‘চৰকাৰী চিকিৎসালয়ৰ একাংশ নাৰ্ছৰ মুখখন কিয় গোমোঠা হৈ থাকে?’

  Рет қаралды 26,067

DY365

DY365

Күн бұрын

Пікірлер: 204
@n.gogoi3280
@n.gogoi3280 28 күн бұрын
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ব্যৱহাৰ বহুত বেয়া । এইটো সচা কথা ।
@nilakhisonowal5032
@nilakhisonowal5032 28 күн бұрын
Right hahitu duroi kotha kuba ata hudhileu nokoi bohut bea .
@IndraBora-sn3ri
@IndraBora-sn3ri 28 күн бұрын
Right
@______________Ss23
@______________Ss23 28 күн бұрын
নাৰ্চ বিলাকৰ কি চাল। যেনিবা তাইৰ বাপেকৰ হে হস্পিতাল আৰু ডাক্তৰ পঢ়ি থকা কেইটা উফ কেলা হিহঁতি যেনিবা ডাক্তৰ চাকৰি 10 বছৰ পৰা কৰি আছে
@pranjalnath9965
@pranjalnath9965 28 күн бұрын
এইটো কিন্ত একেবাৰে সচাঁ কথা কৈছে।মাজে মাজে হঁহাৰ training দিব লগা হৈছে। লগতে ব্যৱহাৰৰ।
@anupkrdas6798
@anupkrdas6798 28 күн бұрын
নাৰ্চবোৰে হস্পিটেললৈ আহিলে তেওলোকৰ কলামুৱা মুখখন তো দেখা পাবই লগতে তেওলোকৰ ৰোগী তথা ৰোগীৰ আত্মীয়ৰ লগত যিতো ব্যৱহাৰ কৰে সেইটো নো কেনেকৈ বুজাই কম । যাৰ লগত হয় সেই জন মানুহ জানে । এওলোকক বহি বহি দৰমাহা লাগে । ইয়াৰদ্বাৰা মুখ্যমন্ত্ৰী মহোদয়ক জনাও যে অন্তত স্বাস্থ্য আৰু শিক্ষা বিভাগত নিযুক্তি দিওতে এওলোকক অকল সাধাৰন শিক্ষা খিনি চাই দিলেই নহব ইয়াৰ লগতে ইহতে নাৰ্চ হবলৈ বা শিক্ষক হবলৈ এওলোকৰ গুনগত মান দণ্ড আচেনে নাই সেইটো চাব লাগে । কাৰন এই দুটা বিভাগে মানুহৰ জিৱনৰ ভবিশ্যত আৰু মৃত্যুৰ নিৰুপন কৰে । কিচুমান এনেকুৱা ছোৱালীয়ে নাৰ্চ চাকৰী পায় যিয়ে ভালকৈ ডক্তৰে লিখা প্ৰেছক্ৰিপচন খনো পঢ়িব নোৱাৰে । কেৱল দুইনম্বৰী পথৰেই আগৰ চৰকাৰ দিনত নাৰ্চৰ চাকৰি পাইছে । আৰু শিক্ষা বিভাগতো সেই একেই । ছাত্ৰ ছাত্ৰীক শিকাবলৈ মনৰ হেপাহ বা আগ্ৰহে নেথাকেই । যোৰ যবস্তিত বিদ্যালয়লৈ আহিব লাগে কাৰনে আহে । নহলে দৰমাহা খিনি নেপাব । শৰীৰতো কিবাকৈ লৈ এই নাৰ্চ বা শিক্ষক গৰাকীয়ে নিজৰ কাৰ্যালয়লৈ আহি লৰা ছোৱালীক কি শিকাব বা ৰোগীক কেনেকৈ শুশ্ৰষা কৰিব । সেয়েহে এনে ধৰনৰ কৰ্মচাৰী বোৰক যাতে অতি সোনকালে চাকৰীৰ পৰা নিলম্বন কৰিব পাৰে তাৰ ব্যবস্থা কৰিব লাগে । আৰু যাতে আইনৰ সহায় লব নোৱাৰে তাৰ ব্যবস্থাও কৰিব লাগে । বিৰাটেই ফুটনী চৰকাৰী নাৰ্চকেই গৰাকীৰ । অতি শীঘ্ৰে ইহতৰ বাবে কঠিনতম ব্যবস্থা লব লাগে । আচলতে ইহতৰ নিযুক্তি পত্ৰতেই লিখা থাকিব লাগে যে কৰ্তব্যৰত সময়ত কিবা সাধাৰন কমপ্লেন পালেই চাকৰিৰ পৰা কোনো বিচাৰ নকৰাকৈ উলিয়াই দিব লাগে ।
