ছানছিল্ক শ্বেম্পু, সৰু ক্ৰীম...প্ৰকৃততে বিয়াখনত কি হৈছিল?

  Рет қаралды 641,256

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 1 400
@AnubhabAakhaar
@AnubhabAakhaar 2 жыл бұрын
কোনে কোনে মোৰ দৰে comment পঢ়িব আহিছা! Like এটা মাৰি যোৱা।🤧
@mridupaban3112
@mridupaban3112 2 жыл бұрын
We are same boat brother
@AnubhabAakhaar
@AnubhabAakhaar 2 жыл бұрын
@@mridupaban3112 haha
@mr.saikia4781
@mr.saikia4781 2 жыл бұрын
Moi🤚
@vandyavlogs
@vandyavlogs 2 жыл бұрын
☝️
@rajrahulsaikia7774
@rajrahulsaikia7774 2 жыл бұрын
ʜᴀʜᴀ ᴍᴏɪ u😂
@k_d1537
@k_d1537 2 жыл бұрын
পেটুৱা ভাই তোক যদি এমাহ আগৰ পৰা দাবী কৰি আছিল তোৰ ঘৰৰ লগত মিলাই নাছিল আগতে সিদ্ধান্ত লোৱা নাছিলি কিয়? কি ঘেণ্টা কৰিব সেন্দুৰ দি আহিছ? ছোৱালী এজনীৰ জীৱনৰ লগত কিয় খেলা কৰিছা বজাৰৰ পুতলা নহয় বুজিছা? তহঁতৰ দৰে এচাম ব্যক্তিৰ বাবেই বিয়া এখন উৎসৱ/মেলা হ'ব পাৰে কিন্তু দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে নিজৰ সন্তানৰ বিয়াখন মাক দেউতাকৰ বহু দিনৰ কষ্ট আৰু সপোন উন্মোচনৰ পবিত্ৰ সময় বিনিময় নোহোৱাকৈ এজনী ছোৱালীক 20/25 বছৰ ডাঙৰ কৰি, পালন কৰি আন এখন ঘৰলৈ বোৱাৰী কৰি পঠিয়াই দিয়ে ইমান সহজ কথা নহয়। তোৰ নিচিনা এচাম মুখা পিন্ধা ধনীৰ বাবে সমাজত বহু সঁচা প্ৰেমৰ সম্পৰ্ক‌ও ভাঙি গৈছে। নাৰীক সন্মান কৰিব শিকিবি।
@ultra8142
@ultra8142 2 жыл бұрын
😂😂😂😂😂🤣
@satyamevajayate1274
@satyamevajayate1274 2 жыл бұрын
এখন তাল অকলে নাবাজে।
@ankurhazarika8787
@ankurhazarika8787 2 жыл бұрын
এপাত তাল অকলে নাবাজে সি যদি সঁচাত থাকিল হয় সি তাৰ নিজৰ মেচেজ দিলিত নকৰিলে হয়
@juriprabhadeka2114
@juriprabhadeka2114 2 жыл бұрын
Sosa kotha
@kumudrabha2500
@kumudrabha2500 2 жыл бұрын
Kuldeep bhul kotha kaicha🙏
@pkparag2688
@pkparag2688 2 жыл бұрын
অসমত পুলিচ প্ৰশাসনক অৱসৰ দি সাংবাদিক সকলক দায়িত্ব দিব লাগে 😆
@dristiborah5522
@dristiborah5522 2 жыл бұрын
👍💯
@chayanikadashazarika8652
@chayanikadashazarika8652 2 жыл бұрын
Thik
@faltuboysstatus3647
@faltuboysstatus3647 2 жыл бұрын
Right
@silpiboruah7442
@silpiboruah7442 2 жыл бұрын
🤣🤣
@mehekmusic
@mehekmusic 2 жыл бұрын
কি দিন আহি
@purnagohain1853
@purnagohain1853 2 жыл бұрын
ধনী বোৰে এনেও দুখীয়া মানুহ বোৰক মানুহ বুলি গণ্য নকৰে সেই কাৰণে দুখীয়া ঘৰৰ ছোৱালী অভাৱত ডাঙৰ হৈছে বেয়া বস্তু দিলেও আপত্তি নকৰিব বুলি ভাবিছিল । নিম্ন মানৰ বস্তু দি অপমান কৰি এতিয়া ছোৱালীক দোষ দি আছে petlai 🙏 তাৰ নিজৰ যদি ইমান সন্মান আছে তেনেহলে নিজৰ সন্মান ৰ লগত মিলাই দিব লাগিছিল বস্তু বোৰ 🙏 ছোৱালী বদনাম কৰাৰ উদ্দেশ্য আছিল চাগে🙏
@prabhadas8896
@prabhadas8896 2 жыл бұрын
Ami dukhiya bilake sun dhoni ghort he biya dib khuja kio dukhiya ghor kisuman suwali ase dhoni ghor lora ba dhoni ghor pali bohut ure dhoni dukhiya kotha seybabe ami olp vabib lage ji disi disi ty o sage bohut dhoni ghort biya hob bohut dami dami kapur gohna lov asil sage
@ranjitsaikia6991
@ranjitsaikia6991 2 жыл бұрын
Kela sualir dukh nai neki epat tal kela ketiau nabaje o bupai vul soborei
@bobitaboro3606
@bobitaboro3606 2 жыл бұрын
@@ranjitsaikia6991 😡😡😡
@top-on-dus10
@top-on-dus10 2 жыл бұрын
@@prabhadas8896 Thik koise tai jodi dhukhiya hoi tair ghoror manuhe 8-9 lakh tokat mati bikri kori biya potat kiba jukti ase neki. Sunsilk shampoo nelage international brand or shampoo lagibo.
@Ghost124-v6b
@Ghost124-v6b 9 ай бұрын
Kela sunsilk shampoo nalage branded shampoo lage😂😂ambanir jiyek nki tai
@utpaldeka6306
@utpaldeka6306 2 жыл бұрын
এপাত তাল কেতিয়াও নবজে ধন।দৰাজন ধোৱা তুলশী পাট ন।টকা আছে যে।
@niharikadas6189
@niharikadas6189 2 жыл бұрын
আজি কালি কিন্তু জোৰোনৰ বস্তু কইনাই আগতেই দেখা পাই। নহলে দৰা ঘৰৰ মানুহৰ লগত একেলগে বজাৰ কৰে। পেতুৱা দাই মিচা কথা কৈছে,,,
@porishmitasaikia3479
@porishmitasaikia3479 2 жыл бұрын
Mja disa😇 petua dada...!
