উদ্বিগ্নতাৰে পাৰ হ'ল দুটা দিনআলোচনাৰ বাবে আগ্ৰহী বুলি ঘোষণা পৰেশ বৰুৱাৰ

  Рет қаралды 245,987

Prag News

Prag News

Күн бұрын

উদ্বিগ্নতাৰে পাৰ হ'ল দুটা দিন
আলোচনাৰ বাবে আগ্ৰহী বুলি ঘোষণা পৰেশ বৰুৱাৰ
Watch the full clip to know more about this story.
#pragnews #ulfai #pareshbaruah #guwahati #assam #bombthreats
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 289
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 25 күн бұрын
ভাৰত চৰকাৰ দুমুখীয়া | অসম স্বাধীন নহলেও পূর্ণ স্বায়ত্ব শাসন প্রদান কৰক | জনজাতি ৰাজ্য ঘোষণা কৰক | বহিৰাগতক নিয়ন্ত্রণ কৰক |
@dbhargab
@dbhargab 25 күн бұрын
কথাখিনিত একমত ,কিন্তু পদক্ষেপ লব লাগিব ৰাজ্য চৰকাৰে কিয়নো ভাৰত চৰকাৰে অসমীয়াৰ অস্তিত্ব,আবেগ-অনুভূতি,সুখ-দুখক সদায় উপলুঙা কৰি আহিছে ।
@user-fk6oz6k
@user-fk6oz6k 25 күн бұрын
100percent hosa kotha kokaideo
@mgnkl
@mgnkl 25 күн бұрын
Ekdom thik, nohole Himanta kukur Sharmae Bongal Bihari Miya Marwarir hathot jeneke Axom gotai dise tahatoku khilonjia buli kuwa arombho kori dibo
@prasannabora7644
@prasannabora7644 25 күн бұрын
Dio bulile pare....Bharat Sarkar r hodissa nai
@mgnkl
@mgnkl 25 күн бұрын
@@prasannabora7644 thik, 40 bosore Axom Sukti rupayan nokorile , Bharat ekhon dumukhia xaapor dekh
@manojbhuyan6470
@manojbhuyan6470 24 күн бұрын
অসমীয়াৰ তেজ থকা সকলো লোক আপোনাৰ লগত আছো
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 25 күн бұрын
জয় আই অসম |
@success2089
@success2089 25 күн бұрын
জয় আই অসম | ULFA জিন্দাবাদ❤
@medhirtarydenchlive1204
@medhirtarydenchlive1204 24 күн бұрын
জয় আই অসম
@user-ul8si7dc6t
@user-ul8si7dc6t 25 күн бұрын
আমি অসমীয়া ই স্বাগতম জনাইছোঁ
@apurbahaloi7990
@apurbahaloi7990 23 күн бұрын
ককাই আপোনালৈ ধন্যবাদ জনালো বোমা কেইটা বিস্ফোৰণ হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে... আপুনি ওলাই আহি অসমখন ৰক্ষা কৰক... নহলে অসমৰ অসমীয়া বুলি একো অস্তিত্বই নাথাকিব... এতিয়াৰ তথাকথিত মহান ৰাজনীতিয়ে অসমখন ধংস কৰিলে... আচলতে এই "সাৰ্বভৌম অসম" বিষয়টোৰ আধাৰত ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবলৈ অসম চৰকাৰ সদিচ্ছাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে... আচলতে বৰ্তমানৰ তথাকথিত মহান ৰাজনৈতিক নেতাবোৰে ভাবে যে অসম স্বাধীন (স্বায়ত্ত্ব শাসন) হলে তেওঁলোকৰ এতিয়াৰ এই লুভিয়া ৰাজনৈতিক জীৱন ধংস হৈ যাব... কথাটো শুনিবলৈ বেয়া হলেও এয়াই সত্য..., "জয় আই অসম"...