@bijitsaikia2491
@bijitsaikia2491 28 күн бұрын
Right Kotha koisa
@BhairabTaid-nn4ik
@BhairabTaid-nn4ik 28 күн бұрын
বহুত ভাল লাগিছে মামাৰ মন্তব্যটো পাই। প্ৰায় ভাগ এনেকুৱা হয় আমি দেখিছোঁ
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 28 күн бұрын
কেৱল নাৰ্চ কিয়,চৰকাৰী চিকিৎসালয়ৰ সকলো কৰ্মচাৰীয়ে ৰোগীৰ লগত বেয়া ব্যৱহাৰ কৰে। হাঁহি কত পাব।ছুইপাৰৰ ওচৰতে যাব নোৱাৰি।কি লেবেল।
@rajusaikia2328
@rajusaikia2328 28 күн бұрын
Cm হিচাবে আজি ভাল কথা কৈছে । ভাল লাগিল
@DipDas-vi8ki
@DipDas-vi8ki 28 күн бұрын
dhur eitur kotha huniboloi mon nujua hol
@bhuvanchandra491
@bhuvanchandra491 28 күн бұрын
ৰোগীক বহুত বেয়া বেবহাৰ কৰে gmc nurse doctor আৰু great 4 কৰ্ম চাৰি বিলাকে ।
@MohammadAli-mt3ro
@MohammadAli-mt3ro 28 күн бұрын
100% khosa ktha koise aponi,khihot e kenekoi j sakori paise nhy,nd poisa r karone matha Mari thake
@rukminibordoloi7013
@rukminibordoloi7013 28 күн бұрын
Right
@tarjenboru8760
@tarjenboru8760 28 күн бұрын
অসমৰ চৰকাৰী Nurse বোৰ যি ফুটনি, ঠিক কৈছে মামাই।
@niroddeka8957
@niroddeka8957 28 күн бұрын
খুউব ভাল বিষয় এটা মুখ্যমন্ত্ৰী গৰাকী‌য়ে আগবঢ়াইছে,,,,এই বিষয়ে এটা টকচু হ'ব লাগে
@updatehappy6830
@updatehappy6830 28 күн бұрын
যোৰহাট মেডিকেল কলেজৰ কিছুমান নাৰ্চ সঁচাকৈ বেয়া। কৰ্মৰত অৱস্থাতে ৰোগীৰ ওচৰলৈ মাতিলে অথবা নজনা কথা এটা সুধিলে বহুত বেয়া ব্যৱহাৰ কৰে। যদি নাৰ্চৰ দৰে পৱিত্ৰ কৰ্ম এটি কৰিবৰ মন নাই তেন্তে এই পদবীত কেতিয়াও আহিব নালাগে। যিহেতু ডাক্তৰ, নাৰ্চ বা মেডিকেলত কৰ্মৰত সকলক দ্বিতীয় ভগবান বুলি সমাজে গণ্য কৰে সেয়ে এইবোৰ সুধৰণি কৰক। তেতিয়াহে সকলোৱে সন্মান কৰিব।
@nilakhisonowal5032
@nilakhisonowal5032 28 күн бұрын
Jorhat buliyei nhi amar borhollatukiba hudhileu aku namatakoi atorijai mur logot kaidinmanor agot hoise suwalijoni gaabeaasil.....