@anitasarma654
@anitasarma654 2 жыл бұрын
Hosake Aji kli sob koinar pasanda mote kine Dekhat toh gahari dada jnr family Tu modern jen a lgisil Tathapio eman narro minded na
@jesussong9328
@jesussong9328 2 жыл бұрын
Petela
@nayansaikia9665
@nayansaikia9665 2 жыл бұрын
Khosa kotha hoi...duyu bojar kore biar
@porishmitasaikia3479
@porishmitasaikia3479 2 жыл бұрын
@@arryankashyapkalita.2020 it's not important now okay🥱
@ritubora7588
@ritubora7588 2 жыл бұрын
কোন সচা কোন মিছা ভগৱানেহে জানে প্ৰভু ।।
@KS2__CREATION__0
@KS2__CREATION__0 2 жыл бұрын
Apunar ghor kot.. Mur lgr lora atar name ritu Bora hii neki
@ritubora7588
@ritubora7588 2 жыл бұрын
@@KS2__CREATION__0 tumar nam ki.
@ritubora7588
@ritubora7588 2 жыл бұрын
Mur ghar kampur
@chayanikasristiofficial4177
@chayanikasristiofficial4177 2 жыл бұрын
নিজৰ ব্যক্তিগত কথা নিজে সমাধান কৰি লব লাগে ৰাজহুৱা কৰিব নালাগে,,
@sangitanath2135
@sangitanath2135 2 жыл бұрын
থিক কৈছে
@বকুলফুল-গ৮ঢ
@বকুলফুল-গ৮ঢ 2 жыл бұрын
১০০%
@KA04TravelTyF
@KA04TravelTyF 2 жыл бұрын
Right👍
@mukutdas1995
@mukutdas1995 2 жыл бұрын
Nijor lgt howa hole gm pli hoi
@himashreedeka689
@himashreedeka689 2 жыл бұрын
@@mukutdas1995 thik koisa ekdm 👍
@rakeshchoudhury3768
@rakeshchoudhury3768 2 жыл бұрын
এই পেটলা কাছোটোৱো কম নহয় কিন্ত্ত... তাৰ মনত কোনো বেজাৰ নাই দুখ নাই... ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত... ই বদমাছ যেন লাগে... মাজে মাজে... একটিং হে কৰি আছে যেন লাগিছে... গাহৰিটোৱে....
@assameseentertainment9361
@assameseentertainment9361 2 жыл бұрын
Ekdom right
@Ragnar4104
@Ragnar4104 2 жыл бұрын
🤣🤣🤣🤣🤣 kasu bule
@kabindeka1307
@kabindeka1307 2 жыл бұрын
Nhy bandhu,... Apat tale ketiyaw nabaje. Xklo khettat je loray sowalir jibn xekh kre tene nhy. Nijr khettat nowale manuhe xdai agte lorake dokh japi diye
@rakeshchoudhury3768
@rakeshchoudhury3768 2 жыл бұрын
@@kabindeka1307 সেইটো বাৰু মানিলো... কিন্ত্ত সি মালৰ বটল কেইটা ফটো মাৰি দি আজি তামাম খাম বুলি কিয় দিয়ে... সি ইমান অমায়িক নিৰ্জু প্ৰকৃতিৰ...গোটেই দেহাত বাল সোপা লৈ ভালুকৰ ৰূপ দেখুৱাই... ফটো কিয় দিয়ে... ৰেড নাইটি পিন্ধিব দিয়ে হট চিলি যেন লাগিব... এইবিলাক কৰি লৈ সি ভদ্ৰ শান্ত যুধিষ্ঠিৰ হৈ পৰিছে... কথাটো মন কৰিছা নে....
@ChandanaDevi-q3j
@ChandanaDevi-q3j 3 күн бұрын
Socha kotha koise apuni..xi acting kori ase tat
@devdas8542
@devdas8542 2 жыл бұрын
পেটলাও কম নহয় তই..... নিজৰ চাগে ইচ্ছা নাছিল এ টোৰো বিয়া পতাৰ... আচল কথা বিয়া ঘৰৰ কথা মতেই হব নালাগে কেবল... লৰা ছোৱালী ৰ মাজত প্ৰথম মৰম ভালপোৱা বুজা বুজি হোৱাৰ পিছত হে বিয়া হব লাগে....যদি দুজনৰ মাজত 5%ও মৰম ভালপোৱা থাকিল হয় ইমান ডাঙৰ ঘটনা এটা হব নাপালে হয়... বিয়া ভঙা শুনিছোঁ বহুত কিন্তু এনেকুৱা ঘটনা লৈ আজিলৈ বিয়া ভঙা শুনা নাই ময়.. মোৰ বয়স 58 হল.... পঢ়াৰ কোনো মূল্য নাই তহটৰ
@dipankardeka3876
@dipankardeka3876 2 жыл бұрын
হয়
@sangitachetia6751
@sangitachetia6751 2 жыл бұрын
Right
@pinkidas2606
@pinkidas2606 2 жыл бұрын
Ekdam hosa katha .....lorajon gutei ghotona tu handle koribo parile heten but no coward tu MSG dekhowai ase .... Just ceeeeee
@techT_assam9712
@techT_assam9712 2 жыл бұрын
Koinar vashya xunak 👇 m.kzbin.info/www/bejne/kIHWe4Rqer6oisU 🙏
@techT_assam9712
@techT_assam9712 2 жыл бұрын
@@kamrup133 asolote suali ghoror family tu ahikhyit aru luvia...xeikarone shampoo shampoo kari ase
@atulgowala7384
@atulgowala7384 2 жыл бұрын
Demand jodi দিছিল আগতে kio জোৰোণ দিব গৈছিল
@rinadeka2756
@rinadeka2756 2 жыл бұрын
ল'ৰাটো ভিতৰত কিবা এটা আছে । ইমান ধনী ঘৰৰ ইঞ্জিনিয়াৰ ল'ৰা এটা হৈ ইমান দুখীয়া ঘৰৰ ছোৱালী এজনীক বিয়াৰ প্ৰস্তাব দিছিল ৰহস্য
@taiyaburrahman33
@taiyaburrahman33 2 жыл бұрын
Manuhor manobota main ......., Kon dukiya kon dhone aito asol kota nohoi
@bishalsarma5306
@bishalsarma5306 2 жыл бұрын
বাল ধনী দুখীয়া বুলি কথা নাই,, ভাল ঘৰ বেয়া ঘৰ বুলি হে কথা
@Animal55571
@Animal55571 2 жыл бұрын
Dhoni holei bhul dukhiya holeu bhul kehna Kiya chahti ho behen
@Ridip498
@Ridip498 7 ай бұрын
Myo engineer .mro vlpuwa dukhiya hoi .prem dhani dukhir ktha nhy
@bishwajithazarika1158
@bishwajithazarika1158 2 жыл бұрын
সঁচাকৈ এই বিয়াখনে বহুত কথা শিকাইথৈ গল, প্ৰতিখন বিয়াতেই এই বিশেষ বিয়াখন চৰ্চিত হৈ ৰব।
@anupamlahan8931
@anupamlahan8931 2 жыл бұрын
একেখিনি কথা শুনি আমনি লাগিছে। বিয়া হৈছে দুটা পৰিয়াল আৰু দুটা মনৰ মিলন। কিন্তু যি দেখিছো তেওঁলোকৰ একো মিলেই নাই। তেনেক্ষেত্ৰত বিয়াখন কেনেকৈ আগবঢ়াইছিলে?
