Life By Dipak Sarma
12:25
Dipak Motivator
Рет қаралды 252 М.
ВОТ как ЖЕНИХ выбирает СЕБЕ невесту 😱 #shorts
1:00
Лаборатория Разрушителя
Рет қаралды 9 МЛН
настоящий чемпион
0:59
QorabogTV
Рет қаралды 4 МЛН
And who would you choose?👇
0:20
Kitty Power
Рет қаралды 7 МЛН