@purnimadeka5597
@purnimadeka5597 28 күн бұрын
All Assamr civilt thaka G. N. M burar prayai byabahar beya
@uttamroy4434
@uttamroy4434 28 күн бұрын
কথাটো একেবাৰে সচাঁ হয়, চৰকাৰী চিকিৎসালয় বোৰত এনে কিছুমান চিকিৎসক আৰু নাছ' আছে সিহঁতৰ ফুটনি দেখিলে বৰ বেয়া লাগি যায়,ৰোগী সকলক মানুহ হিচাপে একেবাৰে কেৰেপ নকৰে ।
@ALPHA_GAMING_832
@ALPHA_GAMING_832 28 күн бұрын
Yes right
@animaboro6854
@animaboro6854 28 күн бұрын
100% Right
@niranjandutta7648
@niranjandutta7648 28 күн бұрын
সচাঁ কথা মানুহক ভাল ব্যৱহাৰ কৰিব নাজানে একাংশ
@villiangamer1909
@villiangamer1909 28 күн бұрын
Thanks to our cm its real words
@bishmitisharma2513
@bishmitisharma2513 28 күн бұрын
100%hosa kotha
@abbasuddinahmed9507
@abbasuddinahmed9507 28 күн бұрын
Yes Sir
@ramenchamua8289
@ramenchamua8289 28 күн бұрын
right
@mrinaldeka7269
@mrinaldeka7269 28 күн бұрын
Nurse bore extra attitude dekhai..
@apurbanath9514
@apurbanath9514 28 күн бұрын
Bhal kotha sir right ১০০%
@rahil8680
@rahil8680 28 күн бұрын
GMC ৰ নাৰ্চৰ বহুত বেয়া ব্যৱহাৰ
@runjunborah7600
@runjunborah7600 28 күн бұрын
Yes sir right
@bhadrahira6578
@bhadrahira6578 28 күн бұрын
Right
@janmonichetia2479
@janmonichetia2479 28 күн бұрын
লেবাৰ ৰুমত তো সন্তান জন্ম দিবলৈ যোৱা মহিলা সকলক বিষত চিঞৰিলেও গালে মুখে চৰিয়াই, একেবাৰে কব নোৱাৰা ভাষাৰে গালি দিয়ে।
@Highlightsmusic123
@Highlightsmusic123 28 күн бұрын
😂😂
@ranjitbora734
@ranjitbora734 27 күн бұрын
এনে কৰা মই দেখা পাইছো।
@Syma800
@Syma800 28 күн бұрын
Actually,it is 100% sure because I was facing in Jorhat medical College. Thank you, Assam CM. Nila kanta chandi
@debajanibaruah3105
@debajanibaruah3105 28 күн бұрын
ৰোগীক মুখ ফুলাই দেখূৱা বা গোমোথা থকাৰ কাৰন হল লগাত কৈ দৰ্মাহা বেচি পায় চাগে। ৰোগীক সদায় মৰম কৰি কথা কব লাগে ।মুখ্যমন্ত্ৰী চাৰে এইতো ভাল কথা কৈছে ।
@manujrai1490
@manujrai1490 28 күн бұрын
100% right
@pinkupatar4298
@pinkupatar4298 28 күн бұрын
সচা কথা ।
@user-bd6gt6jw3q
@user-bd6gt6jw3q 28 күн бұрын
মূখ্যমন্ত্ৰী য়ে এইবাৰ সঁচা কথা কৈছে দেই।
@SanatanBiswas-jy1yw
@SanatanBiswas-jy1yw 28 күн бұрын
শুদ্ধ কথা । ৰোগীৰ ব্যৱহাৰ ও অন্যান্য দিশ শুদ্ধ হব লাগে ।
@sanjibsingh2058
@sanjibsingh2058 28 күн бұрын
Right point
@khaijuluddin252
@khaijuluddin252 28 күн бұрын
Thik koise kintu Tezpur medical collage hospitalor narc bilak iman lavel mare ki kom aru
@NobinSaikia-v9l
@NobinSaikia-v9l 28 күн бұрын
Hoyto kotha koise thanks
@user-fz9bi8nm9g
@user-fz9bi8nm9g 28 күн бұрын
thik kotha koise sir apuni.