@devdas8542
@devdas8542 2 жыл бұрын
লৰা জনৰ লগত কোনো ছোৱালী সুখী হব নোৱাৰিব in future...,,বাৰে বাৰে এটা কথাই কই অহংকাৰী লৰা জনে ঘৰৰ একমাত্ৰ লৰা.... তই একমাত্ৰ লৰা বাৱে তই এনেকুৱা কৰিব পাৰিলি তোৰ যদি ঘৰত দাদা বা ভাইটি এজন থাকিল হয় টয় এনেকুৱা অভদ্রামি কৰিব নোৱাৰিলি হয়...
@kamrup133
@kamrup133 2 жыл бұрын
শুন ভাই সাংঘাতিক ভূল আছে এই ছোৱালী জনীৰ ওপৰত লাজ নেলাগিল ছোৱালী হৈ তেনেকুৱা লেতেৰা মন্তব্য দিবলৈ .........সেই ছোৱালী জনীৰ এবাৰ বদনাম হল ন তাইক আৰু কোনেও বিয়া নকৰাই কিন্তু লৰা জনে পুনৰ বেলেগক বিয়া কৰাব পাৰিব যদি তাৰ টকা আছে আজিকালি টকা মেইন ভাই টকা টকা , কিন্তু ছোৱালীৰ এবাৰ বদনাম হব লাগিলে সেই টকাও একো কামত নিদিয়ে মই কী কব খুজিচো আপুনি চাগে বুজি পাইছেয়
@ddcreations1049
@ddcreations1049 2 жыл бұрын
Right
@RK-gj9zn
@RK-gj9zn 2 жыл бұрын
Moi aji bohut dinor pora sunsilkr rohoshya tu bisari habathuri khai furisilu. Dhanyabaad nk TV urohi gosor urh tu bisari diar karone.
@farhanaalamahmed3732
@farhanaalamahmed3732 19 күн бұрын
Aru moi aji 1 year r pst gom palu😂
@sadstory6014
@sadstory6014 2 жыл бұрын
ইমান কষ্ট কিয় দিছে দাদাক,,,,,,বহিবলৈ টো পীড়া এখনো দিব পৰিলে হয়।।।।।
@bablu..544
@bablu..544 2 жыл бұрын
Bohut val kaam korila vai.. nohole tumi gutai zebon kandibo loga hol hoi.... thanks Brother...i respect you...👍👍👍
@kishorhaloi5563
@kishorhaloi5563 2 жыл бұрын
নিজৰ হবা লগা মানুহ জনী কিবা কলে যেনিবা সেইটো জগৰ নেকি
@deepadas3542
@deepadas3542 2 жыл бұрын
hoy...moio kou 2 kg hun dibo lagibo buli...but mr manuhjone hahi thake...
@Ghost124-v6b
@Ghost124-v6b 9 ай бұрын
Lorajone bhalei korise bator kosu gat gohi noloi 😂😂tai jodi dorak biya nohoutei eman beya apomaan koribo parise tente biya huar pisot dorar abostha ki hol hoi😂😂dora nodit jap di moribo lagil hoi
@manikabarman2970
@manikabarman2970 2 жыл бұрын
দৰাই ম'বাইল চাই চাই কৈ আছে কোনোবাই শিকাই দি আছে এনে লৰাক পিতন দিব লাগে আন ছোৱালীৰ লগত যাতে এনেকুৱা নকৰে
@kamrup133
@kamrup133 2 жыл бұрын
Toi ki jan xi kijani beleg a saise
@kabindeka1307
@kabindeka1307 2 жыл бұрын
Dokh nathakilew dokh japi diyatkoi mne mne thakai val. Dorajne ji ji koise thanda vabe, aru with prove & genuine reson t koise. Biyar agdina nijr professionk loi ty ty buli ajni hblgiya koinai gali parile rati kon lorai biya krba.... 🙄 Jibn akl sowalire dhankha hoi neki,... Lorar man xnman nathake neki....
@kamrup133
@kamrup133 2 жыл бұрын
@@kabindeka1307 xaitu a mur mate tu vull suwali jonire hoi
@papulbhuyan3322
@papulbhuyan3322 2 жыл бұрын
লৰাই সকলো pre plan kri থৈছে so biya ভাঙিছে। ছোৱালী জনি বেয়া আছিল যদি মাকে কিয় সেন্দুৰ দিছিল।সেন্দুৰ দিয়া আগত বিয়া ভঙা নাছিল কিয়? End time যৌতুক নাপালে বাবে ছোৱালী বেয়া হৈ গল। কইনাই ব্যৱহাৰ কৰা বস্তু খিনি কইনাৰ পছন্দৰ হলে কিহৰ ক্ষতি।
@worldfoodies1259
@worldfoodies1259 2 жыл бұрын
Khyoti ase. Jdi swali ajnia bos2 bisari bya bebohar kribo pare tene khetrot lora ataiu bisaribo pre. Hator tali akhon hate mabaje mnt rakhiba
@ktboss1110
@ktboss1110 2 жыл бұрын
Lora bodmas. Bujibo baki nai
@munudevi3284
@munudevi3284 2 жыл бұрын
কোনো ছোৱালী য়ে কেতিয়াও দাবী নকৰে।দৰাজনে‌ একো নকৰাকৈয়ে তাই মেচেজ নকৰে।সি চাগে বেলেগ ছোৱালী ভাল পায়।ইমান টকা খৰচ কৰাৰ পিছত এতিয়া সেই মানুহ ঘৰৰ কি হ'ব? মানুহঘৰক ন্যায দিয়ক। এনেকুৱা ল'ৰা লৈ দিলে ছোৱালী জনীৰ জীৱন ধঙশ হব
@meIanchoIia
@meIanchoIia 2 жыл бұрын
Tumar dorar logot olop ghonisthota ase jen pau...heikrne opinion diyar upori criticize kribo parisa...