@user-et5tq1em6o
@user-et5tq1em6o 24 күн бұрын
অসমক যে স্বাধীনতা নিদিয়ে সেইয়া অপ্ৰিয় সত্য গতিকে অসমক স্বায়ত্ত্বশাসিত ৰাজ্য ঘোষণা কৰিব লাগে ইনাৰ লাইন পাৰ্মিট লাগে
@dhrubajyotichoudhury5538
@dhrubajyotichoudhury5538 24 күн бұрын
Yes
@bituponlahon-rp1vt
@bituponlahon-rp1vt 23 күн бұрын
অসমৰ ৯৫% মানুহ আলফাৰ পক্ষ্যত আছে। বাকী অনাঅসমীয়া ৫% মানুহ হে আলফা বিৰোধী।
@SailendohutiaBinuddohutia
@SailendohutiaBinuddohutia 24 күн бұрын
বহলাই শুনিবলৈ জদি সময় নাটনি কিয় সংযোগ ৰাখে তেওঁ লোকৰ লগত। ইমান ধুনীয়া কথা কৈছিল পৰেশ বৰুৱা ডাঙৰীয়াই ধন্যবাদ জনাইছোঁ আপোনাক জয় আই অসম।
@kuhicreationchannel1213
@kuhicreationchannel1213 24 күн бұрын
ককাইৰ কথা সুনি সঁচাই আবেগিক হলো ককাই জতে আছে ভালে থকাটো বিচাৰিছোঁ
@prakashdas483
@prakashdas483 24 күн бұрын
জয় আই অসম ❤❤❤❤
@ajitkakati8300
@ajitkakati8300 24 күн бұрын
আলফাৰ লগত এটা ভাল আলোচনা কৰিব লাগে তাতে আমাৰ ভাই ককাই হে আছে কোনো বাংলা দেশৰ মিয়া বিহাৰী নাই জয় আই অসম
@Dabangkingrells
@Dabangkingrells 24 күн бұрын
😂😂
@AnilaPanika
@AnilaPanika 25 күн бұрын
আমি স্বাধীন অসমীয়া। জয় আই অসম।
@dijengohain718
@dijengohain718 24 күн бұрын
Bihar. Bengal. Andhra. Pradeh. Ja. Kar. Tetu. Fali. Siorgoi
@rahmanmajor9086
@rahmanmajor9086 24 күн бұрын
​@@dijengohain718😂
@kanaksonowal7707
@kanaksonowal7707 24 күн бұрын
Laz lagise Assam sadhin buli kua karone .lazor kotha
@surendrasurendra6163
@surendrasurendra6163 24 күн бұрын
পৰেশ বৰুৱাই ১০০'/. সত্য কথা কৈছে। জয় আই অসম।
@nabadip1170
@nabadip1170 25 күн бұрын
JAI AII ASOM👍
@axomextra1
@axomextra1 24 күн бұрын
অসমীয়াৰ একতা নাই অ । অকল অভিজাত্যক মুৰৰ ওপৰত থয় অসমীয়াই ! সেই কাৰণে আজি এই অৱস্হা আমাৰ । ।
@user-eq9fu2qj3n
@user-eq9fu2qj3n 25 күн бұрын
বৰ ভাল কথা আলোচনা আগবাঢ়ক
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 25 күн бұрын
হলেও হেলমেত পিন্ধি বম নিষ্ক্ৰিয় কৰিব যোৱা দৃশ্য টো দেখি অভিভূত হলো 😂😂😂
@polashediting12k
@polashediting12k 24 күн бұрын
Eiyai Axom police 😂😂😂
@Bhaskar9009
@Bhaskar9009 24 күн бұрын
😂😂
@user-eb6ry4tq6y
@user-eb6ry4tq6y 25 күн бұрын
আমিও বিচাৰোঁ আলোচনা
@arabindachutia3948
@arabindachutia3948 23 күн бұрын
Speech 100% right
@as27t
@as27t 23 күн бұрын
moja i love paresh❤❤