@user-se5yz7zc6o
@user-se5yz7zc6o 28 күн бұрын
Right 👍
@gogoi2499
@gogoi2499 28 күн бұрын
Nurse bilake nijoke Doctor buli bhabe
@leeoassamvlogs5397
@leeoassamvlogs5397 28 күн бұрын
চৰকাৰী মেডিকেল ত সাধাৰণ মানুহৰ সন্মান নাই ।ডক্টৰ নাৰ্চে লেবেল দেখাই। পাৰেলি টো পইচা হে খুজিব
@sunamduwarah8564
@sunamduwarah8564 25 күн бұрын
মুখ্যমন্ত্রী মহোদয়ে অতি তাৎপর্যপূর্ণ কথা কৈছে প্রকৃততেই সম্পূর্ণ শুদ্ধ কথা কৈছে
@jayantasarmah7677
@jayantasarmah7677 28 күн бұрын
একে বাৰে সছা
@padmadharkalita3775
@padmadharkalita3775 28 күн бұрын
টকা খৰছ কৰি চাকৰি লৈছে ।টকাটো উঠোৱাৰ চিন্তাত থাকে ।জাগাত ধৰিছে দেই
@nirjayislary6260
@nirjayislary6260 28 күн бұрын
105% Sotyo ....Ei Ketrot CM Sir k Salute
@AliAhmed-rk8pv
@AliAhmed-rk8pv 28 күн бұрын
একদম ঠিক কথা
@dharnSaikia-xv5rg
@dharnSaikia-xv5rg 26 күн бұрын
মূখ্যমন্ত্ৰীৰ মন্তব্য অতি গুৰুত্বপূৰ্ণ কিন্তু সেই মন্তব্য উল্লেখিত ডাক্তৰ নাৰ্ছ সকলে কিমান দূৰ পালন কৰিব এইয়াহে গুৰুত্বপূৰ্ণ বিষয়।
@tapanswargiary5839
@tapanswargiary5839 28 күн бұрын
Sarkari nurse bur sob enekoi
@kaushikbaruah9771
@kaushikbaruah9771 28 күн бұрын
চৰকাৰী হস্পিটেল ৰ কিছুমান নাৰ্চ এ ডাক্তৰ ৰ লেবেল দিয়ে, আৰু ব্যাৱহাৰ অতি বেয়া। মই নিজে ভুক্ত ভোগী। সিঁহতক এই বিষয়ে extra training দিব লাগে। কিন্তু তাৰ মাজতে কিছুমান নাৰ্চ bht ভাল। কিন্তু ব্যক্তিগত চিকিৎসা ল য় ৰ নাৰ্ছ সকলৰ ব্যাৱহাৰ ভাল।
@KananPegu-kr5hy
@KananPegu-kr5hy 24 күн бұрын
এইটো স্পষ্ট কথা চাৰ 👏
@chinmoydutta7443
@chinmoydutta7443 28 күн бұрын
Doctor nurse r rating maribo pora system korai dyk. Rating high means extra bonus or increment.
@dharmendrakaman1859
@dharmendrakaman1859 28 күн бұрын
সচাকৈ ডাঃ আৰু নাৰ্চ বোৰে 100% এনে কৈ কৰে ।এওঁলোকক পাৰিলে তেনে ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ বা নীতি শিক্ষা দিয়াব লাগে।
@MofidurRohman-u5n
@MofidurRohman-u5n 28 күн бұрын
চৰকাৰী নাচʼবোৰৰ ভেম বেছি।
@joshuamusharof7397
@joshuamusharof7397 28 күн бұрын
CM sir right kotha koise
@hemalatachetia3765
@hemalatachetia3765 24 күн бұрын
মুখ্যমন্ত্ৰী মহাশয়,,,,আপোনাক কি বুলিনো ধন্যবাদ জনাম,, চৰকাৰী চিকিৎসালয়ৰ সৰহসংখ্যক ডাক্তৰ,,নাৰ্চৰ,,ব্যৱহাৰ বহুত বেয়া ,,,চৰকাৰী চিকিৎসালয়ত যাব মন নাযাই অ মহাশয়, ,,কিবা এটা সুধিলেও উত্তৰ দিব নুখুজে ,,খং হে কৰে ।।দৰমহা পাবই যে , , ,,
@user-kl6dq8vu3o
@user-kl6dq8vu3o 28 күн бұрын
100%right mama
@Syma800
@Syma800 28 күн бұрын
Thank you, Assam CM. Nila kanta
@saratchawra5032
@saratchawra5032 27 күн бұрын
ভাল কথা কৈছে মূখ্য মন্ত্ৰীয়ে
@Darkboygaming8
@Darkboygaming8 28 күн бұрын
nurse nohole hospital nosole ajoni nurse k iman boja diye hahiboloi pahori jay
@MOFIDULISLAM-lv6mx
@MOFIDULISLAM-lv6mx 28 күн бұрын
Aji ata kotha Mama r bohut val lagil.....sarkari doctor keyta bohut bodmash....