@munudevi3284
@munudevi3284 2 жыл бұрын
@@meIanchoIia pagal neki?Mur ghr Hojai t Tat ghr korbat ki ghonista ase? Uchit comment likhile Kiya laj pawa? Ne tur kiba ase? Kanfaliya char chini pawa?beleg mar baperhte comments diya dekha nai?Mur commenthe tur ga farfrai gol?2nd time aru aku commentnidiya?
@aucjripz4732
@aucjripz4732 2 жыл бұрын
Tumaku Sunsilk sempu nalage sagee nhh 😂
@munudevi3284
@munudevi3284 2 жыл бұрын
@@aucjripz4732 তুমি তোমাৰ মা ,বা,ভনীক দিয়া । মোক মোৰ ল'ৰা বোৱাৰী ‌husbande dib.কাৰ কিমান বয়স নজনাকৈ‌ যিকোনো মন্তব্য নিদিবা আগলৈকে দেই
@aucjripz4732
@aucjripz4732 2 жыл бұрын
Baideu duita pokhore vul ase,swli jniu komti neki dami dami bstu dabi kore,prai bur suwali dekhisu anekuwai 😂,aji kali kunu compromise nkre sbo ke dami dami lge,bia past baruh teor khongkhar khn khukhr hbo ne??matir manuh hbo lage ji diye sbre lgtei mili juwa,
@SanjoyDas-id5jq
@SanjoyDas-id5jq 2 жыл бұрын
আৰু অলপ বয়স হওক দে তোৰ। ইমান কম বয়সত বিয়া কৰাব নালাগে দে।
@rabungsabasumatary2933
@rabungsabasumatary2933 2 жыл бұрын
🤣🤣🤣🤣🤣pet 2 sa tar
@bishalsarma5306
@bishalsarma5306 2 жыл бұрын
Toy পাতি লওঁ তেনেকুৱা ছোৱালী 😂😂
@kishormahanta5697
@kishormahanta5697 2 жыл бұрын
Babur gakhir khua dat goja a nai biya patibo hua nai nhy
@biplabvlogs1503
@biplabvlogs1503 2 жыл бұрын
Biya patile Sunslick sempu nidiw pai 😂😂😂😂
@daizydeka9543
@daizydeka9543 2 жыл бұрын
😂
@swapnan135
@swapnan135 2 жыл бұрын
🤣🤣
@kabindeka1307
@kabindeka1307 2 жыл бұрын
Alp dami brand ki ase moko jnab son.... Chempor battle to sai saye ga dhob parim... 🤓🤓🤓
@biplabvlogs1503
@biplabvlogs1503 2 жыл бұрын
@@kabindeka1307 dove diba
@kabindeka1307
@kabindeka1307 2 жыл бұрын
@@biplabvlogs1503 😂😂😂🙂
@taralikalita7660
@taralikalita7660 2 жыл бұрын
Vl a hoise baa tmi anekowa ajon Lara r lgt biya nhola.. Tmi je biya r agt a gm Pala vl a hoise
@sukleswardas3869
@sukleswardas3869 2 жыл бұрын
Vai এইখন বিয়া জীৱনত মনত ৰব কিন্তু
@chandandutta3186
@chandandutta3186 2 жыл бұрын
Pura manat rab
@TrendingTigerBerserk
@TrendingTigerBerserk 2 жыл бұрын
বিয়া লোকৰ পাগল আমি হম
@sangitanath2135
@sangitanath2135 2 жыл бұрын
সঁচা কৈ
@manishabarman1620
@manishabarman1620 2 жыл бұрын
Shampoo tu dekhily a monot porbo🤣🤣🤣
@rajivrajput3130
@rajivrajput3130 2 жыл бұрын
Val basi goiso bhai... Enekuwa suwalik biya potat koy nopotai val. Basi goise apuni. Agoloy val suwali pabo.👍
@bikashdeka8714
@bikashdeka8714 2 жыл бұрын
এতিয়া ডাঙৰ কথাটো হল এওঁৰ বিয়া আৰু 5 বছৰ pisowale.. কাৰণ এতিয়া ছোৱালী পোৱাটো টান হব এওঁৰ।😎😎🙏 নয়ন নীলিম দাৰ 16 ডিচেম্বৰ যেন লগা হৈছে।
@Prernaira_
@Prernaira_ 2 жыл бұрын
Aikhon biyar karone aji sir tv t ulabole chance ple beh kimn lucky beh sir apuni 😭😭,, moiu anke jodi tvt ulai porilu hoi,news live wahh
@gyangk8038
@gyangk8038 2 жыл бұрын
কইনা জনৰ কপাল ভাল হল বিয়া পতাৰ কেইমামান পিছত ৰক্তচাপত মৰি থাকিলে হয়। 🤔🤔🤔🤔🤔🤔😂😂😂😂
@sauravp723
@sauravp723 2 жыл бұрын
Media baideu bohut val lagise Ei news to continue rakhibo
@nitulpathak2868
@nitulpathak2868 2 жыл бұрын
Jaldi jaldi note kori Lou, UPSC/APSC interviewt khudhibo pare ! Thank you news channel.
@purnimabasumatary713
@purnimabasumatary713 2 жыл бұрын
😄😄😄
@Ramayanbarman5255
@Ramayanbarman5255 2 жыл бұрын
😀😀😀😀
@Ramayanbarman5255
@Ramayanbarman5255 2 жыл бұрын
Questions. Joronot ki shempoo disil? 😀
@world-dn3mv
@world-dn3mv 2 жыл бұрын
🤣🤣
@ranjansarkar9219
@ranjansarkar9219 2 жыл бұрын
Stenographer loi. Ahok
@xyza100
@xyza100 2 жыл бұрын
Baideo bahut bhal lagise... Society t beleg issue bisari npale baideo. Bor lajr kotha
@youtubeuser8607
@youtubeuser8607 2 жыл бұрын
যদি জানিছিলেই , বিয়া কৰাবলৈ কিয় আগবাঢ়িছিল ?