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 25 күн бұрын
জয় আই অসম 🙏❤️
@my_tube954
@my_tube954 25 күн бұрын
JAI AII AXOM❤❤
@kamelgogoi4916
@kamelgogoi4916 25 күн бұрын
আলফা জিন্দা বাদ জয় আই অসম
@dhanjitpathak5589
@dhanjitpathak5589 24 күн бұрын
জয় আই অসম পৰেশ বৰুৱা ডাঙৰীয়ালৈ ধন্যবাদ সুন্দৰ কথা কৈছে 👍👍👍 । তেওঁ অসমৰ জনসাধাৰণৰ ক্ষতি সাধন নকৰে ।
@axomextra1
@axomextra1 24 күн бұрын
মূল নিবাসী ভাৰতীয় সকল সচাকে অতি স্বাৰ্থপৰ আৰু লুভীয়া… অসমীয়াই নিজক নিচিনিলে আৰু অলপ দিনৰ পিছত যত তত মাৰ খাৱ অসমীয়াই ! অসমীয়াক আলফাই শিকাৱ লগা হৈছে জাতীয়তাবাদ । যিটো বস্তু তেজতে থাকিৱ লাগিছিল অসমীয়াৰ । ইমানেই মুৰ্খ অসমীয়া বোৰ । । ভৰিৰ তলৰ মাটি গৈ আছে খহি খহি তথাপি একতা নাই , তথাপি বহিৰাগতৰ পৰা ব্যৱসায় বোৰ নিজৰ হাতলে অনাৰ কোনো চেষ্টা নাই ! দুঃখ লাগে ইমান শক্তিশালী জাতি এটাই এদিন ৰাষ্টাত মাৰ খাৱ লাগিৱ ।
@MOFIDULISLAM-lv6mx
@MOFIDULISLAM-lv6mx 24 күн бұрын
Asomiya manuhe business jane ne
@axomextra1
@axomextra1 24 күн бұрын
@@MOFIDULISLAM-lv6mx মই কি কৈছো নো
@ujjalkonwar2859
@ujjalkonwar2859 25 күн бұрын
জয় আই অসম ।
@PranAxom
@PranAxom 24 күн бұрын
Joi aai axom ❤
@dipankorburagohain3438
@dipankorburagohain3438 25 күн бұрын
Joi ai okhom
@assamesevahwna8465
@assamesevahwna8465 25 күн бұрын
Jai ai axom ❤❤
@nayanmaninath2203
@nayanmaninath2203 24 күн бұрын
জই আই অসম ❤❤❤ আলফা জিন্দাবাদ✊
@mintusonowal
@mintusonowal 25 күн бұрын
1. ILP korile val asil 2. **Notun act anibo lage jate bohira manuhe kina matibur asomiyar hatoloi ahe. 1950 pisot bahira manuhe kina mati agontok 50 years pisot automatically malikisatta sorkari hoi jabo lage. 3. Dukanor nambur assamese language hobo lage with pin code and address 4. To get assam govt. Job one must hav to read in assam school atleast 5 years continuously with assamese subject.
@user-hd9hc9yt1q
@user-hd9hc9yt1q 24 күн бұрын
জয় আই অসম ✊️
@BalenMedhi-x7n
@BalenMedhi-x7n 25 күн бұрын
Jai I axom
@mrinalmedhi8346
@mrinalmedhi8346 23 күн бұрын
আমিও আলফা আৰু চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি -জনগোষ্ঠীসমুহৰ সাংবিধানিক ভাবে সুৰক্ষিত কৰিব পৰা সন্মান জনক আলোচনা আমাৰ কাম্য। জয় আই অসম 🙏🙏🙏
@J.Koch2023
@J.Koch2023 24 күн бұрын
we want the central government to declare Assam as a tribal state.