@monirambora2945
@monirambora2945 28 күн бұрын
Bhal Katha koise hihator lebel besi
@user-io7ey7vg8p
@user-io7ey7vg8p 28 күн бұрын
এইটো কিন্তু একদম সঁচা কথা কৈছে মুখ্য মন্ত্ৰী য়ে।কি বাহাদুৰি দেখাই সিহতে ডাক্তৰ হে জানো
@mrinalidas1471
@mrinalidas1471 28 күн бұрын
চৰকাৰী ৰ্নাচে এগৰাকী প্ৰসুতিৰ বিষ বেদনা উঠিলে চিঞৰিলে বহুত লেতেৰা কথা কয়।আথচ ব্যক্তিগত চিকিৎসালয়ৰ ৰ্নাচে বহুত বহুত ভাল ব্যৱহাৰ কৰে ।তাতকৈ ট্টাইবেল সকলে তাতকৈও ভাল ব্যৱহাৰ কৰে।
@ranjansarkar9219
@ranjansarkar9219 28 күн бұрын
Nurse bilak nijoke ips r uporat vabe
@limshingpumah8813
@limshingpumah8813 28 күн бұрын
100% right to cm
@kabitagoswami9492
@kabitagoswami9492 28 күн бұрын
এইটো কিন্তু সচা কথা অহংকাৰী মুডত থাকে একদম কিবা এটা সুধিবলৈকে সংকোচ লাগে যিটোহে বডি লেংগুৱেজ 😮
@limshingpumah8813
@limshingpumah8813 28 күн бұрын
Hosa kotha, gmch ot pohut kosto palu, !!
@flowerhouse504
@flowerhouse504 28 күн бұрын
Ek dom beya bebahar kintu khasa koi 4 th grade sakoriyal borar
@anwarktmvlog6646
@anwarktmvlog6646 28 күн бұрын
Right koise
@niralakalita5163
@niralakalita5163 25 күн бұрын
সচা কথা । চাকৰিটো নাপালে কাম কৰিম বুলি কয়। পোৱাৰ পিছত কোনে মাতে বাইদেউ সকলক
@binodbujarbaruah
@binodbujarbaruah 27 күн бұрын
Sir. It is true. Sometimes they do not behave properly.
@SamsuddinAhmed-tt4pg
@SamsuddinAhmed-tt4pg 28 күн бұрын
Sar 100 ba 200 toka dile bebohar bhal hoi sar
@RanjitNath-ly4oq
@RanjitNath-ly4oq 28 күн бұрын
Right mama❤❤❤
@nitultalukdar2504
@nitultalukdar2504 26 күн бұрын
Perfect kotha koise .....
@munumunu2254
@munumunu2254 28 күн бұрын
Hoi sir thaks
@PabitraDeviray
@PabitraDeviray 27 күн бұрын
CM sir loi thanks.nurse hokolor ai asol rup tu sokut porar babe
@technicalguruji3961
@technicalguruji3961 28 күн бұрын
Patient feedback register vyavastha karak cm sir .Nurse bilakar kisumane ki behaviour kare ,..