@joyshreedas5371
@joyshreedas5371 2 жыл бұрын
Duyotare dokh ase...
@rsrajsarma1341
@rsrajsarma1341 2 жыл бұрын
gadha.... taik bujo bli koise na nai... ru juron r rati xeneke koa r pist kunu atmoxonman thaka apai bia patpa najai
@joyshreedas5371
@joyshreedas5371 2 жыл бұрын
Ami lgi ako hba nhy bhaiii....😂😂😂
@techT_assam9712
@techT_assam9712 2 жыл бұрын
Koinar bhashyo xuni lua m.kzbin.info/www/bejne/kIHWe4Rqer6oisU
@newtub9568
@newtub9568 2 жыл бұрын
কিহৰ জোৰোণ জোৱাৰ পিছত সিদ্ধান্ত লৈছিলি, আগতে কাৰ মুৰা কৰি আছিল, যোনে কথা সাৰ সঁচা পাইছে এটা like কৰি যাব
@ViralOfficial-jh6bm
@ViralOfficial-jh6bm 2 жыл бұрын
বিচাৰ কৰিবলৈ পুলিচৰ নে সাংবাদিকৰ চাকৰি কৰিম 🤣🤣
@monikadutta4949
@monikadutta4949 2 жыл бұрын
🙂
@manjyotihaloi2467
@manjyotihaloi2467 2 жыл бұрын
That is also important matter
@ultra8142
@ultra8142 2 жыл бұрын
Court e Decide kore Police e Nohoi
@dollydeka458
@dollydeka458 2 жыл бұрын
🤑🤑
@sangitanath2135
@sangitanath2135 2 жыл бұрын
সাংবাদিক হোৱা
@Momomative123
@Momomative123 2 жыл бұрын
মিছা কথা পেতুৱা ভাই নিজকে বৰ ধনী দেখাইছে ।
@ratannath3071
@ratannath3071 2 жыл бұрын
ছিঃ লাজৰ কথা বিয়া খন যেন পুতলাৰ খেল কৰি পেলালে .... আগতেই ইমান বোৰ হোৱাৰ পিছতো জোৰোণ দিব নালাগিছিল ছোৱালীজনী জীবনতো বৰবাদ কৰিম বুলিয়ে এনে কৰিলে চাগৈ ... সি তু আকৌ এজনী আনিব পাৰিব কিন্তু ছোৱালী জনীয়ে গোতেই জীবন এই বদমান তু গাত লৈ থাকিব লাগিব ..... নাৰী সন্মান কৰিব নজনা এই লোক বোৰ সমাজৰ আবৰ্জনা.....
@yutfufty
@yutfufty 2 жыл бұрын
Munda singi jbo set
@shyamoleephukan2798
@shyamoleephukan2798 Ай бұрын
Dada eta kotha kouk sun .. suwalo joni kio akou bea hobo nuwaribo .. tai ki opobitra hoi gol neki .. suwali buru manuh hoi .. suwaliyeu mota buror dore ji mon jai kribo pare
@V....170
@V....170 2 жыл бұрын
মই এনেকুৱা এখন ঘৰত বিয়া হব বিচাৰোঁ যত মোক বোৱাৰী নহয় জীয়েক হিচাপে লৈ যায়। আৰু মইও মোৰ শাহু নহয় মা হে বিচাৰোঁ।🥺 পাম জানো তেনেকুৱা ?
@geetmusicniyornilabh3909
@geetmusicniyornilabh3909 2 жыл бұрын
Paba sure
@jyotihazarika9033
@jyotihazarika9033 2 жыл бұрын
Asu moi
@musicallibrary4149
@musicallibrary4149 2 жыл бұрын
ছোৱালী তাত থকা মেচেজ বোৰ দেখাই দিব লাগে,
@12pm-5pm
@12pm-5pm 8 ай бұрын
Ekhon Biyar Khobor tu News t diba lage ne, Enekoi Ami Sonor Axom Gorhim!!
@dipaliray5259
@dipaliray5259 2 жыл бұрын
দৰাই ছোৱালী পাই যাব কিন্তু ছোৱালী জনীৰ কি হব। জোৰন দিয়া ছোৱালী ক কোনে বিয়া কৰাব। এমাহৰ পৰা কি কৰি আছিল দৰাই। জোৰন দিয়া মানে তেওঁৰ কন্যা হৈ গল। কোন সচাঁ কোন মিছা না জানে। কাৰো জীবনক লৈ হেতালীখেলিব নালাগে। বুজাবুজিৰ মাজেৰে আকৌ নতুন কৈ চিন্তা কৰক। মানুহ মাএে ভূল হয়
@sumitlalmohan2113
@sumitlalmohan2113 2 жыл бұрын
Zurun traping.......lol😂😂😂😂
@rajarishibhattacharyya80
@rajarishibhattacharyya80 2 жыл бұрын
Nktv is the best channel, congratulations. You are highlighting the most sensational news of the year, all the audiences are interested in this type of news only. TRP is very important, is not it. Do this channel still recognize themselves as forth pillar of democracy.
@angshuxunuwal3736
@angshuxunuwal3736 2 жыл бұрын
🤣Aituwe comment moi bisari asilu. Mur dore kunubai tu vabise atleaat.
@thedeepmusic6520
@thedeepmusic6520 2 жыл бұрын
How could it be most sensational news of the year? These is nonsense. Purely
@tinamonisaikia1765
@tinamonisaikia1765 2 жыл бұрын
Takei
@biologypathshala6851
@biologypathshala6851 2 жыл бұрын
Exactly 👍
@jaharr4206
@jaharr4206 2 жыл бұрын
Patient and true love nohole biya patibo nalage.