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 25 күн бұрын
সমাধান উলিওৱা টো অত্যন্ত প্ৰয়োজন বৰ্তমান । যাতে খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষা হয় সেইটো সু নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন ।।
@tigerbarhai2454
@tigerbarhai2454 24 күн бұрын
AXOM katiyauu Bharat ttr pora prithok nohoi kintu axomot axomiya rrr uprot dadagiri nosolibo **JOI AI AXOM**
@user-tr9yw8oh9i
@user-tr9yw8oh9i 23 күн бұрын
আমাৰ অসম আছিল আমাৰ অসম থাকিব❤ জয় আই অসম ❤
@mitaliboruah7916
@mitaliboruah7916 24 күн бұрын
আলোচনা হব লাগে। ধন্যবাদ
@user-qj8ix1hh7p
@user-qj8ix1hh7p 24 күн бұрын
Joi ai axom
@satyajithazarika5302
@satyajithazarika5302 23 күн бұрын
পৰেশ বৰুৱাৰ কথা এটাই সাৰ্বভৌমত্ব আৰু স্বাধীন অসমৰ দাবী।তাকে চৰকাৰে মানিলে হ'ব নামানিলে নহয়।
@FdddSas
@FdddSas 25 күн бұрын
Ami jam ulfa loi
@abhishekchanda1738
@abhishekchanda1738 25 күн бұрын
Jaa bhai.. All the best 😂 joldi jaa bura hoi mori thakibo nhole poresh
@mgnkl
@mgnkl 25 күн бұрын
​@@abhishekchanda1738 chup maksudu bongal, paisili nohoi 24ta gutei Axomt, ketia tur maror phuta bhotort thake gom napabi tur baperor koni loike phuti jabo
@pareshnath9755
@pareshnath9755 24 күн бұрын
We are fast Assamese. Joi Aai Axom
@Mukund-o7y
@Mukund-o7y 24 күн бұрын
Joi aai Assam ❤❤
@PabitraBordoloi-jf7is
@PabitraBordoloi-jf7is 25 күн бұрын
Thanks u l fa
@basantodeori
@basantodeori 24 күн бұрын
জয় আই অসম
@bhupenboruah8511
@bhupenboruah8511 24 күн бұрын
Joi aai Asom
@user-lh3kq8gh4v
@user-lh3kq8gh4v 25 күн бұрын
Right paresh baruah sir
@hndekari8011
@hndekari8011 19 күн бұрын
আলফা(স্বা)ৰ ক্ষোভক কোনেও নুই কৰিব নোৱাৰে ৷ শান্তি আলোচনাৰ প্ৰতি চৰকাৰ সদিচ্ছা পুতৌজনক বুলি প্ৰমাণিত হৈ আহিছে ৷৷
@Baspal_Gaming00
@Baspal_Gaming00 24 күн бұрын
Aponalok olai ahok assamiaa sakolu AAFA HOI JAAM LIKE1991❤❤❤
@dipankarhazarika7134
@dipankarhazarika7134 24 күн бұрын
জয় আই অসম আলফা স্বাধীন জিন্দাবাদ
@ChampakRajbongshi-ge9ry
@ChampakRajbongshi-ge9ry 24 күн бұрын
Jai Aii Axom
@user-hr4xw6yb3y
@user-hr4xw6yb3y 24 күн бұрын
পৰেশ বৰা নহয় ঔ চুদুৰভাই ছোৱালী পৰেশ বৰুৱা। এইখন অসম দেশ হয়। জয় আই অসম। আমাক স্বাধীন অসম দেশ লাগে। আলফাই একমাত্ৰ সাৰথি। জয় আলফা✊✊
@arupgoswami2297
@arupgoswami2297 25 күн бұрын
জয় আই অসম ।🙏🙏🙏🙏🙏
@Sgohain15
@Sgohain15 25 күн бұрын
❤❤❤
@abhijithazarika9260
@abhijithazarika9260 24 күн бұрын
ULFA ❤❤
@sbmagasbmaga
@sbmagasbmaga 24 күн бұрын
জই জই আই অসম ❤❤
@Bhim-dt3rc
@Bhim-dt3rc 19 күн бұрын
Yes right I am ❤❤❤❤❤❤
@mintukr.sarania7531
@mintukr.sarania7531 25 күн бұрын
jay aai okhom...❤
@arundeori8142
@arundeori8142 25 күн бұрын
Jai aai axhom.... Tinsukia.. sadiya....