@shortmusikmasti7864
@shortmusikmasti7864 28 күн бұрын
Yes Sir you are 100 percent right. Not only that some Nurses behave very rudely. But if you go to any private especially Christian Medical Hospitals, the behaviour of Nurses (especially from Mizoram, Manipur, Nagaland, Arunachal Pradesh, Meghalaya) is so pleasing that patients as well as attendants remain fully satisfied. But of course, there are lots of exceptionally good and cheerful Nurses are also found in many Govt Hospitals in our State. So I'd request Hon'ble CM Sir to make provision for special psychological interview for Nursing Candidates and ask straight question such as "if appointed, will you always cheerfully discharge your assigned duty to the best of your abilities?". This is the Modern Version of Florance Nightingale Nursing Pledge: "Before God and those assembled here, I solemnly pledge; To adhere to the code of ethics of the nursing profession; To co-operate faithfully with the other members of the nursing team and to carry out faithfully and to the best of my ability the instructions of the physician or the nurse who may be assigned to supervise my work; I will not do anything evil or malicious and I will not knowingly give any harmful drug or assist in malpractice. I will not reveal any confidential information that may come to my knowledge in the course of my work. And I pledge myself to do all in my power to raise the standards and prestige of the practical nursing; May my life be devoted to service and to the high ideals of the nursing profession." Thanks to all. If my opinion hurts anyone's sentiment for any reasons, then I am sorry and therefore I may kindly be pardoned 🙏
@himanshumahanta1551
@himanshumahanta1551 28 күн бұрын
Yes
@utpaldas794
@utpaldas794 27 күн бұрын
বাহিৰা পইচা নাপায় যে সেই কাৰণে মুখ ফুলি থাকে ।
@user-ml2ei3fs2s
@user-ml2ei3fs2s 28 күн бұрын
এইবোৰ ইহঁতৰ অহংকা ৰ বহুত বেছি কৰে । ইমান লেভেল দিয়ে যেন ইহঁতৰ কোনো বেমাৰ ৰে নহয়
@bhaitidoley7379
@bhaitidoley7379 28 күн бұрын
৯৯'/, সচা কথা
@migangdoley1891
@migangdoley1891 28 күн бұрын
Aru amar dhemaji Civil Hospitalot
@user-gu7om7up5v
@user-gu7om7up5v 28 күн бұрын
Right
@khajaluddinislam8217
@khajaluddinislam8217 27 күн бұрын
Mama❤
@MeT-cg2hg
@MeT-cg2hg 26 күн бұрын
You go to meet D. C office, bank office, police office,Court office . There..You will get nice smile.
@Aashingfa6706
@Aashingfa6706 28 күн бұрын
Behaviour bohut bea.. kind-hearted nohoi
@user-rd8iw4rp8w
@user-rd8iw4rp8w 28 күн бұрын
Aagi apointment dise sagoi ❤❤❤❤
@pahisarma2826
@pahisarma2826 28 күн бұрын
Akdm jagat dhrise mamai
@pranabjaibajrangbalideka959
@pranabjaibajrangbalideka959 28 күн бұрын
Sarkari nurse bilak kela ane kua kore je hihote doctor 😂...... poisa gole u private hospital bilk bahut thik ase xanman ata pua jai
@sademulhoque383
@sademulhoque383 27 күн бұрын
Cm sare bohut val kotha koise
@rimlikhanikar2781
@rimlikhanikar2781 28 күн бұрын
সচা কথা
@KabitaBordoloi-r2i
@KabitaBordoloi-r2i 28 күн бұрын
Agte kio nokisili.😂😂 Vote lage
@bijitsaikia2491
@bijitsaikia2491 28 күн бұрын
Sir apuni aai kam burot Gur deok jot horu manuhr lav hoi Baki rajniti atya nokoribo bohut homoi asa
@SamsuddinAhmed-tt4pg
@SamsuddinAhmed-tt4pg 28 күн бұрын
Hosa kotha koise sar Apuni
@Akash-v4t8o
@Akash-v4t8o 28 күн бұрын
Right kotha koise CM hisape apuni first time
@ranjitbora734
@ranjitbora734 28 күн бұрын
কথাটো সচাঁ। কিবা নাম এটা দি এখন আচনি ওলিয়াব লাগে।
@rupalisharma8293
@rupalisharma8293 28 күн бұрын
Attiude besi
@labanyadas7079
@labanyadas7079 28 күн бұрын
সঁচা কে চৰকাৰী নাৰ্চে বৰ বেয়া বিবহাৰ কৰে
@jyotishankarborah4178
@jyotishankarborah4178 27 күн бұрын
Thikei koise mamai nurse bur govt medical Burt gole val treat nokore mukh fulai bohi thake.
@deepjyotiroy5929
@deepjyotiroy5929 28 күн бұрын
good job,,,hahi dekhiba val koy kotha kobo najane ,Matro ata jene ki jane ne
@12bvlogs
@12bvlogs 28 күн бұрын
👍🏻
@user-dp4sw4sn2f
@user-dp4sw4sn2f 28 күн бұрын
hoy hoy
🎙🔴RADIO JEKAFO 10 SEPTEMBRE 2024 🔴EN DIRECT
31:00
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 120 МЛН
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 1,3 МЛН
Drissa Meminta:décortique le discours du président Assimi Goita
57:58