@atulgowala7384
@atulgowala7384 2 жыл бұрын
দুখীয়া বুলি এনে কৰিছে লৰা ঘৰে
@sirhomdelhisolegassamsedek3549
@sirhomdelhisolegassamsedek3549 2 жыл бұрын
Right
@supriyaborah4234
@supriyaborah4234 2 жыл бұрын
ছোৱালী জীৱনটো এনেধৰনৰ ল'ৰা বাবে ধংখ হয়।এই ল'ৰা তোক জেল দিব লাগে। নহ'লে আগলৈ এনেকুৱা ঘটনা আকৈ হ'ব।কি মেচেজ মেচেজ কৰি আছে।
@rishigogoi1030
@rishigogoi1030 2 жыл бұрын
Aitu 1 no seni hoi
@supriyaborah4234
@supriyaborah4234 2 жыл бұрын
@@rishigogoi1030 হয়
@Ghost124-v6b
@Ghost124-v6b 9 ай бұрын
Tohotor dore suwali buror logot enekuai hbo lage 😂😂bhal lora, dukhia loraburok dhoka di xihotor জীবন dhonxo kori tohotok engineer lage😂😂doctor lage😂😂ambani type dora lage 😂😂xaikarone di dise bamboo tu😂
@smarttrick7008
@smarttrick7008 2 жыл бұрын
বাইদেউ এনেবোৰ news আপুনি কৰিলে শোভা নাপাই
@gakuldeka4608
@gakuldeka4608 2 жыл бұрын
Hoi de....
@PragyamSharma
@PragyamSharma 9 ай бұрын
Bhaluk daa
@dwipenkumarsaikia.2645
@dwipenkumarsaikia.2645 2 жыл бұрын
এই বিলাক বাতৰি, খবৰ সংবাদ মাধ্যমত প্ৰকাশ বা প্রচাৰ কৰাটো ভাল কথা নহয় আৰু এনেধৰণৰ কথাবোৰে সমাজত বহুত ক্ষতি কৰিব পৰা |দুয়ো পক্ষই বুজা বুজিৰে সমস্যা সমাধান কৰিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে |
@laxmandoley7072
@laxmandoley7072 2 жыл бұрын
Ohomor news channel bilakor kamei nai
@pritamsarma1672
@pritamsarma1672 2 жыл бұрын
Ai channel boror ako kam nai....Akebare faltu..... Kebol T R P Lage...
@sunitaborgohain8349
@sunitaborgohain8349 2 жыл бұрын
Exactly
@zitul2020
@zitul2020 2 жыл бұрын
Akhon movie lage ai kahinitot🤩🤩
@bhaskarborah7873
@bhaskarborah7873 2 жыл бұрын
লৰাজনৰ কথাত যুক্তি আছে।ছোৱালী জনীক কিবা বেয়াকৈ কৈছে যদি দেখুৱাই দিয়া।লৰাজনে যি কৈছে স্পষ্ট কথা কৈছে👌
@malamishra9893
@malamishra9893 2 жыл бұрын
কোন সঁচা কোন মিছা আইনৰ দাৰস্থ হলেহে গম পোৱা যাব
@darpandeka5141
@darpandeka5141 2 жыл бұрын
জোৰণৰ দিনা বিয়া নপতাৰ তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ আৰত নিশ্চয় দৰাৰ ভিতৰি কিবা কাৰণ । ল'ৰাৰ ওপৰত ভালদৰে তদন্ত চলাব লাগে ।
@chandandutta3186
@chandandutta3186 2 жыл бұрын
Lorai Karan hisape dekhon suwalir SMS bor dekhai disei
@sumitlalmohan2113
@sumitlalmohan2113 2 жыл бұрын
Tadantat aitu pua gol j this is zurun Traping case....lol....😂😂😂😂😂😂
@GamingWorld-lt8oy
@GamingWorld-lt8oy 2 жыл бұрын
Studio ত দৰা কইনা দুইজনকে আগত ৰাখি মতামত লব লাগিছিল । কোন সচা কোন মিছা ।
@sikhabaishyabaishya9601
@sikhabaishyabaishya9601 2 жыл бұрын
সাংবাদিক কেইটাই যে উলটা পুলটা কই আছে ছোৱালী মেচেজ খেনি কিয় নেদেখাই ।সেইখেনি লই আৰু নিউজ কৰিব কাম নাই আৰু।।।
@apurbanath938
@apurbanath938 2 жыл бұрын
Petuwa da tor kotha bor alop alop shosa jen lagise .
@atulgowala7384
@atulgowala7384 2 жыл бұрын
লৰা জনো এক নম্বৰ ফালটো
@kartikroy8619
@kartikroy8619 2 жыл бұрын
কোন সঁচা কোন মিছা নাজানো বাৰু... তথাপিও কব বিচাৰোঁ যদি আগৰ তেনেকৈ কিবা ছোৱালী জনী কৈ আছিলে জোৰোণ দিবৰ আগতে ছোৱালী জনী ঘৰৰ লগত আলোচনাৰ মাজেৰে সম্পৰ্ক শেষ কৰিব লাগিছিল... এইকাৰণে কৈছোঁ বিয়াত কিবা বস্তু দাবী কৰাটো লৰা ছোৱালী দুটা ফালৰ পৰাই crime buli vabo
@atulgowala7384
@atulgowala7384 2 жыл бұрын
One side news নকৰিব
@adityatravel7019
@adityatravel7019 2 жыл бұрын
Dora bom salu
@chapari5372
@chapari5372 2 жыл бұрын
Duside korise neki
@samujjalvlog4808
@samujjalvlog4808 2 жыл бұрын
Good
@srroy1790
@srroy1790 2 жыл бұрын
Dora sokole besi luviya ...koina sokol tike ase 💪🏼🙏🏽
@riturajunofficial
@riturajunofficial 2 жыл бұрын
নাৰীক (এচাম) ইমান সহজ বুলি নাভাবিব Well done bro.....
@putulgayan648
@putulgayan648 2 жыл бұрын
✌️✌️✌️
@dhrubajyotiboruah9544
@dhrubajyotiboruah9544 2 жыл бұрын
Intersting discussions
@reemagogoi7865
@reemagogoi7865 2 жыл бұрын
ক‌ইনাকো একেলগে মাতি NEW কৰক..
@bikashgogoi9910
@bikashgogoi9910 2 жыл бұрын
আজিকালি Instagram আছে বা । ছেম্পু, ক্ৰীমক লৈ কাজিয়া নকৰিবা । আৰু এই পেটুৱা টো লে ক'ত ছোৱালী আহিব বাৰু । পেটুৱা প্ৰথমে পেট ভাঙ তাৰ পাছত বিয়া পাতিবলৈ ছোৱালী চাবি
@nayanmanideka5758
@nayanmanideka5758 2 жыл бұрын
ছোৱালীজনীৰ কথা কনো নিউজ ত দিয়া নাই j। বেছি লৰা জনেই। তাইৰও কথা শুনিব মন আশিলে।
@Myselfwednesday
@Myselfwednesday 2 жыл бұрын
Phone kri khuni lo.🙂
@putulgayan648
@putulgayan648 2 жыл бұрын
@@Myselfwednesday phone notu di
@Myselfwednesday
@Myselfwednesday 2 жыл бұрын
@@putulgayan648 moi kya dim petlar pora loi lo.