@jaiaiassam-_.1
@jaiaiassam-_.1 24 күн бұрын
Jai ai assam
@lakhyadharbarman6961
@lakhyadharbarman6961 24 күн бұрын
Jai ai axom
@as27t
@as27t 23 күн бұрын
joi ai axon ❤❤❤❤❤
@hemalatachetia3765
@hemalatachetia3765 24 күн бұрын
ভাৰত চৰকাৰে আলফাক নিঃশেষ কৰিব হে বিচাৰিছে ,,কিন্ত্ত আলোচনা কৰিব নিবিচাৰে কিয় ???? আলোচনা কৰি অসমৰ জনসাধাৰণৰ সুব্যৱস্থা কৰিব লাগে ।। জয় আই অসম। ।আজি আলফা স্বাধীন জীয়াই আছে বাবেই অসমৰ অসমীয়াৰ কেইটাই জীয়াই থাকিব পাৰিছে ,, তথাপিও বহিৰাগত বণিয়াই অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে ,,চৰকাৰৰ সাহসত। ।। আলফা জিন্দাবাদ ❤❤
@SailendohutiaBinuddohutia
@SailendohutiaBinuddohutia 24 күн бұрын
পৰেশ বৰুৱা ডাঙৰীয়াই কি ক'ব বিচাৰিছিল ভাল কৈ শুনি নলয় আপোনালোকে, কেৱল বিষয় তো শুনিলেই সকলো গম পোৱা নাযায় বহলাই ক'বলৈ দিব লাগে।
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 25 күн бұрын
Thanks
@SagarphukonSagarphukon-w8t
@SagarphukonSagarphukon-w8t 25 күн бұрын
ULFA (i) jindabad 🏴
@RiyansuSaikia-uu3lk
@RiyansuSaikia-uu3lk 24 күн бұрын
Jai ai axom✊✊
@surabhivlogs77
@surabhivlogs77 25 күн бұрын
Joi ai akhom sorkare maniboilagiboi
@ajsapon6537
@ajsapon6537 24 күн бұрын
❤ জয় আই অসম ❤ এতিয়াও সসন কৰি আছে কেন্দ্ৰীয় চৰকাৰে । ভূল টো অসমীয়াৰ আমাৰ আপোনাৰ সকলোৰে ।
@junjunsvlogs3365
@junjunsvlogs3365 24 күн бұрын
Poresh borua k he axomr cm bonaba loga hoisi❤
@gautamchandraroy9650
@gautamchandraroy9650 22 күн бұрын
Ulfa jindabad, joi aai axom
@user-ql5sr6qs6i
@user-ql5sr6qs6i 24 күн бұрын
ULFA jindabad joi aai axom
@manashojah4781
@manashojah4781 25 күн бұрын
বহু অসমীয়া মা কৰ কোলা যে উদং হল এইবোৰৰ হিচাব কেতিয়া হব। অসমীয়াক মাৰি অসম স্বাধীন কৰা সংজ্ঞা টো মই বুজি নাপাওঁ।
@arupgoswami2297
@arupgoswami2297 25 күн бұрын
@@manashojah4781 1991 চন মানত আলোচনা হব লাগিছিল । 
@khagenbarman2051
@khagenbarman2051 24 күн бұрын
𝑲𝒊𝒃𝒂 𝒑𝒂𝒃𝒐𝒍𝒆 𝒌𝒊𝒃𝒂 𝒉𝒆𝒓𝒖𝒘𝒂𝒃𝒐 𝒍𝒂𝒈𝒊𝒃𝒐. 𝑩𝒖𝒋𝒊𝒍𝒆 𝒏𝒆
@musicsouluniverse5780
@musicsouluniverse5780 25 күн бұрын
অসম যদি স্বাধীন হয় তেন্তে চীন আৰু পাকিস্তানৰ পৰা অসমক ৰক্ষা কৰিব পাৰিবনে পৰেশ বৰুৱাই।
@arupgoswami2297
@arupgoswami2297 25 күн бұрын
@@musicsouluniverse5780 বেলেগ options বহুত আছে not only স্বাধী••••°°×
@user-jhdk777j
@user-jhdk777j 25 күн бұрын
Xaitu kothae Tu amar axomiar mathat nuxumai... Swadhin axom Huar pis dinai Chinai lobo amak.. Axomor manuhor murot aku mal ni 😢
@subhamlala813
@subhamlala813 24 күн бұрын
​@BastabSaikia-hn2mnot only china even Bangladesh will try to push along with the support of china and Pakistan ,Indian army will not protect us at that time and china ,Pakistan and bangladesh will take full advantage of it and even Myanmar is also a very very destabilize country which would also join all these forces ,china and Pakistan would be after independent Assam
@d.s9310
@d.s9310 24 күн бұрын
Bhutan area assam k ba manuh u kom... kunubai lobo parile nki Bhutan k..
@GituBhorali
@GituBhorali 24 күн бұрын
​@@user-jhdk777j ty pagol 2r murt mal nai. Johora suda ty
@JyotiRay-tb6mu
@JyotiRay-tb6mu 24 күн бұрын
That is the style and power ⚡ to discuss with the government. . . He is the best leader of Assam forever. . . .
@DhanjitPatgiri-t4i
@DhanjitPatgiri-t4i 19 күн бұрын
Right
@user-jn6ot5cu5d
@user-jn6ot5cu5d 24 күн бұрын
Thanks,for ,parasbaru,
@jyotinvlogs629
@jyotinvlogs629 23 күн бұрын
Long live ulfa. JAI AI ASSAM.. Declare Assam as a tribal state and we want 6th schedule in Assam..
@AnsumaBasumatary-o8c
@AnsumaBasumatary-o8c 15 күн бұрын
No success no saparate
@ratankachari9359
@ratankachari9359 23 күн бұрын
Gd
@eskubali6079
@eskubali6079 19 күн бұрын
অসম ভাগি ছিগি শেষ হল ককাই আপোনি সোনকালে আহক ।
@TarunChDeka-cb4go
@TarunChDeka-cb4go 25 күн бұрын
যি সকল মুলসূতিলৈ আহিলে তেওঁ লোককো সঙস্থাপন দিয়ক চৰকাৰে, এওঁ লোক কো আনক আলোচনা লৈ,দুমুখিয়া ৰূপ নলৈ ৰাজসাহায্য দি চলিব পথ দিয়ক সকলো কে কেন্দ্ৰীয় চৰকাৰে
@Tskjustin
@Tskjustin 17 күн бұрын
Joi nai axom❤
@SADAGARMILI
@SADAGARMILI 25 күн бұрын
🙏🙏🙏🙏🙏
@cuttingmasterdhruba-e5m
@cuttingmasterdhruba-e5m 25 күн бұрын
Joy aai assom
@NirmolRay1996
@NirmolRay1996 24 күн бұрын
আলোচনাত আহি অসমৰ সকলো সমস্যা সমাধান কৰক।।।অসমীয়াৰ 100% সমস্যাবোৰ সমাধান কৰক।।।ভাৰতৰ মাজত বা ভিতৰত থাকি বৰ্তমান সম্ভৱ নহয়,আমিও বিচাৰো যে অসম এখন ৰাষ্ট্ৰ হওক,কিন্ত বৰ্তমান সম্ভৱ নহয় সেইবাবে অসমবাসীয়ে স্বাধীন অসম পোৱা অসম্ভৱ বুলিয়েই জানে।।।ভাৰতীয় সেনাৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতা নাই আলফাৰ।।গতিকে ভাৰতৰ ভিতৰত থাকি অসমৰ এখন পতাকা,অসমৰ এখন সংবিধানৰ দাবী কৰক।।।নহলে আপোনাৰ মৃত্যুৰ পিছত আলফা এনেই নোহোৱা হৈ যাব।।।তেতিয়া কি হব???অসম পুনৰ আগতকৈও অৱস্থা বেয়া হব।
@jintusaikia7279
@jintusaikia7279 25 күн бұрын
First view 😊
@shawnmichael2754
@shawnmichael2754 25 күн бұрын
Guu kha pise
@pankajyotivlog3960
@pankajyotivlog3960 22 күн бұрын
সচাঁ কথা কিন্তু।অসমখন আমাৰ। গতিকে অসমখন ৰক্ষা কৰাৰ দায়িত্ব আমাৰ।
@BhaskarjyotiSaikia-t3b
@BhaskarjyotiSaikia-t3b 24 күн бұрын
Dekhile he lekhim😊
@MadhabMandal-x7w
@MadhabMandal-x7w 25 күн бұрын
Smart meeter bondh koribo lage
@arupgoswami2297
@arupgoswami2297 25 күн бұрын
@@MadhabMandal-x7w এইবাৰ Election issue কৰিব লাগে non হিতাধিকাৰী সকলে।
@Real12976
@Real12976 25 күн бұрын
Atea mane ulfai meetar bandho koribo ne ki😂😂😂😂
@eyakubali336
@eyakubali336 19 күн бұрын
Joy. I. Akhom. Khilonjiya ZINDABAD ..
@UddiptaDas-mz8dr
@UddiptaDas-mz8dr 25 күн бұрын
Mor kobo loga asil prag newsot bohut kotha
@tiwavlogerboy1362
@tiwavlogerboy1362 20 күн бұрын
Kotha bur khuni june val dore buji pai....xosai bujibo ulfar sangramr ktha.... 🙂..jay aii axom
@Munofficel
@Munofficel 22 күн бұрын
জয় আই অসম ❤ জয় আই আলফা ❤
@NabinRabha-f4q
@NabinRabha-f4q 24 күн бұрын
অসমীয়াই মানক আনিছিল । মগোলৰ পক্ষত আছিল। বাঙলাদেশী বিদেশী পক্ষত ৰাজনীতি। অসম কি হব?
@Opu10
@Opu10 13 күн бұрын
love from Bangladesh. 💖 Bangladesh always like to support you..💖💖💖
@banjitchangmai4047
@banjitchangmai4047 24 күн бұрын
একো s দাল নিদিয়ে,, এই বিলাক কংগ্ৰেছ চৰকাৰৰ দিনত,,, স্বাধীন অসম নিবিচাৰি,, জনজাতি আৰু,, ILP বিচৰা হলে আজি অসম বহুত ভালে থাকিল হয়,, একো নহয় এতিয়া,, টকা লোভী অসমীয়া কি উন্নতি হব,, জাতি মাটি ভেটি ৰক্ষা নকৰে পইচা কাৰণে বিকি দিব,, আজি কৈ দিলোঁ সঁচা কথা,, যি কৰে কৰক 😊
@neilborphukan5545
@neilborphukan5545 24 күн бұрын
prag news r speaker jone ulfa aru paresh baruak bhut light k loise teo bhut khni kotha kobo loisile kintu speaker jone thnk u koi thoi dile vaah
@Rishirajmoran
@Rishirajmoran 23 күн бұрын
Juyakali deya dimpur video atat dakhilu j Punjab ot hokolu poster-sinbort hokolubur Punjab or vakhat goti ka hindi-English ot nelikhi amar yeatu sob axomiyat hbo laga Joi ai axom
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 4,4 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 14 МЛН
DNLA MILLITANTS TO SURRENDER AND JOIN MAINSTREAM
8:30
Prag News
Рет қаралды 2,4 МЛН