@rupusentertainment8050
@rupusentertainment8050 2 жыл бұрын
He ওপৰৰ মাল ako heikrne ani studio pualehi😆😆😆😆
@jyotishbaro933
@jyotishbaro933 2 жыл бұрын
Nktvu kini loise sage?
@bhaswatientertainment1077
@bhaswatientertainment1077 2 жыл бұрын
Important for Apsc examination ❤️💕 note down kri loa !!
@Ridewith-z16O
@Ridewith-z16O 2 жыл бұрын
Tumr Mur news v ahibo ru🥺
@bijayteron2015
@bijayteron2015 2 жыл бұрын
😂😂😂 current affairs
@nbntv1007
@nbntv1007 2 жыл бұрын
🤭
@amlanjyotichoudhury1755
@amlanjyotichoudhury1755 2 жыл бұрын
point to be noted 😃
@techT_assam9712
@techT_assam9712 2 жыл бұрын
current affair Weekly december 🤣
@dipenrabha117
@dipenrabha117 2 жыл бұрын
আগতে বিয়াখন ভাঙিব লাগে কিও বিয়া দিনাখন সে ভাঙিব লাগে । বিয়া দিনাখন ভঙা মানে ক‌ইনা ঘৰৰ কিমান টকা আছে পৰিক্ষা চোৱা সে কথা।
@worldfoodies1259
@worldfoodies1259 2 жыл бұрын
Nijor lgt holehe buja jai.
@Rimagogoi20
@Rimagogoi20 2 жыл бұрын
মই এটকথায়ে কম,এইজনায়ে ছোৱালী জনীক বেয়া বেয়া শব্দ ব্যবহাৰ কৰি কিবা বিচাৰি আছিল,যিহেতু ছোৱালী জনীয়ে অমান্তি হল এখেতে বিয়া কেঞ্চেল কৰি দিলে
@lilimech4021
@lilimech4021 2 жыл бұрын
All the best disiton,,
@atulgowala7384
@atulgowala7384 2 жыл бұрын
ছোৱালী জনিক লৈ নিউজ কৰক
@bharatdas3469
@bharatdas3469 2 жыл бұрын
Amazing story
@nabajyotidasdas8451
@nabajyotidasdas8451 2 жыл бұрын
Petla bhii 🤘
@pegu6282
@pegu6282 2 жыл бұрын
Aapuni aagotei hiddhanta lbo lgisile ne opoman korim buli roi asile .......apuniu jodi vl mantalityr hua hole emn aag nabarhi agotei dicission lole hoi apunar vontik teneke korile kimn dukh lgile hy ..........thik hbo buli enekua hmyloi roi thaki karubr familyk opoman kori vl lgil apunalukr ..........suali ghrr manuhe apunalukok saboloi bisari goisile jnu apunalukehe suali bisari goisile
@taralisaikia8281
@taralisaikia8281 2 жыл бұрын
সঁচা ভাল পোৱা নহৈ অ এইবোৰ। । জন্ম, মৃত্যু , বিবাহ কোনেও নাজানে।।। হলেও যদি পছন্দ নাছিল তেন্তে ইমান দুৰ আগ bahebo নালাগিছিল।।।বিয়া টো মাক bapakor মতে নহৈ, লৰা ছোৱালীৰ u সন্মতি লব লাগে।। মিছা তে ইমান দুৰ kio আগ bahibo লাগে।। এজনী ছোৱালীৰ গোটেই জীৱন টো আছে।।। ভগৱানে যি কৰে ভালৰ কাৰনে কৰে।।। দৰা সম্পত্তি লুভিয়া বনেকি? সঁচা ভাল পোৱাই সম্পত্তি নিবিচাৰে প্ৰিয় জনক সদায় কাষত বিচাৰে।।
@priyankasaikia5302
@priyankasaikia5302 2 жыл бұрын
দৰা ডাঙৰীয়া চেনেলবোৰ কিনি লৈ,,,যধে মধে ঘুৰি আছা যে,,,,,,বৰবাদ কৰিলি ছোৱালী জনী,,,,,কণা আছিলি নেকি,,,,,,???? মদাহী যেনেই লাগে তেওঁক 😀😀😀😀😀
@munubora8514
@munubora8514 2 жыл бұрын
Thik a koisaaa xe bodmas nisina a lgisee
@munudevi3284
@munudevi3284 2 жыл бұрын
Uchit koise
@priyankasaikia5302
@priyankasaikia5302 2 жыл бұрын
@@munudevi3284 👍
@priyankasaikia5302
@priyankasaikia5302 2 жыл бұрын
@@munubora8514 👍
@taralimahanta2456
@taralimahanta2456 2 жыл бұрын
Mai kintu Sunsilk shampoo a use kru xorur pora.. aru mok kunubai Biya patile o Sunsilk shampoo (black) dile hbo .. my fvrt...☺️
@chandandutta3186
@chandandutta3186 2 жыл бұрын
Hoi neki? Kat Ghar Tumar Moi manuh Pathai dim biyar babe
@yellowtube1539
@yellowtube1539 2 жыл бұрын
Great....jani huni jola juit hat nidiya tu bhal kotha...aagote jiyei msg nethakok suwalir msgkhiniyei hosakei biya bhangibole jothestho..
@tijumonibarman2416
@tijumonibarman2416 2 жыл бұрын
Asil kothato Sunsilk r he asil nki 🤣🤣😂
@anowarhussainkhondokar1124
@anowarhussainkhondokar1124 2 жыл бұрын
এটা মুখত শুনিলে ভালেই শুনা যায়
@digantasaikia7472
@digantasaikia7472 2 жыл бұрын
Engineer Sahab, apuni bya pota bad diok, Dang Borola life moja beleg,
@nitugogoi8133
@nitugogoi8133 2 жыл бұрын
Dora famous hoigol all assamor manuhy Dora dekhapale...😆😆😆😆😆petela Dora gahoritu guty lgse
@rupjyotisaikia1789
@rupjyotisaikia1789 2 жыл бұрын
😂😂🤣🤣😂😂
@manjitdas5733
@manjitdas5733 2 жыл бұрын
Petla Dora🤣🤣
@BD-sh5jz
@BD-sh5jz 2 жыл бұрын
Ha ha ha...
@nitugogoi8133
@nitugogoi8133 2 жыл бұрын
@@manjitdas5733 😆😆
@nangdimpee5559
@nangdimpee5559 2 жыл бұрын
Emn jodi beya e asile.Tai jodi demanding buli janisilei tetia nu juron dibole goisile.Biya loike aag bahibole dibo nalagisile.Jotuk luvh kora manuhor excuses bht thake jetia dhora pore.
@axomrkothare4875
@axomrkothare4875 2 жыл бұрын
hoiu kotha tu Sunsilk okol Gari dhuat use hoi
@joyshreedas5371
@joyshreedas5371 2 жыл бұрын
Hy de 😂
@hiyakakati2432
@hiyakakati2432 2 жыл бұрын
😂😂😂
@priyankaborah3730
@priyankaborah3730 2 жыл бұрын
Ha ha ha hosa dei 😂😂😂
@nandanboruah3653
@nandanboruah3653 2 жыл бұрын
😂
@dhrubakaibarta5842
@dhrubakaibarta5842 2 жыл бұрын
মহাশয় আপুনি অলপ পলম কৈ সিদ্ধান্ত ললে।
@rajiplx6428
@rajiplx6428 2 жыл бұрын
আপুনি যি ভাবি আছে, 🙂 লজিক্যালি কথাটো কিন্তু তেনেকুৱা নহয় দেই। কথাটো যেনেকুৱা কথাটো আকৌ তেনেকুৱাও নহয়... 😑 যদি মই কওঁ বুজি নাপাবো, নক'লেও আপুনি বুজি নাপাব। সেয়েহে কোৱা নাই, কোৱাৰ ইচ্ছা আছিল বাট ক'লে বুজি নাপাব, পিচে নকলেও বুজি নাপাব। সেয়েহে কৈছো কথাটো একচুৱেলি তেনে নহয়। আপুনি বুজি পাব, কিন্তু বুজি নাপায়। এনেদৰে কলেও বুজি নাপাব। গতিকে যি কি নহওক মই যেনেদৰেই নুবুজাও কিয় মূল কথাটো হ'ল আপুনি বুজি নাপাব। সেয়েহে বুজায় নিদিলো। ধন্যবাদ 🙏🏻
@DIPANKARDAS-pt5co
@DIPANKARDAS-pt5co 2 жыл бұрын
Khub bhal korise dorai.... enekuwa suwalik biya korai moratkoi borola hoi thokai bhal...
@manalishadas2421
@manalishadas2421 2 жыл бұрын
Moi sunsilk pink shampoo use koro kn2☺
@digantasingh4853
@digantasingh4853 2 жыл бұрын
Moi biya kram diya tmk
@swdwmsribasumatary154
@swdwmsribasumatary154 2 жыл бұрын
Fav😍
@purabidas8213
@purabidas8213 2 жыл бұрын
Vlei hl emn hokot ase besi bemar jen lgil
@dipumonibora682
@dipumonibora682 2 жыл бұрын
Sunsilk shampoo shares are down after this... So sad.. 😂😂
@umeshdoley32
@umeshdoley32 2 жыл бұрын
😂😄😂
@munusen3872
@munusen3872 2 жыл бұрын
🤣🤣🤣🤣🤣
@alisianbasumatary4920
@alisianbasumatary4920 2 жыл бұрын
Sage 1 Toka packet ot dami tu dile dangor bottle ot dibo lagisil 😁😁
@present1064
@present1064 2 жыл бұрын
Eai Kahinitu Loi Aru Kiman Din Bhukibi
@bikkrampegu2763
@bikkrampegu2763 2 жыл бұрын
দৰাৰ পেট ২ দেখুন ৯ মহীয়া চলি আছে যেন পাও
@sunushanbrahma5242
@sunushanbrahma5242 2 жыл бұрын
@jayantakrdas647
@jayantakrdas647 2 жыл бұрын
এইজনৰ লগত যে ছোৱালী আহিব বিচাৰিছিল সেয়া ভাগ্য আছিল বুঢ়ী এজনী পাব ৷ নিজৰ ভনীয়েকৰ লগত ও এনেকুৱা হওক এই কলংক জনৰ লগত তেতিয়া হে মজা লাগিব ৷
@rosiloutha2351
@rosiloutha2351 2 жыл бұрын
Good job laddu bhai
@bishnubaruah9983
@bishnubaruah9983 2 жыл бұрын
সঁচাকৈ যদি ছোৱালীজনীয়ে বিয়া আগদিনাখনৰ লৈকে লৰাজনক বেয়া ব্যৱহাৰ কৰিছিল, তেন্তে তেনে ছোৱালীক কোনো লৰাই বিয়া নকৰায়।
@anantamoranvloge7255
@anantamoranvloge7255 2 жыл бұрын
অন্ততঃ দৰাজনক বহিবলৈ দিয়া সাংঘাটিক বাইদেউ থিয় হৈ ভাগৰ লাগিব,শ্বেম্পুৰ কথা পাছত পাতিব 🤣🤣🤣🤣
@arupdutta9812
@arupdutta9812 2 жыл бұрын
মুঠতে এই সম্বন্ধ হ'লে ভবিষ্যত বিপদ আছে গতিকে বেলেগ বেলেগ হোৱাই ভাল
@priyankasarmah9679
@priyankasarmah9679 2 жыл бұрын
Moi Sunsilk shampoo use koru..vaal lage mur
@musicallibrary4149
@musicallibrary4149 2 жыл бұрын
যৌতুকৰ বাবে হ'লে ধনী ঘৰত ছোৱালী বিচাৰি গ'ল হৈ , 🤔
@chandanbora720
@chandanbora720 2 жыл бұрын
You're right 👍
@asomiyasuwali6290
@asomiyasuwali6290 2 жыл бұрын
Right
@gargee8241
@gargee8241 2 жыл бұрын
Dhoni Suali pua nasile sage petla krne.. emn dur t kio suali bisari goisile. Usr mnuh e janeibo sage manuh ghr knekua..🙂
@sanjibdas15040
@sanjibdas15040 2 жыл бұрын
চাস্নলিকে Shanslik কেবল চুলি চফা নকৰে সম্পর্কও চাফা কৰে🙏🙏
@munudevi817
@munudevi817 2 жыл бұрын
Agote cancel koribo lagisile suwali r bodnam..... Aru nu ki kom agote vabibo lgisile 🙏 suwali jonik anekua koribo nlgisile
Controversy regarding a marriage
4:11
Prag News
Рет қаралды 228 М.
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 700 М.
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН